সচাকৈয়ে বহুত ভাল লাগিল ৷ সৰুতে শুনিছিলো ৬ মাহ দিন ৬ মাহ ৰাতি হৈ থকা দেশৰ নাম ৷ সপোন সপোন লাগিছিল তেতিয়া । কিন্তু আজি আপোনাৰ জৰিয়তে সেই ঠাইবোৰ দেখা পাই বহুত ভাল লাগিল ৷ আপোনাক আশীৰ্বাদ কৰিছোঁ দুয়োজনকে ভগবানে ভালে ৰাখক ৷
Rituraj da and bow , wish you both a very successful and bright future ahead!! We also want to see the Northern lights (aurora borelis )this winter from there !!
সুন্দৰ অসমীয়া হিচাপে গৌৰৱ কথা।শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অসমীয়া হিচাপে বহুত গৌৰৱ কৰিলোঁ । তেওঁলোকৰ কুশল কামনা কৰিলোঁ ।
অসমীয়া মানুহ পৃথিৱীৰ সকলো দেশতে আছে। তেওঁলোকৰ কুশল কামনা কৰিলো।
ঞমমঙঙঙ
ঐহঙ
Okol Assam or manuh a na.... Bake manuh bur kot thake 🤣
Na Pakistan ot nai axomiya manuh 🤣🤣🤣
..
Q Nip nip
Bio NhuHui bhippp7
তোমালোকলৈ বহুত, বহুত ধন্যবাদ থাকিল ।ভূষণলৈয়ো বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলো বাহিৰৰ জগতখন দেখুৱা বাবে ।
দুয়োজন মানুহ ৰ অন্তৰ দুখন ইমান নিমল।সচায় ভবিষ্যতেও এনে দৰে মিলা প্ৰীতিৰে থকতো পৰম শক্তিৰ ওপৰত প্ৰথনা জনাইছো।
সচাকৈয়ে বহুত ভাল লাগিল ৷ সৰুতে শুনিছিলো ৬ মাহ দিন ৬ মাহ ৰাতি হৈ থকা দেশৰ নাম ৷ সপোন সপোন লাগিছিল তেতিয়া । কিন্তু আজি আপোনাৰ জৰিয়তে সেই ঠাইবোৰ দেখা পাই বহুত ভাল লাগিল ৷ আপোনাক আশীৰ্বাদ কৰিছোঁ দুয়োজনকে ভগবানে ভালে ৰাখক ৷
বহু কথা জানিব পাৰিলো, ধন্যবাদ জনালোঁ। দুইয়ো জনলৈ শুভেচ্ছা থাকিল
আমাৰ দেশৰ মানু্হ পৃথিৱীৰ সকলো ঠাইতে আছে, এইটো আমাৰ কাৰণে
গৌৰৱ। সুখী থাকক ভালে থাকক, মঙ্গল কামনা কৰিলো, ভূগোলত পাইছিলোঁ সুমেৰু আৰু কুমেৰু বৃত্তৰ বিষয়ে,আজি কিছু আভাস পালোঁ।,🙏
সুন্দৰ ।বহুত ভাল লাগিল ৰৃতুৰাজ। ধন্যবাদ
বিদেশৰ ঠাই বিলাক ঘৰতে বহি চাবলৈ পাই বহুত বেছি ভাল লাগিল।তোমাক বহুত ধন্যবাদ ভূষণ।
এই ভিডিঅ'টিৰ জৰিয়তে বহু নজনা কথা জানিব পাৰিলোঁ ! বহুত ভাল লাগিল ভিডিঅ'টি চাই ! অসমৰ গৌৰৱ কঢ়িয়াই অনা ঋতুৰাজ আৰু লিনি লৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনালোঁ ! বিদেশত দুয়ো সুখেৰে থাকক ! ভগৱানে ভালে ৰাখক !🎉🎉🎉🎉
এনেবোৰ অসমীয়া লৰা ছোৱালীক দেখি বহুত বহুত ভাল লাগে |
এনে ব্যতিক্ৰমী ভিডিঅ' চাই দৰ্শকে নিশ্চিতভাৱে আমোদ পায়।So keep it up.Thanks a lot !
Bohut dinor murot dekhilu dada.. khub bhal lagise❤️❤️❤️. Akhakoru bhale ase apuni. Bormaloi morom jasibo.
Kitapt phrisilu ami ru aji valdore dekhilu...bohut val lagil ru kisu ktha janibou parilu,dhanyabaad bhukhan daa
Fkgjijo
একেৰাহে ছমাহ দিন আৰু ছমাহ ৰাতি হোৱা ঠাইৰ কথা ল’ৰালি কালত কিতাপত পঢ়িছিলোঁ ৷ এতিয়া নিজে গৈ চোৱাৰ দৰে লাগিছে ভিডিঅটো চাই ৷ ধন্যবাদ ৷
ইয়াৰ আগতে ফিনলেণ্ডৰ বিষয়ে সম্যক ধাৰণা আছিল বাৰু।তথাপি ভালেই লাগিছে।আগ বাঢ়ি যোৱা।
Bow joni cute🥰🥰😍
ফিনলেণ্ডৰ বিষয়ে বহুতো নজনা কথা জানিলো, বহুত ভাল লাগিল। ধন্যবাদ ভূষণ
ভাল লাগিল । ঈশ্বৰে কুশলে ৰাখক ।
Baa joni bht cute ❤❤❤❤ beautiful couple💕💕💕❤
Um. .cute
বহুত ভাল লাগিল। ফিনলেণ্ডৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰি ভাল লাগিল।
বিদেশৰ এনে ধৰনৰ ভিদিঅ বোৰ চাই ভাল লাগে ধন্যবাদ
বৌজনী যে ইমান ধুনীয়া 👌👌বহুত ভাল লাগিলে video টো চাই
ছমাহ দিন ছমাহ ৰাতি হোৱা কথা সৰুতে কিতাপত পঢ়িছিলো। এতিয়া দেখি ভাল লাগিল। ধন্যবাদ
Bou boom cute... Dadar lgt khub milise.... 💚
ঢৰাই পাখি গজিলে উৰিযায় ভাল লগে । কিন্তু মা -দেউতা মনত পৰে নে নপৰে ।কেয়াৰ কোনে লয় ।❤❤❤👌👍👍👌👍
হয় ভিডিও টো চাইয় বহুত ভাল লাগিছে , THANKS আমি অসমীয়া 💪✌️🤝
বিদেশত অসমীয়া লোকৰ কথাবোৰ জানিলে বৰ ভাল লাগে।ধন্যবাদ জনালো।চাপৰমুখ নগাঁও।
Teulukor ktha bur emn hohoj horol...bht val lgil sai🥰
খুব ভাল লাগিল দাদা ।বহুত নজনা কথা শিকিলো ।আৰু আগলৈ এনেকুৱা ধুনীয়া উপহাৰ পাম বুলি আশা ৰে ৰ'লো
Nice
Val lagilay... Apuner lukor Vedio sai...aru ata kotha kaow.. Beautiful Couple
Bow joni eman mor loga xosaky dada 😘😘😘😘
ইমান ভালদৰে অসমীয়া কব পাৰিছে তেওঁলোক তাত থাকিও | ভাল লাগিল ভিডি ওটো চাই , নতুন কথা জানিব পাৰিলো |
Rituraj da and bow , wish you both a very successful and bright future ahead!! We also want to see the Northern lights (aurora borelis )this winter from there !!
Dada- bou duiujonre kothabur bht val lagil .❤️❤️
Eman val lagise. Sosakoi jabo pora hole. Tomalukak anedore dekhi bohut val lagise. God bless you 🙏❤
Axomiya couple, good to see you. God bless you. 👌👌👌
This is the beauty of our World ❤️❤️❤️so cute couple
আপোনালোকৰ বাবে আজি নেদেখা ঠাই দেখা পালো বহু ত ভাল লাগিল ধন্যবাদ ❤🎉❤🎉❤
ভালৰ কথা ধন্যবাদ জ্ঞাপন কৰিলোঁ অৱশ্যে দেখিলোঁ আন্ধাৰ নাই দেখা ঠাণ্ডা কেনেকুৱা।
Bht vl lagil nedekha bos2 dekhi😘😘😘😘😘😘😘
Eman dhuniya. Apnualok amar assamor proud
Bor val lagil , bhut dhuniya thai
ভূষণ ভাইটিলৈ বহুত বহুত ধন্যবাদ থাকিল।
বৰ ভাল লাগিল ৷ইমান সুন্দৰ ঠাই ৷
Bohut bohut val lagil.👍🏽👍🏽
সৰুৰ পৰা কিতাপত পঢ়িছিলোঁ কিন্তু আপোনাৰ কাৰণে আজি দেখা পালোঁ ঠাই খিনি ,,, ধন্যবাদ দাদা ❤️
অতি সুন্দৰ ! বৰ ভাল লাগিল !!
Vdo tu sai bohut vl lagil ❤
আমি বহুত আশীৰ্বাদ কৰিছো আৰু আগুৱাই যাওক
Bohut bhall lagil dada 💚 apunar maloi bohut soddhra aru morom jasilu
Wow Lini Ritu, so happy to see this, amaziing. So u left Paris and enjoying Finland. I wish oxom could be transformed to be this
ভাল লাগিল , সকলোৱে মঙ্গল কামনা কৰিছোঁ
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼 Bahut bahut Val lagil video tu sai. prithibir bivinna thait thaka xakalo axomiya lokaloi ajut ajut moron.
Thankyou happy nice, Assamish in Finland's,very nice,
Khub hundar val lagil video tu sai agaloi ene video pam buli akha thakil dhanyabad
Blogs2 sai bohut ye val lagil,bohut kotha janibo parilu..💓Dada,bow bor moromiyal..💝Thank u so much 🙏❤️
Bohut bhal lagil soxai. Assomiya manuh hisape amar gourobor kotha.
Moza lagil video tu sai 🥰
Rituraj duiojonoke dekhi bohut val lagil. Khudur naroat tomalok kukhole thaka jen
আপোনাক অসমীয়া হৈ অশেষ ধন্যবাদ
Bhukhan da Val lgil sai 👍 enekua video bur he vl lge apunar 👍
Waooo Great nice Amazing . Mind blowing 👍👏
Video Tu sai Val lagil।♥️♥️👍💚💚 from Assam
Bohut dhuniya ...val lagil video tu sai
ভাল লাগিল ফিনলেণ্ড, ধন্যবাদ,,
Bor dhuniya baidw gorali❤️
সূৰ্যয়েই যদি ওলায় য়ে তেন্তে ৰাতি কেনেকৈ নো হয় আৰু ইয়াৰ বিষয়ে জানিবলৈ দিলে ভাল লাগিব,আমাৰ ইয়াৰ দৰে দিনেই হৈ যাব লাগিছিল চোন
বুলি ভাবিছো আৰু।
Bhal lagil Bhukhan video tu
ধন্যবাদ তোমালৈ আৰু নেদেখা দেশ দেখাবা ঈশ্বৰে মঙ্গল কৰক
Baa joni emn cute ❤❤❤ bht morom loga baa jni❤💕💕💕
ভিডিওটো চাই ভাল লাগিল....👍
Wowww most beautiful 👌👌👌👌
দাদা আৰু বৌ লৈ শুভ কামনা জনালো।
কিছুমান পিথিবিৰ এনেকুৱা দেশ আছে
It was just awesome 🤣
Video tu bhal lagil 😍😍😍😍
The question and answer has fulfilled my curiosity to some extent
Aapunalukor video bur sai bohut val lagil
bahut val lagil agoloi aru pam buli asha karilu
Bahut vl lagile vedio tu sai aapunalok du o jon vl a kukhale thakak.
বহুত ভাল লাগিলে 👍
Love From Shila Barpeta Assam
Xosake bohut xukhi aami ,joy aai axom
Wow ...tammam val lagil de voba nasilu Finland t amar akhomor manuh ase
বহুত ধুনীয়া ঠাই, যাবলৈ মন যায়...
Most happiest country in d world
सुंदर बर भाल लागिल।
Wow so amazing place...😲👌and cute couple..❣
Very nice. Expect more such video. Very beautiful couple
Angusmita baa aru Subrat daa r logot tumar ingit round tu koriba plz plz 🙏🙏
Bhal lagil first time salu😊
Best wishes to the beautiful couple 😘
Ba Joni so cute ❤️🌹
Very nice video. Thank you Bhukhan.
Badew goraki bht morom lga deiii
Nice video.Please show similar videos of other parts of world
Video tu sai khosai bohut bhal lagise
Dada bow r so cutE 😘.....!
Bhal lagil .
Moja ..God bless both of you
Bahut val karsa tumi aru aguai jua tumi,