অৱশেষত অভিনেত্ৰী বৰষা ৰাণী বিষয়া সকলো কথা খুলি কলে ! তেও কিয় বিয়াৰ সিদ্ধান্ত লব লগা হল

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ก.พ. 2025

ความคิดเห็น • 553

  • @subhrajitgogoi9123
    @subhrajitgogoi9123 4 ปีที่แล้ว +167

    বা তোমাক অন্তৰৰ পৰা ভালপাওঁ❤️ তুমি সদায় সুখত থকাটো বিচাৰোঁ❤️দুয়ো সুখী হোৱা❤️

  • @hirakjyotisarma5395
    @hirakjyotisarma5395 4 ปีที่แล้ว +165

    অভিনয়ত তেওঁ হাঁহিলে অসমবাসীয়ে হাহে কান্দিলে অতি কম মানুহেহে নকন্দাকে থাকিব পাৰে । গতিকে তেওঁৰ মুখৰ হাঁহিটো সদায় উজ্বলি থাকক তাৰেই কামনা কৰিলোঁ ।

  • @bijumonisaikia3231
    @bijumonisaikia3231 4 ปีที่แล้ว +160

    তুমি সুখী হোৱা বৰ্ষা বহুত শুভেচ্ছা কামনা থাকিল♥️♥️♥️

  • @manalishadas2421
    @manalishadas2421 4 ปีที่แล้ว +54

    প্ৰিয় বা জনী ❤তুমি সদায়ে সুখত থকাটো বিচাৰো 💞😘

  • @nirmaliborah1027
    @nirmaliborah1027 4 ปีที่แล้ว +34

    আপোনাৰ জীৱন সূখৰ হওঁক,মধুময় হওঁক বা❣️😍সদায় আমাৰ মৰমৰ বৰ্ষাজনীৰ দৰেই হৈ থাকক। ❣️

  • @sumusworld1213
    @sumusworld1213 4 ปีที่แล้ว +4

    বিয়াখনক লৈ বৰষা বাক সকলোৱে শুভকামনা দিয়াহে দেখিছো । ট্ৰল কৰা দেখা নাই । যিবোৰে লিখি আছে যে বয়সে হেঙাৰ নহয়, আমুক তামুক সেইসকলেহে শুভকামনাৰ চলেৰে খুছৰি আছে এই সাধাৰণ কথাটোকে । সুখী হওঁক দুয়োজন ।

  • @sparklekeepsparkling1467
    @sparklekeepsparkling1467 4 ปีที่แล้ว

    মোৰ অতি প্ৰিয় অভিনেত্ৰী গৰাকীয়ে বিয়াৰ সিদ্ধান্ত লোৱাত মই অতি সুখী।এয়া এক সাহসী আৰু উচিত পদক্ষেপ।
    অতি কম অতি বয়সতে অতি দূখ জনক ভাৱে তেওঁ বৈধৱ্যক সাবটিব লগা হল।আমি তেওঁ কেৱল যান্ত্ৰনাকে সাবটি জীয়াই থকাটো নিবিচাৰো কেতিয়াও।
    Well Done!!
    Well Done Barasha!!
    তেওঁ নতুন জীৱনলৈ শুভেচ্ছা আছে।
    Be happy.

  • @mamonigogoi9232
    @mamonigogoi9232 4 ปีที่แล้ว +4

    এজনী অসমীয়া ছোৱালী হিচাপে তোমাৰ যি জাতীয় চেতনা তোমাক জনাইছোঁ প্ৰণাম। সৃষ্টিয়ে হৈছে দুটা ৰূপ। দুখৰ পিছত সুখ , তোমাৰ জীৱন লৈ হেৰাই যোৱা হাহি বিলাক আকৌ ঘুৰি আহক তাৰে কামনা কৰিলোঁ।

  • @purabinath6489
    @purabinath6489 4 ปีที่แล้ว +34

    বহুত ভাল পাওঁ তুমাক বৰষা বা❤️❤️ সুখী হোৱা তুমি❤️❤️❤️❤️❤️

  • @chitraranjankumar3514
    @chitraranjankumar3514 4 ปีที่แล้ว +3

    কথাটো শুনি ভাল লাগিল বা।আপোনালোক দুজনে সদায় সুখী হৈ ৰোৱা।

  • @jyotirupadeka1990
    @jyotirupadeka1990 4 ปีที่แล้ว +21

    বহুত ভাল পাও বৰষা বা আপোনাক❤️❤️.সুখী হওঁক।🥰

  • @karishmadas1173
    @karishmadas1173 4 ปีที่แล้ว +1

    মনৰ জোখাৰে সুখী হোৱা দুইও জনেই ❤️❤️❤️ শুভকামনা থাকিল দেই 😘😘😘😘😘😘

  • @sureshtalukdar3155
    @sureshtalukdar3155 4 ปีที่แล้ว

    সকলো মানুহৰে সুখ দুখৰ লগৰীয়াৰ প্ৰয়োজন ।
    বৰষা তুমি মানুহ । গতিকে তোমাক ও এজন সুখ
    দুখৰ লগৰীয়াৰ দৰকাৰ । গতিকে তুমি লৈ লোৱা।
    আৰু কিছুমানে সমালোচনা কৰিব‌ই । কিন্তু তোমাৰ ঠাইত তেওঁলোক হ'লে ,তেওঁলোকে তিনি
    মাহ ও সময় নললেহেতেন । তুমি তিনি বছৰৰ
    মুৰত হে সিদ্ধান্ত ল'লা ।
    বৰষা তুমি এটা কথাজানি থোৱা পৃথিৱীত আটাইতকৈ সহজ কাম টো হ'ল লোকক সমালোচনা কৰা কামটো । সেই সকলক তুমি দেখুৱাই দিয়া যে বৰষা ও মানুহ ।
    যদি মোৰ comment টো পঢ়ি ছোৱা তেতিয়া
    অন্তত অকন লিখিবা ।
    শেষত তোমাৰ যুগ্মজীৱন সফলতাৰে পাৰ হোৱাৰ কামনা কৰিলো ।

  • @desifarming6401
    @desifarming6401 4 ปีที่แล้ว +226

    বিয়াৰ কথা পাতিব ধৰিছিলহে,,,, তাতে আপুনি কিকি প্ৰশ্নহে সুধি থাকিলে dhur😎😎......কাক কাক বৰষাবাৰ love story জানিব মন গৈ আছে ।

  • @jugalgogoi6465
    @jugalgogoi6465 4 ปีที่แล้ว +67

    বৰষা বাৰ কেৱল অভিনয় নহয়' কথা বোৰো বহুত ভাল লাগে 💞💞💞❤️❤️❤️

  • @JLCreation777
    @JLCreation777 4 ปีที่แล้ว +14

    তুমি সুখী হোৱা বা।।
    সকলোৰে ভাল লগা বা জনি 💞😍💕।।
    আপোনাৰ জীৱন তো সুখৰ হওঁক তাৰে কামনা কৰিছোঁ নেদেখা জনৰ ওচৰত 💕💕💕💕।।

  • @healwithme-y9k
    @healwithme-y9k 4 ปีที่แล้ว +7

    মনৰ জোখাৰে সুখী হোৱা বৰষা।শুভেচ্ছা ,আৰ্শীবাদ সকলো থাকিল 🌹🌹🌹।

  • @tribenirabha2825
    @tribenirabha2825 4 ปีที่แล้ว +2

    মোৰ অসমীয়া চিনেমা জগতৰ আটাইতকৈ ভাল লগা অভিনেত্ৰী বৰষা বা লৈকে নতুন জীৱন যাত্ৰাৰ শুভকামনা যাচিলো।।♥️♥️ Plz like my comment .... যিসকলে বৰষা বাক ভাল পায়।।।

  • @dimpiraniborah5899
    @dimpiraniborah5899 4 ปีที่แล้ว +1

    বহুত ভাল পাওঁ বা তোমাক সদায় সুখী হৈ থাকা আৰু ভাল ভাল কাম কৰি আগুৱাই যোৱা |তোমালৈ বহুত বহুত মৰম❤❤

  • @bakulinath4649
    @bakulinath4649 4 ปีที่แล้ว +2

    সুখী হোৱা বৰষা তুমি বৈৱাহিক জীৱন❤️

  • @karishmasaikia323
    @karishmasaikia323 4 ปีที่แล้ว +1

    মোৰ বহুত ভাল লগা অভিনেত্ৰী হ'ল ‌বৰ্ষা বা ❤️❤️❤️ তুমি সদায় সুখী হোৱা বৰ্ষা বা বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল 😍❤️😘😘। আশা কৰোঁ অনাগত দিনবোৰ যেন সুখৰ হয়, কেতিয়াও যেন থমকি ৰ'ব লগা নহয় মই তাকে বিচাৰোঁ ❤️❤️❤️।

  • @rohantamang6183
    @rohantamang6183 4 ปีที่แล้ว +1

    Brsha ba tumak bhut vl pau hukhi hoi thakiba tumi tekei kamona koru 💖💖👍👍

  • @paporirajkumari2755
    @paporirajkumari2755 4 ปีที่แล้ว +20

    You deserve all the happiness Barsha. Everyone needs a partner

  • @depakgogoi789
    @depakgogoi789 4 ปีที่แล้ว

    আশা কৰি থকা খবৰটো পাই সচাই সুখী হৈছো | মনৰ হেপাহৰ জোখাৰে সুখী হোৱা |বহু বহু শুভেচ্ছা জনালো |

  • @murchanadutta3869
    @murchanadutta3869 4 ปีที่แล้ว +1

    Bht bht bht xukhi hua💞💞💓💓...

  • @mitumonikhanikar7125
    @mitumonikhanikar7125 4 ปีที่แล้ว +1

    সুখী হোৱা বা । তোমাৰ জীৱন সুখৰ হক ।

  • @najrinsultana2905
    @najrinsultana2905 4 ปีที่แล้ว

    বহুত ভাল পাওঁ আপোনাক বৰষাবা,স্বামী আৰু সন্তানৰ মৰমে আপোনাক আৱৰি ৰাখক আগলৈ

  • @giriroy8761
    @giriroy8761 4 ปีที่แล้ว

    Bohut actress log palu kintu apunar nisina napalu de borokha baa apuni monor bohut Val .. vogobane Mongol korok oxombakhi raijor akhirbad as apunar logot. Agbarhi ja apuni... You deserve it 😘❤️❤️❤️

  • @pori..333official2
    @pori..333official2 4 ปีที่แล้ว

    সুখী হোৱা বা আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল...❤😘😍...Borkha Ba ru Bhaskor Da bohut lucky couple vgobane duiujonoke ru hahokh dioyk akhirbad dyk aguwai jabole.

    • @amardas5707
      @amardas5707 4 ปีที่แล้ว

      Borkha madam good val lagil apunar beya khabo Pam nay nay najanu more suty 6 febru khotom 7 February joyning

  • @sweety-shreyavlogs3678
    @sweety-shreyavlogs3678 4 ปีที่แล้ว

    Emn dhunia, emn morom loga kotha, emn natural.. Aamar barsha baa💕💕

  • @himasaikia5258
    @himasaikia5258 4 ปีที่แล้ว +4

    বহুত বহুত শুভেচ্ছা থাকিল বা....বহুত বহুত মৰম তোমালৈ💐❤️😍

  • @shikhyajyotiphukan7969
    @shikhyajyotiphukan7969 4 ปีที่แล้ว +4

    সদায় সুখী হোৱা মৰমৰ বা,আগুৱাই যোৱা সৎ পথত ।লগত সদায় আছো ।

  • @lovefromassam7861
    @lovefromassam7861 4 ปีที่แล้ว

    বৰষা বাৰ কথা বোৰ বহুত ভাল লাগে।। নতুন জীবন ৰ শুভেচ্ছা জনালো

  • @jayantineog3469
    @jayantineog3469 4 ปีที่แล้ว

    তোমাৰ কথাবোৰ ইমান positive খোব ভাললাগে ।

  • @bobitaborah3071
    @bobitaborah3071 4 ปีที่แล้ว +84

    বহুত ভালপাও তোমাক সুখি হোৱা বা

  • @SumitraChutia-d4u
    @SumitraChutia-d4u 4 ปีที่แล้ว +4

    আমাৰ সকলোৰে প্ৰিয় বা জনীলৈ বহু বহু শুভেচ্ছা থাকিল 🙃সদায় সুখী হোৱা

  • @babykakati8212
    @babykakati8212 4 ปีที่แล้ว +2

    Aapunar loi khubo kamona thakil....
    Love u ❤ Barokha baa❤

  • @smonibhuyan4514
    @smonibhuyan4514 4 ปีที่แล้ว

    I like u borasha baa....baa tumi hodai dhuniya...tumi hodai hukhi hoi thaka..i really love u baa.

  • @smitakshisaikia4051
    @smitakshisaikia4051 4 ปีที่แล้ว

    Barosha ba hpy huwa 2mi.aguwai juwa jibontu.Bhaskar mur clgr frnd.khub vl lora hoi khub active hoi.ami clgt 5 yr tak paisu logite asu tar kotha atai kom hi bht vl lora hoi.. khub supprtv hoi .bht hukhot thakiba duita.

    • @Pgamers8698
      @Pgamers8698 4 ปีที่แล้ว

      লৰা জনৰ বয়স কিমান?

  • @manuarahazarika3510
    @manuarahazarika3510 4 ปีที่แล้ว

    মোৰ ভাল লগা অভিনেত্ৰী গৰাকী হল বৰষারানী বিষয়া।বহুত ভাল পাও। তেখেত বিবাহ পাশত আবদ্ধ হব বুলি জানি বহুত বহুত সুখী হৈছো।সুখত থাকক। বহুত বহুত শুভ কামনা যাছিছো।

  • @Bitusurav123
    @Bitusurav123 4 หลายเดือนก่อน

    আপোনাৰ কথাবোৰ বহুত ভাল লাগে বা

  • @pallabiboruah203
    @pallabiboruah203 4 ปีที่แล้ว +1

    বৰষা বাৰ বিয়াৰ কথা শুনি ভাল লাগিছে ।সুখী হোৱা তুমি ।

  • @hkdasdas3901
    @hkdasdas3901 4 ปีที่แล้ว

    Barasha baa apuna anuperonai xokoluke Aguwai niyak tar kamonara. Baa apunak vagabane Vale raxak.GOD BLESS YOU

  • @snigdhagogoi3544
    @snigdhagogoi3544 4 ปีที่แล้ว +1

    মৰমৰ বৰষা বা লৈ বহুত বহুত মৰম আৰু শুভকামনা ❤️

  • @riyadutt
    @riyadutt 4 ปีที่แล้ว

    Baa happy thka tumi❤️.mon r pora koisu ba tumk mur bohut val lage...aru tumr kotha bur bohut vl lage mur

  • @rajukoch9884
    @rajukoch9884 4 ปีที่แล้ว +1

    ভাল লাগিছে কথাটো শুনি বৰষা বা শুভেচ্ছা থাকিল।

  • @himachutia5735
    @himachutia5735 4 ปีที่แล้ว +1

    Barasa ba tumar notun jibonoli bhut bhut huvesa thakil

  • @munukunwar112
    @munukunwar112 4 ปีที่แล้ว

    তুমি সুখী হোৱা বা শুভেচ্ছা থাকিল

  • @jayantadoley508
    @jayantadoley508 4 ปีที่แล้ว +2

    আপোনাৰ জীৱনে সদায় সুকী হৈ থাকক.তাকে কামনা কৰিলো .

  • @devidk7991
    @devidk7991 4 ปีที่แล้ว +13

    Wish you all the best Barsha for you 2nd innings to come. You are one of my favourite actor.

  • @simichandi4784
    @simichandi4784 4 ปีที่แล้ว

    Bohut hukhi apunar karone ba...hadai hukhot thakok...g khini dukh pale past life t etia hy dukh khini jen naikia hoi jai apunar life r pora...future t jen bhut hukh paok...God bless u ba

  • @mrinalidas2222
    @mrinalidas2222 4 ปีที่แล้ว +1

    Congratulations ba agontok dinbur tumar bohut buhut bohut xundor houk xukhor aru amk val val kam bur upohar di jba

  • @findpeace2933
    @findpeace2933 4 ปีที่แล้ว

    Barasha baa loi bhhttt bhhttt xubhokamona thakil❤️❤️❤️❤️♥️♥️♥️♥️♥️♥️♥️♥️😍😍♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
    She is always best 💓💓❤️❤️❤️❤️❤️

  • @sunitborah5952
    @sunitborah5952 4 ปีที่แล้ว

    Barasha Ba 2mi ji keita kotha kola
    Bohut hisabor ru dorkari kotha koisa
    2mi hukhi huwa ba
    Moi 2mr Avinoi sai bohut val pao
    2mr kotha burr rokh ase
    2mr jugmo jibonloi bohut bohut Avinandan thakil
    God bless you to take your new life!

  • @manashideka2597
    @manashideka2597 4 ปีที่แล้ว +1

    তোমাৰ আহি থকা যুগ্ম জীৱনলৈ আন্তৰিক অভিনন্দন জনাইছোঁ সকলোৱে মৰমৰ লগতে মোৰো আটাইতকৈ মৰমৰ বা................. মোৰ আটাইতকৈ ভাল পোৱা অভিনেত্ৰী গৰাকী

  • @pallabisaikia7050
    @pallabisaikia7050 4 ปีที่แล้ว +4

    তোমালোকৰ আগন্তক দিনবোৰ সুখময় হৈ পৰে তাকে কামনা কৰিলো বা😘😘

  • @junmonihazarika7149
    @junmonihazarika7149 4 ปีที่แล้ว

    Barsha Baa all time favourite. Hodai hukhi hoi thakok.

  • @Saamaira20
    @Saamaira20 4 ปีที่แล้ว

    Very happy for you.. For ur new starting..
    Strong woman.. 😘😘😘😘😘😘

  • @Kamrupisvlogs
    @Kamrupisvlogs 4 ปีที่แล้ว +1

    বহুত বহুত সূখী হোৱা বা💕💕💕

  • @devajyotiborah8672
    @devajyotiborah8672 4 ปีที่แล้ว +8

    Barsha Rani Bishoya is much more than an actress.Wishing her a happy married life.

  • @bithikasaikia3247
    @bithikasaikia3247 4 ปีที่แล้ว +2

    When u feel angry and unable to control or feeling sad then u can always get advise from anger management therapist
    that might help you
    All the best for ur future, God bless u Barsha Rani..

  • @munmuntamuli5554
    @munmuntamuli5554 4 ปีที่แล้ว

    বহুতো বহুতো শুভ কামনা থাকিল বা তোমালৈ সুখি হোৱা দুয়ো 💖💖💖💖

  • @monamahato5283
    @monamahato5283 4 ปีที่แล้ว

    Yes,exectly m also vry hpy for her,she deserves all hpyns in her life...barasha rani mam u r my favourite so m always wd u ...do whatever u wnt or like to do...& It doesn't matter what other says....I love u so mch...

  • @sailensarma4269
    @sailensarma4269 4 ปีที่แล้ว +1

    Barsha baa... ❤❤❤

  • @junubaishya2211
    @junubaishya2211 4 ปีที่แล้ว

    সুখী হোৱা বৰষা । শুভেচ্ছা থাকিল

  • @noiporia_axom
    @noiporia_axom 4 ปีที่แล้ว

    বৰষা বালৈ আন্তৰিক শুভেচ্ছা💕 জনালোঁ। সুখী হওক।

  • @junumamali108
    @junumamali108 4 ปีที่แล้ว

    শুভেচ্ছা থাকিল । সদায় সুখী হোৱা

  • @ankurimahazarika1379
    @ankurimahazarika1379 4 ปีที่แล้ว

    Congratulation ba.hodai hukhi hua huvesha thakil ....aguai jua....❤❤❤❤❤❤

  • @moynulhaque9184
    @moynulhaque9184 4 ปีที่แล้ว

    Bohot khubhessa thakil aponaloy baa☝☝☝☝

  • @munusaikia965
    @munusaikia965 4 ปีที่แล้ว +1

    Borokha ba 2mi hukhi huwa . 2mak bohut Val lage. Aru 2mak bohut miss koru. Love you ba.

  • @rubulnath6545
    @rubulnath6545 4 ปีที่แล้ว

    মনৰ জোখাৰে সুখী হওঁক d।

  • @nabajitchaliha8084
    @nabajitchaliha8084 4 ปีที่แล้ว

    ভাল‌ লাগিছে বা। তুমি সুখী হোৱা।

  • @anantahazarika6184
    @anantahazarika6184 4 ปีที่แล้ว

    Mur bohut val loga Ba joni...,💕💕💕Ba tumi hukhi thaka 💕💕💕💕

  • @AbdulKhan-yl4tn
    @AbdulKhan-yl4tn 4 ปีที่แล้ว +1

    Best best best wishes for you dear lovely siso♥️♥️♥️ keep smile. Ur marriage life is fulfill of happiest....

  • @jeutiray1394
    @jeutiray1394 4 ปีที่แล้ว

    Barsha baar kotha bur eman val lge mur. I love u baa

  • @mamoniduttadeka3357
    @mamoniduttadeka3357 4 ปีที่แล้ว

    Xodai Xukhi Huwar Kamona Thakile 2male Munni Beta 😘😘

  • @dipurajraju4047
    @dipurajraju4047 4 ปีที่แล้ว

    Godbles
    Your merreglive

  • @nilakshidas7146
    @nilakshidas7146 4 ปีที่แล้ว

    Bohut val lagise barasha baa apuni j biya hobo heitu khbr huni..lv u baa❤️😘😘😘😘

  • @anuskadeka6599
    @anuskadeka6599 4 ปีที่แล้ว

    Ba bhut val apunak take ako apunr biyar khbr tu pai bhut besi val lagise love you ba happy thakk apuni

  • @smritirekhakalitashortvide320
    @smritirekhakalitashortvide320 4 ปีที่แล้ว

    Barasha ba mor fvrt ovinetri hoi 😍😍

  • @pompichutia6690
    @pompichutia6690 4 ปีที่แล้ว +13

    সুখী হোৱা বৰষা বা শুভেচ্ছা জনালোঁ❤

  • @songitagogoi6583
    @songitagogoi6583 4 ปีที่แล้ว +1

    বৰষা বা সদায় সুখী হোৱা।❤️❤️

  • @moyurirajowar2666
    @moyurirajowar2666 4 ปีที่แล้ว

    ভাল লাগিল চাই

  • @samsulali4117
    @samsulali4117 4 ปีที่แล้ว

    Aponar biyar xabar xuni bohut val lagil baa .

  • @Mainu1234-f4h
    @Mainu1234-f4h 4 ปีที่แล้ว

    সুখী হঁওক সদায়

  • @hashna5
    @hashna5 4 ปีที่แล้ว

    Most down to Earth Assamese actress...love her so much 😊💜💜💜❤️❤️❤️

  • @bijudas5485
    @bijudas5485 4 ปีที่แล้ว

    তুমি সুখী হোৱা, শুভেচ্ছা থাকিল তোমালৈ ।

  • @GopalDas-me9ie
    @GopalDas-me9ie 4 ปีที่แล้ว

    Borosha ba apunar agontuk jukmo jibonor Khubho kamona korilu

  • @protibhaborchetia9396
    @protibhaborchetia9396 4 ปีที่แล้ว +2

    Love you Borsha Ba🥰🥰🥰 love from Golaghat...

  • @pihudutta5823
    @pihudutta5823 4 ปีที่แล้ว

    Baa tumaloi bht bht huvokamona thakil🤗🥰😘

  • @ManyThingsILike
    @ManyThingsILike 4 ปีที่แล้ว

    তোমালৈ শুভেচ্ছা ঠাকিল ভাল লাগিল বিযাৰ কথা শুনি

  • @momisaikia5768
    @momisaikia5768 4 ปีที่แล้ว

    সুখী হোৱা বৰষা বা । শুভেচ্ছা থাকিল ।

  • @Fudanshi_Gautom
    @Fudanshi_Gautom 4 ปีที่แล้ว

    I m speechless....She is 😭😭😭❤️❤️❤️❤️❤️👬🙏🙏🙏🙏🙏

  • @chintubhuyan8590
    @chintubhuyan8590 4 ปีที่แล้ว

    Bohut val lagil barasha baar kotha bor suni❤.... dipankar da khabor val ne tumar

  • @smitadas9746
    @smitadas9746 4 ปีที่แล้ว +2

    Love you Barasha baa❤moi apunak bohut bohut vl pao🤗🤗

  • @pallabisaikiagogoi5956
    @pallabisaikiagogoi5956 4 ปีที่แล้ว +1

    আজীৱন দুয়ো সুখী হোৱা ।

  • @priyankagogoi5159
    @priyankagogoi5159 4 ปีที่แล้ว

    baa tumi hodai hukhi huwa,2umaluk 2uiyo jon e bohut hukhi huwa tare bhogobanor usrt parthona jonaisu,Antrr pora hubhokamona jonaishu baa❤mur bohut bhal loga,ru attaitkoi priyo barsha baa❤

  • @aimonibaruah939
    @aimonibaruah939 4 ปีที่แล้ว +1

    Bahut val lagil baa. Xukhi huwa😘❤

  • @TimePass-mw8kx
    @TimePass-mw8kx 4 ปีที่แล้ว

    সুখী হোৱা বৰষা বা

  • @sumuozah6762
    @sumuozah6762 4 ปีที่แล้ว

    তুমি সুখী হৈ থাকা বা তাকেই কামনা কৰো