পুলিচৰ দাদাগিৰি বন্ধ কৰক! সাধাৰণ লোকক অত্যাচাৰ নকৰক! || Aboyob Bhuyan

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 พ.ย. 2024

ความคิดเห็น • 190

  • @gourav6206
    @gourav6206 4 ชั่วโมงที่ผ่านมา +138

    ল'ৰা জনে শিক্ষিতৰ পৰিচয় দিলে আৰু পুলিচজনে নিজৰ শিক্ষাৰ চূড়ান্ত পৰ্য্যায়ৰ ব্যৰ্থতাৰ পৰিচয় দিলে।। চৰিত্ৰৰ বিকাশ নহ'লে তেনে শিক্ষা কোনো কামৰ নহয়। এনেবোৰ পুলিচ কর্মীক নিলম্বন নহয় কামৰ পৰা একেবাৰে বিদায় দিব লাগে।।

    • @R3X_16
      @R3X_16 4 ชั่วโมงที่ผ่านมา +5

      Right 👍

    • @onlymathematics2267
      @onlymathematics2267 3 ชั่วโมงที่ผ่านมา +3

      RIGHT

    • @BikramSingDeka
      @BikramSingDeka 2 ชั่วโมงที่ผ่านมา +3

      দুই দিন আগতে দিম্পু দাই কোন মই কোন তইত কোৱা কথাষাৰ সত্য হল

    • @Nina-ch5mf8xx1e
      @Nina-ch5mf8xx1e 18 นาทีที่ผ่านมา

      Right

  • @minakshidutta2376
    @minakshidutta2376 ชั่วโมงที่ผ่านมา +10

    খুব সুন্দৰ আৰু ১০০% সচা কথা ৷আমাৰ মনৰ কথা কৈছা ৷ধন্যবাদ অবয়ব ৷জ্ঞানদ্বীপৰ দৰে লৰা ছোৱালক আমি শ্ৰদ্ধা কৰো

  • @GunjanNath-kk7rd
    @GunjanNath-kk7rd 2 ชั่วโมงที่ผ่านมา +24

    এনেকুৱা পুলিচ আমাক নালাগে আজিৰ হাৰামী পুলিচ

  • @lakhyajyotihazarika4855
    @lakhyajyotihazarika4855 2 ชั่วโมงที่ผ่านมา +32

    আৰক্ষী মনেই অসমৰ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত গুণদা meximum পুলিচ হাৰামি চালা বহুত দন নিচিনা পাই

  • @NirmalPayeng-q2d
    @NirmalPayeng-q2d 2 ชั่วโมงที่ผ่านมา +7

    আজি কালি অসম পুলিচ বহুত বেছি হৈছে।কাৰণ এই কিঠা পুলিচ নিলসম্বন নহয় দাইৰেক বিদাই দিব লাগে।কষ্ট কৰি চাকৰি পাইছে ।এই চাকৰিটো হডমান কৰি লৈয় যাব লাগে ।কাৰণ পুলিচৰ yuni porm কণ ৰেশ্পেক কৰিব হিকা।এটো নহয় যে হদিখাৰ পাইছে বুলি মানুহক ঐতাচৰ কৰিব । video tu sai bhal lagil❤❤❤। ডন্যবাদ

  • @khetraburagohain2501
    @khetraburagohain2501 ชั่วโมงที่ผ่านมา +3

    ভাগ‌ৱ ডাঙৰীয়া আপোনাৰ পৰিয়ালৰ বাবে মহাপাপ অৰ্জন কৰিলে। এনে পুলিছৰ ল'ৰা ছোৱালীয়ে এসময়ত ড্ৰাগছ খাব,গুন্দাগীৰি কৰিব,বা এনে সন্তানেই পিতৃ মাতৃক বৃদ্ধ-বৃদ্ধা আশ্ৰমত ৰাখিব। কাৰণ পিতৃয়ে এই ফল ভুগিব লাগিব। উপায় নাই এইয়া যে ভগৱানৰ বিচাৰ।

  • @imdadulalamlaskar4231
    @imdadulalamlaskar4231 3 ชั่วโมงที่ผ่านมา +12

    Thanks for covering this issue 🙏

  • @sweethazarika7653
    @sweethazarika7653 4 ชั่วโมงที่ผ่านมา +34

    এই video টোৰ পৰা এটা কথা স্পষ্ট যে লৰাজন এজন স্বভিমানি লৰা নিজৰ খৰছ নিজে উলিয়াবলৈ কষ্ট কৰিছে । Exam back আছে কাৰণে ঘৰৰ পৰা help লোৱা নাছিল বুলি বোধ হয় । গ্ৰেজুৱেট হোৱাৰ পিছত কেতিয়াও ভাল নালাগে যে ঘৰৰ পৰা পইচা লবলৈ। বাকী খিনি বেলেগ বাৰু কিন্তু কৰ্ম জীৱনৰ সংগ্ৰাম এটি অতি ডাঙৰ সংগ্ৰাম। বহুত students আছে গুৱাহাটীত part টাইম ৰেপিড আৰু Zomato আদি কৰে। ৰেপিড চলকৰ কোনো এক্সট্ৰা benifit নাই only ভাৰা টো হেৱ তাকো ৰেপিড কোম্পানী আৰু তেল বহন খনৰ খৰচ আছেই

  • @palashdas7385
    @palashdas7385 17 นาทีที่ผ่านมา

    Thank u good discussion right speek

  • @SasangkaBaruah-n5z
    @SasangkaBaruah-n5z 4 ชั่วโมงที่ผ่านมา +38

    আমাক ৰক্ষক লাগে ভক্ষক নহয়।

  • @Krishnachetry459
    @Krishnachetry459 6 นาทีที่ผ่านมา

    Tumar kothata agree koru dada 🙏

  • @mallikasarma7817
    @mallikasarma7817 4 ชั่วโมงที่ผ่านมา +26

    The DGP will take action against the O /C

    • @nituldas2241
      @nituldas2241 3 ชั่วโมงที่ผ่านมา +1

      DGP must

  • @masud1884
    @masud1884 6 นาทีที่ผ่านมา +1

    same condition মোৰ লগতো হৈছে 🥺

  • @hirokjyotimahanta3217
    @hirokjyotimahanta3217 5 นาทีที่ผ่านมา

    You have explained everything very nicely. The government should introduce reforms in the police department focusing on ethical and moral development. This is why UPSC and other public service commissions include a separate paper on ethics and integrity in their syllabus.Before joining the service, one should always keep in mind the core ethical principles that an officer must follow.

  • @GayatriChutiaDeori
    @GayatriChutiaDeori ชั่วโมงที่ผ่านมา +2

    জ্ঞানদ্বীপ তুমি এজন ভাল এছ পি হৈ দেখুওৱা। ইউ পি এছ চি দিয়া, তুমি পাৰিবা।

  • @santonooacharjyya3422
    @santonooacharjyya3422 ชั่วโมงที่ผ่านมา +1

    Our CM SIR is Really a Great CM ..
    we are feeling Proud Sir

  • @Rajibroy656
    @Rajibroy656 2 ชั่วโมงที่ผ่านมา +12

    Police officer janak কঠোৰ শাস্তি দিব লাগে

  • @BikramSingDeka
    @BikramSingDeka 2 ชั่วโมงที่ผ่านมา +8

    আৰক্ষী নামত কলংক, আৰক্ষীৰ পৰা ওলাই দিব লাগে , নিলম্বন কৰি দিব লাগে তেতিয়া হে এটা শিক্ষা মূলক উদাহৰণ হব

  • @RumiNazir
    @RumiNazir 24 นาทีที่ผ่านมา

    Good speech

  • @junalisaikia9163
    @junalisaikia9163 32 นาทีที่ผ่านมา

    আইন নজনা আৰক্ষীৰ প্ৰয়োজন নাই ।

  • @ChiranjivPegu-xn7pq
    @ChiranjivPegu-xn7pq 35 นาทีที่ผ่านมา

    অভদ্ৰ পুলিচ জন আমাৰ হাতত পৰিব লাগে।

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 ชั่วโมงที่ผ่านมา +2

    অসমীয়া মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব।
    বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। এটা সময় আহিব ৫০ বছৰ ১০০ বছৰ ১৫০ বছৰ পিছত অসমীয়া লৰা ছোৱালীয়ে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব documents (১৯৫১) ৰ অভাৱত। আৰু যেতিয়া আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব বাংলাদেশী মূলৰ মানুহৰ স্বাৰ্থত।
    Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে।
    ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? কমিটিয়ে কৈছে নিৰ্বাচনত কিছু আসন সংৰক্ষণ কৰিব অসমীয়া মানুহৰ বাবে কিন্তু যেতিয়া ৮০% ভোটাৰ বাংলাদেশী মূলৰ হব লগতে তেতিয়া এই আসন সংৰক্ষণ কৰা কাৰ্য্যৰ পৰা একো লাভ নহয় practically। মনত ৰাখিব অসমত বাংলাদেশী মানুহ অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতা কিছুমানে সংস্থাপন কৰিবলৈ হয়তো সুবিধা কৰি দিছিল। তেওঁলোকৰ বাবে অসম ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে গান্ধীজীৰ ছবি থকা কাগজহে বেছি ডাঙৰ আছিল চাগে। যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই?
    আপোনালোকে যদি বিশ্বৰ ৰাজনীতি আৰু সমাজনীতি অধ্যয়ন কৰে তেতিয়া দেখিব ভাৰতীয় মূলৰ মুছলমান মানুহ থকা কেইখনমান ঠাই যেনে ডুবাই, পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ। ডুবাই Successful কিয়নো সেইখন এখন disciplined society আৰু তাতে নিৰ্বাচন নহয়। কিন্তু আন দিশে পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ তিনিখনৰে Indisciplined society আৰু নিৰ্বাচন হয়। অসমতো নিৰ্বাচন হয় আৰু Indisciplined society?? অসমৰ অৱস্থাও পাকিস্তান আৰু বাংলাদেশৰ দৰে হব পাৰে।
    আমি আগতেও ৰাইজক কিছুমান কথাত সজাগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে চাগে। কিন্তু এইটো জীৱন আৰু মৰণৰ বিষয়। অলপটো চেষ্টা কৰা উচিত জাতিটোক বচাবলৈ। Fight with Brain, Courage and Honesty.
    Please analyze and Share.

  • @Rishidas111
    @Rishidas111 22 นาทีที่ผ่านมา

    Bor val ktha koisa dei 🥺 aboyab daa 🥺🫶🏼

  • @Tununn
    @Tununn 40 นาทีที่ผ่านมา

    6:20 mama kotha keta Val lagil

  • @nitulgogoi8811
    @nitulgogoi8811 ชั่วโมงที่ผ่านมา +1

    Aiya ha news❤❤

  • @mizanur504
    @mizanur504 27 นาทีที่ผ่านมา

    লৰা জনে সাধাৰণ কাৰণে তেনেকুৱা কে মাৰিলে।

  • @hasnarashid8217
    @hasnarashid8217 ชั่วโมงที่ผ่านมา

    Tumi deutar dore hoba. Bohut val lagil.❤❤❤

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 ชั่วโมงที่ผ่านมา +2

    Good speech bro❤❤

  • @okay393
    @okay393 ชั่วโมงที่ผ่านมา

    Thank you for bringing up this issue 😢

  • @BREEZUSAIKIA
    @BREEZUSAIKIA ชั่วโมงที่ผ่านมา +1

    Good Content Bro❤

  • @ashiqueekbal1035
    @ashiqueekbal1035 3 นาทีที่ผ่านมา

    City r kotha to badei diok
    Village t jito corruption cole
    You can’t even imagine 🙏🙏🙏

  • @kamalbarman2m456
    @kamalbarman2m456 4 ชั่วโมงที่ผ่านมา +9

    Moi apunar video r babe rokhi asilu.. Thank you apunio cover korile ❤

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 4 ชั่วโมงที่ผ่านมา +9

    দাদা গিৰি নহয় গুন্দা গিৰিৰ চুড়ান্ত অপকৰ্ম বন্ধ কৰিব লাগে বুলি ভাবো

  • @youranime3283
    @youranime3283 ชั่วโมงที่ผ่านมา +1

    TO THE OC 🗣 Dadagiri kori kotha nokoba........Singi dim munda

  • @FunOnI
    @FunOnI 4 ชั่วโมงที่ผ่านมา +13

    মুৰো এই থানাত প্ৰব্লেম হৈছিল l ২০১৯, মই neet ৰ crouching Kori থাকোঁতে, পুলিছে দম দিওঁতে মই ফোনত video কৰিছিলোঁ। সি ফনটো টানি লৈ গৈছিল,আৰু মোক লবলৈ থানালে মাতিছিল। থানত যাওঁতে sob video delete korihe ,jab dile😢😢..with a red chik at 3 am night. I was so afraid back than.

  • @madhabidevi9585
    @madhabidevi9585 2 ชั่วโมงที่ผ่านมา +2

    এবাৰ এটা কথা ত এজন পুলিচ লৈ ফোন কৰিব লগা হৈছিল , পুলিচ জনে ফোনতে কৈছিল , আপুনি মোক ফিজিকেল পাইছে জানো , কথা সাৰ বুজি নাপালো কিন্তু আপমান পালো ।

  • @dsaikia8980
    @dsaikia8980 ชั่วโมงที่ผ่านมา +1

    এনে পুলিচ বিষয়াই সৎ লোকক সৎ ব্যৱহাৰ কৰিব নাজানে । আমি লক্ষ্য কৰিছো দুই নম্বৰী মাফিয়া সকলৰ লগতহে সৎ ব্যৱহাৰ আৰু অন্তৰংগ হলিগলি ।

  • @samudrahazarika110
    @samudrahazarika110 2 ชั่วโมงที่ผ่านมา +5

    অসম আৰক্ষীক একদম বিশ্বাস কৰিব নোৱাৰি। আৰক্ষী কাৰো নহয়।

  • @Fit_Priyam
    @Fit_Priyam 29 นาทีที่ผ่านมา

    Aiii Police sobor mindsets a nijor dukhiyar mindset
    ...3rd grade 4rd grade Sorkari kora buror anei narrow thake mindset bur 💔
    Narrow minded chiiii

  • @bitturoy8408
    @bitturoy8408 2 ชั่วโมงที่ผ่านมา +6

    Shame on assam police

  • @nirudutta3486
    @nirudutta3486 2 ชั่วโมงที่ผ่านมา +2

    We Appreciate aboyob

  • @assamboyff3725
    @assamboyff3725 3 ชั่วโมงที่ผ่านมา +7

    6:14 mama always right ❤

  • @bikashkalita1663
    @bikashkalita1663 2 ชั่วโมงที่ผ่านมา +6

    Tumar 17 mnts video sabole iman time nathake o bopai...olp short korile bhal hoi buli feel koru...

  • @DebanonGhosh
    @DebanonGhosh 2 ชั่วโมงที่ผ่านมา +2

    Police jonr asorone ai2 poman kri dile je tekhetr maa deutake ki hikha dile. Tekhetor maa deutake atiya bhut proud feel krise.

  • @INTNSE2.O
    @INTNSE2.O 23 นาทีที่ผ่านมา

    ৰক্ষকৰ ৰ ৰূপত ভক্ষক 😏😏😥

  • @MukulSarmah-e7s
    @MukulSarmah-e7s 2 ชั่วโมงที่ผ่านมา +2

    অসমতে এজন অসমীয়া পুলিচ বিষয়াই এজন অসমীয়া উঠি অহা অসমীয়া ল'ৰাক ৰাজহুৱা স্থানত চূড়ান্ত অপমান কৰিলে।
    ভুল হ'ব পাৰে ল'ৰাজনৰ কিন্তু ধৰি লৈ এনেকুৱা ব্যৱহাৰ কৰা কতো দেখা নাই,,মাৰানাস্ত্ৰ হাতত লৈ পুলিচক আক্ৰমণ কৰাও দেখিছোঁ আন ৰাষ্ট্ৰত,পুলিচে কৰায়ত্ত কৰি এনেকুৱা আক্ৰমণ কৰা দেখা নাই,,,, আমাৰ অসমত এখেত এজন বিৰাট পুলিচ বিষয়া ওলাল। ধন্যবাদ।

  • @anuu_official987
    @anuu_official987 ชั่วโมงที่ผ่านมา +2

    আমাক ৰক্ষক লাগে ভক্ষক নহয়

  • @rdmajuliyan1854
    @rdmajuliyan1854 ชั่วโมงที่ผ่านมา

    Kotha bur vl lgil🤗

  • @sk-1-1-1-
    @sk-1-1-1- 27 นาทีที่ผ่านมา

    hai karone ST obc aru beleg beleg kota t chakori paise sage....ane hboi...kom mark pai chakori pale ane hoboi...mor mote ST obc aibor manuhok mark kom nkori...beleg fale hohai korile hol...month 20000 kori diyok kota nai... reservation dibo nlge

  • @luckydey1459
    @luckydey1459 2 ชั่วโมงที่ผ่านมา

    Truly appreciable

  • @PAINGAMING-y3j
    @PAINGAMING-y3j ชั่วโมงที่ผ่านมา

    Shoitaan police tu. Eiburor gharat personal problem soli thake aru belegor uparat taar khong tu uthai. Councelling r proujon eitu policer

  • @hemantkumar-rq8ek
    @hemantkumar-rq8ek 3 ชั่วโมงที่ผ่านมา +5

    Coton coton colleger satro aase buli iman khini action hui se nohole portek din dhukhiya cab driver auto salak or uporot atyachar hoi

  • @welson6364
    @welson6364 ชั่วโมงที่ผ่านมา

    😢😢😢 duk lagise video dekha Pai from karbi anglong

  • @BinaGohain-un2ot
    @BinaGohain-un2ot ชั่วโมงที่ผ่านมา

    Br dukh lagil

  • @mridulsarmah2939
    @mridulsarmah2939 2 ชั่วโมงที่ผ่านมา +1

    Really loved this episode.
    You missed one essential point while describing the Dhing incident, the Taffajul killed in encounter was different from the Tafajjul accused in the encounter.
    Moreover, because Gyandeep is a student of of Cotton, this thing became a statewide issue but I have seen delivery boys, cab drivers facing these issues on a daily basis. They don't even have a voice.

  • @mallikasarma7817
    @mallikasarma7817 3 ชั่วโมงที่ผ่านมา +4

    Follow Assam Police for such kind of their actions. Police is there to help public not to show 💪power on streets. Yes handling criminal is different.

  • @kabya2349
    @kabya2349 2 นาทีที่ผ่านมา

    Kisuman police hodai dhoni hokolor fale thake CM sir
    Jie toka dibo teolukok aku nkre

  • @jubayerahmed7698
    @jubayerahmed7698 3 ชั่วโมงที่ผ่านมา +4

    Bhai...aebur kotha r uporot alusona aru aebur bixoyot kotha patibole agbarhi ahisa ...xei buli aji tumak bhal lagil...asnei aru sinta kora

  • @dilipnath7240
    @dilipnath7240 40 นาทีที่ผ่านมา

    Police jone keneke chakori loishil enquary hobo lage

  • @assamormobileminivlog4774
    @assamormobileminivlog4774 2 ชั่วโมงที่ผ่านมา +1

    Dada eman dhuniake koise bahut val lagise....

  • @bikramsaha3692
    @bikramsaha3692 2 ชั่วโมงที่ผ่านมา +1

    আমাক ৰক্ষক লাগে ভক্ষক নহয়। 😢

  • @MridulHazarika-m6q
    @MridulHazarika-m6q 5 นาทีที่ผ่านมา

    Moi assam police r bahut constable aru SI/ASI badmachi kara dekha paiso.

  • @subhambhattacharjee3533
    @subhambhattacharjee3533 3 ชั่วโมงที่ผ่านมา +3

    Permanent suspended Koribo lage OC.

  • @dilipdeka3355
    @dilipdeka3355 ชั่วโมงที่ผ่านมา

    নিলম্বন নহয় সোনকালেই বৰ্খাস্ত কৰিব লাগে। নিলম্বন কৰিলে ঘৰত বহিয়ে 75% টকা পাই থাকিব কিছুদিন পিছত একেলগে পাব নিলম্বন হ'ল সাধাৰণ ৰাইজক বুৰ্বক বনোৱা কৌশল বুলি ভাবিবলৈ বাধ্য,,,,,।

  • @kaushalvlogs6542
    @kaushalvlogs6542 2 ชั่วโมงที่ผ่านมา

    We appreciate 🙂

  • @janmioxm2182
    @janmioxm2182 58 นาทีที่ผ่านมา

    Sudur vai police.dress jrr powar dukhay thake..ehtk noksalr lgt jujib dib lge .kiman dm ase ..bl police sangali banab thtk pale .

  • @deepadas1719
    @deepadas1719 ชั่วโมงที่ผ่านมา

    Police jonok jel dibo lage

  • @ranjandas635
    @ranjandas635 2 ชั่วโมงที่ผ่านมา +1

    Police or namt gunda olaise bhut sorkari gunda

  • @nomitadoley9582
    @nomitadoley9582 31 นาทีที่ผ่านมา

  • @Rishidas111
    @Rishidas111 24 นาทีที่ผ่านมา

    Police officer jonok khasti dibo Lage

  • @abanibaishya8401
    @abanibaishya8401 4 ชั่วโมงที่ผ่านมา +4

    Right

  • @manasheemoral8528
    @manasheemoral8528 ชั่วโมงที่ผ่านมา

    An intentionally harmful social move in interpersonal interactions can not be tolerated ❌

  • @HEWALIEDITx-c1y
    @HEWALIEDITx-c1y 41 นาทีที่ผ่านมา

    Assamese Dhruv Rathi ✅ aboyob da

  • @powerbamgaming9395
    @powerbamgaming9395 56 นาทีที่ผ่านมา

    Taar Susu tu horu sage... Heikarone belegok mari hukh lobhe. 😂

  • @jitumanisahariaJitu
    @jitumanisahariaJitu ชั่วโมงที่ผ่านมา

    Ru ase anekua johora police Assam t

  • @AB-nd2sv
    @AB-nd2sv 3 ชั่วโมงที่ผ่านมา +1

    Nice ❤

  • @PrandeepBora
    @PrandeepBora 2 ชั่วโมงที่ผ่านมา

    Finally waiting End #AssamDhuvratthi❤

  • @BharatNarah-g5f
    @BharatNarah-g5f ชั่วโมงที่ผ่านมา

    Police jonr certificate ase but knowledge kom

  • @manojpegu4065
    @manojpegu4065 ชั่วโมงที่ผ่านมา

    তোৰে মামাৰ ভেৰনীয়া গুণ্ডা পুলিচ দেখোন 😁

  • @ispitamixedentertainment5976
    @ispitamixedentertainment5976 2 ชั่วโมงที่ผ่านมา

    সেই পুলিচ যমদুত নেকি ,।

  • @budheswarsaikia3103
    @budheswarsaikia3103 ชั่วโมงที่ผ่านมา

    Fearful DGP e oc tuk decharge dibo nuate.

  • @JayMedhi3
    @JayMedhi3 7 นาทีที่ผ่านมา

    Assam police police nhoi Gunda hoi

  • @Oricorio-vp2tu
    @Oricorio-vp2tu 2 ชั่วโมงที่ผ่านมา +1

    OC nhoi jen DGP he 🤣

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 2 ชั่วโมงที่ผ่านมา +2

    মানুহৰ ভুল হয়ে

  • @AyushManBora
    @AyushManBora 4 ชั่วโมงที่ผ่านมา +3

    Ai police tuk suspened koribo Lage

  • @hiranyabhuyan9784
    @hiranyabhuyan9784 2 ชั่วโมงที่ผ่านมา +1

    Axomor 70% manuhor commercial private garit fine ase ..fine Kota agot abaru jonuwa nohoi

  • @Arzz33official
    @Arzz33official 3 ชั่วโมงที่ผ่านมา +2

    Police jonok action lobo lage

  • @arjunteron2402
    @arjunteron2402 2 ชั่วโมงที่ผ่านมา

    Police is wrong 😮😮😮

  • @bhupendeka3950
    @bhupendeka3950 3 ชั่วโมงที่ผ่านมา +2

    Dada apuni ketiyaba free thakile log koribo mon ase,apunar kotha khuni amaru kisuman kotha kobo mon jae

  • @PutuBoro-bk1wx
    @PutuBoro-bk1wx 3 ชั่วโมงที่ผ่านมา +2

    Police borbaruwar family... Fitback lagisil.. khi ki background or pora oha.. aapuni paribonay.. lobo.. just like Sumi Bora.

  • @Ur.basu46
    @Ur.basu46 ชั่วโมงที่ผ่านมา

    Ene pulic nalge marksudai

  • @MēronSafin
    @MēronSafin ชั่วโมงที่ผ่านมา

    The police officer responsible was caught with a prostitute at a hotel in Goalpara district when he was posted at Goalpara....but then some of the dalal journalists save him and got managed.

  • @lopamudrachetia2886
    @lopamudrachetia2886 3 ชั่วโมงที่ผ่านมา +3

    OC hoi eman kihor attitude...dom asai jodi UPSC clear kori SP hoi dekha...

    • @samiranmedhi
      @samiranmedhi 2 ชั่วโมงที่ผ่านมา +1

      Sp hoi lee eei manuh Mari pela boo noo anee kuwa Idea nidi baa 😢

  • @jeetbania4452
    @jeetbania4452 ชั่วโมงที่ผ่านมา

    He is just suspended that’s it he should be dismissed for life and lora jonor family jate protection pai teur pa.

  • @karabichoudhury9450
    @karabichoudhury9450 3 ชั่วโมงที่ผ่านมา +3

    Ghose di job luya police 😂

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 2 ชั่วโมงที่ผ่านมา +1

    🙏🙏🙏

  • @hiranyagogoi8118
    @hiranyagogoi8118 2 ชั่วโมงที่ผ่านมา

    এতিয়া হেইজনক কি কৰিব

  • @konmoniboro9191
    @konmoniboro9191 2 ชั่วโมงที่ผ่านมา

    Police bure ketoia No entry board ani thoi gome napai .

  • @jeetbania4452
    @jeetbania4452 ชั่วโมงที่ผ่านมา

    Zomato should back him back too

  • @bestdialogue661
    @bestdialogue661 3 ชั่วโมงที่ผ่านมา +1

    Vall ghrr lora kosto koriba goisil...tate police or iman oittasar koriba nalage tu