তুমিও আমাৰ অসমৰ ধ্ৰুব ৰাথী হ'ব পাৰা, You got total quality like him । নিউজ চেনেল চোৱা আজিকালি এৰিলে মানুহে। এই opportunity তুমি পাইছা। আগুৱাই যোৱা দিম্পু। দল মত নিৰ্বিশেষে সঁচা কথা কৈ যোৱা। সমালোচনা বহুত হ'ব, কিন্তু সেই সমালোচনাই তোমাক শক্তিশালী হে কৰিব। এক সুস্থিৰ গণতান্ত্ৰিক অসম গঢ়াত এক ডাঙৰ ভুমিকা তোমাৰ পৰা আশা কৰিলোঁ।
Gaurav gogoi jikar krone bohut val lagile . Anekua telented aru voi nokora ajon Oposition partyt lage. Mamak tu gutai Indiai sini paiei aru Gaurav gogoiau Assamok hoktihali rupot represent kore 🎉
This video is so informative....Hope we will get more videos in future with the truth , informative,and with secularism content as it was.......best of luck dimpu....Keep motivating youth with truth and greatness....
আপুনি যদি যোৱা তিনি মাহ আগত ধ্ৰুৱ ৰাথি বিষয়ে কোৱা হলে আমাৰ অসমতো এতিয়া ভাল চৰকাৰ গঠন হলে হৈ। কিন্তু এইটো কথা এতিয়া ভাবি লাভ নাই সময় এতিয়াও আছে আমি চেষ্টা কৰিলে এতিয়াও ভাল এখন চৰকাৰ গঠন কৰিবলে সক্ষম হব পাৰোঁ । ধন্যবাদ Dimpu daa সাধাৰণ ৰাইজৰ চকু খুলি দিয়াৰ বাবে
Bahut r brain a dhuka napay, BJP government ki kariba bisare. Israel t thik ai system t force requirements diya hay. Maanuhe, specially Hindu bor ruin hoyar karan, andhar r nisina, corruption party k bisare. Taar fal Hindu goes to, minority.
This is how a youtuber should make a video which is constructive and informative. I have watched the whole video till the end without skipping. I truly felt informative and interesting. Brother Dhimpu's way of using TH-cam as a platform is going beyond what most of the youtubeers are doing such as, showing what they eat, where they go, whom they meet so on because of which they are losing their viewers. Well done, brother Dimpu. Keep up the good work.
@@Tyson-i8t look dear it's was Congress vs china 1962 and results r there in history lol and Don't you remember galban....in bjp's time results are there Lol watsapp university students🤡
@@Tyson-i8t senseless question airstrike ka nam suna hee?? After that within 12 days balakot mae jo atanki camp tha vaha pae airstrike kiya... Congress hota to uno mae mil bat k nipta dete... 🐶
Ek h dil hai dhurbe rathee youTubene 1000 bar jeet liya❤ 20 million channel ata , জুৱা নিচিনা কে লগাই দিছে। মোদী বিৰুদ্ধে। বাহ ইমাম সাহসী TH-cam r salute.... ❤❤❤❤
@@world-Mix-Eeactionagote kintu gdp growth rate 10 % touch korisil ,2014 r pist 7%jne tne touch kore he but khohi pore , Aji oxomor IIT , centrl university bur Bjp ye bonua nasil , bjp ye bonua aiims t ajiu haa hubidha naa ke barabar , naa equiments na employ.
If ur not eligible for job then how government help us? It is not for government its our problem .by the way ab naukri apni mehnat par milti hai jab congress tha tab toh pesa dene se hi naukri milti thi
@@SauravDas-bk3ph atcha 😂 ,, kitna students MA ,BA , BSc , Btec , engineering completed korke Bina job ke beithe rehete he , use le jakor training kiu nohi dete ,,, Congress ke time par ita advance technology nohi tha ab to ye kor sokte hi ,,,, Job nohi de swkta to kiu bole 2 crore job ke bare me ,, Ladakh me jo ho Raha hi use kiu ignore Kiya ,,, Now BjP:-🤡
@@babulkalita14 nai bhai Assamese t nilikhilu babilu bhole bale lekhile akau axomia language ok opoman hoijabo aneu dimpu dak eman kotha xunale agot just eta word r karone jitu r english pronounced e enekua
@@sumitadas371 kitu korile axom ot AGT koi ata sit bahil he...nijor porisoi ase n...Misa prosar ekheni solal heiyau bahiror pora😂😂😂 Dhurv khan or juigo nije holei hol👍👍👍
Most welcome to all of you so much gratitude for analysis the topice's very clearly mentioned throughout the Country's ASSAM as well as INDIA beloved Mighty Nation's INDIA Congratulations, Thanking you yours sincerely always accompany with us all Hindusthan Jindabad Congratulations
Power 💪 of Dhruv Rathee Bro, 1 Man Army, & Thanks for Youth 🎉
Dhruv Rathi hol ajon bideshi
Hosa kotha koise Dhruv Rathee @@brahmachari7306
@@brahmachari7306 toi bideshi 😂😂
Namaskar doston 🙏 😂
@@brahmachari7306nije ultaiso desi hoi
পিযুচ হাজৰিকা কোনে কোনে বেয়া পাই লাইক (like) কৰা 👍
Video tu bonuwa binimoit kimal loli dimpu anekoi Toka bur lo😅
Akdom beya pau
He jodi uri jai soboke maal khuam
Pikhas hazarika dekhile dimag kharab hoi
Resignation Dibo naaa hazarika dai 😂
সদায় সত্য কৈ যাৱা আমি আছো তোমাৰ লগত
পিঁয়াজ হাজৰিকাই পদত্যাগ কৰাটো কিমানে বিছাৰে Like কৰক
Cangrese mane miya i love bjp
উপৰৰ মালটো নেদেখাই হলো।
@@PhukanHajong-f7whm bjp a best❤
ই থাকিলে বিজেপি পতন হোৱাটো খাটাং
Nokore...ehotor kothar daam nai...2021 r pisot ajone bole rajniti nokore ako howar o xopun dekha nasil bolee 😂😂😂
খোলাকৈ কোৱা বাবে ভাল লাগিল । একাংশৰ দৰে ভয় আৰু চামচাগিৰিৰত নাথাকি তাৰ পৰা আঁতৰি থকাই তুমি প্ৰমাণ কৰিলা যে তুমি বিক্ৰী যোৱা মানুহ নহয় । এনেকৈ কৰি যোৱা ভৱিষ্যত উজ্জল হ'ব । ধন্যৱাদ আকৌ এবাৰ ।
Ekmot
Bhaiti tomar kotha suni bhal lagil tumi bohut aag bari joya tumi dhrub rathir nichina ejonok target kora nai tumi nispaksh hoi kotha khini koisa great dear.
Good information ℹ️ℹ️ℹ️
@@runasen123
Aà
👍
দিম্পু তোমাক বহুত বহুত ধন্যবাদ,ইমান ধুনীয়া কৈ কথা খিনি বিশ্লেষণ কৰি দিয়াৰ বাবে । 👍👍
খুব সুন্দৰ কৈ কৈছা ভাল লাগিল আৰু সকলোবোৰ কথাই একেবাৰেই সত্য।
অসমৰ মানোহক বোজাই দিয়াৰ এটা ভিডিঅ ভাল লাগিল dimpu da❤
Apunar kothate gom palu je apuneu aibar Congress ok but dese😂 love you dimpu da love from jorhat
Dimpu da সচা কথা কলে কিছুমানে তোমাক বেয়া পাব কিন্তু তাতকৈ বেচি মানুহে তোমাক ভাল পাব আৰু support ও কৰিব
Moreover anyone can be self satisfied
বহু দিনৰ মূৰত ভাল ভিডিঅ' এটা দিলা। ধন্যবাদ।
ভিডেও টো চাই বহুত ভাল লাগিল ডিম্পু দা এনেকৈ ভুল কথাবোৰ সদায় আঙুলিয়াই দিব লাগিলে কংগ্ৰেছ য়েই ভুল কৰক বা বিজেপি য়ে ভুল কৰক সঁচা কথাবোৰ কোৱাৰ বাবে বহুত বহুত ভাল লাগিল ডিম্পু দা ❤🙌🏻
কথা বোৰ ইমান ধুনীয়া কে বুজোৱাৰ বাবে ধন্যবাদ। বহুত বহুত ভাল লাগিল।
“যোৰহাট” য়ে হে গণতত্ৰ ৰক্ষা কৰিলে।💪🏻💪🏻 we the people of Jorhat সমষ্টী💪🏻💪🏻
আমি বিলাক মূৰ্খ নেকি বইনেক চুউদা
Jorhat... ❌ Chamchaahat...🤡✅
Nice joke chamchaa..😂😂
Koti mara khbo rdy thak
Jorhator gourav Gaurav gogoi
তুমিও আমাৰ অসমৰ ধ্ৰুব ৰাথী হ'ব পাৰা, You got total quality like him । নিউজ চেনেল চোৱা আজিকালি এৰিলে মানুহে। এই opportunity তুমি পাইছা। আগুৱাই যোৱা দিম্পু। দল মত নিৰ্বিশেষে সঁচা কথা কৈ যোৱা। সমালোচনা বহুত হ'ব, কিন্তু সেই সমালোচনাই তোমাক শক্তিশালী হে কৰিব। এক সুস্থিৰ গণতান্ত্ৰিক অসম গঢ়াত এক ডাঙৰ ভুমিকা তোমাৰ পৰা আশা কৰিলোঁ।
ইয়াৰ দম হলেহে।ই নিজেই এটা চেলেকি ফুৰা হয়।
Iar dom nai teluwa
মন ৰ কথা উল্লেখ কৰিছে দাদা
Kam nai ru dimpu dar😂
Thot geda bilke dhruv rathee ho 😂 dimpu da sanatni hoii
গৌৰৱ গগৈৰ বাবে এটা লাইক দিয়ক❤
Geda Vokto😊
ডিম্পুৰ এই যুক্তি সংগত ভিডিঅ'ৰ শলাগ লৈছোঁ। সুন্দৰ
বেছি power পাই অহংকাৰ দেখালে। জনতাক মূৰ্খ বুলি ভাবি উল্লু বনাব খুজিলে আমি নব প্ৰজন্মই তাৰ উচিত উত্তৰ দিম।
তুমি ও 2026 ত ধ্ৰভ ৰাঠীৰ নিচিনা পদক্ষেপ লবা বুলি আশা থাকিল। কাৰণ অসমৰ ও অৱস্থা বেয়া হৈ গৈ আছে
Rahul gandhi r khatakhat khatakhat lage. 😂
Right ❤ Dimpu will rise soon
Poko marib 2k
Copy content aitu
Miya kla
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
We wish..❤
@@Bastab_jyotie^e^%ś___s(w$sw$\$Ed's 3rd 😂😂😂
প্ৰথম বাৰ comment কৰি আছোঁ । বিশ্লেষণ বোৰ শুনি বহুত ভাল লাগিছে । Love u Dimpu da❤
১/ নিৱনুৱা সমস্যা সমাধান হ'ব লাগে
২/ দুৰ্নীতি বন্ধ হ'ব লাগে।
৩/ দৰিদ্ৰতা দূৰ হ'ব লাগে।
৪/ প্ৰদূষণ মুক্ত হ'ব লাগে।
৫/ অপৰাধ মুক্ত হ'ব লাগে।
ami nalagile kunu sorkare nuware hlp kribo...agei nijor hat khn ag bareh dbo lgibo
Hobo sarkari saol khai thakile 😂
2 কৌটি টা চাকৰি দিম বুলি কোনে কৈছিল। পিছে নিদিলে কিয় । এই চৰকাৰ অৰ দিনত ভাৰতৰ tex অৰ পৰিমাণ দিনক দিনে বাঢ়ি আছে , দুখিয়া দুখীয়া হৈ গৈ আছে , ধনিবোৰ শক্তিশালী হৈ পৰিছে। আম্বানি-আদানিৰ দৰে মানুহৰ লগত চৰকাৰ থিয় হৈছে , তেওঁলোকৰ কোটি টকাৰ পঋণবোৰ মাফ কৰি দিয়া হৈছে। দুখীয়া পৰিয়ালে সৰু ভুলৰ বাবে দুখ ভুগি আছে ,,, 😫
সেইবাবে আমাক বিজেপি লাগে..❤
Are bhai aap to aur crime hoga congress chahiye na sabko hone do abhi crime
Gaurav gogoi jikar krone bohut val lagile . Anekua telented aru voi nokora ajon Oposition partyt lage. Mamak tu gutai Indiai sini paiei aru Gaurav gogoiau Assamok hoktihali rupot represent kore 🎉
সচাকে BJP দেশৰ কাৰণে বেয়া কাম কৰিছে নেকি, এইটোক লৈ বিচাৰ কৰি এটা সুন্দৰকৈ video বনাবচোন DIMPU DA...
Toka dise pappu ye eyak
Ki khosakoi e 🤣🤣🤣.. ki bhal km krsi 🤣🤡
হিন্দু মুছলিম কম কৰি উন্নয়নত গুৰুত্ব দিলে হে কিবা হব বিজেপিৰ
Hoi ne.... Aije hindu virus buli kune koisile .. Raahul Vinci dekhun Caste ot divide kori asile... Tetia maat nidila j.... 😂😂😂
❤❤
Good thing
Good comment ❤❤
উন্নয়ন তো জনতাৰ কৰৰ পইচাৰে হব। কিন্তু এই টকা দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ পৰা লুটি নিয়া কৰৰ পইচা নে? নে কৰ্পৰেট শ্ৰেণীটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰি অনা টকা?সেইটোহে মুল কথা। চৰকাৰ এখনৰ পলিচিৰ ওপৰত নিৰ্ভৰ কৰিব।
Tumi jodi April 18 tarikhe enkuwa video bonuwa hole assamor bjp seat keitaman komil hoi
এনেধৰণৰ স্পষ্টকৈ ভিডিঅটোত“ কোৱাৰ বাবে ৷ তোমালৈ ধন্যবাদ যাছিলোঁ ৷ সত্য আৰু নিৰপেক্ষ“ ভিডিঅ বনোৱা ৷ অসমৰ জন’সাধাৰনৰ মৰম বুটলিবলৈ সক্ষম হবা ৷
Thank ssssss
Bjp sarkark kone kone bea pai like kora
👇
Great news for us ❤❤❤
মই বিপৰীত দলৰ নেতাসকলে অসম খনৰ হৈ মাত মাতিব বুলি আশা ৰাখিলোঁ
ভাল লাগিল দিম্পু দা
BJP ৰ কিছুমান ভুলৰ কাৰনে আজি এইটো অৱস্থা your right dimpu da❤❤❤
Yes
Have u ever heard..Rahul gandhi said Jai shree Ram or gow mata ki jai..never becz.he says only Alla ho akbar😢😢..
@@allexamcreacker6165 Jai shree ram 🙏🏻
❤ কথাটো বাৰু মিছা নহয়।
জোনমনি ৰাভাৰ কেছটো লৈ অ আমাৰ অসমত প্ৰভাৱ পৰিছে আৰু অহা বিধান সভা টো এই ক্ষেত্ৰত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে
Okle junmoni buli ktha ny bht okhantiw krise ata jatik target besi.....jiman dib tatke besi amar pora loiase gtike asbr dokha eatke bya hb...
This video is so informative....Hope we will get more videos in future with the truth , informative,and with secularism content as it was.......best of luck dimpu....Keep motivating youth with truth and greatness....
খুব সুন্দৰকৈ কথাখিনি পৰ্যালোচনা কৰিছে👏
UP people :- ram bhakt hu anbhakt nahi 😆
Isiliye toh Ram ko gali Dene Walo ko jitaya hai.
@@joonmoon8465Ram k gali Kune dise 😂 nijoke RAM r ovotar buli kua tuk he troll dise 😂
Up ke kuss dogle hindu ke base se ajj yogi ji hara😢
@@gogoiaxomia1426 enei samajvadi party Ram aru Ram mandir r support t asil ne??
@@gogoiaxomia1426 2 k gali disu ki koribi
ৰাজনীতি দল চাই নহয় মানুহ জনক চাই হে আমি আমাৰ ভোট প্ৰদান কৰিব লাগে👍💯 সংবিধান খন কেৱল আমাৰ মানুহে বচাব লাগিব ৰাজনীতি প্ৰাৰ্থীয়ে কেৱল তেওঁলোকৰ আখন খন পাব লাগে সেইটো বিচাৰে। লংকা পালে সকলো ৰাৱণ👍💯☑️
Right
প্ৰাৰ্থী আৰু মানুহজন ৰ পাৰ্থক্য কি ?
@@dipjyoti2249 প্ৰাৰ্থী Bjp Congress others কিন্তু মানুহ জন কোন উঠিছে সেইটো চোৱা কথা কৈছোঁ
এই কথাটোত একমত।
Right bro
Hats off to you Brother shown that you really have guts
কথাবোৰ বহুত বেছি গুৰুত্বপূৰ্ণ, পৰিবৰ্তন হ'বৰ হৈছে, গৌৰৱ গগৈৰ দৰে আৰু মানুহৰ প্ৰয়োজন, এইবাৰ ৰাহুল গান্ধীক PM হোৱা বিচাৰোঁ,জয় আই অসম
aji ata video dekhisu..up r barelit pakistanr flag urai ase..after congress won..😢😢
100 seat doyabo pora ni aru he pm hoi😂😂
পৰিৱৰ্তন কিমান কৰি থাকিবি আৰু আগতে পৰিবৰ্তন পৰিবৰ্তন বুলি এতিয়া কি আমনি লাগিলে নেকি মানুহ বোৰো যে আৰু
Kt asa tmi nda a sorkar gothon krile 8 tarikhe oath ase Modir 🤣🤣
😂😂😂
আপোনাৰ Vdo বিলাক চাই বহুত ভাল লাগে DIMPU দা ❤️🩹🙏
Congress.. k support kora babe Val lge no Chimphu da.. 😂😂😂😂
বহুত ভাল বিশ্লেষণ দাঙি ধৰিছে। ভাল লাগিল। সঁচা কথাবোৰ সুন্দৰকৈ বুজাই দিছে।
Bohut vall lagil aponar video rahul gandhi always saport koru sarkar bonanor karone manuh to bohut vall de❤❤
শক্তিশালী গণতন্ত্ৰৰ বাবে বিৰোধী শক্তিশালী হোৱাটো প্ৰয়োজন। এতিয়া সেয়াই হৈছে। চৰকাৰে স্বেচ্ছাচাৰিতাৰে গণবিৰোধী কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব ।
UCC বিছৰেনে? Population control? কিছুমান মানি লবও লাগিব।
Excellent দিম্পু
প্ৰথমবাৰৰ বাবে তোমাৰ video চালো
😂🤡
Hoi neki
😂
You're the Great TH-camr OF ASSAM.. BIGGEST SALUTE DIMPU
taar koti khn seleki de
আশা কৰোঁ ডিম্পু বৰুৱা 2026 চনৰ আগতে অসমৰ পৰবৰ্তী ড্ৰভ ৰাঠীৰ হিচাপে কাম কৰিব।
অসমৰ অৱস্থা বহুত বেয়া হৈছে দিম্পু দা অনুগ্ৰহ কৰি অসমখন ৰক্ষা কৰক।
আপুনি যদি যোৱা তিনি মাহ আগত ধ্ৰুৱ ৰাথি বিষয়ে কোৱা হলে আমাৰ অসমতো এতিয়া ভাল চৰকাৰ গঠন হলে হৈ। কিন্তু এইটো কথা এতিয়া ভাবি লাভ নাই সময় এতিয়াও আছে আমি চেষ্টা কৰিলে এতিয়াও ভাল এখন চৰকাৰ গঠন কৰিবলে সক্ষম হব পাৰোঁ । ধন্যবাদ Dimpu daa সাধাৰণ ৰাইজৰ চকু খুলি দিয়াৰ বাবে
Eitu election t Axomor sorkaar nirdharon koribo nuari.... Axomor sorkaar xolabole 2026 loi rbo lagibo
উত্তৰ প্ৰদেশৰ পৰা বহুত ল'ৰাই ARMY, AIR FORCE আৰু NAVYৰ তৈয়াৰী কৰে।
কিন্তু চৰকাৰে ডিফেন্সৰ চাকৰি অগ্নিবীৰ আঁচনি উলিয়াই মাত্ৰ ৪ বছৰ কৰি দিছে আৰু অৱসৰ লোৱাৰ পিছত পেঞ্চনো নাপায়।
বহুত ল'ৰাই ইয়াৰ বিৰোধীতা কৰি প্ৰতিবাদ কৰিব যাওঁতে পুলিচ লগাই কোবাইছিল বহুতকে।
সেইবাবে উত্তৰ প্ৰদেশত এইবাৰ BJPয়ে বেছি আসন পোৱা নাই।
সেনা বাহিনীৰ নামতো আঁচনি উলিয়াইছিল তেওঁলোকে।
Bahut r brain a dhuka napay, BJP government ki kariba bisare. Israel t thik ai system t force requirements diya hay.
Maanuhe, specially Hindu bor ruin hoyar karan, andhar r nisina, corruption party k bisare.
Taar fal Hindu goes to, minority.
right
UP t bjp loss huwar karone dhukiya r Home 🏠 bolduzzer, Exam paper link, religion divided by Hindu -muslim , caste system
4 bosor holi o army t jaba pam💪💪
@@Nosto08fof mara jabo
CAA ৰ কাৰণে আমি বহুত যুজিলো
কিন্তু বুজিলো যে CAA আন্দোলন বহুত ৰ কাৰণে WHAT'S APP STATUS হৈ ৰৈ গল। বুজি পালোঁ অসমৰ কাৰণে গোটেই অসম কেতিয়াও এটা হব নোৱাৰে । অসমৰ মানুহ বেছিভাগে বিক্ৰী যোৱা মানুহ ✅
BJP zindabad 🚩
Congress ahile aru besi hobo saba
Right dada ki koriba
@@ASSAMESETH-cam-wx2hn প্ৰধান মন্ত্ৰী মোদী 🥳🇮🇳✊
@@______________Ss23 bus khan
This is how a youtuber should make a video which is constructive and informative. I have watched the whole video till the end without skipping. I truly felt informative and interesting. Brother Dhimpu's way of using TH-cam as a platform is going beyond what most of the youtubeers are doing such as, showing what they eat, where they go, whom they meet so on because of which they are losing their viewers. Well done, brother Dimpu. Keep up the good work.
Toi America r hoi knekoi buji pali 😂😂
বহুত ধুনীয়া হৈছে।
আগলৈ আৰু এনেকুৱা বহুত ভিডিও আশা কৰিলোঁ।
Druv rathee 🔥🔥 ❤❤
Never underestimate the power of a common man," Mr Rathee
Never understand the power of a education man
@@nirmalbiswas9082 right ...
❤❤❤
Ki korile hi 😂😂
Lol😂😂
2020: Carryminati VS Tik tok🤡
2024: Dhruv Rathee VS B.J.P.💀
And B.J.P vs pak 💀
Aitu kintu nedekhai kisuman anti Indian youtuber aaa
@@Guno_OPwhy not BJP vs China 😅
@@Tyson-i8t look dear it's was Congress vs china 1962 and results r there in history lol and
Don't you remember galban....in bjp's time results are there
Lol watsapp university students🤡
@@Guno_OP Pulwama attack happened under which government.?
@@Tyson-i8t senseless question airstrike ka nam suna hee??
After that within 12 days balakot mae jo atanki camp tha vaha pae airstrike kiya... Congress hota to uno mae mil bat k nipta dete... 🐶
2026 Next CM Gaurav gogoi zindabad Rahul Gandhi Zindabad congress party zindabad
Well done💯👍. Dimpu da,, শেষত আপনিও সাহস কৰিলে এনেকুৱা video বনাবলৈ 👍👍
😂😂😂😂😂 copy paste
Democracy come....this is the first step
Video val lagil Dimpu agote anekuwa video suwa nasilu khub dhuniyakoi explain korisa . ❤
Ek h dil hai dhurbe rathee youTubene 1000 bar jeet liya❤
20 million channel ata , জুৱা নিচিনা কে লগাই দিছে। মোদী বিৰুদ্ধে।
বাহ ইমাম সাহসী TH-cam r salute.... ❤❤❤❤
German shepherd aap supporter hoi youth bilakok brainwash korise😂😂😂
Dimpu da মানুহটো সঁচাই ভাল আছে ।।।। ❤
বিশ্লেষণ ভালেই ,ভবিষ্যত পৰিকল্পনাৰ উজ্জ্বল কামনাৰে ধন্যবাদ ।
সঁচা কথা কলা দেই। সুন্দৰ হৈছে।
😂😂 ki kole Rahul Gandhi ahile desh khon 2014 agor India hobo 😂😂😂 jot xuta kombol dibo 😂😂
@@world-Mix-Eeactionagote kintu gdp growth rate 10 % touch korisil ,2014 r pist 7%jne tne touch kore he but khohi pore , Aji oxomor IIT , centrl university bur Bjp ye bonua nasil , bjp ye bonua aiims t ajiu haa hubidha naa ke barabar , naa equiments na employ.
Thanku dear💕 friend Dimpu.
Dimpu dar pura video tu salu bohut besi val lagile video tu Sai aru dimpu da next electionot apuniu thakibo ami saport korim doinnobad ❤❤
কালি বুকু কঁপাই দিছিল 😮 Stock Market Nifty 5% 😢 Bank Nifty 7 % aru portfolio r 5 % down hoi goisil 😮 But aji recover hoi gol ❤
Bhai Mur ajiu gol nifty 50 t😢
@@Rreview_1Moi Swing trading koru
Big fan dada
Fati gol bhai
Recovery hobole time lagibo
😂
Thanks dimpu assam bakhik dhunia koi bujai diar babe.. Lv frm Bangalore
🎉❤ জয় আই অসম দীম্পু দা 💝
Bro dhruv rathee a hosa kotha koi ru dimpui o tole tole godi supporter hoise dimpuk compare nokoriba actually nhoi a compare 🙂
@@tanmay0707Hi Bor জয় আই অসম 💓💝💝🥰🥰🥰🥰🥰 Dimpu ❤❤❤
@@tanmay0707😂😂😂
জয় আই অসম 🙏🏻
@@tanmay0707Teacher 😊
Bhut vl lagil kotha bur gom pai ❤
Durav rathee❤❤ নিছিনা করি দেখাওক dimpu challenge.. Himntu assam me asha kiya ne borya kaiya
( Dhurv Rathee ) Sab ko hila dala 👍 4 pillars of democracy 🔥
2 কৌটি টা চাকৰি দিম বুলি কোনে কৈছিল। পিছে নিদিলে কিয় । এই চৰকাৰ অৰ দিনত ভাৰতৰ tex অৰ পৰিমাণ দিনক দিনে বাঢ়ি আছে , দুখিয়া দুখীয়া হৈ গৈ আছে , ধনিবোৰ শক্তিশালী হৈ পৰিছে। আম্বানি-আদানিৰ দৰে মানুহৰ লগত চৰকাৰ থিয় হৈছে , তেওঁলোকৰ কোটি টকাৰ পঋণবোৰ মাফ কৰি দিয়া হৈছে। দুখীয়া পৰিয়ালে সৰু ভুলৰ বাবে দুখ ভুগি আছে ,,, 😫 ,, baki arru main kotha bilak nija bisar kori sabo sun tar pisot jak issa tak vote dibo ,,, do koi vabi vote dibo
Yess
If ur not eligible for job then how government help us? It is not for government its our problem .by the way ab naukri apni mehnat par milti hai jab congress tha tab toh pesa dene se hi naukri milti thi
@@SauravDas-bk3ph atcha 😂 ,, kitna students MA ,BA , BSc , Btec , engineering completed korke Bina job ke beithe rehete he , use le jakor training kiu nohi dete ,,, Congress ke time par ita advance technology nohi tha ab to ye kor sokte hi ,,,, Job nohi de swkta to kiu bole 2 crore job ke bare me ,, Ladakh me jo ho Raha hi use kiu ignore Kiya ,,,
Now BjP:-🤡
@@SauravDas-bk3phEnglish comments lekh ba nalage de
@@babulkalita14 nai bhai Assamese t nilikhilu babilu bhole bale lekhile akau axomia language ok opoman hoijabo aneu dimpu dak eman kotha xunale agot just eta word r karone jitu r english pronounced e enekua
Val lagil video to sai Thanks for your dimpu da
For India= Dhruv Rathee
For Assam= Dimpu Boruah
Jai Hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
German shepherd fan 😂
Dimpu Baruah AAP or Volunteer nhoi German shepherd dore😂
Alvish vaiii
@@______________Ss23andhbhakt😂
@@______________Ss23chapri 😂😂
সঁচা কথা খিনি দাঙি ধৰা বাবে তোমাক বহুত বহুত ধন্যবাদ।
India govt. হলে আমাৰ অসমৰ ছুপাৰ hero জনে কি কৰিব বা 🤔
আকৌ কংগ্ৰেছ ত জাপ মাৰিব চাগে।
India govt bonabo nuware a je ....hoi gol sob discuss nda gothon kril govt pm a oath lobo 8 june t
Bamunar kam nu ki ase hi hoise Dolar bogori
@@bittumahato2056Ahom keita cm holehe bhal lagibo sage
সুন্দৰ কথা ভাল লাগিল।।
এটা সম্পু্ৰ্ণ নিৰপেক্ষ ভিদিঅ ভাল লাগিল চাই বৰ ধুনীয়াকে বুজাই দিছা
Well said Mr Dimpu. You elaborate the whole story very clearly.
সঁচাকৈ আমাৰ youth সকলে বহুত ডাঙৰ impact পেলালে। Dhruv Rathee, Akash Banarjee, Dimpu সকললৈ ❤ from Bongaigaon
Hosakoi bohut kosto korile heibabei bjp 11 ta sit pai record hol❤❤❤👍👍👍
Ghonta dhruv rathee r impact, aamar dekhor manuhe change koribo bisari thake , lagile hei sorkar khone bhalei nokore kiyo , manuhe bhabe change korile yatkoiyu kiba better hobo pare
Dimpu nijei BJP k vote dise
Dhurv lathee...❌
German shepherd...✅
@@jintucreationxyz Dhruv Rathee=German shepherd
Rishi sunak=Indian
Lol 😂 Andh bhakt
Love you bro
Tmi khali hosa koi juwa Ami tmr logot asu❤❤❤❤
Hatts off you Dimpu da,,kotha khini val lagil ❤
Time duration:১৯:২১
"ইচ বাৰ মোডী চৰকাৰ সিমান সহজে নহয়" This was Epic line in this vedeo'
ধূৱৰাঠিত। কৈও। ভিডিওটি। ভাল। হৈছে। তোমাৰ। সকলোতকৈ। এইটুয়েই। ভাল। ভিডিঅ
Assam ka dhrub bano dimppu da ..keep it up ..love from kokrajhar ❤
Dhruv Rathee, তেওঁ যদি অকলে দেশৰ সংবিধান ৰক্ষাৰ কাৰণে ওলাই আহিব পাৰে, আপুনি আমি কিয় নোৱাৰিম? পাৰিব লাগিব আৰু পাৰিম ❤
Paribo a lagibi👍
😂😂😂😂😂😂
German shepherd+anti Indian dog= Pakistani 🐈👍👍
Dhurv rathee a tumar brain tu washed kori dile
Dictatorship মানে ৰাজতন্ত্ৰ, Salute jonaisu 🫡
Dhruv Rathee of assam😅😅😅😅
Dhuruv Rathee ৰ নিচিনা এজন youtuber যদি অসমত থাকিলে হয় অসমত CAA আৰু বিজেপি ৰ চৰকাৰ নাহিলে হয়।Respect for Dhuruv Rathee ❤❤
Bohut kotha thek uu koi kintu akol baaaatu ha koi
Dhurv khan or Tika khojuwabo manuh lage.... respect diyar major pora ajon matise... salary val jabo para👍👍
@@Real12976tur bapere mudir pukor dhui 12000 pai ase dekhun. Tatkoiu val dormoha pai jodi baperok pothai de
@@Real12976 Dhrub rather jugyo houk ajon youtuber a gutei India k hilai dile...
@@sumitadas371 kitu korile axom ot AGT koi ata sit bahil he...nijor porisoi ase n...Misa prosar ekheni solal heiyau bahiror pora😂😂😂
Dhurv khan or juigo nije holei hol👍👍👍
Dhruv rathee, deshbhakt, soch by mangal three legend of india❤
Leftist German shepherd
সচা কথাবোৰ সুন্দৰ ভাবে কোৱাৰ বাবে ধন্যবাদ ❤
Good information 🙏
Huh..val lgil video2...aji Dimpu dak olop besi energetic lgse ❤️
সুপ্ৰভাত। তুমি ভাল খৱৰ বিলাক দিছা। ধন্যবাদ জনালো
Alliance sorkar ✖️
Grace mark sorkar ✅✅
🤣🤣🤣🤣🤣
😂😂😂😂😂ঠিক কৈছে।
Ma lwdwi nwngswr badi jamba mansiah nw bjp uppl kow support klmw nai mwn nwngswr bjp winner jaba btckow bjp ah mabdi dokol klmw mwn epa jamba jamba mansi tayulwi dabw
2004/ 2009 congress alliance চৰকাৰ কৰিয়েই চলাই নিছিল ।বিজেপি প্ৰায় 40 বছৰৰ পিছৰ পৰা 10বছৰ অকলে চৰকাৰ চলালে ।
হয় alliance চৰকাৰ দলে কিছুমান সিদ্ধান্ত লোৱাত অসুবিধা
@@17Dp15 এনেকুৱা চৰকাৰ হলেহে ভাল। বিশেষকৈ বৰ্তমান এইবাৰৰ যিখন চৰকাৰ হ'ব ইয়াত বিজেপিৰ দাদাগীৰি অলপ কমিব।২০১৯ চৰকাৰৰ দৰে বেছি মনমানি কৰিব নোৱাৰিব।
Congress e ketia without alliance sorkar bonaisil😂 setor
প্ৰতিযোগিতা হ'ব লাগে, তেতিয়াহে।
আগতে কেঁৰা চকুৰেও চাব নিবিচৰা ধ্ৰুৱ ৰাথীৰ মই এতিয়া বিগ ফেন, আৰু এজন আছে নিতিশ ৰাজপুত।
Nitish Rajput moja
Dhurv rathe a je cancer bhorai ase tumar murot heitu pisot he gom paba
100% right kothabur kole dimpu daa ❤👌🤘
অভিনন্দন দিমপু দা ২ মিলিয়ন subscribeৰ বাবে
Good 👍😊 morning brather s all right your decision and suggestions thanks 🙏👍 for you ❤❤❤🎉🎉🎉
সুন্দৰ কথা কলে আচলতে হিন্দু মছলিম কৰা পাপৰ ফল পালে বিজেপিয়ে।
কংগ্ৰেছে হিন্দু-মুছলিম নকৰিলে আজি ভাৰত পাকিস্তান বেলেগ বেলেগ নহ'ল হয়।
Bangladesh miya..
সুন্দৰ বিশ্লেষণ ❤
Most welcome to all of you so much gratitude for analysis the topice's very clearly mentioned throughout the Country's ASSAM as well as INDIA beloved Mighty Nation's INDIA Congratulations, Thanking you yours sincerely always accompany with us all Hindusthan Jindabad Congratulations
Okhomiya dhruv rathi ejon khub dorkar ase… tumi try kora dimpu.. tumar knowledge and content bhal hoi.. aaru tumar explanation bur bhaal… all the best dimpu baruah.. ❤
Yes. We need Dhrub rathe in Assam
কোনে কোনে হিমন্তক ২০২৬ ত bye bye দিম বুলি ভাবিছে😂😂🤣🤣
👇
i also bro
Miya Bure bhabise
2026 ত এইজন থাকিলে অসম উল্টা পালটা kori পেলাব 😢
@@KRISHZENG13a মিঞাই বিচাৰে নে নিবিচাৰে আমি নাজানো। কিন্তু আমি খিলঞ্জীয়া থলগিৰীয়ে বিচাৰে।হিন্দু বাংলাদেশীক বাদ দি লগতে সিহঁতৰ পকৰ চেলেকা কেইটাক বাদ দি।
Miya Tor boni juwhai niki
Wao Dimpu . What a precious speech you have given through your vdo regarding the result of last election . Really very Very nice vdo ..
সুন্দৰ বিশ্লেষণ 👍👍