ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
Puwati Tora - পুৱতি তৰা | 13th July 2024 | Ep No 108
ฝัง
- เผยแพร่เมื่อ 12 ก.ค. 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 108
---------------------------
জিউয়ে কথাখিনি গম পোৱাত অনুভূতিয়ে কি কৰিব?
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2
পুৱতি তৰা চাবলৈ নাপালে কাৰ কাৰ অশান্তি লাগি থাকে মনটো?কোনে কোনে ভাল পায় চাই?
Agte beya lgisil atya kiba khang utha hol..biyakhon a nedekhai
😊😊
বেদ আৰু অনুভূতিৰ কাৰণে কাৰ কাৰ বেয়া লাগিছে এটা লাইক কৰা😂😂😂😂
মোৰ দৰে আৰু কোনে কোনে দেওবাৰেওঁ পুৱতি তৰা চাব বিচাৰা like কৰি
শাহুক বিভানে ভালদৰে বুকুত কুঠাৰ বহুৱাব ৰাইজ মনত ৰাখি থব অনুভুতি আৰু বেদৰ কাৰণে বহুত কান্দিলো এতিয়া শাহু জোনালীৰ অৱস্থা চাই হাঁহিম
100%
ভাল লাগিব চাই।
অনুভূতিক বিভানলৈ বিয়া দিয়াতকৈ পজ্ঞা আৰু মাকজনি নিজেই বিয়া হৈ গলেই হল
Khosa ke.gun gun khnr dre hyise sb
Hy dya 😊😅😂
মাকে অলপ জিউৰ ওচৰত শিক্ষা লোৱাৰ প্ৰয়োজন আছে ৷
পুৱতি তৰা চাই ভালপোৱাসকলে এটা লাইক কৰা❤️❤️❤️❤️👍👍
অনু বেদৰে হ'ব গৈ....নে কি কয় ৰাইজ?❤
নিশ্চয় হ'ব😊
Hb hb sinta mat karo❤😂
Sure 😊😊😊😊
জীউজনী❤❤❤❤তাইৰ শৰীৰটোহে ৰুগীয়া মনটো❤ নিৰোগী।।কিন্তু প্ৰজ্ঞা😡😡😡
অৱশেসত অণুৰ বিয়া খন বেদৰ লগতে হ'ব । সঁচা প্ৰেমৰ এদিন জয় হয়েই । বিন্দু❤ জিউ ❤ বহুত ভাল লাগে তোমালোকক । দীঘলি জনীক চকু পাৰি দেখিবৰ মন নাযাই । বদমাছ ছোৱালী দেখিবলৈও বেয়া ।
কি কম 😢ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা বেদ আৰু অনুভূতিৰ যাতে বিয়া হয় জিও কিবা এটা কৰিবা..
অনুভূতিৰ মাকজনী স্বাৰ্থপৰ।কেৱল নিজৰ আৰু টকাৰ কাৰণে জীয়াই আছে। অনুভূতিৰ মনৰ কথা এবাৰো ভাবিব লৈ মগজুত মাল নাই।
বস্তু দেখি 1 ছেকেণ্ড ত হাঁহি ওলাবলৈ.... অনুক কি তাইৰ দৰে পাইছে নেকি🙄 প্ৰজ্ঞা নিজে লুভিয়া বাবে আনকো ভাবে🙂
জিও জনিয়ে অণুক এই বিয়া খনৰ পৰা ৰক্ষা কৰিলেহে কৰা আৰু,,,
অনুভূতিৰ ভনীয়েক প্ৰজ্ঞা সঁচাকৈয়ে বনৰী । 😅😅😅 😅😅😅😅😅😅😅😅😅😅😅😅😅।
বেদ দাক ড্ৰাইভাৰ ড্ৰাইভাৰ কৈ নাথাকিবি ভূটুনি প্ৰজ্ঞা 😡😡 দুই চৰ দিলোঁ হয় ওচৰত পালে
হয় দে..😂😂😂😂
বিয়া খাবলৈ আমাক নামাতিলা এ দেখুন ❤❤ আৰু কাক কাক বিয়া খাবলৈ মতা নাই Like কৰা
এনে খান বিয়া আমি শাখাও দক। স্বাৰ্থ পৰা।
আমি ছাই এ সন্তুষ্ট লভিব লাগিব আৰু 😅
Jiuk bhal puwa hakole like kora, aru progya, maakok beya puwa hakolueo.
Pomor make kotha bur bedok kobo lagisil karon anubhuti a hetor krne bohut korile aru makor lgt beya hol ne ki kua guys like ata kori diya 😢❤❤🎉🎉
মইও যি ভাবো জীৱনটোত সকলো ওলোটা এ হয় 😢😢
অনুভুতি আৰু বেদৰ বিয়া হোৱা হ'লে ভাল লাগিল হয়
কিয় জিওয়ে মাকক কব নোৱাৰে অনুভুতিক কোৱা কথাখিনি
😮কিংসুকে প্ৰজ্ঞাক ঠগিব
He beyapota protekhudh loboloi ahesa tair usarat
এই পয়গাজনিয়ে নিজৰ সাথত লাগি বায়েকজনিক যেনে -তেনে আতৰাই দিব পাৰিলে তাই ৰাচতা কিলিয়ে হব ।তেতিয়া তাই পিনসূ লগত বিয়া হব পাৰিব
অনুক কিয় ইমান দুখ দিছা ভগৱান পিছে ভগৱানে প্ৰথমে দুখহে দিয়ে তাৰ পাছত সুখ চিৰিয়েল ছোৱা সকলোকে কৈছো অনু পিছত বেদৰহে হব বুলি ভাবিছো
বিন্দুক বহুত ভাল লাগে ❤️❤️❤️
Serial khon val nologa hol saboloi bya lagil bed aru anubhutir karne kar kar beya lagise 1 like kri diba
টকা পইচাৰে সুখ কিনিব নোৱাৰি😅
পুৱতি তৰা। ❤❤
জীউৱে কন্দুৱালে❤❤❤
Bankim da juiii❤
❤❤❤🎉🎉
এই বনৰী ক 2 চৰ দে
মাক বিলাক ছোৱালীৰ প্ৰতি ইমান স্বাস্থ্য পৰ হব নেপায় ।চাই দুখ লাগিল ।
Hoi O gungun khonotu mak joni nijor sarthor karne biya dile
অনুভূতি ৰ মাক কে মাহী মাক মাহী মাক লাগে 😅
Juk bhout Val lagil
Pragya ❤❤
Puwati tora I love you.bhal shokolubur holei hol aru.
বহুত দুখ লাগিল...অপেক্ষা মাথো...বেলেগ চাবলৈ😢
Puwoti Tora serialkhn Mur Sai vl lage❤❤
Bed aru anubhutir biya hole sam serial khon nahole nasao😮😢😊
My favorite serial
কবলৈ একো ভাষা নাই
জিও কিবা এটা কৰিলে ভাল আছিল এই খন বিয়া না অণু নে বেদ দুয়োটাই সুখী নহয় 😢
অনুৰ সুখেই পোৱাৱা নাই দেখোন।
😢 mur beya lage bodmas maak Jodi aru danduri pragya nibhan e ketiau help nokoriba. Jedod korise anubhutik
Bhut Val lagela Sai ❤❤
Jiur kothabur eman bhaal lageeere besari❤❤❤❤❤
Progya jonik dhoka dibo jeh he pou ru .....mor dore ru Kune kune vba like kora 😁
Puwati tora aru gungun kotha moromor kune kune sai asa like kora😢😢
Moi
Moi
Kia
গুণ যেনেকে এতিয়া কষ্ট পায় আছে অনুভুতিৰ একে হব ভিভানৰ লগত বিয়া হলে 😡
Puwati Tora sable bohut dhuniya
Pragyak dui sor dibo mon jai
প্রজ্ঞা তোমাক ও কিংশুকে সেনেকুৱা বস্তু দিব দিয়া বঢ়িয়াকৈ 😡সপোন দেখি থকা তুমি । যিদিনা কিংশুকে ৰাম ঠগন দিব তেতিয়া মজা টো পাবা লুভিয়া জনি কৰবাৰ 😡কেৱল বস্তুৰ পগলা
Tyk pragnent kri aribo kinsuke
Pryga vutuni tuk adin kigsukay togibo mojja lgibo
My favorite serial puwati tora ❤Good night all friends❤
জোনালী বুঢ়ী তোক ম
ই
😂😂😂😂😂
Jiu eman vl
❤❤
Jiu ❤❤❤❤.❤❤❤
Jiur kothakhini bohut dukh lagil ❤😂
Good ❤
Bohut apekhar murot pai
Moja lagise
Jiuk khuj kahib para kari diba lage.
জিও তুমি কিবা এটা কৰিলেহে কৰা ❤❤❤❤❤❤👌👌👌👌👌👌👍
Jio ki baat aapko aadmiyon ka gana Holi ll petrol jio ki pata karo cal ka paper
এই প্ৰজ্ঞাজনীক কোনে কোনে বেয়া পায় মোৰ দৰে 😊
Bohut dukh lagile bed aru anu babe 😢 duyo nijor jibonot nirupai 😢
Jiu r kotha bur huni soku pani uli gol 😢😢😢😭
অনুভুতির মাকে কেনেকৈ বিশ্বাস কৰিব পাৰিলে যে নিভানে সিহঁতক টকা দি সহায় কৰিথ ?
অজোনালী তোমালোকৰ অবস্থা গুণগুণ দৰে হবযেন লাগিছে
Amak pagol koribo jen pau ae serial khone ebar anur biya khon hole hol arw jate bedor life tu arw beya nokoriba anu please
আজিৰ এই পৰ্ব টোৰ প্ৰায় গোটেই খিনি ৰিমাইন্ডতে শেষ হ'ল।
Rati 3.28 am puwati tora sai aso❤❤😢
❤❤ hundor serial
Puwati tora serial khon kar kar fvrt serial hoi like kora ❤
Bhut ksto paisu😭😭😭
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊
Sirial khon sai val lage🎉🎉🎉🎉❤
Piomok bia patile he val hob bedoi onuvutie makokor karone bivanole hok😢
বেদে।যদি ইমানেই অনুক ভালপাই।কিয় তাইক এইটো।পিষাচৰপৰা নবছাই।মূঠতে এইখন পৃথিৱীত স্বাথআগত চব সাৰিযায়
Anuk bedor lgt biyat bohai dibo lagy aru priyamk bivanr lgt
Last t romon a biya khon vangibo sage
Aaiii biya khon ajiu nhol ge aji 3/4 din biya biya ke ase teu nhol anubhuti aru bedo ake log hobo lage ne ki koi rije 😢❤❤
❤❤❤❤❤❤❤❤❤❤❤
ভাল লাগিছে 😮😊
Maa hoi eman sarthopor aykhon serial ot dekhisu
1st views moy
Bohut bya lagil baak logi😢❤
Anubhuti baat please question
Jiur thikei koise anubhuti biya nhba
Sai asu
Kune Kune atiya Sai beya Paisa ❤
Frast comnt 🎉
Jiu morile morok naa ki ahe jai 😂
Val lagil
❤❤❤
মনৰ মিল নহলে টকা বস্তুৰ কোনো মূল্য নাই ।
Mur priyo sabo npale bht bya lagi thake
অনু বোনৰী 😡
Mojja jiu ❤❤❤❤❤❤😢😢😢
বেলেগ লগত বিয়া নাপায় তিব😂😂😂😂😂😂