Thank you Sir. Request you for vedio on a small kitchen garden and a garden (fulani) as per vastu can we arrange at small home .God bless you . Thank you.
আমি নতুন ঘৰ এটা বনাবলৈ লৈছোঁ, আমি আপোনাৰ video চাই ঘৰটো বনাবলৈ যো জা কৰিছোঁ। কিন্তু বহু মিলাইয়ো টিউবেলটো পূৱ দিশত হে পৰিল, আপোনাৰ বহুমূলীয়া পৰামৰ্শ বিচাৰিছোঁ।
আপোনাৰ চিন্তাধাৰা সঁচাকৈ সৰলতা আৰু একেবাৰে গুৰুত্বপূৰ্ণ 🙏🙏🙏। প্ৰকৃততে মানুহৰ চিন্তাধাৰা সদায় এনেকুৱা হ'ব লাগে
ল'ৰা-ছোৱালীৰ পঢ়াত মনোযোগ বৃদ্ধি, ইচ্ছা শক্তি আৰু আগ্ৰহ বঢ়াবলৈ উপায় দিবছোন 🙏
🙏💞Janibo pari bohut xukhi sir.
Val kotha koise
Tq Sir 🙏🙏🙏🙏 aru aguwai juwa...
সৰূ আৰু সাধাৰন যেন লাগিলেও বিষয়টো অত্যন্ত্ব গুৰুত্বপূৰ্ণ ।আপোনাৰ মংগল আৰু সু = সাথ্য কামনা কৰিলো ! ধন্যবাদ ।
Khub bhal lagil apunar kotha khini jani🌹🙏
Val lagil video tu sai sir
ধন্যবাদ থাকিল চাৰলৈ।
সুন্দৰ পৰামৰ্শ।🙏🙏
বহুত বহুত ধন্যবাদ দাদা🙏
Janibo pari bohut bohut val lagil sir
Val lagil jani
Thanks for valuable information 🙏🙏🙏
Hoi bhal lagil.
Thank you sar,apunaloi bohut bohut dhoinobad,bohut kotha jani asu,
কথা খিনি জানি ভাল লাগিল। কিন্তু ফ্লেটট থকা মানুহৰ বাবে কি উপায়? লোৱা ফ্লেটটোট সোৱে বা বাৱে টো চিৰি থাকিবই।
Kotha bur Janibo pari bohut bhal lagil
Very good , Meny meny Thanks , God bless You Always ,
সৰু সৰু পলবোৰ লগ হৈ ঘণ্টা মাহ বছৰ হয় ঠিক আপোনাৰ সৰু সৰু vedio বোৰেও আমাৰ জীৱনত পৰিবৰ্তনৰ ৰেঙণি সঞ্চাৰ কৰি সাৰ্থক কৰি গঢ় দিয়াত প্ৰচুৰ আৰিহনা আগবঢ়াইছে। আপোনাৰ সাফল্য কামনা কৰিলো।
Ll
সপোন ত সাপে যৌন কৰা দেখি লে কি হয় জনাবা নেকি
Hoi sir apunar kathabur sai bor bhal lagee
Really bor bhal lagilae Jani🙏
আপোনাৰ videoটো ভাল লাগিল ৷ এটা কথা আমাৰ ঘৰৰ ভেটিটো চোতালতৰ সমান হ'ল, গতিকে বৰান্দাখন ওখ কৰি দিয়া হ'ল - ভুল শুদ্ধ জনাব নিকি বাৰু ? অনুৰোধ থাকিল ৷
Dhynabad
জানি ভাল লাগিল 🙏🏿। ধন্যবাদ
আমাৰ ঘৰটো উত্তৰা - দক্ষিণ । মুল দুৱাৰখন উত্তৰ দিশত। চিৰিটো আপুনি কোৱাৰ দৰেই আছে। ঘৰটো নতুনকৈ সাজিহে আছে। সম্পুৰ্ন হোৱা নাই। যদি জুইশাল বা গেছটো দক্ষিণ ফালে পতা হয় কেনে হ'ব। তেতিয়া লেটিন আৰু পানী টেঙকী টো কোন দিশত সাজিলে ভাল হব জনাবচোন ছাৰ । বহুত আশাৰে বাট চাইছো জনাবচোন বুলি।
ধন্যবাদ ছাৰ 🙏🙏🙏
Val lagil sir
Bohut dhanyabaad jasilu...
Good advice. Very sincerely you have given the simple advice.
Good Advice ,very much important for us.
বাচিছো, thank God j amar step tu doorr pune pune ase.
ভাল লাগিলে কিন্তু বৰুৱা দা🍎🍎🍎🍎🍎 বহুত ধন্যবাদ জনালো আপোনাক সন্মান সহকাৰে 🍏🍏🍏🍏আপোনাৰ চেনেলতো মই ভাল পাওঁ 🍊🍊🍊🍊🍊🍊🍊🍊🍊
ধন্যবাদ
Good knowledge.
সঁছা দাদা বহুত ধন্যবাদ
জানিব পাৰি ভাল লাগিল
ভাল লাগিল ছাৰ🙏
সচাকৈয়ে কিছুমান নজনা কথা জানিলোঁ ।বহুত বহুত ধন্যবাদ ।ছাৰ ।
মহাশয় ঘৰটো পছিম মুখীয়া ৰাষ্ট লগত মিলাই বনুৱা হল । পচ্ছিম মুখীয়া ঘৰ কেনেকুৱা হয় । আৰু মানুহ জনৰ ৰাশিৰ লগত ঘৰৰ কিবা দিশৰ কথা আছেনেকি । জনালে নিচ্ছয় ভাল পাম 🙏
Waiting
ছাৰ কথা বিলাক কম কৈ কব একেটা কথাই বাৰে বাৰে কয়.
বাকী কথা সমূহ জনী ভাল পালোঁ।।
BOHOT UPAKRIT HOLO❤
ভাল লাগিল চাই ছাৰ ।।।মাঙ্গলিক দোষৰ বিষয়ে জনাবছোন ছাৰ
আমাৰ ঘৰত চিৰি টো মূল দুৱাৰ পোনে পোনে নাই, আপোনাৰ vedio চাই ভাল লাগিল।
Amar step or logot grill darja ase. Xeikhon mulduwar hoine jonabosun Sir🙏🙏🙏
Muru enekuwai
Good
Yes yes
মহা মূল্যবান পৰামৰ্শৰ বাবে অধিৰ আগ্ৰহেৰে ৰলোঁ।
ছাৰ বহুত মানুহে কোৱা শুনিছিলো যে ঘৰৰ দুৱাৰ বা খিৰিকী চৌ কাঠ আজাৰ কাঠৰ লগাব নালাগে। কিমান সত্য কথাষাৰ জনাব।
Thank you Sir. Request you for vedio on a small kitchen garden and a garden (fulani) as per vastu can we arrange at small home .God bless you . Thank you.
Hosa dai
।মোৰ ঘৰৰ মূল দুৱাৰৰ চিৰিটো এলকৈ নামিব লাগে ।ভিডিওটো চাই ভুল এটা ভাগিল । আপোনাক বহুত বহুত ধন্যবাদ থাকিল ।
বিলডিং হলে কি হব কেইবাটাও ফ্লৰ থাকিলে ?
Thank you sir🙏
ধন্যবাদ ।
শুদ্ধ কৰাৰ যদি কোনো উপাই নাথাকে... তেতিয়া ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনালে উপকৃত হম 🙏
Thank you
Good 👍
কঠাখিনি ঠিকেই কৈছে ।
Sir mur gatu maje *maje khub beta hoi jai. Kiba pratikar are Jadi finding.
Sir Amar ghortu pasimmukhi hoi ase Amar step tu kenedore dibo parim..
Thank you sir
Sir gharat darja khuli thale Val ne baia
Thank you so much sir amar droing roomr pra Amar seri bor puni puni nai mane puni puni diboloi jaga nai ki krim upay diyok
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ভাল অভিজ্ঞতা দিলে ধন্যবাদ
ছাৰ আপোনাৰ ভিডিঅ চাই ভাল লাগিল
Flate hole ki karim? Janabosun
Flate bilaktu tenekuai.Ami ki korim?
Sir savitri brat kothar vedio ata dibosoon please
ছাৰ আপোনার কিতাব খন কেনেকৈ পাম, জনাবা
Mor gharr mul duwar khon dakhin muwa atiya moi ki koribo lagibo sir.
Sir apunak log puwar bohut issha ase kenekoi log korim baru plesss plessspless abar jonabo
🙏🙏🙏
আমাৰ ঘৰখনো বাস্তুসন্মত কৰিব লাগিছিল, তাৰ বাবে আপোনাৰ লগত যোগাযোগ কৰিব লাগিব অনুগ্ৰহ কৰি জনাব চাৰ🙏
মোৰ ঘৰটো দক্ষিণমুৱা। চিৰিও ঘৰৰ মূল দুৱাৰৰ চিধাই। কিন্তু গেটখন পশ্চিম ফালে। কাৰণ ৰাষ্টাটো পশ্চিম ফালে। ভালনে বেয়া জনাব।
Ghoro main gator colour ke hobo lade
Flat r holee ki koribo lagibo....duwqr r pora left ru ru side duifalee siri aasee
Manuhr ghoror Licthi gos (Licthi Tree) thakile Omongol hoi buli j koi.. kotha tu kiman hoityo ......Tar uporot eta video bonabo sun
Rent houseot thaku. Kintu main duaropora right side ot siri ase. Kiba solution aseneki iyar
যদি চিৰি নেথাকে তেতিয়া বিকল্প"কি হব?
Kenebakoi ghortu vangibo nwarile protikaror upai Kobo ne
flate ত থকা সপলে কি কৰিব ?
ছাৰ মোৰ ঘৰতো দক্ষিণ পুব দিক্ষত এই লৈ এটা ভিদিঅ বনাব? ধন্যবাদ
প্ৰভু আমাৰ ঘৰ খনৰ দক্ষিণে দোৱাৰ মুখ আৰু পশ্চিমে পদুলি ভাল নে বেয়া জনাব নেকি
Sir amar ghoror main duar front t 3nos step ase kintu raste gatkhon uttar sidt ase ki korim janabsun .
Ekhan gharat L Siri dekhiso ,xhihator bahut unnati hoi ase. Karan ki?
ওপৰলৈ যোৱা চিৰিটো সো ফালে আছে , কিবা হ'ব নেকি ।
আমাৰ ঘৰৰ মূল দুৱাৰৰ পৰা বাও ফালে হয় আছে,, কিবা উপায়. আছেনে... কাৰণ ako tu বনোৱা সম্ভৱ নহয়
মোৰ ঘৰ (ফ্লেট) আজিৰ পৰা ১৫ বছৰ আগৰ । চিৰিটো কিন্ত্ব সন্মুখ ভাগত নাই । উপাই কি
Apuni protikarok dibo sob problem solutions aase dada
Nur aapunar mate think aache
Flat t thakile keneke milabo pora jabo
মোৰ ঘৰৰ দক্ষিণ দিশতে আছে দমকল্ পায়খানা্ আৰু পায়খানাৰ টে্কি,পানী ওলোৱা নলাও। এতিয়া ময় কি কৰিম?
Moro
Sir or lgt jugajug koribo lagisil logote....apuni ghroloik ahe ne.... notun ghr xaji asu...bastuxanmot koribo bisaru
Screen t dia number t call kori appointment loi lou
@@BabluSaaikia24 okay
আজি ভিডিওটো চাই বহুত নজনা কথা জানিলোঁ চাৰ া🙏
আমাৰ ঘৰখনৰ দুৱাৰমুখ খনেৰে ওলাই বাও ফালে চিৰিৰে নামিব লাগে , হয়টো বা ঘৰটো ত থকাৰে দিনাৰ পৰা মোৰ পতিৰ বেমাৰ , এতিয়া কি কৰা উচিত ? মুল দুৱাৰ খন উত্তৰ পিনে হয় ।
Grill r duwar khan mul duwar hbo ne
Aapuni olop lahe lahe kotha bur kobo
সাবিত্ৰি ব্ৰতৰ ওপৰত ভিডিও এটি বনাবচোন ছাৰ।
দক্ষিণ পশ্চিম মুখী ঘৰৰ দৰ্জামুখৰ চিৰি পোনে পোনেই থাকিলে কি হ'ব চাৰ ?
আমি নতুন ঘৰ এটা বনাবলৈ লৈছোঁ, আমি আপোনাৰ video চাই ঘৰটো বনাবলৈ যো জা কৰিছোঁ। কিন্তু বহু মিলাইয়ো টিউবেলটো পূৱ দিশত হে পৰিল, আপোনাৰ বহুমূলীয়া পৰামৰ্শ বিচাৰিছোঁ।
মৃত পিতৃ মাতৃৰ ফটো ঘৰৰ কোন ঠাইত লগাব লাগে তাৰ ওপৰত এটা ভিডিওৰ আশা কৰিলোঁ চাৰ।
মৃত পিতৃ মাতৃৰ ফটো দক্ষিণ পশ্চিম কোণৰ পশ্চিম ফালে লগাব।
মৃত পিতৃ মাতৃ , পূৰ্ব পুৰুষ বা পৰিয়ালৰ যিকোনো বয়সৰ মৃত ব্যক্তিৰ ফটো কোনটো দিশত ৰাখিব , ৰাখিলে কেনেকৈ ৰাখিব , বা কোনটো কোঠাত নেৰাখিব ,এই বিষয়ে ভালেখিনি কথা জানিব লাগে। সবিশেষ নহ'লেও , মূল এটা কথাই জানক যে মৃত ব্যক্তিৰ ফটো দক্ষিণৰ বেৰত লগাব । ভুলতো জীৱিত ব্যক্তিৰ ফ'টো দক্ষিণৰ বেৰত নলগাব , স্বাস্থ্য সদায়ে বেয়া হৈ থাকিব....