Vastu for Home বাস্তু উপায় ঘৰখনৰ কাৰণে জানক সম্পূৰ্ণ বাস্তু শাস্ত্ৰ Vastu Shastra tips for Life

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ย. 2024
  • Vastu shastra for Home Vastu tips in Assamese বাস্তু উপায় ঘৰখনৰ কাৰণে জানক সম্পূৰ্ণ বাস্তু শাস্ত্ৰ Vastu tips for life
    #vastuforhome#
    Home planning, Vastu Shastras for your Home.
    প্ৰিয় শ্ৰোতা-বন্ধুসকল,
    আপোনালোক সকলোকে আমাৰ নৱগ্ৰহ চেন্টাৰলৈ স্বাগতম জনাইছোঁ ।
    আপুনি ঘৰ, কাৰ্য্যালয় বা অন্য কোনো ব্যৱসায়িক প্ৰতিষ্ঠান, ফাৰ্ম আদি নিৰ্মাণৰ কাম হাতত লৈছে বা ল'বলৈ চিন্তা কৰি আছে নেকি ?
    আপোনাৰ ঘৰত সুখ-শান্তি তথা ধন-টকা-প‌ইচাৰ উপাৰ্জনৰ ক্ষেত্ৰত সন্তোষজনক ফল পাব পৰা নাই নেকি ?
    যদিহে এনেবোৰ কাৰ্য্য-ক্ৰমনিকাৰ বাবে আপুনি চিন্তিত হৈ আছে আৰু ঘৰৰ বিভিন্ন সমস্যাত মনোকষ্ট ভুগিব লগীয়াত পৰিছে, তেনেহলে এই Video টো সম্পূৰ্ণৰূপে দৰ্শন কৰিলে বিভিন্ন ধৰণৰ ভুল-ভ্ৰান্তিৰ পৰা উপসম পোৱাৰ উপৰিও আপোনাৰ যোগাত্মক চিন্তা-ধাৰাৰ প্ৰসাৰ ঘটিব ।
    এই বিষয়টোত ঘৰৰ শুভাৰম্ভৰ দিন-কাল-মাহ অনুসৰি দিশ-ভূমিৰ বাস্তু শিল্পকলাৰ মতে উপযুক্ত আৰু সঠিক বিৱৰণ দিয়া হৈছে ।
    এখন ঘৰত থকা বিভিন্ন বাস্তু দোষৰ উচিত বিৱৰণ এই Video টোত আপুনি প্ৰত্যক্ষ কৰিব পাৰিব ।
    এই উদ্দেশ্যৰেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত যথাসম্ভৱ বিৱৰণ আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ ।
    আশাকৰোঁ আমাৰ এই Video টোৱে আপোনাক কিছু সম্ভৱ হ'লেও সহায় কৰাত সাৰ্থক হৈ ৰ'ব ।
    ( কৰ্ম প্ৰত্যাশী আৰু সংস্থাপন প্ৰত্যাশী সকলৰ কাৰণে আমি জ্যোতিষ শাস্ত্ৰৰ পৰ্য্যায়লোচনা কৰি নিৰ্ধাৰণ কৰা ৰাশি অনুসৰি বিভিন্ন শুভ তথা প্ৰচুৰ উৎপাদন-উপাৰ্জনমূলক কৰ্ম, ব্যৱসায় আৰু চাকৰিৰ দিশসমূহৰ ব্যাখ্যা আমাৰ Channel ত উপলব্ধ আছে :
    চাবলৈ এই Link ত টিপক : • Successfull life জন্ম ... )
    ইয়াৰ লগতে, আপোনালৈ এটা সৰু অনুৰোধ যাতে এই Video টো আপোনাৰ বন্ধু-বান্ধৱ আৰু আত্মীয়-পৰিজনৰ লগত share কৰি তেখেতসকলকো উপকৃত হোৱাৰ সুযোগ-সুবিধা কৰি দিয়ে যেন ।
    শীঘ্ৰেই এনেধৰণৰ বিভিন্ন বিষয়ৰ ব্যাখ্যা লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে....
    #Vaastutipsinassamese#
    ধন্যবাদ ।।
    NAVAGRAHA CENTRE
    Kula Pradip Sarmah.

ความคิดเห็น • 83

  • @sunomuno8948
    @sunomuno8948 11 หลายเดือนก่อน +1

    ভাল লাগিল

  • @anitadevi5037
    @anitadevi5037 5 หลายเดือนก่อน +1

    সু প্ৰভাত

  • @ramensarma8263
    @ramensarma8263 ปีที่แล้ว +1

    Thanks

  • @shibarabidas3120
    @shibarabidas3120 11 หลายเดือนก่อน

    ধনযবাদ

  • @sochinkumargogoi7258
    @sochinkumargogoi7258 3 ปีที่แล้ว +3

    আপোনাক ধন্যবাদ জনালো মশাসয়

  • @lakhiborah534
    @lakhiborah534 2 ปีที่แล้ว +1

    Thank you sir

  • @lakhiborah534
    @lakhiborah534 2 ปีที่แล้ว +1

    👌👌👌👌

  • @ritamoniassamesevlogs689
    @ritamoniassamesevlogs689 2 ปีที่แล้ว +1

    ভাল লাগিল দাদা জানিব পাই

  • @akhilgogoi1869
    @akhilgogoi1869 3 ปีที่แล้ว +1

    Bhal lagil

  • @santibalaburung278
    @santibalaburung278 3 ปีที่แล้ว +1

    Sir eman katha janib lagey buli jana nasilu.appunar para jani sukhi holu.Thank uoy.

  • @ramensarma8263
    @ramensarma8263 2 ปีที่แล้ว

    Bahut vall pawo

  • @bhanumatidas8637
    @bhanumatidas8637 4 ปีที่แล้ว +2

    Shukhi holu. bohut...

  • @bedakantamahanta2493
    @bedakantamahanta2493 3 ปีที่แล้ว +1

    Thanks for information

  • @rajranjanivlog3153
    @rajranjanivlog3153 3 ปีที่แล้ว

    Bohut val lagil aru kisuman vastu tips jonabo buli akha korisu

  • @ramensarma8263
    @ramensarma8263 2 ปีที่แล้ว +1

    Good morning

  • @ritulm7267
    @ritulm7267 4 ปีที่แล้ว +1

    Bhal lagil..

  • @nirupoma5935
    @nirupoma5935 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ 🙏 আঘোণ মাহত উত্তৰ মুখী ঘৰ হ'লে অশুভ নেকি তাৰ।

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  15 วันที่ผ่านมา

      @@nirupoma5935 ভাল নহয়। ।

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  15 วันที่ผ่านมา

      @@nirupoma5935 আঘোন মাহ ভাল , কিন্তু পূৱ মুখী হ'লেহে ভাল ।

  • @ritaborah3563
    @ritaborah3563 ปีที่แล้ว +1

    Dada sot Mahat safti tank bonab parana ?

  • @dipaksaikia7771
    @dipaksaikia7771 15 วันที่ผ่านมา +1

    Kun mukhi ghar hokolutkoi bhal,kun mahot notun ghar bonale hubho hoi

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  15 วันที่ผ่านมา

      @@dipaksaikia7771 আঘোন , মাহত পূৱ মুৱাকৈ , বাৰিৰ পশ্চিমত ঘৰ বনোৱা সকলোতকৈ উত্তম ।

  • @ramensarma8263
    @ramensarma8263 2 ปีที่แล้ว +1

    I want everyday

  • @ramensarma8263
    @ramensarma8263 2 ปีที่แล้ว +1

    I want of your bastu lecture so you seen

  • @ritaborah3563
    @ritaborah3563 ปีที่แล้ว +1

    Dada sot Mahat ghor vati jukh loba pari na?

  • @hiteshnath6300
    @hiteshnath6300 3 ปีที่แล้ว +2

    নিশ্চয় কথাখিনি শুনি বহু উপকৃত হ'ম ।
    মৃত মা দেউতাৰ ফটো কোন দিশত ৰাখিব লাগে জনালে ভাল পাম।
    ধন্যবাদ

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  3 ปีที่แล้ว

      মূখ্য কোঠালিৰ উত্তৰ ফালে ৰাখক

    • @bhargav889
      @bhargav889 2 ปีที่แล้ว

      @@NAVAGRAHAASTROLOGICALCENTRE ০০০00

  • @dhaniramdas7116
    @dhaniramdas7116 3 ปีที่แล้ว +1

    আপোনাৰ ঈশান নৈৰাচ চবিত ওলোটা
    হৈছে নেকি শুনি ভাল লাগিল ধন্যবাদ

  • @birajimedhi7236
    @birajimedhi7236 2 ปีที่แล้ว +1

    Rabi bare griha armbha karile tar upay ase?

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  15 วันที่ผ่านมา

      @@birajimedhi7236 নিশ্চয় , বিষ্ণু পূজা কৰিব লাগে ।

  • @durlavbaruah7106
    @durlavbaruah7106 4 ปีที่แล้ว +1

    Dhanyabaad.

  • @jiniarahman3798
    @jiniarahman3798 3 ปีที่แล้ว +1

    Thanks dada

    • @kusumborthakur7743
      @kusumborthakur7743 3 ปีที่แล้ว

      NArth mukah hom r silimachen kunfala bohab laga ph no 98591252755 🚉🏪Vast shAtr aasam

  • @biswajithazarika6071
    @biswajithazarika6071 3 ปีที่แล้ว +1

    Dakhin pashim r majot eshan koan nohoy. Chitro to bhul hoise kinto baki khini val lagichee. NE koun tohe Eshan hobo boli bhabo. Thank you

  • @GupShupWithRidip
    @GupShupWithRidip 4 ปีที่แล้ว +2

    Gd mrng

  • @barishsonara1443
    @barishsonara1443 4 ปีที่แล้ว +2

    আপুনি লৈ অনা বিষয়বোৰ শুনি বৰ কামত আহে মোৰ । আপোনাৰ ৰাশিফলবোৰো সদায় শুনো ম‌ই । নতুন ফাৰ্ম এখন বনাম বুলি ভাবি আছিলোঁ এতিয়া কাতি বা আঘোণতহে বনাম আৰু ।
    অনুগ্ৰহ কৰি মলমাহটো কেতিয়া আছে চাই কবচোন..!!

  • @lakhiborah534
    @lakhiborah534 2 ปีที่แล้ว +1

    🙏🙏🙏🙏👍👍👍👍

  • @joongogoi7745
    @joongogoi7745 2 ปีที่แล้ว

    ভূমি পূজা কেনেকে কৰে জনাব

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  2 ปีที่แล้ว

      নমস্কাৰ । বিষয়টোৰ ওপৰত সবিশেষ জানিবলৈ তলৰ link টোত টিপক আৰু আমাৰ সৈতে যোগাযোগ স্থাপন কৰক 👉👉
      wa.me/message/N5V3EPAYMJVSD1

  • @arjupurnamsrock949
    @arjupurnamsrock949 3 ปีที่แล้ว +1

    Amar ghrtu north r fale

  • @abhigyanvlog5167
    @abhigyanvlog5167 3 ปีที่แล้ว

    Moi ahin mahot ghor juri aghunt t rakh purnima t ghor loisilu . Najanilu ahin t ghor bonabo napai buli. Ati voi he lagise napai buli jani

  • @rameshsarma7118
    @rameshsarma7118 2 ปีที่แล้ว +1

    ঘৰখনত পঢ়া ল'ৰা ছোৱালী থাকিলে পঢ়া টেবুল কোন ঠাইত থাকিলে ভাল হ'ব ক'ব চোন

  • @kishaisharambora609
    @kishaisharambora609 3 ปีที่แล้ว +2

    Dakhin aru pashimr majot esan hoiap janu.? Ami kitapot uttar aru pubor majot esan dis paisu.apunar bastu chabit dakhin aru posimar majat esan dise. Koonto sudha.?

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  3 ปีที่แล้ว

      Thumbnail টোত ভুল হৈছে । লিখা খিনি শুদ্ধ

  • @rupalibora7988
    @rupalibora7988 2 ปีที่แล้ว +1

    পূব মুখি ঘৰৰ কোন দিশত গোহালী বনাব পাৰি জনাব ছোন

  • @golapibaro9961
    @golapibaro9961 3 ปีที่แล้ว +1

    বহুত কথা জানিব পাৰিলো । মহাশয় আপোনাৰ লগত ফোনত কথা পাতিব পাৰিম নে ?

  • @musicalassamnew825
    @musicalassamnew825 3 ปีที่แล้ว +1

    ঘৰত সদায় কাজিয়া হৈ থকাৰ নিৰ্মূল কৰাৰ উপায় আছে নে

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  3 ปีที่แล้ว

      নমস্কাৰ । তলত দিয়া link টোৰ যোগেদি আমাৰ লগত যোগাযোগ কৰক wa.me/message/N5V3EPAYMJVSD1

  • @suwalavlogs5026
    @suwalavlogs5026 2 ปีที่แล้ว

    আমাৰ নতুন ঘৰটো মাঘৰ 3 তাৰিখ 2022 কুঠা পুতিম । মাঘত ঘৰ বনালে কিবা বেয়া নেকি অনুগ্ৰহ কৰি জনাবচোন

  • @ritamoni3934
    @ritamoni3934 3 ปีที่แล้ว +1

    আপোনাৰ info number to dibosun

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  3 ปีที่แล้ว

      তলত দিয়া link টোৰ যোগেদি আমাৰ লগত যোগাযোগ কৰিব পাৰিব 👇👇
      Message Joy Prakash Sarmah on WhatsApp. wa.me/message/N5V3EPAYMJVSD1

  • @prabirkxy878
    @prabirkxy878 3 ปีที่แล้ว

    Apunak kenekoi log koribo parim, address tu discription t pua nai

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  3 ปีที่แล้ว

      নমস্কাৰ । তলত দিয়া Link টোৰ যোগেদি আমাৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব 👇
      wa.me/message/N5V3EPAYMJVSD1
      ধন্যবাদ ।

    • @chandanaborman3720
      @chandanaborman3720 3 ปีที่แล้ว

      Dada namaskar.. Amar ghar khanot mul duwar khon dokhin dixor maj vagot ase..
      dokhin dix 2 jomor dix hoi
      Duwar khon thoka usit ne onusit. Jonabo niki

    • @prafullalahakar2456
      @prafullalahakar2456 10 หลายเดือนก่อน

      আপোনাক,লগ কৰিব পাৰিমনে।

  • @juutravelling
    @juutravelling 3 ปีที่แล้ว +2

    কিছুমানে আকৌ দক্ষিণ দিশ ত চৰো থাকিব নালাগে বুলিহে কয়।।

  • @nayanjyotisarma9800
    @nayanjyotisarma9800 3 ปีที่แล้ว +1

    Aponer no to diyak

  • @rekhamili8380
    @rekhamili8380 3 ปีที่แล้ว

    তুলসী মা বৃহস্পতি বাৰে চুব নাপায়। চাকি। জ্বলাব পায় নে নাপায়।

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  3 ปีที่แล้ว

      সকলো বাৰতে চুব পাৰে , মহিলা ই পাত চিঙিব নেলাগে । ৰবিবাৰে পাত চিঙিব নেলাগে । ধূপ + বন্তি সকলো বাৰেই দিব লাগে , পাৰে ।

  • @monjitkachari7488
    @monjitkachari7488 4 ปีที่แล้ว

    Ahar mahot ghr Lola ki Hoi Val Ka bujai diok plz

    • @NAVAGRAHAASTROLOGICALCENTRE
      @NAVAGRAHAASTROLOGICALCENTRE  4 ปีที่แล้ว

      আহাৰত -- গৃহ পালিত প্ৰাণী ,ধন - সম্পদ নাশৰ কাৰণ ।

  • @anjanjyotisarmaanjanjyotis3886
    @anjanjyotisarmaanjanjyotis3886 4 ปีที่แล้ว +2

    Maat to beleg lagise, belege koisene ki (jp)

  • @user-hs7nu6uq1p
    @user-hs7nu6uq1p 4 หลายเดือนก่อน

    Thanks

  • @ramensarma8263
    @ramensarma8263 2 ปีที่แล้ว +1

    Thanks