এতিয়া গো পালকসকলৰ গৰু কিনিব নে নাই গোমাতাৰ ভক্ত হিমন্ত বিশ্ব শৰ্মাই!

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ธ.ค. 2024

ความคิดเห็น • 275

  • @benipegu2302
    @benipegu2302 14 วันที่ผ่านมา +60

    অতি দুখৰ বিষয়,😢 ইমান ধুনীয়া
    কথাৰে মানুহৰ মাজত প্ৰতিদিনে
    শুভবাৰ্তা পতিয়াই আছে, কিন্তু
    কিছুমান অন্দবক্তৰ কানত পৰা নাই। 😢

  • @rrahman853
    @rrahman853 15 วันที่ผ่านมา +74

    ভাইটি, তুমি যিবোৰ কথা কৈছা প্ৰকৃততে 100% সঁচা আৰু মূল্যবান কথা কৈছা । তোমাৰ এই মূল্যবান কথাবোৰে যাতে জনসাধাৰণৰ হিত সাধন কৰে !!! ভাইটি, তোমালৈ অশেষ অশেষ ধন্যবাদ থাকিল। ঈশ্বৰে তোমাৰ মংগল কৰক !!!!

    • @pratimasarma1737
      @pratimasarma1737 14 วันที่ผ่านมา

      আৰৱ লৈ যোৱাৰ কথা কৈছা, মানুহৰ মূল্য নোহোৱা কৰি দিয়া এইখন চৰকাৰে যি কয় তাতেই হয়ভৰ দিয়াৰ ঠিকাটো তোমাৰ হাতত দি থৈছে নেকি?​@ruponsarkar937

    • @AtaurRahman-mi6vr
      @AtaurRahman-mi6vr 13 วันที่ผ่านมา +3

      আৰবত গাহৰি কোনেও পালন নকৰে। কিন্তু গোটেই বিশ্বত গৰু পোহে।

  • @BabuRaj-m2w
    @BabuRaj-m2w 15 วันที่ผ่านมา +36

    উত্তৰ তো 2026 লৈ দি দিৱ দাদা , আপোনালৈ অশেষ ধন্যবাদ থাকিলে

  • @KalayanMedak
    @KalayanMedak 14 วันที่ผ่านมา +26

    সঁচা কথা. সকলো সময়তে আপোনাৰ লগত আমি আছো, ধন্যবাদ.

  • @JiyadAhmadJA
    @JiyadAhmadJA 14 วันที่ผ่านมา +36

    আপোনাৰ সৎ সাহসক স্বীকাৰ কৰিছোঁ

    • @Smile007prankcall
      @Smile007prankcall 10 วันที่ผ่านมา

      th-cam.com/video/WPD-RARGmzw/w-d-xo.htmlsi=0BbPZIpDH3f6qH7p

  • @DuluGogoi-g8f
    @DuluGogoi-g8f 15 วันที่ผ่านมา +48

    ভাল আলোচনা কৰা হৈছে।

  • @samsulhaque4571
    @samsulhaque4571 15 วันที่ผ่านมา +34

    ধন্যবাদ অতি জনপ্ৰিয় কথা কৈছে ।

  • @RajkumarPegu1110
    @RajkumarPegu1110 14 วันที่ผ่านมา +34

    মুঠৰ ওপৰত এইখন চৰকাৰ তথা হিমন্ত বিশ্বক ক্ষমতাৰ পৰা আঁতৰাবৰ হল কেৱল হিন্দু মুছলমানৰে ৰাজনৈতিক কৰা নাই এতিয়া আমাৰ দুখীয়াৰ ওপৰতো মাধমাৰ কৰিছে ।

  • @jahangirislam2933
    @jahangirislam2933 14 วันที่ผ่านมา +30

    গৰুৰ ইতিহাস আছে । গহৰিৰো ইতিহাস আছে যদি গৰু খোৱা বন্ধ কৰিলে ঠিকে কিন্ত গাহৰি খোৱা বন্ধ কৰিৱ নোৱাৰে কিয়

    • @b.kcompany7635
      @b.kcompany7635 6 วันที่ผ่านมา

      Ata kam korile hl moru gahori bondho hok...sagoli khale hl

  • @azzakhossain896
    @azzakhossain896 12 วันที่ผ่านมา +9

    সঁচা কথাবোৰ দাঙি ধৰিছে , ধন্যবাদ brother 👍👍

  • @monuwarabegam5708
    @monuwarabegam5708 14 วันที่ผ่านมา +35

    ধন্যবাদ আপোনাক ❤

  • @taradoi7957
    @taradoi7957 15 วันที่ผ่านมา +27

    মোৰ মনৰ দৃষ্টিৰে---------------------
    যি কম সঁচা কম ।--------++++
    মুখ্যমন্ত্ৰীয়ে ভয়ানক কাম কৰিলে । গো মাংস খোৱা বন্ধ কৰাটো হঠকাৰি সিদ্ধান্ত ।ভৱেশ কলিতা কিমান পানী মাছ কি আছে তেওঁৰ ।একো নেজানে ।

    • @RumaAkhter-ob6pg
      @RumaAkhter-ob6pg 15 วันที่ผ่านมา +3

      Right kotha koisa

    • @anilgoswami2238
      @anilgoswami2238 14 วันที่ผ่านมา +1

      👌👌👌👌👌👌👌👌👌👌👌👌👌

    • @naturalvlogs6.5
      @naturalvlogs6.5 12 วันที่ผ่านมา +3

      Goru mangso khaale problem kintu gorur samrare bonowa Dhool,peti,jota,sandel pindhibo paari

    • @anilgoswami2238
      @anilgoswami2238 12 วันที่ผ่านมา

      @naturalvlogs6.5 গৰুৰ গাখীৰ আৰু গোৱৰো নিষিদ্ধ কৰিব লাগিব। আমি যেনেকৈ মাক/আইক সন্মান কৰোঁ, একেলগে বিচনাত থাকোঁ, কাৰণ আমি মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ , ঠিক সেই দৰে গো-মাতাকো আমাৰ লগত বিচনাত শুনাব লাগিব।

  • @Arib.7863
    @Arib.7863 14 วันที่ผ่านมา +11

    এতিয়া আমি সকলো ৰাইজে একমত হৈ বিজেপি k ভোট দিব নেলাগে 👏👏

  • @ripunboruah5831
    @ripunboruah5831 14 วันที่ผ่านมา +10

    আপোনি বহুত ভাল কথা কৈছে কিন্তু কি হব অসমত অনধভকতে ভৰি আছে ৫০০ টাকা দিললই আকৌ এবাৰ বিজেপি চৰকাৰ

  • @Biplobnath-h3w
    @Biplobnath-h3w 14 วันที่ผ่านมา +6

    আপোনা ৰ কথা ত একমত.
    গতিকে অকণমান চিন্তাধাৰাৰ মাজেৰে আলোচনা আগুৱাই যোৱা টো বিচাৰো.

  • @FANCYKHADISTORE
    @FANCYKHADISTORE 14 วันที่ผ่านมา +19

    Akash Doley right
    You are right leader

  • @EdrishKhanEdrishKhan-y6n
    @EdrishKhanEdrishKhan-y6n 15 วันที่ผ่านมา +24

    Thanks for Akash Dale,

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x 14 วันที่ผ่านมา +9

    জি সকলে গৰুৰ লগত কোনো সম্পৰ্ক নাই সেই সকলে গৰুক গুঁ মাতা বুলি কোৱা যেন লাগে আমি হিন্দু আমাৰ গৰু বোৰ বিক্ৰী কৰিব লাগিব কোনে খায় খাক

    • @naturalvlogs6.5
      @naturalvlogs6.5 12 วันที่ผ่านมา

      Goru khaale problem hoi kintu gorur samrare bonowa Dhool peti jota sandel pindhibo paari 😂😂😂 tetiya dhormor kotha monot nopore

  • @zalamhusain47
    @zalamhusain47 วันที่ผ่านมา +1

    অ দাদা নালাগে দে তোমালোকৰ ভগৱান হয় আস্থা বছাই ৰাখা 🙏🙏 গৰু গৰু ৰাজনৈতি বন্ধ হ'ব লাগে।

  • @shernagar6666
    @shernagar6666 15 วันที่ผ่านมา +22

    Brother i am very very thank you 100%

  • @motiurrahmankabir2518
    @motiurrahmankabir2518 14 วันที่ผ่านมา +4

    গৰু এবিধ চাৰি ঠেঙীয়া পোহনীয়া জন্তু। এতিয়া,গৰু এবিধ অসম তথা ভাৰতৰ ৰাজনৈতিক প্ৰাণী। গৰুৱে এতিয়া মানুহৰ ভোট পৰা লোৱাৰ ক্ষমতা লাভ কৰিছে। নিজৰ বৃদ্ধ মা দেউতাক বৃদ্ধ আশ্ৰমত ৰাখক আৰু গো মাতাৰ যত্ন ল‌ওক । নহ'লে নৰকত যোৱাৰ সম্ভাৱনা আছে।

  • @hifjurmazumder9156
    @hifjurmazumder9156 14 วันที่ผ่านมา +4

    Very good spich বাৰু আপোনাক আন্তৰিক দন্যবাদ

  • @alirajib3017
    @alirajib3017 14 วันที่ผ่านมา +10

    বিজেপিয়ে ভাবিছে অকল মুছলমানৰ অসুবিধা হয় কিন্তু হিন্দুৰো বেছি হয়।

  • @mostafizurrahman4536
    @mostafizurrahman4536 13 วันที่ผ่านมา +4

    ভাল আলোচনা হৈছে।

  • @gobinsharma7346
    @gobinsharma7346 8 วันที่ผ่านมา +1

    গো.ধন.মহা ধন খাই বন হাগে.ধন কথাষাৰ. উপলব্ধিৰ. সকলোৱেই কৰিবলৈ অনুৰোধ জনালো।

  • @sahabahmed9669
    @sahabahmed9669 11 วันที่ผ่านมา +1

    সহমত পোষন কৰিছো। সুন্দৰ ব্যাখ্যাৰে বুজাই দিয়াৰ ধন্যবাদ থাকিল।

  • @prodeepekka
    @prodeepekka 14 วันที่ผ่านมา +8

    Very proud of you bro.... Very rightly said.. so warning to all the political leaders please stop relegion & castism dirty politics to save your seats... Appeal to all the people please cast your valuable vote wisely and make Assam free from dirty political leaders.... Jai Hind.

  • @rejaulahmed6500
    @rejaulahmed6500 11 วันที่ผ่านมา +3

    আপোনালৈ ধন্যবাদ দাদা

  • @arpitadutta9888
    @arpitadutta9888 15 วันที่ผ่านมา +22

    Right

  • @itzMeAssamBoy305
    @itzMeAssamBoy305 12 วันที่ผ่านมา +3

    আপোনার কথা হোনি বহুৎ ভাল লাগিল দাদা

  • @SimonKandulana-z2q
    @SimonKandulana-z2q 14 วันที่ผ่านมา +10

    Good dada apunar Kota bilak huni vl lagil

  • @xavier6231
    @xavier6231 13 วันที่ผ่านมา +3

    Thank you Dada. Aponar kotha bor bohut mulyaban . pise Murkho kisumane Dukhiar Dukh kot bujibo. Kebol Hindu Musalman kori Nijor Poket bhorai Aase . 😢😢

  • @anuwarhussain6920
    @anuwarhussain6920 13 วันที่ผ่านมา +3

    Ati hundor kotha koise dada ❤

  • @thirthapatir
    @thirthapatir 15 วันที่ผ่านมา +9

    Good bro

  • @KushalRabha-zs6cd
    @KushalRabha-zs6cd 10 วันที่ผ่านมา +1

    Goru nakhale beparo nai karon atiya Traktorere halbay, Gahuri nakhale beparo nai Gahurire nahalbay. 😅😅😅😅

  • @nischintipurilala2896
    @nischintipurilala2896 14 วันที่ผ่านมา +3

    Ur discussion is right

  • @KM-tc3oe
    @KM-tc3oe 2 วันที่ผ่านมา +1

    Rught. But BJP PARTY KARO KOTHA NUHUNIBO

  • @RAHULRaj-cz7ob
    @RAHULRaj-cz7ob 14 วันที่ผ่านมา +5

    PIG =GOD
    COW=GOD
    SNAKE=GOD
    😂😂😂😂😂

  • @ilasaikia7305
    @ilasaikia7305 9 วันที่ผ่านมา

    গৰু চোৰ উৎখাত কৰিবলৈ চেষ্টা কৰা উচিত। গৰু ছাগলী পালন নকৰে যদি কি কৰ্ম কৰিলে তেখেতে ভাল পাব। চৰকাৰে কৈ দিয়ক।

  • @shamsulchoudhury5131
    @shamsulchoudhury5131 14 วันที่ผ่านมา +3

    Thanks Dada
    I am from Karimganj (Sribhumi) .

  • @deenkofelao
    @deenkofelao 11 วันที่ผ่านมา

    সঁচা কথা কৈছে লৰা টোৱে । গৰু বিক্ৰী কৰি মানুহে কিবা কিবি কিনে তাৰ পৰা tex পাই অসম চৰকাৰে । যেনে ধৰিলৌক এজন মানুহে 2 তা গৰু বেচিলে সেই পইছাৰ ঘৰ বনাবৰ কাৰণে road cement tar tin গজাল সকলোবোৰত tex pai

  • @sayakborbora9332
    @sayakborbora9332 12 วันที่ผ่านมา

    উজনি অসমত কোনো বন্ধ হোৱা নাই,আগৰ দৰেই বেছা-কিনা আৰু খোৱা চলি আছে।

  • @AsirUddinAhmed-qs2mt
    @AsirUddinAhmed-qs2mt 5 วันที่ผ่านมา

    আপুনি একেবাৰেই সঁচা কথা কৈছে ।গৰু পোহপাল কৰি বহুতে জিৱীকা নিৰবাহ কৰি আছে । সিহঁতৰ অবস্থা এতিয়া পানীত হাঁহ নচৰা হৈ পৰিছে । কাৰণ এতিয়া বজাৰত গৰু কিনোতা নাই ।

  • @anowarhussainkhan5731
    @anowarhussainkhan5731 14 วันที่ผ่านมา +1

    সচা কথা কবলৈ সাহস লাগে যিটো সকলোৰে নাথাকে কিন্তু আপোনাৰ আছে।

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 13 วันที่ผ่านมา +1

    থিক কৈছে গৰু গৰু কিহৰ গো মাটা মটা গৰু কি মাটা ছাগলী গৰু একে মা দেউটাই নপহিলে কয গৰু হবি গৰু

  • @RohimAhmed-vm5fh
    @RohimAhmed-vm5fh 11 วันที่ผ่านมา

    মামায়ে 900 বিঘা মাটি চিমেন্ট ফেক্টৰি কাৰণে যেনেকৈ আডানিক দিছে গৰুবোৰ আডানি দি দিয়ক

  • @SailendraPegu-f1g
    @SailendraPegu-f1g 15 วันที่ผ่านมา +8

    Correct

  • @rp.traders61
    @rp.traders61 11 วันที่ผ่านมา +1

    Educated 🧠 Assamese ❤❤❤❤

  • @BabyBegum-m1g
    @BabyBegum-m1g 14 วันที่ผ่านมา +2

    ভাল, কথা, কৈছে, দাদা

  • @SaifUddin-k3p
    @SaifUddin-k3p 2 วันที่ผ่านมา

    Right brother ❤❤❤ karimganj

  • @SalimatDdinDdin
    @SalimatDdinDdin 12 วันที่ผ่านมา

    দাদা আপোনাৰ কথা সুব গুৰুত্বপূৰ্ণ কিন্তূ কি কৰিব উপায় নাই দাদা ইয়াৰ উওৰ ৰাইজে দিব বুলি ভাবিছোঁ 2026 চনত সকলো অনুৰোধ জনালোঁ

  • @SmartSDM
    @SmartSDM 11 วันที่ผ่านมา

    26 ৰ কথা কব নালাগে । Election ৰ সময়ত ছব পাহৰি যায় আপোনাকে

  • @chandana560
    @chandana560 วันที่ผ่านมา

    Akaash Dole tomar kothabor suni asha jaage je ami ei khon subidha baadi sarkar khonor pora oti sunkalei mukti paam. Jeeyai thoka to etiya eta samashya ho goichhe.

  • @Js.world.2024
    @Js.world.2024 14 วันที่ผ่านมา +3

    Very Very Right Speech

  • @mahabulkhanofficial8638
    @mahabulkhanofficial8638 9 วันที่ผ่านมา

    এতিয়া লাহে কৈ কথা টো বুজি পালে, লাহে লাহে সকলোৱে বুজি পাব ভাই ।

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 11 วันที่ผ่านมา

    গৰুৰ দাম কমিলে বেলেগ লাভ

  • @JoynulHoque-i7i
    @JoynulHoque-i7i 13 วันที่ผ่านมา +1

    দাদা আপনাকে ধন্যবাদ জানাই

  • @saifuddinahmed4649
    @saifuddinahmed4649 วันที่ผ่านมา

    সকলোৱে গৰু পালন কৰিবই লাগিব এখন আইন কৰিব লাগিব লাগে...কুকৰ পালান কৰা নিসিদ্ধ কৰিব লাগে

  • @Gardeningdream
    @Gardeningdream 11 วันที่ผ่านมา +2

    Right 👍

  • @SomserAli-e8v
    @SomserAli-e8v 14 วันที่ผ่านมา +1

    Good advice bro.Thankyou bro. I seliut u bro

  • @Akbarali-rj1je
    @Akbarali-rj1je 14 วันที่ผ่านมา

    আমাৰ অসমৰ মানুহে যদি গৰু পালন কৰি এজন দুখীয়া নিচলা মানুহৰ পৰিয়াল যদি পোহপাল দিব পাৰে লৰা ছোৱালী লিখা পৰা কৰাৰ পাৰে তাতে আমাৰ হে সেই পৰিয়ালক ধন্যবাদ দিয়া উচিত

  • @anischoudhury9270
    @anischoudhury9270 13 วันที่ผ่านมา +2

    Many Many Thanks you for this discuseion

  • @issaqueali3727
    @issaqueali3727 13 วันที่ผ่านมา +1

    Ujjal bhobiswat kamona korilu.enekoi hosa kotha koi jaaba . akash .

  • @riflegamingsantush1662
    @riflegamingsantush1662 9 วันที่ผ่านมา

    ৰাইট ,দাদা

  • @romeoblp8558
    @romeoblp8558 วันที่ผ่านมา

    Very good speeches and most appropriate arguments.

  • @RaheRastBengali
    @RaheRastBengali 10 วันที่ผ่านมา +1

    Great speech

  • @PhukanAli-e6o
    @PhukanAli-e6o 12 วันที่ผ่านมา +1

    Dhuniya kotha koise ....,

  • @Rakivai9127
    @Rakivai9127 11 วันที่ผ่านมา +1

    Good news

  • @Tkindiavlogs
    @Tkindiavlogs 14 วันที่ผ่านมา +2

    💯 % Right ✅️

  • @nipuali3850
    @nipuali3850 5 วันที่ผ่านมา

    Right kotha❤

  • @MehbaburRahman
    @MehbaburRahman 13 วันที่ผ่านมา +1

    Moi muslim homprodoy or manuhok 5 bosor man goru kina aru bikri sthogit rakhibole binomro anurod jonalu

  • @Jonekarengko123
    @Jonekarengko123 11 วันที่ผ่านมา

    very fearlessly spoken ❤❤ we proud of you brother ❤❤

  • @zerin-w6d
    @zerin-w6d 14 วันที่ผ่านมา +3

    গৰু আচলতে অৰ্থনৈতিক উৎস। গৰু বেছি বেছি পুহিব লাগে আৰু বিক্ৰী অৰ্থ উপাৰ্জনেৰে জীৱিকা উলাব লাগে।

  • @naturalvlogs6.5
    @naturalvlogs6.5 12 วันที่ผ่านมา +2

    Gorur samrare bonowa dhool,jota,peti usee koribo paare kintu mangso khabo nowari 😂😂😂😂 samrate bonowa bostu use korile dhormot provab nopore neki maar salere Dhool use koribo paari neki

  • @abdulkorimsheikh5850
    @abdulkorimsheikh5850 14 วันที่ผ่านมา

    সকলো মানুহে গৰু খোৱা আন্দোলনৰ কৰক

  • @samsarkhan4574
    @samsarkhan4574 8 วันที่ผ่านมา

    Apunar kotha bhal lagil khuni

  • @Sulaiman-i8x
    @Sulaiman-i8x 13 วันที่ผ่านมา +1

    Very Good Speak Brother

  • @MajniBegum-r1d
    @MajniBegum-r1d 12 วันที่ผ่านมา +1

    Very good bhai ❤❤❤

  • @MahendraBasumatary-n8x
    @MahendraBasumatary-n8x 7 วันที่ผ่านมา

    Very good space. Thank you

  • @aktaralialiaktar8506
    @aktaralialiaktar8506 14 วันที่ผ่านมา +1

    100 paresan right 👍👍👍

  • @nuruddinahmed5315
    @nuruddinahmed5315 13 วันที่ผ่านมา

    গাহৰি বিষ্ণুৰ অৱতাৰ,গা - হৰি ।

  • @saidulhaq9638
    @saidulhaq9638 12 วันที่ผ่านมา

    Bohut bhal lagil😊😊😊😊

  • @meserali546
    @meserali546 6 วันที่ผ่านมา

    গৰু কটা কোম্পানীৰ পৰা যি বিজেপিয়ে টকা লৈ চৰকাৰ চলাৱ লাগে,তাতে গৰুক ভগৱান সজাই কেৱল দুখীয়া মানুহক শাস্তি বিহি আছে।।
    ইয়াক লৈ কোনো এক সংবাদ মাধ্যম আৰু ৰাজনৈতিক নেতাৰ কানসাৰ নাই আনকি গেৰুৱা সাজ পিন্ধা সাধু সন্তোষ সকলকো ৰাজপথতত দেখা নাই।।
    মানে সকলো ভেকু ভাওনা।।

  • @dinen-016
    @dinen-016 10 วันที่ผ่านมา

    Good message dise tq❤❤❤

  • @nurrahmanbhuyan5044
    @nurrahmanbhuyan5044 10 วันที่ผ่านมา

    Thanks for your impartial statement

  • @atifaansari34
    @atifaansari34 8 วันที่ผ่านมา

    ❤ welcome ❤ right 👍

  • @ahijqa9917
    @ahijqa9917 13 วันที่ผ่านมา

    ভাল কথা কৈছে

  • @Twostars-0
    @Twostars-0 12 วันที่ผ่านมา

    দলে ডাঙৰীয়া, ইমান ধুনীয়া কথা কোৱা, এখেতৰ পজেটিভ কথা বোৰ চৰকাৰেও ভাৱি চালে বেয়া নহয়। কে ৱল মানুহৰ বাবে হে।

  • @BhalenSaikia
    @BhalenSaikia ชั่วโมงที่ผ่านมา

    Yes doley vai

  • @abubakkarsiddique703
    @abubakkarsiddique703 15 วันที่ผ่านมา +3

    V nc spc TQ dada.

    • @BaneswarHaloi
      @BaneswarHaloi 14 วันที่ผ่านมา

      Mamami ako murtu najane teo raijyo Chola najane gotike teok raja pati labh nai next

  • @NababAli-q5g
    @NababAli-q5g 14 วันที่ผ่านมา +2

    Thanks

  • @classroom-oj1kb
    @classroom-oj1kb 10 วันที่ผ่านมา

    I love গহরি মাংস ❤

  • @jamallifechannel4576
    @jamallifechannel4576 13 วันที่ผ่านมา +1

    Very good bhaiya apko dilse salute

  • @haroonshah1946
    @haroonshah1946 3 วันที่ผ่านมา

    you are right vhaity

  • @UmakantaThengal
    @UmakantaThengal วันที่ผ่านมา

    Right bro I m tribal also

  • @islarychannel
    @islarychannel 7 วันที่ผ่านมา

    Ekdom hosa kotha,amr tribal koa bostu to kintu ketiao bondo koribo sesta nokorai to bhal.ami tribal amak gahori amr dehate ase.

  • @KhalilurRahman-o8h
    @KhalilurRahman-o8h 7 วันที่ผ่านมา

    Talk is true.thanks.

  • @nazarulislam5922
    @nazarulislam5922 5 วันที่ผ่านมา

    Right brother

  • @ASMRfoodhungry2263
    @ASMRfoodhungry2263 14 วันที่ผ่านมา

    গুৱাহাটি ত ২০১৬ আগত read light নাছিল এই চৰকাৰ অহাৰ পিছতে read light বা নাৰী দেহব্যবসা দিনক বাৰিহে আহিছে কিয় তেনেকুৱা হয়ছে জানেনে নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, শিক্ষা ব্যবস্তা নাই

  • @IrfanAli-rz7dl
    @IrfanAli-rz7dl 14 วันที่ผ่านมา +1

    👍👍👍👍