ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Nice nice nice 👍🙂😮😢🎉
যিমান চেষ্টা কৰিলেও বঙালী আৰু ইংৰাজী শব্দ প্ৰায়েই খিনি উচ্ছাৰণ কৰা হয়, আমাৰ অসমীয়া লোক সকলৰ।
গোগামুখৰ বিচাৰক ডাঙৰীয়াৰ মন্তব্য বৰ ভাল লাগিল।
Negera nohai nagara hoi kihor negera
আমি জানো বিন্দা বনত হে বোলে দিহা নাম উৎপত্তি হৈছে কিন্তু আজি কালি হেই ভাগ নাম গালে পুৰষ্কাৰ নাপাই ।
আমাৰ ঠাইত ছোৱালী সকলে চেলেং নলয় । চেলেং খনি ভকতি বস্ত্ৰ । উক্ত বস্ত্ৰ খনি যেতিয়া আই বাপ সমস্ত ই ভক্তি মাৰ্গত গলেহে ল'ব পাৰে।হৰি নাম প্ৰতিযোগিতা ত যাব পাৰে জানো? পুৰষ্কাৰ ব্যৱহাৰ নকৰি সকলো দললৈ সেৱা আগ বঢ়াব নোৱাৰে নে?গুৰু দেৱৰ কলা সংস্কৃতি ক কিয় বেচা কিনা হৈছে? দিহানাম ৰ প্ৰশিক্ষক সকলে গুৰু হৈ প্ৰশিক্ষণ দিয়ে ব্যৱহাৰ জ্ঞানেৰে।
বিচাৰকৰ মন্তব্য ভাল লাগিল । পিছফালৰ বেনাৰ খনত শংকৰ ঠাইত শ্ৰীমন্ত শংকৰদেৱ বুলি লিখা হলে বেছি শুৱলা হলহেতেন বুলি অনুমান হয়।
শংকৰ সঙ্ঘ আকৌ😂
বিচাৰক আই গৰাকীয়ে দচটা বুলি উল্লেখ কৰিছে ? দচটা দ’ল নহয় দহটাহে হ’ব লাগিছিল ?
ইংৰাজী অসমীয়া দুইটা হোৱা কাৰনে ভাল লগা নাই। সকলো কথা অসমীয়াত কোৱাহেতেন ভাল লাগিল হেতেন🙏🙏🙏
Ami gogamukhor pora said as sir
Bohut bisarokor montoibya xunilu.kintu aji aekeijon bisarokor montoibya xuni apluto holu.Xokolu bisarok Jodi apunaxobor dore hol hoy Dihnamor dol xomuh bohut upkrito hol hoy.Val lagil.Bohut besi val lagil🙏🙏🙏
Hundor
বাপ জনাই চাদৰ খনে উৰনী লোৱা, আৰু চেলেং চাদৰ খনে উৰনি নোলোৱাক নোলোৱা বাবে কিয় কিয় বুজি নাপালোঁ বোজাই দিলে উপকৃত হলো হেঁতেন
জয় হৰিধ্বনি❤️
Munin davoloi pranam amar eyat caman dall kaitai prize pai bhul bule nokow
সচা কথা কৈছে আই গৰাকীয়ে সঙগতকাৰী মাত কম হব লাগে
জীয়ৰী সকলে উৰনি নললেও হ'ব লাগে
ও ৰাম জয় হৰে কি এ জয়-হৰে হব লাগে নে হৰি হব লাগে জানিব বিচাৰিছোঁ
ম ও নহয় বাপ ম ই ও বুলিহে ক'ব লাগে।
বিচাৰক মহোদয় আপোনাৰ যি খিনি কথোপ কথম হোনি ভাল লাগিল আপোনাৰ কথোপকথনক ওলগ জৱালোঁ আমাৰো এটি দিহানামৰ দল আচে যোৱা বছৰলৈকে আমি প্রতিযোগিতাত অংশ গ্রহন কৰিচিলো আপোনালোকৰ আশীৱাদত জয়ওঁ হৈচিলো কিছু কিছু ঠাইত পৰাজয়ওঁ হৈচিলো আমি দুখ কৰা নাচিলো বা নাপালো এনে ধৰনৰ পালো এই বিলাক প্রত্রুিয়া কথা হল বিচাৰক মহোদয় এনে হয় কিছু ঠাইত প্রতিযোগি সকলক কিবা ভুল হলে এনে কিছুমান ভাষা প্রয়োগ কৰি মন ভাঙি দিলে নাম পৰিবেশন কৰি থাকোতে বিচাৰক আসনত বঢি আমাক কিছু বিচাৰকে আমাৰ নামৰ ফালে মুৰ নকৰি আমাৰ ফালে পিঠি দিয়ে নামৰ শেখত আমাকএনে নিচ ভাষা প্রয়োগ কৰিচিল আমি অবাক হও চকুলো বয় আমি একো নকওঁ এনেও হয় বিচাৰক মাজটো কাজিয়া হয় number দিয়া লগত কিয় বেচি দিলে বুলি কিছুমান বিচাৰক বয়সত সৰু বাবয়সত দাঙৰ সৰু হোৱা বিচাৰক জনে দাঙৰ বয়সৰ বিচাৰক জনক মান নকৰাও মুখৰ আগত দেখিচো এনে হৈচে বিচাৰক মহোদয় নামৰ প্রতিযোগিতালে জাৱলেঁ মনে নোজোৱা হল বিচাৰক কাৰনে ভুল হৱ পাৰে কওঁক ভাল ধৰনেৰে বুজায় দিয়ক আমি বেয়াটো নাপাওঁ অশোৱনীয় ভাষা প্রয়োগ কৰি আমাৰ মনটো ভাঙি পেলালে নাম নকওঁ মহোদয় তেনেঁ বিচাৰকৰ বাবে প্রতিযোগিতা মুলক দিয়া নামৰ হেপাহ বিলাক নাইকিয়া হৈচে আপোনি বিচাৰক কৰি প্রতিযোগি সকলক ইমান ধুনীয়াকৈ বুজাই দিচে আপোনি প্রতিযোগি সকলৰ পৰা মান পাবই কাৰন আপোনি কাকো দুখ অনুভৱ নকৰাকৈ প্রতিযোগি সকলক় সাহস দিচে এই সাহস আন কিছু বিচাৰক সকলে প্রতিযোগি সকলক সাহস বুজাই দিলেহেতেনঁ আজি আমাৰ নিচিনা প্রতিযোগি সকল ঘৰৰ ভিতৰত হোমাই নপৰিলোহেতেনঁ !বিচাৰক মহোদয় আপোনাক সেৱা জনাইচো আপোনি বিচাৰক হৈ প্রতিযোগি সকলক সাহসৰ হৈ পৰক ভাল বিচাৰক হৈ থাকক তাকেই কামনা কৰি আপোনাৰ বাবে দুখাৰ কথা কৱলে হোবিধা পালো !🙏🙏🙏
হৰে কি এ জয়।নহয় হৰি কৃষ্ণ জয় হব লাগে।জয় হৰি গোপাল গ'বিন্দ নহয়।গোপাল গোবিন্দ হব লাগে নিকি।
ভক্তিৰ প্ৰতি যুগিতা???
আমি তিনিটা লয়ে গাওঁ 🙏 আপুনি কোৱা কথা ৰাইত শিৱসাগত কিয় চাৰি ভাগ নাম গায় পুৰস্কাৰ পায় 🙏🙏🙏
e ,t. ree
Munin devoloi akhekh doinyabad
Amr Jorhat t kewol dutaman dolle he pai ji keita common.nam nokou.
Nice nice nice 👍🙂😮😢🎉
যিমান চেষ্টা কৰিলেও বঙালী আৰু ইংৰাজী শব্দ প্ৰায়েই খিনি উচ্ছাৰণ কৰা হয়, আমাৰ অসমীয়া লোক সকলৰ।
গোগামুখৰ বিচাৰক ডাঙৰীয়াৰ
মন্তব্য বৰ ভাল লাগিল।