ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Very necessary and useful lesson for our cultivators. Thanks a lot.
প্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ
😊😊😊@@borahskitchengarden2487
মালভূক কলৰ বিষয়ে জানিলোভ। ভাল লাগিলে ধন্যবাদ জনালোঁ
ধন্যবাদ।ভাল লাগিছে যদি বন্ধু বান্ধিবলৈ share কৰিব।
My
Bhal lagil
বহুত বহুত ধন্যবাদ।
আপোনাক ধন্যবাদ জনালোঁ
@@barnalikalita1641 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ধন্যবাদ
Dada best insecticides lagisile jonabo paribo ne.
বেমাৰ অনুযায়ী insecticide বেলেগ বেলেগ হয়। কুমলীয়া পাতত মোৱাপোকে ধৰিলে ৰগৰ ছটিয়াব লাগে।কলৰ গছ জোপাত পোকে ধৰিলে গছ জোপা গেলি ভাঙি যায়। তেতিয়া মালাথিয়ান 50ই চি দৰৱ এচামুচ 1লিটাৰ পানীত মিলাই ছটিয়াব লাগে।কল বোৰ ফপৰীয়া হ'ব ধৰিলে মালাথিয়ান 50ই চি 2লিটাৰ পানীত 1চামুচ মিহলাই ছটিয়াব লাগে।কলৰ পুলি ৰোওতে প্ৰতিটো পুলিত 40গ্ৰাম মানকৈ ফুৰাদন দিব লাগে। তেতিয়া বহুতো বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।মূল কথা ব্যৱসায়িক ভিত্তিত কৰিলে সদায় নিৰোগী পুলি সংগ্ৰহ কৰি ল'ব পাৰিলে ভাল। ধন্যবাদ।
Dada Sai to ki Puri bonale Val hoi jonabo sun
অলাগতীয়াল জাবৰযোথৰ জলাই আৰু জুইধৰা চৌকা থাকিলে ছাই যোগাৰ কৰিব পাৰি। সেইবুলি অযথাকৈ জাবৰ জলাই পৰিবেশ প্ৰদূষিত কৰিব নালাগে।
Mur kolbur horu horu aru fapre khua ki ukhod dim dada?
কলৰ সৰু ডাঙৰ জাটটোৰ লগতো হয় আৰু খাদ্যৰ অভাৱতো হয়। গুৰিত খাদ্যৰ যোগান ধৰিব লাগিব।ফাপৰে নধৰিবলৈ saff বা indofil 5mg 1লিটাৰ পানীত মিলাই কলফুলৰপৰা কল ওলাবলৈ ধৰাৰ লগে লগে প্ৰতি আসি কলত পৰাকৈ ছটিয়াব । ধন্যবাদ।
Dada malfug kal safa huwa ata bikhar nam kuwa na dada
কলবোৰ কলডিলৰ পৰা ওলোৱা আৰম্ভ কৰোঁতেই মালাথিয়ান 50ec 3ml 1লিটাৰ পানীৰ লগত মিহলাই ছটিয়াব লাগে কল ওলাই শেষ হোৱাৰ পাছত আকৌ 3/4 দিনৰ মূৰে মূৰে চাৰিবাৰমান ছটিয়ালে কলৰ পাৰে ধৰা ৰোগ আতৰে।গুৰিত ছাই দিব লাগে। ধন্যবাদ।
পাৰে ধৰা ৰোগ।*
ফাপৰে ধৰা ৰোগ আতৰে।
Dada botoltu sabo parim naki plz dada
@@phukanbodophukanbodo1969 মই লগত ঔষধৰ বটল নাৰাখো নহয়। নাৰ্চাৰী দোকানত গৈ কলেই দিব। ধন্যবাদ।
Bonmil to kat pam nu...
কুমাৰ ডাঙৰীয়া,ডাঙৰ নাৰ্চাৰী দোকানত পাব। ধন্যবাদ।
মালভোগ কলৰ বিধান এটি দিলে ৰুলো হয় ।
আপোনাৰ ঘৰ ক'ত?ওচৰত হ'লে নিব পাৰিলে হয়।
Dada moi aibar 5 bigha malbhug khate koreso habi morar kiba ata upai deyok
শাৰী শাৰীকৈ ৰুইছে যদি শাৰীৰ মাজৰ খালি থকা ঠাইখিনি পলিথিনেৰে ঢাকি দিয়ক।এমাহ মানৰ ভিতৰত গেলি পচি যাব। পিছত সেই বোৰ কোৰেৰে ছাচি কলৰ গুৰিত চপাই দিলে উত্তম সাৰ হ'ব।Fancyবজাৰৰ wholesale দোকানৰ পৰাplasticৰ roll কিনি নিলে বহুত কম দামত পাব। আপুনি কোন ঠাইত খেতি কৰিছে জনাবচোন।
আঠীয়াত গোৱৰ মনোহৰত জাবৰ পোৰাত খাই মালভোগত ছাই।হৱনে? আজিকালি ফুৰাডন বোলা ঔষধ অধিক প্ৰয়োগ হয়।ই যদিও শানিকাৰক ঔষধ কিন্তু সকলো আনসাঙগিক ৰোগৰ নিৰাময়ৰ বাবে বহুল ভাৱে প্ৰয়োগ হয়। নিদিষ্ট মাত্ৰাত প্ৰয়োগ নহ'লে ঔষধবিধৰ বিহকৃয়াই ফলবোৰত ৰৈগলে বিদেশলৈ ৰপ্তানিত বাধা আহে । সেয়ে খেতিয়কসকলে সাৱধান হ'ব লাগে।
ঠিকেই কৈছে।ফুৰাদন বহুত ক্ষতিকাৰক।পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল।ছাই উত্তম।
বিগিয়ান সন্মত বুলি ক'লে কলাকৰশনৰ উন্নত জাতৰ কল কৰপৰা সঙগহ কৰিব ও দুটামান উন্নত জাতৰ নাম ও সঙগৰ ঠিকনা দিবনে? আজিকালি বজাৰত উভৈনদী পকাকল কৰ পৰা আমদানি হয় জনালে ভাল পাম।লিজপদধতিৰ দ্বাৰা নিবনুৱা যোৱক কেনেকৈ অগ্ৰসৰ হৱ কবনে?দৰঙগিৰিত আদৰপোৱা কলৰ বজাৰত এবাৰ গৈ অলপ অভিগতা বিনিময়ৰ দৃশ্য পামনে?সবিনয়ে।
মালভোগ কলৰ পুলি পাম নেকি গুৱাহাটী ত?
গুৱাহাটীত Assam seed corporation ৰ Ulubariত এখন ডাঙৰ নাৰ্চাৰী আছে।তাত বেছি পৰিমাণে order দিলে আনি দিব। মুঠ কথা পুলি বোৰ বিশ্বাসযোগ্য স্থানৰ পৰা ল'ব লাগে।
@@borahskitchengarden2487 besi nalage ata ba duta lagisil
গুৱাহাটীত Assam seed corporation ৰ Ulubariত এখন ডাঙৰ নাৰ্চাৰী আছে।তাত order দিলে আনি দিব।পুলি নিৰ্ভৰযোগ্য স্থানৰ পৰা ল'ব লাগে।
Apunar phn notu pam neki
TH-cam ত phone number দিয়াটো অসুবিধা। Facebook ত মোৰ নামত (Benudhar Borah) message পঠিয়াব। তেতিয়া ফোন নম্বৰ টো দিব পাৰিম। ধন্যবাদ।
Bonmil dokanat puwa jab
Bonemil ডাঙৰ নাৰ্চাৰি দোকানত পোৱা যায়।
পুৰা কলত খাই ,খাই কি ডাঙৰীয়া ।মালভোগ কলৰ ঠোক কিছুমানে আধা পুৰঠ হোৱাত কাতে সম্পূৰ্ণ পুৰঠ হোৱা বা গছত পকিব ধৰা লৈকে ৰাখিব নোৱাৰি নেকি?
পুৰাত খাই মানে লোৰ (হেমকোষত) উল্লেখ থকা মতে।লোৰ খান্দি ৰুলে জেকা নেলাগে। মালভোগ কল বেছি পুৰঠ হলে পকিলে গুটি গুটি হোৱাৰ সম্ভাৱনা থাকে। সেই বাবে মঠনিয়াতে পাৰিলে ভাল।
বৰা ডাঙৰীয়া কথা এটা আকৌ শুধিছো বেয়া নাপাব মালভোগৰ পুলি যে কাটি ৰুলে তেনেকৈ আন কল বিলাক ও কাটি ৰুব লাগে নেকি মনোহৰ,চেনি,জাহাদি ইত্যাদি কেইটামান ৰুম বুলি ভাবিছো কিমান ডাঙৰ লৈকে পুলি কাটি ভ ৰুব পা ৰি।
@@gautamgoswami9723 হয়। সকলো বোৰ কলৰপুলি কাটি ৰুব পাৰি। তেতিয়া কলদালৰ গুৰি শকত হয়। কেৱল পুলিটো নিৰোগী আৰু পাতবোৰ জোঙাল হ'ব লাগে।৩/৪টাপাত ওলোৱা সৰু কলৰ পুলি হ'লে ভাল। ৰুৱাৰ সময়ত গাতত পৰ্যাপ্ত পৰিমাণে শুকান গোবৰ বা পচন সাৰৰ লগত যাবৰ যোথৰ দিব পাৰিলে ভাল। ধন্যবাদ।
কল থোক ওলোৱাৰ পৰা কিমান দিনত কাটিব লাগে।
হয়, মালভোগ কল কেতিয়া পৈণত হয় সেই টো ভালদৰে জানিব লাগে।কাৰণ বেছি পুৰঠ হলে পকোটে গুটি গুটি হয়। সাধাৰণতে ১০০দিন মানৰ ভিতৰতে হয়।ঠাই বিশেষে ১০/২০ দিনৰ ইফাল সিফাল হ'ব পাৰে। অভিজ্ঞতা থাকিলে কলঠোক দেখিলেই চিনি পায়। আমি ধৰিব পাৰোঁ। ধন্যবাদ।