ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Wow voice amazing👍❤❤
Thank you so much 😄
Best dada hokol dhunya hoisa Moja 🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ ❤️
Màhendra hazarika da mojaa 👍👍👍👍💞💞
Bor hundor mohendo da.
Khub hundor hoise.. dialogue khini khub bhal lagil
Wow bohut hundor val logail huni
দা ধুনীয়া
🙏🙏🙏
প্ৰথম বচন ফাকি শুনি গাৰ নোম শিয়ৰি উঠিল
Joi Mahendra da
অতি সুন্দৰ।
Moi guru manu, khub bhal lagil
Bohut dhuniya lagise gan tu mahendra hazrika dar gan xuni xunile arebo mon na jaiJai shri krishna
Moja hoise
Hundor hoise
Triluk daa moja dise apuni
Durjudhon r dialogue mjja lagil..triluk da🙏
Huni bohut val lagil gan to ❤❤
Hundar mahendra da
Nice 💜
ভাওনাৰ বচন অতি সুন্দৰ, কবলৈ ভাষা নাই... সুন্দৰ নাম
সুন্দৰ অতি সুন্দৰ 🙏
সুন্দৰ সংলাপ
Long Live Mahendra hazarika God bless you.
সছাকৈ ভাল লাগিছে দেই
🙏 কৃষ্ণ 🙏দুজন মহান ব্যক্তি একেলগে অতি সুন্দৰ ।
সচাই বহুত সুন্দৰ হৈছে সকলো লৈকে অভিনন্দন জনানো ।
Parag jyoti, hundor koi likhisa
মই কৈছোঁ জুই।কি কম আৰু বহুত সুন্দৰ।
বৰ সুন্দৰ হৈছে । গীতটোত জড়িত হৈ সুখী হলো । ধন্যবাদ সকলোলৈ🤩
💚💚
Mon tu Val lagi gol
Nice Song I love mahedra Hazarika
ati manual vedio dakhi val lagil.dadar logate music,totha badyajantri khakalolai kowti kowti pronam
Val lagil
Good voice triloc borha
ধুনিয়া লাগিছে
সুন্দৰ গীত সুন্দৰ সংলাপ,,সুন্দৰ সংগীত
অতি সুন্দৰ........
Dada Pranam.... You are Legend 🌹🌹🌹
Krishna pravu vagawan 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Val lagise m dada
ভক্তি গীত আপোনাৰ তেনেই কম। গতিকে এইটোতেই থমকিলে নহব। হাজৰিকা দা আৰু লাগিব কিন্তু।
মহেন্দ্ৰ হাজৰিকা দেৱৰ কণ্ঠত এইহেন ভক্তি গীত সমূহৰ এক অনন্য সত্তা আছে, যি ভাষাৰে বুজোৱা কঠিন, অত্যন্ত সুন্দৰ হৈছে, গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো🙏
11
MAHENDRA HAZARIKA YOU ARE THE BEST SINGER NOW. 9.15A.M.L.KAKATI.14..8..2021.
👍🏻👍🏻👍🏻👍🏻👍🏻🔥🔥🔥🔥🔥🔥
আপ্লুত হলোঁ..
Moja lagile
Very nice.
হাজৰিকা চাৰ আৰু শিল্পদ্বয়ৰগীতি শুনি সচঁকৈ কিমান ভাল লাগিল লগতে হাজৰিকা দেৱলৈ শুভেচ্ছা জনালো সময় উপযোগি গীতটি ৰাইজক উপহাৰ দিয়াৰ বিবে
অতি সুন্দৰ ,,,🙏
Nice
কবলৈ আৰু ভাষা নাই 👌👌👌👌🙏🙏🙏🙏🙏
Moja
ভাল লাগিলে আৰু পাম বুলি আসা থাকিল
Otii xundor
অনুপম...এজন সহযোগী হৈ গৌৰৱ অনুভৱ কৰিছো 🙏🙏💐💐
সুন্দৰ দাদা .
বৰ ভাল লাগিল।
Mur favourite singer Mahendra Hazarika
Bhal lagil Mahendra kokaideu r konthot
Xundar hoise
সুন্দৰ হৈছে বন্ধু তোমাৰ প্ৰিয়ে বন্ধু অসমীয়া বুকুলৈ আহিছে বসন্ত ৰৎ উৎসৱ গছে গছে জুমে কুঁহি পাতে কুলি কোমল মাত অ মোৰ চেনাই ধন আকৌ নাহৰ তগৰ ফুলি বৰ হ'ল ডালত কপৌ ফুলিলে আকাশ হ'ল ৰাঙলী মদাৰ আমে মৌলিআলে চামে মৌলিআলে মাখিয়তী পাতেৰে ডালত প্ৰিয়া চিৰ শ্মৃতি ৰে চিৰ যোগমিয়া হয় যেন 20 22 23 24 বৰ্ষৰ প্ৰিয়া হিয়াৰ পুথি কবিতা
Nice aru asene
ভাল লাগিল।
ভাল হৈছে ৷ ধুনীয়া ৷৷৷
Mahendra Hazarikar Gaan agor porai bhal lage. Hundor
Xundor bohut val lagil 🙏🙏🙏
দুৰ্যোধনৰ সংলাপ সুন্দৰ লগতে গীততো
👍💚😍❤️😌🥰🙏🤗👌
Punor Dadar pora Ene kua gan Pam buli akha korisu🙏🙏❤️
মহেন্দ্ৰ হাজৰিকা চাৰৰ কণ্ঠ এতিয়াও বহুত সুন্দৰ ।আপোনাৰ মঙ্গল কামনা কৰিলো ।
অতি সুন্দৰ তিলুক দা আৰু সকলোকে শুভেষাৰ থাকিল।
অতি সুন্দৰ,অভিনন্দন জনালো সকলোকে।
বৰ ভাল লাগিল। কৃষ্ণ......
Dhuniya hoise Dada
অতি সুন্দৰ। মহেন্দ্ৰ দাদাৰ যাদুকৰী কণ্ঠত আৰু সুন্দৰ হৈ উঠিছে।
Masterpiece ❤️Trilok sir 🙏
বহুত সুন্দৰ হৈছে গীতটি ❤️❤️
Great congratulations to studio Melody ❤️❤️
Khub dhuniya ❤️
অতি সুন্দৰ হৈছে ভাগিন👍
সুন্দৰ গীত ❤️ ছাৰৰ সংলাপ খিনিয়ে হৃদয়ত স্থান লৈছে ।। ইমান বয়সতো ছাৰৰ উদ্যম মানিব লগিয়া 🙏🔥🔥
বৰ সুন্দৰ লাগিল দেই ❤️🔥
Dhuniya
Krishna
Mja
খুব সুন্দৰ হৈছে👍🏼
অতি সুন্দৰ। গীতটোৰ লগত জড়িত সকলো লৈকে অভিনন্দন জনালোঁ।
Moja lagila da🙏🙏🙏
অতি সুন্দৰ হৈছে । মন জুৰাই গ'ল। এটা লাইক দিছো
বহুত সুন্দৰ হৈছে ❤️🥰🙏
Jui 🔥 logai dse pura 👍🙏hilai dse❤️
Krishna🙏🙏🙏
Bhal hoise..👍
বহু দিনৰ বিৰতিৰ পিছত মহেন্দ্ৰ দাৰ এই টোকাৰী গীতটি শুনি বৰ আপ্লুত হলো। মই তেওঁৰ গীতৰ প্ৰিয় অনুৰাগী সেয়ে তেওঁৰ সকলো গীতেই ভাল লাগে। গীতৰ কথা/ সুৰ দিয়া মৰমৰ পৰাগ দা আৰু সহযোগী কন্ঠ প্ৰদান কৰা মোৰ মৰমৰ ভাইটি আকাশদ্বীপক ধন্যবাদ জ্ঞাপন কৰিছো।❤❤❤
অতি সুন্দৰ।❤️ 🔥মহেন্দ্ৰ হাজৰিকা..🙏❤️
Hundor❤👍
ভাল লাগিল❤
Hundor geet , hundor kontho
Gan tu huni bohut val lagil
অতি সুন্দৰ🌹🌹
Wow voice amazing👍❤❤
Thank you so much 😄
Best dada hokol dhunya hoisa Moja 🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ ❤️
Màhendra hazarika da mojaa 👍👍👍👍💞💞
Bor hundor mohendo da.
Khub hundor hoise.. dialogue khini khub bhal lagil
Wow bohut hundor val logail huni
দা ধুনীয়া
🙏🙏🙏
প্ৰথম বচন ফাকি শুনি গাৰ নোম শিয়ৰি উঠিল
Joi Mahendra da
অতি সুন্দৰ।
Moi guru manu, khub bhal lagil
Bohut dhuniya lagise gan tu mahendra hazrika dar gan xuni xunile arebo mon na jai
Jai shri krishna
Moja hoise
Hundor hoise
Triluk daa moja dise apuni
Durjudhon r dialogue mjja lagil..triluk da🙏
Huni bohut val lagil gan to ❤❤
Hundar mahendra da
Nice 💜
ভাওনাৰ বচন অতি সুন্দৰ, কবলৈ ভাষা নাই... সুন্দৰ নাম
সুন্দৰ অতি সুন্দৰ 🙏
সুন্দৰ সংলাপ
Long Live Mahendra hazarika God bless you.
সছাকৈ ভাল লাগিছে দেই
🙏 কৃষ্ণ 🙏
দুজন মহান ব্যক্তি একেলগে অতি সুন্দৰ ।
সচাই বহুত সুন্দৰ হৈছে সকলো লৈকে অভিনন্দন জনানো ।
Parag jyoti, hundor koi likhisa
মই কৈছোঁ জুই।কি কম আৰু বহুত সুন্দৰ।
বৰ সুন্দৰ হৈছে । গীতটোত জড়িত হৈ সুখী হলো । ধন্যবাদ সকলোলৈ🤩
💚💚
Mon tu Val lagi gol
Nice Song I love mahedra Hazarika
ati manual vedio dakhi val lagil.dadar logate music,totha badyajantri khakalolai kowti kowti pronam
Val lagil
Good voice triloc borha
ধুনিয়া লাগিছে
সুন্দৰ গীত সুন্দৰ সংলাপ,,সুন্দৰ সংগীত
অতি সুন্দৰ........
Dada Pranam.... You are Legend 🌹🌹🌹
Krishna pravu vagawan 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Val lagise m dada
ভক্তি গীত আপোনাৰ তেনেই কম। গতিকে এইটোতেই থমকিলে নহব। হাজৰিকা দা আৰু লাগিব কিন্তু।
মহেন্দ্ৰ হাজৰিকা দেৱৰ কণ্ঠত এইহেন ভক্তি গীত সমূহৰ এক অনন্য সত্তা আছে, যি ভাষাৰে বুজোৱা কঠিন, অত্যন্ত সুন্দৰ হৈছে, গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো🙏
11
MAHENDRA HAZARIKA YOU ARE THE BEST SINGER NOW. 9.15A.M.L.KAKATI.14..8..2021.
👍🏻👍🏻👍🏻👍🏻👍🏻🔥🔥🔥🔥🔥🔥
আপ্লুত হলোঁ..
Moja lagile
Very nice.
হাজৰিকা চাৰ আৰু শিল্পদ্বয়ৰগীতি শুনি সচঁকৈ কিমান ভাল লাগিল লগতে হাজৰিকা দেৱলৈ শুভেচ্ছা জনালো সময় উপযোগি গীতটি ৰাইজক উপহাৰ দিয়াৰ বিবে
অতি সুন্দৰ ,,,🙏
Nice
কবলৈ আৰু ভাষা নাই 👌👌👌👌🙏🙏🙏🙏🙏
Moja
ভাল লাগিলে আৰু পাম বুলি আসা থাকিল
Otii xundor
অনুপম...এজন সহযোগী হৈ গৌৰৱ অনুভৱ কৰিছো 🙏🙏💐💐
সুন্দৰ দাদা .
বৰ ভাল লাগিল।
Mur favourite singer Mahendra Hazarika
Bhal lagil Mahendra kokaideu r konthot
Xundar hoise
সুন্দৰ হৈছে বন্ধু তোমাৰ প্ৰিয়ে বন্ধু অসমীয়া বুকুলৈ আহিছে বসন্ত ৰৎ উৎসৱ গছে গছে জুমে কুঁহি পাতে কুলি কোমল মাত অ মোৰ চেনাই ধন আকৌ নাহৰ তগৰ ফুলি বৰ হ'ল ডালত কপৌ ফুলিলে আকাশ হ'ল ৰাঙলী মদাৰ আমে মৌলিআলে চামে মৌলিআলে মাখিয়তী পাতেৰে ডালত প্ৰিয়া চিৰ শ্মৃতি ৰে চিৰ যোগমিয়া হয় যেন 20 22 23 24 বৰ্ষৰ প্ৰিয়া হিয়াৰ পুথি কবিতা
Nice aru asene
ভাল লাগিল।
ভাল হৈছে ৷ ধুনীয়া ৷৷৷
Mahendra Hazarikar Gaan agor porai bhal lage. Hundor
Xundor bohut val lagil 🙏🙏🙏
দুৰ্যোধনৰ সংলাপ সুন্দৰ লগতে গীততো
👍💚😍❤️😌🥰🙏🤗👌
Punor Dadar pora Ene kua gan Pam buli akha korisu🙏🙏❤️
মহেন্দ্ৰ হাজৰিকা চাৰৰ কণ্ঠ এতিয়াও বহুত সুন্দৰ ।আপোনাৰ মঙ্গল কামনা কৰিলো ।
অতি সুন্দৰ তিলুক দা আৰু সকলোকে শুভেষাৰ থাকিল।
অতি সুন্দৰ,অভিনন্দন জনালো সকলোকে।
বৰ ভাল লাগিল। কৃষ্ণ......
Dhuniya hoise Dada
অতি সুন্দৰ। মহেন্দ্ৰ দাদাৰ যাদুকৰী কণ্ঠত আৰু সুন্দৰ হৈ উঠিছে।
Masterpiece ❤️
Trilok sir 🙏
বহুত সুন্দৰ হৈছে গীতটি ❤️❤️
Great congratulations to studio Melody ❤️❤️
Khub dhuniya ❤️
অতি সুন্দৰ হৈছে ভাগিন👍
সুন্দৰ গীত ❤️ ছাৰৰ সংলাপ খিনিয়ে হৃদয়ত স্থান লৈছে ।। ইমান বয়সতো ছাৰৰ উদ্যম মানিব লগিয়া 🙏🔥🔥
বৰ সুন্দৰ লাগিল দেই ❤️🔥
Dhuniya
Krishna
Mja
খুব সুন্দৰ হৈছে👍🏼
অতি সুন্দৰ। গীতটোৰ লগত জড়িত সকলো লৈকে অভিনন্দন জনালোঁ।
Moja lagila da🙏🙏🙏
অতি সুন্দৰ হৈছে । মন জুৰাই গ'ল। এটা লাইক দিছো
বহুত সুন্দৰ হৈছে ❤️🥰🙏
Jui 🔥 logai dse pura 👍🙏hilai dse❤️
Krishna🙏🙏🙏
Bhal hoise..👍
বহু দিনৰ বিৰতিৰ পিছত মহেন্দ্ৰ দাৰ এই টোকাৰী গীতটি শুনি বৰ আপ্লুত হলো। মই তেওঁৰ গীতৰ প্ৰিয় অনুৰাগী সেয়ে তেওঁৰ সকলো গীতেই ভাল লাগে। গীতৰ কথা/ সুৰ দিয়া মৰমৰ পৰাগ দা আৰু সহযোগী কন্ঠ প্ৰদান কৰা মোৰ মৰমৰ ভাইটি আকাশদ্বীপক ধন্যবাদ জ্ঞাপন কৰিছো।❤❤❤
অতি সুন্দৰ।❤️ 🔥
মহেন্দ্ৰ হাজৰিকা..🙏❤️
Hundor❤👍
ভাল লাগিল❤
Hundor geet , hundor kontho
Gan tu huni bohut val lagil
অতি সুন্দৰ🌹🌹