নতুনকৈ জিলিকি উঠা ||বটদ্ৰৱা থান || বৰদোৱা থান ||Bardua than ||Batadraba than||Assamese vlogs

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 เม.ย. 2024
  • নতুনকৈ জিলিকি উঠা ||বটদ্ৰৱা থান || বৰদোৱা থান ||Bardua than ||Batadraba than||Assamese vlogs ||ad vlogs
    বটদ্ৰৱা থান বা বৰদোৱা থান অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্য্যদা আছে। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে।
    Hello Friends
    ADVlogs Channel to আপোনালোকৰ মৰম ,চেনেহ ,আৰ্শীবাদ বিচাৰি নতুন ভিডঅ এটা দিবলৈ ওলাইছো |আশা কৰো আদৰি লব |
    ADVlogs Channel to like, share&subscribe কৰিবলৈ নাপাহৰিব |
    #advlogs
    #bardua
    #barduathan
    #barduanamghor
    #bardowatan
    #assaesevlogs
    #viralvideo

ความคิดเห็น • 1