Dear CM sir...the speech you make is valuable and very important for the people of Assam. But the problem is if the public goes to the circle office and explains the problem and personal issue ..nobody comes forward to help to solve the problem from office side. I therefore kindly request to take steps ..such as deskhelp such as under what type of FORM is to fill up and get the word done systematically....because such type of FORM hide by the circle official and available with the MUHURI to take chances.(awareness of land solve is important sir #still illiterate on land factor is high #
Sir , It is really important and essential that all application to SDC , Circle officer should be online submission by the applicant . So , for this appropriate Website should be opened . Request for this implementation. May God bless you , be happy and healthy always.
সুন্দৰ ব্যৱস্থা । এনেকৈ আৰু বাকী বিভাগসমূহকো কৰিলে আৰু সুন্দৰ হৈ পৰিব । বেছিকৈ মন্দলসকলৰ পাক বেছি । আমাৰ ইয়াতে এজন মন্দল আছে তেওঁৰ নাম হৈছে - জিতেন্দ্ৰ নাথ বৰা, ঘৰ বিহপুৰীয়াত, তেওঁ আমাৰ মাতিক বিভিন্ন কৌশল কৰি বেলেগক বেছি থৈছে এওঁৰ ওপৰত বিহীত ব্যৱস্থা লবৰ বাবে অসম চৰকাৰক অনুৰোধ জনালোঁ ।
LMAO but
ব্যাখ্যাবোৰ শুনিবলৈ বৰ ভাল হৈছে। কাম কিমান হয় তাকেহে লক্ষ্যনীয় হ'ব।
# ডিচি .. সম ডিচি .. এডিচি আৰু চাৰ্কুল অফিছাৰ সকোল কমপক্ষেও সপ্তাহত নিৰ্ধাৰিত তিনি দিন ৰাইজৰ কামৰ কাৰণে অফিছত উপলব্ধ থাকিব লাগে
আৰু এই নিৰ্ধাৰিত তিনিদিন ৰাইজক আগতীয়া কৈ সুচিত কৰিব লাগে
এই অনুৰোধ থাকিল অসম চৰকাৰলৈ
আমিও এই আটাইবোৰ সমস্যাৰ ভুক্তভোগী চাৰ,,,,,ভাগৰি গৈছো
Bagorar karon nai sab hobo
আপুনি ইমান দিন মন্ত্ৰী হৈ বুজি পোৱা নাই,আমি সাধাৰণ ৰাইজ কেনেকৈ বুজি পাম।আমাৰ গাঁৱলীয়া মানুহ নুবুজা হেতু বহু থাকি যোৱা সম্ভাৱনা।
Lp
L0l0lp
কৈছে যে সহজ ভাবে হ'ব । কিন্তু সিমান সহজ ভাবে ৰাইজৰ কামবোৰ নহয়।
পতাবিলাক ৰাজমালি হৈ থকাতকৈ ব্যক্তিগত কৰি দিয়ক তেতিয়া বহুত ৰাজহ বা খাজনা সংগ্ৰহ হব আৰু দিবলৈও সকলোৰে বাবে সুবিধা হব ।
অতদিনৰ পৰা চলি থকা সমস্যা সমূহ নিৰহ-নিপানীকৈ আৰু তন্ন তন্নকৈ বিশ্লেষণ কৰি দেখুৱাইছে আৰু সেইবোৰৰ সুন্দৰ সমাধানৰ উপায়ো আগ বঢ়াইছে, এতিয়া কথা হ'ল কামবোৰ যথাযথভাবে হৈছেনে নাই হোৱা তাৰ প্ৰতিহে বিশেষ ভাৱে দৃষ্টি ৰখা👌
Himanta Biswa sarmah is the worthy CM of Assam
বহু নজনা কথা জানিবলৈ পাইছো, উপকৃত হৈছোঁ
মুখ্যমন্ত্ৰী মহোদয় ...বসুন্ধৰা 1,2ত আবেদন কৰি আজিলৈ মাটিৰ পট্টা নাপালো ।
সন্মানীয় মহাশয়,ডি ছিল মহোদয়ে এই কাম কৰিলে দেখোন বহুতৰত মূৰত সৰগ ভাঙি পৰিব দেখোন।
বহুত সুন্দৰ পদক্ষেপ Thanks C M
Sir, Thanks
অশেষ ধন্যবাদ আপোনালৈ আপোনাৰ কামে আপোনাৰ পৰিচয় হওক
বসুন্ধৰা 1,2 ত আবেদন কৰি দুই কোঠা মাটিৰ পট্টা নাপালো।
Fee dya nai sage
3katha mati asil tare kewal 1kotha d baki rakhi dile... Faltu
বসুন্ধৰা 3.0 আৰম্ভ কৰাৰ বাবে মূখ্য মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।এই আছনিত মছজিদৰ মাটি আৰু ঈদগাহৰ মাটি পট্টনৰ ব্যৱস্হা কৰিবলৈ মূখ্য মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ।অন্য বিভাগৰ ক্ষেত্ৰতো সংস্কাৰ কৰিলে ৰাইজৰ মহৎ উপকাৰ হব।
I am very appreciative with the information of our Hon,ble C.M,from ABDUR RAHMAN Silpukhuri Guwahati-03
বহুত ভাল প্ৰদক্ষেপ ।
Very good. sir .Circle
office goi val nalagea.Toka nohole kam nokore.Dalali rakhe office a
Very Very Thanks for kind information about Mission Basundhara 3.0
বহুত ভাল কথা কৈছে আপুনি
Bhut val kam korise c m sire thanks so much😊✌❤💯
🌹❤️💐🎉🙏 महान विचार 🙏🎉💐❤️🌹
Bohut 2. Dhaniyabad Sir.
সুন্দৰ পদক্ষেপ👌👌
Bohut valkoi Amar Mama bujai dile good decision God bless you
মাটি মাইনাছ হৈআছে চাৰ । মণ্ডলৰ ওচৰলৈ গৈ গৈ ভাগৰি পৰিছো। অকনো গুৰত্ব নিদিয়ে । আমাৰ লখিমপুৰৰ মণ্ডলে জ্বলা কলা খোৱাইছে ।আপুনি পাৰিলে কিবাএটা ব্যৱস্থা কৰি দিয়ে যেন ।
সুন্দৰ পদক্ষেপ।
Excellent sir, thank you for your real information about Revenue dept. We suffered a lot.
Very good explanation l am fully satisfied with your speech and c m saheb thanks for mission basundhara program ok joihind joivarat thanks
Very good speech by Honourable CM
মামাই ঠিকেই কয়। কিন্তু, মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়াই মূল। কণ্ডল লগাই দিয়ে। গুণ্ডা হ'ব লাগিব, ধনী ব্যক্তি হ'ব লাগিব। তেতিয়াহে মণ্ডলে গুৰুত্ব দিব। অসমত কোনো দিনাই দৰিদ্ৰ লোকৰ কাম নহ'ব।
CM sir a 100% thik katha koise. Hamadhan haba lage.
অসম চৰকাৰ জিন্দাবাদ
Good step Sir!You are the great!👍👍🙏
Before till death you will be chief minister in the state of Assam acording to me, God bless you, long live Dr himanta biswa sarma.
Himanta ❌ dusman✅
মিচন বসুনধৰা ০,২ ত আবেদন কৰিও আজিলৈকে পট্টা নাপালোঁ , কিয় নাজানো ।
Bohut bohut dhanyabad sir..
Bohut val kotha koise mamai
Very nice CM Sir🙏🙏
বসুন্ধৰা 0.2 ত আবেদন কৰি এক বিঘা চাৰি কঠা মাটিৰ পট্টা নাপালোঁ
One of the best CM s of India who knows every .....
Very good action CM sir. Jai shree Ram
#CM Assam hemanta মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় আপোনাক বিনম্ৰ অনুৰোধ যে আমাৰ কামৰূপ (ম) ডিমৰিয়াত চক্রবিষয়া কাৰ্য্যালয়ত অভাৱ নাই মন্দলৰ লগত দালাল ৰাজ দপদপনিত pls Sir action. মোৰ পৰাও লৈছে পইচা।
বসুন্ধৰা 1,2 ত দুবাৰকৈ আবেদন কৰিলো আজিলৈকে দুই কোঠা মাটিৰ পট্টা নাপালো ।
C M sir apunar prokhor sintai durbhagiya lokor upokarot ahib
CM jindabad
Pl. arrange CC Cemera in the all office and see the records by CM official directly as APDCL bill
Very nice step Sir...
Congratulations 👏👏👏👏👏
অতি সুন্দৰ ব্যৱস্থা। এইটো হৈ উঠিলে ৰাজহুৱা অনুষ্ঠান বোৰ বহুত উপকৃত হ'ব।
অশেষ ধন্যবাদ 🙏
Dear CM sir...the speech you make is valuable and very important for the people of Assam. But the problem is if the public goes to the circle office and explains the problem and personal issue ..nobody comes forward to help to solve the problem from office side. I therefore kindly request to take steps ..such as deskhelp such as under what type of FORM is to fill up and get the word done systematically....because such type of FORM hide by the circle official and available with the MUHURI to take chances.(awareness of land solve is important sir #still illiterate on land factor is high #
Great discussion
B, J, P, সরকার, Jindabad
This is very good job sir
Our great CM in the state of Assam
Sir , It is really important and essential that all application to SDC , Circle officer should be online submission by the applicant . So , for this appropriate Website should be opened . Request for this implementation.
May God bless you , be happy and healthy always.
A plot of govt land was alloted in 2005 duly passed by L.A.C.and proposal was also submitted to govt but no further action was taken by the authority.
All the circle officer and land revenue officer, and others officer Relating land patta issue they taking lots of money,
😊@@dinendrahazawary8336
Thank you sir
Bahut bhal katha koi se CM mahoday, aapunak bhagwane ashirwad diyok,
Good step sir...
Thanks you sir
Excellent CM. He knows all Problems of poor people.
Dibrugarhrt sarcool ofiseot bohut gondagul sarve karibo lage c m mamai todonto koribo Lage
V v v thanks
The great CM of Assam .
বহুত সুন্দৰ পদক্ষেপ ।
উদ্দেশ্য একমাত্র ৰাজহ সংগ্রহ কৰা হে, জনসাধাৰণ ভবা মতে উপকিত হব বুলি ভাবিব নোৱাৰি, এই সমূহ ফটা ঢোল পিটি অসমৰ জনসাধাৰণৰ পৰা 25 চনলৈকে মাটিৰ খাজানা সংগ্রহ কৰি আছে, একোখন ইনকম চাৰ্টিফিকেটৰ বাবত 30 টকা কৈ সংগ্রহ কৰি আছে, মন্ডল সকলে যদি 40 জনমান লোকৰ মাটি ম্যাদী কৰণ কৰি ওপৰ মহলৰ পৰা ধমকি খাব লগীয়া পৰ্যন্ত হৈছে গৈ,
Very nice work sir
Right decision sir .
Good decision cm sir
যোৱা মিছন২ ত আবেদন কৰিছিলোঁ একো খবৰ নাপালোঁ। এইবাৰ পুণৰ মিছন ৩ ত আবেদন কৰিব লাগিব নেকি।
❤❤❤❤❤
Mandale paisa nidille kam nokore
Hoi বিভিন্ন অজুহাত দেখুৱাই
সুন্দৰ পদক্ষেপ । কাৰ্যব্যৱস্থাসমূহ সফল ৰূপায়ন হোৱাৰ আশা কৰিলো 🙏
Amiu mondol bisnu bora logot jorhatot circle jon lagi axanti koriashey
All right sir.
Thankyou sir
আমিও ভূক্তভোগী এই বিষয়ে
co ওচৰলৈ কামলৈ অহাকেইবাজনো একেলগে সোমাবলৈ দিব লাগে।co অফিচত চিচি cc কেমেৰা ব্যৱস্থা হব লাগে।
অতি সুন্দৰ চাৰ। আপুনি আৰু আপোনাৰ চৰকাৰ সফল হওক। জয় আই অসম।
Good dicithon
মিছন ব্ছুন ধৰা 3.0ৰ দ্বাৰা চাহ জনগোষ্ঠীৰ লোকসকলে চাহ বাগিচাত বৃটিছ আধিনত পৰিচালিত হৈ আছিল। কিন্তু যেতিয়া বৃটিছ চাহাব সকলে বাগিছা এৰি যাওঁতে তেওঁলোকে মজদুৰ সকলক কৈ গৈছিল যে আমি যোৱাৰ পিছত বাগিছাখুলা পিছৰ খালি থকা বা জঘঙল থকা মাটি সমো আপোনালোক দখলৰ কৰিবলৈ নিৰ্দেশ দিছিল 1956চনসেইটো সময়ত সচেতন ব্যক্তি কেইজন,মান সেই সময়ত অথাৎ1965চনৰ পৰা শিৱসাগৰ জিলাৰ নাজিৰা চাৰ্কোল অন্ত গত বৰ্তমান মই নাটিঙ গাওঁ সাতশৈ গ্ৰন0ত বসবাস কৰি অহা আজি প্ৰায়
Mission basundhara 2.0 personal land 2023 t abedan kariu uttar pua nogol tetia 3.0r ki Karim.
আমাৰ দেউতা অতি সহজ সৰল নিৰক্ষৰ লোক আছিল তেওঁ আমি জনা মতে গ্ৰাম দানক মাত্ৰ একঠা
মাটি দান কৰিছিল,কিন্তু পৰৱৰ্তী সময়ত আমাৰ সমুদায় মাটি গ্ৰাম দান হল! আমি এতিয়া কি কৰিম?
অনুগ্ৰহ কৰি জনালে কৃতাৰ্থ হম!
অফিচৰ আচল স্বৰুপটো আপোনি ছাৰ নিজেই কৈ দিলে।
Yes
Honarable C M Dada
Mor matitu towji ki korim
আউনীআটীয়া মাটি কেনেকৈ ম্যাদি কৰিব পাৰি।
Best speech, .Thanx
সঁচা কথা এচ ডি চি অফিচত যিবিলাক কাৰবাৰ চলে যাৰ কাৰনে খিলনজীয়া মানুহৰ যুগ যুগ ধৰি মাটিৰ অধিকাৰ পোৱা নাই ।
Mahakhai aapuner news khuni thakuta majamaj music baji thaka, kiya aapuner baktabiya kunibloi akhubidha pau!
১ আৰু ২ কেতিয়া সম্পূৰ্ণ হব ?
Very good CM sir
Niti bhal karjat bewa
Very good suggestion by CM but my file has been kept in DA table since last 6 months jn Assam secretariat land deptt. Sir.
Karbi Along nohoi Sir, Anglong hobo lagisile.
Ahibo
Good and appreciable step.
Papa
ADC ba SDC toka.nohole kam.nokore.mondolor daye lage