বিজেপিৰ নতুন কাৰ্যকৰ্তাই এৰিব নেকি দল? জনসংঘ, অসম গঠনৰ আঁৰত ন-বিজেপি!
ฝัง
- เผยแพร่เมื่อ 23 ส.ค. 2024
- বিজেপিৰ নতুন কাৰ্যকৰ্তাই এৰিব নেকি দল? জনসংঘ, অসম গঠনৰ আঁৰত ন-বিজেপি! পুৰণি বিজেপিৰ বদনামত অতিষ্ঠ হৈছে নতুনসকল?
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
বিজেপিত অহঙ্কাৰৰ সীমা পাৰ হৈ গ'ল
সেই বাবে নৰক মাত্রা হব বিজেপিৰ
প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰগতি শিলৰ দৰে হ'ব
বিজেপি বুলি দল"নাথাকিবই দেখোন! ই এক বৰ"হাস্যকৰ"বিষয়। পুৰণি বিলাক যদি অন্য দললৈ যায়; ন বিজেপিয়ে"যদি জনসংঘ গঠন কৰে;তেতিয়া বিজেপিত থাকিব"কোন? মোৰ"সমীক্ষা মতে পুৰণি বিজেপিত থাকিব--জয়ন্ত দাস;সিদ্ধাৰ্থ ভট্টাচাৰ্য;ৰঞ্জিত দত্ত আৰু কোনোবা কোনোবা-----। খেল"কিন্তু জমিছে দেই!!!!! মোৰ"জীবনত একো নাই। ধন-ধান;সা-সম্পত্তি;লৰা-মাইকী;মাটি-বাৰী ;ঘৰ-বাৰী এইণবোৰত মোৰ%ৰতি নাই।ধৰ্ম যত মই তাতে থাকো।নাৰদৰ লক্ষণ মোৰ গাত আছে।মই মিছলীয়া;দাম্ভিক;চোৰ;গুণ্ডা;বদমাছ ইত্যাদিবোৰ দেখিব নোৱাৰো।
নতুন দলে বিজেপি দলক প্ৰত্তুতৰ দিব নোৱাৰে, একমাত্র কংগ্রেচ হে পাৰিব, নতুন দলে ভোট বিভাজন কৰি বিজেপি দলৰ নেতা সকলক জয়ী কৰাত সহায় হে কৰিব
নীতি আদৰ্শৰ ৰাজনীতি নকৰিলে বেচি দিন নিটিকে। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই এটা নীতিত থকা বাবেই সুদীৰ্ঘ 15 বছৰ ৰাজত্ব কৰিছিল আৰু তেওঁৰ সুযোগ্য পুত্ৰক পুণৰ অসম বাসীয়ে আকৌ বিচাৰিছে । ব্যাপক দুৰ্নীতি, অপশাসনে মানুহক বিৰক্ত কৰিছে।
জনসংঘ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আমরা আছি যেখানে চিন্তা নেই সেখানে।
আনৰ ঘৰ ভাঙি নিজৰ ঘৰ টনকিয়াল কৰিবলৈ যাওঁতে এতিয়া নিজৰ ঘৰ থানবান হবলৈ ওলাইছে । বালিলৈ যিপাত সুগ্ৰীবলৈও সেইপাত।
মন্ত্ৰী,বিধায়ক সকলে দল বাগৰা, বাগৰি কৰি থাকক। আমাৰ ডেকা সকলে বহিঃৰাজ্যত কাম কৰি আৰু মহিলা সকলে বন্ধন গোটৰ টকা লৈ নিবনুৱা সমস্যা দুৰ কৰিব।
Gitumoni konwar Axomr khilonjia Obc,St,Sc samaj k kebol Raijor dal aru Ajp a he bosaba pariba. Sayambhu eswar(Bamunr) Nettrittwa thaka dal a kebol 10% tothakathit Usswa barnor hit(Mongol) sinta kare.
@@mukulbaruah1833 উম হয়। 🤔🤔🤔
Hosa kotha
Bhal kotha
খেলা খতম পইচা হজম😂😂😂
হিমনতৰ বাহিনীত ৰাইজ নাযায়,,,, নতুন বাহিনীৰ কাম নাই!!
আনলৈ হুলপুতি. নিজে মৰে ফুতি এই গতি হৈছ্ বি জে পিৰ 🙏🌹
বি জে পি আৰু অ গ পক অসমৰ মানুহে ভাল নোপোৱা হয়ছে ।
B J P ৰ পুৰণা নাম জনসংঘ।
BJPত কেইজনমানৰ নেতাৰ অসংকাৰ বেছি।
সুবিধাবাদী অন্ধ ভক্ত সকলে bjpৰক্ষা কৰিব নোৱাৰিলে।এই সকল মৰুভূমিত থাকিব লাগিব।
Why this happening in party? Mama is main.
এইটো মদৰ বটলত লগোৱা লেবেলতো বিজেপি কাৰখানাতেই বনিব৷
অসম জন সংঘ নহয় ( অসম জনতাৰ ভোটাৰৰ ৰাইজৰ জনসাধাৰণৰ চৰকাৰী কৰ্মচাৰীৰ সকলৰ ( মন সংঘ নামত এই বাৰ আহি থকাৰ সময়ত এক নতুন অসম খনক সু সং গত (সং যোগ)
Rastria Sharbanakhi Shangha.
Sartha bade ako nai
Ta ta bye bye khotom.
Muthate Axomr khilonjia Bhumiputrar hatot he Axom khurakkhit habo. Gatike Axomr Mukhya Montry,Griha montry, Bitta Montry, Sikssa Montry, Helth montry, Bon Montry,Garkaptani montry, Ban niontran montry aru krikhi montry kebol Obc,St,Sc samajr majot thakilhe Axom Axomia jati basiba. Tothakathit Uswa Barnor 75 Basoria sason a Axomia khilonjiak pongu karile. 75 Basore kebol 10% tothakathit Usswa Barno aru sayambhu eswar amuthimaanr he joy joy moy moy jol aru khilonjiar panit haah nasora abostha hol.
🙏🙏🙏🙏
😮
assam hong ram namere dol khulib lage new bjp
Welcome to congress
Mamar politics shash hobo lage
India team anewala hai jumla team janewala hai
Ahonkar korile pothon hobo , nishchit mono poribo lage?
Bjp next election nahe beya ke harib
Ohongkaar maanei poton...BJP anedorei adin naikia hbo Akhomor pora..vhl khbr...congrass asgain
Ekbar gole aru comeback nokore bjp.
Umi koto ni
EITU KHULUAI DISE NEKI
😂😂😂
ক্ষিউভ নে ক্ষোভ,বাক্যষাৰ বুজাত ভুল হৈছে
Janashangha mane Axom Dhongkha (Rss).
Axomia jati mane khilonjia(Obc,St,Sc) samaj k bosaba kebol Anchalik dalehe. Rastria dal bilake Obc,St,Sc samajr uparat kebol susan lunthan he kare. Rastria dal bilakr malik hol tothakathit Usswa barno aru sayambhu eswar.