গায়ন-বায়ন || বৰদোৱা শৈলী || সব্যসাচী কলাকেন্দ্ৰৰ ছাত্ৰসকলৰ দ্বাৰা পৰিৱেশিত@অঙ্কীয়া ভাওনা কৰ্মশালা

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2023
  • ২০২৩ চনৰ জুলাই মাহৰ ৯-২৩ তাৰিখলৈ শিৱসাগৰ নগৰত সব্যসাচী কলাকেন্দ্ৰৰ উদ্যোগত আয়োজিত "অঙ্কীয়া ভাওনা কৰ্মশালা" ৰ সামৰণি অনুষ্ঠানত কলাকেন্দ্ৰৰ ছাত্ৰসকলৰ দ্বাৰা পৰিৱেশিত বৰদোৱা শৈলীৰ "গায়ন-বায়নৰ" কিছু অংশ ইয়াত দেখুওৱা হৈছে ।
    মাত্ৰ দহদিনতে গায়ন-বায়নৰ প্ৰশিক্ষণত ছাত্ৰসকলৰ ভুল-ক্ৰুটি ৰৈ যোৱা স্বাভাৱিক । মাৰ্জনা কৰে যেন ।
    প্ৰশিক্ষক: জ্যোতিষ্মান মহন্ত

ความคิดเห็น • 8

  • @lavitadutta7344
    @lavitadutta7344 9 หลายเดือนก่อน

    সুন্দৰ পৰিবেশন

  • @hrishikeshneog
    @hrishikeshneog 9 หลายเดือนก่อน

    অভ্যাসে কৃতবিদ্যা, অনভ্যাসে হতবিদ্যা। উজ্জল ভৱিষ্যত কামনা কৰিলো।

  • @ALEXGAMER-io1ws
    @ALEXGAMER-io1ws 7 หลายเดือนก่อน

    Hundor...😊

  • @KuinBhuyan-pf1tw
    @KuinBhuyan-pf1tw 9 หลายเดือนก่อน

    একতাল খন শিকাই দিবচোন । কৃষ্ণ ।🙏🙏🙏

  • @bhupenhazarika5077
    @bhupenhazarika5077 9 หลายเดือนก่อน +1

    ভাল লাগিল। বৰচাহিনীৰ পিছত এখন ঠিয়চাহিনীৰ বাজনা বজাই তাৰ পাছত বজোৱা অংশটো ন-ধেমালিৰ চোক নেকি? মানে বৰধেমালীৰ ঠিক আগৰ অংশটো? অলপ সবিস্তাৰে লিখিবচোন।

    • @jyotishmanmahantaofficial4797
      @jyotishmanmahantaofficial4797  9 หลายเดือนก่อน

      উঠা চাহিনীৰ পাছৰখিনি ধুমুহীৰ বাজনা । ধন্যবাদ থাকিল আপোনালৈ ।

  • @Vaunasanskriti7889
    @Vaunasanskriti7889 9 หลายเดือนก่อน

    Sir apuni nai naki

  • @himangsubaruah123
    @himangsubaruah123 2 หลายเดือนก่อน

    সম্পূৰ্ণ বৰদোৱা শৈলী হোৱা নাই