ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আমিও সেই কেইটা শাস্তি হোৱাটো বিচাৰো জুনমনি আত্মাই শান্তি পাওক।
ধন্যবাদ । অপৰাধী সকলক আইনগত শাস্তি দিব শাগে।
জোনমণি মাতৃৰ কথাবোৰ শুনিলে বৰ দুখ লাগে ৷ দুখ লাগে জ্বলন্ত জীৱনটোৰ কথা ভাবি ৷ হত্যাকাণ্ডৰ লগত জড়িত সকলোকে যথোচিত শাস্তি দিব লাগে ৷ কেৱল নিলম্বন কৰিয়েই ক্ষান্ত থাকিলে মাতৃগৰাকীক চৰম অপমান কৰা হ’ব ৷ । । আনহাতে; চিবিআইয়ে তদন্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতো অসম চৰকাৰে নাম উল্লেখ থকাবিলাকৰ বিৰুদ্ধে ইমান দিনে কিয় disciplinary action গ্ৰহণ কৰা নাছিল ? এয়া অপৰাধীক সুৰক্ষা দিয়াৰ কৌশল নেকি ? এনেকুৱা গাফিলতিৰ বাবেই যথা সময়ত জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত ৷ ইয়াৰ পিছতো চিবিআইয়ে তদন্ত চলাই বৰ্তমান অৱস্থালৈ উন্নীত হ’বলৈ পৰাটো নিশ্চিতভাৱে সফলতা বুলিয়েই ক’ব লাগিব ৷ সেইহে আমি কব বিচাৰোঁ যে; বৰ্তমানৰ তদন্ত সঁচা অৰ্থত নিৰপেক্ষ হওক আৰু প্ৰকৃত অপৰাধীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক ৷৷
ৰৌ বৰালী বাচি গল,পুঠী খলিহনা ফচি গ'ল।লিনা দলে লগত গালত গাল লগাই ফটো তুলি ভাইৰেল হোৱাজন কোন?সেই সকলক ফাচি দিয়ক।
ফাঁচী দিয়ক তেতিয়াহে এনে দুনিতি কাৰীবোৰে ভয় খায়
খৱৰটো পাই ধন্যবাদ।
ভগবানৰ ওচৰত বিশ্বাস ৰাখক। ভগবান আছে।
Mojaaa❤
সুন্দৰ🥰খবৰটো শুনি ভাল লাগিছে👌👌👌
Mojaaaa❤❤❤
Mojaa
সত্যৰ সদায় জয়,God sees the truth but waith. সত্যক আজিলৈকে কোনেও ঢাকি ৰাখিব পৰা নাই। ইয়াৰ উৎঘাটন সময়ে কৰিব।
এনেকৈ সহ কৰ্মীয়ে বিশ্বাস ঘাটক কৰে , কাক বিশ্বাস কৰিব। ঘোৰ কলি যুগ।কিন্তু সত্য সদায় জয় ।আমি এটাই প্ৰাথনা ঈশ্বৰ তুমি এতিয়াও মানৱ সমাজৰ ওচৰত থাকক।আমাক এৰি নেজাব প্ৰভু।
Very good ❤❤❤
Maa you one justish...vogobane apunak nayay deok..ha provu..🙏🙏🙏🙏🙏
সত্যৰ সদায় জয়।এক দিন বামুণৰ এক দিন বহুৱাৰ ।Sl জোন মণি ৰাভাৰ ণ্যায় ভাল কৰক ।
সত্য সদায় জয়
Right
Nice 🎉
Yes.
Maa Apuner kothabur xuni val lagil ,🙏🙏🙏
মাঁ বুলি ক'লে বুকূখন আনন্দ উৎফুল্লিত হৈ যায় ঠিক তেনেদৰে মাঁ চুকলো বৈ থকা দেখিলে হৃদয় ভাগি চুৰ মাৰ হৈ যায়। জোনমণী ৰাভাৰ মাৰি দিয়া সকলক ফাঁচি দিলে হে মাঁৰ অন্তৰখন শান্তি পাব।
Take a right action is best....
Cbi case open again very good
Justice for Junmoni. Raba.
Justice for Jonmani Rabha
জোমনী ৰাভাৰ মাতৃয়ে ন্যায় পাব লাগে ১০০/ সচা
Junmoni a nyay pabo lage
Justice for joonmoni rava
Ma,God bless you.
Junmonik ji hokol police bikhoyar jorito ase hai hokolok Junmonir Make bisorar dhore Vasi dibo Lage. Jate dithio bar kunu police bikhoyai Tenekuya Vulkam nokore. Thanks
Bohut val hoise. Duhik grapter koribo Lage .aru phasi. Dibo lage
Justice for jonmoni rabha
jay ho Kali Mata Durga Mata ki justice for janmani rabha
বৰ্কাস্ত কৰিলে কি হব।ফাঁচী দিব লগে।
সাংবাদিক বিলাক জলা জুইত ঘি ধাকিব যায়। আজিলৈকে কোনোবা সাংবাদিকে এটা টকা দি পালে নে? মা জনীক কিয় কুন্দু ৱাই থাকে ? অলপো বেয়া নেলাগে
দোষীক ফাচী দিয়ক
আমিও বিচাৰোঁ দুখীয়ে শাস্ত্ৰি পাওঁক
Yes fasi dibo lage
Wow borhiya.
বঢ়িয়া বঢ়িয়া শুভ বাৰ্তা
Y@@PuspaBorah-p7n
Kiyo,? hoitha jibon kore sakri kora manut pasi diyot hwibila manu
Nice💔💔
বেছেৰী মাকজনী সচাঁ কথা হৈও মিছা বুলি কেছখন উঠাই লব লগা হৈছে ।সেই কেটাক মাছৰ দৰে খৰিকাত সিঙি জুই তাপত সিজাই খাব লাগে ।ধন্যবাদ থাকিল
Baideo Bhogovanor upporot ari dia,akdin holeo Bhogovane tar pal tu😭😭
🙏🙏🙏🙏🙏
বাইদেউ আপোনাৰ কথাবোৰ শুনিবলে চকুৰ পানীৰ ধৰিৰাখিব নোৱাৰো । আমি একোৱেই কৰিব নোৱাৰিব পাৰো কিন্ত নেদেখাৰ জন আছে বাইদেউ নমস্কাৰ
দোষী শাস্তি পাবনে?
Ami assu ain bisar hoyar bebe .dukhik phasi diya akha koru
সাংবাদিকে জোনমণিৰ মাককহে কন্দুৱাব যায় ৷ দোষী বিষয়াৰ ওচৰ কিয় নাযায় ?
Bhal khobar dibo
Hasty puwa kamona karu ❤
দোষীক কৰায়ত্ত কৰি উচিত শাস্তী বিহিব লাগে।।
GOOD. NEWS BHOGOBAANE. BICHAR KORIBOY. KORIBO
Home guard barkhasta koi ki dekhaise ,baki bilak ,,,,,
Takenecessaryactiontospdole
Dosi fasi do
হে হৰি! মাতৃ গৰাকীৰ কাতৰ আহ্বান গ্ৰহণ কৰি তুমি সত্য,আৰুশুদ্ধ বিচাৰ কৰিবা বুলি আমাৰগভীৰ বিশ্বাস আছে!কাৰণ তুমি চিৰন্তন সত্য! তোমাক কোনেওঢাকি ৰাখিব নোৱাৰে।
Apunaluka hangbadikor joriyate hunisr hole ami santi pam.Ami Joonmonir hu bisar pale hukhi hom.
Rina doleyr birudhe ketia action lobo heitu kok?
Bohut deri hoi ga jun Moni moriu akou Janam lolel
Justice ⚖ hole val hoy ......we want peace
Bohut veal lagesy dhra porebo
Fasi diyok
Pasi Dib lage
Prithibitge bhagaban bishah nai na
Policek.Moi.Kuanai.Kinto.Asokari.Police.Koisu.Shasti.Dibolagey
Hatyar hodsi parajoyr din chalisa
Abhajuti Ravak ba hakolu dhukbik vasidile ami nothoi hukhi hom.Thanks.
Jonmonir cash to atiya aponar hataloy ahi se niki
0
Vogoban ase hishab dibalagivo
Ghur kalikal chalis
এখন কেছেটকে বজাই থাকি লাভ নাই ডাঙৰীয়া।
Ma garaki sarol manuh. Beya lage .
Tar babe Kisu khongkhoik Sangbadikor aan pran sesthak Dhoinobad Jonabo lagibo
Rina nohoi Lina dolley
Maa apuni emanei Dukhot ase , Junmonir Rava Apuner ji Dukhot , Hator mehedi logai dukh dur kore ,neki ?
ought to. Fasi
Abha jotiyk encounter korok
Mooja..Hasty..Puwertu..korebo
Jun jun jorito ase, hokolu osin bemar hoi moribo
Kukuror jiak aru kukuror potak hotok o mare palabo laga aisokol assamia jater kolonko
Some Marilee bhogobane ketiyau nere aii nor Pisa's keitak
একেটা ভিডিঅ'কে কিয় ৰিপিত কৰি আছে কিয়
Bhal bisar karile raije bhal ppaba.
Sobe natok kore assamor manuh
Lina doley Rina nohoy najane tumi
Dusie..ko.sashti..chei,ya
আমিও সেই কেইটা শাস্তি হোৱাটো বিচাৰো জুনমনি আত্মাই শান্তি পাওক।
ধন্যবাদ । অপৰাধী সকলক আইনগত শাস্তি দিব শাগে।
জোনমণি মাতৃৰ কথাবোৰ শুনিলে বৰ দুখ লাগে ৷ দুখ লাগে জ্বলন্ত জীৱনটোৰ কথা ভাবি ৷ হত্যাকাণ্ডৰ লগত জড়িত সকলোকে যথোচিত শাস্তি দিব লাগে ৷ কেৱল নিলম্বন কৰিয়েই ক্ষান্ত থাকিলে মাতৃগৰাকীক চৰম অপমান কৰা হ’ব ৷
। । আনহাতে; চিবিআইয়ে তদন্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতো অসম চৰকাৰে নাম উল্লেখ থকাবিলাকৰ বিৰুদ্ধে ইমান দিনে কিয় disciplinary action গ্ৰহণ কৰা নাছিল ? এয়া অপৰাধীক সুৰক্ষা দিয়াৰ কৌশল নেকি ? এনেকুৱা গাফিলতিৰ বাবেই যথা সময়ত জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত ৷ ইয়াৰ পিছতো চিবিআইয়ে তদন্ত চলাই বৰ্তমান অৱস্থালৈ উন্নীত হ’বলৈ পৰাটো নিশ্চিতভাৱে সফলতা বুলিয়েই ক’ব লাগিব ৷ সেইহে আমি কব বিচাৰোঁ যে; বৰ্তমানৰ তদন্ত সঁচা অৰ্থত নিৰপেক্ষ হওক আৰু প্ৰকৃত অপৰাধীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক ৷৷
ৰৌ বৰালী বাচি গল,পুঠী খলিহনা ফচি গ'ল।লিনা দলে লগত গালত গাল লগাই ফটো তুলি ভাইৰেল হোৱাজন কোন?সেই সকলক ফাচি দিয়ক।
ফাঁচী দিয়ক তেতিয়াহে এনে দুনিতি কাৰীবোৰে ভয় খায়
খৱৰটো পাই ধন্যবাদ।
ভগবানৰ ওচৰত বিশ্বাস ৰাখক। ভগবান আছে।
Mojaaa❤
সুন্দৰ🥰খবৰটো শুনি ভাল লাগিছে👌👌👌
Mojaaaa❤❤❤
Mojaa
সত্যৰ সদায় জয়,God sees the truth but waith. সত্যক আজিলৈকে কোনেও ঢাকি ৰাখিব পৰা নাই। ইয়াৰ উৎঘাটন সময়ে কৰিব।
এনেকৈ সহ কৰ্মীয়ে বিশ্বাস ঘাটক কৰে , কাক বিশ্বাস কৰিব। ঘোৰ কলি যুগ।কিন্তু সত্য সদায় জয় ।আমি এটাই প্ৰাথনা ঈশ্বৰ তুমি এতিয়াও মানৱ সমাজৰ ওচৰত থাকক।আমাক এৰি নেজাব প্ৰভু।
Very good ❤❤❤
Maa you one justish...vogobane apunak nayay deok..ha provu..🙏🙏🙏🙏🙏
সত্যৰ সদায় জয়।এক দিন বামুণৰ
এক দিন বহুৱাৰ ।
Sl জোন মণি ৰাভাৰ ণ্যায় ভাল কৰক ।
সত্য সদায় জয়
Right
Nice 🎉
Yes.
Maa Apuner kothabur xuni val lagil ,🙏🙏🙏
মাঁ বুলি ক'লে বুকূখন আনন্দ উৎফুল্লিত হৈ যায় ঠিক তেনেদৰে মাঁ চুকলো বৈ থকা দেখিলে হৃদয় ভাগি চুৰ মাৰ হৈ যায়। জোনমণী ৰাভাৰ মাৰি দিয়া সকলক ফাঁচি দিলে হে মাঁৰ অন্তৰখন শান্তি পাব।
Take a right action is best....
Cbi case open again very good
Justice for Junmoni. Raba.
Justice for Jonmani Rabha
জোমনী ৰাভাৰ মাতৃয়ে ন্যায় পাব লাগে ১০০/ সচা
Junmoni a nyay pabo lage
Justice for joonmoni rava
Ma,God bless you.
Junmonik ji hokol police bikhoyar jorito ase hai hokolok Junmonir Make bisorar dhore Vasi dibo Lage. Jate dithio bar kunu police bikhoyai Tenekuya Vulkam nokore. Thanks
Bohut val hoise. Duhik grapter koribo Lage .aru phasi. Dibo lage
Justice for jonmoni rabha
jay ho Kali Mata Durga Mata ki justice for janmani rabha
বৰ্কাস্ত কৰিলে কি হব।ফাঁচী দিব লগে।
সাংবাদিক বিলাক জলা জুইত ঘি ধাকিব যায়। আজিলৈকে কোনোবা সাংবাদিকে এটা টকা দি পালে নে? মা জনীক কিয় কুন্দু ৱাই থাকে ? অলপো বেয়া নেলাগে
দোষীক ফাচী দিয়ক
আমিও বিচাৰোঁ দুখীয়ে শাস্ত্ৰি পাওঁক
Yes fasi dibo lage
Wow borhiya.
বঢ়িয়া বঢ়িয়া
শুভ বাৰ্তা
Y@@PuspaBorah-p7n
Kiyo,? hoitha jibon kore sakri kora manut pasi diyot hwibila manu
Nice💔💔
বেছেৰী মাকজনী সচাঁ কথা হৈও মিছা বুলি কেছখন উঠাই লব লগা হৈছে ।সেই কেটাক মাছৰ দৰে খৰিকাত সিঙি জুই তাপত সিজাই খাব লাগে ।ধন্যবাদ থাকিল
Baideo Bhogovanor upporot ari dia,akdin holeo Bhogovane tar pal tu😭😭
🙏🙏🙏🙏🙏
বাইদেউ আপোনাৰ কথাবোৰ শুনিবলে চকুৰ পানীৰ ধৰিৰাখিব নোৱাৰো । আমি একোৱেই কৰিব নোৱাৰিব পাৰো কিন্ত নেদেখাৰ জন আছে বাইদেউ নমস্কাৰ
দোষী শাস্তি পাবনে?
Ami assu ain bisar hoyar bebe .dukhik phasi diya akha koru
সাংবাদিকে জোনমণিৰ মাককহে কন্দুৱাব যায় ৷ দোষী বিষয়াৰ ওচৰ কিয় নাযায় ?
Bhal khobar dibo
Hasty puwa kamona karu ❤
দোষীক কৰায়ত্ত কৰি উচিত শাস্তী বিহিব লাগে।।
GOOD. NEWS BHOGOBAANE. BICHAR KORIBOY. KORIBO
Home guard barkhasta koi ki dekhaise ,baki bilak ,,,,,
Takenecessaryactiontospdole
Dosi fasi do
হে হৰি! মাতৃ গৰাকীৰ কাতৰ আহ্বান গ্ৰহণ কৰি তুমি সত্য,আৰু
শুদ্ধ বিচাৰ কৰিবা বুলি আমাৰ
গভীৰ বিশ্বাস আছে!কাৰণ তুমি চিৰন্তন সত্য! তোমাক কোনেও
ঢাকি ৰাখিব নোৱাৰে।