তিয়হত বৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?(How to Control Wasps)

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024

ความคิดเห็น • 43

  • @digantadk1054
    @digantadk1054 5 หลายเดือนก่อน +1

    আগলৈও খেতিৰ বিষয়ে জনাই যাব আৰু তিঁয়হৰ জাতটোৰ নামটো দিব। ভাল লাগিল

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +2

      হয়, আমাৰ ব্যৱহাৰিক অভিজ্ঞতাখিনি ভগাই লোৱাৰ বাবে এই কামটো কৰা হৈছে। আমাৰ জাতটো হ'ল KALASH companyৰ hybrid জাত। আপোনাৰ বহুমূলীয়া পৰামৰ্শৰ বাবে বহুত বহুত ধন্যবাদ

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 5 หลายเดือนก่อน +1

    এই মজা❤

  • @armusicassam375
    @armusicassam375 5 หลายเดือนก่อน

    Dada mota vat kerela gos fol lagibr babe kiba poddhoti ase jdi jonab sun

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      মতা গছ বোৰ উঘালি পেলাব লাগে। লগা গছৰ পোখা আলুৰে সৈতে আনি ৰুব লাগে। ধন্যবাদ।

  • @mohanjyotiborah8291
    @mohanjyotiborah8291 4 หลายเดือนก่อน

    দা দা।ভাল সছৰ গুটিৰ কত পাম।লখীমপুৰৰ বা।গহপুৰৰ।ভিতৰত।জনা ব ছোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      জনা শুনা ডাঙৰ নাৰ্চাৰী দোকানৰ পৰা শুধি পুছি ল'ব লাগিব।খাৰুপেটীয়াৰ ফালে নিশ্চয় নিৰ্ভৰযোগ্য আৰু ডাঙৰ নাৰ্চাৰী দোকান আছে। কাৰণ সেই অঞ্চলত যথেষ্ট পৰিমাণে পাচলিৰ খেতি কৰে। ধন্যবাদ।

  • @armusicassam375
    @armusicassam375 4 หลายเดือนก่อน

    Dada duporiya rodot vat kerala tioh adit gobor mati dib pare ne jonab sun

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน +1

      পাৰি,সাৰ গোবৰ দিয়াৰ পাছত পানী দিব লাগে।

    • @armusicassam375
      @armusicassam375 4 หลายเดือนก่อน

      @@borahskitchengarden2487 ধন্যবাদ

    • @armusicassam375
      @armusicassam375 4 หลายเดือนก่อน

      @@borahskitchengarden2487 মানুহ বিলাকে কোৱা খুনিছো ৰদত পানী দিব নালাগে বুলি কোৱা দিলে একো প্ৰবলেম নাই নেকি

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน +1

      @@armusicassam375 সাৰ দুপৰীয়া দিলে পানী আবেলি দিলেও হয়। এই বোৰ নিজৰ বুদ্ধি মতে কৰিব লাগিব। ধন্যবাদ।

  • @RanuDevi-z4u
    @RanuDevi-z4u 3 หลายเดือนก่อน +1

    মোৰ তিয়হ জোপা বেছি ফল ধৰা নাই কি দিব লাগিব জনাব চোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      মৰা গোবৰ , কণীৰ বাকলিৰ গুৰি,কলৰ বাকলিৰ গুৰি,পচন সাৰ বা কেঁচু সাৰ দিয়কচোন।প্ৰথম কথা জাতটো ভাল হ'ব লাগে। কথাতে কয় জাত ভালেই কৃষি ভাল। ধন্যবাদ।

    • @RanuDevi-z4u
      @RanuDevi-z4u 3 หลายเดือนก่อน

      সেই খিনি সাৰ আপোনাৰ ভিডিও চাই দিছিলোঁ হয়তো জাত টো এ বেয়া । ভাল জাতৰ গুটি এ নাপাওঁ চো ন

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      @@RanuDevi-z4u হয় ভাল জাত নহ'লে ভালদৰে নালাগে। বিশ্বাসযোগ্য নাৰ্চাৰীত বিচাৰিলে ভাল জাত পোৱা যায়। সেই বাবে প্ৰথমে ভাল জাত সংগ্ৰহ কৰি ল'ব। মন্তব্যৰ বাবে ধন্যবাদ।

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 5 หลายเดือนก่อน

    কোন দোকানত পায় জনাব

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      গুৱাহাটীত বৰা চাৰ্ভিচৰ বাছstandৰ ওচৰত থকা fertico আৰু pestocon নামৰ নাৰ্চাৰী দোকান দুখনত পোৱা যায়। ধন্যবাদ।

  • @armusicassam375
    @armusicassam375 5 หลายเดือนก่อน

    Dada mota vat kera gos hole fol lagiboloi kiba podhoti ase jdi jonab sun

    • @armusicassam375
      @armusicassam375 5 หลายเดือนก่อน

      Vat kerela

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      একো পদ্ধতি নাই।উঘালি পেলাই দিব লাগিব। ধন্যবাদ।

    • @armusicassam375
      @armusicassam375 4 หลายเดือนก่อน

      Tq

  • @bijoyhandique578
    @bijoyhandique578 5 หลายเดือนก่อน

    ✌️

  • @rishahussain659
    @rishahussain659 5 หลายเดือนก่อน

    Kun mahot lgaisil dada ❤

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      চ'ত মাহত ৰুইছিলো।উন্নত জাত‌‌‌। ধন্যবাদ।

  • @manashbhuyan620
    @manashbhuyan620 5 หลายเดือนก่อน

    Kundulir paat boga pora bemar tur karon ki aru ki use koribo lage

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +1

      গুৰিত বেছিকৈ গোবৰ আৰু পচন সাৰ বেছিকৈ দিয়াৰ লগতে নিমতেল চটিয়াব পাৰিলে ভাল।লগতে Epsom salt বা মেগনেছিয়াম ছালফেট 5gram 1 লিটাৰ পানীত মিলাই পাতত ছটিয়াই দিব পাৰে।নিম তেল 5ml 1লিটাৰ পানীত মিলাই পাতত ছটিয়াই দিব লাগে। ধন্যবাদ।

    • @manashbhuyan620
      @manashbhuyan620 5 หลายเดือนก่อน

      Thanks

  • @nibirmerebhai872
    @nibirmerebhai872 5 หลายเดือนก่อน

    Vl lagil moi o olp kriso

  • @chitragogoi6795
    @chitragogoi6795 5 หลายเดือนก่อน

    Ki har dise jonabo

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      গোবৰ, পচন সাৰ, খলিহৈ,ছাই আৰু কণীৰ বাকলিৰ গুৰি আদি দিছোঁ।

  • @lalitas1989
    @lalitas1989 5 หลายเดือนก่อน

    very nice new frnd holu akha krisu apuniu mur frnd hobo

  • @souravrabha9236
    @souravrabha9236 5 หลายเดือนก่อน

    আপোনাৰ নিচিনা অকল জেং দিলে হ'ব নে চাং পাতিও দিব লাগিব

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +1

      ৰাভা ডাঙৰীয়া,তিয়হ,জিকা আদিয়ে চাঙতকৈ জেং বা গছৰ ডাল আদিত বগাবলৈ ভাল পায়।চাঙতো বগায়।মূল কথা হ'ল ইয়াৰ জাত আৰু খাদ্যৰ যোগান। ধন্যবাদ।

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 5 หลายเดือนก่อน

    কতপামদামকিমানদাদাজনাব

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +1

      কুমাৰ ডাঙৰীয়া, নাৰ্চাৰী দোকানত পোৱা যায়। গুৱাহাটীত বৰা চাৰ্ভিচৰ বাছstandৰ ওচৰত fertico আৰু pestocon নামৰ দুখন নাৰ্চাৰী দোকান আছে।তাত পোৱা যায়। ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      দাম সৰুটোত80টকা আৰু ডাঙৰটোত 150টকা আছিল।

    • @sachindraphukan9993
      @sachindraphukan9993 5 หลายเดือนก่อน

      ধন্যবাদ দুয়োখন দোকানৰ পৰা মই ঘৰুৱা খেতিৰ বাবে বীজ আৰু ঔষধ, যতন আদি আনো। এই সজুঁলিটোও আনিম