APS RANK -1 || PARTHA PRATIM SARMA || THE PULSE WITH GARIMA || Chitrabon || Zeal Creation ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ม.ค. 2025

ความคิดเห็น • 108

  • @arabindaborah923
    @arabindaborah923 24 วันที่ผ่านมา +20

    "মই জানো কেৱল মই"
    আটাইতকৈ ভাল লগা অংশখিনি।
    এজন মানুহ সফল হোৱাত বা গঢ় লৈ উঠাত যদিওবা আমি কেৱল নিজক, মা দেউতা বা শিক্ষক আদিকেই credit দিওঁ কথাটো কিন্তু তেনেকুৱা নহয়। মানুহ এজন মানুহ হোৱাত তেওঁৰ লগত জড়িত সমাজৰ প্ৰতিটো বস্তুৰ , প্ৰতিজন মানুহৰে অৱদান থাকে। সৰুতে বিদ্যালয়লৈ নিয়া ড্ৰাইভাৰ জনৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা দিয়া প্ৰফেছৰ জনলৈ সকলোৰে অৰিহণা নিশ্চয় থাকে।
    পার্থৰ দৰে বহু কম সংখ্যক লোকেহে এই কথাখিনি অনুভৱ আৰু ব্যক্ত কৰিব পাৰে। আৰু এইয়া তেওঁলোকৰ modesty বুলিয়েই কব লাগিব।❤

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      একেবাৰে সঁচা কথা। ধন্যবাদ ❤

  • @anupkalita3615
    @anupkalita3615 23 วันที่ผ่านมา +11

    বিশ্বাস কৰক বৌ আজিলৈকে যিমান অনুস্থান চাইছো অলপ হলেও skrip কৰি চাও।কিন্তু এইটো অনুস্থান অলোপ ও skrip নকৰাকে চালো।চাই ভাল লাগিল।। ধন্যবাদ পাৰ্থ দা।আৰু গৰিমা বৌ।।🎉🎉

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      Thank you so much.. please keep watching our upcoming episodes too❤❤

  • @BrojenHazarika-s9k
    @BrojenHazarika-s9k 4 วันที่ผ่านมา

    Bhut val lagel ba.

  • @jyotirupadevi5089
    @jyotirupadevi5089 20 วันที่ผ่านมา +1

    Bhut dhanyabad garima baa❤ congratulations to partha pratim da❤

  • @swarnabhajani6884
    @swarnabhajani6884 24 วันที่ผ่านมา +6

    পাৰ্থক বৰ সুখী মানুহ যেন লাগিছে ।ময়ো সুখী হ'লোঁ‌।
    ধন্যবাদ গৰিমা ।

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      জীৱনমুখী ল'ৰা । দুখবোৰকো সামৰি ল'ব জানে ।

  • @priyojonorbandhun
    @priyojonorbandhun 24 วันที่ผ่านมา +7

    দুটা অনুষ্ঠান চালো খুব ভাল লাগিল।অভিনয় যে কিমান কষ্ট অভিনয় কৰাজনেহে অনুভৱ কৰে মৃদুলাবাৰ পৰুৱা কামুৰ খাই কিমান সময় পাৰ কৰিছিল।দ্বিতীয়টো অনুষ্ঠানত পাৰ্থৰ দেউতাকৰ আৰ্দশক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে পাৰ্থলৈ ধন্যবাদ।এজন সুযোগ্য সন্তান আমাক দি গৈছে তেখেতলৈ ধন্যবাদ।গৰিমা তোমাৰ অনুষ্ঠানত এবাৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বাইদেউক মাতিবলৈ আহ্বান জনালো।আশাৰে।🙏🙏🙏🙏🙏

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      প্ৰীতি বাইদেউ ও নিশ্চয় আহিব

  • @ManIshaKonwarKrishna
    @ManIshaKonwarKrishna 19 วันที่ผ่านมา

    পাৰ্থদাৰ Energyটো Highly vibrated. কথাবোৰ শুনিলেই ইতিবাচক ভাৱ এটা আহি গৈছে । উৰ্যাটো বহুত উজ্বল আৰু ইতিবাচক । কথাবোৰো সঁচাই বহুত ধুনীয়া । এখেতৰ দৰে মানুহ খুউব কম পোৱা যায় । নিজৰ কৰ্ম , পঢ়া , ফুৰ্তি একেলগে কেনেকৈ চলাই নিব পাৰি এটা সুন্দৰ নিদৰ্শন দেখাইছে । অকল পঢ়িয়েই নাথাকি কেনেকৈ বেলেগৰপৰাও কথা আমি শিকিব পাৰোঁ ধুনীয়াকৈ কৈছে । অসমৰ বাবে সদায় ভাল কাম কৰি যাওঁক আৰু সদায় এনেকৈয়ে energytic হৈ থাকক । তাৰ বাবে বহুত শুভকামনা থাকিল 😊

  • @SunitaDevi-in2gm
    @SunitaDevi-in2gm 24 วันที่ผ่านมา +6

    খুব ৰসাল ব্যক্তি। প্ৰত্যেক টো interview চালোঁ...ভাল লাগিল।আগলৈ শুভেচ্ছা থাকিল।

  • @tarunparikshit9349
    @tarunparikshit9349 24 วันที่ผ่านมา +4

    Partha, tumaar pora ei video tur joriyote bohut bhal kotha xikilu, jibon ti anondere ki dore upovug koribo paari, tumar jibon jaatra aaru xukhere bhori porok, taar baabe iswar aagot prarthona jonalu. Very beautiful podcast Gaurima Baa, waiting for the upcoming episodes👏🏻🙏🏻

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา +1

      Thank you so much Tarun.. you have always been a great support. God bless u ❤

  • @unseenwarrior9680
    @unseenwarrior9680 24 วันที่ผ่านมา +7

    Great guy
    Personality is same as Ravi sarma
    Love u both ❤❤❤❤

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา +1

      Thank you so much

  • @kalpanatalukdar6627
    @kalpanatalukdar6627 18 วันที่ผ่านมา +1

    Xosakoie bahut bhal lagil.❤

  • @PhilimanPhilimanLoing
    @PhilimanPhilimanLoing 5 วันที่ผ่านมา

    সচাই ভাল লাগিল অনুষ্ঠানটো।

  • @unseenwarrior9680
    @unseenwarrior9680 24 วันที่ผ่านมา +18

    Bou Next guest Rubu Bora lage

  • @abaziz8656
    @abaziz8656 24 วันที่ผ่านมา +3

    Awesome products.....❤

  • @JanmaniSarania-z8q
    @JanmaniSarania-z8q 22 วันที่ผ่านมา +2

    Dhuniya lagise

  • @harshitakashvlog9975
    @harshitakashvlog9975 23 วันที่ผ่านมา +5

    অনুষ্ঠিান টো ভাল লাগিছে ।
    লগতে কও গৰিমা বৌ আৰু জুবিন দাদা এই দুইজন মানুহ মোৰ বৰ মৰমৰ। কিমান যে ভাল পাও দুইজনকে। ভাল পাও বহুত ভালে থাকক। ❤❤❤❤❤❤

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      অশেষ ধন্যবাদ । সহযোগিতা সদায় বিচাৰিম ❤❤

  • @sukanyachakraborty538
    @sukanyachakraborty538 24 วันที่ผ่านมา +3

    Bhut besi val lagil ba ❤❤

  • @namratasvlogs7388
    @namratasvlogs7388 24 วันที่ผ่านมา +3

    Sob interview sychu
    Partha aru rubur
    Duijon okeee bohut bhl lge intrvw bur sy
    🎆🎆🎆🎆🎆

  • @priyakhisaikia8546
    @priyakhisaikia8546 24 วันที่ผ่านมา +2

    Khube priyo aiii manuh jon teu hahi tu bikhekh mur babe😊❤

  • @upa9797
    @upa9797 20 วันที่ผ่านมา +1

    Emn dhunia broadcast ktiyao dxa nsilo ... specially topper ajonor pora ..bht relax feel hoiso...❤❤

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา +1

      Thank u so much ❤

  • @budhinentertainment4096
    @budhinentertainment4096 24 วันที่ผ่านมา +3

    সঁচাই বৌ বহুত ভাল লাগিল, বহুত নজনা কথা শিকিব পৰিলোঁ, ধন্যবাদ পাৰ্থ দা ৰ দৰে অতিথি এজন আমন্ত্ৰন কৰা বাবে।

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา

      কৃতজ্ঞ আমিও । মৰম আৰু প্ৰাৰ্থনা

  • @mamonidevi617
    @mamonidevi617 21 วันที่ผ่านมา

    Bohut xundor anushthan bhal lagil❤❤

  • @BondanaBora-p6v
    @BondanaBora-p6v 17 วันที่ผ่านมา

    বহুত ভাল লাগিল । যথেষ্ট ‌ প্ৰেৰনা দায়ক ।

  • @nirmalibezbaruah5208
    @nirmalibezbaruah5208 19 วันที่ผ่านมา +1

    Positive feel ahi goise Partha dar kothabur xuni bahut dukhor boja patal hoi goise

  • @dipshikhaneog6504
    @dipshikhaneog6504 23 วันที่ผ่านมา +1

    Aaru aagbah jauk aapuni .🙏🙏

  • @bhontigogoi2875
    @bhontigogoi2875 23 วันที่ผ่านมา +2

    ভাল লাগিল।

  • @oprotirodhyo
    @oprotirodhyo 24 วันที่ผ่านมา +12

    ❤❤❤ thoroughly enjoyed. Great initiative to bring conscious and sensible people who have serious insight towards life. ❤❤❤ Best wishes to Bou ❤

  • @sagarikaduarah
    @sagarikaduarah 19 วันที่ผ่านมา +1

    Manuh iman bec positiv u thake ne iman bec val loga hoise ai manuhjon ❤hokolubur interview a saisu aru nije u utkha paisu... val lagil baa aru val val episode lge ....🥰

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา +1

      Positivity can change everything .. thank u for watching us.. ❤❤

    • @sagarikaduarah
      @sagarikaduarah 17 วันที่ผ่านมา

      @garimasgarg ❤️❤️

  • @Rr-uo9hj
    @Rr-uo9hj 23 วันที่ผ่านมา +1

    Bohut bhal lagil bou❤

  • @gargisaikia68
    @gargisaikia68 22 วันที่ผ่านมา

    Bahut motivation person

  • @munnabhaivlogprank
    @munnabhaivlogprank 18 วันที่ผ่านมา

    acdom bohut bhal kotha koi dadai👍 hoi moi nhoi , moi hbloi aan karu ba manuh jorito thake with kitap❤

  • @RahulDas-fs5un
    @RahulDas-fs5un 18 วันที่ผ่านมา

    khub xunder

  • @JintimoniRajbongshi-sl5xi
    @JintimoniRajbongshi-sl5xi 22 วันที่ผ่านมา

    সুন্দৰ মনৰ অনুভৱ সুন্দৰ

  • @madhurjyaburagohain8235
    @madhurjyaburagohain8235 5 วันที่ผ่านมา

    🙂❤️

  • @RituAnuragMajuli
    @RituAnuragMajuli 19 วันที่ผ่านมา +1

    পাৰ্থদাৰ আটাইকেইটা ইণ্টাৰভিউ চাইছোঁ। মিঠা হাঁহিটোৰে ইমান ধুনীয়াকৈ কথাবোৰ কয়। কৰ্মজীৱনৰ অশেষ শুভকামনা জনালোঁ।🌸♥️

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      Thank u so much 😊

  • @sibaninath8867
    @sibaninath8867 22 วันที่ผ่านมา

    বহুত সমৃদ্ধ হ'লো এই অনুস্থানটি চাই❤

  • @deepagogoi392
    @deepagogoi392 23 วันที่ผ่านมา +1

    Bhal lagisa

  • @abhijeethdr5920
    @abhijeethdr5920 22 วันที่ผ่านมา +1

    Really very nice person❤

  • @madhurjyasarmah7506
    @madhurjyasarmah7506 23 วันที่ผ่านมา +1

    ❤️❤️❤️

  • @axomiyagabhoru..mumchi
    @axomiyagabhoru..mumchi 22 วันที่ผ่านมา

    Bohuuuuut besi val lagile❤❤❤

  • @SatyajitBorah-hg3zh
    @SatyajitBorah-hg3zh 24 วันที่ผ่านมา +3

    Zubeen da lge❤❤❤

  • @souravjyotibhuyan8849
    @souravjyotibhuyan8849 24 วันที่ผ่านมา +1

    Awesome Podcast @Garima bou ❤❤❤

  • @paragphukan4691
    @paragphukan4691 19 วันที่ผ่านมา

    বহুত ধন্যবাদ বা ..ভাল লাগিল.

  • @jagyeswartaid3888
    @jagyeswartaid3888 24 วันที่ผ่านมา +2

    Member before 1K subscriber 🎉

  • @chandramadevi2832
    @chandramadevi2832 22 วันที่ผ่านมา

    দুইগৰাকীলৈ বহুত মৰম থাকিল

  • @JyotishmannDeka
    @JyotishmannDeka 23 วันที่ผ่านมา +1

    Borhiya hoise bow ❤

  • @anisaikia8348
    @anisaikia8348 23 วันที่ผ่านมา +3

    পাৰ্থ আৰু ৰুবুক পোৱা কাৰণে অসমৰ ৰাইজৰ ভাগ্য ভাল। হয়তো সৎ আৰু নিকা ভাৱে পৰিক্ষা হোৱা কাৰণে এই মেধাৱী ল'ৰা ছোৱালী বোৰ ওলাই আহিব পাৰিছে ।

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา +1

      হয় । ধন্যবাদ

  • @bipulphukan9511
    @bipulphukan9511 18 วันที่ผ่านมา

    Nice 👍

  • @augustyaxom23
    @augustyaxom23 24 วันที่ผ่านมา +3

    এক ঘণ্টা সাতাইশ মিনিট পঞ্চলিশ ছেকেণ্ডৰ সুন্দৰ আৰু যোগাত্মক কথোপকথনে মনৰ খেলিমেলিবোৰ যথেষ্ট পাতল কৰি দিলে😊। বহুত ভাল লাগিল অনুষ্ঠানটো চাই। এনেধৰণৰ যোগাত্মক দিশৰ ওপৰত আলোচিত বিষয়বস্তুৰ অতীৱ প্ৰয়োজন বুলি ভাবোঁ আৰু ভৱিষ্যতেও এই ধৰণৰ বাৰ্তালাপ আপোনাৰ পৰা পাম বুলি আশা কৰিলোঁ।❤ পাৰ্থ প্ৰতিম শৰ্মা ডাঙৰীয়ালৈও মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ❤

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา +1

      অশেষ ধন্যবাদ । কথাবোৰ সকলোৰে বাবে জীৱনমুখী হোৱাটোৱেই আমাৰ একান্ত প্ৰচেষ্টা ! আপোনাৰ মন্তব্যই বহুত সাহস দিলে । 😊😊

  • @sumitrasarma478
    @sumitrasarma478 19 วันที่ผ่านมา

    Bor sundar

  • @jollywoodworld7395
    @jollywoodworld7395 24 วันที่ผ่านมา +1

    Khub val kotha koise teu ..❤ val lagil bou

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา

      Thank u so much..

  • @Jubin_roy_zg_editz
    @Jubin_roy_zg_editz 24 วันที่ผ่านมา +2

  • @deepasarmah7476
    @deepasarmah7476 21 วันที่ผ่านมา

    Proud of you Partha

  • @dhirajdeka111
    @dhirajdeka111 23 วันที่ผ่านมา +2

    অভিনন্দন পাৰ্থলৈ।কিন্তু ভাল লাগিল গৰিমা বৌক সদায় এই চেনেলটোৰ দ্বাৰা চাব পাৰিম।।অনুষ্ঠানখনৰ প্ৰতিজন বিষয় ববীয়ালৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন।

    • @garimasgarg
      @garimasgarg 18 วันที่ผ่านมา

      উৎসাহিত হ'লো । অশেষ ধন্যবাদ ❤❤

  • @bubugogoi592
    @bubugogoi592 24 วันที่ผ่านมา +2

    👍🙏🙏🙏🙏🙏♥️.

  • @Aradhana_dihanam4
    @Aradhana_dihanam4 24 วันที่ผ่านมา +1

    বিৰাট ভাল লাগিল❤

  • @ddas7200
    @ddas7200 22 วันที่ผ่านมา

    Zubeen da lgt lage ❤❤❤❤❤❤

  • @SibaniDevi-p7p
    @SibaniDevi-p7p 24 วันที่ผ่านมา +7

    এটা interview মই নোছোৱাকৈ থকা নাই আৰু প্ৰতিটো interview ত মই partha pratim sir ৰ পৰা নতুন কথা শিকিবলৈ পালো। বহুত ভাল লাগে মানুহ জনক। কথা কোৱাৰ শৈলী সঁচাই মানিবলগীয়া।

  • @Adhafuta
    @Adhafuta 23 วันที่ผ่านมา +1

    Baidaw thamble xon vul hoi asa

  • @AshimSarma-ku4hd
    @AshimSarma-ku4hd 17 วันที่ผ่านมา

    Garima bow Barasha rani বিষয়া ru প্ৰস্তুতি baa k matibo vl lge bht positive tewlok matibo sn tewlokr ktha bilak bht vl lge ধুণীয়া ktha শিকিবলৈ pari plz bow matibo aupuni❤

  • @SrikumarDas-d9h
    @SrikumarDas-d9h 22 วันที่ผ่านมา

    #বাইদেউ ধুনীয়া Consept ত Video বনাইছে আগলৈকে আৰু ভাল video পাম বুলি আশা ৰাখিলোঁ

  • @AjantaBaruah-k3b
    @AjantaBaruah-k3b 24 วันที่ผ่านมา +1

    বহুত ভাল লাগিলে। পাৰ্থৰ প্ৰতিটো অনুষ্ঠান মই চাও।গৰিমা তোমাৰ এই অনুষ্ঠানৰ সফলতা কামনা কৰিলো।

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา

      অশেষ ধন্যবাদ । এনে মন্তব্যই সদায় উৎসাহ আৰু প্ৰেৰণা যোগায় । ❤❤

  • @amarassam8715
    @amarassam8715 19 วันที่ผ่านมา

    Univers সদায় ধন্যবাদ জনাব লাগে ।

  • @AjitNathVlogs
    @AjitNathVlogs 21 วันที่ผ่านมา

    Baa podcast 2 normal korok ghorua tipt xudhuk manhu bhal pabo baa❤

  • @RahulDas-fs5un
    @RahulDas-fs5un 18 วันที่ผ่านมา

    eulukor dre mnhu policet thkilehe xomajkhn congskar hbo bhut val palu teu j etya Aps hl

  • @JoyshreeBora-lc9zh
    @JoyshreeBora-lc9zh 22 วันที่ผ่านมา +1

    O bou UPSC topper AIR 5 in the history of North East India,Assam mayur hazarika ifs sir . interview matibo sun .amar Assamor lora sualik upsc awareness lage .apsc amar candidates bohut ag barhil itiya xomoi National levelet assamkhon sinaki korai dia .

  • @sonmonigogoi3746
    @sonmonigogoi3746 23 วันที่ผ่านมา +1

    সাখ্যাত কাৰ চাই বৰ ভাল লাগিল

  • @GODOFX12
    @GODOFX12 17 วันที่ผ่านมา

    Zubeen daak lage podcast t bou...

  • @rambalram2610
    @rambalram2610 17 วันที่ผ่านมา

    First time heard there is APS Rank 1 also...🤔🤔🤔 Knew APSC ranks are only published...!!!

  • @bhanita
    @bhanita 21 วันที่ผ่านมา

    Partha da r podcast sai asu sb channel t.... actually means aitu nhy je teu Apsc rank holder xeikrne saisu kintu teu r freely nature tu bor vl lgise lgte dhamaka hahi logai diya mor nisina🤭....

  • @Champak-h6l
    @Champak-h6l 22 วันที่ผ่านมา

    Zubeen k lge ❤

  • @Manab-iv3qh
    @Manab-iv3qh 17 วันที่ผ่านมา

    কোনোবা এজনীয়ে ৰাম ঠগন দি গৈছে বাচাটোক । গানৰ নিৰ্বাচন-গায়নতে গম পোৱা গৈছে । অমুকাও সেই কোব পাই থৈছোঁতো 😅 ।

  • @Rituparnask67
    @Rituparnask67 24 วันที่ผ่านมา +6

    It is not something out of the box as u show it in ur promotion. Same things are going on other podcasts too. If u really want to make it for generous mass, please do something which other podcasts are not doing, otherwise create a podcast channel that is too by Garima Saikia Garg is not relevant.

    • @heeraith379
      @heeraith379 23 วันที่ผ่านมา

      Apunaar profile pic tuyei bujaai aapuni enekua comment kio dise

  • @pallabidas2370
    @pallabidas2370 13 วันที่ผ่านมา

    Aru zubeen daa k Lage bou podcast t

  • @nityamonidas9711
    @nityamonidas9711 20 วันที่ผ่านมา

    Bow Next Episode Zubeen Da k lage.

  • @mrinalborah3097
    @mrinalborah3097 23 วันที่ผ่านมา

    Next episode zubeen da

  • @bijitbijit65
    @bijitbijit65 24 วันที่ผ่านมา +2

    বৌ নজনা কথা শিকিব পাৰিলো ভাল লাগিলে

    • @garimasgarg
      @garimasgarg 24 วันที่ผ่านมา +1

      বৰ জ্ঞানী ল'ৰা পাৰ্থ । ভগৱানে ভাল কৰক ! তোমাৰ বাবেও মৰম, প্ৰাৰ্থনা

  • @pallabidas2370
    @pallabidas2370 13 วันที่ผ่านมา

    Apunar video t wall t olai thoka clock ⏰ 2 xodai 10.10 a hoi thake sob video bilakok t ghari 2 mori ase bou 😂

  • @Jintu555
    @Jintu555 21 วันที่ผ่านมา

    Zubeen daa k lage

  • @bishalhaloi5375
    @bishalhaloi5375 21 วันที่ผ่านมา

    Salim merchant a bhoomi24 album t Zubeen da k gowam buli koisile tarsamme mittal r interview t.. Kintu gowa ni sun atiyaloi😢

  • @bishalhaloi5375
    @bishalhaloi5375 21 วันที่ผ่านมา

    Bou Zubeen da r bollywood t gaan lage new.... Zubeen dak kobosun

  • @spondon_explore
    @spondon_explore 24 วันที่ผ่านมา +1

    sportsmn mtibo sn bou

  • @pallabidas2370
    @pallabidas2370 13 วันที่ผ่านมา

    Barsha Rani baa k matibo sun

  • @bhaswatideka5099
    @bhaswatideka5099 6 วันที่ผ่านมา

    ❤❤

  • @BANISHMITA
    @BANISHMITA 20 วันที่ผ่านมา

    ❤❤❤

  • @monjurisarmah53
    @monjurisarmah53 21 วันที่ผ่านมา