ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মহাভাৰত যুদ্ধ খন 18 দিন চলিছিল। অখিল, ভূপেন, লুৰিন, গৌৰৱৰ যুদ্ধ খন 18 বছৰ চলিব 😂😁
অখিল গগৈক বিৰোধী মিত্ৰ দলৰ নেতা পাতক। তেওঁ যি সিদ্ধান্ত লয় সেইটোৱেই মিত্ৰ দলৰ সিদ্ধান্ত হ'ব। শেষত কও- অখিল গগৈক কোনোৱে সন্তুষ্ট কৰিব নোৱাৰে।
,কেঞা আঙুলিতকৈ বুৰা আঙুলিৰ শকটি কম কিন্ত কেঞা আঙুলিক বাদ দি মুঠি মাৰিব নোৱাৰি আৰু মুঠি মাৰিলেও শক্তি নাথাকে। বুৰা আৰু কেঞা দুইকো লাগিব আনক ঘুচিয়াব লাগিলে।
জাতীয় পৰিষদক বেছি আসন এৰি দিয়া উচিত নহয়!কাৰণ এতিয়ালৈ ঠন ধৰি উঠা নাই!
Akhil gogoik logt nkwakoi Congress konudin sokar koribo nware.
জাতীয় পৰিষদ আৰু ৰাইজৰ দ’ল এটা হওক কিয়নো অসমৰেই মানুহখিনি ৷ আমিবোৰেও ভালপাম
😂😂😂😂,,,ki je koi ...
অসম জাতীয় পৰিষদ ৰ কাম নাই ৰাইজৰ দল ক বেছিকৈ দিয়ক
বিশেষ কৈ জাতীয় দল আৰু ৰাইজৰ দলে বুজাবুজিৰে ২৬ ৰ নিবাচনতঅৱতিন্ন হওক ৷
Ahomot bao ponthi u ata Shakti ase,bhal dore hokolu eak hole bjp horatu khatang,
26. Electionot. Birudhir. C. M. Nahaba3. Gogoi. Deputy. C. M. Ami. Pam
এক সুন্দৰ পৰ্যালোচনা আগবঢ়োৱা বাবে ধন্যবাদ
কংগ্ৰেছ বিজেপিৰ বি টীম ।কংগ্ৰেছে বিজেপিৰ বি টীম হৈ অহংকাৰী হৈ থকালৈকে বিজেপি শাসনত থাকিব ।যেতিয়া কংগ্ৰেছে মুৰ্খতা অহংকাৰ আতৰাই অন্যান্য বিৰোধী দল সমুহক বিশ্বাসত লৈ মৰ্যাদা সহ একত্ৰিত নহয় তেতিয়ালৈ কংগ্ৰেছে শাসনত নাহে ।
কংগ্ৰেজ সঁচা কুৰি b j pk হৰোৱাব বিচাৰে নে?
B J P k 26 sat kono maikalale haruwaba noware tumi eku nazama raize congress sak nibisare raizar dal lurin lag lagiboi lagiba

26. Electionot. Birudhir. C. M. Nahaba
3. Gogoi. Deputy. C. M. Ami. Pam