মাৰি পেলালে হেঁতেন - translocate tree for the first time in Assam - Dimpu Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 พ.ย. 2024

ความคิดเห็น • 1.7K

  • @amankalita8730
    @amankalita8730 4 ปีที่แล้ว +144

    জাপানত এডাল বৰ ডাঙৰ গছ এনেকুৱাকৈ TRANSLOCATE কৰা news এটা পাইছিলো ৷
    আজি তেনেকুৱা কৰা দেখি বহুত ভাল লাগিল৷৷

    • @gamer-ew3ph
      @gamer-ew3ph 4 ปีที่แล้ว +1

      @@sprky2099 muk kora moi korim ki nu abur
      Val video bonale enew hobo

    • @voicenagaon5801
      @voicenagaon5801 4 ปีที่แล้ว +2

      Muk Ku sapport kora bro hot

    • @voicenagaon5801
      @voicenagaon5801 4 ปีที่แล้ว +2

      Moi sapport korim

    • @habibtech5448
      @habibtech5448 4 ปีที่แล้ว +2

      Hoi nki

    • @creativeartworks7779
      @creativeartworks7779 4 ปีที่แล้ว +3

      kintu moi o koru kati bihur dina ...

  • @UFRana
    @UFRana 4 ปีที่แล้ว +39

    𝐖𝐨𝐰...বহুত ধুনীয়া পদক্ষেপ.....সঁচাকৈ সেই মানুহ জনক 𝐒𝐚𝐥𝐮𝐭𝐞.....🙂

  • @kalpaop1042
    @kalpaop1042 4 ปีที่แล้ว +32

    সুন্দৰ প্ৰদক্ষেপ। প্ৰকৃতিৰ সংৰক্ষণ হওঁক, সকলোৱে ওলাই আহক। "সৃষ্টি" ৰ ফালৰ পৰাও প্ৰকৃতিৰ সংৰক্ষণত উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিছে। ধন্যবাদ সৃষ্টি💚

  • @mitalisworld6125
    @mitalisworld6125 4 ปีที่แล้ว +15

    গছ থাকিলেহে মানুহ থাকিব
    ধন্যবাদ জনালোঁ এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ❤️

    • @dimpubaru
      @dimpubaru ปีที่แล้ว

      De arrrrrr

  • @informationbykthakuria5802
    @informationbykthakuria5802 4 ปีที่แล้ว +5

    মানুহতকৈ ও প্ৰকৃতি শ্ৰেষ্ঠ। দিম্পু দা তুমি সঁচাই এজন ভাল প্ৰকৃতি প্ৰেমী লগতে আপুনি এজন ভাল নাগৰিক। যি এ এই ব্যৱস্থা হাতত লৈছে তেওঁ লোকলৈ আমি শ্ৰদ্ধা অৰ্পন কৰিছোঁ । নমস্কাৰ 🙏

  • @chittaranjanphukan4841
    @chittaranjanphukan4841 4 ปีที่แล้ว +1

    এনেকুৱা পদক্ষেপ গ্ৰহণ কৰা দেখি বহু বহু ভাল পাইছোঁ। এই পদক্ষেপ গ্ৰহণ কৰা দা দা কেইজনক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।
    বিশেষকৈ ধন্যবাদ জনালোঁ দিম্পু দাক। তেওঁ নিজেই সজাগ হোৱাৰ উপৰিও আন দহজন লোকক সজাগ কৰি দিলে। ভাল লাগিছে এনে এটা ভিডিঅ' সকলোলকৈ আগবঢ়াই দিয়া বাবে।

  • @dipaligogoi8932
    @dipaligogoi8932 4 ปีที่แล้ว +11

    বৰ্তমান সময়ত আপোনালোকৰ দৰে মানুহৰ বহুত প্ৰয়োজন হৈছে
    আপোনালোকক বহুত ধন্যবাদ

  • @farhasuhana392
    @farhasuhana392 4 ปีที่แล้ว +2

    Bohutttttttttttt val lagil vdo2 sai💚💚💚

  • @missaplina
    @missaplina 4 ปีที่แล้ว +52

    খুবু সুন্দৰ পদক্ষেপ খুব সুন্দৰ ভিডিঅ দিম্পু ধন্যবাদ তোমালৈ 😍👍। প্ৰকৃতিক মইয়ো বহুত বেছি ভাল পাওঁ । আমাৰ ঘৰত ধেৰ গছ গছনি আছে বহুত বেছি ভাল লাগে সেই হিচাপে প্ৰতি পালনো কৰোঁ। 😘😍😍সঁচাকৈ সকলোৰে হৃদয়ত প্ৰকৃতিৰ প্ৰতি প্ৰেম আছেনে ?👍

  • @bhargavartworks
    @bhargavartworks 4 ปีที่แล้ว +6

    বেলেগ তকৈ অলপ বেলেগ নহয়, বহুত বেলেগ কাম কৰি আছে আপুনি, দিম্পু দা আৰু এই team.
    We need more initiatives like this one.

  • @sanatankalita1916
    @sanatankalita1916 4 ปีที่แล้ว +8

    বহুত ভাল লাগিল আপোনাৰ কাম খিনি দেখি , এইটো আমাৰ বাবে এটা সঁচা কৈ সুন্দৰ শিক্ষা..

  • @SASA-hi1rj
    @SASA-hi1rj 4 ปีที่แล้ว +1

    Bhut bodiya video dimpu da 👍👍👍👍

  • @rupjyotitalukdarzg9258
    @rupjyotitalukdarzg9258 4 ปีที่แล้ว +14

    আজি নলবাৰীত দেখা পালোঁ দিম্পু দাক😊‌ মাতিলোঁ দেখা পোৱাৰ লগে লগে, উত্তৰো দিলে😊❤️। ভাল লাগিল। আৰু আগুৱাই যাওঁক।

  • @bidishabedanti148
    @bidishabedanti148 4 ปีที่แล้ว

    খুব ধুনীয়া বাৰ্তা দিছে দিম্পু দা..... সকলোৱে নিজৰ নিজৰ সামৰ্থ্য সাপেক্ষে প্ৰকৃতি সংৰক্ষণ কৰক.......

  • @sasankasarmah6465
    @sasankasarmah6465 4 ปีที่แล้ว +79

    ভাল পালো ৰঘূনাথ
    তুমি মোক পুতেৰাৰ
    বিয়ালৈ মাতিলা ।
    পিছে ৰভা খন দিবলৈ
    আমলখি গছজোপা
    কিয়নো কাটিলা ?।।
    (---কবিতাটো মনত পৰিলে )
    Good Work👍

    • @trishnapathak12
      @trishnapathak12 4 ปีที่แล้ว +1

      সোণালী শৈষৱৰ কবিতা বোৰ পাহৰিব নোবাৰো কেতিয়াও

    • @goldenassam5090
      @goldenassam5090 4 ปีที่แล้ว +1

      কবিতা টো মোৰ মনত আছে

    • @Madhujya_dehingia_01
      @Madhujya_dehingia_01 4 ปีที่แล้ว +1

      Ataia amai class 7 pohei asau

  • @TERMINAL.3
    @TERMINAL.3 4 ปีที่แล้ว +1

    Dimpu tumar video sai iman bhal lagisa

  • @jagadas4897
    @jagadas4897 4 ปีที่แล้ว +4

    আজি বহুত মূল্যবান কথা কৈছা ডিম্পু…ভাল লাগিল ভিডিওটো চাই ।

  • @a.m.lyrics883
    @a.m.lyrics883 4 ปีที่แล้ว +2

    ইমান সুন্দৰ পদক্ষেপ।দিম্পু দালৈ বহুত ধন্যবাদ video টোৰ বাবে আৰু এই মানুহজনলৈ ধন্যবাদ প্ৰকৃতিক সুৰক্ষা দিয়াৰ বাবে।

  • @sunilbordoloi8920
    @sunilbordoloi8920 4 ปีที่แล้ว +5

    প্ৰকৃতি মেইন ..প্ৰকৃতি থাকিলেহে আমি থাকিম গতিকে আমি প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব সুন্দৰ প্ৰদক্ষেপ বহন কৰিছে তেওঁলোকে 👍👍 Nice

  • @chandanmali1391
    @chandanmali1391 4 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ । এনেকুৱা এখন চৰকাৰী আঁচনিৰ প্ৰয়োজন ।

  • @pranjalbarua5149
    @pranjalbarua5149 4 ปีที่แล้ว +13

    প্ৰকৃতি প্ৰেমি বোৰে like এটা দিব😍

  • @banajitdeka9465
    @banajitdeka9465 4 ปีที่แล้ว

    বহুত ভাল লাগিছে dimpu daa এনেকুৱা পদক্ষেপ লোৱা বাবে আৰু তোমালৈ বহুত বহুত ধন্যবাদ এনেকুৱা vedio আগবঢ়োৱা বাবে । গছ কটা vedio দিলে অলপ দুখ লাগিলে হয় কাৰন মই এজন প্ৰকৃতি প্ৰেমি মানুহ। উঠি অহা প্ৰজন্মও জাতে এনেকুৱা কৰ্ম হাতট লয় তাৰে কামনা কৰিলো।

  • @raktimchiring
    @raktimchiring 4 ปีที่แล้ว +4

    গছ থাকিলে হে মানুহ থাকিব 🙏🙏🙏

  • @nilotpalvbaruah4058
    @nilotpalvbaruah4058 4 ปีที่แล้ว

    খুব সুন্দৰ video... শেষত ৰাভা ছাৰক এনেকৈ কামত জড়িত দেখা পায় ভাল লাগিল।

  • @banasmitadeka7716
    @banasmitadeka7716 4 ปีที่แล้ว +18

    "সৃষ্টি"নামৰ এটা ব্যক্তিগত অনুষ্ঠান এটা আছে,,,সৃষ্টি ও প্ৰকৃতিৰ ওপৰত বহুত গুৰুত্ব দি চাৰিওফালে গছ ৰুই প্ৰতিপালন কৰি আছে।। dimpu দা আপুনিও আমাক সহযোগ কৰিব বুলি আশা থাকিল🤗🤗🤗

  • @toonsarmah4848
    @toonsarmah4848 4 ปีที่แล้ว +1

    Nature is always best.

  • @mitaleembharali8004
    @mitaleembharali8004 4 ปีที่แล้ว +5

    সুন্দৰ পদক্ষেপ ❤️❤️ গছ থাকিলেহে মানুহ থাকিব 👍

  • @manjit_.46
    @manjit_.46 4 ปีที่แล้ว +1

    Dimpu da moja

  • @antarippathak2042
    @antarippathak2042 4 ปีที่แล้ว +72

    Dimpu daa love from Golaghat 😍😍🔥🔥

    • @60secstatus2
      @60secstatus2 4 ปีที่แล้ว +3

      Mur channel subscribe kra moi back krim dia 😘

    • @Azizulvlogs.
      @Azizulvlogs. 4 ปีที่แล้ว +3

      Mor channel subscribe kra moi back krim dia plz 🙏🙏🙏

    • @Azizulvlogs.
      @Azizulvlogs. 4 ปีที่แล้ว +2

      @@60secstatus2 ok krisu check kra mok subscribe kra

    • @60secstatus2
      @60secstatus2 4 ปีที่แล้ว +2

      @@Azizulvlogs. moi tumak agot te korisu bro

    • @Azizulvlogs.
      @Azizulvlogs. 4 ปีที่แล้ว +2

      @@60secstatus2 thank

  • @rituparnaboruah9588
    @rituparnaboruah9588 4 ปีที่แล้ว +2

    খুব সুন্দৰ, দিম্পু তোমালৈ ধন্যবাদ 👍👍❤❤

  • @sbncreation4121
    @sbncreation4121 4 ปีที่แล้ว +54

    গছ থাকিলেহে মানুহ থাকিব

    • @60secstatus2
      @60secstatus2 4 ปีที่แล้ว +1

      Mur channel subscribe kra moi back krim dia 😘😘😘😘

  • @mainakhan2042
    @mainakhan2042 4 ปีที่แล้ว +2

    ধুনীয়া ধুনীয়া knowledgeable videos দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ 👌

  • @ratulsonowal
    @ratulsonowal 4 ปีที่แล้ว +17

    হয় দিয়া ভাল লাগিছে কামটো দেখি,আমাৰ চৰকাৰখনে এইবোৰ ভাবিবলৈ সময় নহয় ছাগে ৰাজনীতিৰ বাহিৰে,গতিকে আমি নিজে জী পাৰো নিজে কৰাই ভাল।

    • @ratulsonowal
      @ratulsonowal 4 ปีที่แล้ว

      @@sprky2099 moi krilu mok krk

  • @mpathari2641
    @mpathari2641 4 ปีที่แล้ว +1

    Great job Dimpu

  • @virusssentertainment3662
    @virusssentertainment3662 4 ปีที่แล้ว +47

    Belegot koi beleg jon agotkoi bohut beleg hoi goise ..
    Assam r best TH-camr

    • @Azizulvlogs.
      @Azizulvlogs. 4 ปีที่แล้ว +1

      Mor channel subscribe kra moi back krim dia

    • @mmvlog9111
      @mmvlog9111 4 ปีที่แล้ว

      Right

  • @debasishbharati1265
    @debasishbharati1265 4 ปีที่แล้ว +2

    wahhh salute to all nature lover,love you Dimpu da❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @hiradevi3608
    @hiradevi3608 4 ปีที่แล้ว +15

    এনেকুৱা ভিডিঅ' আগলৈও বনাই থাকিবা ডিমপু

  • @nasibur1
    @nasibur1 4 ปีที่แล้ว

    Hats off to the team...gr8 job done. Govt support was expected.

  • @hdlive2076
    @hdlive2076 4 ปีที่แล้ว +31

    ভাল পালো ৰঘুনাথ
    তুমি মোক পুতেৰাৰ
    বিয়ালৈ মাতিলা,
    পিছে ৰভাখন দিবলৈকে
    আমলখি গছজোপা
    কিয়নো কাটিলা?
    আলহী অতিথি যাব
    ৰভা নাইকিয়া হ'ব
    বোৱাৰীয়ে ঘৰখন
    দিবহি পূৰাই,
    পিছে কোৱাচোন ৰঘুনাথ
    আমলখি গছজোপা
    সহজতে
    পাবানে ঘূৰাই?
    দৰাটিক মাতাচোন
    এজোলোকা আশীৰ্বাদ
    দিও আৰু যাওঁ
    গছজোপা কটা বাবে
    লুচি- ভাজি,ৰসগোল্লা
    একোকে নাখাওঁ।
    - ডঃ ভবেন্দ্ৰনাথ শইকীয়া
    এটা খুবেই সহজ সৰল কবিতা কিন্তু স্কুলীয়া দিনত যেন এই কবিতাটোৱেই আছিল প্ৰকৃতিক ভাল পাবলৈ শিকা আদিপাঠ।

  • @namitadevi6855
    @namitadevi6855 4 ปีที่แล้ว +1

    👍👍👍👍👍👍👍👍👍

  • @akasdeepraygrc8673
    @akasdeepraygrc8673 4 ปีที่แล้ว +4

    বহুত বহুত ভাল লাগিছে এনে এটা পদক্ষেপ হাতত লোৱাৰ বাবে। হয়তো গছৰ পৰাহে অক্সিজন পাও না selit

  • @himanjeetsarma5614
    @himanjeetsarma5614 4 ปีที่แล้ว

    Woww!! Borhiya sir!! NPS green globe Zindabaaad!! Nalandians💥💥

  • @sewaligohain5043
    @sewaligohain5043 4 ปีที่แล้ว +7

    সুন্দৰ পদক্ষেপ লৈছে ,,,👌👌👌

  • @ramentalukdar7624
    @ramentalukdar7624 4 ปีที่แล้ว

    কিবা এটা ভাৱিব নোৱাৰা শান্তি পাইছো। অসমত translocate tree ৰ প্ৰথম ভিদিঅ দেখিলো। মনটো ভৰি গ'ল,অসম চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক,অসমৰ ৰাইজেও ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। ধন্যবাদ।

  • @debojitchangmai1350
    @debojitchangmai1350 4 ปีที่แล้ว +3

    সঁচাকৈ এনেকুৱা system tu আৰু publically advertise hobo লাগে

  • @khasminchoudhury7682
    @khasminchoudhury7682 4 ปีที่แล้ว

    Ekdm hosa kotha koise,we should aware of our environment. thank u Dimpu da

  • @adriderboy618
    @adriderboy618 4 ปีที่แล้ว +8

    সচাকৈ দিম্পু দা আমি আমাৰ প্ৰকূতিক ৰক্ষা কৰিব লাগিব ।

  • @dhirajphukan8213
    @dhirajphukan8213 4 ปีที่แล้ว

    Dimpu bohut Val msg eta dila.... Bohut Val lagil. Thnq

  • @goldenassam5090
    @goldenassam5090 4 ปีที่แล้ว +4

    বহুত ভাল লাগিল এনেকৈ আমি এ বচাব লাগিব প্ৰকৃতি খন❤️❤️

    • @60secstatus2
      @60secstatus2 4 ปีที่แล้ว

      Mur channel subscribe kra moi back krim dia 😘😘

  • @kuldeepkalita5
    @kuldeepkalita5 4 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ ❤ গছ থাকিলেহে মানুহ থাকিব 🤍💚🤍 প্ৰথমে প্ৰকৃতিক বচাব লাগিব, তাৰ পিছতহে উন্নয়ণ 🤍 আপ্লুত হ'লো 🤍

  • @randeepray8755
    @randeepray8755 4 ปีที่แล้ว +10

    Love from BONGAIGAON ❤️❤️

  • @thelunaticfacts9210
    @thelunaticfacts9210 4 ปีที่แล้ว

    Dimpu da...... Val kormo bilak amar hokolure agot dangi thori... Amak utkhahito korar babe... Bhut bhut dhoonyobaad

  • @ParthasTutorialfun
    @ParthasTutorialfun 4 ปีที่แล้ว +13

    এইছাত ভাল দিছা……… প্ৰকৃতিক ধ্বংস কৰি development আৰু কৰা ঘৰ-মাটি বিক্ৰী কৰি বাইক গাড়ী কিনা একে কথা। 👍
    Dislike কৰা কেইজনাই গছ নোহোৱাকৈ জীয়াই থাকে। অক্সিজেন নোহোৱাকৈও পাৰিব।

    • @alakeshkeotpoemworld6402
      @alakeshkeotpoemworld6402 4 ปีที่แล้ว +1

      Dislike kora keitai kunuba jaan dhunu r karone jiyai ase oxijenr karone jiyai nathake kijani

    • @ParthasTutorialfun
      @ParthasTutorialfun 4 ปีที่แล้ว

      @@alakeshkeotpoemworld6402 😀

  • @bcvvfdcvcas4857
    @bcvvfdcvcas4857 4 ปีที่แล้ว +1

    Great

  • @undergroundmemer001
    @undergroundmemer001 4 ปีที่แล้ว +7

    গছ আমাৰ জীৱন...😇

  • @pal8455
    @pal8455 4 ปีที่แล้ว

    ৰাভা চাৰ ভাল লাগিল এনেকুৱা কাম দেখা পাই। সুভকামনা থাকিল

  • @rinkuranjan7161
    @rinkuranjan7161 4 ปีที่แล้ว +3

    Dimpu এই গছ translation কৰাটো অসমত প্ৰথম নহয় । আমিও আমাৰ ঘৰৰ সম্মুখত N.H. 37 Hiway ৰ কাম চলিছিল, বহু গছ কাটি দিছিল, আমি যিমান পাৰো গছ আন ঠাইলৈ JCB সহায়ত translation কৰিছিলো ।।।

    • @mrintrovert139
      @mrintrovert139 4 ปีที่แล้ว

      Translation nhoi o... Translocation

  • @ctw104
    @ctw104 4 ปีที่แล้ว +2

    প্রকৃতি ধ্বংস কৰি উন্নয়ন কৰা আৰু নিজৰ ঘৰ মাটি বেছি বাইক
    গাড়ী কিনা একে কথা //"
    সঁচা কথা

  • @uddiptatalukdar3491
    @uddiptatalukdar3491 4 ปีที่แล้ว +7

    Vdo2 dekhi Raghunath Choudhari r xai kobitatile mnt poril
    ভাল পালো ৰঘুনাথ
    তুমি মোক পুটেৰাৰ বিয়া লৈ মাতিলা
    পিছে ৰভা খন দিবলৈ
    আমলখি গছ জোপা কিয়নো কাতিলা ........

  • @northeastbrotherhoodcomedy5282
    @northeastbrotherhoodcomedy5282 4 ปีที่แล้ว

    দিল্লি আপ চৰকাৰে গছ সুৰক্ষা সুন্দৰ পদক্ষেপ লৈছে।

  • @riyansnetwork9510
    @riyansnetwork9510 4 ปีที่แล้ว +17

    চৰকাৰে এতিয়া মিয়া মদজীদ ৰ লগত লাগি আছে, প্ৰকূতি টো দূৰৰেই কথা বজাৰত শাক-পাচলিৰ জুই জেন দাম চাবলৈকো সময় নাই, অকল নতুন ৰাজনৈতিক দল গঠন কৰক, অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু উন্নতি বুলিবলৈ ঘেন্তা হৈছে বাল। Dimpu e val kam korise kintu gos gosoni bosabo lage
    Love from Dibrugarh 💖💖💖💖💖

  • @মাধুৰ্য্যবৰা
    @মাধুৰ্য্যবৰা 4 ปีที่แล้ว +2

    দিম্পু দা♥️
    Love from jorhat💥 .

  • @Vivek-ru7ds
    @Vivek-ru7ds 4 ปีที่แล้ว +3

    Dimpu da love from dibrugarh ❤️❤️❤️❤️

  • @tanmayjyotichutia
    @tanmayjyotichutia 4 ปีที่แล้ว +1

    Dimpu da tumi main

  • @mudoimix8015
    @mudoimix8015 4 ปีที่แล้ว +5

    সচাকৈয়ে...গছ থাকিলেহে মানুহ থাকিম..
    গতিকে আমি গছ এজোপা কাটিলে দহ জোপা ৰুব লাগে🌿🌳🌲🌲🌳🌳

  • @gourabdeka8041
    @gourabdeka8041 4 ปีที่แล้ว +2

    ধুনিয়া দিমপু দা এনেকোৱা ভিদিও দিয়াৰ বাবে
    ইয়াৰ পৰা মানুহ অলপ হলেও সচেতন হয় যদি

  • @yeahyeakhan9952
    @yeahyeakhan9952 4 ปีที่แล้ว +3

    I like the tree Salute by heart.

  • @arifuzzaman3287
    @arifuzzaman3287 4 ปีที่แล้ว

    Greatest step broo,,,,,, thank you for saving our green world,,, love u, dipmu da❤❤

  • @mandeepsart8951
    @mandeepsart8951 4 ปีที่แล้ว +11

    সচা কথা পৃথিৱীত গছ নাথাকিলে কোনো মানুহ জীয়াই নাথাকিব , পৃথিৱীত জীয়াই থাকিবলৈ হলে গছ থাকিবই লাগিব ।

  • @nivabora8370
    @nivabora8370 4 ปีที่แล้ว

    উল্লেখযোগ্য পদক্ষেপ👍 ...transplant🌱🌳🌲

  • @nayanxnwl_
    @nayanxnwl_ 4 ปีที่แล้ว +5

    সচাকৈ‌ গছ থাকিলেহে মানুহ থাকিব ।বৰ ভাল কাম কৰিছে দাদা।

  • @abinashrajbongshi1279
    @abinashrajbongshi1279 4 ปีที่แล้ว +1

    এইতু বহুত ভাল কাম কৰিছে ।
    আমি গছপুলি কাতিব নালাগে ।
    গছপুলি হৈছে আমাৰ প্ৰান ।
    আমি সকলোৱেই গছপুলি
    ৰুব লাগে। 👍👍👍👍👍

  • @Smriti_rani_lucifer
    @Smriti_rani_lucifer 4 ปีที่แล้ว +41

    *গছকেইজুপা বাছিলে নাই সেইতুও দেখাব আগলৈ ।*

    • @60secstatus2
      @60secstatus2 4 ปีที่แล้ว

      Mur channel subscribe kra moi back krim dia 😘

    • @Android_gamerzz24
      @Android_gamerzz24 4 ปีที่แล้ว

      Um dekham baru

    • @Azizulvlogs.
      @Azizulvlogs. 4 ปีที่แล้ว

      Mok subscribe kra moi back krim dia

    • @nayanpatgiriii
      @nayanpatgiriii 4 ปีที่แล้ว

      @@Azizulvlogs. xundor vlog bonoa sun tmi...

  • @parthapratimpathak9629
    @parthapratimpathak9629 4 ปีที่แล้ว

    বহুত ভাল লাগিল দিম্পু ভাইটি, এই মানুহকেইজনক মোৰ চেলুট।

  • @sarowaralamassam7269
    @sarowaralamassam7269 4 ปีที่แล้ว +4

    ৰাস্তা বনুৱাৰ কাৰণে বৰুৱাবাৰী (পুথিমাৰী) নদীৰ মথাউৰিৰ গছ বিলাক কাটি শেষ কৰিছে। বহুত বেয়া লাগে দেখিলে।

  • @jubindas5007
    @jubindas5007 4 ปีที่แล้ว

    Very very good job dimpu da 👍👏🔥 .......we need people like you

  • @shortsv8734
    @shortsv8734 4 ปีที่แล้ว +3

    ইমান কষ্ট কৰি ৰুৱা গছ পুলি কেইডাল ডাঙৰ শুইছে এতিয়া এনেকুৱা কৰা দেখি বেয়া লাগিছে 😭😭😭।

  • @dipjyotisvlogs5352
    @dipjyotisvlogs5352 4 ปีที่แล้ว +1

    অতি সুন্দৰ পদক্ষেপ দিম্পু দা ❤❤❤🙏🙏🙏

  • @anirbannath8895
    @anirbannath8895 4 ปีที่แล้ว +5

    Gakhir sakhir.......... literally to much funny 🤣🤣🤣

  • @gulenurhussain6680
    @gulenurhussain6680 4 ปีที่แล้ว +1

    Assam government should also implement this tree transplantation policy.

  • @esimora6929
    @esimora6929 4 ปีที่แล้ว +5

    Dimpu dar sinta bur ❤️

    • @NEWINFORMATION0.2
      @NEWINFORMATION0.2 4 ปีที่แล้ว

      Mur channel tu sabo sun dada plzzzzzzz🙏

  • @krishnabora6728
    @krishnabora6728 4 ปีที่แล้ว +3

    2 our 1 lakh vew,এটা অসমীয়া Chenellt আৰু কি কম। বোজা সকলে বুজি পাইছে। সকলোৱেই এই পদ্ধতি তো ব্যবহাৰ কৰে যাতে, তাকে আশা কৰিলো। মই ও যিমান পাৰো চেষ্টা কৰিম।

  • @anupamgogoi5821
    @anupamgogoi5821 4 ปีที่แล้ว +1

    😍😍😍 GOOD JOB BRO . . KEEP IT UP DIMPU ❤️❤️❤️❤️

  • @Nazira569
    @Nazira569 4 ปีที่แล้ว +5

    সচায়ে দিম্পু দা গছ-গছনি নাথাকিলে আমাৰে খতি হ'ব।গছ নকটাতকৈ পাৰিলে এখন গছ ৰুৱাই ভাল।

  • @sibendrakalita1945
    @sibendrakalita1945 4 ปีที่แล้ว

    ধুনীয়া পদক্ষেপ...গছ থাকিলেহে মানুহ থাকিব ❤️

  • @bidyutkhatowal5955
    @bidyutkhatowal5955 4 ปีที่แล้ว +8

    গছ গছনি থাকিলে মানুহ জীয়াই থাকিব সচা কথা ।

  • @jyotiprakashsarma3777
    @jyotiprakashsarma3777 4 ปีที่แล้ว

    সচাকৈয়ে শলাগিব লগীয়া পদক্ষেপ। ধন্যবাদ ।

  • @anadiborahlifestyle5584
    @anadiborahlifestyle5584 4 ปีที่แล้ว +4

    সেই গছ বিলাক ভাল হোৱা ভিদিও এটা বনাব দেই । এমাহ মানৰ পিছত গছ কেনেকুৱা হৈছে প্লীজ দেখাব দেই। ভাল লাগিল ভিডিও টো চাই।

  • @moheshchetry4863
    @moheshchetry4863 4 ปีที่แล้ว +1

    Dimpu da amr iyat u ahok video bonauk moi asu support koriboloi BHT Val Val bostu ase

  • @anshupolborgohain124
    @anshupolborgohain124 4 ปีที่แล้ว +11

    Sivasagar r pora kune kune sai asa like kora
    👇🏻

  • @Utjal_Rabha.
    @Utjal_Rabha. 4 ปีที่แล้ว +1

    Aji dekha plu first time face to face dimpu dak💚🙃🙃 dudhnoi ot

  • @insanemanuh4289
    @insanemanuh4289 4 ปีที่แล้ว +27

    গছ-গছনি নহ'লে কোনেও জিয়াই থাকিব নোৱাৰে

    • @Azizulvlogs.
      @Azizulvlogs. 4 ปีที่แล้ว

      Mor channel subscribe kra moi back krim dia plz 🙏🙏🙏

    • @PW__Neetogram_39.
      @PW__Neetogram_39. 4 ปีที่แล้ว

      Right Dada Mur channel 2 subscribe kribo buli Akha thkil

  • @zubeelandzgargmusic2220
    @zubeelandzgargmusic2220 4 ปีที่แล้ว

    Best video Dimpu.... তুমি ঠিকেই কৈছাঁ মাটি বেছি বাইক লোৱা আৰু গছ কাটি ঘৰ, দলং বনোৱা একে কথা । আমাৰ মানুহে পৰিবেশ ধ্বংস কৰিবহে জানে, ৰক্ষা কৰিব নাজানে ।

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial 4 ปีที่แล้ว +11

    হয় এই টো কথা থিক য়ে উন্নয়ন কৰি বলৈ কাতিব লাগিব গছ বা অন্ন কিবা কিবি কাতিব লাগিব কিন্তু এজোপা গছত কাতিলে ১০ জোপা ৰোব লাগে এইটো নিয়ম সকলোৱে মানিবলৈ লাগিব....

    • @priyanujhazarikaofficial
      @priyanujhazarikaofficial 4 ปีที่แล้ว +1

      @@sprky2099 tanahola Tome muk subscribe kora moi tomak subscribe kore dim

  • @partharajdas1668
    @partharajdas1668 2 ปีที่แล้ว

    Thanks Dimpu ai video to bonabor karne prokitik amiyai rosha korib lagibo

  • @monowarabegum1082
    @monowarabegum1082 4 ปีที่แล้ว +5

    আমাৰ ইয়াতে ঘৰ-দুৱাৰ বনোৱাৰ ফলত. গছ-গছনি কাতিবলৈ বাধা দিয়া
    মানুহজনৰ ওপৰত হাহেঁ

  • @malobikabora7814
    @malobikabora7814 4 ปีที่แล้ว

    সুন্দৰ প্ৰদক্ষেপ।আপোনালোকে কৰা কামক হাজাৰবাৰ চেলুট।দিম্পু তোমাক বিশেষভাৱে ধন্যবাদ জনালোঁ এনে এটা ভিডিঅ' আমালৈ দিয়াৰ বাবে।মই কেইবাজনলৈয়ো শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো।
    মালবিকা বা।যোৰহাট।

    • @habibtech5448
      @habibtech5448 4 ปีที่แล้ว

      Moi bohot kosto kori vedio bonaw ,kunew nasai 😞, apuni adori lobo buli akha korilu. Val pale subscrbe kori dibo.❤\

  • @safiiq_iii6940
    @safiiq_iii6940 4 ปีที่แล้ว +3

    Kio nai amr hatot dimpu da hindu muslim or rajniti ase to amar majot 😌

  • @nitulsvlog99
    @nitulsvlog99 4 ปีที่แล้ว +1

    Video tu Bohut bohut bohut val lagil dimpu da 😍...

    • @nitulsvlog99
      @nitulsvlog99 4 ปีที่แล้ว

      Assam t frist dekhi bohut val lagil hosakeii

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 4 ปีที่แล้ว +13

    অনুগ্ৰহ কৰি মোৰ সম্পূৰ্ণ ভিডিঅ'এটা চাই সকলোৱে বন্ধুত্ব স্থাপন কৰিবা বুলি আশা ৰাখিলোঁ.... মই অসমৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰো গতিকে আপোনালোকৰ পৰা অকণমান সহায় বিচাৰিছোঁ.......।। ধন্যবাদ।।