আকৌ "ডিগাৰ" মাৰিব ওলাইছে সীমান্ত শেখৰে।

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024

ความคิดเห็น • 700

  • @amritborgohain8054
    @amritborgohain8054 2 ปีที่แล้ว +141

    বিজেপি চৰকাৰে উপযুক্ত জনক সন্মান কৰিবলৈ শিকক ।

  • @alltopicinassamese2127
    @alltopicinassamese2127 2 ปีที่แล้ว +125

    উপযুক্তক সন্মান কৰিব নজনা মানুহে চৰকাৰখন চলাই আছে.. জুবিন দাই কিবা এটা কৰক এই বিষয়ে

  • @chandragogoi460
    @chandragogoi460 2 ปีที่แล้ว +143

    চৰকাৰক আহ্বান জনাইছো, যোগ্য কেইজনকহে পঠাব লাগে। অদৰকাৰী শেখৰক পঠায় সময় আৰু টকা খৰচ কৰি কোনো লাভ নাই, ধন্যবাদ

  • @satyendradeka6343
    @satyendradeka6343 2 ปีที่แล้ว +52

    সুবিধা এটা পাইছে শুকান বিড়ি জ্বলাই ফুৰি আহক ইউৰোপ! দিন ৰাতি একাকাৰ কৰি দল কৰা সকলক একো নিদি পাৱত গজা বোৰৰ হাতত ক্ষমতা দিলে এনেকোৱাই হব

    • @pratimasarma1737
      @pratimasarma1737 2 ปีที่แล้ว +8

      চৰকাৰে ভুল সিদ্ধান্ত লৈছে। ছবি নিৰ্মাণৰ লগত জড়িত সকলক আতৰাই ৰাখি চামচা গিৰিকহে উপহাৰ দিছে।এয়া অন্যায়।

    • @DipankaSharma
      @DipankaSharma 2 ปีที่แล้ว

      একদম সচা কথা ।

  • @parthapratim694
    @parthapratim694 2 ปีที่แล้ว +17

    এই নপতা ফুকনটোক কিয় পথাব লাগে... ই চোন অসমীয়া চিনেমাই নাছায়....।
    এতিয়াও সময় আছে সীদ্ধান্ত সলনি কৰক... জনতাৰ আপোনালোকৰ ওপৰত বহু আস্থা আছে।

  • @manjulpathak4182
    @manjulpathak4182 2 ปีที่แล้ว +17

    মুখ্যমন্ত্ৰী মহোদয়ে যেন সীমান্তৰ পৰিৱৰ্তে ছবি দুখনৰ লগত জৰিত প্ৰযোজক পৰিচালককহে পঠায় । সীমান্ত শেখৰে যাব বিচাৰিলে নিজৰ খৰচত যাওক। ইয়াত আমাৰ আপত্তি নাই

  • @mgk213
    @mgk213 2 ปีที่แล้ว +26

    সীমান্ত সঁচাকৈ নিলাজ 🙂

  • @user-oy1qz5qd8g
    @user-oy1qz5qd8g 2 ปีที่แล้ว +33

    ৰাজনৈতিক চিন্তা বাদ দি উপযুক্ত যোগ্য জনক আগুৱাই নিয়ক।

  • @pramoddas8053
    @pramoddas8053 2 ปีที่แล้ว +21

    সিদ্ধান্ত সলনি কৰক চৰকাৰে যোগ্য জনক সন্মান কৰক,, অসমীয়া চিনেমা চাই নোপোৱা মানুহ গলে কি হব এই খন অসমীয়া চিনেমা হে , তেওঁ নগলে হল

  • @abhilekhasom5488
    @abhilekhasom5488 2 ปีที่แล้ว +27

    কৈ কি লাভ।আমাৰ কথা কোনো ন
    নুশুনে । গান চুৰ যাওক ,তেওঁ যাতে গৈ বহুত লাজত পৰে তাকে কামনা কৰিলোঁ

    • @pratimasarma1737
      @pratimasarma1737 2 ปีที่แล้ว +1

      অপমান পাই আহিলে বুজিব অলগৰ্ধ গৰুক পঠালে কি হয়।

  • @pradipkalita3161
    @pradipkalita3161 2 ปีที่แล้ว +10

    😂😂😂 বোন্দাই আনিলে তিৰি , হেপাই হল ওপৰতে গিৰি । আজিৰ যুগত তেলেই তৰণি ।

  • @soubhagyarajkhowa1578
    @soubhagyarajkhowa1578 2 ปีที่แล้ว +46

    জয় জুবিন দা

  • @tirthabokalial6945
    @tirthabokalial6945 2 ปีที่แล้ว +12

    কষ্টৰ কৰিব কোনোবাই , মজাৰ লব কোনোবাই। অসম দেশৰ বিষম কথা।

  • @MrinalMedhi
    @MrinalMedhi 2 ปีที่แล้ว +33

    দুখ লগা কথা, ভুল সিদ্ধান্ত লোৱা হৈছে বুলি ভাবি চৰকাৰে।

  • @mr.patarassam.7986
    @mr.patarassam.7986 2 ปีที่แล้ว +12

    নিলৰ্জ কৰোবা, চি চি অসমীয়া চিনেমা চাই নোপোৱা নোচোৱা জনৰ আকৌ লোকৰ চিনেমা নিজৰ বুলি কব। ই আচলতে অসমৰ বহুত ডাঙৰ চুৰ, অসমীয়া ফিল্ম ইণ্ডাষ্টিৰ নিজে বনাবলৈ অঁকাত নাই।

  • @mamanideka5441
    @mamanideka5441 2 ปีที่แล้ว +51

    B J P চৰকাৰে উচিত জনক সন্মান দিব লাগে

  • @ashokborah2858
    @ashokborah2858 2 ปีที่แล้ว +16

    চৰকাৰক মই reques কৰো যে উপযোকত জনক হে সেই সোবিধা প্রদান কৰে যেন.

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 ปีที่แล้ว +27

    " খেতিৰ ফচল প্ৰকৃত খেতিয়ক খাবলৈ পালে ভাল পাম "

  • @gourabphukan24
    @gourabphukan24 2 ปีที่แล้ว +29

    কষ্ট কৰি নাম কৰা মানুহ কেইজনক উঠাওক।। তেতিয়াহে আকৌ এখন HIT ছবি দেখিবলৈ পাব‌।। কি বোৰবক চৰকাৰ এইখন ।। শেখৰ কুকুৰৰ খেলে সকলো ,, চৰকাৰৰ ওচৰত থকা আমাৰ পইচা বোৰ খাবলৈ পাই হি পাগল হৈ গৈছে, কুকুৰ টো।

  • @Silentsoulll
    @Silentsoulll 2 ปีที่แล้ว +21

    বাতৰি পৰিৱেশন কৰাজনৰ কথাবোৰ শুনিহে বেছিকৈ চাবলৈ মন গল বিৰি জ্বলাই অৰুণাচল যোৱা মানুহজনৰ কথা 🤣🤣🤣🤣

  • @ankurjyotiborah3448
    @ankurjyotiborah3448 2 ปีที่แล้ว +3

    যোগ্যজনক সন্মান দিয়াটো উচিত

  • @chandramohanhazarika8979
    @chandramohanhazarika8979 2 ปีที่แล้ว +35

    ভাল কথা দেশৰ বাহিৰত পদর্শন কৰিব অসমীয়া ছবি । কিন্তু ৰঘুমলা বোৰক সুবিধা দিয়াটো ভুল কথা বুলি ভাবো আৰু সকলোৱে কব।

  • @myhome9744
    @myhome9744 2 ปีที่แล้ว +2

    যোগ্য জনক সন্মান দিয়ক । অন্যথা ৰসাতলে যাব, কৰ্মস্পৃহা নাইকীয়া হ'ব।

  • @user-ok5qz5ws8c
    @user-ok5qz5ws8c 2 ปีที่แล้ว +3

    এয়ায়ে ঢৰকাৰ ।যোগ্য জনক কেতিয়াও সন্মান নকৰে । সহজসৰল পালে মুৰত টাঙোন মৰা চৰকাৰ ।

  • @chandangogoi2736
    @chandangogoi2736 2 ปีที่แล้ว +9

    এইটো,গায়কৰ,কাম,,নাই

  • @bituponborabitu52
    @bituponborabitu52 2 ปีที่แล้ว +14

    Singer nohoi Sur hoi aitu kela 🤟

  • @tulumonisaikia5660
    @tulumonisaikia5660 2 ปีที่แล้ว +7

    যোগ্যজনক সন্মান দিয়ক।

  • @bhabanandabordoloi5112
    @bhabanandabordoloi5112 2 ปีที่แล้ว

    অসম চৰকাৰৰ প্ৰকৃত প্ৰযোজক আৰু পৰিচালকক পঠোৱা টোহে উচিত হব

  • @tirthadas9691
    @tirthadas9691 2 ปีที่แล้ว +1

    আছলতে এয়াই পৰিচয় সুবিধাবাদীৰ৷চোৰে নেৰে চোৰ বৃত্তি সহায় নেৰে শৰ৷ইয়াতকৈ আকৌ কি ভাল দেখিব পাৰে ভাল শুনিব পাৰে৷এয়া অসম মুলক বুজিছেনেনাই৷ধন্য চৰকাৰ ধন্য সীমান্ত শেখৰ৷এনে লোকে সন্মানীয় স্থানত ঠাই পালে ইয়াতকৈ আকৌ কি ভাল কাম কৰিব পাৰে৷
    জয়াই অসম
    -------------------

  • @ritusaikia1446
    @ritusaikia1446 2 ปีที่แล้ว +17

    Aanor pithare bihu patibo loise... অতি লজ্জ্বাজনক

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 ปีที่แล้ว +3

    খুব সুন্দৰ উপস্থাপন শৈলী প্ৰতিবেদনৰ

  • @Bindabongogoi
    @Bindabongogoi 2 ปีที่แล้ว +5

    10 class singers.

  • @ANILDAS-pi5es
    @ANILDAS-pi5es 2 ปีที่แล้ว +2

    ছৱি দুখনৰ লগত জড়িত ব্যক্তি তথা ছৱি নিৰ্মাতা, পৰিচালক, বা তেনে কোনো কলাকুশলীকহে এই মহোৎসৱলৈ চৰকাৰে পঠিয়াব লাগে। তেওঁলোকৰ অধিকাৰ আছে, বাকী আঞ্জু-পাঞ্জুক পঠিয়াই যোগ্য জনক বঞ্চিত নকৰিবৈ চৰকাৰক অনুৰোধ জনালোঁ।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 2 ปีที่แล้ว +3

    লাজ চৰম বোলা বস্তুটো নাই নেকি অসম বিজেপিৰ দালাল বোৰৰ... ৰজনীগন্ধা পেকেটে পেকেটে খাই তলৌ তলৌকৈ ঘূৰি ফূৰা এজনে গৈ ৰাজ্যসভা পালেগৈ...
    আৰু এই বাৰ ওলাইছে বিদেশলৈ আনে ৰন্ধা বঢ়া কৰা ভাত আঞ্জা নিজৰ বুলি কবলৈ চোৰ শেখৰ...
    হা হা হা হা হা হা হা... কি নিলাজ এই বোৰ

  • @rajibgogoi2279
    @rajibgogoi2279 2 ปีที่แล้ว +6

    এনেকুৱা কিছুমান কাৰ্য্যত nirutsa হৈ অসমৰ যুবাকসকল আলফলৈ ধাৱমান হৈছে। এনেকৈয়ে অসমৰ চলচ্চিত্ৰ উদ্যোগ নোহোৱা হব।

    • @moonvlogs3172
      @moonvlogs3172 2 ปีที่แล้ว

      Hoi dada apuni thike koise...... simanto sekhor hosakoiye nilaj....sarthopor sala kukure

    • @rajibgogoi2279
      @rajibgogoi2279 2 ปีที่แล้ว

      Si baru! Nilaj। Sarkarar mukhiyaye ki কৰিছে।

  • @nikumoniborah5559
    @nikumoniborah5559 2 ปีที่แล้ว +1

    এয়াই অসম। নিজৰ সৃষ্টিৰে বাহিৰত শক্তি প্ৰদৰ্শন কৰিব লাগে ।যোগ্য জনক সন্মান প্ৰদান কৰক।

  • @anujaxom1238
    @anujaxom1238 2 ปีที่แล้ว +2

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাতীটোক পৰিচয় কৰোৱাত এনে শিল্পী সমাজে গুৰুত্বপূৰ্ণ ভুমিকা লৈ আহিছে। সেই ছামটোক চৰকাৰৰ এনে কাৰ্যয় মোহছ্ন্ন নকৰাকৈ নথাকে যিটো আমাৰ কাম্য হ'ব নোৱৰে।

  • @priyashrikalita8388
    @priyashrikalita8388 2 ปีที่แล้ว +4

    এইটো এটা মস্ত নিলাজ।লোকৰ জহতে ইউৰোপ ঘূৰিবলৈ ওলাইছে। নিজেটো ভালকে গান এটাও গাব নাজানে। ফকতিয়াত ইউৰোপ ঘূৰিবলে পাইছে কত এৰিব।

  • @babul8718
    @babul8718 2 ปีที่แล้ว

    Thanks Assam Live.

  • @digantadeka7201
    @digantadeka7201 2 ปีที่แล้ว +3

    ই গভাইড চোৰ কেলা।
    শিখৰ - আহে আহে কেশৰৰ দম 🤣🤣🤣
    শিখৰ আৰু অটোৱালাৰ নিউজ বিলাক সঘনাই দেখিব পালে ভাল লাগে দেই।

  • @atulbaruah7149
    @atulbaruah7149 2 ปีที่แล้ว +3

    আচৰিত কথা ।এইবোৰ কি ঘটিছে?'কা' চলচিত্ৰ মহোৎসবলৈ যি প্ৰকৃততে যোৱা উচিত তেখেত সকলক যাবলৈ দিয়ক।ওপৰতে কল খাব খোজা সকলক পঠোৱাটো বন্ধ কৰক।

  • @tapansarma8217
    @tapansarma8217 2 ปีที่แล้ว +5

    Please Biswajit Bora and Joyseng Dohutia send this programs.

  • @bupensonowal8770
    @bupensonowal8770 2 ปีที่แล้ว +1

    প্ৰকিততে খেতিয়ক জনকহে সন্মান দিয়ক । ওপৰতে জপৰা আলুখনাবিলাক গৰিহনাযোগ্ৰ্য ।

  • @learnwithrd9190
    @learnwithrd9190 2 ปีที่แล้ว +1

    বৰ বেয়া পাইছোঁ এই কথা বোৰ শুনি , যোগ্য দুখজনক যোগ্য সন্মান দিয়ক ।

  • @manjitroy5078
    @manjitroy5078 2 ปีที่แล้ว +1

    অসমৰ ভাল চলচ্চিত্ৰ নিৰ্মাতাক আমাৰ অসমে চিনি নাপাই, না কোনো ধৰণৰ সন্মান লাভ কৰাৰ সুবিধা দিছে অসমৰ পৰা, যদি কেতিয়াবা আমাৰ এনে ধৰণৰ চলচ্চিত্ৰ বাহিৰত ভাল এক সন্মান লাভ কৰে, তেতিয়াহে অসমৰ Film industry বুলি গৌৰব কৰিব আহে।‌ আমাৰ অসমীয়া চলচ্চিত্ৰ জগতত ভাল পদক্ষেপ ল'বলৈ কিছুমান দালাকক বহাই ৰাখিছে।

  • @sachindrabasumatary742
    @sachindrabasumatary742 2 ปีที่แล้ว

    বৰ নিলাজ প্ৰকৃতিৰ প্ৰাণী দেই। 🦴🦴🦴

  • @nilutpolborah2858
    @nilutpolborah2858 2 ปีที่แล้ว +2

    তাৰ‌ পেটৰ বেমাৰ‌ হব‌ পিজা বাৰগাৰ খাই আৰু দামি মাল‌ খাই বমি কৰিব, চিন্তা নকৰিব আপোনালোকে তাত কৈ ওপৰলৈ যাব পাৰিব।।।

  • @rumabora8990
    @rumabora8990 2 ปีที่แล้ว

    উপ মুক্ত জনক যোৱাটো আমি বিচাৰি ছো ধন্যবাদ অসম চৰকাৰ

  • @anuphazarika1849
    @anuphazarika1849 2 ปีที่แล้ว

    আশা কৰো চৰকাৰে সঠিক সিদ্ধান্ত ল'ব, চিনেমা কেইখনৰ লগত জড়িত ব্যক্তিকহে যাতে এই সুবিধা প্ৰদান কৰে

  • @bhabanisaikia2750
    @bhabanisaikia2750 2 ปีที่แล้ว

    উপযুক্ত লোকক সন্মান জনোৱা উচিত ।

  • @deepokofficial_123
    @deepokofficial_123 2 ปีที่แล้ว +1

    নাগিনীয়ে ল'ৰা পায় আৰু নগাই জাল খায় তেনেকুৱা হৈ পৰিছে 😁

  • @gunapravagogoi1548
    @gunapravagogoi1548 2 ปีที่แล้ว

    ,চৰকাৰে উচিত সিধান্ত লব লাগে। প্রয়োজক আৰু পৰিচালকক সন্মান যাচি পঠাব লাগে।

  • @jintudas3333
    @jintudas3333 2 ปีที่แล้ว +1

    বাতৰি টো পাই বৰ শুষি হ'লো । কস্ত জাৰ ফলু তাৰ হব লাগে ।এইখন চৰকাৰে সেইটো নিবিচাৰে ।ইয়াকে পৰিবৰ্তন বুলি কয় ।

  • @sweetysen1315
    @sweetysen1315 2 ปีที่แล้ว +1

    প্ৰযোজক যাব লাগে কথা সিমানেই অসমৰ প্ৰতি টো বস্তু ত ঘুণ লগা কিয় , বিশেষকৈ ইমান ভাল দিনবোৰ আহোঁতে শিল্পীৰ সৈতে গাফিলতি কিয় ? সেয়েহে অসমৰ চলচ্চিত্ৰ উদ্যোগ আগুৱাই যাব নাই পৰা ।

  • @digantachangmai2286
    @digantachangmai2286 2 ปีที่แล้ว +2

    উপযুক্ত জনক হে পথাব লাগে ! যিজনে কস্ত কৰিছে সেই জনক! উপৰুৱা জনক নপঠালে ভাল হব যেন অনুমান হয় ? 🤔🤔🤔 চৰকাৰে এবাৰ ভাবি চালে ভাল হব। 🙏🙏🙏

  • @bijitsarma3862
    @bijitsarma3862 2 ปีที่แล้ว +24

    Jogyajanok sanman Diya.

  • @uttarabaruva1270
    @uttarabaruva1270 2 ปีที่แล้ว +29

    Very sad to hear the news those who produced this cinema they were deprived of going to Europe . CM sir , we always respect you , please look into the matter seriously so that two producers can visit there . 🙏 This is our humble request to you.

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 ปีที่แล้ว +17

    Very shameful and painful.The deserved must be honoured for the lover of Assamese culture.

  • @Rituraj-br3gr
    @Rituraj-br3gr 2 ปีที่แล้ว +2

    আমি জানো যে "যোগ্য ভুগ্য বসুন্ধৰা"যোগ্য জনক চৰকাৰ তথা আমাৰ দেশৰ শিল্পী সমাজে নিৰ্বাচিত কৰিলে ভাল আৰু ...........।

  • @rajendehingia4450
    @rajendehingia4450 2 ปีที่แล้ว

    যোগ্য জনক সন্মান জনোৱা উচিত।
    বলি হাতত পৃথিৱী

  • @saikias1121
    @saikias1121 2 ปีที่แล้ว +4

    This is the reason why talented people run away from assam... N settle down in other states where their talent r recognise. Himant shekhar dekhile kiba a bhuk bhukia lagi jai 🤣🤣🤣

  • @sanjibbora1789
    @sanjibbora1789 2 ปีที่แล้ว

    Very very very good news

  • @monjayentertainment4874
    @monjayentertainment4874 2 ปีที่แล้ว +1

    Survival of fitest.

  • @ragineeworld6169
    @ragineeworld6169 2 ปีที่แล้ว

    সীমান্ত দা যতিন দা দৰে আবেগিক অ ,,আবেগতে এই সিদ্ধান্ত কৰিলে চাগে।।এই দুজনৰ মনটো বৰ আবেগিক যে অলপ খেলি মেলি হয় আৰু😁😁😁

  • @allstatuscreation3183
    @allstatuscreation3183 2 ปีที่แล้ว

    যুগ্য জনক সন্মান দিয়ক

  • @sanjibhazarika2155
    @sanjibhazarika2155 2 ปีที่แล้ว +1

    Respect to real,,

  • @niranjankalita8534
    @niranjankalita8534 2 ปีที่แล้ว

    বি,জে,পি,চৰকাৰৰ এই সিদ্ধান্তই সকলো সচেতন লোকক দুখ দিৰ৷

  • @salmanbaglari9271
    @salmanbaglari9271 2 ปีที่แล้ว +3

    ৱেব পৰ্টেল অলপ লিমিতত কথা কব লাগে নহলে 5 second নালাগে এই ৱেব পৰ্টেল টু বন্ধু হব

  • @chandrabora509
    @chandrabora509 2 ปีที่แล้ว

    যোগ্যজনক উপযুক্ত সন্মান দিব নজনাটো দুৰ্ভাগ্যজনক।

  • @ravinderkaurdas5574
    @ravinderkaurdas5574 2 ปีที่แล้ว

    Really very shameful and painful.I support who are eligible.

  • @allworldsongandvideo4971
    @allworldsongandvideo4971 2 ปีที่แล้ว

    I love simanto da..

  • @pjgogoi7870
    @pjgogoi7870 2 ปีที่แล้ว

    জুবিনদা ক'ত॥
    জয় আই অসম

  • @gunajitsarma5579
    @gunajitsarma5579 2 ปีที่แล้ว +3

    Bjp dolak support korar babe eman gol fulai news korise ne 😂😂

  • @differentworld3299
    @differentworld3299 2 ปีที่แล้ว

    যোগ্য জনক সন্মান নিদি , মুখা পিন্ধা জনক সন্মান দিয়াটো কেনে নিয়ম?
    উচিত বিচাৰ হোৱাতো আহ্বান কৰিলোঁ ।

  • @sortvedeo395
    @sortvedeo395 2 ปีที่แล้ว

    দুদিন আগত গান গাই তত নাছিল ৰাজনীতিত গৈ কিবা এটা পদবী পাই BMW চলাই এইবোৰে অসমৰ আগ গুৰি ধৰোতা।

  • @amaljyotisarma4398
    @amaljyotisarma4398 2 ปีที่แล้ว +6

    Who is Simanta Shekhar

  • @crazymontai2647
    @crazymontai2647 2 ปีที่แล้ว +8

    simanta shekhar no.1 sutmrni

    • @Mynagogoi123
      @Mynagogoi123 2 ปีที่แล้ว

      😂😂😂🤣🤣🤣

  • @smarttrick7008
    @smarttrick7008 2 ปีที่แล้ว

    প্ৰযোজক আৰু পৰিচালক যাওক।চৰকাৰে পইচা দিওক তেখেতসকলক।সীমান্তক যাব দিব নালাগে।

  • @kashyapkalita2095
    @kashyapkalita2095 2 ปีที่แล้ว

    যোগ্য কেইজনক পঠাওঁক,
    চৰকাৰক অনুৰুধ জনাইছো ।।

  • @haluakhelebgmi5565
    @haluakhelebgmi5565 2 ปีที่แล้ว

    অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ত কণা নে আন কিবা বেলেগ গ্ৰহৰ প্ৰাণী সোমাই আছে,,, দেশখনত জুই লগাই খুউব আনন্দ পায় এই নৰাধম বোৰে 😡😡😡

  • @SINAKIA2Z
    @SINAKIA2Z 2 ปีที่แล้ว +1

    অসমীয়াত এষাৰ কথা আছে বোলে যোৰ যাৰ মুলুক তাৰ ,গতিকে প্ৰযোজক সকলে যত লাগিলে কাম হব বুলি ভাবে লাগি যাওঁক , ঠেলা গতা মানে যোৰ কৰি প্ৰাইপ আদায় কৰিবলৈ চেষ্টা কৰক..... চলে বলে কৌশলে...নহলে আপোনালোক কৰবাত ৰৈ যাব... আজিৰ তাৰিখত

  • @madanbabu6807
    @madanbabu6807 2 ปีที่แล้ว

    হয় উপযুক্ত সকলক হে সন্মান দিয়ক

  • @nishigandhadevimusical3955
    @nishigandhadevimusical3955 2 ปีที่แล้ว

    প্ৰযোজক পৰিচালক ক হে পথাব লাগে। সেইটো কব লগীয়া কথাই নহয়। চৰকাৰে জনা উচিত

  • @arminsaikia358
    @arminsaikia358 2 ปีที่แล้ว +1

    C.m must observe the matter

  • @suvashgogoi8627
    @suvashgogoi8627 2 ปีที่แล้ว

    হিমান্ত শেষৰ দা আৰু লগত ওলোৱা দুয়োগৰাকী শিল্পী য়ে হে বাহঃ বাহঃ লব'লৈ ওলাইছে নি। বাহঃ কি আজৱ ঘটনা

  • @uddipannath4557
    @uddipannath4557 2 ปีที่แล้ว

    সীমান্তৰ অলপ হ'লেও লাজ আছেনে বাৰু....বৰ নিলাজ বস্তু দেই এইজন

  • @bordoloi3297
    @bordoloi3297 2 ปีที่แล้ว

    সীমান্ত দা আজি মোৰ নিজকে লায লাগিছে আপোনাৰ কিজানি নাকটো নাই যেন পাওঁ

  • @tinkubarman430
    @tinkubarman430 2 ปีที่แล้ว

    Voice 🔥🔥🔥

  • @himakshidas2115
    @himakshidas2115 2 ปีที่แล้ว

    Hoide akdom right

  • @ranjittamuli7374
    @ranjittamuli7374 2 ปีที่แล้ว

    এয়াই অসম! নিলাজৰ লা জনাই! এইবোৰ সাংস্কৃতিক মন্ত্রীয়ে হস্হখেপ কৰিব লাগে।

  • @mridulsaikia7875
    @mridulsaikia7875 2 ปีที่แล้ว +1

    We want justice

  • @rme4945
    @rme4945 2 ปีที่แล้ว +6

    Boycott Simanta Shekhar immediately..

  • @pritomkachari8277
    @pritomkachari8277 2 ปีที่แล้ว +1

    Vaii tumi roasting channel ata khulibo pariba 😂. Thikse dhui disa 😂😂

  • @nitulsaikia7258
    @nitulsaikia7258 2 ปีที่แล้ว

    যিমান বেয়া গালি আছে গোটেই বোৰ দিছোঁ, দিগাৰ মৰাটোক, আৰু ধিক্কাৰ জনাইছোঁ, অসম চৰকাৰক। বৰ নিলাজ দেই শিখৰ টো, তুলসী এটা পোৱা হলে মিলাই খাই থলো হয়।

  • @pavitrabasumatari6631
    @pavitrabasumatari6631 2 ปีที่แล้ว +1

    Our Maama will look into the matter...! Why govt. Official...? People related to the movie must visit....

  • @darshanandhereverythingbhu7996
    @darshanandhereverythingbhu7996 2 ปีที่แล้ว +10

    Simanta ata ruti khowa Bandar , Assam government should be honoured & alout to permit that cultural delegates who are actually related with those films 😇

  • @gitanjalimedhi4349
    @gitanjalimedhi4349 2 ปีที่แล้ว

    বিজেপি চৰকাৰৰ আশীৰ্বাদ পোৱা মানুহ যে এই জন গতিকে পৰিচালকৰ কষ্ট দেখা নাপালে দেখিব মন নাজাই এই শেখৰ বোলা জনক সি বেটাই অসমীয়া চিনেমা নাচাই সি যাব এতিয়া চৰকাৰৰ আশীৰ্বাত বিদেশত চবি মহোৎসবলৈ তাকো অসমীয়া চবিৰ হৈ

  • @azaharislam8926
    @azaharislam8926 2 ปีที่แล้ว +7

    ঐ এংকৰ......কান নহয়, 'কাঁ চলচিত্ৰ মহোৎসৱ'......কি যে হ'ব ভাইহাত।

  • @debakumar5124
    @debakumar5124 2 ปีที่แล้ว

    চৰকাৰে কৰা ভুলবোৰ শুদ্ধ কৰিবলৈ ৰাইজে চিঞৰিব লাগে...পৰিবৰ্তন...

  • @Bhayolina_Talukdar
    @Bhayolina_Talukdar 2 ปีที่แล้ว

    Very shameful and painful...I hope the deserve people will go there...If it is not happen.. then it's going to very wrong path..so request to Assam govt don't do the wrong thing