ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ভাল লাগিল...গাওঁৰ পৰিবেশৰ লগতে সৰু কালৰ দিনবোৰলৈ মনত পেলাই দিলে.. বা গাহৰি মেইন😊😊😊 ভালে থাকক আৰু এনেকৈ ভিডিও বনাই যাওঁক...love form Gogamukh, Dhemaji
ইমান ভাল লাগে video bur nije nije মুখৰ হাঁহি ওলাই আহে কিছুমান কথাত ❤️🤭🤭
Pankaj mahanta sir🧡♥️❤️Apuni mor priyo ❤️Xodai🧡♥️❤️
বৰ ভাল লাগে এই বোৰ চাই ছোৱালী হৈ থকাই ভাল বোৱাৰী হলে এই বোৰ কৰিবলৈ আহৰি এ নেপাবা। যিহে ঘৰৰ কাম ভাল লাগে তোমাৰ ধেমালি বোৰ চাই
I o eman j besi Bhal lage ou bakoli ,, pure soul ❤❤❤
😘
ভিডিঅ' বোৰ চায় ভাল লাগে গাঁৱত থকা আমেজ এই বেলেগ।
Mojaaa
মজা লাগিল দেই বিদুৰভাই পৰিয়াল। ❤❤
বিজুতিবা ভাল লাগিল দেই মুৰ ল'ৰালি কাললৈ মনত পৰি গৈছে দেই
গাঁৱৰ পৰিবেশ টো চাই বহুত ভাল লাগে আৰু মাছ ধৰিব মনজাই মোৰ বহৰীয়া চুমকি বা❤
First part বিদুৰভাই খনট😂 আমাৰ মেনেজাৰ চাৰে হাঁহি টো যে মাৰে 😂 হাঁহি টো কথা মনত পৰিলে মোৰ এটিয়াও হাঁহি ওলাই 😂 বিদুৰভাই teams টোলৈ বহুত বহুত ধন্যবাদ 🎉 ইমান সুন্দৰ অসমীয়া ছবি এখন আমাৰ মাজলৈ অনাৰ বাবে 🙏 Love From❤ Khowang ❤Moran ❤
Beauty ba acting kintu maja lage❤❤❤
Beauty ba apunak beherbari outpost ot bohut miss korisu 😢😢❤❤❤❤
Bhal lgil aji log pai....half of bidurbhai team
Haha jomoni dai sumki ba❤❤❤
এ মজা 💙
Ujjwal da ❤ sumki ba ❤ pankaj da❤ Tiniu jon priyo ❤
পৰিবেশটো দেখি কিবা ভাল লাগি গল ।
Ki mjaaaa deya he Bailung Bai ❤..... dhemaji Silapather 😊
Vl lagil video tu sai❤❤❤❤
অতি সুন্দৰ
Eiekeijn thkile Vlog o film jen lge 😌 Absolutely amazing 🎉🎉🎉
Val lagil video tu sai ❤🤗🌟💞 love from Bokakhat Rojabari 💞
ভাল লাগিল ❤❤
মাছ খোৱাত কৈ মাছ ধৰি বেছি ভাললাগে । যি সকলে এনেকৈ ধৰি পাইছে সেই সকলে বুজি পাব মাছ খোৱাতকৈ ধৰি কিমান ভাললাগে❤
বহুত ভাল লাগিলে
Mass dhora Mojja beleg dai . Khobor valne.
Tumar video Sai bht Val lagil ❤❤❤❤
Sumi ba like ata diba cmnt tot . Moi tengakhat r hoi dai.. amr tengakhat le bidurvai ahisile.. salu dui number dina khon.. moja lagil dai... Pura hahilu ..
নিজেই মাছ ধৰি খোৱাৰ মজাই বেলেগ নহয়নে বা 😊 আপোনাক বহুত ভাল লাগে ❤ এবাৰ লগ পোৱাৰ ইচ্ছা আছে মোৰ বাকি ভালে থাকক 😊 আপোনালৈ অফুৰন্ত মৰম যাচিলো ❤❤❤
Nissoy pam ❤️
@@officialsumkikachari 🥰☺️
বাইদেউ ভাল লাগিল দেই ভিডিঅ' টো চাই। বহুত বেছি ভাল লাগিল। মই মৰান ৰ হয়।❤❤❤
এই জনী গাওঁ ছোৱালী 😊😊😊😊😊😊
Apunar vdo sai bor val lage ,logote apunaku❤❤❤❤
Do give videos regularly....you are Assamese Bharti Sing.... keep going...❤❤❤❤❤
A Moja 💞
Nice video too ❤❤❤❤😊😊😊
Utjal da love from Dibrugarh ❤
Like❤khub Sundor👌So beautiful 🎉❤️ Full Watch Time ❤️
Biuti ba apuni video hodai dithkibasun bhut val lage apuna video sai ❤❤❤❤❤
Mojaaa ❤❤❤
Many many Love from Borholla. ❤❤
বঢ়িয়া৷ ল’ৰালিলৈ উভতি গলোঁ৷
Dhuniya lagile 🤣
O ba moja
Wow mojja
মাছ ধৰি ভাল লাগে, ,জাকৈ বাই ছিলো পথাৰত😅😅😅
গাওঁৰ পৰিবেশত মাছ ধৰা আমেজ এই বেলেগ 🏞️🌳🌳
ভাল লাগিল পায়
Moja moja❤❤
Mujhe bhi machili chahiye love from Hyderabad bigg boss 18 chum darang i love North East❤❤❤
Matir manu sumki ba eeee......❤❤❤ From Chandubi 🎉
আকৌ তোমালোকৰ চিনেমা চাবলৈ ৰৈ আছো দেই. বাকলি. ❤❤❤👍👍👍
Bidurvai salu bidya ki mja cinema jiman hahilu ximan besi kandilu🥲. Love from majuli
Love frm golaghat❤❤.
Apunar vdo dekheli mur guwahatiloi monot pore...tate apunar lgt photo uthisilu❤❤
Oo bakoli jnir video Sai emn vl lage ...ake bare free mind ot kotha bur koi j ... love ❤️ for sarupather
যিহে টিপিনা দিছে মাছ ধৰোতে মাছে ভাবিছে চাগৈ কি হাত অই এইখন ব্ৰহ্মাস্ত্ৰ যেন
Nice
LOVE FROM BORSOLA 💜✅
Bhal lage rakhe amiu anakoi
সুন্দৰ শিঙি মাছ পাইছে নাই ।
বঢ়িয়া, হিঙি মাছ দুটা মানো পাব লাগিছিল আকৌ
Tumaluk hosai bohut bhal. Sir Or kotha tu koboi nalage.
Moja
Aijoni jomoni joni video Sai bor val lage oo
Mojja
❤❤❤❤❤😂❤😊 moja 😊
এই জনীয়ে সদায় মাছকে ধৰি থাকে অ ।
Love from ❤ darrang (sareng) aponi amar village ahisile .
Nice vlogs
আজি কালি এনেকুৱা পুথি খলিহনা পৰিমাণ কমি গৈছে, বিল, পথাৰ পুতি মানুহ artifical হল, মাছ ও কমি গল।।।। এনেকুৱা মাছ কলপাতত দি জুইত পুৰি, গুলনেমো অকমান চেপি পিটিকা কুৰি খোৱা মজায়েই বেলেগ ঔ।❤❤
Baa tumar video bur bht val lage ❤❤
Ba beharbari কেতিয়া আহিব বহুত miss কৰিছো 😢😢😢😢
Love from moran baki moran tu bhul hoi ase apunar❤
দেখি বৰ ভাল লাগিছে,, আমাৰ ঘৰৰ ওচৰলৈকে আহিছিলা দেখুন,,আমাৰো পথাৰৰ পুখুৰীত মাছ আছে সুবিধা হ'লে আহি ৰাভা।
Love from Goalpara baidew
Peyass olop besi k de fry kori khaba aru😋❤🐟🐬
Gau khon. Bor hundor golaghat kun jagat ase comment koribo
Baa ako maas mara vlog diba❤ bohut vl lage
Mojaa
বা ভালে আছা? তোমাক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা অধিবেশনত প্ৰথম লগ পাই কথা পাতি বৰ ভাল লাগিল বা ।তুমি সঁচাকৈ বহুত সহজ সৰল মনৰ ছোৱালী।বাকী মাছ ধৰা volog টো বৰ ভাল লাগিল। আগলৈও আৰু নতুন নতুন vlog চাবলৈ পাম বুলি আশা থাকিল🤗
🙏🙏❤️❤️
Nice 😊
Maas dhori thakute manager sir r hasi gos sure nibo pai kijani,,😅😅
Diok❤🎉🎉
Chumki baa apunar vidio bilk bohut vl lge n apunaku vl lge
Beauty baideo apuni alp gym tim jabsun nijor buli🏋♀️🏋♀️
Love you ba❤
মজ্জা
Tumi moran r kot asa... Tumi usoror pora log pable mon ase... Bahut val lage tumak
Amer Hati puwalitu ❤❤❤
Sumi baah bohut xokat hoisa kintu alp bhat aru hingi mas khua tu komaba de😂😂😂
বিদুৰভাই ❤
Hingi mass ulabo ouu baa 😅..njaabo take 😊
Sumki ba bahorbarit ulabo dei.val Lage apunak.
বিধুৰভাইৰ ভিডিঅ' গীত সমূহ মুকলি কৰাৰ কথা সদয়ভাৱে বিবেচনা কৰিব পাৰেনে, অনুগ্ৰহ কৰি?
❤nice ❤
Nice ❤❤❤❤
আঐ ইম্মান যে ফ্ৰেচ লাগে ভিডিঅ’বোৰ আপোনাৰ☺️ ধেমালি প্ৰ' মেক্স😂😂
Sumki বা, কি খৱৰ আখা কৰো খৱৰ আপোনাৰ ভাল,মই বেছি ডাঙৰ মানুহ নহয়। আখা কৰো আপুনি মোক reply দিৱ। বেহাবাৰীত আপুনি কেতিয়া আহিৱ। আমাৰ ঘৰৰ মানুহ সকলোৱে ভাল পায়। বেহাবাৰী চালেই আপোনাৰ কথা কয়। ✍️✍️✍️ শ্ৰী কল্পজ্যোতি লালুং 🙋 মৰিগাঁও ( চৰাই হাগী)🏠
Khingi mass pale ne ba😊
ভাল লাগিল...গাওঁৰ পৰিবেশৰ লগতে সৰু কালৰ দিনবোৰলৈ মনত পেলাই দিলে.. বা গাহৰি মেইন😊😊😊 ভালে থাকক আৰু এনেকৈ ভিডিও বনাই যাওঁক...love form Gogamukh, Dhemaji
ইমান ভাল লাগে video bur nije nije মুখৰ হাঁহি ওলাই আহে কিছুমান কথাত ❤️🤭🤭
Pankaj mahanta sir🧡♥️❤️
Apuni mor priyo ❤️
Xodai🧡♥️❤️
বৰ ভাল লাগে এই বোৰ চাই ছোৱালী হৈ থকাই ভাল বোৱাৰী হলে এই বোৰ কৰিবলৈ আহৰি এ নেপাবা। যিহে ঘৰৰ কাম ভাল লাগে তোমাৰ ধেমালি বোৰ চাই
I o eman j besi Bhal lage ou bakoli ,, pure soul ❤❤❤
😘
ভিডিঅ' বোৰ চায় ভাল লাগে গাঁৱত থকা আমেজ এই বেলেগ।
Mojaaa
মজা লাগিল দেই বিদুৰভাই পৰিয়াল। ❤❤
বিজুতিবা ভাল লাগিল দেই মুৰ ল'ৰালি কাললৈ মনত পৰি গৈছে দেই
গাঁৱৰ পৰিবেশ টো চাই বহুত ভাল লাগে আৰু মাছ ধৰিব মনজাই মোৰ বহৰীয়া চুমকি বা❤
First part বিদুৰভাই খনট😂 আমাৰ মেনেজাৰ চাৰে হাঁহি টো যে মাৰে 😂 হাঁহি টো কথা মনত পৰিলে মোৰ এটিয়াও হাঁহি ওলাই 😂 বিদুৰভাই teams টোলৈ বহুত বহুত ধন্যবাদ 🎉 ইমান সুন্দৰ অসমীয়া ছবি এখন আমাৰ মাজলৈ অনাৰ বাবে 🙏 Love From❤ Khowang ❤Moran ❤
Beauty ba acting kintu maja lage❤❤❤
Beauty ba apunak beherbari outpost ot bohut miss korisu 😢😢❤❤❤❤
Bhal lgil aji log pai....half of bidurbhai team
Haha jomoni dai sumki ba❤❤❤
এ মজা 💙
Ujjwal da ❤ sumki ba ❤ pankaj da❤
Tiniu jon priyo ❤
পৰিবেশটো দেখি কিবা ভাল লাগি গল ।
Ki mjaaaa deya he Bailung Bai ❤..... dhemaji Silapather 😊
Vl lagil video tu sai❤❤❤❤
অতি সুন্দৰ
Eiekeijn thkile Vlog o film jen lge 😌 Absolutely amazing 🎉🎉🎉
Val lagil video tu sai ❤🤗🌟💞 love from Bokakhat Rojabari 💞
ভাল লাগিল ❤❤
মাছ খোৱাত কৈ মাছ ধৰি বেছি ভাললাগে । যি সকলে এনেকৈ ধৰি পাইছে সেই সকলে বুজি পাব মাছ খোৱাতকৈ ধৰি কিমান ভাললাগে❤
বহুত ভাল লাগিলে
Mass dhora Mojja beleg dai . Khobor valne.
Tumar video Sai bht Val lagil ❤❤❤❤
Sumi ba like ata diba cmnt tot . Moi tengakhat r hoi dai.. amr tengakhat le bidurvai ahisile.. salu dui number dina khon.. moja lagil dai... Pura hahilu ..
নিজেই মাছ ধৰি খোৱাৰ মজাই বেলেগ নহয়নে বা 😊 আপোনাক বহুত ভাল লাগে ❤ এবাৰ লগ পোৱাৰ ইচ্ছা আছে মোৰ বাকি ভালে থাকক 😊 আপোনালৈ অফুৰন্ত মৰম যাচিলো ❤❤❤
Nissoy pam ❤️
@@officialsumkikachari 🥰☺️
বাইদেউ ভাল লাগিল দেই ভিডিঅ' টো চাই। বহুত বেছি ভাল লাগিল। মই মৰান ৰ হয়।❤❤❤
এই জনী গাওঁ ছোৱালী 😊😊😊😊😊😊
Apunar vdo sai bor val lage ,logote apunaku❤❤❤❤
Do give videos regularly....you are Assamese Bharti Sing.... keep going...❤❤❤❤❤
A Moja 💞
Nice video too ❤❤❤❤😊😊😊
Utjal da love from Dibrugarh ❤
Like❤khub Sundor👌So beautiful 🎉❤️ Full Watch Time ❤️
Biuti ba apuni video hodai dithkibasun bhut val lage apuna video sai ❤❤❤❤❤
Mojaaa ❤❤❤
Many many Love from Borholla. ❤❤
বঢ়িয়া৷ ল’ৰালিলৈ উভতি গলোঁ৷
Dhuniya lagile 🤣
O ba moja
Wow mojja
মাছ ধৰি ভাল লাগে, ,জাকৈ বাই ছিলো পথাৰত😅😅😅
গাওঁৰ পৰিবেশত মাছ ধৰা আমেজ এই বেলেগ 🏞️🌳🌳
ভাল লাগিল পায়
Moja moja❤❤
Mujhe bhi machili chahiye love from Hyderabad bigg boss 18 chum darang i love North East❤❤❤
Matir manu sumki ba eeee......❤❤❤ From Chandubi 🎉
আকৌ তোমালোকৰ চিনেমা চাবলৈ ৰৈ আছো দেই. বাকলি. ❤❤❤👍👍👍
Bidurvai salu bidya ki mja cinema jiman hahilu ximan besi kandilu🥲. Love from majuli
Love frm golaghat❤❤.
Apunar vdo dekheli mur guwahatiloi monot pore...tate apunar lgt photo uthisilu❤❤
Oo bakoli jnir video Sai emn vl lage ...ake bare free mind ot kotha bur koi j ... love ❤️ for sarupather
যিহে টিপিনা দিছে মাছ ধৰোতে মাছে ভাবিছে চাগৈ কি হাত অই এইখন ব্ৰহ্মাস্ত্ৰ যেন
Nice
LOVE FROM BORSOLA 💜✅
Bhal lage rakhe amiu anakoi
সুন্দৰ শিঙি মাছ পাইছে নাই ।
বঢ়িয়া, হিঙি মাছ দুটা মানো পাব লাগিছিল আকৌ
Tumaluk hosai bohut bhal. Sir Or kotha tu koboi nalage.
Moja
Aijoni jomoni joni video Sai bor val lage oo
Mojja
❤❤❤❤❤😂❤😊 moja 😊
এই জনীয়ে সদায় মাছকে ধৰি থাকে অ ।
Love from ❤ darrang (sareng) aponi amar village ahisile .
Nice vlogs
আজি কালি এনেকুৱা পুথি খলিহনা পৰিমাণ কমি গৈছে, বিল, পথাৰ পুতি মানুহ artifical হল, মাছ ও কমি গল।।।। এনেকুৱা মাছ কলপাতত দি জুইত পুৰি, গুলনেমো অকমান চেপি পিটিকা কুৰি খোৱা মজায়েই বেলেগ ঔ।❤❤
Baa tumar video bur bht val lage ❤❤
Ba beharbari কেতিয়া আহিব বহুত miss কৰিছো 😢😢😢😢
Love from moran baki moran tu bhul hoi ase apunar❤
দেখি বৰ ভাল লাগিছে,, আমাৰ ঘৰৰ ওচৰলৈকে আহিছিলা দেখুন,,আমাৰো পথাৰৰ পুখুৰীত মাছ আছে সুবিধা হ'লে আহি ৰাভা।
Love from Goalpara baidew
Peyass olop besi k de fry kori khaba aru😋❤🐟🐬
Gau khon. Bor hundor golaghat kun jagat ase comment koribo
Baa ako maas mara vlog diba❤ bohut vl lage
Mojaa
বা ভালে আছা? তোমাক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা অধিবেশনত প্ৰথম লগ পাই কথা পাতি বৰ ভাল লাগিল বা ।তুমি সঁচাকৈ বহুত সহজ সৰল মনৰ ছোৱালী।
বাকী মাছ ধৰা volog টো বৰ ভাল লাগিল। আগলৈও আৰু নতুন নতুন vlog চাবলৈ পাম বুলি আশা থাকিল🤗
🙏🙏❤️❤️
Nice 😊
Maas dhori thakute manager sir r hasi gos sure nibo pai kijani,,😅😅
Diok❤🎉🎉
Chumki baa apunar vidio bilk bohut vl lge n apunaku vl lge
Beauty baideo apuni alp gym tim jabsun nijor buli🏋♀️🏋♀️
Love you ba❤
মজ্জা
Tumi moran r kot asa... Tumi usoror pora log pable mon ase... Bahut val lage tumak
Amer Hati puwalitu ❤❤❤
Sumi baah bohut xokat hoisa kintu alp bhat aru hingi mas khua tu komaba de😂😂😂
বিদুৰভাই ❤
Hingi mass ulabo ouu baa 😅..njaabo take 😊
Sumki ba bahorbarit ulabo dei.val Lage apunak.
বিধুৰভাইৰ ভিডিঅ' গীত সমূহ মুকলি কৰাৰ কথা সদয়ভাৱে বিবেচনা কৰিব পাৰেনে, অনুগ্ৰহ কৰি?
❤nice ❤
Nice ❤❤❤❤
আঐ ইম্মান যে ফ্ৰেচ লাগে ভিডিঅ’বোৰ আপোনাৰ☺️ ধেমালি প্ৰ' মেক্স😂😂
Sumki বা, কি খৱৰ আখা কৰো খৱৰ আপোনাৰ ভাল,মই বেছি ডাঙৰ মানুহ নহয়। আখা কৰো আপুনি মোক reply দিৱ। বেহাবাৰীত আপুনি কেতিয়া আহিৱ। আমাৰ ঘৰৰ মানুহ সকলোৱে ভাল পায়। বেহাবাৰী চালেই আপোনাৰ কথা কয়। ✍️✍️✍️
শ্ৰী কল্পজ্যোতি লালুং 🙋 মৰিগাঁও ( চৰাই হাগী)🏠
Khingi mass pale ne ba😊