News18 Super Prime : ৮ আগষ্টৰ দিনটো এটা বিশেষ দিন হিচাপে গণ্য কৰিছে শৰ্মাই।
ฝัง
- เผยแพร่เมื่อ 9 ก.ค. 2024
- ৮ আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই।
৮ আগষ্টৰ দিনটো এটা বিশেষ দিন হিচাপে গণ্য কৰিছে শৰ্মাই।
৮ আগষ্টতে হৈছিল ভাৰত ত্যাগ আন্দোলন।
নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা।
পূৰ্বে কেইবাবাৰো দলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল শৰ্মাই।
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
ধন্যবাদ অশোক শৰ্মা ডাঙৰীয়া।
যি সকল প্রকিত বিজেপি আৰু প্ৰকৃত সমাজ সেৱক তেখেত সকলক বিজেপি ত বঞ্চিত কৰিছে তেখেত সকল কংগ্ৰেছ ত অহাটো বাৰু ভাল কথা। বাকী জাবৰ বিলাক নানিব।
Bjp hole social worker hobo pari nki😂😂😂😂
অশোক,শৰ্মা,ক,বহুত,বহুত,শুভেচ্ছা,আৰু,ধননবাদ,মোৰ,পৰা,থাকিল,ভাল,সিদ্ধান্ত,ভাল,চিন্তাই,মানুহক,জীয়াই,থকাৰ,এটা,সুস্থিৰ,মন,দিয়ে
সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ
Ashok Da , you are most welcome to Congress ❤
কংগ্রেছ হৈছে ভাৰত স্বাধীন কৰা দল কংগ্রেছেহে ভাৰতৰ উন্নয়নৰ কাম কৰিব পাৰে ও নিবনুৱাক চাকৰি দিব পাৰে বেচৰকাৰী শিক্ষানুষ্ঠানবোৰ চৰকাৰীকৰণ কৰিব পাৰে।
Wahh wahh bhoriya ktha koise...1947-2014 t ata o nibonuwa hbo nlagisil sun
শুভ উদ্বোধন কংগ্ৰেছৰ বাবে
কোনো কম নহয় সকলো ঢৰকাৰ একেই
বহুত ভাল কাম “ শুভেচ্ছা জনালোঁ “ য’ত স্বাৰ্থ সিদ্ধি হয় তালৈ যোৱাই ভাল ৷ আমিবোৰ ভোট দিয়া মানুহ ৷
Congratulations amar congress dolot ahok
কংগ্ৰেছীৰে ভৰিছে বিজেপি সেই একেদৰে বিজেপিৰে ভৰিব কংগ্ৰেছ ৷ টিট ফৰ টেট ৷
Om Shanti
নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে সকলোবোৰ দল ত্যাগী স্বাৰ্থপৰ নেতাক ধন্যবাদ।যিদলে ৰাইজৰ উন্নয়ন কৰিব সেইদলেই ক্ষমতাত থাকিব।
❤❤❤ good news
Well come congress party Sharma Sir
Asok sir welcome to congrees party.
এই আয়াৰাম - গয়াৰাম বোৰক একেবাৰেই ৰাজনৈতিক জীৱনৰ পৰা বিদায় দিয়াৰ বাবে ভাৰতৰ আইনিৰ ব্যৱস্থা কৰিব লাগে কাৰণ এওঁলোক সুবিধাবাদী দ'ল সলালেও স্বভাৱ নৱদলে।
কংগ্ৰেছ বিজেপি আৰু বিজেপি কংগ্ৰেছ এইবিলাকেই কাম
এই অপদাৰ্থ টো নিজেই আঁতৰি গলেই ভাল। কেৱলমাত্ৰ ক্ষমতা আৰু ব্যক্তিগত লাভালাভৰ বাবে পাৰ্টি কৰা দগাবাজ ঘৰ শত্ৰুবোৰ দলৰ বোজা আৰু দেশৰ বোজা।দেশ আগত দল আৰু ব্যক্তিগত স্বাৰ্থ পিছত।
Tumar mamaku koba agote
Good news
Mozaaaaaa
Ashok Sarma😌❤🙏🏻
Very shock news for BJP
Orginal manuh bur lobo lge kintu ai faltu kisumn dol bgori jua gitak ahibo dibo nlge
Congratulations
আচলতে ন বিজেপি সোপাক হে বাহিৰ কৰি দিব লাগিছিল বিজেপিৰ পৰা,,,,,,,মুঠৰ ওপৰত বিজেপিৰ দম্ভ শেষ হ'বলৈ গৈ আছে,,,, যথেষ্ট সুখী,,,
Good news 🎉🎉🎉🎉
8 আগষ্টত বৃটিছক খেদিবলৈ ভাৰত ত্যাগ আন্দোলন কৰিছিল ভাৰতীয় সকলে। নিজে খেদা খাবলৈ নহয় । এতিয়া এই অশোক শৰ্মা ডাঙৰীয়াই কাৰোবাক খেদিবলৈ হে এই 8 আগষ্ট তাৰিখটো বাচি ল'ব লাগিছিল। নিজে খেদা খাবলৈ তো হ'ব নালাগে। 8 আগষ্ট তাৰিখ টো বাচি লৈ শৰ্মা ডাঙৰীয়া নিজে এগৰাকী সেই সময়ৰ বৃটিছ
অনুগামী হৈ নপৰিল নে ।
Very good news....
Better option...both the parties may be amalgamated.While the time comes for tickets distribution during elections National Agency will conduct qualifying exam,.Govt shall ensure papers will not be leaked.
Cm sir atia ki koribo..
Anything goes for Power and Money in Politics
ভাৰতত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল 1942 চনৰ 8 আগষ্ট ত ,, ইতিহাস জড়িত দিন ,,
Cong long live
Kam naikia Manuh 😂😂😂 aibilak
Give chance to the next and get a rest , there are so many waiting for their opportunities.
Hokoluke welcome
আৰু ফালটু খবৰ নাই
ভাল মানুহৰ স্থান এতিয়া বিজেপি নহয়।
Apuni nijoke nije bhal buli kole 😅
@@bijukumarmali8786 বিজেপিৰ সেইকেইজন নেতাতকেতো মই সছাই ভাল।
Ashok Sarma nalbari r hoi bjp ye ticket nisil kintu aku nkorile opodartho so ticket nidile Atya Ticker r lobhot congress t jbo 🤣🤣🤣
Aibur kulangar congressor a ajnt bur honkal ulai diya towa val
If it's true then it's good for the BJP.
Bjp zindabad
Good news , Gela Manuh bilak bjp t jega nai, out 😂😂😂 boriya
Kun hoi Ashok sharma😂😂😂😂😂
Ulai jaaa kela.
Gutai old bjp regin diyatu uchit😢🙏
মামাৰ দপদপনিত পুৰণি বিজিপি কৰ্মীৰ অচলাবস্তা অতিকৈ দুখজনক।
বিজেপিক বহুত দিয়ো নাপালে একোকে / হৃদয় উজাৰি দিয়ো নাপালে একোকে / সেয়েহে মনে আজি বুজনি নামানে ……
😂
Ashok sarmahai bjp erar mul karon hol ei jayantamollo.
Himanta hatao democracy bachao, Himanta hatao Assam Bachao । অশোক শৰ্মা জিন্দাবাদ । হিমন্তৰ দাদা বিগ্ৰেড মুৰ্চিদাবাদ
Ki opodartho Manuh democracy ki hoi jne ne?? Anee word tu huni siyori ase Whats app university 🤣
Ashok Sharma r BJP t vabisyat nai buli gom paise aru sartho hidhee koribor babe Congress loi jabo. Enekuwa sartho por manuhe Congressok luksaan koribo.
Rupjyoti kurmi congress t ahibo neki kobo
মুখেদি ইযান বেয়া কথা ওলায়নে ?
BJP ami o tyag krim 6th Community
Aijonay Bharat teyag kore baherat jaba lagay. Rajen gohair atiya mal nai. Hawa olai.
Congress t ahile hol. Val manuh
😅😅😅 Nice..... Welcome.... BJP hatao desh bachao....
Kunu perfect nhoi na bjp na congress...congress ahele manuhe aku kobo bjp bhal...bjp thkile kobo congress bhal eaitu ye manuhor sinta 😂😂kunu perfect nhoi...congress ana raijor power ase kintu jodi ahee ki bhal hbo akha ki...aku tu nai...khata khat
Aibura bjp thaki congressor hoi kam kori asela cm a ulai de val a koresa
Ga jolise neki tumar
Ondobokt 😂😂
🤓🤪😁
Bjp k janma Diya mnuh ,, tahator dore congress r beya tej ni .....
Toi ou ulabo lagebo adin bjp r pora
কোন অশোক শৰ্মা????
Sobi congrest jugdaan kori 2026t Bidhan xobha Election Khelok
Faliba konges kiman val ami janu nigar babe kare voter lalakht bayato hitar babe val.
কংগ্রেসত আহিবলৈ নিদিয়াটো ভাল। 😡
Ashok sui thakebo
Good news