ভকতি | ভক্তিৰসৰ গীত | Devotional Song | Krishnamoni Nath | Barduwa | বটদ্ৰৱা | Batadrawa
ฝัง
- เผยแพร่เมื่อ 8 ต.ค. 2024
- Devotional song "VOKOTI".
Music, Tune, Lyrics : Ashyut Saikia.
Singer : Krishnamoni Nath.
Video Direction & Editing : Dibyajyoti Saikia.
Actor : Dibyajyoti Saikia, Bikash Kalita, Khagen Kalita, Mintu Borua, Deepjyoti Goswami, Biren Kalita, Girikanta Bora, Kamakhya Kamal Saikia, Bipul Bhuyan & Krishnamoni Nath.
Child artist : Geet Anurag Kashyap, Pagyanjyoti Kalita, Chandan Barua.
Camera : Suna.
Lights : Endeswar.
Make Up Artist : Prasanta Bora.
Thanks to : Sri Sri Batadrawa Than committee.
Life is beautiful, Always keep smiling, Create health & wealth with Lokoi entertainment.
অতি সুন্দৰ । অসমীয়া ভক্তিমূলক নাম সমুহ ইমান সুন্দৰকৈ প্ৰতিফলিত কৰিছে ।ভবিষ্যতলৈও যাতে এই ভক্তিমূলক গীত , ভক্তিমূলক নাম আৰু আমাৰ অসমীয়া সংস্কৃতি আমাৰ মাজত বিৰাজমান হৈ থাকে, যিহেতু এই সকলোবোৰ আমাৰ মাজতে হেৰাই যাব ধৰিছে ,
সেই বাবে আমি সকলোৱে অসমীয়া সংস্কৃতি, ভক্তিমূলক গীত পদ আদি এইসকলোবোৰ বোৰ হেৰাই যাব নিদিও।
ভবিষ্যতলৈ আপোনালোক আৰু আগুৱাই যাওক তাৰেই কামনা কৰিছো । কৃষ্ণ
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো,
কৃষ্ণ ।
আকৰ্ষণীয় পৰিৱেশন। কৃষ্ণ।
Krishna
বৰ ধুনীয়া লাগিছে দাদা, গুৰু জনাৰ সৃষ্টিৰ তুলনা নাই ।
অভিনয় জীৱন্ত আৰু প্ৰশান্ত ☺️🙏
কৃষ্ণ 🙏
বৰ ভাল লাগিল ৷
বৰ সুন্দৰ হৈছে।
ধন্যবাদ জনালো
🙏🏻🤲🏻❤️🌹Jai Shri Maa Radha Devi Maa Shri Radha Devi Maa ShriKrishna Prabhu Ji🌹❤️🤲🏻🙏🏻🙏🏻🤲🏻❤️🌹Jai Shri Ganesh Prabhu Ji🌹❤️🤲🏻🙏🏻🙏🏻🤲🏻❤️🌹Jai Shri Maa Ganesh Devi Maa Shri Ganesh Prabhu Ji🌹❤️🤲🏻🙏🏻
Bht dhunia hoise. Gogi r expression khini mind blowing hoise. Gogiloi best of luck thakil.
Thank you so much
হায় অপূর্ব দা। অতীতৰে পৰা মই আপোনাৰ চিনেমা, চিৰিয়েলসমূহ চাই আহিছো। বহুত ভাল লাগে। মই নগাঁও শেনচোৱাৰ বাসিন্দা। আপোনাৰ এই ভিডিঅটোত অলপ সময়ৰ কাৰণে ময়ো অভিনয় কৰিবলৈ সুযোগ পাইছো। এই ভিডিঅটোত ওলাবলৈ পাই মই অতিকৈ আনন্দিত হৈছো। অভিনয় কৰিবলৈ মই বহুত ভাল পাওঁ। গতিকে আপোনি যদি আকৌ কিবা নতুন ভিডিঅ কৰে তেতিয়া হলে তাত অভিনয় কৰিবলৈ মোকো লব পাৰে। মই লাগিলে আপোনাক মোৰ কন্টেক নম্বৰটো দি দিম। আপোনাৰ ভিডিঅত অভিনয় কৰিবলৈ পালে মোৰো বহুত ভাল লাগিব। কিবা থাকিলে মোক এবাৰ জনাই দিব। ধন্যবাদ 🙏🙏🙏
Dhunia uposthapon
ধন্যবাদ
বহুত ভাল লাগিল🥰
Dhuniya
কৃষ্ণ কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🪔🙏🙏🙏🙏🙏🙏🙏🪔🪔🪔🪔
কৃষ্ণ
Naise dada
Val lgil sai
ধন্যবাদ
😍😍😍😍
Nice dada
Nice video and song dada
Thank you
🙏🙏🙏
Krishna🙏🙏🙏
অপূৰ্ব । কৃষ্ণ কৃষ্ণ 🙏🏼
nice song and video
Nice video dada ruagbahi juwa tare kamna korilu mur videobur sabo sun আশা কৰিলো আৰু alp morom besarisu apunar pora
নিশ্চয়
ধন্যবাদ তোমাক
কৃষ্ণ কৃষ্ণ
Krishna 🙏🙏