MONJAAI | মন যায় | 2008 | Assamese Movie | High Quality |

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • Directed by Moirangthem Maniram, the story traces the life of four unemployed central characters Manab, Tapan, Nayan and Akan as they battle unemployment, poverty, meagerness, dipsomania and other hardships. Some of them choose the wrong side/ short cut of making money while some choose the hard/ pure side. The outcome of their choices and the direction that their lives take in the process is the central plot of the film. All the central characters performed brilliantly. The film has a subliminal message that one should not go to self-destructive extents out of frustration and greed, but should rather work hard no matter the circumstances thrown in, and results will follow. The songs of the film were also superb. The Film won the National Award for Assamese Feature Film in 2010.

ความคิดเห็น • 1K

  • @jayantatalukdar1966
    @jayantatalukdar1966 8 หลายเดือนก่อน +361

    ২০২৪ চনত চোৱা সকলোৱে এটা টিপ চহী মাৰি দি যাব😍
    জয় জুবিন দা❤️
    মন যায়💙

  • @unversed1949
    @unversed1949 3 หลายเดือนก่อน +64

    2024 anyone 🤚🏻🤚🏻

    • @redeye9537
      @redeye9537 2 หลายเดือนก่อน +1

      Aji akow Sai asu bro 😢

    • @unversed1949
      @unversed1949 2 หลายเดือนก่อน

      @@redeye9537 jiman sale o mon novore bro

    • @PranatiNath-b8s
      @PranatiNath-b8s หลายเดือนก่อน

      Me

    • @dhirenrabha385
      @dhirenrabha385 หลายเดือนก่อน

    • @NavarunBoruah-c6h
      @NavarunBoruah-c6h หลายเดือนก่อน

      Bro 🥲

  • @cmrboy4251
    @cmrboy4251 7 หลายเดือนก่อน +79

    আজি লৈ 5বাৰ চোৱা হল।2024 কোনে কোনে চাই আছে ।

  • @dipjyoti4732
    @dipjyoti4732 ปีที่แล้ว +147

    এইখন অকল চলচ্চিত্ৰ নহয়, মধ্যবৃত্ত অসমীয়া লৰা সঁচা জীৱন কাহিনী.. ❤❤

    • @phusnu5230
      @phusnu5230 11 หลายเดือนก่อน +3

      Right

    • @gourangasaikia1013
      @gourangasaikia1013 11 หลายเดือนก่อน +4

      Akdom right 🥲

    • @mominulmusical7720
      @mominulmusical7720 7 หลายเดือนก่อน +1

      Right bro akdom xossa monor kotha koisa❤

    • @eftikaraliahmed7584
      @eftikaraliahmed7584 3 หลายเดือนก่อน

      Bhai ekdom right kotha koisa..monor kotha koisa re..

    • @MusicYt1998
      @MusicYt1998 20 วันที่ผ่านมา

      Right sir 😢

  • @crinstondeacock2232
    @crinstondeacock2232 4 ปีที่แล้ว +199

    মনযায় কেৱল এখন চিনেমা নহয়,প্ৰতিজন অসমীয়াৰ জীৱন্ত ছবি।
    আজি এইখন ছবিয়ে ১২ বছৰ অতিক্ৰম কৰিলে অসমীয়া চিনেমা জগতত বহুত ছবি আহিব আৰু যাব কিন্তু এইখনৰ ঠাই কোনেও লৱ নোৱাৰিব।১২ বছৰীয়া যাত্ৰাত আকৌ চিনেমা খনৰ লগত জঢ়িত সকলো কলা কুশলীলৈ ধন্যবাদ জনালোঁ আমাক এনেকুৱা এখন ছবি উপহাৰ দিয়া বাবে য’ত প্ৰতিজন ডেকাই নিজক বিচাৰি পাই।
    Dk..

    • @rishirajborah1782
      @rishirajborah1782 2 ปีที่แล้ว

      right

    • @axomgamer9336
      @axomgamer9336 2 ปีที่แล้ว +3

      Really Mili asee jibon tr lgt mur 😭😭😭blor jibon ...bohut bar salu film khon sy soku tupiso prthm ai film khn sy..protito kothy hridy sui goise...only middil clss family r lora bure he Jane.
      .kimn ksto hy..😭😭😭

    • @Sarthak_0680
      @Sarthak_0680 ปีที่แล้ว +2

      14বছৰ 🥹

    • @pankajburagohain8048
      @pankajburagohain8048 ปีที่แล้ว +1

      Hosakoiye ohh ayaii amr nisina dukhiyar jibon 😭😭😭

  • @assamese_facts
    @assamese_facts 3 ปีที่แล้ว +107

    ২ নম্বৰী টকাৰে যে কেতিয়াও সুখত থাকিব নোৱাৰি ,তাৰ প্ৰমান এই বোলছবি খনে সুন্দৰ ভাৱে ডাঙি ধৰিছে । আমাৰ অসম খন যেন কেতিয়া দুৰ্নীতি কমে!!!! দুখীয়াবোৰ লাহে লাহে দুখীয়া হৈ গৈ থাকে,ধনী বোৰ ধনী। Sl আহিব,APSC আহিব ,চাল্লা কুকুৰৰ পোৱালী হতেঁ ঘূচ দিয়া-লোৱা কৰি দুখীয়া সকলৰ পৰা চাকৰি কাঢ়ি লৈ যায়।ফলত, অধিক শিক্ষীত হৈও যুৱকসকল নিবনুৱা হৈ পৰে।মনৰ কথা মনতে থাকি যায়। অভাৱৰ ফলত কিছু কিছু ৱে স্বভাৱ হেৰুৱায়।

  • @bidyutbordoloi2000
    @bidyutbordoloi2000 4 ปีที่แล้ว +413

    ৪০০ বাৰতকৈ অধিক চালো এইখন চিনেমা। যদি মোৰ হাতত right থাকিলহয় পৃথিবীৰ সকলো awrds মই 'মন যায়'ক দিলোহয়।

    • @jagapboruah4197
      @jagapboruah4197 4 ปีที่แล้ว +3

      Right nhoi rite

    • @bidyutbordoloi2000
      @bidyutbordoloi2000 4 ปีที่แล้ว +4

      @@natureover7360 Tor kia ga jolil harami. Aru moi 800 likha nai 400 likhisu. Tor ki aru kam nai mor comment sai aso je.

    • @natureover7360
      @natureover7360 4 ปีที่แล้ว +2

      @@bidyutbordoloi2000 love you bro 🥰😘😘😘 ....

    • @anujpriyambaruah5975
      @anujpriyambaruah5975 3 ปีที่แล้ว +8

      400 baar olo besikoi kowa hol nki. Cinema khn 3 hours r so 3×400=1200 hours.

    • @madhavbarman4822
      @madhavbarman4822 3 ปีที่แล้ว +2

      Tur right tu rite nai karone awrds dibo nora

  • @nabajyotiZG
    @nabajyotiZG 4 ปีที่แล้ว +494

    জীৱনটোত কিবা কৰি দেখুৱাবলৈ সংঘৰ্ষ কৰি থকা প্ৰতিজন যুৱকে "মন যায়"ৰ মানব আৰু "কাঞ্চনজংঘা"ৰ অনিৰ্বাণৰ মাজত নিজকে বিচাৰি পায়। প্ৰিয়তম চলচ্চিত্ৰ মোৰ❤️

    • @raselanam5622
      @raselanam5622 2 ปีที่แล้ว +4

      please give Kanchanjangha full movie link I'm from Bangladesh 🇧🇩

    • @kaderkhan972
      @kaderkhan972 ปีที่แล้ว +1

      @@raselanam5622 do u understand Assamese language

    • @raselanam5622
      @raselanam5622 ปีที่แล้ว +6

      No but Zubeen Garg my favourite 💚

    • @kaderkhan972
      @kaderkhan972 ปีที่แล้ว +1

      @@raselanam5622 ooo

    • @kaderkhan972
      @kaderkhan972 ปีที่แล้ว +1

      Watch the copy movie, there is no original link

  • @lakhya_x2
    @lakhya_x2 2 ปีที่แล้ว +42

    26:00
    মন যায় মোৰো মন যায়
    মন যায় মোৰো মন যায়
    চকুত চকু থৈ চাবলে
    লাহে লাহে ওচৰ পাবলে
    কাষে কাষে খোজ দিবলে
    মন যায় মোৰো মন যায়
    চকুত চকু থ’ব মন যায়
    তোমাক দেখা পালে সপোন জাগি উঠে
    বুকুখনি হয় তাজমহল
    মন নদি হৈ মৰম সুতি বয়
    ধৌ বোৰ তাত হয় সাথৰ
    সন্মুখত যেতিয়া তোমাক দেখো
    যাযাবৰ অভিমান মুঠিতে ৰাখো
    মন যায় মন যায় মন যায়
    টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা
    মন তোক কিদৰে যোৰা দিও
    খেলি মেলি বোৰে ধুই শেতা কৰা
    বুকুৰ কিহৰে নো ৰং সানো
    বেদনা বেদনা মোৰ ভাল পোৱা
    তোমাক হেৰুৱাই পাথৰ হিয়া
    মন যায় মন যাই মন যাই.....
    জুবিন দা হৃদয় চুই গল😌❤️
    ভগৱানে আপোনাৰক হাজাৰ বছৰ জীয়াই ৰাখক😌❤️

  • @asikurali1982
    @asikurali1982 6 หลายเดือนก่อน +18

    আজিকালিৰ তথাকথিত আধুনিক চিনেমাবোৰতকৈ বহুত উন্নত মানৰ চিনেমা এইখন।

  • @pabangogoi6846
    @pabangogoi6846 4 ปีที่แล้ว +157

    নিজকেই বিচাৰি পোৱা যায় এই চিনেমা খন চাই থাকিলে.... All time favourite... Mu babe motivate

    • @lohitzgdas
      @lohitzgdas 4 ปีที่แล้ว

      Hosakoi

    • @manashkonwar938
      @manashkonwar938 6 หลายเดือนก่อน

      Hoxa muru Akai hoi asa life tu ki korim upai pua nai🫡

  • @ritubikashborah91
    @ritubikashborah91 ปีที่แล้ว +40

    Great movie❤️ Unexpected acting skills of Zubeen Daa🙏❤️

  • @bhaunasankshkriti4125
    @bhaunasankshkriti4125 4 ปีที่แล้ว +153

    Lock down timot kune kune sabo ahisa😍

  • @Mélo_Rix
    @Mélo_Rix ปีที่แล้ว +8

    চাৰিআলিত আড্ডা মাৰি থকা লৰা কেইটা
    - জুবিন গাৰ্গ
    আপুনি ভাৱে নেকি....!
    সিহঁত সকলো
    বদমাচ,অভদ্ৰ অথবা নিচাত মাতাল
    আৰে....
    বুকুখন এবাৰ চাই যাব
    সিহঁতৰ সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত...!
    আচলতে...
    আপুনি ভবাৰ দৰে নহবও পাৰে
    কথাবোৰ
    চিগাৰেট খোৱা ওঁঠবোৰ ক'লা যদিও
    আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী...
    যিয়ে শুৱনি কৰি ৰাখিছে উইয়ে ধৰা বাকচ ।
    ৰঙা হৈ থকা
    চকুবোৰ দেখি নাভাবিব এইয়া কোনো
    OC,IB,AC,RS ৰ কামাল...
    ওচৰৰ পৰা চাব সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল...
    ঘোচ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন..
    সময় পালে আহিব এবাৰ আপুনিও
    যত ৰৈ থাকে হাজাৰটা সপোন
    আপুনিও আহিব এদিন
    উটি ভাঁহি যাব নিৰ্বোধ ভৰা
    ধেমালিত
    এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব
    হৃদয়ৰ ক্ষোভ
    আহিব আপুনিও এদিন
    চাৰিআলিত আড্ডা মাৰিব.....😊

  • @gunjankumardas570
    @gunjankumardas570 3 ปีที่แล้ว +266

    This is not a movie ,it's a masterpiece of Assamese cinema.

    • @sumitdas909
      @sumitdas909 7 หลายเดือนก่อน

      My favourite movie mon jai Zubeen Da

  • @dhiraj319
    @dhiraj319 11 หลายเดือนก่อน +13

    আমাৰ Assam Engineering College ত এতিয়াও "মন যায় " bus stop তো আছে। তাত বহি ভাল লাগে।।

  • @bhagyashreebhagyalaxmi442
    @bhagyashreebhagyalaxmi442 3 ปีที่แล้ว +52

    1:25:53 যেতিয়া মেঘালীয়ে ঘূৰি চায়, তেতিয়া মানৱে মূখখন ঘূৰাই দিয়ে 😍😍😍...

    • @anandarnab7825
      @anandarnab7825 2 ปีที่แล้ว +1

      আজি কিবা এটা বুজিলো দেই 😂

    • @sourabhray1989
      @sourabhray1989 2 ปีที่แล้ว +1

      Moro logot anekuwa hoi 😂

  • @manaspratimbodo6455
    @manaspratimbodo6455 11 หลายเดือนก่อน +5

    😢😢moral: ji ase taate khukhe thakok

  • @Sk________entertainment321
    @Sk________entertainment321 4 ปีที่แล้ว +49

    মন বেয়া লাগিলে এইখন চিনেমা চাওঁ কৰবাত নিজক বিচাৰি পোৱা যেন লাগে।।😍😘

  • @culturalassam5650
    @culturalassam5650 3 ปีที่แล้ว +45

    06-06-2021 আজি প্ৰথম চালো। মনত থাকি যাব যে যি কাম কৰি পিছত অনুসোচনা কৰা যায় যে কামতো বেয়া তেনে কাম কৰিব নালাগে। আত্মসন্মান প্ৰধান বস্তু

    • @Abcassamese
      @Abcassamese 3 หลายเดือนก่อน

      06/06/2024 aji moi saisu prothom

  • @dhrubasaikia6725
    @dhrubasaikia6725 4 ปีที่แล้ว +50

    মন যায়
    বহুত ধুনিয়া এখন চিনেমা আজি তাৰিখত বাস্তৱ ছৱি

  • @localyoutuber6304
    @localyoutuber6304 2 ปีที่แล้ว +28

    জীৱনৰ জীয়া কাহিনী👍
    চকুপানী ৰখাবো নোৱাৰিলোঁ 😭

  • @azzuu786
    @azzuu786 3 ปีที่แล้ว +16

    Jubeenn daa enekua lagil jen mor jibon2 moi upovug kori aso...Ajiloike enekuwa movie Bollywood,Hollywood eo uliabo pora ny ru nowareo...
    Tnk u Jubeenn Daa

  • @sancitygaming9226
    @sancitygaming9226 3 ปีที่แล้ว +164

    Every students can relate this, specially graduated candidate, Real life realise when you are jobless.

    • @krish5445
      @krish5445 2 ปีที่แล้ว +9

      Aji kali tu poristhiti olp bhal e heii din t koi, heii din t j eman taan asil sola tu gaon r faale. Khali bomb blast aru mara mari asil sob fale, ki j din asil.

    • @prehistoricprophet5295
      @prehistoricprophet5295 2 ปีที่แล้ว

      Aajikoli to,, kam se kam kiba uparjan koribo pari diyok ,tetiar dinot eku nasile .

    • @aftabahmed5681
      @aftabahmed5681 2 ปีที่แล้ว

      Haha 😂😂😂

    • @fatherofcovidxijingping516
      @fatherofcovidxijingping516 2 ปีที่แล้ว

      @@aftabahmed5681 Goya

    • @manakhdeka7693
      @manakhdeka7693 ปีที่แล้ว

      Xosa kotha eikhn film mur lyf r lgt mile

  • @chinmoypratimborah9613
    @chinmoypratimborah9613 หลายเดือนก่อน +5

    Anyone in 2024🎉

  • @ParmeswarMukhiya-yc3jw
    @ParmeswarMukhiya-yc3jw 6 หลายเดือนก่อน +27

    2024 t aha xokole like kori jabo

  • @maturupaliassamesevlogs7493
    @maturupaliassamesevlogs7493 4 ปีที่แล้ว +44

    আজি আকৌ চলো 4 বাৰ হল আজিৰ সৈতে বহুত ভাল লাগিল😍😍😍😍😍

  • @saratsingha328
    @saratsingha328 4 ปีที่แล้ว +44

    Natural acting kela, bolyud solyud patta napai zubin daar agot, e.... Mozzzzzaaaaaaa

  • @apuzdeka
    @apuzdeka 2 ปีที่แล้ว +9

    আজি নিবনুৱা হৈ চিনেমা খন চাই আছো।comedy scenes বোৰত বহুত হাঁহিলো।অথচ গোটেই বোৰ মোৰ লগতেই মিল😥😥

  • @lachittalukdar2854
    @lachittalukdar2854 2 ปีที่แล้ว +121

    Every eldest son of a middle class family can understand the pain of Manab , the real meaning of Mon Jai !

  • @birinchiswargiari1122
    @birinchiswargiari1122 3 ปีที่แล้ว +35

    এখন বাস্তৱ চিনেমা ছালো । সকলোৰ অভিনয় খুব ভাল লাগি গল ।

  • @zghimangshu9064
    @zghimangshu9064 5 หลายเดือนก่อน +6

    আজিও চাই আছোঁ।।। যিমান চালেও হেঁপাহ নপলাই।। মন যায় ❤

  • @nibirsaikiya4990
    @nibirsaikiya4990 3 ปีที่แล้ว +21

    এখন ভাল অসমীয়া চিনেমা,যিখন চিনেমাই মন প্ৰাণ কাঢ়ি লৈ গ'ল আৰু শেষত কন্দুৱাই দিলে।

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 3 ปีที่แล้ว +27

    ২০২১ চনত সকলোৱে আৰু এবাৰ জুবিন দা ৰ চিনেমা খন চাই লোৱা
    জয় জুবিন দা
    জয় জুবিন দা

  • @domirtayeng8910
    @domirtayeng8910 2 ปีที่แล้ว +17

    ' মন যায় ' ....
    সঁচাকৈ জুবিন দা, আপোনি কোৱা দৰে মোৰো বহুত কিবা কিবি কৰিব মন যায় , গান শুনিলে আপোনাৰ নিচিনাকৈ Music জগত খনৰ বাপ হবলৈ, কেতিয়াবা আকৌ NSG Commando বা Indian Army ত যোগ দিবলৈ, ক্ৰিকেট চালে MS Dhoni হবলৈ , ফিল্ম চালে Akshay Kumar, Ajay, Hrithik হবলৈ, Flight দেখিলে Pilot হবলৈ Invention বা Galaxy ৰ কথা শুনিলে Scientist বা Astronout হবলৈ , Kungfu চালে Marshal arts হবলৈ ....আৰু জাননে দাদা ? ফিল্ম ত মেঘালী বা ক চাই আপুনি যেনেকৈ প্ৰেমত .....তেনেকৈয়ে ময়ো কোনোবা প্ৰিয়তমা ক দেখিলে পাগল হৈ যাওঁ দাদা , কিন্তু মোৰ দুৰ্ভাগ্য কপাল মোৰ আশা আৰু হেঁপাহ বোৰ মাথোঁ.....😭😭😭😭😭😭

  • @RatanHaloi-r6h
    @RatanHaloi-r6h 4 หลายเดือนก่อน +3

    জুবিন দাৰ ইমান দুৰ্দান্ত অভিনয় বুলি ভবাই নাছিলোঁ,,,
    a টো z আমনি নলগা এখন মধ্য বৃত্তৰ জীয়া ছবি।

  • @explortotraveling5949
    @explortotraveling5949 2 ปีที่แล้ว +20

    আমাৰ দৰে মধ্যবিত্ত ঘৰৰ ল'ৰাবোৰৰ বাবে প্ৰেৰণাদায়ক চিনেমা 🙏"মন যায়" জয় জুবিন দা

  • @banashreekataky9168
    @banashreekataky9168 4 ปีที่แล้ว +19

    24/8/2020 আজিহে চালোঁ😍,, বৰ ধুনীয়া চিনেমা এখন চোৱা নাছিলোঁ দেই😶

  • @mukundasaikia8107
    @mukundasaikia8107 4 ปีที่แล้ว +15

    এটা কথা শিকিলোঁ ,,,,,,,, মন যাই 😐😐😑 love you জুবিন দা 🥰🥰 পইছাই সকলো নহই অনুভূতি টো হে আচল বস্তু 😍😍🥰

  • @yesitsmeanonymous1775
    @yesitsmeanonymous1775 4 ปีที่แล้ว +22

    I just realized that nishita goswami didn't speak a single word in the entire movie

    • @momiboruah355
      @momiboruah355 2 ปีที่แล้ว

      এটা শবদ নকলেও যেন বহুত কথাই কৈ গল

  • @rohan34
    @rohan34 3 ปีที่แล้ว +9

    হাই ক্ৱালীতিত চাই ভাল লাগিছে। আপলোড কৰাৰ বাবে ধন্য়বাদ। ছবি খনে চকু তিয়াই দিয়ে।

  • @asikurali2006
    @asikurali2006 3 ปีที่แล้ว +8

    আমাৰ ৰূপাই ডুমডুমাত অধিকাংশ scene চুটিং কৰা এই চিনেমাখন সদায়ে মোৰ প্ৰিয়। ভাল পাওঁ‌ বহুত।।
    সদায়ে নিজকে বিচাৰি পাওঁ‌। মন যায়। বহুত মন যায়।

  • @prachuryyabaruah7
    @prachuryyabaruah7 4 ปีที่แล้ว +57

    This film shows the reality of Assam ❤️

  • @mrigankaborah7985
    @mrigankaborah7985 3 ปีที่แล้ว +15

    হিচাপ নাই কিমান বাৰ চলো, সদায় প্ৰীয়।❤️

  • @jyotishman6083
    @jyotishman6083 4 ปีที่แล้ว +10

    Best movie from which we can learn a lot ....❤

  • @rekiahmed7381
    @rekiahmed7381 ปีที่แล้ว +14

    This is not a movie this is reality.... Zubeen da is great 👍👍👍👍👍👍👍

  • @shikhamonihaloi-3516
    @shikhamonihaloi-3516 4 ปีที่แล้ว +12

    Xasake anekua cinemai a Amer Assamese film industry Gaurav....aji ako abr bht dinor murot cinema khn salu.. and this film is really sooo beautiful.... love you Zubeen da ❤️❤️

  • @RakeshRava-ku7fp
    @RakeshRava-ku7fp 11 หลายเดือนก่อน +4

    Zubeen Garg da chenma to val Lagise

  • @tapandeka1466
    @tapandeka1466 3 ปีที่แล้ว +12

    এতিয়াও তোমাক দেখিলে বুকুখন তাজমহল হয়🥀🙂

  • @marleybaba6161
    @marleybaba6161 4 ปีที่แล้ว +16

    বহুত বহুত মিলিছে মোৰ আৰু লগৰবোৰ লগত।

  • @Lofimusicworld889
    @Lofimusicworld889 7 หลายเดือนก่อน +8

    ২০২৪ ত চোৱা সকলে এটা like কৰি থৈ যাব।
    Joi zubeen Da ❤
    তোমাক দেখা পালে
    সপোন জাগি উঠে,
    বুকুখনি হয় তাজমহল।।
    মন যায় 💙
    _________________

  • @bhupalibarman116
    @bhupalibarman116 4 ปีที่แล้ว +6

    Mon jai❤️.. joi zubeen Da😍

  • @simantachangmai9625
    @simantachangmai9625 4 ปีที่แล้ว +16

    Eman hundor acting . Hokolu re acting eman hundor..all time fv movie

  • @pallbarman9979
    @pallbarman9979 ปีที่แล้ว +6

    মন জাই জুবিন দা আপোনাক এবাৰ কাষৰ পৰা চুবলৈ,,,,বহুত মন জাই ,,,আপোনাৰ লগত কথা পাতিবলৈ,,,মন জাই ........😢🙁😞

  • @fanclub7810
    @fanclub7810 3 ปีที่แล้ว +6

    Mission china , Kanchanjanga zubeen garg or best film nohoi Mon jai he best film.
    Best story , acting & best singing as usual.

  • @zid400great2
    @zid400great2 4 ปีที่แล้ว +9

    LOCKDOWN में कोण - कोण देख रहा है
    LIKE
    करे...

  • @utpalbarman1252
    @utpalbarman1252 ปีที่แล้ว +3

    Aikhon chinima khon mor ghotona

  • @gabindaroy641
    @gabindaroy641 3 หลายเดือนก่อน +2

    এইখন চিনেমা প্ৰতিজন ডেকা ল'ৰাৰ আবেগ

  • @sahjahanali712
    @sahjahanali712 3 ปีที่แล้ว +7

    মোৰ জীৱনৰ প্ৰথমখন চিনেমা বাস্তৱ জীৱনৰ লগত জড়িত।

  • @abinashhaloi6073
    @abinashhaloi6073 4 หลายเดือนก่อน +4

    সেই কাৰণে এই মানুহজন বিশেষ ❤❤

  • @jitumonisarmah3863
    @jitumonisarmah3863 3 ปีที่แล้ว +13

    মোৰো মন যায়,বহুত কিবা কিবি কৰিবলৈ,মোৰো মন যায় 'মা'ক সুখত ৰাখিবলৈ❤

  • @yesitsrajj
    @yesitsrajj ปีที่แล้ว +5

    সকলোৱে এই movie খন download কৰি ভালদৰে, আলফুলে, সযতনে ৰাখি থওক🥺 বেলেগ হেৰুৱালেও দাদাক আৰু দাদৰ সকলো বোৰ কেতিয়াও হেৰুৱাব নুখুজো আৰু এইখন চিনেমা ও 🌸

  • @sayebuddinahmed1251
    @sayebuddinahmed1251 4 ปีที่แล้ว +6

    এই চিনেমাখনত নিজকে বিচাৰি পালো

  • @sukanyarajkumari9348
    @sukanyarajkumari9348 3 ปีที่แล้ว +8

    Hajar ber saleu hepah nplai 😘best film best zubeen kokaideu❤

  • @ParthaGogoi403
    @ParthaGogoi403 3 ปีที่แล้ว +7

    কবলৈ ভাষা নাই ।। real Life story ❤️❤️... Zubeen daa ❤️

  • @GaurangaK123
    @GaurangaK123 4 ปีที่แล้ว +19

    মন যায়, সঁচাকৈয়ে মন যায় বহুত কিবা কিবি কৰিবলৈ মন যায়।

  • @parashcreation9492
    @parashcreation9492 2 ปีที่แล้ว +6

    বহুত দিন ৰ মুৰত চালো আকৌ ❤ভাল জ্ঞান পালো আকৌ

  • @bastovdas21
    @bastovdas21 ปีที่แล้ว +5

    বৰ্তমান _3.00 am বাজিছে.,
    সঁচাকৈয়ে এইখন অসমীয়া চিনেমা যিয়ে মোৰ হৃদয় চুই গল 🥺 🥺
    জয় জুবিন দা 🌼 ❣️

  • @rajashreamchi3437
    @rajashreamchi3437 9 หลายเดือนก่อน +5

    ২০২৩ চাইচো আকৌ এবাৰ ❤

  • @Sriram-dv8fy
    @Sriram-dv8fy 7 หลายเดือนก่อน +2

    আচলতে আমাৰ জীৱন বোৰ হৈছে মিছা সঁচা আৰু নিচা কিন্তু হেইহে মজা
    কৰ্ম হৈছে, মিছা
    নিচা হৈছে, ধৰ্ম
    মজা হৈছে, প্ৰেম
    আমাৰ জীৱনৰ ৰাস্তা হৈছে বৰ্তমান কৰ্ম+ছেকেণ্ড

  • @Itsme_12377
    @Itsme_12377 ปีที่แล้ว +12

    Real example of masterpiece ❤❤
    Love you forever Zubeen daa ❤❤

  • @ankursarma3746
    @ankursarma3746 ปีที่แล้ว +15

    1:55:00 best lines ever ❤️

  • @mr.k3631
    @mr.k3631 3 ปีที่แล้ว +33

    An Assamese masterpiece ❤️

  • @NiLUAXOM02
    @NiLUAXOM02 6 หลายเดือนก่อน +1

    Mon jai mur priyo!Aikhon picture Sai ajir generationye ki buji paise kiba xikha paise ne !

  • @PojitBasumatari-zz4oh
    @PojitBasumatari-zz4oh ปีที่แล้ว +3

    To days kid ki jane( 2000 series) 😢😢😢

  • @domirtayeng8910
    @domirtayeng8910 2 ปีที่แล้ว +2

    ***মন যায় নামৰ*** Movie খন কোনোবা এটা কাল্পনিক চিনেমা বা নাটক যেন নালাগে । লাগে যেন মোৰ জীৱন কাহিনী টোকেই কোনোবাই লুকাই record কৰি চল চিত্ৰ ৰূপে প্ৰকাশ কৰিছে !

    • @ruhulikbal5183
      @ruhulikbal5183 2 ปีที่แล้ว +1

      No bro this movie belongs to me💔

  • @hakimbasumatary8892
    @hakimbasumatary8892 ปีที่แล้ว +12

    All these years, I didn't knew this is a movie, Thank u TH-cam.
    Masterpiece !!! No words to express
    This is so far, the best movie I have ever seen
    Gratitude to Zubeen Da and entire artists and people behind in making this great movie

  • @sudiptachoudhury7454
    @sudiptachoudhury7454 2 ปีที่แล้ว +10

    সৰ্বশ্ৰেষ্ঠ অসমীয়া চিনেমা❤❤❤

  • @mintusaikia4482
    @mintusaikia4482 5 ปีที่แล้ว +12

    Anekwa cinema jdi atia bnale hoi tnhle bhut correr toka business krile hoi

  • @izunashorts174
    @izunashorts174 4 หลายเดือนก่อน +1

    Quality ❌ movie ✅ absolutely amazing movie unemployed hole ktha bur related hoi jai 🥲💯

  • @irongamers6331
    @irongamers6331 2 ปีที่แล้ว +3

    Re release in cinema theatre

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK ปีที่แล้ว +4

    Love you জুবিন দা !! আকৌ এবাৰ মন যায় ২ পাম বুলি আশা থাকিল !!

  • @AnnuPator
    @AnnuPator 2 ปีที่แล้ว +8

    মন যায় মন যায় বহুত কিবা কিবি কৰিব 😓❤

  • @asomiyaloradhruba1903
    @asomiyaloradhruba1903 6 หลายเดือนก่อน +1

    Sodai Rati alp time sabo napale toponi nahe .. Zubeen da 🙏🙏

  • @ratulali879
    @ratulali879 4 ปีที่แล้ว +14

    2020 kone kone sai asa ei chenema xon

  • @Das_Academy_
    @Das_Academy_ 11 หลายเดือนก่อน +4

    Val lagil sai

  • @bidyutbordoloi2000
    @bidyutbordoloi2000 5 ปีที่แล้ว +27

    Best assamese movie ever.

  • @bhaskarkakatiaxom
    @bhaskarkakatiaxom 3 ปีที่แล้ว +5

    Joi zubeen daa❤️❤️. Xosakoi a bohut kotha xikhibo plu

  • @ranjanboro8191
    @ranjanboro8191 4 ปีที่แล้ว +10

    Zubeen Garg shud make more movies like this, awesome movie.....
    What a film it is......

  • @sy1368
    @sy1368 5 ปีที่แล้ว +31

    Dhonyobaad please doya kori anekoi a hokolu axomiya cinema parile olp hd quality t upload kori thakibo ..okhekh dhonyobaad

  • @PurnkantaDas
    @PurnkantaDas 9 หลายเดือนก่อน +2

    2024 years t sai asu ... Feeling be like : Best movie ever I'd seen.... Love you zubeen ❤❤ ki movie bonaisil .... Really masterpiece ❤❤

  • @bhabanimoran8623
    @bhabanimoran8623 3 ปีที่แล้ว +6

    Bohut vll lage..movie khn.. Kin2 kolir ktha bur buji npw😂

    • @KangkanKumar-h3s
      @KangkanKumar-h3s 6 หลายเดือนก่อน

      Koli solito Bengali koi Dhubri বঙাইগাঁও বৰপেটা hojai শিলচৰ নগাওঁ ibilak t koi mane খিলঞ্জীয়া বেংগলী ভাষা aaito

  • @SDvlogs764
    @SDvlogs764 4 ปีที่แล้ว +7

    Mon jai

  • @07____Assam
    @07____Assam 3 ปีที่แล้ว +10

    Assamese no. 1 cinema 💓💕❤

  • @akashtalukdar7849
    @akashtalukdar7849 ปีที่แล้ว +2

    Eikhon cinema every middle class family lorar monor kotha hoi...🙂❤️Mon Jai bhut Mon jai ❤️nijoke sao thka jen pai asu.

  • @manojchroy2534
    @manojchroy2534 3 ปีที่แล้ว +4

    আজি হে ভাললৈ গম ----পালু অকল টকা সোব নহয়----মনৰ শান্তি অনুভূতি জিবনত আদৰ্শ এইবোৰেই আচল

  • @asvassam7350
    @asvassam7350 3 ปีที่แล้ว +4

    Love you zubeen garg

  • @Debasish.musical
    @Debasish.musical 5 ปีที่แล้ว +26

    মন যায়!💙

  • @tekintoke5895
    @tekintoke5895 ปีที่แล้ว +2

    এইখন চিনেমা চোৱাৰ পিছত মই নিজকে নিজে বিচাৰি পাইছোঁ, it's a not movie it's a reality 🥹😢😢 zubeen daa 😭😭

  • @cenaakashakash
    @cenaakashakash 3 ปีที่แล้ว +9

    Beautiful movie,I felt so sad and depressed after watching this, it's because this movie shows the reality,The bitter truth.