ৰজত পাৱেৰ সফলতাৰ কাহিনী || UPARJAN ||
ฝัง
- เผยแพร่เมื่อ 8 มี.ค. 2023
- ৰজত পাৱেৰ সফলতাৰ কাহিনী || UPARJAN ||
বি এ পাছ কৰি দুকথা মাটিত আৰম্ভ কৰিছিল খেতি
লাহে লাহে নদীৰ বালিয়ে পোতা পথাৰ কিনি বঢ়াই গ’ল খেতি
আৰু এতিয়া তেওঁ ২৫ বিঘা জুৰি থকা ৰ’দালি কৃষি ফাৰ্মৰ স্বত্তাধিকৰী
লখিমপুৰ ১ নং বঙালমৰাৰ ৰজত পাৱেৰ সফলতাৰ কাহিনী এয়া
Contact . 9101735732
uparjan.in
খুব ভাল লাগে উপাৰ্জনৰ ভিডিও বোৰ চাই ।উপাৰ্জনৰ পথ এটা বিচাৰি পোৱা যেন লাগে ।দাদা আপুনি খুব ভাল কাম কৰিছে ।
বৰ ভাল লাগিল। তেঁওৰ ব্যক্তিত্বক শ্ৰদ্ধা জনাইছোঁ। ডেকাচামে ঠিকা-ঠুকুলী বিচাৰি কোনো ৰাজনৈতিক নেতাৰ নেগুৰত ধৰি ঘুৰি ফুৰাতকৈ এই আদৰনিয় কামবোৰ কৰিলে ভাল হব।
God bless You দাদা❤️ ভগৱানে আপোনাক শক্তি দিয়ক আগুৱাই যাবলৈ
দাদা, নাহৰকটীয়াৰ চাচনিৰ বৰুৱা hardware store ৰ interview এটা লবলৈ চেষ্টা কৰিবচোন
ধুনীয়া ভাল লাগিছে মানুহজনৰ কথা শুনি খুব সুন্দৰভাৱে কথাবোৰ কৈছে
khub bhal lagil dada.moyo koro horu hora kheti.
Good news for us. Great achievement of our society. Go ahead way to your journey.All the best wishes to you
মজা দাদা আৰু আগুৱাই যাওক 😍 ।
ভাল লাগিল। শুভেচ্ছা জনাইছোঁ।
Rajat dar kotha khini khub val lagise🙏iman khaj kharal,khasa koy kholag lobo logia
Amar gaon dada dekhun vl lagil 😍🙏
Kon distric hoi
কোন জিলা হল৷
Lakhimpur Bongalmora no1Miri gaon
Hoi neki❤️❤️❤️from golaghat😁
ভাল লাগিল দেই।আমি 37 বছৰ চাকৰি কৰি এক লাখ টকা জমা নাই।গোলাঘাট ।
বহুত ভাল লাগিল। এনেকুৱা ভিডিঅ চাবলৈ পালে আমি উৎসাহিত হওঁ।
Apuni kheti kori Kimn lav korise Xei2 t koi dangor katha apuni prakiti khonk jiyai thakat hlp korise thnx ..gotei envrnmnt mza
Val kam korise dada.kotha khini eman dhuniakoi koise.Lagi thakok dada❤🙏🙏
আগ বাঢ়ি যাওক,👌👌👌
Gd initiative taken by this guy..we want self employment in Assam...Jai aai asom...
Good news .Good initiative
Hsakoi bhut bsi vl lagil vdeo tu Sai 👍🙏bhut vl Kam krise apuni bhut ksto tiyag... anekoiye apunak vgbane hkti diyok 🎉🎉
Bhuuuuut val lagse dada god blsss you
অতি সুন্দৰ পদক্ষেপ,আপুনি আগলৈ অধিক কৃষি-কৰ্মৰ জড়িয়তে আগুৱাই যাওক আমি সেই আশাই কৰিলো ।
অতি ধূনীয়া,,,,,
কৃষি কৰ্মৰে উপাৰ্জন কৰা চাই বৰ ভাল লাগে
Bhout bhal lagil.
Great job
vl lagil dada❤️❤️❤️
Very good Dada from Simen Chapori, Dhemaji.
Great job 👍👍
Khub hundar
মন ভৰি পৰে
Aru sucses farmer videos bnabo sir,,apunar videos bur sai bhut vall lgee
খুবেই ভাল লাগিল মইও খেতি কৰিবই লক্ষ্য আছিল জীৱনত কিন্তু কি কৰিম চৰকাৰি চাকৰি পালোঁ তাকো অসমৰ বাহিৰত থাকিব লাগে বৰ্তমান মোৰ বয়স ২৬ মইও আপোনাৰ দৰে এখন সৰু কৈ ফাৰ্ম খুলিম আশীৰ্বাদ কৰিব মোকো
Nice 👍
God bless you
Good 👍
Nice
Good
Khub Val lagil. Subscribe korilu
এৰা চাকৰিৰ পিছত দৌৰি ফুৰাতকৈ মাটি থকা বিলাকে এনেধৰণৰ পদক্ষেপ ললে ভাল।চাকৰি মানেই বেংকৰ ধাৰ ।
Jorhat r Monisha Bakery r please eta video bonabo
hi Dada.....Moi ghyt vara ghorot thaku, eyate business kora kiba raasta dekhuak muk...please help me and Guide me....
❤️🤞
👍❤️
❤️
Dhunia
🙏🙏
Dada 12mah laga lemo tu keneke bujibo pam?
Sorkare Tex kiman paise sudhisene sangbadik jone.......
Nemu kot bikri kore dada
Plz dada contec kenekoi korim
1din jaam
Dada muk nemu puli lagisil 100 pc
AMAT BANDOROR PORA EKU KORIBO PORA NAI
Dada nemu Puli pam ni
Aapunar logot please jonabo
Aapunar phone no tu dibo kindly
Banijye bosoti laxmi, todordhong krisi kormoni, todordhong Raj sebayang, bhikshayang naibi naibo so
Aapuni jotimono neog neki
Dada jonor phn number pam naki
10 lakh bom fos
Bosoi ne dinot
Nice 👍
Nice