Akash Doley
Akash Doley
  • 191
  • 793 492

วีดีโอ

আমি পাহৰি যোৱা নাই। প্ৰয়োজনত আকৌ যুঁজিম।
มุมมอง 10K9 ชั่วโมงที่ผ่านมา
আমি পাহৰি যোৱা নাই। প্ৰয়োজনত আকৌ যুঁজিম।
এই গৰু বিলাক এতিয়া হিমন্ত বিশ্ব শৰ্মাই চমজি ল'ব নে নাই।
มุมมอง 17K14 ชั่วโมงที่ผ่านมา
এই গৰু বিলাক এতিয়া হিমন্ত বিশ্ব শৰ্মাই চমজি ল'ব নে নাই।
মই কি মাংস খাম সেইটো ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয়!
มุมมอง 52K21 ชั่วโมงที่ผ่านมา
মই কি মাংস খাম সেইটো ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয়!
কৃষকৰ হাতত কেনেকৈ আহে নামী দামী গাড়ী!
มุมมอง 609วันที่ผ่านมา
কৃষকৰ হাতত কেনেকৈ আহে নামী দামী গাড়ী!
হয় নে নহয় কওক।
มุมมอง 98614 วันที่ผ่านมา
হয় নে নহয় কওক।
BJP চৰকাৰে দিয়া ললিপপ আমি নাখাওঁ।
มุมมอง 44814 วันที่ผ่านมา
BJP চৰকাৰে দিয়া ললিপপ আমি নাখাওঁ।
আপোনালোকেও এই কথাটো ভাবি চাওক।
มุมมอง 1.9K21 วันที่ผ่านมา
আপোনালোকেও এই কথাটো ভাবি চাওক।
হিমন্ত বিশ্বৰ বাবেই বাঢ়িছে নেকি পুলিচৰ দাদাগিৰী?
มุมมอง 99221 วันที่ผ่านมา
হিমন্ত বিশ্বৰ বাবেই বাঢ়িছে নেকি পুলিচৰ দাদাগিৰী?
পানবজাৰ থানাৰ OC ৰ দাদাগিৰী কিয়?
มุมมอง 3.7K28 วันที่ผ่านมา
পানবজাৰ থানাৰ OC ৰ দাদাগিৰী কিয়?
হিমন্ত বিশ্ব শৰ্মাই কাৰ স্বাৰ্থত কাম কৰে?
มุมมอง 2.9Kหลายเดือนก่อน
হিমন্ত বিশ্ব শৰ্মাই কাৰ স্বাৰ্থত কাম কৰে?
আপুনি গছ কটাৰ বিৰুদ্ধে ছবি আঁকিলেও জেলত দিব নেকি?
มุมมอง 1.4Kหลายเดือนก่อน
আপুনি গছ কটাৰ বিৰুদ্ধে ছবি আঁকিলেও জেলত দিব নেকি?
গুৱাহাটীত আৰু ক'ত চলিছে গছ কটা অভিযান !
มุมมอง 924หลายเดือนก่อน
গুৱাহাটীত আৰু ক'ত চলিছে গছ কটা অভিযান !
গুৱাহাটীখন আপোনাৰ পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মা?
มุมมอง 15Kหลายเดือนก่อน
গুৱাহাটীখন আপোনাৰ পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মা?
1 November 2024
มุมมอง 8Kหลายเดือนก่อน
1 November 2024
আপুনি গছ বিলাক কাটি নিজৰ পত্নী-পৰিয়ালৰ বাবে Furniture বনাব নে কি?
มุมมอง 2.3Kหลายเดือนก่อน
আপুনি গছ বিলাক কাটি নিজৰ পত্নী-পৰিয়ালৰ বাবে Furniture বনাব নে কি?
মানে আপোনাৰ কাৰণে কমিচন প্ৰথম, সদায় আৰু চিৰদিন নেকি?
มุมมอง 11Kหลายเดือนก่อน
মানে আপোনাৰ কাৰণে কমিচন প্ৰথম, সদায় আৰু চিৰদিন নেকি?
বিজেপিৰ জাতি মাটি ভেটি মানে হিন্দু শৰনার্থী নেকি?
มุมมอง 2.2Kหลายเดือนก่อน
বিজেপিৰ জাতি মাটি ভেটি মানে হিন্দু শৰনার্থী নেকি?
দাম কমাই দিম বুলি কোৱা বিজেপি চৰকাৰ এতিয়া কিয় শুই আছে ?
มุมมอง 6Kหลายเดือนก่อน
দাম কমাই দিম বুলি কোৱা বিজেপি চৰকাৰ এতিয়া কিয় শুই আছে ?
বিজেপিৰ জাতি মাটি ভেটি মানে হিন্দু বাংলাদেশী নেকি?
มุมมอง 2.5Kหลายเดือนก่อน
বিজেপিৰ জাতি মাটি ভেটি মানে হিন্দু বাংলাদেশী নেকি?
অসমৰ ৰাইজক পুনৰ টুপী পিন্ধাবলৈ কিয় যত্ন কৰিছে বিজেপি চৰকাৰে।
มุมมอง 10Kหลายเดือนก่อน
অসমৰ ৰাইজক পুনৰ টুপী পিন্ধাবলৈ কিয় যত্ন কৰিছে বিজেপি চৰকাৰে।
বিজেপিৰ কি চয়তানি পোহৰলৈ আহিছে!!
มุมมอง 11Kหลายเดือนก่อน
বিজেপিৰ কি চয়তানি পোহৰলৈ আহিছে!!
হিমন্ত বিশ্ব শৰ্মাক কিয় প্ৰত্যাহ্বান জনালো।
มุมมอง 7Kหลายเดือนก่อน
হিমন্ত বিশ্ব শৰ্মাক কিয় প্ৰত্যাহ্বান জনালো।
এই প্ৰজাতিৰ মানুহৰ লাজ কিয় নাথাকে?
มุมมอง 6Kหลายเดือนก่อน
এই প্ৰজাতিৰ মানুহৰ লাজ কিয় নাথাকে?
হয় নে নহয় কওক।
มุมมอง 3.9K2 หลายเดือนก่อน
হয় নে নহয় কওক।
সোণাপুৰ কঁচুতলীৰ মাটি কাক দিব চৰকাৰে?
มุมมอง 10K2 หลายเดือนก่อน
সোণাপুৰ কঁচুতলীৰ মাটি কাক দিব চৰকাৰে?
বহিঃৰাষ্ট্ৰত অসমীয়া বিহু নৃত্যৰ অদ্ভূত ভঙ্গীমা।
มุมมอง 1.6K2 หลายเดือนก่อน
বহিঃৰাষ্ট্ৰত অসমীয়া বিহু নৃত্যৰ অদ্ভূত ভঙ্গীমা।
নৰেন্দ্ৰ মোদীৰ দিনত হ'ব লাগিছিল কি হৈছে কি??
มุมมอง 2.3K2 หลายเดือนก่อน
নৰেন্দ্ৰ মোদীৰ দিনত হ'ব লাগিছিল কি হৈছে কি??
আপোনাৰ কামেই নাই এনেই ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে।
มุมมอง 9K2 หลายเดือนก่อน
আপোনাৰ কামেই নাই এনেই ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে।
হিমন্ত বিশ্ব শৰ্মাই নিজকে কিয় ৰজা বুলি ভাবে!
มุมมอง 4K2 หลายเดือนก่อน
হিমন্ত বিশ্ব শৰ্মাই নিজকে কিয় ৰজা বুলি ভাবে!

ความคิดเห็น

  • @joykantadoley9327
    @joykantadoley9327 5 นาทีที่ผ่านมา

    হয়

  • @attonghoro7914
    @attonghoro7914 29 นาทีที่ผ่านมา

    মামাৰ বুদ্ধি শেষ হৈ গল মমাক আন্ধভক্ত বুলিলে একো ভুল নহয় গৰুক ভগৱান মানে মমা চৰকাৰে

  • @babu-kd2wz
    @babu-kd2wz ชั่วโมงที่ผ่านมา

    Ushit kotha ari nidibo

  • @abubakkarsiddique703
    @abubakkarsiddique703 ชั่วโมงที่ผ่านมา

    V Nc Spc, TQ Dada

  • @RafiqulIslam-wh4ku
    @RafiqulIslam-wh4ku 2 ชั่วโมงที่ผ่านมา

    Apuni talk show koribo lage

  • @SohidulIslam-oi6nj
    @SohidulIslam-oi6nj 2 ชั่วโมงที่ผ่านมา

    Good

  • @hmsolaimanali3706
    @hmsolaimanali3706 2 ชั่วโมงที่ผ่านมา

    গাখীৰ নিদিয়া গৰু চৰকাৰে ৫০০০০ টাকাৰে কিনিব লাগে।

  • @BarekAli-kn6ev
    @BarekAli-kn6ev 3 ชั่วโมงที่ผ่านมา

    Bhal koisa de right bro 👍

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw 4 ชั่วโมงที่ผ่านมา

    গাহৰি দেখোন ভগৱান।

  • @mostafask6440
    @mostafask6440 4 ชั่วโมงที่ผ่านมา

    Lahe lahe sobe gom Paisa

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 5 ชั่วโมงที่ผ่านมา

    এতিয়া গো মাংস কম দামত উপলব্ধ । ভক্ষনকাৰীৰ বাবে সুবিধা বেচিহে হ'ল ।আগতে বছৰেকত ১২ দিন খোৱাজনে এতিয়া মাহেকত ১২ দিন খাব পাৰিব । এইকণ সুবিধা আগবঢ়োৱাৰ বাবে মামাক ধন্যবাদ দিবই লাগিব ।

  • @momtajkhatun4688
    @momtajkhatun4688 7 ชั่วโมงที่ผ่านมา

    Vaity ehotor laj nai bad dia

  • @AppazPayeng
    @AppazPayeng 9 ชั่วโมงที่ผ่านมา

    গৰু যিসকলে হত্যা নকৰে তাকে বেচি বি বুজিলি কম দামত হলেও বিক্ৰী কৰিবি l যদি নিজৰ ধৰ্মক সন্মান কৰ বুজিলি l গৰু পুঁহি আৰ্থিক ভাৱে স্বাবলম্বী হব যদি মন আছে গাখীৰ বেচিব পাৰ l যদি কৰিব নোৱাৰ মৰি যা l

  • @rajuahmed8901
    @rajuahmed8901 10 ชั่วโมงที่ผ่านมา

    CM family thik takok baki sab mori jawok

  • @faridabegum4564
    @faridabegum4564 10 ชั่วโมงที่ผ่านมา

    মাতা যদি হয়ে নিজে শুনানি ঘৰতে কিয় না ৰাখে? ধেত

  • @shohidulislam-uf3eq
    @shohidulislam-uf3eq 11 ชั่วโมงที่ผ่านมา

    Goru abid RAJNOITIK jontu...

  • @inamulali6637
    @inamulali6637 11 ชั่วโมงที่ผ่านมา

    Raiz nimat kiya

  • @RajuAhmed-ud5xe
    @RajuAhmed-ud5xe 11 ชั่วโมงที่ผ่านมา

    Agote 400 asil per kilo Etiya 150 hoise per kilo. Mojja mama ami bohut vl pysu

  • @BarfooNarzary
    @BarfooNarzary 12 ชั่วโมงที่ผ่านมา

    Gho,judi matha tenehole kiyo hal mare Hindu hokole? Nijor mak honman koribolwi faranai ,gho matak honman koribho.goruye judi bhogoban tenehole Ram,Krisno, mohadeve,eibor ki? Jontu husi, nohole osut hobolwi fare kintu............nohoi.

    • @IslamAli-bi8ee
      @IslamAli-bi8ee 29 นาทีที่ผ่านมา

      Tumar comment too vaal lagil

  • @Choudhury1474
    @Choudhury1474 12 ชั่วโมงที่ผ่านมา

    বিজেপিৰ ৰাজনীতি হ'ল মুছলমান আৰু গৰু

  • @bimaldas1622
    @bimaldas1622 12 ชั่วโมงที่ผ่านมา

    Duxuya xeni aene marise saro fale bas2 dam.. Sakari kora keta bebaxai kora keta kotha bad dilu baki bure bas2 kini xab krne vai loga hoyse.. Duxiya xetiyak keta duxiya manuhu ketai basart 1ta 2ta garo biki ghr2 kam kore nhle lora suwali biya ba phora xunar kiba olp jugar kore ghr xan solai. Aetiya xe garu biki xuwa keta garo puhi o kam nuhuwa hol...

  • @BegumSahena-m4w
    @BegumSahena-m4w 12 ชั่วโมงที่ผ่านมา

    Asolote musolmanok agot rakhee hindu hokolor aarthik dihot cm sir a madhomer hudaise kothaher bujiboloy sage karu bakinai !

  • @SAIFULISLAM-ts8bq
    @SAIFULISLAM-ts8bq 13 ชั่วโมงที่ผ่านมา

    You are right

  • @HabibarRahman-n9c
    @HabibarRahman-n9c 13 ชั่วโมงที่ผ่านมา

    Ulur logot Bagori pora. Himantai Muslim k asubidha koribo goi teor nijor manuh re asubidha hoise.

  • @najirakhatun7359
    @najirakhatun7359 14 ชั่วโมงที่ผ่านมา

    ভাল দিচা

  • @BhodreswarKeleng-it5sz
    @BhodreswarKeleng-it5sz 14 ชั่วโมงที่ผ่านมา

    ❤❤❤

  • @किरण2021
    @किरण2021 14 ชั่วโมงที่ผ่านมา

    দুদিন পিছত এনেকুৱা সময় আহিব... সাধাৰণ জনতাৰ বুঢ়া গৰু বোৰ ৰাস্তাত এৰি থৈ আহিব... বা BJP RSS VHP ৰ নেতা দালাল বোৰৰ ঘৰত নতুবা পদূলি মুখত থৈ আহিব.. যি বোৰ নেতাই জীৱনত কোনো দিন ঘৰত গৰু পালন কৰা নাই সিহঁতে গো মাতা গো মাতা বুলি চিঞঁৰি ফূৰে... মাতা বোৰ বাৰু থাকিল... পিতা বোৰৰ কি গতি হব... 😂😂😂

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 14 ชั่วโมงที่ผ่านมา

    আমাক সৰুতে মা দেউটাই নপহিলে কয গৰু হবি তাকে গৰু কয মোৰ বযস ৬৩ বছৰ আজিলৈকে এইবোৰ সুনা নাছিলো বি জে পি দিনতহে এইযাই পৰিবৰ্তন

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 14 ชั่วโมงที่ผ่านมา

    আচল কথাত কবলৈ হলে নিজ মাতৃক অৰ্থাৎ মাতাক মূল্য নিৰ্ধাৰণ কৰি বিক্ৰী কৰা হয় জানো,নিশ্চয় মানৱ সমাজৰ বাবে ই সম্ভব নহয়। HBS এ মাকৰ মূল্য কিমান বুলি গণনা কৰিব, লাজ লগা বিষয়।

  • @user-xm9np5iop34
    @user-xm9np5iop34 15 ชั่วโมงที่ผ่านมา

    এখেতে আছলতে নাজানে মুচলমানে hindu মাইকী লোভত কিমান মানুহ মাৰে

  • @FANCYKHADISTORE
    @FANCYKHADISTORE 15 ชั่วโมงที่ผ่านมา

    Akash Doley right Thank you

  • @Gamingsadid-y2q
    @Gamingsadid-y2q 15 ชั่วโมงที่ผ่านมา

    U r right

  • @rblhussain4916
    @rblhussain4916 15 ชั่วโมงที่ผ่านมา

    Right

  • @saifulali6038
    @saifulali6038 15 ชั่วโมงที่ผ่านมา

    ❤ you bro

  • @JunBuragohain-g3v
    @JunBuragohain-g3v 15 ชั่วโมงที่ผ่านมา

    Hosa khatha koisayAkash Doley re.ahal garu dam 90000 hajar kintu aji 15000 hajart dibor laga hoisay.hihotok pape subor.aji Tamul dam nai.sob bjp business sal

  • @SailendraPegu-f1g
    @SailendraPegu-f1g 15 ชั่วโมงที่ผ่านมา

    Correct

  • @Jetrobasumatary-in9wt
    @Jetrobasumatary-in9wt 15 ชั่วโมงที่ผ่านมา

    👍👍👍👌👌🙏🙏

  • @NorenKardong
    @NorenKardong 16 ชั่วโมงที่ผ่านมา

    গৰু এবিধ চাৰিঠেঙীয়া জন্তু এতিয়াৰ পৰা নহয়!এতিয়াৰ পৰা গৰু এবিধ চাৰিঠেঙীয়া মাতা হল। 😅😅😅 মামাৰ এয়া ৰাজনীতিৰ পৰিপক্ষৰ পৰিচয় নহয় নে? অসমৰ ভূমিপুত্ৰ সকল দৰিদ্ৰ কৰাৰ বাহিৰে আন একো নহয়!😅😅😅

  • @Jetrobasumatary-in9wt
    @Jetrobasumatary-in9wt 16 ชั่วโมงที่ผ่านมา

    🙏🙏🙏👍👍👍👌👌

  • @CRAZYNOOByt-oi3or
    @CRAZYNOOByt-oi3or 16 ชั่วโมงที่ผ่านมา

    ভাল কৈ লাজ দিয়া মুৰত মাল নোহোবা বিলাকক।

  • @Jetrobasumatary-in9wt
    @Jetrobasumatary-in9wt 16 ชั่วโมงที่ผ่านมา

    👍👍👌👌👌🙏🙏

  • @louishahmedlouishahmed7076
    @louishahmedlouishahmed7076 16 ชั่วโมงที่ผ่านมา

    Moi ata kotha ha buji napalu.goru atya ha matree hoise.kintu azi oto din a matree naxil naki.gotik a manuhe rajnitibuli koboi.

  • @MrinalSarmah-s7s
    @MrinalSarmah-s7s 16 ชั่วโมงที่ผ่านมา

    Boilar puhok

  • @jadav5123
    @jadav5123 16 ชั่วโมงที่ผ่านมา

    Goru hwise Hemonto biswas Sormah rajniti . Manuhok bhal puabor babe ei bur korise .

    • @renubegum3639
      @renubegum3639 15 ชั่วโมงที่ผ่านมา

      Murkho bore buji napai babe nasi thake o

  • @lnl6069
    @lnl6069 16 ชั่วโมงที่ผ่านมา

    Rajniti kora manuh bure Sob kotha buji pua hob lage.. janib lage, kebol khomotar karane ji ti kormo kotha koi Rajniti kori thakile Okhom khon ses hoi jab..? Manuhr kot lav hoi, kot luksan hoi, Himanta Doksho Nohoi...? Sarkari school bur ses korile, Sarkari School burto Dhormo nasile...val khiksha, val bidda asile, khei bur kio naikiya kori Okhomiyak dukhiya korile...? Raij bujok ki buje.

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x 16 ชั่วโมงที่ผ่านมา

    গৰু মাতাউ নহয় পিতাও নহয় b j pr ৰাজ নীতি কৰা হাথি আৰ জেন লাগিছে

    • @renubegum3639
      @renubegum3639 15 ชั่วโมงที่ผ่านมา

      Right

    • @Xxx-h4k2j
      @Xxx-h4k2j 11 ชั่วโมงที่ผ่านมา

      Lagise jen nhoi. e2 himantr rajniti

  • @EffiNawab
    @EffiNawab 16 ชั่วโมงที่ผ่านมา

    right

  • @YashminSultana-oc6xj
    @YashminSultana-oc6xj 18 ชั่วโมงที่ผ่านมา

    Nice 🎉🎉🎉

  • @Twostars-0
    @Twostars-0 23 ชั่วโมงที่ผ่านมา

    দলেৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। দিৰঘায়ু।

  • @cyber9345
    @cyber9345 วันที่ผ่านมา

    Kintu ata kotha hai jagat geda gediu asa dakhisu...only tholuwa khlonjia nai..