যি কেইজন পুলিচ এ হাত তুলিছে গোটেই কেইজনক কঠোৰ শাস্তি দিব লাগে কাৰণ public সিহঁতৰ হাতৰ মুঠিৰ পুতলা নহয়। চাকৰি পৰা নিলম্বন এ শেষ কথা নহয়। সিহঁত পুলিচ হে ভগবান নহয় টো। অভদ্ৰামি ৰ ও এটা সীমা থাকে সিহঁতে বহু সীমা পাৰ কৰি গৈছে। They should be punish strictly যেনেকৈ public জনক চৰ ঘোচা লাথ মাৰিছে এটা public place ত নিজৰ পত্নী আৰু সন্তান ৰ আগত।
আৰু পিতিব লাগিছিল । কাৰণ এইবোৰৰ নিচিনা কিছুমান বদমাছে সাধাৰণ জনটাক কথা কব নিদিয়ে পোছাক যোৰ পিন্ধিলে বুলি এই তেওঁ পিতিব যে কি আইন আছে। ভাল লাগিছে এনে কৈ এ দিব লাগে । সকলোৰে সন্মান আছে আৰু আইন কোনো সকলোৰে
মই অসম পুলিচক সন্মান কৰোঁ ।।কিন্তু কথা টো হল এনেকৈ পুলিচ হল বুলি এ যে মাৰিব নৰপিচাচৰ দৰে কোন দেশৰ কথা জনসাধাৰণ কত সুৰক্ষিত হল ??। আৰু নিজৰ আত্ম ৰক্ষাৰ বাবে যিখিনি কৰিছে মই ভাবো ভালে কৰিছে । আৰু কেইটা মান দিব লাগিছিল kela ।।on deuty হল বুলি একো একো নামানিব নেকি।।,
এগৰাকী পত্নী আৰু এটি কনমাণি সন্তানৰ আগত যেতিয়া কোনোবাই প্ৰহাৰ কৰে,,ইয়াৰ আঘাত কোনো কালতে শেষ নহ'ব,,,,বিৰাতে দূখজনক ঘটনা,,,,, আৰক্ষী লোকক বিদেশত সন্মান দিয়ে আৰু আমাৰ ইয়াত সাধাৰণ জনতাৰ মাজত কি ভাব প্ৰকাশ কৰে আমি সকলোৱে দেখিছোঁ,,,, so,cm sir,plz take quick action on this matter and we want to reduce like this police activity 🙏🙏
Dibrugarh traffic police are the best, two days back me and one of my colleagues were traveling through Thana Chariali, a few traffic police stoped us most of them were in drunken state and they check our breath for alcohol. It was quite disturbing to deal with them as they were not in a sound state of mind. This is how Assam police do their duties.
Mur জীৱনত tu enekowa hoise police howar কাৰণে moi aku koribo নোৱাৰিলোঁ jodi moi kiba koru tatya hole mukh beleg kiba inr pishot pelai dibo buli hunkar dise
Police are for your safety how beautiful they are doing their duties, he should be terminated from his duties, Govt has to organized meditation and yoga programs so that frustration get cleared
আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই। সাহসী মানুহজনলৈ ধন্যবাদ।
নিলম্বনই শেষ নহয় । শাস্তি পোৱা উচিত ।
সচাকৈয়ে বহুত দুখ লাগিছিল সন্তানৰ আগত পিতৃৰ গাত হাত তুলিছে।
Ear murt mal nai
Tak jobai dibo lage
ফকৰুদিন nhi ফকতিয়া manu
Really hoi ba
😭😭humm thik..
এই মাৰপিত ঘটনাত যিমানজন আৰক্ষী জৰিত সকলোকে অতি সোনকালে নিলম্বন কৰাটো উচিত
Right
নিলম্বনৰ খবৰটো শুনি বহুত বহুত সুখী হলো । তাকলো 1 ষ্টাৰ পুলিচ জনকো নিলম্বন কৰিব লাগে
Hoi thik koise apuni
Right kotha koise.
Gundagiri besi hoise
Right. Tokola. Police toku. Suspen son koribo lage.
#এক দম ঠিক কৈছে আপুনি
সাহসী মানুহজনৰলৈ ধন্যবাদ ।
DGP চাৰক ধন্যবাদ দিছোঁ লগত থকা পুলিচ জনকো একচন লব লাগে
দেখিছিলো টো আৰক্ষীৰ দম মিজোৰাম অসম সীমান্তত। দৌৰি পেলাইছিল নিজৰ জীৱন বচাবলৈ।
ইহঁত হৈছে সাধাৰণ নাগৰিকৰ ওপৰতে বীৰ। দাদা গিৰি ইহঁতৰ নহয় ইহঁতৰ পোচাক জোৰৰ। খাকী পোচাক জোৰ নাথাকিলে কুকুৰৰ নিচিনা নেজ পেলায় থাকে।
Ekdom hosa kotha
Absolutely right
Dress thakileo maal khai pori thake o khonman nai sala
কেৱল এজনক নিলম্বন কৰিলেই নহব তাত থকা আটাইকেইজন আৰক্ষীয়ে মাৰিছে । আটাইকেইজন ক নিলম্বন কৰক
Right
Hoi arsa bohut arna kuwa dom,
Yess
Soboge suspended korile kune duty koribo?
Yes
নিলম্বন প্ৰথম পদক্ষেপ আৰু ইয়াৰ পাছৰ FR-SR মতে বিভাগীয় ব্যৱস্থাৰে শাস্তি পোৱাৰ যোগ্য ৷
এজন নহৈ পাছত আৰু কেইজন মান আহিছে গোটেই কেইজনক নিলম্বন কৰিব লাগে ,
Mor moteo setua hoba lage
Ooo
দেশৰ ভিতৰতে অসমত পুলিচৰ বিৰুদ্ধে registered অভিযোগ সৰ্বাধিক। অসম পুলিচক আমি অভদ্ৰ বুলিয়ে জানো।
Right
Earlier they were "Obhodro". Now they are inhuman
Inhuman 👍
Ekdm right.. ovodro e sala
Dear DGP Sir, Every one should be punished those who attack the person.
Yh
Baki police belak j manu uporot prohar korise tar ki hobo
Good job... আটাইকেইজন ওপৰত ব্যবস্থা লোৱা উচিত
DGP Sir Apuni okol ফকৰুদ্দিন ok nilombon কৰিলেই nohobo jar তাত যি কেইটা ase hokolu bilalok koribo lagibo
Suspension is not a punishment, he should be dismissed
Exactly He should be terminated from service
Right
Sakarir r parai abasar diba lage.Teu samajdar babe aku bhal Kam Kariba nuare.
পালি মজা। ঈদৰ পুৰস্কাৰ আগতিয়াকৈ। Good
love you nd24..anekuwa news besi viral koribo. 👍👍👍👍
আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰা ঠাই সমূহত CCTV... সংযোগ স্থাপন কৰিলে যি কোনো বহুত অপৰাধি ন্যায় সন্মূখত আহিব,,,,
Right
নিলম্বনৰ কথা শুনি ভাল লাগিছে, গোটেই কেইজনক নিলম্বন কৰিলে ভাল আছিল
গোটেই কেইটা পুলিচ ক নিলম্বন কৰিব লগে 👍
গোটেই কেইজনক নিলম্বন কৰিব লাগে, মানুহে আৰক্ষীৰ পোছাক যোৰক সন্মান কৰে কিন্তু পোছাক যোৰ পৰিহিত ডকাইত, দালাল ৰূপী মানুহ কেইটাক কোনেও সন্মান নকৰে। বহুত ভাল আৰক্ষী আছে কিন্তু কিছুমানে আৰক্ষীৰ পোছাক যোৰ পিন্ধাৰ পিছত নিজকে পাহৰি যায়। এনেকুৱা অভদ্ৰ, গুণ্ডা ৰূপী আৰক্ষীৰ বাবে গোটেই আৰক্ষীৰ বদমান হয়। বিনা দুখত কোনেও ইমান অত্যাচাৰ সহ্য নকৰে, নিজৰ পত্নী আৰু সন্তানৰ আগত এনেকৈ মাৰ খাই কেনেকুৱা লাগে এদিন তেওঁলোকেও বুজিব। গোটেই কেইজন আৰক্ষীক নিলম্বন কৰিব লাগে।
পকৰুদিনৰ পকৰ ফাটিল হা হা হা হা হা হা হা হা হা হা হা হা হা হা হা
লগত থকা কেইটাৰ বিচাৰ লব লগে🙏🙏🙏🙏
যি কেইজন পুলিচ এ হাত তুলিছে গোটেই কেইজনক কঠোৰ শাস্তি দিব লাগে কাৰণ public সিহঁতৰ হাতৰ মুঠিৰ পুতলা নহয়। চাকৰি পৰা নিলম্বন এ শেষ কথা নহয়। সিহঁত পুলিচ হে ভগবান নহয় টো। অভদ্ৰামি ৰ ও এটা সীমা থাকে সিহঁতে বহু সীমা পাৰ কৰি গৈছে।
They should be punish strictly যেনেকৈ public জনক চৰ ঘোচা লাথ মাৰিছে এটা public place ত নিজৰ পত্নী আৰু সন্তান ৰ আগত।
বাকী আৰক্ষী কেইজনো সমানেই দায়ী।সেইকেইজনকো নিলম্বন কৰিব লাগে।
Action should be taken against all the police officer.
Thank to the person who has taken the video so that everyone get to know the reality
আৰু পিতিব লাগিছিল । কাৰণ এইবোৰৰ নিচিনা কিছুমান বদমাছে সাধাৰণ জনটাক কথা কব নিদিয়ে পোছাক যোৰ পিন্ধিলে বুলি এই তেওঁ পিতিব যে কি আইন আছে। ভাল লাগিছে এনে কৈ এ দিব লাগে । সকলোৰে সন্মান আছে আৰু আইন কোনো সকলোৰে
গো চপৰা দেখিলে ঘিন নালাগে কিন্ত পুলিচ দেখিলেই ঘিণ লাগে চি 🤮😡
Gunda polis kela
সকলোকে নিলম্বন কৰিব লাগে,,,,,
বহুত ভাল কৰিছে।বৰ্খাস্ত কৰিব লাগে
Right 💯 %. 👍.
I salute Bhaskarjyoti Sir. God bless you Sir.
পুলিচৰ ওচৰত গলে মই ভাল ব্যৱহাৰ পাম বুলি আশা কৰি নাযাওঁ এই।বহুত পুলিচে কাক তুমি বা আপুনি বুলি সম্বোধন কৰিব লাগে সেইটোকে নাজানে ।দাইৰেক তই বুলি কয় অলপ ব্যৱহাৰ তো ভাল কৰিব শিকক।
পুলিচ কেইটাৰ মগজুৰ বিকৃতি ঘটিছে...
dhuniya💟
মই অসম পুলিচক সন্মান কৰোঁ ।।কিন্তু কথা টো হল এনেকৈ পুলিচ হল বুলি এ যে মাৰিব নৰপিচাচৰ দৰে কোন দেশৰ কথা জনসাধাৰণ কত সুৰক্ষিত হল ??। আৰু নিজৰ আত্ম ৰক্ষাৰ বাবে যিখিনি কৰিছে মই ভাবো ভালে কৰিছে । আৰু কেইটা মান দিব লাগিছিল kela ।।on deuty হল বুলি একো একো নামানিব নেকি।।,
নিলম্বনৰ খবৰ টো পাই বহুত সুখী হলো
পুলিচ সকলে নিজকে dabang বুলি ভাবে ।
আৰু আমাৰ এজনে পুলিচ সকলক বেছি মূৰত উঠাই দিলে । আগতে এনেকুৱা নাছিল ।
এফালে পুলিচৰ দাদাগীৰি আৰু আনফালে ৰাজনীতিত নেতা ৰ দাদাগীৰি , হাই !! হাই !! কি জীৱন আমাৰ ?
good decision...Val korise aru baki keita police ok o hasti dibo lagisil
Nice info 👌 👍 😀
হাৰামী আৰক্ষী।লগৰ কেইটা কি গুনদা
এই ছয় জন পুলিচকে বহিষ্কাৰ কৰিব লাগে ,
well done DGP Sir
অ এইজন ওপৰৰ মাল হে আছিল অতিয়া হে ভাল লাগিছে তলৰ মাল হৈ জুৱাৰ পিছত ।
সুন্দৰ পদক্ষেপ।
To Indian government, an appeal to form a team of anti-police force to control the law and disorder of policeman.
বাকী কেইজনক মাৰধৰ কৰা স্পষ্ট কৈ দেখা গৈছে এতিয়া ?
Khub val lagil 👏👏👏👍👍👍
এই সকলো পুলিচ মামা ছাৰৰ কুকুৰ কাৰণ কুকুৰ ধৰ বুলি নকলেও যদে মদে কামুৰি যায় পুলিচ বিষয়া বুলিই কোনোবাই দুখ কৰিলে মাৰি পেলোৱাতো উচিত জানো তেখেতৰ এটাই গৌৰৱ এই কাখি পোছাক যোৰ কিন্তু ইহঁত এই কাখি পোছাক যোৰৰ মুল্য বা সম্মান কিমান নিজেও নাজানে মোটৰ ওপৰত পোছাক যোৰ পিন্ধিলেই তেখেতক কোনে পাই অৱশ্যে সকলো পুলিচ প্ৰশাসন একে নহয় কিছুমান সিমান ভাল জনসাধাৰণৰ বাবে নিজৰ জীৱনটো দান দিয়ে ।
Nice to hear that. Thankyou sir
DGP sir, good action
এগৰাকী পত্নী আৰু এটি কনমাণি সন্তানৰ আগত যেতিয়া কোনোবাই প্ৰহাৰ কৰে,,ইয়াৰ আঘাত কোনো কালতে শেষ নহ'ব,,,,বিৰাতে দূখজনক ঘটনা,,,,, আৰক্ষী লোকক বিদেশত সন্মান দিয়ে আৰু আমাৰ ইয়াত সাধাৰণ জনতাৰ মাজত কি ভাব প্ৰকাশ কৰে আমি সকলোৱে দেখিছোঁ,,,, so,cm sir,plz take quick action on this matter and we want to reduce like this police activity 🙏🙏
অসম চৰকাৰে অসম আৰক্ষীক এইবোৰ কৰিবলৈ সম্পূৰ্ণ হাত এৰি দিছে।
আৰক্ষীৰে সমাধান কৰিব লাগে। হাত উঠাব নালাগে।
These situations let us think against the police and government. But it is government's responsible to give the public satisfaction.
এনেকুৱা আৰক্ষীক কেনেকুৱা কৈ punishment দিব লাগে মই ভাষাৰে বুজাব নোৱাৰি just punishment দিব লাগে
ৰাস্তাত পুলিচক কুকুৰৰ দৰে মাৰিবলৈ লাগে । যাতেই পুলিছ দেখা পাই তাতেই মাৰিব লাগে । সকলোৱে সন্মান আছে ।।
🤣🤣🤣 aji e try kor nije 🤣🤣🤣
All of them should be suspended. বিশেষকৈ অকণমানি সন্তান টোৰ সন্মুখত এয়া ঘটিছে। তাৰ মানসিক স্থিতিটো কি হৈছে চাগে সেই সময়ত!
গোটেই কেইজনক নিলম্বিত কৰক
Moja lagil News to pai
সেইবাবেই চাগে আগৰ দিনত মানুহে পুলিচৰ লগত ছোৱালী বিয়া দিব টান পাইছিল । কেইজনমানৰ কাৰণে গোটেই জাতিটোৱেই গৰিহণা খাই ।
Hunisu kotha tu
Good news thanks
এই পুলিচ। বিলাকৰ। এনাও দাদাগীৰি বেছি 😫😫😫😫😫😫😫😫😔
ভাল লাগিল নিলম্বিত কৰা বাবে
আৰক্ষী মানে এতিয়া দেখিছোঁ অতংক ।
এইকেইটা পুলিচ পুলিচ জাতিটোৰ বাবেই কলংক ।
গাহৰি, ব্ৰইলাৰৰ মাংস মদৰ লগত সেৱন কৰিলে মানুহ ৰাহুগ্ৰাসিত হৈ অহংকাৰী হয়...প্ৰতিকাৰ নিৰামিষ ভোজন অভাবে ১১ৰতি গোমেদ ধাৰণ...
Thank you DGP sir
বাকী কেইজনকও কৰিব লাগিছিল।
Very good Reporter sir
Dibrugarh traffic police are the best, two days back me and one of my colleagues were traveling through Thana Chariali, a few traffic police stoped us most of them were in drunken state and they check our breath for alcohol. It was quite disturbing to deal with them as they were not in a sound state of mind. This is how Assam police do their duties.
Brother u r 100 person right
Borhiyaa well done DGP Sir
খাকী পোচাক যোৰ পিন্ধিলে কিছুমান আৰক্ষীৰ লগতে কিছুমান গৃহেৰক্ষী জোৱানে নিজকে সকলোৰে ওপৰত বুলিয়ে ভাবি লয়। মানুহক ইমান হেয় জ্ঞান কৰে অৱ্যাষ্য গালি গালাজ কৰে ভুক্তভোগীৰ নিজকে বৰ ডাঙৰ অপৰাধী আৰু পাকিস্তানী বিদেশী যেন ভাব মনলৈ আহে। আচলতে খাকি পোচাকযোৰ পিন্ধিলে নিজকে কৱচ পিন্ধা সৈনিক বুলি ভাবে।
বাকী কেইজনকো শাস্তি দিব লাগে।।। দামী গাড়ীত কলা গ্লাছ লগাই অহা কেইজনক দূৰৰ পৰাই salute দিয়ে ।।।।
Plz, suspension those who come fore taken action on civil.
DGP Sire bhal kam korile 🙏🙏🙏
Mojja mojja mojja
🙏🙏 thank you nd 24 news.amar ai bor traffic police ok dakhi laaz lagi jai.ghina lagi jai.se se assam traffic police.hope less traffic police.👎👎👎
Byke ot baby aase ladies aase... DGP sir please please take strict action against those policeman 🙏🙏🙏🙏🙏
Good news
good vl hoysay,🙏manohk anykoy mara karo adhikar nay,
দুজন পুলিচ আছিল আৰু এজন কি হল?
Really,,, bohut beya hoi goise.
Finnally kiba eta val hol...
Very good ☺️
Mur জীৱনত tu enekowa hoise police howar কাৰণে moi aku koribo নোৱাৰিলোঁ jodi moi kiba koru tatya hole mukh beleg kiba inr pishot pelai dibo buli hunkar dise
Character only brings respect ,..so True.Where are we
Good ,dadagiri bahut hoixe Assam police aar . Police aai kot adhikar pale tenekoi marpit karibaloi .
Well done.....👍
Everyone should be dismissed who were involved in this incident. At 3:50 you can see that the S.I was kicking at the groin of the person.
News to val lagil
আমাৰো টো আত্ম সন্মান বোলা বস্তু আছে। হয় আৰক্ষীৰ গাত হাত তুলিব নালাগিছিল কিন্তু ধৈৰ্য্যৰ সীমা থাকে।
আগতে পুলিচজনে হাত তুলিছে।
A mozaaaa
এনে আৰক্ষীক কোনো কাৰণত এৰি দিব নালাগে ।
Good job DGP sir
Police are for your safety how beautiful they are doing their duties, he should be terminated from his duties, Govt has to organized meditation and yoga programs so that frustration get cleared
Mjja lagose atiwa.