APDCL ক সঁচা অৰ্থত যদি গ্ৰাহক সকলে regular bill আদায় দিয়ে তেন্তে বিদ্যুৎ regularly পোৱাটো উচিত।কিন্তু মোৰ চাকৰি জীৱনৰ নিজা অভিজ্ঞতাৰ পৰা এটা কথা আমি জানিচিলো বহু ভিতৰুৱা গাঁৱৰ গ্ৰাহকে বিদ্যুৎ bill পৰিশোধ কৰাটো দুৰৰ কথা বিদ্যুত সংযোগ বিচ্ছিন্ন কৰাৰ পিছত অবৈধ ভাবে বিদ্যুৎ সংযোগ কৰি বিদ্যুৎ ব্যবহাৰ কৰি থাকে।ভিতৰুৱা গাওঁ বিলাকত কিছু সংখ্যক ভাল গ্ৰাহক থাকে কিন্তু ভালত কৈ চুৰি কৰি বিদ্যুৎ ব্যবহাৰ কৰা অবৈধ গ্ৰাহকৰ সংখ্যা বেছি হলে বিদ্যুৎ বিভাগৰ হাতত এনে কোনো কঠোৰ আইন নাই যে সেই বিলাক গ্ৰাহকক জেলত ভৰাই ৰাখিব।আইন প্ৰণয়ন কাৰী সকল কঠোৰ নহলে একেবাৰে ভিতৰুৱা গ্ৰামাঞ্চলত বিদ্যুতৰ লুকা ভাকু বন্ধ কৰাটো সহজ সাধ্য নহব বুলিয়েই ধাৰণা কৰোঁ।
Bor sundor.amar dholpur. T daily revune drive koribo ahe dalali keijonman ji neki phase aru neutel sini napai .tar gang leader tu jitu sarmah. Mur ghoror pora dalali kori sihote 1500 Toka ghus loi gol sidina. Moi g.pay kora scanner rakhi su .
4:03 Amar yat o akoi problem a ghonta o na thake val ke..... Rati huboloi iccha nohoy... 1 mah pisot exam kintu keneke porim..dinot gorom aru rati duiyo ta gorom aaru ondhokar... Atiya ami to dhoni manu nohoy je inverter aata logai lom...
Aamar north lakhimpur sub division to akei.ammi bhut kostot aasu karen thakiu voltes nai..kadam hajong gaon.ajii 3 din dhoti.aaru aagoteu akeu . North lakhimpur bakhie ulai ashok apdcl official loi.
অকল লক্ষীমপুৰতে নহয় সকলোতে
বি জে পি ক আৰু ভোট দিব ডাঙৰিয়া সকল অলপ বিবেচনা কৰা ভাল
কাম Smart নহয় ,
মিটাৰ হলে Smart দেই !
APDCL ক সঁচা অৰ্থত যদি গ্ৰাহক সকলে regular bill আদায় দিয়ে তেন্তে বিদ্যুৎ regularly পোৱাটো উচিত।কিন্তু মোৰ চাকৰি জীৱনৰ নিজা অভিজ্ঞতাৰ পৰা এটা কথা আমি জানিচিলো বহু ভিতৰুৱা গাঁৱৰ গ্ৰাহকে বিদ্যুৎ bill পৰিশোধ কৰাটো দুৰৰ কথা বিদ্যুত সংযোগ বিচ্ছিন্ন কৰাৰ পিছত অবৈধ ভাবে বিদ্যুৎ সংযোগ কৰি বিদ্যুৎ ব্যবহাৰ কৰি থাকে।ভিতৰুৱা গাওঁ বিলাকত কিছু সংখ্যক ভাল গ্ৰাহক থাকে কিন্তু ভালত কৈ চুৰি কৰি বিদ্যুৎ ব্যবহাৰ কৰা অবৈধ গ্ৰাহকৰ সংখ্যা বেছি হলে বিদ্যুৎ বিভাগৰ হাতত এনে কোনো কঠোৰ আইন নাই যে সেই বিলাক গ্ৰাহকক জেলত ভৰাই ৰাখিব।আইন প্ৰণয়ন কাৰী সকল কঠোৰ নহলে একেবাৰে ভিতৰুৱা গ্ৰামাঞ্চলত বিদ্যুতৰ লুকা ভাকু বন্ধ কৰাটো সহজ সাধ্য নহব বুলিয়েই ধাৰণা কৰোঁ।
Agote tenekuya acile kintu aji kali tenekuya nohoi
সকলোতে একে 5 মিনিট কাৰেণ্ট থাকে 2ঘণ্টা নেথাকে
আমাৰ মন্ত্ৰী সকলৰ ঘৰত কাৰেন্ট থাকিলে হব দিয়ক । অসম খন পোহৰ হৈ থাকিব ।
অসমৰ আটাইতকৈ নিৰ্লজ্জ বিভাগ APDCL
বিদ্যুতৰ যোগান জনতাৰ টকাৰে চলাই আছে গতিকে বিনামূলীয়া হব লাগে।
Moja 😢😢😢
কি যে হব ভগৱান কৃষ্ণ । এয়া আমাৰ অসমৰ গৌৰৱ
Not only Lakhimpur but also same condition in Guhati.
চহৰীয়াই চহৰীয়াক বিদ্যুৎ দিচে মানে😂😂😂😂😂😂
APDCL আমাৰ ইয়াতো একেই
Good job
Smart metar di lutise.bohut besi varisu agotkoi.mama aru nalage
ভাল কাম কৰিছে 😢😢😢😢😢😢😢😢😢😢😢😢😢 হা হা হা হা হা হা হা হা হা হা হা হা হা হা হা
Mangaldai same obostha
Sorkare APDCL company d beya korise
লাইনৰ বিল দি থাকক।লাইন নাপালেও দুখ নকৰিব যিহেতু আপোনালোকে চৰকাৰ।
Okw abar
বঙাল মৰা ট্ৰেঞ্চ মিটাৰত 24 ঘণ্টাৰ মাজত 2 ঘণ্টা সময় কাৰেঙ নিদিয়ে।
আহি আছে ৰাইজৰ নিস্বাৰ্থ সেৱাত ৰাইজৰ পদুলিৰ চৰকাৰ জাতীয় কংগ্ৰেছ ।
Apdclr bohut besi hoise
Hosa dai
আমাক bhut diok,,, January r pora 24 ghota biddut pabo,,,
চৌবিশ ঘন্টাই লাইট দি আছে বৰ মজা জাওক জাওক মিঠাতেল অকনমান দি শুই থাকা
সকলোতে হয় ।
মামাই আচনি দিচে নহয় আমাক দিয়া আচনিৰ টকা বোৰ এনেকৈয়ে নিব এইতোয়ে শৰ্মা মামা । হিমন্তই অসম সন শালে । মামা মামিৰ অসম
❤❤❤❤
Alop borohun ahelye carent katy kijy hobo oo aikhan sorkar
APDCL লে দকাইত মিতা লগাবলৈ গলে ঠেঙ ভাঙি দিব লাগে
বিজেপি,গবেঘ
Aru bjp ek vot dei 😂😂😂
BJP চৰকাৰৰ মহিমা আৰু হব কংগ্ৰেছৰ দিনত এনেকৈ ৰাতি ওলাই আহিছিল নে
কংগ্ৰেছৰ দিনত নিয়মীয়াকৈ কাৰেন্ট দিছিল নে।বিচনী বেচি বেচি হাবাথুৰি খাইছিলো।কোনো এখন চৰকাৰ কম নহয়।
Amar gohpurotu ekei obosta hoise
৪০০ টকা ফাইন নালাগে মিছা কঠা কয় আপুনা লুকে অনলাইন মাৰিব
Everywhere this same situation
বাক্সা টো তেনেকুৱা অবস্থা লাইন নাথাকে village Duba gaon
BJPৰ 24 ঘন্টাই বিদ্যে ত CM য়ে দি আছে কিয় পোৱা নাই।
মোৰো লাইন কাটি দিছল তাৰ পিছত এক্সৰা 400 টকা ফাইন লৈ ৰিছিভ খন নিদিলে ফালটো Apdcl কোম্পানী
Jagiroad.. T. Akei. Abosta....
বিদ্যুৎ কমচাৰিক পিতন দিলে বিদ্যুৎ নিয়মীয়া হব জানো?
Akou aabar mudi sorkar.mozzzzza
Jorkar.gobek
Sob jagate enekuwai ...din tu Kati thoi diye ketiyaba rati .
BJP vot Tu diba de
কোম্পানীৰ নাচনীয়ে APDCL কৰ্মচাৰী মানুহ খিনি নাচিব কলেই নাচিব পইচা লুতিব লাগে বুলি কয় দিলেই ৰাইজৰ পৰা পইচা লুতিব জানে বাকী একো নাজানে
মেঘালয়ত যেনেকৈ বিজুলী কৰ্মীক গাহৰি পিতন দিয়ে, তেনেকৈ অসমতো পিতা আৰম্ভ কৰিলে বিজুলী নিয়মীয়াকৈ পাব।
@@BaharulIslam-sm5bx right anykua korily vll hobo
BJP 24 Gonta Lain Dimbuli KoisiL Atiya Aru Ki HoL...?
@@sanjayrabha9314 atiya bujilu 24 nohoi 2 gonta hy kota koisel mamai vut hol atiya aru ki dorkar raijok ma dhar mar disy
Arre, electricity office wale, kya kar rahe ho? Garmi mein current nahin hai, aur aap log kahan so rahe ho? Jago, jago, jago! Aapki sewa ki zaroorat hai.
Bill regular dileu , katyaba olop dari holau line katidya
Smart meter re jonhadharon r BP o smart kori dise
Bill basi ahisa dibo pora ni akou 400toka fine.dukhiyar murot ram tangun.
Duliajan to
এইটো বেয়া বুলি ক'ব নোৱাৰি কাৰন আৰ্জিলে ফল ভুঞ্জিবলৈ পায় গতিকে আপোনালোকে বি জে পিক ভোট দিয়া ফল পাইছে।
Congasok votdela 24ghpabo ne
24 ghonta😀😀
Goya bule kole je
APDCL....ki km ehotor avodrami r kotha
ধেমাজিৰ লাখটকীয়া গাঁওতো একে অৱস্থা । খং বহুত উঠে । গালি দিম কাক ? দিনটো কাৰেণ্ট নাথাকে, 9টা বজাত সদায়েই যাব আৰু পিছবেলা 4টাত আহিব। তাৰ পাছতো আকৌ নাটক । 10 মিনিট দিব 2ঘণ্টা নাই । ভাবিছিলো কাৰেণ্টটো চাগে কৰবাত প্রব্লেম হৈছে বাবে নাথাকে । কোনে জানে এইগাল কুকুৰ বুলি।
Same condition Barpeta dist or Sorbhog ot .pray dintut 10 ,20 bar line kati thake bill kintu tmm ahe.
Jwa kali ratir pora etiya loike line oha nai
আৰু বিজপি ক ভোট দিয়ক --পাবা মজা আৰু😂😂😂😂😂😂😂😂😂😂😂😂
Bor sundor.amar dholpur. T daily revune drive koribo ahe dalali keijonman ji neki phase aru neutel sini napai .tar gang leader tu jitu sarmah. Mur ghoror pora dalali kori sihote 1500 Toka ghus loi gol sidina. Moi g.pay kora scanner rakhi su .
Hol vul hol naki vot ....
24 gontar vitrt 8 gonta o karent nidiye
apdcl r para bidyut bibhag k beleg company k diar dabi janauk
4:03 Amar yat o akoi problem a ghonta o na thake val ke..... Rati huboloi iccha nohoy... 1 mah pisot exam kintu keneke porim..dinot gorom aru rati duiyo ta gorom aaru ondhokar... Atiya ami to dhoni manu nohoy je inverter aata logai lom...
Amar uu aky abosta rati holy carenet kati diye
Prati dine bill bahi jai kma dekha nai kio
High pressure habo😂 lahe lahe
Amar jorhat t u ekei goti bill hdai di ahisu but Amar gaor mnuhr lgt kioo anekua kree
Eman goromot jodi crentu val dre napau kiman dikdar hooi....
Aamar north lakhimpur sub division to akei.ammi bhut kostot aasu karen thakiu voltes nai..kadam hajong gaon.ajii 3 din dhoti.aaru aagoteu akeu . North lakhimpur bakhie ulai ashok apdcl official loi.
Posim karbianglong Ane abosta korise bjp go beg.
❤❤❤😂
সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰিবলৈ ও এওঁলোকেই আন্দোলন কৰে 😂
Ako lap nai B. J. P jindabat😆
চিন্তা কৰক এতিয়া আকৌ বিজেপি ক ভোট দিবনে ?
BJP ক ভোট দি আৰু মজা পাওক / মজা লওক ।
❤❤❤❤❤❤🇮🇳🙏🙏🙏🙏🙏😂😂😂😢😢😢😢😢😢😢
Bjp k vote de aru
Ki goya akhangko. Apuni kotha kbo njna ne ki. Ki bujaise a kotha khr koi.
Kunu ye aku diya nai aibar haha halani karibo lage
Mesakotha bjpk bepothaporucetakoreboloib congas uleaianesa
LITE GOLEN APDCLR SAKORIYALOR DORMOHA KATOK. ARU AI BILAK RAIJ BJPR HIMANTAK ARU VOTE DIYAK
এই বোৰ সব কংগ্ৰেছী লোক । পলিতিকচ কৰিবলৈ উচতনি দিয়া যেন হে লাগিছে ।
আমাৰ কিন্তু INVERTER আছে,একো গম নাপাওঁ
BJPK 26OT VOTE Dibola haju hoi thakok
𝐎𝐤𝐨𝐥 𝐥𝐨𝐤𝐡𝐢𝐦𝐩𝐮𝐫 𝐧𝐨𝐡𝐨𝐢𝐲 𝐚𝐬𝐬𝐚𝐦𝐨𝐫 𝐡𝐨𝐤𝐨𝐥𝐮 𝐭𝐡𝐚𝐢𝐭𝐞 𝐭𝐢𝐧𝐮𝐤𝐮𝐰𝐚 𝐬𝐨𝐫𝐤𝐚𝐫𝐞 𝐭𝐨𝐝𝐨𝐧𝐭𝐨 𝐤𝐨𝐫𝐢𝐛𝐨 𝐥𝐚𝐠𝐞 𝐮𝐬𝐢𝐭 𝐡𝐚𝐬𝐭𝐢 𝐝𝐢𝐛𝐨 𝐥𝐚𝐠𝐞