মায়ঙৰ এজন পৰীক্ষাৰ্থীৰ ৰিজাল্টে আচৰিত কৰিছে খোদ পৰীক্ষাৰ্থীজনক

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • মঙলবাৰে ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। উজলি উঠিল ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰীক্ষাৰ্থী। বিপৰীতে অনুত্তীৰ্ণ হ’ল বহুতো। তাৰ মাজতেই মায়ঙৰ এজন পৰীক্ষাৰ্থীৰ ৰিজাল্টে আচৰিত কৰিছে খোদ পৰীক্ষাৰ্থীজনক। মায়ঙৰ ছহিদুল ইছলাম নামৰ শিক্ষাৰ্থীজনৰ ৰিজাল্ট কেনে চাও আহক।
    #pratidintime #assam #hsresults2023

ความคิดเห็น • 1.4K

  • @jajbirsrabha7253
    @jajbirsrabha7253 ปีที่แล้ว +34

    মোৰ বহুত আগতে ধাৰণা হৈছিল যে ফলাফলৰ ঘোষণা ক্ষেত্রত বহুত গাফিলতি হয় কিন্তু যোৱা কেই দশক ধৰি যি গাফিলতি দেখি আহিছো এয়া প্ৰমাণ কৰিলে যে মোৰ ধাৰণা থিক আছিল । উচ্ছতৰ মাধ্যমিক পৰীক্ষাত মই গণিত বিষয়ত ৭৮ নম্বৰ মই সঠিক উত্তৰ জনা প্ৰশ্ন কেইটাৰ উত্তৰ কৰিছিলো কিন্তু ফলাফল ঘোষণা হোৱাৰ পিছত দেখিলো যে মই পাইছো ৬১ মাত্র । এনে গাফিলতি বোৰে ছাত্র - ছাত্রী সকলৰ জীবনত কিছু হলেও ঋণাত্মক প্ৰভাব পেলায় । এনে বিষয়ববীয়া সকলৰ ওপৰত নিখুত ভাবে আৰু মজবুতকৈ বিছাৰ হ'ব লাগে আৰু উচিত শাস্তি দিব লাগে 😡😡😡😡😡😡😡😡😡😡

  • @dipamoniborah5135
    @dipamoniborah5135 ปีที่แล้ว +39

    যিবোৰ ছাত্ৰ ছাত্ৰীই কষ্ট কৰিও পাছ কৰিব পৰা নাই আৰু কোনোবাই কষ্ট নকৰিও একো নিলিখিও 2divison কেনেকৈ pass কৰিব পাৰিলে এইটো কেনেকুৱা নিয়ম আমাক ইয়াৰ উচিত উত্তৰ লাগে

    • @mitunath6684
      @mitunath6684 ปีที่แล้ว +5

      Thik koisa akdom right kotha 👍👍

    • @dipamoniborah5135
      @dipamoniborah5135 ปีที่แล้ว

      @@mitunath6684 tq

    • @SewaliDas-o5m
      @SewaliDas-o5m 5 หลายเดือนก่อน

      Thik koise moi nijor marksheet sai biswas a hwa nsil emn likhar psto j emn beya marks

  • @mbharali2627
    @mbharali2627 ปีที่แล้ว +58

    তেওঁৰ ৰবি, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শণি, ৰাহু, কেতু, ইউৰেনাচ, নেপচুন, প্লুটো সকলো ভাল ।

    • @Sushanka_
      @Sushanka_ 4 หลายเดือนก่อน +1

      Hahah😢😂

  • @dkvlogs0145
    @dkvlogs0145 ปีที่แล้ว +126

    চেবাৰ প্ৰশ্ন কাকত নিৰাপত্তা ৰক্ষী বেষ্টনীৰ মাজত থাকিও গৰু ছাগলীয়ে খাব পাৰে তেন্তে নিলিখাকৈও উৰ্ত্তীণ হোৱাটোও তেনেই স্বাভাৱিক কথা

    • @simpyrani613
      @simpyrani613 ปีที่แล้ว +4

      Hs exam sebai pate nki ki j boke

    • @jaanmoniboro
      @jaanmoniboro ปีที่แล้ว +2

      Class 10 r he seba r kam h.s ktu sebai napate

  • @bidyarupamgogoi5092
    @bidyarupamgogoi5092 ปีที่แล้ว +63

    অসমবাসী ৰাইজক আহ্বান জনায়ছো এই বিলাক কথা আওকাণ কৰক চাহিদূল‌ ইচলামে সস্তীয়া জনপ্ৰিয়তা কাৰণে এইবিলাক বক্তব্য দাঙি ধৰিছে।

    • @KaushikKumar-ty8mr
      @KaushikKumar-ty8mr 5 หลายเดือนก่อน +3

      মইও সেইটোৱেই ভাবিছো

    • @abbubakkarsiddiqe5755
      @abbubakkarsiddiqe5755 5 หลายเดือนก่อน

      ময়ো এই বাৰ পৰিক্ষা দিছিলোঁ অসমীয়াত পাব লাগিছিল ৩০ পাইছো ৬৭ ।

    • @KaushikKumar-ty8mr
      @KaushikKumar-ty8mr 5 หลายเดือนก่อน

      @@abbubakkarsiddiqe5755 😂😂

    • @Shohidurislam-u6h
      @Shohidurislam-u6h 5 หลายเดือนก่อน

      Real 🎉 ar godi media views pabar jnno

    • @meIanchoIia
      @meIanchoIia 4 หลายเดือนก่อน

      Chup bangladesi geda​@@Shohidurislam-u6h

  • @subhashbaishya8648
    @subhashbaishya8648 ปีที่แล้ว +198

    বহীটো পুনৰীক্ষণ কৰি উচিত ব্যৱস্থা লৱ লাগে,যদি কথাখিনি সত্য হয় তেন্তে দায়িত্ব ত থকা ব্যক্তিৰ ওপৰত আৰু যদি মিছা হয় তেন্তে ছাত্ৰ জনৰ ওপৰত!

  • @korobidas5121
    @korobidas5121 ปีที่แล้ว +14

    এইবাৰ ৰিজাল্ট খেলি মেলি হৈছে ছাগে সঁচাকৈ কাৰণ আমাৰ ভতিজাটোৰ লগৰ লৰা এটা প্ৰথম বিভাগত উতীৰ্ণ হৈছে আৰু সি নিজেই কৈ আছে মই কেনেকৈ প্ৰথম হলো বুলি

    • @cut263
      @cut263 ปีที่แล้ว

      Hoi de moiu

    • @KaushikKumar-ty8mr
      @KaushikKumar-ty8mr 5 หลายเดือนก่อน

      Moio ako likha nasilo 90 % palo

  • @bavrogaming6104
    @bavrogaming6104 ปีที่แล้ว +44

    Mama be like - ই দেখোন আমাৰ শিক্ষা বিভাগক ফচাই মাৰিব 😂
    He is a hacker 🤣

  • @lkgogoisworld7191
    @lkgogoisworld7191 ปีที่แล้ว +131

    বিষয়টো শিক্খয়াবিভাগে ভালকৈ চাব লাগে আৰু উত্তৰ দিব লাগে

    • @RohitChachani
      @RohitChachani ปีที่แล้ว +12

      Hslcটো হৈছে এনেকৈ। যাক পাব লাগে তাক দিয়া নাই আকৌ যিয়ে নাপায় তেওঁলোকক star latter mark dise...

    • @Mahadevbhakt8066
      @Mahadevbhakt8066 ปีที่แล้ว +1

      akdom hosa koisa bro ajon swali 1 mark puwar okad nai he 2nd pale balor board chettttt

    • @nekibrahman1594
      @nekibrahman1594 ปีที่แล้ว +1

      ​@@RohitChachani 😮😮😅😅😅😊😊😂😂❤😂❤❤❤😂😂❤😂😂😂❤❤❤❤😂

    • @mitalitalukdar1613
      @mitalitalukdar1613 ปีที่แล้ว

      Student jan jenke pagl,namber dia teacher jno tenekuwa pagl sage

    • @bollywood2hollywood238
      @bollywood2hollywood238 ปีที่แล้ว

      ​@@Mahadevbhakt8066 lawda council

  • @crazyshort1437
    @crazyshort1437 ปีที่แล้ว +2

    Um এনেকৈ হলে শিক্ষা সংসদ আমাৰ ভবিষ্যতৰ বাবে গৌৰবৰ বিষয় হইনে বাৰু ।আমি আপোনালোকক কি বুলি সন্মান কৰিম ধিকাৰ দেই বৰ লাজৰ কথা

  • @rajubordoloi4296
    @rajubordoloi4296 ปีที่แล้ว +91

    মিছা কথা নুকুৱা কাৰণে ধন্যবাদ

    • @utpalnath2500
      @utpalnath2500 ปีที่แล้ว +1

      Xsa kotha aitu moiu 40 korisu paisu 50

    • @krishnamonidas8480
      @krishnamonidas8480 ปีที่แล้ว +1

      Hosakoi lorazon vogoban hoi ahisa Amar majola.❤ thank you god❤🙏🙏

  • @sanatankalita9086
    @sanatankalita9086 ปีที่แล้ว +137

    শিক্ষাত পৰিবৰ্তন দেখুৱাবলৈ উত্তীৰ্ণৰ হাৰ পাইকাৰী হাৰত বঢ়াইছে। ফলত উচ্চ শিক্ষাত আৱর্জনা বাঢ়িছে।

    • @ratulbora1717
      @ratulbora1717 ปีที่แล้ว +1

      👃👃👃👃👃👃

    • @pranjalgogoi2960
      @pranjalgogoi2960 ปีที่แล้ว +4

      মিচলিয়া এই গৰাকী। ফেচবুকত ওলাবলৈ মানুহে কুকুৰৰ দৰে কাম কৰে

    • @tikensarania4862
      @tikensarania4862 ปีที่แล้ว +2

      ​@@pranjalgogoi2960 Xosa kotha koisa bhai

    • @abuhanif5324
      @abuhanif5324 ปีที่แล้ว

      🎉

  • @Deba9k
    @Deba9k ปีที่แล้ว +66

    তেওঁ ঠিকেই কৈছে । পৰীক্ষাৰ বহীখন আকৌ এবাৰ চালে নিশ্চয় ওলাই পৰিব । তেওঁ পৰীক্ষাত বহিছে ইয়াৰ অৰ্থ এইটো নহয় তেওঁ পাছেই কৰিব । তেওঁ ফেইল কৰিব বিচাৰিছিল। পিছৰ বাৰ যাতে ভালদৰে পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰে । পঢ়া শুনাত ভাল ল'ৰাজন । কিবা অসুবিধা হোৱাত আধা পঢ়া হোৱাত ভাল ৰিজাল্ট এটা নাহিব বুলিয়েই ব্লেঙ্ক পেজ জমা দিছিল । কিন্তু নম্বৰ কেনেকে আহিল তেওঁৰ । চহিদুল চিন্তা নকৰিবা অহাবাৰ বহুত ভাল ৰিজাল্ট কৰিবা বুলি আশা কৰিলোঁ।

    • @dulengohain7464
      @dulengohain7464 ปีที่แล้ว +1

      Apuni thik koise baideo..ghrt valne sbor kela

    • @Deba9k
      @Deba9k ปีที่แล้ว +5

      @@dulengohain7464 অসভ্য

    • @DIPU2300
      @DIPU2300 ปีที่แล้ว

      ​@@Deba9k Good✌👍

    • @Deba9k
      @Deba9k ปีที่แล้ว +1

      @Babita Deka চাৰৰ লগত যোগাযোগ কৰা।

    • @hirensaikia2198
      @hirensaikia2198 ปีที่แล้ว

      ​@@dulengohain7464😂😂😂

  • @prianchigogoi9168
    @prianchigogoi9168 ปีที่แล้ว +7

    তুমাৰ কপাল ভাল ।আৰু অলপ পৰীক্ষাটো বেয়াকৈ দিযা হলে তুমি ইষ্টেণ কলিলা হয ভাইটি ।❤❤❤

  • @fokotiyayoutubers7426
    @fokotiyayoutubers7426 ปีที่แล้ว +40

    মায়ংৰ যাদু love from মায়ং ❤

  • @nishantdas5418
    @nishantdas5418 4 หลายเดือนก่อน +1

    Good Well done 👍👍👍 God bless you 👏👏👏👏

  • @kvoiceworld7472
    @kvoiceworld7472 ปีที่แล้ว +85

    এইবাৰৰ ৰেজাল্টত খেলি মেলি দেখা গৈছে বহুত

    • @bhabenchangmai4630
      @bhabenchangmai4630 ปีที่แล้ว

      হয়

    • @s.king23
      @s.king23 ปีที่แล้ว +1

      Bal Assam Council Meksudai

    • @_UNKNOWN_USER_2023_
      @_UNKNOWN_USER_2023_ ปีที่แล้ว +1

      হয় ! মোৰো হৈছে দুটা বিষয়ত

    • @barshaa3727
      @barshaa3727 ปีที่แล้ว +2

      Umm muru vontir hoise.. kheli meli.. letter Pam bula Tut 50 o cross hua naii ..😔

    • @ckanimeedit
      @ckanimeedit ปีที่แล้ว +1

      ​@@barshaa3727 apuni buja nai baideu eo kobo bisarise junbure jene tene pass korise hi fail koribo lagisile aru junbure first div goise 2nd jabo lagisile.aru teuk kou j iyar babe gutei hikhya bibhag tuk dukh diya usit nohoi hokolu bohi tu ata centre nesai kisuman examiners dukh hobo pare

  • @yuzeducation6354
    @yuzeducation6354 ปีที่แล้ว +2

    এয়া কিন্তু সত্য সত্য লাগিছে। মোৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে হিচাপতকৈ যথেষ্ঠ কম নম্বৰ পাইছে যিটো প্ৰায় মানিব নোৱাৰাৰ দৰে আৰু কিছুমানে এনেকোৱা ৰিজাল্ট দেখোৱাইছে ক্ৰিকেট খেলৰ ধৰে।

  • @dhanjitblock4348
    @dhanjitblock4348 ปีที่แล้ว +44

    2010-2 011ৰ সেই আগৰ HSLC পৰীক্ষাত 3rd পোৱা সকলে আজিৰ দিনৰ HSLC পৰীক্ষাত 1st পোৱাৰ লগতে গোটেই কেইটা বিভাগতে লেটাৰ marks থাকিলে হয়,কি যে হব আজিৰ SEBA বোৰ্ডৰ কৰ্ম কাণ্ড 🙆🙆🙆🙆🙆

    • @byleesharma8107
      @byleesharma8107 ปีที่แล้ว +1

      ekdom thik koise...ajikali hslc hs t 3rd division nthakei...1st 2nd nohole fail..fail hua keitaku manibo pari ru dei..ki hoise jnu khikkha bivag2

    • @nivakalita5697
      @nivakalita5697 ปีที่แล้ว +1

      Agree with you.

    • @PujaDas-un3oe
      @PujaDas-un3oe ปีที่แล้ว +1

      U r right

    • @tutumanideka4306
      @tutumanideka4306 ปีที่แล้ว +1

      Hoi diok agote 3rd dvsn paboleu bht pohib pagisil

    • @huntergamingff4604
      @huntergamingff4604 ปีที่แล้ว

      গোটেই কেইটা বিভাগত লেটাৰ মাৰ্ক পালে দেখো star mark পাব 😅

  • @rohanrajborahpro3852
    @rohanrajborahpro3852 ปีที่แล้ว +1

    এইয়াই অসমৰ ‌শিক্ষা ব্যৱস্থা।। কিছুমান আকৌ প্ৰশ্ন কাকত কিনী লৈ বিদ্যালয়ৰ নাম বঢ়াবলৈ চেষ্টা কৰে

  • @sakhlaunda3943
    @sakhlaunda3943 ปีที่แล้ว +11

    এনেকুৱা বহুত হৈছে অসমত শিক্ষা বিভাগে exam ৰ প্রতিটো বিষয়ৰ উওৰ বহীৰ copy ঘৰলৈ লৈ যাব দিয়াৰ ব্যৱস্থা কৰিব লাগে

  • @jogenrabha9093
    @jogenrabha9093 ปีที่แล้ว +4

    Same mor lagato hysil moi 2018 nt education t matra 8 mark korisilo but mk 34 disa baki 5tat letter mark asil

  • @meditationrelaxingstudio1074
    @meditationrelaxingstudio1074 ปีที่แล้ว +20

    ভাল দৰে লৰা জনৰ বহি বোৰ চালে অৰহি গছৰ ঔৰ ওলাব। যদি লৰা জনে সঁচাই কৈছে তেতিয়া হলে শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ওলাব। আৰু যদি মিছা কথা কৈছে তেতিয়া হলে তেওঁৰ ওপৰত কিবা এটা একশ্যন লব লাগে

  • @rajumonibaruah8389
    @rajumonibaruah8389 5 หลายเดือนก่อน +8

    পৰীক্ষাৰ বহী ৰাজহুৱা কৰক।

    • @hdeka261
      @hdeka261 5 หลายเดือนก่อน

      ঠিকেই কৈছে।তেতিয়া হে সচাঁ মিছাৰ প্ৰমাণ পোৱা যাব।

  • @manishaboro8805
    @manishaboro8805 ปีที่แล้ว +101

    আমাৰ দিনত এনেকৈ বহি চালে 1st division r ঠাইত stan a কৰিলোঁ হৈ চাগে।। আমাৰ দিনত দুজোৰ তিনিজোৰ চমা লৈ বহি চাইছিল চাগে ।।। 😂😂

  • @RunaLaila-kg3vh
    @RunaLaila-kg3vh ปีที่แล้ว +2

    মিছা কথা। অসম্ভব অকল্পনীয়।

  • @rajibnath4078
    @rajibnath4078 ปีที่แล้ว +32

    Enekuwa bohut example asy

  • @catloverjayman
    @catloverjayman 8 หลายเดือนก่อน +2

    Salute ভাই 😂😂❤❤ ভাল লাগিছে কথা খিনি শুনি

  • @hemkantaborah7434
    @hemkantaborah7434 ปีที่แล้ว +40

    নগাঁৱৰ ৰামানুজন বিদ্যালয়ৰো কিবা ৰহস্য আছে বুলি শুনা যায়।

    • @Rahul-fk3mf
      @Rahul-fk3mf ปีที่แล้ว +5

      Hihte paper khn sopaise buli gm paisu

    • @bhagirathidasrabha2600
      @bhagirathidasrabha2600 ปีที่แล้ว +1

      Exam r agot poisa di paper loi jai xihotay

    • @MinajAhmed-2003
      @MinajAhmed-2003 ปีที่แล้ว

      Upai napale manuh joli more

    • @rashmitakashyap3679
      @rashmitakashyap3679 ปีที่แล้ว +4

      Tar principal and teacher ye bohut kosto kore student r karone . Principal e nijei daily class kore . Tar puwaliu porhim buliyei jai and stand mari dekhuai . Kosto korise folu paise Ramanujane . Tat apunaloke troll kori lav nai . Belogor unnatit xukhi hoboloi xikok and student khinir kosto and teacher r kostok appreciate koriboloi xikok .

    • @ikramulirfan766
      @ikramulirfan766 ปีที่แล้ว +3

      @@rashmitakashyap3679 hoi nk aru amoxor baki clgr teacher ru student bure ghah khai asile j so gutei rank okol Ramanujan t ahise 😂

  • @dipikasonowal783
    @dipikasonowal783 ปีที่แล้ว +2

    Jun bilake ratia dine kostor kori pohe hei bilakok fel korai dib jun bilake anei ghuri fure hei bilakok pas korai dib val kam korise sorkare

  • @debsmith8342
    @debsmith8342 ปีที่แล้ว +5

    কিছুমান নিৰীক্ষকে বহীচোৱাটো টকা ঘটাৰ কম্পিটিশ্বনলৈ পৰিৱৰ্তন কৰিছে...তাৰেই পৰিণতিত এনে ঘটনা

  • @NirmolRay1996
    @NirmolRay1996 ปีที่แล้ว

    মেট্ৰিকতো একেই অৱস্থা,যিজনে অসমীয়া স্পেলিং ভালকৈ পঢ়িব নাজানে,অংক নাজানে,সেইজনে অংক ,অসমীয়াত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ কেনেকৈ হব পাৰে???অলীক,অদ্ভূদ কথা।।শিক্ষা বিভাগত কিবা অনিয়ম চলিছে।।।।এইবাৰৰ ৰিজাল্ট কিবা গণ্ডোগল আছে।।

  • @Deepmedok
    @Deepmedok ปีที่แล้ว +22

    He is real hero😂😂😂😂😂😂😂

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u ปีที่แล้ว +2

    এনেকুৱা ই হৈ আছে চৰকাৰে দিয়া চাকৰি বীলাগ,মই যদি চাকৰি এটা পাও মই কম নেকি টকা দি চাকৰি পালোঁ বুলি

  • @AbinashSarma-xy4zu
    @AbinashSarma-xy4zu ปีที่แล้ว +27

    তেনেহলে পৰীক্ষা দিব নালাগে এইবাৰ অহাবাৰ stane কৰিব

  • @papuridas1240
    @papuridas1240 ปีที่แล้ว +2

    Exam hall ot mur pisfale bola suwali ajoniye 100 Mark or bhitorot 16 ba 17 paisile kintu kenekua tai paas korile hs ot najanu😢

  • @RakeshLahkar-qu9dg
    @RakeshLahkar-qu9dg ปีที่แล้ว +22

    যিসকলে নিজৰ ফলাফলক লৈ সন্তুষ্ট নহয় তেওলোকৰ বহী সমূহ আকৌ এবাৰ চোৱাৰ ব্যৱস্থা কৰিব লাগে ।।। এই বাৰ বহুতৰে ফলাফল আশা কৰাতকৈ বহুত কম হোৱা দেখা গৈছে।।বেছিকৈ লিখিও বহুতে কম নম্বৰ পাইছে ।।

    • @dharitribora8338
      @dharitribora8338 ปีที่แล้ว +2

      Yes

    • @munjyotisarma1665
      @munjyotisarma1665 ปีที่แล้ว +2

      Hoi muru hoise

    • @Rahul-fk3mf
      @Rahul-fk3mf ปีที่แล้ว +1

      Kisimane ako nilikha k number paise

    • @jebinsultana7510
      @jebinsultana7510 ปีที่แล้ว +3

      Hoi amar lgt o bohut anyai hoise ankwa kribo nalagisil nije likhi jimn axa krisilu tar biporit tu he plu ako abr bohi bur check kribo lge ami ay result ot xontusto nhi bohut beya lgise ji nilikha koi a pass krile aru ami bur a likhi o vba mote result nhl 😖

    • @radahaprasad5181
      @radahaprasad5181 ปีที่แล้ว

      Yes

  • @bastabbaruah3727
    @bastabbaruah3727 ปีที่แล้ว +2

    Ejon teacher e xodai lora ba suali joni pass kori juatue bisare..kun teacher e ejon Student r bea hua tu nibisare..xeibabei kijani disil..eku bea ni kra diok

  • @minativishwakarma3985
    @minativishwakarma3985 ปีที่แล้ว +8

    Interesting!!!
    This is what the education department has been doing ... This is heights of dishonesty . Do they even think of the students ' future?

  • @hndekari8011
    @hndekari8011 ปีที่แล้ว

    ছহিদুল ইছলাম ইছলামধৰ্মীৰ হোব়াৰবাবেই পাচ কৰাই দিলে যাতে,,,,
    তাৰ মনৰ কথা বুজিছিল হবলা!!!
    বৰ আমোদজনক দেই।।

  • @rubisvlogs551
    @rubisvlogs551 ปีที่แล้ว +98

    😂😂😂😂😂❤❤Real hero😅😅😅

  • @SusmitaNamasudra-vf1zn
    @SusmitaNamasudra-vf1zn ปีที่แล้ว +2

    Pass jodi korat ulta fulta korise fail koratu korise aru bhal mark pua jagat u kom mark dise, ulta fulta dise,, bohut student ase re check koribo karone u poisa na thke hei dukhiya student bilak enekua thake, last time ot suicide kore bhal clg ot u addmission na pai jot scholarship pabo logiya asil tate u napai,,ami dukhiya aru dukhiya e hoi thaku .. enekua papper check korar babe🙂

  • @dhunusumpi2747
    @dhunusumpi2747 ปีที่แล้ว +10

    Moi tu tinita bikhoiyot letter Mark pam buli akha rakhisilu kintu letter tu nupuwa tu durore kotha 80 t 40 puwa holeu hantona palu hetin.Eman dhoijiyo porikha loi muk vogobane.Atiya tu results uluwa pisot jiman siori siori kandileu lav napow.Kunu bishakh nokore.😢😢😢😢😢😢😢😢

  • @jahidul_12
    @jahidul_12 ปีที่แล้ว +2

    আপোনাৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰাত এজন হ'লে বাধা হৈ থিয় হব। এজন Star Mark পাবলৈ আশা কৰা ছাত্ৰই আজি Second Division পাই থাকিব লগা হ'ল.... 😢

  • @uchihasusuke9270
    @uchihasusuke9270 ปีที่แล้ว +9

    Bohut e mathematics t 100 marks kriu 30 paise... This education system is getting worst day by day

    • @barshaa3727
      @barshaa3727 ปีที่แล้ว +3

      Umm mur vontiu duta subject ot 100 kri ahise tothapiu marks vl ohanai .. science stream

    • @lofisstation510
      @lofisstation510 ปีที่แล้ว

      Mor krisu englisht 70 marks kintu 40 plu 😢

  • @vlogsjugabrata8760
    @vlogsjugabrata8760 ปีที่แล้ว +2

    পৰীক্ষাৰ বহীত লিখিও কাটি দিয়া আৰু যিটো student য়ে এখন subject ক বেয়া result হল কাৰণে fail কৰি দিয়া. নিলিখি তেওঁক pass কৰে.......

  • @tapansarma1993
    @tapansarma1993 ปีที่แล้ว +4

    Its a serious matter, request authority to verify the papers of said role number and update result

  • @kunalbrhm1651
    @kunalbrhm1651 ปีที่แล้ว +1

    Tumr kopal vl👍👍👍❤️

  • @sb_populr.
    @sb_populr. 5 หลายเดือนก่อน +3

    মই মুঠ ৩৬৫ পাইছিলো কিন্তু মোৰ অসমীয়াত ২০ পালো আৰু মোক grace mark ও নেদিলে সেই বাবে মই পাছ কৰিব সক্ষম নহলো আৰু আকৌ কিছুমানৰ নেদেখা কৈ ও পাছ😢 কৰিলে একো আকৌ কি কথা চেবাৰ বাবে এই বোৰ হৈছে

    • @Indianmovie176
      @Indianmovie176 5 หลายเดือนก่อน

      1st div pale grace mark nidiya bro

  • @preranaborah9325
    @preranaborah9325 ปีที่แล้ว +3

    বহুতক কে তেনেকুৱা কৰিছে
    School অত class 6 or pora 10 ৰ লৈকে English ত পাছ নকৰা ছোৱালী জনিয়ে কেনেকৈ 2nd division পাব Ooh😤😡🤬

  • @rajibchborah2713
    @rajibchborah2713 ปีที่แล้ว +4

    ৰাম ৰাজ্য । কোনেও দুখ পাব নালাগে। মুঠতে বা: বা: লব লাগে। 30-35বছৰ জীৱনৰ অমূল্য সময় ব্যয় কৰি মানৱ সম্পদ সৃষ্টি কৰা অপাদেশীকিত শিক্ষক সকলৰ মুখলৈ চাবলৈ সময় নাই।সকলো বুমেৰাং..😊😊

  • @birbalray9763
    @birbalray9763 ปีที่แล้ว

    Right koise shahidul a bohute ane pass hoi ase .

  • @tengatita
    @tengatita ปีที่แล้ว +3

    অহা বছৰ দেখা যাব ,বহী ফাদিল কৰক এইজন ছাত্ৰৰ ,চাওঁ কোন কিমান সচাঁ ।

  • @mynaneis4854
    @mynaneis4854 ปีที่แล้ว

    Thik anekoi amar usorr lora ajon anekoi exam disil,,kintu 2nd division pale,,asorit kotha,sob kheli meli

  • @rawandreal99
    @rawandreal99 ปีที่แล้ว +31

    Very very serious issue... I think many such scams are going on inside

    • @s.king23
      @s.king23 ปีที่แล้ว

      Kiba ata koribo lagibo nohole enedure hoi thakile bhal poha xuna xikharthir kostor muilla naikia hoi jabo

  • @sewalisarma
    @sewalisarma ปีที่แล้ว

    এইবাৰ পৰীক্ষাত ভয়ানক অনিয়ম হৈছে।মোৰ নিজৰ অভিজ্ঞতা ৰ পৰাই কৈছোঁ।মোৰ ছোৱালী ১০০ উত্তৰ লিখি ৫০ পাইছে।তাই ১০০ পোৱা কথা কোৱা নাই , কিন্তু ৮০ হ'লেও পাব লাগে।

  • @itsnobitagaming6220
    @itsnobitagaming6220 ปีที่แล้ว +4

    We want justice
    june ako nilikha ke pass kore aru grace o diye
    Kintu ami likhi o 1 number komke paisu 2ta subject t
    Taaku fail
    Ghenta education department 😭

  • @Shsbzyqn123
    @Shsbzyqn123 5 หลายเดือนก่อน

    This matter should be taken seriously by the education department

  • @mdhksheikh8237
    @mdhksheikh8237 ปีที่แล้ว +4

    PeGu Magic... Ajab Dekhot Gajab Instruction di thoisile Shiksha Montrie... Successful 🏆💪 Montri dekhabo ki ki J Magic PeGu Siror..

  • @aidul197
    @aidul197 5 หลายเดือนก่อน

    Education ত ৬২নম্বৰৰ উত্তৰ কৰিছিলোঁ ঘৰত আহি চাওঁতে ৬নম্বৰ ভূল হৈছে। আখৰত অলপ বেয়া হোৱাৰ কাৰণে ৪বা ৫ কাতিব পাৰে, হলেও ৪০পাম বুলি ভাবি আছিলোঁ কিন্তু ২৬হে পাইছোঁ। কত কি হৈছে নেজনো দেহ আৰ

  • @shohidulislam-uf3eq
    @shohidulislam-uf3eq ปีที่แล้ว +72

    Result bur anekoi e val hoise...pass r persentage borhaise pegu sir e..i wish pegu sir should education minister for forever .

    • @s.king23
      @s.king23 ปีที่แล้ว +5

      Chup

    • @Itzwaahee
      @Itzwaahee ปีที่แล้ว +1

      Abey pag kitne ko fail krdia😢

    • @labanyahandique8920
      @labanyahandique8920 ปีที่แล้ว +1

      ​ 😅

    • @janmoniboruah5287
      @janmoniboruah5287 ปีที่แล้ว +1

      Muratu

    • @AsthaChutia-n7k
      @AsthaChutia-n7k ปีที่แล้ว

      Sb vul sorka khn akdm bea hoi gl kimn r result bea hl thik ni amguri clg r aiber 520ta e dsl 103ta e pass krse akl suka suka kita fail hoi gl baki bur pass dhet

  • @kapilrabha5386
    @kapilrabha5386 ปีที่แล้ว

    মই education ত (৬) পোনে লিখি আহিছোঁ(২২)পাইছোঁ আৰু economics (১৭) লিখি আহিছোঁ ভাবিছোঁ (১৫)পাম কিন্তু (২৪)পাইছোঁ বাকী gita ঠিকে আছে pass যে হলো সিয়ে বহুত😊

    • @sharmisthanath6231
      @sharmisthanath6231 ปีที่แล้ว

      Moi logic ot 20 repeat dise😭😭😭😭😭😭😭😭

  • @sankarjtaid1622
    @sankarjtaid1622 ปีที่แล้ว +73

    গ্ৰেচ নম্বৰেৰে 40% লৰা ছোৱালীয়ে পাছ কৰিছে । 😂😂😂 এইবাৰৰ HS পৰীক্ষাত গ্ৰেচ নম্বৰ নিদিলে হলে 2023ত পাছ কৰাৰ হাৰ 20 % হলহেতেন । 😂😂😂😂

    • @himangshusarania9248
      @himangshusarania9248 ปีที่แล้ว

      Right😂

    • @PriyaGogoi-kd1ud
      @PriyaGogoi-kd1ud ปีที่แล้ว +4

      Toi nije di sabi ..English paper kimn tan ahsil kre dekhle gm Pam tuk.... uprte Kaku pa's krai dia ny oky

    • @nabakalyanentertainment2941
      @nabakalyanentertainment2941 ปีที่แล้ว +4

      @@PriyaGogoi-kd1ud Tumi gras number Pai pass korisa na 😂

    • @sankarjtaid1622
      @sankarjtaid1622 ปีที่แล้ว

      @@PriyaGogoi-kd1ud moi nije pass koriso with out gress mark 🙏🙏😂😂

    • @sankarjtaid1622
      @sankarjtaid1622 ปีที่แล้ว

      @@nabakalyanentertainment2941 las lagil tair hosa kuwar babe 😂😂

  • @Surajsharma-wx8bg
    @Surajsharma-wx8bg ปีที่แล้ว

    Wellcome to new India

  • @ujjalrabha982
    @ujjalrabha982 ปีที่แล้ว +6

    Ai jon he real hero

  • @bidyutborah8523
    @bidyutborah8523 ปีที่แล้ว

    You are right

  • @ankurgogoivlogs7035
    @ankurgogoivlogs7035 ปีที่แล้ว +22

    নপঢ়ো ম্ই 🙏ম্ই নপঢ়ি প্ইচা কমাই আছো ❤চৰকাৰী প‌ইচা আশা নকৰো 🙏🙏👍👍

    • @user-lo1ul8sn8x
      @user-lo1ul8sn8x ปีที่แล้ว +1

      Tur nisina nopdhai val

    • @bhargovgogoi2047
      @bhargovgogoi2047 ปีที่แล้ว +1

      ​@@user-lo1ul8sn8x tumar problem ki.... Dom disa j tak.. He sorkari sakori koribo mon nai nije kiba kori khai ase problem ki?

  • @dollyrabha3416
    @dollyrabha3416 ปีที่แล้ว +1

    Aitu ata main karon je distiction mark ba 1st division paise buli a eman ohonkar koribo nalage karon ki likhi thoi ahise student jone valke jane

  • @shilpi.s.mahanta
    @shilpi.s.mahanta ปีที่แล้ว +13

    moi a emn likhi okl 3rd division paisu..jot moi english t maximum 54 pbo lgi sile jot muk 30 dise ru assamese t 60 pabo lgi sile jot muk 45 dise , education t 40 pai su okl 60 pam vbi o kin to vul hbo pare njnu baru kin to emn o beya nhoi ane ke geography t 47 jot moi 65 kori silu history t 39 tat moi gutei paper khon kori silu moi ai nkou j eta o vul nuhua nhoi kin to likhi silu aru hei likha khini olp hole o write asile ....atiya moi 201 mne 3rd division ahisu jot moi 1 st aku letter nupua k 1st pam j bht sure asilu ..... moi jnu j vul hoi se mur likhat kisumn ske kin to emn o nhoi ... amer ai news to dekhi a beya lgi se jot student jonei surely jne j fail koribo tata kne k pass kori se ru jot student ajone nijei eman sure di kobo pora jone kele emn kom number 3rd division pai se...?? exam r bbe hokolu a kosto kore 1 bosor r pora.. sobei kore j teur exam to val houk ...kin to exam t aku nilika k pass ...

    • @meehanikaneog8545
      @meehanikaneog8545 ปีที่แล้ว

      Bhal luck hole eneke pass hoi... Beya hole tumi 100or likhileo 0 paba...

    • @shilpi.s.mahanta
      @shilpi.s.mahanta ปีที่แล้ว

      @@meehanikaneog8545 hoi hei to kin to emn pohi jodi voba mote o napau noh baki aru pohibo issa nai emn kosto kori o aku nplu kele njnu ru ji nai likha tak dise ji bht likhi se ji sure tahator lgt ane kua .kobo le nai aru mne aku ..

    • @Atiqul_Islam
      @Atiqul_Islam ปีที่แล้ว

      if you can, apply for answer paper recheck with photocopy of answer copy

    • @byleesharma8107
      @byleesharma8107 ปีที่แล้ว

      recheck kora paper..1st division akha kori 3rd aha2 hoboi nuare..atleast 2nd ahibo lagisil..

    • @prasantakalita4085
      @prasantakalita4085 ปีที่แล้ว

      Tumi vul ke 100 marks korileu aluguti tua paba

  • @rameshmili8871
    @rameshmili8871 ปีที่แล้ว +2

    Assamor education system akebare beya hoise

  • @sinalekthe4107
    @sinalekthe4107 ปีที่แล้ว +15

    We don't believe seba examiners , instead of it we believe the class teachers during unit test or schooling class exam should be tough that means the students who did it no matter the seba examiners might make fail them they can be a good students direct they should not stop their education they will go forward .. thanks!

    • @rasul_dude
      @rasul_dude ปีที่แล้ว +2

      😂😂😂😂😂...So that you get 100/100 after taking tuitions from your school teacher

    • @R_umiBuragohain
      @R_umiBuragohain ปีที่แล้ว

      SEBA useless faltu 👎👎👎

  • @himadrisaikia7152
    @himadrisaikia7152 5 หลายเดือนก่อน

    আৰু আমি পাঠ্যক্ৰম পঢ়ি বুজি লিখিও পাব লগা marks খিনি নাপালোঁ 🙂🙂 বৰ দুখ লাগে এনেকুৱা হলে সঁচাকৈ

  • @armylover-xw1ch
    @armylover-xw1ch ปีที่แล้ว +5

    Ki j oh🙆Aku nilikhar pasotu😞 aru amar dekhun 3/4/5 number komor karone letter Mark utha nai😭

  • @NasimAkthar-xv6mm
    @NasimAkthar-xv6mm ปีที่แล้ว

    Future of Assam

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go ปีที่แล้ว +18

    মায়াংৰ যাদু আছে সেয়েহে নগাও বিখ্যাত,তেওকো পাচ কৰালে

    • @ritulsamaddar8515
      @ritulsamaddar8515 ปีที่แล้ว

      হয় ঠিকে কৈছে ৷

    • @amitmandal8054
      @amitmandal8054 ปีที่แล้ว

      মায়ং নগাওঁত নহয় মৰিগাওঁত

    • @Tarunchdeka-cb4go
      @Tarunchdeka-cb4go ปีที่แล้ว

      @@amitmandal8054 অতিতত নগাও

  • @girledition6488
    @girledition6488 ปีที่แล้ว

    plz amar assam khonu kisuman tricky Bihar education system nisina nokoribo ..just for some unlawful gain in politics…amar axomot val future development karone the education system need to be disciplined with rules n strategies…Agote jenekua asile tenekua rakhok dont mess up with yr political agendas..

  • @Assamese_Beautypies
    @Assamese_Beautypies ปีที่แล้ว +8

    E ki lucky bey... Nibisorakeu emn bur pai ami bisariu napau

    • @Anupdas462
      @Anupdas462 ปีที่แล้ว

      Nibisari le sob paye bisarile nepaye🙃😂

    • @sharmisthanath6231
      @sharmisthanath6231 ปีที่แล้ว +1

      ​@@Anupdas462 hosa kotha😭🥺🥺

    • @Anupdas462
      @Anupdas462 ปีที่แล้ว

      @@sharmisthanath6231 tumar result kenekuwa hol

  • @Man_4m_North-East
    @Man_4m_North-East ปีที่แล้ว

    মই 2008ত দ্বিতীয় বিভাগ পাইছিলোঁ, বহুত কষ্ট কৰিছিলোঁ কিন্তু প্ৰথম বিভাগ নাপালোঁ আজিকালি অলপ পঢ়িলেই প্ৰথম বিভাগ আৰু লেটাৰে লেটাৰ

  • @Baba998-st
    @Baba998-st ปีที่แล้ว +29

    হেই প্ৰভু কি দেখাইছা এইবোৰ😂😂😂

  • @DMcreation13
    @DMcreation13 ปีที่แล้ว

    বিষয় 2 ওপৰত Enquary দিব লাগে lora2 যদি missa koise loratur ওপৰত bihito bebosta লব লাগে hikhiya bibhage

  • @hirakdas2994
    @hirakdas2994 ปีที่แล้ว +7

    Uttor lage amak kenekoi pass hol

  • @gosaindas1000
    @gosaindas1000 ปีที่แล้ว

    তাবিজ, পাথৰ, বেজ-ওজা বিশ্বাস কৰা কেইটাই কব -- " মায়ঙৰ হয়, যাদু কৰি পাছ কৰিলে........" ( বি: দ্ৰ: -- বহী চাবলৈ বৰ এলাহ, সেয়ে মুটামূটি দি দিও । সাপো মৰে, লাঠিও নাভাগে )

  • @myselfjanmoni2729
    @myselfjanmoni2729 ปีที่แล้ว +5

    কিছুমান students দেখিলোঁ মই মেডিকেল টেকনিকেল পৰীক্ষাত একো নিলিখা কৈয়ে জমা দি আহে,,,, কথাটো বুজি নাপালোঁ,,,, প্রফ্ দিবলে কেমেৰা এটা লাগিছিল,,,, ইনেকৈ বিশ্বাস নকৰিব নহয় কোনেও,,, মাত্ৰ মোৰ চকু পৰিল মোৰ চাইদৰ বেঞ্চত বহি থকা এজন Student,,,, কি হৈছে মই একো ধৰিবৈ নোৱাৰিলোঁ

    • @iftajurahmed6485
      @iftajurahmed6485 ปีที่แล้ว +2

      Pisot no to chack kori saba xi/tai seet to paise ,,, aibilak a prithibir Lila mala aru dei

  • @Debasishdebnath91
    @Debasishdebnath91 ปีที่แล้ว +1

    Aji nohoy bhut dinor pora , Atia Sarboshiksha noy student orr Horbonah shiksha hy. sarkari school orr pora parents becareful hoy jaok noholy Bipod hy hobo.

  • @abhiyanhindutva4917
    @abhiyanhindutva4917 ปีที่แล้ว +5

    Credibility of ahsec and seba has finished 🙌

  • @TRADERSHUB_01
    @TRADERSHUB_01 ปีที่แล้ว

    The Real Hero ❤️❤️❤️❤️

  • @ridipbora3182
    @ridipbora3182 ปีที่แล้ว +3

    তদন্ত কৰিব লাগে। তদন্ত কৰিলেও জানো উত্তৰ ওলাব । যদি ল'ৰা জন কথা সচাঁ তেনেহলে seba আচল কথা ওলাই পৰিব ।একো ধৰিব নোৱাৰা হৈছে কোন সচাঁ কোন মিছা।

  • @dichuchshiksankendra8436
    @dichuchshiksankendra8436 ปีที่แล้ว

    হৈছে অনিয়ম ।

  • @tinkudas5479
    @tinkudas5479 ปีที่แล้ว +11

    16+14 দেখাৰ পাছত ভাবিবলে বা শুধিবলে একো নাথাকে আৰু।

    • @jahangirr.c1171
      @jahangirr.c1171 ปีที่แล้ว +1

      Ryt

    • @jahangirr.c1171
      @jahangirr.c1171 ปีที่แล้ว +1

      আচৰিত নম্বৰ দিছে ৷

    • @tinkudas5479
      @tinkudas5479 ปีที่แล้ว

      দেশ এনেকৈয়ে যদি আগবাঢ়ে কি হব বাৰু?

  • @ajitdutta7618
    @ajitdutta7618 ปีที่แล้ว

    কথাটো কিন্তু ভালকৈ চাব লাগে 🙏

  • @ritulsamaddar8515
    @ritulsamaddar8515 ปีที่แล้ว +16

    Moja

  • @hareshsingha7715
    @hareshsingha7715 5 หลายเดือนก่อน

    Hoita hoi....

  • @monalisadekaraja350
    @monalisadekaraja350 ปีที่แล้ว +20

    Mamar morom vaity😆😆

  • @pallabsarmah5458
    @pallabsarmah5458 ปีที่แล้ว

    Great education

  • @MadHindu14
    @MadHindu14 ปีที่แล้ว +28

    'বাল ৰিজাল্ট কৰিব ইচ্ছা আছিল'😂😂

  • @kaishikbaishyaart7764
    @kaishikbaishyaart7764 ปีที่แล้ว

    Legend bro...🔥

  • @jitpolkataki2301
    @jitpolkataki2301 ปีที่แล้ว +5

    Mur situation tu ebar hunok sobei. Moi Science Stream r satro, Moi 90 paisu CS t, 84 paisu Alte t, 64 paisu English (besi pam buli vabisilu but still baddisu) ru Physics Ru Chemistry r practical full Marks re pass krisu. Kintu holeu moi Physics r theory 2 mark r babe pass nkorilu (19), Maths t 2 mark r krne pass nkorilu (28), ru Chemistry Theory 5 mark r babe(16). Moi eku bhikkha khuja ni ba enka kintu holeu moi jdi Maths ru Physics t 2-2 mark ke pua heten 70% t pass krilu hoi HS. Mur ktha tu vabok ebar sobei. Moi 4 mark r krne etya nijor ek bosor herabo lgibo. Please muk kunbae help korok. Moi nhole nuarim. Matric t 84% asil, etya HS t jdi eta subject nodhore u tetya 68% hbo. Please muk help korok🙏

  • @MousumiPegu-wg5se
    @MousumiPegu-wg5se ปีที่แล้ว +1

    Rechecking hbo lge . 🙏🙏🙏🙏June exame t akuu a naii lhika haibur a pass krisee . Moi knke pass noholuu . Emn lhiki u moi fail holuu . Mur eni atiya 1yr lost hoboo . 😖Moi nije bisak kribo pra naiii . Moi fail holu buliii ......... Ki hbo atiyaaa . Plzzzz sir rechecking hbo lgeee .. 🥺😭😭😭🙏🙏🙏🙏🙏🙏

  • @lachithazarika1142
    @lachithazarika1142 ปีที่แล้ว +13

    2:20 "মোৰ বাল ৰিজাল্ট কৰা আছা আছিল।"😮😮😮😮😮😮

  • @Meriacraft
    @Meriacraft ปีที่แล้ว

    ময়ো 4rth subject ত 25 Mark's ৰ answer কৰি 30 পাইছিলো