দৰিদ্ৰতাৰ কড়াল গ্ৰাসত এটা পৰিয়াল । এটা বাহৰ বেৰৰে নিৰ্মিত জুপুৰি সদৃশ এটাই কোঠা।

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 33

  • @bubulboruah2881
    @bubulboruah2881 2 ปีที่แล้ว +2

    বহুত ভাল নিউজ কৰিছে🙏
    গুৱলাদাৰ ঘৰখন দেখি বৰ বেয়া লাগিল। চৰকাৰী ঘৰ একোঠালী পোৱা হলে ভাল আছিল ধন্যবাদ

  • @gautambaruah6374
    @gautambaruah6374 2 ปีที่แล้ว +8

    তেখেতে চৰকাৰী সাহায্যৰ অতি জৰুৰী, এজনী কন্যাও আছে , তাইৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিক্ষা দিক্ষা কেনে কিৰিছে , তাৰ প্ৰাতিও লক্ষ্য ৰাখিব লাগে।

  • @dilipgorh2921
    @dilipgorh2921 7 หลายเดือนก่อน

    ধন্যবাদ Time 8🙏🙏🙏

  • @bimolaind2855
    @bimolaind2855 2 ปีที่แล้ว +3

    ধন্যবাদ Time 8 লৈ ।

  • @popidekapopideka644
    @popidekapopideka644 2 ปีที่แล้ว +1

    চৰকাৰে সহায় কৰক , আশা কৰিছোঁ

  • @tgmomiff5973
    @tgmomiff5973 2 ปีที่แล้ว +2

    সহায় কৰিব লাগে এখেত লোকক আৰু আমাৰ বিধায়কে সহা‌য় কৰে বেলগক

  • @jitendrarabha4660
    @jitendrarabha4660 2 ปีที่แล้ว +1

    চৰকাৰী সাহায্য নোপোৱাৰ বাবে প্ৰথম দায়ী স্থানীয় পঞ্চায়ত প্ৰতিনিধিগৰাকী৷

  • @binoygoswami475
    @binoygoswami475 2 ปีที่แล้ว +2

    Thanks time8

  • @tarunpayeng260
    @tarunpayeng260 2 ปีที่แล้ว +7

    কত আছে পঞ্চায়ত নেতা পালি নেতা বোৰ।।MAL বোৰ বাদে দিয়ক।।তাক ঘৰ এটা দিলে পইচা নাপাব।।তাৰ বাবে একো নেদেখা বাহু যুৰে

  • @btcboy8242
    @btcboy8242 2 ปีที่แล้ว

    Thank you time8

  • @chamuahajoy4276
    @chamuahajoy4276 2 ปีที่แล้ว +2

    2002r agot amar ghor khonu anekai aasil , size t Olop dangor aasil baru... Boroxhun dile vitorot pani porisil bohut.. rati boroxhun diute beror kaxhot bohi asilu...... heibur din monot porile ajiu usupi uthu...

  • @jharkanurangVlogs
    @jharkanurangVlogs 2 ปีที่แล้ว

    GOOD MEDIA

  • @manikamedhi6820
    @manikamedhi6820 2 ปีที่แล้ว +3

    🙏🙏🙏🙏😢😢😢

  • @hemchandraholal7321
    @hemchandraholal7321 2 ปีที่แล้ว +1

    বৰ-বৰ কথা কোৱা, চাহ-জনজাতিৰ ত্ৰানকৰ্তা বুলি দাবী কৰাবোৰ ক'লৈ গ'ল । পল্লৱলোচন দাস, কামাখ্যা প্ৰসাদ তাছা, টেৰচ গুৱলা, ..... আদি ।

  • @Miduldutta
    @Miduldutta 2 ปีที่แล้ว

    সেই গাঁৱৰ পঞ্চায়তৰ দায়িত্ব থকা সকলে চকুৰে দেখা নাই নেকি কেলা,,,

  • @ahshshajah3499
    @ahshshajah3499 2 ปีที่แล้ว

    Thank dada

  • @LaksminathChutia
    @LaksminathChutia 2 ปีที่แล้ว +1

    আকৌ বোলে চৰকাৰৰ টকা অভাৱ নাই

  • @pradipsakharu9316
    @pradipsakharu9316 2 ปีที่แล้ว

    Sarkare kiba help karibo lage imidetly

  • @Nobigga_
    @Nobigga_ 2 ปีที่แล้ว +2

    Asani puwa manuh eybhure vote sagediye kintu kar sakut pore aji media goise val hobo.sage

  • @sunuhazarika7868
    @sunuhazarika7868 ปีที่แล้ว

    Aibilak manuhok sorkare nedrkhe kin2 vot diar homoiot vikhya khujibole jai matro

  • @jp-do2zb
    @jp-do2zb 2 ปีที่แล้ว

    কত আচে চৰকাৰ ।এবাৰলৈ চকু মেলা এইজনক

  • @someswarbasumatary1840
    @someswarbasumatary1840 2 ปีที่แล้ว

    Ajir dinot anekuwa saytakibonalage dai.bor dugloga

  • @Rubulgogoi209
    @Rubulgogoi209 2 ปีที่แล้ว +1

    ২০১১ চন আৰু ২০১৬ চনত পঞ্চায়ত আৰু উন্নয়নখণ্ডৰ কৰ্মচাৰীৰ যোগেদি জিঅটেক ( ফটো ) ঘৰৰ নকৰিলে চাগে । সেই সময়ত তাত কোন দলৰ পঞ্চায়ত আছিল বা ? বৰ্তমানৰ বিধায়কক দোষ দি লাভ নাই । ঘৰ প্ৰকৃততে এই মানুহজনে পাব লাগে । সেই সময়ৰ পঞ্চাায়ত আৰু ব্লকৰ কৰ্মচাৰীৰ লগতে সেই পঞ্চায়তৰ জনপ্ৰতিনিধিৰ এইটো এটা মহা ভূল আছিল বা মইমতালি আছিল ।

  • @pankajbarman5582
    @pankajbarman5582 2 ปีที่แล้ว

    Panchyat r member bur r sakut ane luk xakolok dekha napai,

  • @jayashreesaikia7628
    @jayashreesaikia7628 2 ปีที่แล้ว

    😔🥺🥺

  • @maryborah584
    @maryborah584 2 ปีที่แล้ว

    Sarkare jen suwali jonirmukhole sai xohaikore

  • @halimabegum9484
    @halimabegum9484 2 ปีที่แล้ว

    Neta pali netai nijor mhol . school bonuwat busy .

  • @lakhitanti7211
    @lakhitanti7211 2 ปีที่แล้ว

    Ane manuh bur he aasologe pmay ghor puwar juigo

  • @susenchetia1551
    @susenchetia1551 2 ปีที่แล้ว

    MLA.jonor.namtu.kio.nokole

  • @preeanshreesaikia6550
    @preeanshreesaikia6550 2 ปีที่แล้ว

    Mor, Gaont any ghor asy, C. M clean but other? 😄😃😆😇

  • @rupeshchetry3635
    @rupeshchetry3635 2 ปีที่แล้ว

    Aebilk CM d c sp ki sai yrrr eman pda likha mnu hoi dukhiyr ki hoi karu MTLv nai kintu dukhiayk bhgwnaeu sabe ae bilk of icer bur biya bimr hoi maribo khihate ksta pai mribo jaiman taka shur karileu taka loi kuneu loi najai yrr

  • @JIRI138
    @JIRI138 2 ปีที่แล้ว

    দালাল বোৰকে নাতে কিজানি..নহলে কিয় নাপায় এওলোকে