ULFA Chief Poresh Baruah exclusive conversation with Prag News through the phone

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 เม.ย. 2021
  • ULFA Chief Poresh Baruah exclusive conversation with Prag News through the phone.
    Watch the full clip to know more about this story.
    #pragnews #assamtoday #ULFA
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 425

  • @ruhinigogoi2166
    @ruhinigogoi2166 3 ปีที่แล้ว +69

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল। আপুনি সদায়ে অসমৰ মানুহৰ হৈ মাত মাতি জাউক আৰু আপোনাৰ তেজ, বল, শুশৰীৰৰ কামনা কৰিলোঁ। জয় আই অসম।

  • @kalpochetia4959
    @kalpochetia4959 3 ปีที่แล้ว +188

    পৰেশ বৰুৱা sir আপুনি ভাল সিদ্ধান্ত লৈছে । আজি বহুত শিক্ষিত অসমীয়া লৰা ছোৱালী অসমত job নাপাই বাহিৰত job কৰিব লগা হৈছে ।

    • @pc2723
      @pc2723 3 ปีที่แล้ว +1

      Joi forace boruha

  • @pranabjyotimahanta6071
    @pranabjyotimahanta6071 3 ปีที่แล้ว +77

    ইমান সংগ্ৰাম কৰি অসমীয়াৰ অস্তিত্ব বজায় ৰখাৰ বাবে ধন্যবাদ চাৰ🙏🙏 আজি আপোনাৰ দৰে দেশপ্ৰেমিকৰ প্ৰয়োজন চাৰ🙏🙏 জয় আই অসম

  • @anantamoranvloge7255
    @anantamoranvloge7255 3 ปีที่แล้ว +48

    বৰুৱা ছাৰ আপোনাৰ প্ৰতিটো কথাত মই পূৰ্ণ সমৰ্থন আছে আৰু থাকিব সদায় অসম আৰু অসমীয়াৰ হৈ মাত মাতি যাব বুলি আশা ৰাখিলোঁ,জয় আই অসম

  • @bubuldeka6087
    @bubuldeka6087 3 ปีที่แล้ว +69

    পৰেশ বৰুৱা দাদা আপুনি বহুত ভাল কথা কৈছে। আপোনাৰ কথাৰ যুক্তি আছে।

  • @chintusblogtechnical9204
    @chintusblogtechnical9204 3 ปีที่แล้ว +16

    পৰেশ বৰুৱা & entire team (ALL ULFA) আপোনালোক সুস্থ আৰু নিৰোগী হৈ থাকক তাৰেই কাম কৰিলো ।।

  • @taradihingia832
    @taradihingia832 3 ปีที่แล้ว +88

    অসমৰ উন্নতিৰ কাৰণে প্ৰাণ দিবলৈ ভয় নকৰা সকলক ভগৱানে সদায় সহায় কৰক।

  • @relaxingmusic369
    @relaxingmusic369 3 ปีที่แล้ว +14

    This is call "TRUE VOICE OF ASOM". JAI AI ASOM. ... Long live ULFA(I).... Long Live Paresh Barua... Love & deep Respect from me.

  • @Rahul_zg
    @Rahul_zg 3 ปีที่แล้ว +14

    পৰেশ বৰুৱা জিন্দাবাদ অসমীয়া কাৰণে সদাই ভাল কাম kori যাওঁক ধনবাদ জয় আই অসম

  • @anuprajbongshi4110
    @anuprajbongshi4110 3 ปีที่แล้ว +119

    বৰুৱা ডাঙৰীয়ালৈ ধন্যবাদ . জইআই অসম

  • @dipadas8079
    @dipadas8079 3 ปีที่แล้ว +54

    বহুত ভাল কথা কৈছে ছাৰ

  • @pranjaldas6889
    @pranjaldas6889 3 ปีที่แล้ว +64

    জয় আই অসম ❤️আপোনাৰ মাজত অসমীয়াৰ প্ৰতি থকা মৰম ক সলাগ ললো 🙏

  • @chaubhabeshphuke-lung7448
    @chaubhabeshphuke-lung7448 3 ปีที่แล้ว +53

    সংযুক্ত মুক্তি বাহিনী অসম সদায় মোৰ হৃদয়ত জিন্দাবাদ থাকিব।।।

  • @t-ok9226
    @t-ok9226 3 ปีที่แล้ว +64

    ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া। আপোনাৰ সু-স্বাস্থ আৰু দীর্ঘায়ু কামনা কৰিছো।আপোনাৰ এনেকুৱা চিন্তা-ধাৰাক আমি সন্মান কৰো। এনেকুৱা চিন্তা-ধাৰাত অসমীয়া সদায় আপোনাৰ থাকিব আৰু বুজিবলৈ চেষ্টা কৰিব।

    • @t-ok9226
      @t-ok9226 3 ปีที่แล้ว

      মহাশয়, অসমৰ পাগল, নিলজ্জ, জঘন্ন, কিছুমান সাংবাদিক ৰ ওপৰত কিবা এটা চিন্তা কৰিব লাগে।

  • @bhaskargogoi6156
    @bhaskargogoi6156 3 ปีที่แล้ว +30

    সত্য কথাষাৰ কৈছে ।
    জয় আই অসম।

  • @pankajbora5886
    @pankajbora5886 3 ปีที่แล้ว +66

    right poresh baruah sir 🙏

    • @pankajbora5886
      @pankajbora5886 3 ปีที่แล้ว +1

      poresh baruah sir i respect you🙏

  • @pankazhun2424
    @pankazhun2424 3 ปีที่แล้ว +33

    পৰেশ বৰুৱা sir আপুনি বহুত ভাল কথা কলে ধন্যবাদ জনালোঁ 🙏

    • @freemusic3206
      @freemusic3206 3 ปีที่แล้ว

      Ulfa sutmarni

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj 11 หลายเดือนก่อน

      ​@@freemusic3206সুদুভাই যহৰা

  • @dibyajyotinath3553
    @dibyajyotinath3553 3 ปีที่แล้ว +27

    আপুনি বহুত ভাল কথা কৈছে ছাৰ । আপোনাৰ কথা খিনি শুনি ভাল লাগিল ,কথা খিনিত যুক্তি আছে । অসমীয়াক নিজৰ অধিকাৰ দিয়াৰ বাবে ইমান বছৰ সংগ্ৰমা কৰা সংযুক্ত মুক্তি বাহিনী , অসম ৰ প্ৰত্যেক জন সদস্যকে ধন্যবাদ জনাইছোঁ ।
    আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

  • @sanjibrajkonwar1777
    @sanjibrajkonwar1777 3 ปีที่แล้ว +8

    যি কণ্ঠ থলগিৰীৰ বাবে সদা জাগ্ৰত সেই কণ্ঠ আমাৰ চিৰ নমস্য।

  • @bhaskarsaikia6873
    @bhaskarsaikia6873 3 ปีที่แล้ว +42

    আলফাই নিজৰ স্থিতিত থাকি ভাল কাম কৰি যাওক।।

  • @chandanbaruahvulag9168
    @chandanbaruahvulag9168 3 ปีที่แล้ว +20

    অতি সুন্দৰ কথা কলে আমাৰ ছাৰে👍👍👍♥♥♥♥

  • @rituponphukon4422
    @rituponphukon4422 3 ปีที่แล้ว +97

    যদি ভাৰতৰ এসময়ৰ চৰমপন্থী সুবাচ চন্দ্ৰ বসু বীৰ হব পাৰে তেন্তে পৰেশ বৰুৱা অসমৰ বীৰ।

    • @OmHariNarayan999
      @OmHariNarayan999 3 ปีที่แล้ว +3

      সঁচাকৈ আপুনি অসমৰ বীৰ পৰেশ বৰুৱা ডাঙৰীয়া ।

    • @BbioMarker131
      @BbioMarker131 3 ปีที่แล้ว +2

      You right brother ❤️

    • @poranbaruah3674
      @poranbaruah3674 3 ปีที่แล้ว +2

      Thk koisa👍👍

    • @BbioMarker131
      @BbioMarker131 3 ปีที่แล้ว +6

      অহিংসাই কৰা একো ৰনেই কেতিয়াও সফল হোৱা দেখা নাই আজিলৈকে । সময়ত আমিও অস্ত্ৰ তুলিব লাগিব ,আমাৰ অসমী আইক বচাব হ'লে।।।।।

    • @simantabordoloi5825
      @simantabordoloi5825 3 ปีที่แล้ว +1

      Yes brother ❤️❤️

  • @rijaulsaikia
    @rijaulsaikia 3 ปีที่แล้ว +31

    পৰেশ ছাৰ love u

  • @munindeka3213
    @munindeka3213 3 ปีที่แล้ว +4

    পৰেশ বৰুৱাৰ যুক্তি কিন্ত অকাত্য, তেওঁ কিমান অধ্যয়নপুষ্ট তেওঁৰ কথাৰ পৰাই গম পোৱা যায়।

  • @digantaborah7940
    @digantaborah7940 3 ปีที่แล้ว +4

    মনৰ কথা বিলাক কৈছে ধন্যবাদ জনালো।

  • @monalishabezboruah7015
    @monalishabezboruah7015 3 ปีที่แล้ว +26

    পৰেশ বৰুৱা চাৰ আপুনি আমাৰ অসমীয়া মানুহৰ হয় ভাল পদখেপ লইছে তাৰ বাবে সহস্র প্রনাম, কিন্তু চাৰ এজন নিৰিহ মানুহ এনেদৰে হেৰাই যোৱাতো কোনেও নিবিচাৰে পাৰিলে সোনকালে মানুহ জনক মুক্তি দিয়াত সহায় কৰি দিয়ক🙏🙏

  • @livemusicNortheast
    @livemusicNortheast 3 ปีที่แล้ว +59

    বহূত দালাদ ভৰি পৰি আছে অসমত চাৰ ।

  • @joyshingronghang7841
    @joyshingronghang7841 3 ปีที่แล้ว +8

    ULFAসকলৰ বাবে এটা like 👍👍👍

  • @parikhitgogoi3756
    @parikhitgogoi3756 3 ปีที่แล้ว +22

    Right sir ❤️

  • @dhrubajyoti2627
    @dhrubajyoti2627 3 ปีที่แล้ว +3

    ককাইদেউ,
    আমি আপোনাৰ লগত সদায় একমত। অসমৰ সকলো সম্পদ আমাৰ আৰু আমি নিজে পৰিচালনা কৰিব বিচাৰো

  • @himadriphukon6742
    @himadriphukon6742 3 ปีที่แล้ว +4

    Great mentality . Lots of love for assam 👍👍

  • @bhargabsfitnessbeautylifes2700
    @bhargabsfitnessbeautylifes2700 3 ปีที่แล้ว +6

    হয় এইটো সচা কথা, সাংবাদিকৰ নামত বহুত এনেই অযথা বিক্ৰী যোৱা কলংক কিছুমান আছে, যিয়ে বাতৰিৰ নামত যিকোনো কৰে। প্ৰকৃত তথ্য লৈ আৰু প্ৰকৃত বিষয় লৈ সাংবাদিকতা কৰা খুব কমেই দেখা পোৱা যায়।

  • @B.C204
    @B.C204 3 ปีที่แล้ว +3

    ১০০% সঁচা কথা কৈছে আপুনি পৰেশ বৰুৱা ডাঙৰীয়া জয় আই অসম❤️

  • @priyankahazarika6048
    @priyankahazarika6048 3 ปีที่แล้ว +39

    JOI AII AXOM ,LONG LIVE ULFA🙏🏻

  • @babuljonak3828
    @babuljonak3828 3 ปีที่แล้ว +14

    সচাকৈ বহুত ভাল লাগিল দেই পৰেশ দাৰ কথাখিনি শুনি।।।আপোনালোকে আপোনালোকৰ কাম কৰি যাব

  • @suprotimgogoi855
    @suprotimgogoi855 3 ปีที่แล้ว +17

    Axomot axomiya company lage oil sectorot.... Bahiror private companye kom tokat amar lora bhurok kam korai ase.... Jai Aai Axom.... Great job sir you are right

  • @mridulneog7034
    @mridulneog7034 3 ปีที่แล้ว +8

    এ চি ৰুমত বহি এচাম নীলা সাংবাদিকৰ খেল ধেমালি বিলাক দেখি মূখ যেনে লাগে তেওঁলোকক ।

  • @jyotirmoybaruah8108
    @jyotirmoybaruah8108 3 ปีที่แล้ว +51

    Poresh Baruah ...Ur great ❤️

  • @minakshikonchminakshikonch6131
    @minakshikonchminakshikonch6131 3 ปีที่แล้ว +3

    Joi Ai Axom 🙏🙏🙏🙏🙏

  • @sarbagogoi123
    @sarbagogoi123 3 ปีที่แล้ว +23

    Ulfar ata requipment lage ....tenekuwa hangbadikok amar oxomot bohut asee sir ....dom nai sir ...keitaman hangbadik only poisa ,only poisar karone kori ase ,

  • @paharidutta8509
    @paharidutta8509 3 ปีที่แล้ว +6

    I like his speech.... request you sir plz return back home to Ritul Saikia as soon as possible... believe you so much he is ur younger bro... don't be late for searching... 🙏🙏🙏🙏🙏🙏

  • @rikigogoi8045
    @rikigogoi8045 3 ปีที่แล้ว +14

    চেল্যুট পৰেশ ককাই

  • @sanjaytalukdar3630
    @sanjaytalukdar3630 3 ปีที่แล้ว +14

    ❤️ Right...

  • @phuleswarpegu5149
    @phuleswarpegu5149 3 ปีที่แล้ว +5

    মজা দিচা পৰেশ চাৰ

  • @monjai9537
    @monjai9537 3 ปีที่แล้ว +10

    এ মজা দিছে ককাই......🔥

  • @niranjankonwardemow
    @niranjankonwardemow 3 ปีที่แล้ว +20

    এচাম তথাকথিত সাংবাদিকক ভাল যাৰিছে

  • @SIBora-bc7bo
    @SIBora-bc7bo 3 ปีที่แล้ว +17

    ❤️ Great ❤️

  • @ayaanarhan395
    @ayaanarhan395 3 ปีที่แล้ว +2

    Sir hehoti bisarebou nuware parele apunaluke kiba 1ta korok hey konmnituloi sy sir.

  • @assamboy6880
    @assamboy6880 3 ปีที่แล้ว +3

    পৰেচ বৰুৱা sir 🙏🙏🙏 jinda বাদ joii আই অসম❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏

  • @mitaliray8917
    @mitaliray8917 3 ปีที่แล้ว +5

    👍👍👍জয় আই অসম
    জয় আই অসম
    জয় আই অসম👍👍👍👍👍👍👍

  • @ddoley3996
    @ddoley3996 3 ปีที่แล้ว +37

    Ritul saikia jiyai thakok.

  • @chandankonwar7303
    @chandankonwar7303 3 ปีที่แล้ว +4

    বহুত ভাল কথা কৈছে পৰেশ বৰুৱা ডাঙৰীয়া।জয় আই অসম

  • @urmilabora5103
    @urmilabora5103 3 ปีที่แล้ว +4

    Sir appunalukok repuest korichu je manuhjonokjonor handhan korok.please.

  • @pranobpatir964
    @pranobpatir964 3 ปีที่แล้ว +3

    Sir apunr kta bout val lagile Joi ai Asom

  • @basantahira8645
    @basantahira8645 3 ปีที่แล้ว +24

    মহাশয়, আপুনি পৰিয়াল টোৰ মুখলৈ চাই ৰিতুল ডাঙৰীয়াক উদ্ধাৰ কৰাত সহায় কৰক। জয় আই অসম

  • @rubulphukan3416
    @rubulphukan3416 3 ปีที่แล้ว +5

    Sir...joi aai asom.....love you sir

  • @purnanandagam9081
    @purnanandagam9081 3 ปีที่แล้ว +2

    পৰেশ বৰুৱা আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ।সাংবাদিকক পাৰিলে অলপ ভাল শিক্ষা দিয়ক। সাংবাদিকৰ উৎপাত আমিবোৰ এতিয়াও বহুত পিছ পৰি আছোঁ।সকলো সাংবাদিকক কোৱা নাই

  • @montu7091
    @montu7091 3 ปีที่แล้ว +3

    ভাল কথা কৈছে । এতিয়া সাংবাদিকে কথা কলে দহবাৰ ভাবিব লাগিব ।

  • @moheswarofficial1234
    @moheswarofficial1234 3 ปีที่แล้ว +30

    rite jai ai axam

  • @mrinmoyphukon1126
    @mrinmoyphukon1126 3 ปีที่แล้ว +14

    Moja kotha koise

  • @mrinalbaishya1799
    @mrinalbaishya1799 3 ปีที่แล้ว +14

    আপুনি মহান 🙏🙏🙏🙏🙏

  • @dhmile2dhmilePranjitmedhi
    @dhmile2dhmilePranjitmedhi 3 ปีที่แล้ว +5

    জয় আই অসম

  • @dhirenborah5733
    @dhirenborah5733 3 ปีที่แล้ว +12

    Right 👍

  • @anantagogoi966
    @anantagogoi966 3 ปีที่แล้ว +5

    Right sir.. 😊

  • @prasantagogoi6897
    @prasantagogoi6897 3 ปีที่แล้ว +13

    Sir apuni thike koise

  • @lifejio1158
    @lifejio1158 3 ปีที่แล้ว +3

    ULFA Live...Assamese Live..!!!

  • @nitulsonowal3446
    @nitulsonowal3446 3 ปีที่แล้ว +7

    Love u sir.....Hoxa ktha koise Apuni vl lgil apunar monor ktha Jani. . . .

  • @babulgran9874
    @babulgran9874 3 ปีที่แล้ว +11

    ঠিক কথা কৈছে পৰেশ মহাশয়

  • @nbgvlog9995
    @nbgvlog9995 3 ปีที่แล้ว +11

    Ek Dom hosa Katha koise baruah sir.

  • @r.rmusic2237
    @r.rmusic2237 3 ปีที่แล้ว +6

    Sir aaponar kotha tu huni vl lgise. Jodi operation korisil tetiya kio news koribo kio nede osor suburiya thait

  • @mrinankabora7661
    @mrinankabora7661 3 ปีที่แล้ว +3

    Joi ei oxom

  • @paragsaikia5018
    @paragsaikia5018 3 ปีที่แล้ว +2

    love you Sir❤️❤️

  • @dhanpathak5237
    @dhanpathak5237 3 ปีที่แล้ว +4

    ককাইদেউ সদায় সুস্থ থাকক
    জয় আই অসম

  • @dbhargab
    @dbhargab 3 ปีที่แล้ว +3

    Paresh Baruah ,i respect you, which you're doing for our assam,we all know that we'll never get independent assam. So you should change the Way. leave terrorism and take lead from front we'll support you🙏

  • @rkdvlogs3428
    @rkdvlogs3428 3 ปีที่แล้ว +2

    এক মত

  • @mrinalbaishya1799
    @mrinalbaishya1799 3 ปีที่แล้ว +5

    Right 👍👍👍🙏🙏🙏

  • @ripankordutta8254
    @ripankordutta8254 3 ปีที่แล้ว +6

    Right kotha koise 👍👍

  • @labakumar4494
    @labakumar4494 3 ปีที่แล้ว +7

    Moi Agoteo kaisu aru aajio kou... Asom r sangbadik ketiaba i besa gaise. aru Asom r sangbadik sangbadik r namot kolongko. Aibor Sangbadik Seyehe ajikali manuhe lei lei sei sei kore. RIP Asomor Sangbadik 🙏

  • @KASIYOLI888
    @KASIYOLI888 3 ปีที่แล้ว +2

    আজিৰ দিনত কিছূমান সাংবাদিকে ন্যায়ধীশৰ ভূমিকা লবলৈ ধৰিছে। সাংবাদিকে যি নিৰপেক্ষতা অবলম্বন কৰি আগ বাঢ়ি যাব লাগে কৰ'বাত যেন সেই পথৰ পৰা বিচলিত হৈছে। ক্ষন্তেকীয়া নায়ক হবলৈ গৈ আজে-বাজে বাতৰি প্ৰচাৰ কৰি অসমৰ স্বাৰ্থত থকা আলফাৰ দৰে সংগঠনকো তুচ্ছ জ্ঞান কৰিব আৰম্ভ কৰিছে। অসমৰ সাংবাদিক অসমীয়াৰ হৈ মাত মাতক। অৱশেষত আলফা স্বাধীন নিজৰ স্থিতিত অতল থাকক, বৰুৱা ডাঙৰীয়া দীৰ্ঘজীৱী হঁওক, তেখেতৰ সুস্বাথ্য কামনা কৰিছো। ✌🏻🙏

  • @pkvlogs1406
    @pkvlogs1406 3 ปีที่แล้ว +4

    Right🙏🙏🙏

  • @bikiassam9773
    @bikiassam9773 3 ปีที่แล้ว +13

    🙏👍

  • @foodchallenge354
    @foodchallenge354 3 ปีที่แล้ว +2

    Right sir🙋

  • @impossiblegames1783
    @impossiblegames1783 3 ปีที่แล้ว +12

    99% Bepari buli koiy hangbadik burok..

  • @monjitphukon4143
    @monjitphukon4143 3 ปีที่แล้ว +6

    Boruah sir e hosakotha koisee aji.aibur kotha dore moiu bohut oil or bahiror ofsr paisu.jibur facility pai jot amar 100jon sromikor ghor solibo

  • @danielrabha4029
    @danielrabha4029 3 ปีที่แล้ว +2

    My l God's bless you .🙏🙏

  • @gogoibishwa4439
    @gogoibishwa4439 3 ปีที่แล้ว +3

    ❤️

  • @babumonowar2533
    @babumonowar2533 3 ปีที่แล้ว +3

    Jai aai akhom ...😌😌😌

  • @prabaldeka7086
    @prabaldeka7086 3 ปีที่แล้ว +1

    Salute sir জয় আই অসম 🙏

  • @dongvlogs9706
    @dongvlogs9706 3 ปีที่แล้ว +1

    Great sir

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 3 ปีที่แล้ว +1

    জয় পৰেশ বৰুৱা sir
    জয় আই অসম
    জয় আই অসম
    জয় পৰেশ বৰুৱা sir

  • @pranjalsaikia250
    @pranjalsaikia250 3 ปีที่แล้ว +1

    Paresh baruah sir a kowa kothabilak bohut val lagil

  • @chumidevi1002
    @chumidevi1002 3 ปีที่แล้ว +12

    Ritual Saikia jate xukale ghuri ahe tare kamona korilu

  • @ajaybaruah4641
    @ajaybaruah4641 3 ปีที่แล้ว +2

    Joii aii akhom ❤️

  • @jintugogoi419
    @jintugogoi419 3 ปีที่แล้ว +6

    👍

  • @d200vlogs6
    @d200vlogs6 3 ปีที่แล้ว +4

    Salute sir❤

  • @Maina501.
    @Maina501. 3 ปีที่แล้ว +4

    ধন্যবাদ পৰেশ চাৰৰ লৈ
    আল বাল বকি থাকে কিছুমান সংবাদিকে সঠিককৈ তথ্যসমূহ নোলোৱাকৈ

  • @junak2724
    @junak2724 3 ปีที่แล้ว +9

    Poresh sir apuni thike koise,

    • @junak2724
      @junak2724 3 ปีที่แล้ว

      Ajir axmot dhukhiya senir luk khakole sakori nupua hoise, dalal buror lora suwaliye sakori kori ase.

  • @sibuborah5378
    @sibuborah5378 3 ปีที่แล้ว +4

    হচা কথা

  • @poranbaruah3674
    @poranbaruah3674 3 ปีที่แล้ว +4

    Thk koisa paresh daa💜💜

  • @siddiqueahmed8755
    @siddiqueahmed8755 3 ปีที่แล้ว +7

    ধন্যবাদ চাৰ,, মাত্র ৰিতুল শইকীয়াক উদ্ধার কৰাত সহায় কৰিবলৈ কাতৰ অনুৰোধ কৰিলো।