টেটোন তামুলীৰ ভাওনা (সম্পূৰ্ণ ছবি)
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- Life is beautiful, Always keep smiling, Create health & wealth with Lokoi entertainment.
Full movie TETUN TAMULIR BHAUNA.
Story, Screenplay, Dialogue, Editing & Direction : Dibyajyoti Saikia.
Our others film :- (Link)
Chenai : • Video
Tetun Tamulir Biya : • Full movie Tetun Tamul...
Moromor Junbiri : • Moromor Junbiri | Full...
Lotkonor Lotighoti : • Lotkonor Lotighoti | ল...
Rongili : • Rongili 3 | সোণৰ আঙঠি ...
Tetun Tamulir Bomdblast : • টেটোন তামুলীৰ ব'ম ব্লা...
Rongmon Rangdhali : • Video
2024ত কোনে কোনে চাই আছা......,
@@monuj4615 moi
নিভাঁজ গাঁৱলীয়া ছবি এখন সুন্দৰকৈ দাঙি ধৰা হৈছে । খুব প্রিয় এইখন ছবি । ধন্যবাদ জনালো সকলো crew লৈ ❤️
ধন্যবাদ জ্ঞাপন কৰিলো
ইমান দিনৰ মূৰত আকৌ এবাৰ চালোঁ 😊 পুৰণি ছবি বোৰ চাই আজিও ভাল লগে ❤এতিয়াৰ ছবি বোৰতকৈ পূৰনি ছবি বোৰ সদাই বহু গুণ উপচত থাকিব মোৰ বাবে 🥹❤️❤️🥰
এইখন সদাই হৃদয়ৰ আপোন ❤️❤️ ।। CD VCD ৰ দিনবোৰলৈ মনত পেলাই দিলে ।
সঁচাই দে। সেই দিনবোৰ ভাল আছিল।
বঢ়িয়া।
Lokoi da apunar acting sai mur bohut val lage
ধন্যবাদ
❤❤❤❤❤❤😂😂😂😂😂😂 বহুত হাঁহি লো আৰু এনেকুৱা নতুন তেতুন লাগে
Moja lagi gol bohut bosor murot💓💓
কিছুমান পাহৰিব নোৱাৰা ছবি থাকি যাব সদায়!!!❤️ বহুত বছৰ মূৰত আকৌ এবাৰ চালোঁ সদায় প্ৰীয় আপোনালোক❤️❤️
বহুত বহুত ধন্যবাদ
Bhut bsr murt ako salu bhut vall lagil.... Bhut vall lage sai aru khekhr ktha kita bhut dhuniya koi koi disa bhut vall kintu aji kali xeiburee soli thoka hl aru..... dada apunk lg pua akkh thakil pam ne ketiyaba dada 🥰🥰
নিশ্চয় পাব
বহু আগতেই এই কথাছবি খনি চাইছিলো আজি আকৌ চাবলৈ পাই মনতু ভাল লাগিল।
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
0hh raam rathata sariya krishne brindabone jaai♥️
আজি বহুত বছৰৰ মূৰত আকৌ ঘৰৰ আটায়ে বহি এইখন চালো। কিমান বছৰৰ মূৰত অলপ refresh লাগিল সেই বহুত বছৰ আগৰ দৰেই আজি ।
বহুত বহুত ধন্যবাদ,
নতুন বৰ্ষ ত আগবঢ়াম টেটুন তামুলী ৰ ভেকো ভাওনা, you tube তে, আশাকৰোঁ আদৰি লব, এই চেনেলতে
@@lokoientertainment sure dada waiting eagerly n best wishes in advance
ভাৱৰীয়া কাপোৰ বোৰ আমাৰ গাঁৱৰ পৰা নিব আহোতে মোৰ এতিয়াও মনত পৰে ।। ❤️🔥
জামুগুৰি
@@lokoientertainment হয়।। Purnima Store ৰ লগতে আমাৰ ঘৰ 🤗
পূৰ্ণিমা ষ্টৰ ৰ মানুহজন আছেনে ভালেই
@@lokoientertainment অ বৰতা ভালেই আছে 😊😊
@@pranjitnath7 l
Bht xorute aikhon CD t saisilu..akou dekhi xeibur din monot pori gol..vl lgil dekhi❤
ধন্যবাদ জনালো
Bohut val logeli dada
ধন্যবাদ
Lokoi DADA,, Krishna he Bulisu....🙏🙏😁😁 akou Abar Hompurn Tetun Tamulir Bhauna Sai Val Lagil..💚
💝🌟Old is Gold🌟💝
Old is Gold.... ❤
Film khon Saiii agorrr kotha Monot porely..... Best comedy 🤣🤣
Thank you
Loki dar video Sai bohot bhal lage ❤❤❤❤😂😂😂😂
বৰ ভাল লাগিল ছৱিখন চাই৷ সকলোলৈকে জনালোঁ অভিনন্দন!
ধন্যবাদ
😂😂Nice
Thanks
বহুত ভাল লাগিল দাদা 💖💖
ধন্যবাদ
th-cam.com/video/mOyOq5q_Xmg/w-d-xo.html
All timeeee favoriteeeee❤
Majjjaaaaa❤️👍👍👍👍
2025 kuna kuna sai asa like kora❤🎉
যিমান চালেও আমনি নলগা এখন movie .❤️
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
Sable bhut Val lage
ধন্যবাদ
ketia release hoisil baru eikhon?
2007
Lokoi vawna khon sai Val lagil Best comady 😆😆
৮ম মানত আছিলোঁ, চিনেমা খন চালোঁ, পিছদিনা ক্লাছত অৰ্জুনৰ এক্টিং দেখুৱাই আছিলোঁ, ছাৰে দেখা পালে, ৩ টা পিৰিয়ড আঁঠু কাঢ়ি থাকিবলগীয়া হৈছিল
Bhut dinr murot salo deii vl lagile bhut
ধন্যবাদ জনালো
সুন্দৰ
ধন্যবাদ
Old is gold...lokoi lokoi......Good message through comedy.....
Mojjjjjja loakoi da
ধন্যবাদ
আজি বৰষূণ দি আছে , পকৰি খাই খাই চিনেমা খন লগাই লৈছোঁ, বৰ আনন্দ পাইছোঁ
Hoi niki kolija
Hoi niki kolija ❤
@@Manash167 😂
College memories❤
Bohut bosoror murot Sai hahi rokhabo pora nai😂😂😂😂😂😂 2024
Moja lagil sai
ধন্যবাদ
Mojaa movie 👍
Val lagil
ধন্যবাদ
Mojja ❤❤❤
ভাল হৈছে
Mojja, boriya, khub val
Ako salu aji uff❤
Moza sun
এনেকুৱা masterpiece আৰু লাগিব
নিশ্চয়
ধন্যবাদ
Ai natok. Khabr jriote ATA hundar massage dile 👍👍
ধন্যবাদ
2023 still the same laughing therapy while watching it 🫶
Jomoni bhal lagil
Bohut bar salu hepah npolai
Dhunia lagise anekua ras val lage sai
আজি বহুত দিনৰ মূৰত আকৌ চালো...বাৰে বাৰে চালেও হেঁপাহ নগলোৱা এখন ভাওনা
ধন্যবাদ জ্ঞাপন কৰিলো
Mojaa ❤❤❤❤
অতি সুন্দৰ হৈছে, মই ইউটিউব বা আন ভিডিঅ টিভিত এইখন নাটকেই চালো মনত নপৰা দিনৰ পিছত । অৱশ্যে চাবলৈ দিছিল পযৰিবাৰে । আয়োজক আৰু ভাৱৰীয়া সকললৈ মোৰ প্ৰণাম থাকিল ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
Moja😀😀😀😀😀
কোন কোন ২০২২ট চাই আছে 🥰🥰
বহুত বাৰ চালোঁ ,যিমান চাওঁ আমনি নলগা চিনেমা❤️❤️ মন বেয়া লাগিলেই এইখন চাওঁ ।এনেকোৱা আৰু এখন চিনেমাৰ লাগে ও ।। বৰ আশাৰে বাট চাই আছোঁ আকৌ এনেকুৱা এখন চাবলৈ । অতি সোনকালে আমাৰ মাজলৈ এনেকোৱা এখন চিনেমা দিব বুলি আশা থাকিল ❤️lv u uuuuu
অশেষ ধন্যবাদ
Moja mojja😍 mojja o 🤣😁mojja ❤❤❤
Thanks thanks
Bohot bhal lagil lokoi da😎😎🚩🙏
Aru akhn bnabosun 2nd pert.....❤❤❤
Ati hundor khub bor val lagil birat moja palu bohriya boria
এইবোৰ চিনেমা যদি আজিৰ দিনত ওলোৱা হেতেঁন Box Office ফালি দিলে হয়। কম বাজেটৰ ধুনীয়া চিনেমা 🖤 Love 4m তেজপুৰ
আহি আছে নতুন ৰূপত, 2026ত
এইবোৰ চাই শৈশৱ এতিয়াও সজীৱ হৈ পৰে❤️.
ধন্যবাদ জনালো
Khub bhal lagil. Puroni Smruti Bur Monot Poril.
Dhuniya ❤
Nice
Jurkata
one of the best comedy...in an Assamese film history
Thank you so much
TN
Very nice 👍
Bohut bhal lagi chai album khon
Thank you
Sai amoni nologa ekhon sobi. Keibar salu etiarloike kunu hisaap nai n aru agoloiu keibar sam taru hisaap nai... Good Job👍🥳
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
এতিয়ালৈ ২০ বাৰতকৈও ওপৰত চালো । অামনি নালাগে চাই । আপোনাৰ অন্য vdo বোৰো বিচাৰি বিচাৰি চাও ।
অশেষ ধন্যবাদ জনালো
বলিউড, হলিউডৰ ছবি যিমানেই নাচাও কিয় কিন্তু মোৰ হৃদয়ত সকলোৰে ঊর্ধ্বত এইখন ছবিয়েই থাকিব। আৰু শেষৰ কথাখিনি উফ্!!! বৰ আৱেগিক কৰি তুলে। ❤💜
অশেষ ধন্যবাদ আপোনাক ।
আপোনাৰ দৰে দৰ্শক শুভাকাংক্ষীৰ বাবে আমি উৎসাহিত হওঁ, অনুপ্ৰেৰণা পাওঁ, কষ্টৰ সাৰ্থকতা অনুভৱ হয় ।
নতুন এখন তেনে চিৰিজৰ কাম হাতত লোৱা হৈছে ।
Mojja
আছলতে এইবোৰহে অভিনয়
Revisting this masterpiece
Nostalgia ❤...so much emotion related to this movie specially this scene. My father brought a dvd dish of this movie. All my family used to watch it and laughed like crazy whenever this scene of Brahma. In 2020 I lost my father. Now watching this , gives me a deja vu , for a moment I felt like we are still in those golden days. Thank you the team behind this legendary Assamese comedy movie. Hope someday we will get movies with classic comedy like this.
Thank you so much.
Rest in peace your father .
Comic timing, cinematography, editing are top notch 👍🏻👍🏻❣️
Thank you
Aji আকৌ salu...hepah nopolai...dibya da tnx dei...best natural comedy
Thank you
@@lokoientertainment aru bhal bhal notun content di jauk, Ami hodai support kri jam apunak
নিশ্চয়
Dad bought its CD when I was on class 3 now watching it on TH-cam 😌 Old is Gold ✨
Thanks
@@lokoientertainment l ml
@@lokoientertainment to
@@lokoientertainment .
@@lokoientertainment .
Sunder
Thanks
😂😂❤ bht val pow sai
bohut val lage
Ajiu val loga hoi ase aru hodai val loga hoi thakibo 💕
বহুত বহুত ধন্যবাদ
আৰু এনেধৰণৰ ভাওনা চাবলে বহু আগ্রহী 🥺
চৰিত্ৰ সমূহ একেই ৰাখি আৰম্ভ হব নতুন কাহিনীৰে টেটুন তামূলীৰ ভেকো ভাওনা, অহা 3 এপ্ৰিলৰ পৰা, এই you tube চেনেলতে ।
খুউব সুন্দৰ দাদা। আমি সদায় আছো ❤ সৰু কালতে চোৱা সেই ভাএনাই এতিয়াও আমাৰ মন চুই যায়, গতিকে পুনৰবাৰ আমি এটা নতুন কাহিনীৰ সৈতে এনেধৰণৰ ভাওনা চাবলৈ অতি আগ্রহী ❤ লগতে অশেষ ধন্যবাদ ,মোৰ লৰালিকালটো মধুময় কৰি তুলাৰ কাৰনে☮️
th-cam.com/video/7DgsAnLcjoE/w-d-xo.html
Aajiu Sai aasu jai aai axom
Bohut bhal lagil Lokoi daa
ধন্যবাদ
Dada bohut hundor❤
ধন্যবাদ জনালো
The movie is awesome everyone had smile while watching it because old is gold 💜💜
Thank you so much
Hundor Aru anekuwa obhenoi agoloi pam buli akha korilo
নিশ্চয়
ধন্যবাদ
Jar jar sai xoru kal mnt prise like kra
Lokoi dada bhal lagil 😅😅😂😂❤😊
Old is gold 🏆👍
Thank you
Bht bhl lge sai ...amomiu nlge
ধন্যবাদ
Bahut bhal lge jomoni 😂❤
অতীত ৰোমন্থন😂🤩❤
Old is gold !!!
Old is gold
Unlimited Saisu Aajiloyke, 2007 r Pora, Val Lage
ধন্যবাদ জনালো
A moja 😂🤣🔥🔥
Mojja lagise sai
the best comedy assamese film till date
Thank you so much