দুষ্ট চৰিত্ৰৰ মানুহজনে মানুহক কি চৰিত্ৰ পাঠ পঢ়াব: অখিল গগৈ

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • দুষ্ট চৰিত্ৰৰ মানুহজনে মানুহক কি চৰিত্ৰ পাঠ পঢ়াব! পাঠ্যক্ৰমত চৰিত্ৰ পাঠ সন্নিৱিষ্ট সন্দৰ্ভত অখিল গগৈৰ মন্তব্য।
    #PratidinTime #AkhilGogoi #assam #HimantaBiswaSarma

ความคิดเห็น • 10

  • @DIPIKARAAKHOL
    @DIPIKARAAKHOL 3 ชั่วโมงที่ผ่านมา +5

    মূখ্যমন্ত্ৰীৰ পদক্ষেপ আদৰনীয়। অখিল গগৈ বহুত negative

  • @Ramraj13333
    @Ramraj13333 3 ชั่วโมงที่ผ่านมา +4

    Akhil kam nai aji kali

  • @jatindutta2244
    @jatindutta2244 3 ชั่วโมงที่ผ่านมา +3

    সমালোচনা কৰা উচিত, কিন্তু সকলো সময়তে কিয়?
    কেৱল নেতিবাচক কথা কবলৈ কে যেন অখিল গগৈৰ জন্ম। বিৰোধি হ'লেও ভালটো ভাল বুলি কোৱাৰ নৈতিকতা থাকিব লাগে।
    অখিলে এনেকুৱা দেখুৱাই যেন তেওঁৱেই অসমৰ সকলোতকৈ ভাল চৰিত্ৰৰ আৰু নিকা ব্যক্তি জন।

  • @ridipmoran949
    @ridipmoran949 2 ชั่วโมงที่ผ่านมา +1

    অকল সমালোচনা।।আনৰ ভাল দেখিব নোৱাৰা মানুহ

  • @ankurdas9352
    @ankurdas9352 ชั่วโมงที่ผ่านมา +1

    Akhil uddin

  • @mukutnath1419
    @mukutnath1419 2 ชั่วโมงที่ผ่านมา

    How can you degrade so much? Fie on your prudential

  • @DildarHussain-m8v
    @DildarHussain-m8v 3 ชั่วโมงที่ผ่านมา

    That's rite okhilgogai dangriya

  • @equityresearch1995.
    @equityresearch1995. 3 ชั่วโมงที่ผ่านมา

    😅😅😅😅

  • @nathgallery2501
    @nathgallery2501 3 ชั่วโมงที่ผ่านมา

    💯