ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Oti hundr 🎉
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এই চিৰযুগমীয়া হৃদয়স্পৰ্শী গীতটি আপোনাৰ শুৱলা কন্ঠত প্ৰাণ পায় উঠিছে। অতি শ্ৰতিমধুৰ মনোমোহা পৰিবেশন আপোনাৰ 👌👌👏👏
অশেষ ধন্যবাদ
A very heart touching song in a melodious voice💫🌸🌸
Ati xundor koi gala geet ti
আগতে শুনা নাছিলোঁ গীতটি।বৰ সুন্দৰ পৰিবেশন 🙏 কৃষ্ণ
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ প্ৰত্যেক গীতেই ভাল লাগে।
ধুনীয়া হৈছে প্ৰশান্ত।ভাল লাগিল।
বহু বহু ধন্যবাদ বাইদেউ
প্ৰশান্ত দা , ধন্যবাদ ইমান ধুনীয়াকৈ পৰিবেশন কৰিছে।আগুৱাই যাওঁক বহু দূৰ 🙏
ধন্যবাদ দেই
Bor bhal lagil... Ei gaan tu agat huna nasilu...
হয়, আগতে বাণীবদ্ধ কৰা হৈছিল বিশেষ প্ৰচাৰ নহ'ল
Bor borhiya hoise dei. Music arrangement is nice
অতি সুন্দৰ। প্ৰশান্ত দা । আগুৱাই যাওক।
ধন্যবাদ 🙏
গীতিকবি জনাৰ এইটো গাণ প্ৰথম শুনিলো -বহুত শ্ৰুতিমধুৰ হৈছে গাণটো
বহু বহু ধন্যবাদ
বৰ সুন্দৰ হৈছে ভাইজান !!! মজা !!!!মই শ্বেয়াৰ কৰিম নিশ্চয় !!!!
বহু বহু ধন্যবাদ দাদা
Eman hundor apurugiya git ti apunar konthot pran pai uthise. Hundor poribekhon.
বহু ধন্যবাদ 🙏
অতি সুন্দৰ হৈছে উপস্থাপন।ভাল লাগিল ।
Imaaan je dhuniya gaisa o 🥰🥰🥰👌👌👌👌👌👏👏👏👏
Bor Hundor ...🙏
ধন্যবাদ
অতি সুন্দৰ ককাইদেউ
ধন্যবাদ দেই ❤️
তুমি বুলি কৈছোবৰ্তমান সময়ত তুমি গোৱা এনেকুৱা গীতবোৰে অন্তৰ চুই যায়। অতি সুন্দৰ । পাৰিলে এই ধাৰটো ধৰি ৰাখাএনেও আজিলৈকে তুমি ঠিক এনেবোৰ গীতেই টিভিত দেখা পাও। বৰ ভাল লাগে তোমাৰ প্ৰতিটো অনুস্থানৰ প্ৰতিটো গীত। আগুৱাই যোৱা এই কামনাৰ -----
অশেষ ধন্যবাদ, আশীৰ্বাদ কৰিব।
হৃদয় শাত পৰিল🙏🙏🙏💕💕💕🌼🌼🌼।
Waw emn j val lagil huni
খুব সুন্দৰ | গীতটিৰ কাম কৰিছে বুলি জনাৰ পৰা বাট চাই আছিলোঁ | পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবোৰ প্ৰিয় | আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে | এই গীত সমূহ আপোনালোকেই দায়িত্ব লৈ ন প্ৰজন্মক চিনাকী কৰি দিব লাগিব |
বহু বহু ধন্যবাদ 🙏
হীয়া চুই গ'ল।গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটো আপোনাৰ কন্ঠত প্ৰাণ পাই উঠিছে।ইমান আবেগ প্ৰৱণতাৰে পৰিবেশন কৰিছে যে গীতটি কেবাবাৰো শুনিছোঁ।তথাপি হেঁপাহ নপলাই।
Khubei dhuniya 👌 hoise 💐💐baah
ভাল লাগিল ৷ সুন্দৰ পৰিৱেশন প্ৰাণ ঢালি গাইছা ৷ কথা হ’ল কিয় জানু মই লক্ষ্য কৰিছোঁ এনেধৰণৰ গান শুনা শ্ৰুতাৰ সংখ্যা খুব কম ৷ আজিকালি যুৱচামৰ ৰুচিবোধ বেলেগ ৷ সেয়ে বেয়া লাগে ৷ মোৰ কিন্তু এনেকুৱা গানহে ভাল লাগে ৷
হয় দাদা, ঠিকেই কৈছে। কিন্তু উপায় নাই, আমি এনেধৰণৰ গানেই ভাল পাও আৰু এনেধৰণৰ গানেই সৃষ্টি কৰি যাম। বাৰু ধন্যবাদ থাকিল।
বহুত ভাল হৈছে
very nice Prasanta
ধন্যবাদ জনালোঁ
অতি সুন্দৰ আপুৰুগীয়া গীত।ইমান সুন্দৰ হৈছে পৰিবেশন।এনেদৰে পুৰণি হেৰাই যাব খোজা গীত সমূহ তোমাৰ জৰিয়তে শুনিবলৈ পোৱাৰ সৌভাগ্য ঘটিল।কৃতজ্ঞতা সহ ধন্যবাদ জনালোঁ❤️🎸🙏🎶🎵🎤
Mind blowing
Thankyou
বহুত ভাল হৈছে।
শুনিলো দেই খুউব ভাল লাগিল|
বহু ধন্যবাদ বাইদেউ
সুন্দৰ হৈছে প্ৰশান্ত।
বহু ধন্যবাদ
Bah ! Iman sundar
অশেষ ধন্যবাদ 🙏
Khub dhunia hoise
ভাল লাগিল প্ৰশান্ত দা 💚
বৰ ভাল লাগিল
বৰ সুন্দৰ পৰিবেশন
বৰ ভাল লাগিল!
Bohut bohut bhal lagil.😊😄
বহুত ধুনীয়া লাগিছে 😊
ধন্যবাদ ❤️
Khub xundar
Thanks brother
অতি সুন্দৰ
Bohut bhal lagil
প্ৰশান্ত, বৰ ভাল লাগিল। পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কথা অতি সুন্দৰ। তোমাৰ কণ্ঠত যেন প্ৰাণ পাই উঠিছে।
বৰ সুন্দৰ 👌 👌
বহু ধন্যবাদ ❤️
❤❤❤❤❤❤
সুন্দৰ দাদা
Wow so melodious ❤❤
Imaan dhuniaa kontho
সোণাৰিৰ কৰ্মশলাত শিকা এইটো মোৰ প্ৰিয় গান
Khub dhunia dada ❤️❤️❤️
বহু ধন্যবাদ দেই
বহুত বহুত ভাল লাগিল প্ৰশান্ত । তুমি আমাৰ গৌৰৱ , ভগৱানে যেন আৰু আগুৱাই নিয়ে তাৰবাবে প্ৰাৰ্থনা জনাইছোঁ
বহু বহু ধন্যবাদ ককাইদেউ
Bahut val gaisa bandhu.... 🙏🙏🙏.
হৃদয় চুই গ'ল
খুব ভাল লাগিল শুনি 💐
বহু বহু ধন্যবাদ দেই
Xundar 🙏
অতি সুন্দৰ কণ্ঠ আৰু সুন্দৰ গায়কী । মন ভৰি গল ।
Khub sundar Geet🙏eman Sundar poribeshon,👏👏🌼🌼khub bhal lagil suni😊
Val lagel
সুন্দৰ হৈছে।
অ'তি ভাল গাইছা, প্ৰশান্ত ।
সুন্দৰ ,প্ৰশান্ত।সততে নুশুনা গীতিকবি জনাৰ গীতটি তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছে।সোণালী পামৰ সোণৰ চেঁকুৰা বোৰ বুটলি লৈ বিলাই দিয়াৰ প্ৰয়াসৰ বাবে বহুত বহুত ধন্যবাদ আৰু মৰম যাচিলোঁ।
পাৰ্বতী প্ৰসাদ দেৱৰ অতি সুন্দৰ গীতটি আপোনাৰ কণ্ঠত বৰ ভাল লাগিল।
এটি সুন্দৰ গীতত ইমান ধুনীয়াকৈ কণ্ঠ নিগৰাইছা প্ৰশান্ত... অপূর্ব... বৰ ভাল লাগিল... Keep it up... 🌷💐🌹👌👌
বহু ধন্যবাদ দেই 🙏
I like this song very muchI listen this song everyday so many times.So sweet voiceAmazingOutstanding song
Thankyou 🥰🥰
সঁচাই খুৱ সুন্দৰ,, আপুনাৰ প্ৰত্যেকটো গীত মোৰ প্ৰিয়। বহুত বহুত ধন্যবাদ ইমান সুন্দৰ গীত উপহাৰ দিয়া বাবে।🙏
Beautiful
❤️❤️
🙏❤️👌❤️👍❤️🙏
🙏🙏
অতি সুন্দৰ প্ৰশান্ত। আগতে নুশুনা পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ এই গীতটো তোমাৰ কন্ঠত খুউব ভাল লাগিল।👌👌
সুন্দৰ গীত আৰু গায়ক
সুন্দৰ
প্ৰশান্ত তোমাৰ কণ্ঠত গানটো শুনি ভাল লাগিছে।
@@rashmirekhachoudhury6928 বহু ধন্যবাদ বাইদেউ
বৰ সুন্দৰ। মন প্ৰাণ পুলকিত কৰি তুলিলে। গীতটি পূৰ্বতে শুনা নাই। প্ৰথম বাণীবদ্ধ হৈছেনি বাৰু?
Hoi, Dhonyobad
🙏🙏🙏 Excellent song
Thankyou 🥰
Xundar
Workshop in Sonari ,my favourite song Emanu nirob kio
খুব সুন্দৰ হৈছে 🙏🏻 হৃদয় চুই যায়।
Dhonyobad ❤️
Awesome 👌👌
The tune is composed by his son Pranaviram Baruva
Music bur bohut besi hol.tekhetor ganor feelings bur komi jai
🤔🤔🤔🤔
Oti hundr 🎉
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এই চিৰযুগমীয়া হৃদয়স্পৰ্শী গীতটি আপোনাৰ শুৱলা কন্ঠত প্ৰাণ পায় উঠিছে। অতি শ্ৰতিমধুৰ মনোমোহা পৰিবেশন আপোনাৰ 👌👌👏👏
অশেষ ধন্যবাদ
A very heart touching song in a melodious voice💫🌸🌸
Ati xundor koi gala geet ti
আগতে শুনা নাছিলোঁ গীতটি।বৰ সুন্দৰ পৰিবেশন 🙏 কৃষ্ণ
অশেষ ধন্যবাদ
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ প্ৰত্যেক গীতেই ভাল লাগে।
ধুনীয়া হৈছে প্ৰশান্ত।ভাল লাগিল।
বহু বহু ধন্যবাদ বাইদেউ
প্ৰশান্ত দা , ধন্যবাদ
ইমান ধুনীয়াকৈ পৰিবেশন কৰিছে।
আগুৱাই যাওঁক বহু দূৰ 🙏
ধন্যবাদ দেই
Bor bhal lagil... Ei gaan tu agat huna nasilu...
হয়, আগতে বাণীবদ্ধ কৰা হৈছিল বিশেষ প্ৰচাৰ নহ'ল
Bor borhiya hoise dei. Music arrangement is nice
অতি সুন্দৰ। প্ৰশান্ত দা । আগুৱাই যাওক।
ধন্যবাদ 🙏
গীতিকবি জনাৰ এইটো গাণ প্ৰথম শুনিলো -বহুত শ্ৰুতিমধুৰ হৈছে গাণটো
বহু বহু ধন্যবাদ
বৰ সুন্দৰ হৈছে ভাইজান !!! মজা !!!!
মই শ্বেয়াৰ কৰিম নিশ্চয় !!!!
বহু বহু ধন্যবাদ দাদা
Eman hundor apurugiya git ti apunar konthot pran pai uthise. Hundor poribekhon.
বহু ধন্যবাদ 🙏
অতি সুন্দৰ হৈছে উপস্থাপন।ভাল লাগিল ।
বহু বহু ধন্যবাদ বাইদেউ
Imaaan je dhuniya gaisa o 🥰🥰🥰👌👌👌👌👌👏👏👏👏
বহু বহু ধন্যবাদ বাইদেউ
Bor Hundor ...🙏
ধন্যবাদ
অতি সুন্দৰ ককাইদেউ
ধন্যবাদ দেই ❤️
তুমি বুলি কৈছো
বৰ্তমান সময়ত তুমি গোৱা এনেকুৱা গীতবোৰে অন্তৰ চুই যায়। অতি সুন্দৰ । পাৰিলে এই ধাৰটো ধৰি ৰাখা
এনেও আজিলৈকে তুমি ঠিক এনেবোৰ গীতেই টিভিত দেখা পাও। বৰ ভাল লাগে তোমাৰ প্ৰতিটো অনুস্থানৰ প্ৰতিটো গীত। আগুৱাই যোৱা এই কামনাৰ -----
অশেষ ধন্যবাদ, আশীৰ্বাদ কৰিব।
হৃদয় শাত পৰিল🙏🙏🙏💕💕💕🌼🌼🌼।
Waw emn j val lagil huni
ধন্যবাদ দেই ❤️
খুব সুন্দৰ | গীতটিৰ কাম কৰিছে বুলি জনাৰ পৰা বাট চাই আছিলোঁ | পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবোৰ প্ৰিয় | আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে | এই গীত সমূহ আপোনালোকেই দায়িত্ব লৈ ন প্ৰজন্মক চিনাকী কৰি দিব লাগিব |
বহু বহু ধন্যবাদ 🙏
হীয়া চুই গ'ল।গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটো আপোনাৰ কন্ঠত প্ৰাণ পাই উঠিছে।ইমান আবেগ প্ৰৱণতাৰে পৰিবেশন কৰিছে যে গীতটি কেবাবাৰো শুনিছোঁ।তথাপি হেঁপাহ নপলাই।
অশেষ ধন্যবাদ
Khubei dhuniya 👌 hoise 💐💐baah
বহু বহু ধন্যবাদ
ভাল লাগিল ৷ সুন্দৰ পৰিৱেশন প্ৰাণ ঢালি গাইছা ৷ কথা হ’ল কিয় জানু মই লক্ষ্য কৰিছোঁ এনেধৰণৰ গান শুনা শ্ৰুতাৰ সংখ্যা খুব কম ৷ আজিকালি যুৱচামৰ ৰুচিবোধ বেলেগ ৷ সেয়ে বেয়া লাগে ৷ মোৰ কিন্তু এনেকুৱা গানহে ভাল লাগে ৷
হয় দাদা, ঠিকেই কৈছে। কিন্তু উপায় নাই, আমি এনেধৰণৰ গানেই ভাল পাও আৰু এনেধৰণৰ গানেই সৃষ্টি কৰি যাম। বাৰু ধন্যবাদ থাকিল।
বহুত ভাল হৈছে
ধন্যবাদ
very nice Prasanta
ধন্যবাদ জনালোঁ
অতি সুন্দৰ আপুৰুগীয়া গীত।ইমান সুন্দৰ হৈছে পৰিবেশন।এনেদৰে পুৰণি হেৰাই যাব খোজা গীত সমূহ তোমাৰ জৰিয়তে শুনিবলৈ পোৱাৰ সৌভাগ্য ঘটিল।কৃতজ্ঞতা সহ ধন্যবাদ জনালোঁ❤️🎸🙏🎶🎵🎤
বহু বহু ধন্যবাদ
Mind blowing
Thankyou
বহুত ভাল হৈছে।
ধন্যবাদ 🙏
শুনিলো দেই খুউব ভাল লাগিল|
বহু ধন্যবাদ বাইদেউ
সুন্দৰ হৈছে প্ৰশান্ত।
বহু ধন্যবাদ
Bah ! Iman sundar
অশেষ ধন্যবাদ 🙏
Khub dhunia hoise
বহু ধন্যবাদ 🙏
ভাল লাগিল প্ৰশান্ত দা 💚
বহু বহু ধন্যবাদ
বৰ ভাল লাগিল
ধন্যবাদ জনালোঁ
বৰ সুন্দৰ পৰিবেশন
বহু ধন্যবাদ বাইদেউ
বৰ ভাল লাগিল!
ধন্যবাদ
Bohut bohut bhal lagil.😊😄
ধন্যবাদ
বহুত ধুনীয়া লাগিছে 😊
ধন্যবাদ ❤️
Khub xundar
Thanks brother
অতি সুন্দৰ
বহু ধন্যবাদ 🙏
Bohut bhal lagil
ধন্যবাদ
প্ৰশান্ত, বৰ ভাল লাগিল। পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কথা অতি সুন্দৰ। তোমাৰ কণ্ঠত যেন প্ৰাণ পাই উঠিছে।
বহু বহু ধন্যবাদ দাদা
বৰ সুন্দৰ 👌 👌
বহু ধন্যবাদ ❤️
❤❤❤❤❤❤
সুন্দৰ দাদা
ধন্যবাদ ❤️
Wow so melodious ❤❤
Imaan dhuniaa kontho
সোণাৰিৰ কৰ্মশলাত শিকা এইটো মোৰ প্ৰিয় গান
Khub dhunia dada ❤️❤️❤️
বহু ধন্যবাদ দেই
বহুত বহুত ভাল লাগিল প্ৰশান্ত । তুমি আমাৰ গৌৰৱ , ভগৱানে যেন আৰু আগুৱাই নিয়ে তাৰবাবে প্ৰাৰ্থনা জনাইছোঁ
বহু বহু ধন্যবাদ ককাইদেউ
Bahut val gaisa bandhu.... 🙏🙏🙏.
বহু ধন্যবাদ দেই
হৃদয় চুই গ'ল
ধন্যবাদ
খুব ভাল লাগিল শুনি 💐
বহু বহু ধন্যবাদ দেই
Xundar 🙏
ধন্যবাদ
অতি সুন্দৰ কণ্ঠ আৰু সুন্দৰ গায়কী । মন ভৰি গল ।
ধন্যবাদ
Khub sundar Geet🙏eman Sundar poribeshon,👏👏🌼🌼khub bhal lagil suni😊
বহু বহু ধন্যবাদ
Val lagel
সুন্দৰ হৈছে।
ধন্যবাদ জনালোঁ
অ'তি ভাল গাইছা, প্ৰশান্ত ।
বহু বহু ধন্যবাদ দাদা
সুন্দৰ ,প্ৰশান্ত।সততে নুশুনা গীতিকবি জনাৰ গীতটি তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছে।সোণালী পামৰ সোণৰ চেঁকুৰা বোৰ বুটলি লৈ বিলাই দিয়াৰ প্ৰয়াসৰ বাবে বহুত বহুত ধন্যবাদ আৰু মৰম যাচিলোঁ।
বহু বহু ধন্যবাদ বাইদেউ
পাৰ্বতী প্ৰসাদ দেৱৰ অতি সুন্দৰ গীতটি আপোনাৰ কণ্ঠত বৰ ভাল লাগিল।
বহু বহু ধন্যবাদ
এটি সুন্দৰ গীতত ইমান ধুনীয়াকৈ কণ্ঠ নিগৰাইছা প্ৰশান্ত... অপূর্ব... বৰ ভাল লাগিল... Keep it up... 🌷💐🌹👌👌
বহু ধন্যবাদ দেই 🙏
I like this song very much
I listen this song everyday so many times.
So sweet voice
Amazing
Outstanding song