Bhagawat Path Live From Doomnapara (Goalpara).

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 391

  • @promodborah3768
    @promodborah3768 6 หลายเดือนก่อน +2

    কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কৰিভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤❤❤❤❤

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 ปีที่แล้ว +7

    Krishna Probhu..path xuni ati bhal lagil..🙏🏻🙏🏻🙏🏻

  • @bhabeshbaruwah5845
    @bhabeshbaruwah5845 ปีที่แล้ว +4

    কৰুণা ময় ৰাম কৰুণা ময় কৰিয়ো কৃপা যেন উচিত হয় তুমি সে ৰাম কৃপা ৰসৰ নিধি তুমাৰ কৃপা বিনে নাহি কে সিদ্ধী সেৱা নিবেদিলো প্ৰভূ বহু দিনৰ বিৰতিত ভাগৱত ব্যাখ্যা শুনি ধন্য হলো ।মালা বৰুৱা ।

  • @jinuprovadas6006
    @jinuprovadas6006 ปีที่แล้ว +2

    হে মোৰ প্ৰভূ ঈশ্বৰ নিজৰ ঠাইৰ পৰা দেখা পাইও চাই চাই শুনি শুনি আন ন্দ্ৰ লভিছো । আৰুভক্তি ভৰা সেৱা ধৰিছো । কৃষ্ণ কৃষ্ণ প্ৰভূ ।

  • @bontiborah5014
    @bontiborah5014 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আপোনাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ

  • @kushalchetia2670
    @kushalchetia2670 ปีที่แล้ว +3

    গোবিন্দ গোবিন্দ প্লভূঈশ্বৰ হেৱা জনালো ।আলোচনা শুনি কৃতাথ হলো ।

  • @hiteswarsajati6167
    @hiteswarsajati6167 11 หลายเดือนก่อน +2

    জয় গুৰু শঙ্কৰ সৰ্বগুনাকৰ জাক‌এৰি নাহিকে উপাম তোহাৰি চৰণে ৰেনুশতকৌটি বাৰেক কৰোহো প্ৰণাম,বাৰেক কৰোহো প্ৰণাম , বাৰেক কৰোহো প্ৰণাম। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম 🙏🙏🙏

  • @dipkalita8273
    @dipkalita8273 ปีที่แล้ว +6

    হে মহা প্ৰভু আপোনাৰ পদ্ম মুখহনতে কৃষ্ণ কথা শুনি বহুতো জ্ঞান লাভ কৰিলোঁ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ranudas4561
    @ranudas4561 ปีที่แล้ว +5

    প্ৰভু আজি ভাগৱতৰ বাণী শ্ৰৱণ কৰি অতি ‌আনন্দিত হৈছো প্ৰভু 🙏🙏🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 ปีที่แล้ว +10

    Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏

  • @saptarsheebhattacharjee8960
    @saptarsheebhattacharjee8960 ปีที่แล้ว +2

    Krishna Krishna baap... hrasaddha pranam jasisu apunar sri saranat...

  • @kalpanasaikia4588
    @kalpanasaikia4588 ปีที่แล้ว +2

    পৰম পিতাৰ চৰণত ভক্তিভাৱেৰে কৌটি কৌটি সেৱা নিবেদন কৰিছোঁ কৃষ্ণ কৃষ্ণ প্ৰভু 👏👏👏👏

  • @sabitrimedhi6564
    @sabitrimedhi6564 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ ঈশ্বৰপিতা বহু দিনৰ অন্তত কৃষ্ণপ্ৰসাদ আনন্দচিত্তে অনুভৱ কৰিলো প্ৰভূ" সমস্তৰে কৃষ্ণামৃত শ্ৰৱণাৰ্থে আপোনাৰ শ্ৰীচৰণত সেৱা নিৱেদন কৰিলোঁ ৰাম কৃষ্ণ

  • @ramadas5839
    @ramadas5839 11 หลายเดือนก่อน

    Krishna Bap I am one of the most great fan.I am pleasent listener of your this great sweet krshna katha.God bless you.

  • @moonkumardas6611
    @moonkumardas6611 ปีที่แล้ว +11

    শ্ৰদ্ধাৰ বাপ 🙏
    এটি অনুৰোধ ভাগৱত বা অন্য শাস্ত্ৰৰ পাঠ নতুনকৈ আৰম্ভ কৰিব নেকি। আপোনাৰ অপূৰ্ব কণ্ঠ আৰু বাখ্যা শুনি আল্পুত হওঁ।

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 7 หลายเดือนก่อน +1

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤

  • @junumech7558
    @junumech7558 ปีที่แล้ว +7

    🪔👏👏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ চৰণ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ ‌🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ

  • @jinukakati1589
    @jinukakati1589 ปีที่แล้ว +6

    Krishan pravu Iswar 🙏🙏🙏🙏🙏

  • @manjurajkonwar2807
    @manjurajkonwar2807 ปีที่แล้ว +12

    হে মহন্ত গুৰুদেৱ আপোনাৰ চৰণ পঙ্কজ আমাৰ ভক্তি ভৰা সেৱা আগবঢ়ায়ছো । বহু দিনৰ মূৰত আপোনাৰ ভাগৱত পাঠ শুনি অতি আনন্দ লভিলো প্ৰভু প্ৰণাম ।🙏🙏 কৃষ্ণ

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🌹🕉️ নমোঃ ভাগৱতেই বশূদেবাই।🙏🙏

  • @jayantachetia4488
    @jayantachetia4488 ปีที่แล้ว +2

    প্রডূ কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত সহস্ৱ প্রণাম আমাক ভক্তি জ্ঞান দিয়া বাবে আপোনাৰ বাখ্যা অতি শুদ্ধ আমাৰ সহমত এশ শতাংশ প্ৰভূয়ে দীর্ঘায়ো কৰে যেন সদায় ভক্তিৰ নিজৰাবোৱই কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম।

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ আমাৰ সেৱাভাগি গ্ৰহণ কৰে যেন কৃষ্ণ

  • @gitanjalipathak1375
    @gitanjalipathak1375 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ 🙏 প্ৰভু সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏

  • @uddhabdas3864
    @uddhabdas3864 ปีที่แล้ว

    Krishna 🙏🙏🙏 provu khewa jonaishu,, bohut bohut dhuniya lagil,,

  • @raghunandanroy7788
    @raghunandanroy7788 ปีที่แล้ว +1

    হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে
    হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে
    🙏🙏🙏
    মই আপোনাৰ পৰা বহুত জ্ঞান আহৰণ কৰিব পাৰি বহুত আনন্দ উপভোগ কৰিলো।

  • @rekhamonideka9216
    @rekhamonideka9216 ปีที่แล้ว +3

    Gurudev apunar saranat pranaam janalu krishan

  • @promodborah3768
    @promodborah3768 5 หลายเดือนก่อน +1

    Krishna Krishna prabhuji ho❤❤

  • @anjalibaruah7669
    @anjalibaruah7669 ปีที่แล้ว +5

    কৃষ্ণ🙏🙏 শতকোটি প্ৰণাম কৃপালু বাপজনা🙏🙏🙏🙏
    জয় গুৰু শংকৰ মাধৱ🙏🙏🙏🙏

  • @bitulkonwar1099
    @bitulkonwar1099 ปีที่แล้ว +17

    আপোনাৰ পৰা বহুতো উপকাৰ সাধন হৈছে আৰু নজনা কথা বহুতো বুজি পাইছোঁ।আপোনাক শতকোটি প্ৰনাম প্ৰভুজনা🙏🙏🙏🙏

  • @pankajbora1978
    @pankajbora1978 ปีที่แล้ว +2

    Krishna pravu voktivora sewa nibedilu Krishna Suvoratri Krishna Krishna

  • @hemalatasaikia8965
    @hemalatasaikia8965 ปีที่แล้ว +1

    কৃষ্ণ। কৃষ্ণ।জয় গুৰু শংকৰ।।🙏🙏

  • @deepabora1865
    @deepabora1865 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা সেৱা জনাইছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻

    • @bhabanikhanikar8558
      @bhabanikhanikar8558 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম গ্ৰহণ কৰিব, 🙏🙏🙏

  • @LakhimiGohain
    @LakhimiGohain 20 วันที่ผ่านมา +1

    Krishna Krishna Ram Ram ❤❤

  • @renumalakar9046
    @renumalakar9046 ปีที่แล้ว +2

    ভাগৱত পাঠৰ ব্যাখ্যা শুনি খুবেই আনন্দিত হৈছো 😢😢😢😢😢😢

  • @pinkubaishya9780
    @pinkubaishya9780 ปีที่แล้ว +6

    কৃষ্ণ 🙏🏻 সেৱা গ্ৰহণ কৰিব 🙏🏻 কৃষ্ণ 🙏🏻 ৰাম কৃষ্ণ 🙏🏻

  • @rinachutia3723
    @rinachutia3723 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ কৃষ্ণ ।

  • @rimaborah6457
    @rimaborah6457 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ আপোনাৰ আৰু সকলো ভকত বৈষ্ণৱৰ চৰনত শতকোটি সেৱা নিবেদিলো৷

  • @gitanjalipathak1375
    @gitanjalipathak1375 ปีที่แล้ว +4

    কৃষ্ণ প্ৰভু বাপ সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏

  • @jharonachetia2767
    @jharonachetia2767 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনালোঁ 🙏🙏🙏

  • @bahuratnatamuliboruah2344
    @bahuratnatamuliboruah2344 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰনাম।

  • @rumibasumatari1962
    @rumibasumatari1962 ปีที่แล้ว +9

    বৰ ভাল লাগিল আজি আপোনাৰ নিজৰ ঠাইৰ পৰা হৰিকথা শুনি 🙏🙏

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas ปีที่แล้ว +1

    ❤🙏🌹🪔 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🕉️ নমোঃ ভাগৱতেই বশূদেবাই 🙏 কৃষ্ণ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ অধমে কৌতি কৌতি বাৰ সেৱা নিবেদিছু 🙏🌹❤ কৃষ্ণ প্ৰভু ঈশ্বৰ অধমে আপোনাৰ আশীৰ্বাদ বিছাৰি প্ৰাথনা কৰিছো। অহা আহিন মাহৰ ১১তৰিখে আমাৰ গৃহত এশাৰী পৰম মংগল নাম সেৱা আয়োজন কৰা হৈছে। আশীৰ্বাদ কৰিব প্ৰভু ঈশ্বৰ যাতে সেৱা ভাগ সুকলমে সম্পন্ন হৈ যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏❤🌹🙏🙏🙏🙏🙏

  • @dhirabharalidhira4675
    @dhirabharalidhira4675 8 หลายเดือนก่อน +1

    Krishna krishna krishna.baap.aponalai.sat.koti.pranam.janaiso

  • @bivadhekial50
    @bivadhekial50 ปีที่แล้ว +1

    Krishna Krishna bap bhaktir sewa jonalu.

  • @nabajyotidas6117
    @nabajyotidas6117 ปีที่แล้ว +2

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @malashreebora492
    @malashreebora492 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰভূ মোৰ গুৰু দেৱ প্ৰণাম জনালোঁ

  • @nilimapathak4130
    @nilimapathak4130 ปีที่แล้ว +4

    Krishna pranam pravu 🙏🙏

  • @gapaldas451
    @gapaldas451 ปีที่แล้ว +5

    Dandabad Prabhu Dandabad

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 ปีที่แล้ว +3

    Krishna Krishna bap hewa janalu

  • @jayasaharia5055
    @jayasaharia5055 ปีที่แล้ว +8

    বৈকুণ্ঠত উপবিষ্ট সমস্তলে ভক্তি ভৰা সেৱা জনালো । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @irenicc223
    @irenicc223 6 หลายเดือนก่อน +1

    মোৰ মা ঘৰ নগাঁৱত ভাইটি ৰঞ্জিত বৰা (দাদু) ৱে বৰ শ্ৰদ্ধাৰে এদিন এৰাতি পালনাম ৩ বাৰ পাতিছিল 🙏সেই নাম ভাগ আজিও কাণত বাজি আছে প্ৰভু 🙏

  • @junadutta8438
    @junadutta8438 ปีที่แล้ว +4

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব 🙏

  • @adityarabha6027
    @adityarabha6027 11 หลายเดือนก่อน

    Krishna Krishna 🙏🙏 Prabhu bhakti bhara sewa janaisu 🙏🙏 Krishna 🙏🙏🙏🙏

  • @daduldas1643
    @daduldas1643 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব
    কৃষ্ণ কৃষ্ণ

    • @nayanmonidas5812
      @nayanmonidas5812 9 หลายเดือนก่อน +1

      Krishna Krishna provu essor sewa grohon koribo Krishna Krishna

    • @nayanmonidas5812
      @nayanmonidas5812 9 หลายเดือนก่อน

      Provu essor Krishna Krishna bap jonor proti srdha nibediso

    • @nayanmonidas5812
      @nayanmonidas5812 9 หลายเดือนก่อน

      Bap aponar bhagwat path sraban krityon Kori bhut Ananda palo

  • @promodborah3768
    @promodborah3768 20 วันที่ผ่านมา

    কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ গীতৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিল ❤❤❤❤❤

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 ปีที่แล้ว +1

    Krishna Krishna pravu Ishor pronam 🙏🙏🙏🙏

  • @jayabhuyan640
    @jayabhuyan640 ปีที่แล้ว +6

    Ha prabhu kreepa karib 🙏🙏🙏

  • @jdtracks74
    @jdtracks74 ปีที่แล้ว +3

    Krishna bap kowati kowati pranam

  • @renumalakar9046
    @renumalakar9046 8 หลายเดือนก่อน

    বাপ , গুৰু জনাৰ লগতে ভক্ত প্ৰাণ ৰাইজলৈ শ্ৰদ্ধা ভক্তি, সেৱা নিবেদিছো ।অমৃতময় ভাগৱত পাঠৰ ব্যাখ্যা শুনি পৰিয়ালৰ আটায়ে পৰম আনন্দ লাভ কৰিবলৈ সক্ষম হ ও। লগতে ভগৱানৰ কৃপাত বাপ গুৰু জনাৰ দীৰ্ঘায়ু কামনা কৰিলো।শ্ৰুতা কামৰূপ (হাজোৰ পৰা)।

  • @devdas8542
    @devdas8542 ปีที่แล้ว +2

    পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মই হৈছে খ্ৰীষ্টান ধৰ্ম ...31.11%,,, ইছলাম.. 24.90% আৰু হিন্দু অৰ্থাৎ আমাৰ সনাতন ধৰ্ম 15.16% ..,,
    সেই অনুপাতে পৃথিৱীৰ ডাঙৰ ধৰ্মটোৱে হল খ্ৰীষ্টান....
    বাকি আপোনাৰ কণ্ঠত ভগৱন্তৰ নাম গুণ শুনি মুগ্ধ হৈছোঁ মাজে মাজে ৰাতি শুবৰ সময়ত আপোনাৰ ভিডিঅ চাও... কাৰণ পুথি শুনি ভাল পাওঁ সৰুৰ পৰা শুনিছোঁ মোৰ দেউতাই পুথি পঢ়ে এতিয়া ২৮ বছৰ হল মোৰ এতিয়াও শুনিয়ে আছো সময় উলিয়াই হলেও ❤

    • @manashtalukdar8848
      @manashtalukdar8848 ปีที่แล้ว

      ধৰ্ম ৰ ডাঙৰ সৰু নাই। লোকৰ সংখ্যাহে বেছি কম আছে।

  • @debendutta3945
    @debendutta3945 ปีที่แล้ว +2

    KRISHNA . Pronam probhu .

  • @golapidas565
    @golapidas565 ปีที่แล้ว +2

    He Mahan Guru Aponar Saran padat Pranam Prabhu 🙏🙏🙏🙏

  • @mantubora3924
    @mantubora3924 ปีที่แล้ว +2

    আমাৰ সেৱা জনাইছো ভগবানে কুশলে ৰাখক এইদৰে ভাগৱত কথা শুনাৰ সুভাগ্য হওক।

  • @deepanajlidas4523
    @deepanajlidas4523 ปีที่แล้ว +1

    Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @jaibajrangbali9234
    @jaibajrangbali9234 ปีที่แล้ว +5

    Hare Krishna

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 ปีที่แล้ว +20

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ। বহু ভাল লাগিল কৃষ্ণ কথা শুনি।🙏🙏🙏

    • @mainabordoloi2479
      @mainabordoloi2479 ปีที่แล้ว

      কৃষ্ণ🙏🙏🙏

    • @kusumkalita828
      @kusumkalita828 ปีที่แล้ว

      9Iiiiiiiiiiiiii]8877777777777777777777777788788😅বপ্6।😂

    • @bibekbasumatary814
      @bibekbasumatary814 ปีที่แล้ว

      ​@@mainabordoloi2479lppppl

  • @gopalnath6863
    @gopalnath6863 ปีที่แล้ว +1

    Joy guru Hankor madhov hari Ramo ram Krishna Krishna bap pranam grahan koribo shradhare heua jonalu Krishna Kri 1:46:3

  • @pramudnath2228
    @pramudnath2228 ปีที่แล้ว +3

    কৃষ্ণ ৰাম নাৰায়ণ।

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +3

    শান্তি পালো বাপGodbless u

  • @dipikaoza7556
    @dipikaoza7556 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ, সেৱা জনালো।

  • @priyadoleypegu597
    @priyadoleypegu597 ปีที่แล้ว +1

    krishna krishna krishna ❤️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @irenicc223
    @irenicc223 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ জনা🙏 আপোনাৰ ভাগৱত পাঠ শুনি বৰ ভাল পাওঁ প্ৰভু ইশ্বৰ 🙏

  • @abanikalitaentertainment5448
    @abanikalitaentertainment5448 ปีที่แล้ว +3

    Krishna Krishna bap eswar

  • @putulikalita2796
    @putulikalita2796 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত শত কৌটি প্ৰানিপাত কৰিলোঁ ৰাম ৰাম 🙏🙏🙏🙏

  • @minakshideka1470
    @minakshideka1470 ปีที่แล้ว +6

    Krishna krishna ram ram

  • @ramramguruji3876
    @ramramguruji3876 ปีที่แล้ว

    কৃষ্ণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট মহাপালনাম আমাৰ ইয়াত হয় কিন্তু এই মহা বিজনাম বা 25 আখৰ যুক্ত নাম আপোনাৰ কণ্ঠত বৰ সুন্দৰ হৈছে । মই চকুমুদি শ্ৰৱণ কৰিছিলোঁ ৩০চেকেণ্ডৰ বাবে কত আছোঁ পাহৰি গৈছিলোঁ মহাপালনামৰ মহা অনুষ্ঠানত বহি থকা যেন অনুভৱ হৈছিল ।

  • @prabantisaikia4353
    @prabantisaikia4353 ปีที่แล้ว +3

    Kriana krishna krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rinakalita927
    @rinakalita927 4 หลายเดือนก่อน

    গুৰুদেৱ আপোনাক কৌটি কৌটি প্ৰণাম জনাইছোঁ ৷ আপোনাৰ তত্ত্বগধূৰ অমৃত ব্যাখ্যাই আমাক অজ্ঞানতা দূৰ কৰি জ্ঞানৰ পোহৰ পাবলৈ সক্ষম কৰিছে ৷

  • @bhabitachoudhury5531
    @bhabitachoudhury5531 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণ শত সহস্ৰ প্ৰনাম

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 11 หลายเดือนก่อน

    জয় শ্ৰী কৃষ্ণ

  • @atulokalita4134
    @atulokalita4134 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা

  • @minakshibora4725
    @minakshibora4725 ปีที่แล้ว

    Krishna Krishna bapjon apunar sresoronot kouti kouti pronipat jonalu

  • @hareswarsonowal5297
    @hareswarsonowal5297 ปีที่แล้ว

    Hare krishna prabhu bhal lagil🙏🙏🙏

  • @bhadiramkalita2194
    @bhadiramkalita2194 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু ঈশ্বৰ,অপৰাধ মৰিশন কৰিব।এটা কথা নাজানো বাবে আপোনাৰ পৰা জানিব বিচাৰিছোঁ,যেনে,শংকৰ মাধৱ অভেদ ঈশ্বৰ ঘোষা ভাগ যে গোৱা হল,এই ঘোষা ভাগ গুৰু দুজনাই বিৰচিত কৰা কৃত্তন ঘোষাত নতুনকৈ সনিবিষ্ট কৰা হৈছে নেকি বাৰু?"কৃষ্ণ,পুনৰ বাৰ অপৰাধ মৰিশন কামনা কৰি সেৱা ধৰিলো,কৃষ্ণ....

  • @basantadas6095
    @basantadas6095 ปีที่แล้ว +1

    Prabhu apaner adirbad siraat Lai pranipat janaisu

  • @nibaranthakuria9108
    @nibaranthakuria9108 6 หลายเดือนก่อน

    কৃষ্ণ বাপ আপোনালৈ শিৰ কৃতগ্য
    আপুনি অৱশেষত যিখিনি কথা কলে এইখিনি কথা মইও অনুভৱ কৰোঁ আৰু বহু দুখ পাওঁ শঙ্কৰদেৱে প্ৰটিষ্টা কৰা এই বিশাল ধৰ্ম ৰাজ্য খনত বহুত বিভাজন আনিছে এনেকুৱা চিন্তাধাৰাৰ মানুহবোৰৰ কাৰণে।
    ধন্যবাদ

  • @dimbeswari_patar
    @dimbeswari_patar ปีที่แล้ว

    Krishna. Krishna. Krishna. Oum. Santi. Santi. Santi. 👃👃👃👃

  • @nityanandadas9952
    @nityanandadas9952 ปีที่แล้ว +2

    Krishna Krishna probhu 🙏🙏🙏🙏

  • @sikhanath7198
    @sikhanath7198 ปีที่แล้ว +2

    মোৰ মানুহজনক ৰুগ মুক্ত কৰিব প্ৰভু ।🙏🙏🙏

  • @pratibhapathak556
    @pratibhapathak556 ปีที่แล้ว +3

    Krishna pranam

  • @nabanitagohain7723
    @nabanitagohain7723 ปีที่แล้ว +1

    অসমীয়া লেখেৰে আমাৰ নবো বৰ্ষৰ আন্তৰিক হেৱাগীয়াপন কৰিলোঁ ।কৃষ্ণ🙏

  • @krishnadeka5656
    @krishnadeka5656 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🌼🌼🌼 শেৱা গ্ৰহন কৰিব প্ৰভু

  • @manasdeka6801
    @manasdeka6801 ปีที่แล้ว +2

    Joy guru Shanker 🙏🙏🙏🙏

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @basisthabaishya7731
    @basisthabaishya7731 ปีที่แล้ว +1

    Krishna Krishna pravu eswer

  • @lohitdas8326
    @lohitdas8326 ปีที่แล้ว

    Krishna bap Ishor khewa janalo 🙏🙏. Moi Bangalore pora sai asu aponar Bhagwate bhakhya.... aru dhanya hoisu.

  • @reetabordoloi5258
    @reetabordoloi5258 ปีที่แล้ว +16

    কৃষ্ণ কৃষ্ণ কৃপাময় প্রভু | 🙏🙏🙏🙏

    • @debengogoi7019
      @debengogoi7019 8 หลายเดือนก่อน +1

      😢😢😢😢😢😢

  • @pulakdas2171
    @pulakdas2171 ปีที่แล้ว +1

    Krishnobaapvalaasa

  • @ritulboruah704
    @ritulboruah704 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু 🙏🏻