Bohut bhaal lagil. Mean kom boyoshot bhagowot odhyoyon kori sundor byakhya kora aru sotto byakhya prodan kora sohoz Nahay...heye apunak bohut bohut dhonyobaad jasisu..logote. Probhuye kripa korok.....
I have not understood why you have used the photograph of Siva. Your conception is very suitable otherwise................ Go ahead Almighty bless you to fulfilment your greatest Ambition. Joy Jagat guru Srimanta Sankar Madhab. Krishna Krishna Krishna.-Pronam.
আপোনাৰ ভকত সম্বন্ধিত সুস্বাস্থমুলক কথাখিনিৰ পৰা আমি উপকৃত হৈ নথৈ আনন্দিত হ'লো।কুশল কামনাৰে সুপ্ৰভাত🙏
Sroddhar bap eman hundorkoi bhoktitatta Bilal kk bujai diyar babe bohut bohut dhonyabad..agbarhi jaok.
কৃষ্ণ
কৃষ্ণ
Vall lagil bapjon
বহুত বহুত ভাল লাগিল নজনা কথা জানিব পাৰি । কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼 শত কোটি কোটি প্ৰণাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼
Krishna, bap
helo
বহুত ভাল লাগিল সুন্দৰ প্ৰভূ আগলৈ পাই থাকিম বুলি আষা কৰিলো |
নিশ্চয় আই গৰাকী, কৃষ্ণ
কৃষ্ণ বাপ
Kotha Toto bilak vaal lagil
Thank you
Bor sundar.
Dhoinobad
কষ্ণ বাপ বহুত ভাল লাগিল ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক 😍🙏🙏
কৃষ্ণ, বাপ আপোনাসৱৰ কৃপা যাতে এই অভাজনৰ ওপৰত সদায় থাকে, সেৱাহে...
ভাল লাগিছে বাপ কৃষ্ণ কৃষ্ণ।আগলৈ সেৱাৰে।
ধন্যবাদ বাপ, আজিৰ প্ৰতিবেদন ভক্তি কি? চাবলৈ নাপাহৰিব।
Khundr. Kotha khini jani val lgl
Thank you baa , মোৰ জীৱনত এয়া ছাগে তোমাৰে আশীৰ্বাদ।
কিয় জানা, তোমাৰ কন্ঠৰ প্ৰেৰণাকে লৈ এই পৰ্যায় পাইছো।
সদায় এনেদৰে আশীৰ্বাদ কৰি থাকিবা।
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যৱস্থা শুনি অত্যন্ত সুখি হৈছো
কৃষ্ণ বাপ, সদায় যাতে আপোনাসৱৰ আশীৰ্বাদ সদায় থাকে ।
Vl kotha
Thank yoy
Val lagil krsno
Krishna
ভাল লাগিছে
ধন্যবাদ আই
কৃষ্ণ কৃষ্ণ
Bahut vaal lagil gurujan. Jay guru sankar
Jai guru sankar
ঔঁ নমোভাগৱতে বাসুদৱায়
কৃষ্ণ, বাপ
❤️❤️😙😙😙কৃষ্ণ প্ৰভূ ভাল লাগিল ❤️❤️😙😙
ধন্যবাদ বাপ
@@dhanmoninath6706 👏👏
ভাল লাগিচে। মোৰ ভগবান হয়।
আপোনাক অশেষ ধন্যবাদ, বাপ
Bohut bhaal lagil.
Mean kom boyoshot bhagowot odhyoyon kori sundor byakhya kora aru sotto byakhya prodan kora sohoz
Nahay...heye apunak bohut bohut dhonyobaad jasisu..logote. Probhuye kripa korok.....
ধন্যবাদ,
কৃষ্ণ কৃষ্ণ বাপ।
Krishna,
প্ৰভু ভগৱন্তই আপোনাক যাতে ভালে ৰাখে তাৰে কামনা কৰিলো। কৃষ্ণ কৃষ্ণ বাপ।
কৃষ্ণ, বাপ আপোনাৰ মনো কামনা পুৰ কৰক ভগৱন্ত প্ৰভূৱে কৃষ্ণ হৰি প্ৰসন্ন হওক আপোনাৰ প্ৰতি ।।
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ বাখ্যা শুনি ভাল লাগিল 🙏🙏🙏
Thanks
Krishan hundor lagisa🙏🙏🙏
Dhoinobad
Krishna bup val lagile
ধন্যবাদ, আই কৃষ্ণ
কৃষ্ণ কৃষ্ণ ।
Krishna
ভাল লাগিল। ধন্যবাদ।
ধন্যবাদ, বাপ
কৃষ্ণ প্রভু জন আমাৰ ভক্তি ভৰা প্রনাম গ্রহণ কৰিব। 🕉নাৰায়ণ🙏🙏🙏 ভাল লাগিল কৃষ্ণ কথা শুনি পৰম কৃপালু ভগবানে আপুনাক কুশলে ৰাখে। কৃষ্ণ🙏🙏🙏
কৃষ্ণ, আপোনাসৱক আশীৰ্বাদ দিব পৰা ক্ষমতা আমাৰ নাই বাপ ।। আমিও আপোনাসৱৰ চৰণত সেৱা জনাইছো।।
আজিও এভাগ video দিছো , video টো চাব আৰু channelটো subscribe কৰি আমাক সহায় কৰিব বুলি আমি আশাবাদী; কৃষ্ণ।।
Nice ❤️
Thank you
কৃষ্ণ কৃষ্ণ গোবিন্দই কৃপা কৰক।ধূনীয়া হৈছে। কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
Krishna Bap
Hare Krishna
Krishna hore
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ
বর ভাল লাগিল পভু
সেৱা জনালো বাপ কৃষ্ণ।।
কৃষ্ণ বাপ বৰ ভাল লাগিল ।
ধন্যবাদ
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ, সেৱা আগবঢ়ালো।ভকত শব্দৰ ওপৰত দিয়া আলোচনা শুনি পৰম কৃতাৰ্থ হলো। আপোনাৰ মঙ্গল কামনাৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ কৃষ্ণ।।
কৃষ্ণ, বাপ আমি পামৰেও আপোনাসৱৰ মংগল কামনাৰে ভগৱন্ত প্ৰভূৰ চৰনত সেৱা জনালো ।। কৃষ্ণ
Mmmmmmn
ৌটৌৌ
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
Krishna
কৃষ্ণ, বাটচ'ৰাতে আমাৰ তৰফৰ পৰা সেৱা ধৰিছো। সামাজিক মাধ্যমতো ভগৱন্তৰ গুণ-যশ প্ৰকাশ কৰা বাবে আপোনাক ধন্যবাদ জনাইছো। ভগৱন্তই যাক নিজৰ 'হৃদয়' বুলি স্বীকৃতি দি থৈ গৈছে, সেই 'ভকত' সম্পৰ্কে আপোনাৰ শ্ৰীমুখেদি সাৱলীল ব্যাখ্যা শুনিবলৈ পালো। কিন্তু 'ভকত'ৰ আক্ষৰিক অৰ্থ ব্যাখ্যা আগবঢ়াওঁতে কিছু কথা বাদ পৰি ৰোৱা যেন আমাৰ অনুভৱ হৈছে। পৰম বৈষ্ণৱ সদাশিৱই নাৰদক 'ভকত'ৰ সংজ্ঞা এনেদৰে দিয়া বুলি "নাৰদ পঞ্চৰাত্ৰতন্ত্ৰ" পুথিভাগত উল্লেখ কৰিছে।"ভ শব্দে ভগৱন্ত ভৱ বিমোচন।/ ভজন ভক্তিত পূৰ্ণ হোৱন্ত সিজন।।/ ক শব্দে কৃষ্ণক ভজি পৱিত্ৰ পৰম।/ আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম।।/ ত শব্দে তৰণৰ উপায় শৰণ।/ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ।।/ সেহিজন ভকত জানিবা নিশ্চয়। নিজে তৰি পুৰুষকো উদ্ধাৰ কৰয়।।"আনহাতে 'ভকত'ৰ আক্ষৰিক অৰ্থ এনেধৰণৰো হয়। 'ভ' মানে ভৱ সংসাৰ, 'ক' মানে কৃষ্ণ নাম আৰু 'ত' মানে তৰণ। অৰ্থাৎ কৃষ্ণ নাম শ্ৰৱণ-কীৰ্তন কৰি ভৱ সংসাৰ তৰাজনেই ভকত। গুৰুজনাই 'ভক্তি ৰত্নাকৰ' পুথিত আৰু 'শ্ৰীমদ্ভাগৱত'ত বৰ্ণনা কৰা অনুসৰি 'ভকত'ৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা হ'লে আপোনাৰ আলোচনাভাগ সোণত সুৱগা চৰা হ'লহেঁতেন। যি কি নহওক, আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থাকক। শেষত ভগৱন্তৰ বাণী এষাৰ আগবঢ়ালো --- "লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে।/ নোছোৱয় মোৰ ভকতক একো দোষে।।/ সামৰ্থ্য ভকতি আতি একোকে নছাৱে।/ ভকতক পালন্ত পুত্ৰক যেন মাৱে।।" কৃষ্ণ কৃষ্ণ।।
Krishna, সেৱা জনালো
Krishna Krishna ,bapjon .bhakat sabdar artha bhag byakhyakarok bapjona aru apuni ati sundor koi agborhale.apuni ag borhuwar dorei Amar samajat Jagat boniya bap sunaram Sutiya bapjonaiu anedore byakhya kora sunilu.apunalukor sumodhur bhakti tatta gadhur byakhyai Amar mon pran prabitya korile.agoloiu anedore ag borhai amar guru jonak Biswa dorbarloi niyar prayash kore Jen .Krishna bap jona bhul hole Khama korib.he prabhu narhari tumar Charan DUI,prembhabe smaran durlobh ,jatha kathansit rupe arhanishe prabhu Mur ,shumaran huyuk shulobh ,ram shumaran huyuk shulobha.
@@ritamonibhuyan1116 কৃষ্ণ কৃষ্ণ
Krishna ,
ভাল লাগিল
ধন্যবাদ বাপ, আপোনাৰ প্ৰেৰণালৈ।।
জয় শ্ৰী কৃষ্ণ 🙏🙏🙏
কৃষ্ণ,, বাপ
সুন্দৰহৈছে
ধন্যবাদ ।
Krishna hundro
Thank you
Nice
Thanks
কৃষ্ণ বাপ
কৃষ্ণ
কৃষ্ণ, কৃষ্ণ।
কৃষ্ণ,
কৃষ্ণ বাপ ।সুন্দৰ হৈছে ।তত্বাতিক দিশে আৰু অকনমান আমি আগুৱাব লাগিব বুলি ভাৱিছো
Hoi, bap krishna
Krishna krishna ,u nmu bhgwte baudebaya.
Krishna
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।
কৃষ্ণ, বাপ সশ্ৰদ্ধ প্ৰণিপাত ।।
Krishna Porbhu
Pronam
ৰামকৃষ্ণ ৰাম ৰাম 👏👏👏
হৰি ৰাম হৰি ৰাম হৰি ৰাম 👏👏👏
কৃষ্ণ, কৃষ্ণ বাপ ।।
কৃষ্ণ কৃষ্ণ বাপ 🙏
কৃষ্ণ, সেৱাহে ।।
অতি সুন্দৰ
ধন্যবাদ
জয় শ্রী কৃষ্ণ
Krishna
Vl lagise😍
ধন্যবাদ
Kirshna kirshna bapjana kirshna kirshna 🙏🙏🙏🙏🙏🙏 ha bapjana vaket kak bule apuni amak januar babe ami hukhi hoisu kirshna, bapjana jimaney apuni anekua bikha agberhaba himanay ami avrjane hukhi hoi thakim kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏
আপোনাৰ সাৰুৱা উপদেশ ভাগ শুনি ভাল লাগিল, আইগৰাকী কৃষ্ণ।
আৰু এভাগ video দিয়া হ'ল যোৱাকালি চাবছোন।
🙏🙏🙏
Prubhu Val lagile nojona kotha kish ami ogyania janibo pari bahu kitar tha .......krishno probhu 🙏🙏🙏🙏🙏
কৃষ্ণ বাপ
বাপজন ইয়াত যে ছাগলী আগবঢ়োৱা কথা ষাৰ কলে অকনমান অশুভনীয় যেন লাগিল। কৃষ্ণ ।
হয়, বাপ ৰাইজক বুজাবলৈ কেতিয়াবা এনে উপমা দিব লগা হয়, ক্ষমা কৰিব ।।
Hoi jnu
Hoi
I have not understood why you have used the photograph of Siva. Your conception is very suitable otherwise................ Go ahead Almighty bless you to fulfilment your greatest Ambition. Joy Jagat guru Srimanta Sankar Madhab. Krishna Krishna Krishna.-Pronam.
I love siva, so I have used the photograph of siva. Anyway Thanks for your valuable comment
Krishna Krishna. Krishna
কৃষ্ণ আই গৰাকী
Krishna krishna
Krishna bap
Very nice
Thank you
Ram Krishna hari
Krishna
কৃষ্ণ 🙏 প্ৰভু বাপজনালৈ মোৰ সেৱা জনাইছো। আপুনি আগবঢ়োৱা ব্যাখ্যা টো শুনি নথৈআনন্দিত হৈছো
🙏🙏🙏🙏
কৃষ্ণ ভগৱানে আপোনাক কুশলে ৰাখক
Val lagha
Thank you
হৰি নামে হৰি নামে হৰি নামে হাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ, কৃষ্ণ বাপ জনা ভকতৰ অৰ্থ জানি ভাল লাগিল ।।
ধন্যবাদ বাপ
Joy Siri krishna 🙏🙏🙏
কৃষ্ণ, প্ৰণাম
ভাগৱত আৰু মহাভাৰতৰ অৰ্থতো কবচোন।কৃষ্ণ
কৃষ্ণ, বাপ আপোনাৰ আশা সোনকালে পুৰ কৰা হ'ব ।
যোৱাকালি আৰু এভাগ video দিয়া হৈছে চাব।
Appuni amak bhokti kotha khuman buli akha korilu 🙏
নিশ্চয়, আশীৰ্বাদ কৰিব
ভাল লগি কথা কেইটাৰ শুনি বাপ জন
Bor hundor baap
ধন্যবাদ বাপ এইমাত্ৰ এভাগ video দিছো চাওক আৰু desciption box ত অহা কালিৰ প্ৰতিবেদনৰ জাননী দিয়া আছে চাওক আৰু channnel টো subscribe কৰি ল'ব কৃষ্ণ ।
কৃষ্ণ বাপ জন 🙏🏿🙏🏿
কৃষ্ণ, বাপ জন।।
জয় গুৰু শংকৰ আপোনাক ভগৱানে মংগল কৰক Krishna
কৃষ্ণ, বাপ
কৃষ্ণ কৃষ্ণ বাপ পুনৰ শুনি অত্যন্ত সুখি হৈছো
সেৱা, জনালো আই আপোনাৰ শ্ৰীচৰনত
ভকতেসে জানা মোৰ প্ৰাণ ভকতৰ বিনে মই নিচিন্তোহো আন।। ভগৱন্তৰ বাণী। কুকুৰ শিগাল গদভৰো আত্মা ৰাম জানিয়া কৰিবা সবাকো প্ৰণাম। ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। জীৱ বিলাক ব্ৰহ্মৰ প্ৰতিবিম্ব মাএ্। সবাৰো হিয়াত ম ই আছোঁ হৰি।।
Krishna Krishna Bap 🙏🙏🙏🙏🙏
Krishna
Krishna bap val lagise. Pise prohlad voktor sarit noporil kia bap?
Hoi jonam baru bap
ভ - অক্ষৰে ভৱসাগৰ , ক - অক্ষৰে ভগৱন্ত কৃষ্ণ আৰু ত - অক্ষৰে তৰনৰ উপায় । গতিকে ভক্ত শব্দই ভগৱন্ত কৃষ্ণক ভজনা কৰি ভৱ সাগৰ তৰি যোৱা জনক বুজায় । ভকতৰ সংগ অতি দুৰ্লভ । ভকতৰ সংগত ভগৱন্ত কৃষ্ণক ভক্তি কৰিলে মনৰ সমস্ত মল দূৰ হয় , মানৰ জড়তা নাইকীয়া হয় , ভক্তি উপজে । ভক্তিৰ বলত ভকতে কৃপাময় ভগৱন্তক বশ কৰি পেলাব পাৰে ।
ধন্যবাদ বাপ কৃষ্ণ
Thanks
Wel come
Bhaktoibhogoban
ধন্যবাদ, দিম্পু দা ।।
2
Thanks
Krishana
Krishna...
কৃষ্ণ বাপ জন আপোনাৰ ভকত শব্দৰ অৰ্থ ভাগ বুজি পৰম সৌভাগ্য লভিলো।জয় গুৰু শঙ্কৰ
কৃষ্ণ, আমি নিমিত্ত মাত্ৰ, এইয়া ভগৱন্তৰহে কৃপা আই ।।
আপোনাৰ ধম তত্ব কথাখিনি খুব ভাল লাগিল আপুনি ভাল বুজনি দিছে আগুৱাই যাওক ফোন নম্বৰ দিয়া বিচাৰো Krishna krishna
কৃষ্ণ , এইয়া তেৰাৰ কৃপাতহে সম্ভৱ
আমি নিমিত্ত মাত্ৰ ""
কৃষ্ণ , আশীৰ্বাদ কৰিব ।।
9101354522 Mobile
Krishna
Krishna
Krsna Ram🙏🕉️
Krishna
👍👍
Thanks
Kishno kishno bap
Krishna
Krishna 🙏
Krishna krishna provu jon
জিতেন গোহাঁই দেৱৰ ভকত বনণা সম্পূৰ্ণ শুদ্ধ হৈছে।
🌸🙏🌸🙏🌸
Krishna ai pronam apuner soronot
প্ৰকৃত ভকত হ'লে বিয়া পাতিব পাৰি নে?
পাৰি
Xeijon kun hoboparibo. ? Ji jonhob xei jonei ako. Namoly. Jabo. Ba hobo paribo. Jar luvo aru muh mai nohoi janu. ?
Hoi logot tene ajon manuh hoboloi tewr maak dewtake tenekoi teok goh dibo lagibo, krishna
ভকত কোন?
তিনি বস্ত্ৰ পিন্ধি মুখত হৰি নাম ললেই ভকত হয় জানো?
মহাপুৰুষ মাধৱদেৱৰ পুথি পঢ়ি যি বুজিলো তাৰ পৰা কওঁ প্ৰকৃত ভকত হবলৈ সাত্বিক গুণৰ অধিকাৰী (সত্ত্বস্থ) হব লাগে। সত্ত্ব গুণ হ'ল - ব্যৱহাৰ আচৰণ আৰু কথনত নম্ৰ; স্বভাৱ আৰু মন শান্ত হৈ থকা; সাত্বিক ভোজন কৰা ধাৰ্মিক ব্যক্তিয়েই প্ৰভুৰ ভক্ত ভকত। ধাৰ্মিক মানে শ্ৰদ্ধাৰে (শ্ৰৱণ কীৰ্তন আৰু স্মৰণত) সদা কৃষ্ণভক্তিত মগন হৈ থকা, সৎ-সঙ্গত থাকি হৰিনামৰ গুণানুকীৰ্তন কৰা।
আপোনাৰ মন্তব্য খুবেই ভাল লাগিল। কিন্তু মাজতে এটা বাক্য কলে ছাগলীৰ কথা সেই টোহে মানি লবলৈ টান পাইছো । অনুগ্ৰহ কৰি আপোনাৰ পৰা আৰু এষাৰ জানিবলৈ পোৱা হ'লে সুখী হ'লো হেতেন । সেই ষাৰ হ'ল ,সকাম আৰু নিকামৰ মাজত পাঁথক্য কি ?
নিশ্চয়, জনাম
Bartaman , samayat mayamoh tyag kora, choy ripu bosh kora, sakolo jibot Prabhu Krishna k dekha, tene manuh (bhokot), prithibit konoba ase Na?
Ase bap, ajon holew ase jar babe prithibi khon basi ase.
Upodexotoky arhi xesto. Nije ki korisu. Vabi sabo lagibo. Krishna. Krishna
Hoi bap , krishna
"কৃষ্ণ প্ৰভু জন, জয়জয়তে সশ্ৰদ্ব প্ৰণিপাত জনালোঁ। গুৰুত্বপূৰ্ণ বাখ্যা আগবঢ়ালে শ্ৰৱণ কৰি ভাল লাগিল ধন্যবাদ।''
কৃষ্ণ, আপোনাসৱ উপকৃত হ'লেই আমাৰ শ্ৰম সাৰ্থক হ,ৱ।
ভকত শব্দৰ আক্ষৰিক অৰ্থ খিনি প্ৰকাশ নহ'ল নেকি ?
মোৰ ধাৰনাৰে হ'ল
Mak deutakor sadho. Napate. Kintu xei dina nam xewa. Pate ki. O. ?
Teolukei hl besi gyani, ji maak dewtakok sini napai
@@dhanmoninath6706 um xeituyei, ami bure akuyei najanu aru,
njna.kohta.gom.palo.mira.shormah
Thank you
Uttor. Dibone. ? Ketiya. Pam. ?
দিছো বাপ, comment box চাওক, কৃষ্ণ
vakati kori tora aami vokoti kenekoi koribo lage ..
Apuni jenekoi a kore tenekoi a pabo