জনপ্ৰিয় নাৰদ নৱজ্যোতি কলিতাৰ সৈতে চিনাকী | Nabajyoti Kalita Narod | Sinaki #17
ฝัง
- เผยแพร่เมื่อ 8 ธ.ค. 2023
- জনপ্ৰিয় নাৰদ নৱজ্যোতি কলিতাৰ সৈতে চিনাকী | Nabajyoti Kalita Narod | Sinaki #17
আজিৰ চিনাকী অনুষ্ঠানৰ অতিথি বৰ্তমান সময়ৰ এজন অন্যতম শ্ৰেষ্ঠ নাৰদ, ৰাইজৰ মাজত বিপুল জনপ্ৰিয় নৱজ্যোতি কলিতা দা।
আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
Cover Topic:
Sinaki
Pmb mix
nabajyoti kalita
Nabajyoti kalita narod
Narod
narod nabajyoti kalita
Narodor geet
Vauna narod
assamese vaona
Assamese interview
Assamese podcast
Assamese vauna
Vauna
Bhauna
Vaona
Vauna actor
Assamese actor
Vawna
Bhaona
Interview video
Assamese vauna
#pmbmix
#sinaki
#nabajyotikalita - บันเทิง
বহুত ভাল লাগিল চাই
ভাল লাগে মানুহ জনক
Hdai priyo ❤
Jai nobo da
BEST NABO DA💘🥳💥🥰🥰🥰🥰🥰👑🙏🏻
Great bro
প্রিয় নাৰদজন,
বহুত dhuniya❤❤❤
সুন্দৰ অনুস্থান, দুয়ো গৰাকীলৈ ধন্যবাদ থাকিল
Hundor,monai dak lage
❤️❤️ সুন্দৰ
Good bhaiti.
Jui jui
Borhiya naba val lagil.
Big fan nobo da...priyoo mnuh jon❤
Mur prio narod jon❤❤❤
বিশিষ্ট গায়ন মনাই দা ৰ সাক্ষাত কাৰ লাগে ❤️❤️❤️❤️😍😍😍🔥
বৰ সুন্দৰ অভিনয় নাৰদ জনৰ আশীৰ্বাদ সদায় থাকিব ভালে কুশলে থাকক
Fav dada jon🌈 sinaki episode dea prai moi nobo dar babe roi aselo ❤
মইনা দা❤
সুন্দৰ অনুষ্ঠান ভাল লাগিল।তেখেতৰ কণ্ঠ বৰ সুন্দৰ।। বিশিষ্ট গায়ন অভিজিৎ শইকীয়া(মনাই) আৰু বিজয় বৰাক সাক্ষাৎতকাৰত আনিবচোন।
❤
চিনাকিৰ অনুষ্ঠানত অসমৰ অন্যতম এজন শ্ৰেষ্ঠ নাৰদ উজ্বল দাক বিছাৰিছো......বৰ আশাৰে ৰৈ আছো তেওঁৰ সাক্ষাৎকাৰলৈ 🙏
নিশ্চয় চেষ্টা কৰিম... তেওঁ মোৰো বৰ প্ৰিয়
@@PMBMix ধন্যবাদ 🥰
অংকুৰ শইকীয়া দাদাক আনিব
Dada parila Nitu Goswami Ata interview laba sun.
চেষ্টা কৰিম দেই
Nice
নৱ দা সদায় প্রিয়❤
Bohut vll lge nabo daa acting ❤
Dipankor godo da interview lobo❤
Xundor
Val lage Dey nobo da aapunar vawo sai thaku aapuni geet gale gaar num heori uthe
🔥🔥🔥
নাৰদৰ সংলাপ শুনি বৰ ভাল লাগিছে সুৱদি কণ্ঠশিল্পী।খনামুখ চাৰিঙীয়াৰ কাষতে দুয়োপাৰে ডাঙৰ দীঘল বিলৰ মাজত মহচৰায় থাকোতেই ৰিহাচল কৰিছিল চাগে? বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।❤❤
অতি প্ৰিয় ব্যক্তি নৱজ্যোতি কলিতাদেৱক দেখি ভাল লাগিল। কি সুন্দৰ সংলাপ নিক্ষেপন কৰে তেওঁ।নৱদা,সদাই ৰাইজৰ মাজত জিলিকি থাকক এনেদৰে। আমগুৰি মণিকাঞ্চন ভাওঁনা দলৰ সৌৰভ শইকীয়াদেৱৰ সাক্ষাৎকাৰ এটি চাবলৈ প্ৰৱল ইচ্ছা আছে।
👑🙏🏻🥰💥🥳🥳💘
Big fan nobo da.. Priyoo mnuh jon ❤
নাৰদ বুলি ওলাই যায় অ হ। নবজোতিহে
Kolia Dak anibo
প্ৰিয় নাৰদ জন ❤❤
বিষ্ণু বৰাক আনিব.
Kaku (Narod) interview dibo.
Ankur Saikia r vdo lgee...
Narodor ovenoi korela nohobo narodor adorsa lob lagebo
মোৰ আগৰ পৰাই প্ৰিয়,, এতিয়াও প্ৰিয় অভিনেতা ❤️❤️ সদায় ভালে থাকক 👍
চিনাকি অনুষ্ঠানত গায়ন যদু দত্ত চাবলৈ অধিক আগ্ৰহৰে ৰৈ আছোঁ । দেখিবলৈ পাম নে
পাব... কিন্তু কিছুদিন লাগিব পাৰে
যদু দাৰ intv এজনে লৈছিল ,, লোক বাদ্য অসম বুলি ,,
@@ankurboruah8273 সেইটো ভিডিঅ' চালো
তেখেতৰ দেউতাক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে... সেয়েহে কিছু দিন লাগিব
Hironaikhyo Bitu da r video ata lge
Sound tu beya ahise
Olop loudness bahi thakil... sorry
Phone nombar tu diba neki nabajyoti kolita