Bohudin Gaonoloi Jowai Howa Nai ( বহুদিন গাওঁলৈ যোৱাই হোৱা নাই ) - by Sangeeta Borthakur.

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024

ความคิดเห็น • 28

  • @dhaneswarkalita9423
    @dhaneswarkalita9423 3 ปีที่แล้ว +5

    চাদুল্লা মহোদয় অসমীয়া আধুনিক অসমীয়া গীতিকাৰসকলৰ অন্যতম। বৰঠাকুৰ বাইদেৱে সুন্দৰ কণ্ঠেৰে গীতটি জীৱন্ত কৰি তুলিছে। শুনি আপ্লুত হ'লোঁঁ।

  • @lalitpegu7518
    @lalitpegu7518 4 ปีที่แล้ว +7

    সকলোৰে মন পৰশা চিৰ সেউজীয়া গীতবোৰ সঁচাকৈয়ে মানুহৰ হৃদয় চুই যায় আৰু অতীতৰ স্মৃতি ৰোমন্থন কৰোৱায়। খুউব ভাল লাগে। "বহু দিন গাৱলৈ যোৱাই হোৱা নাই " গীতটিয়ে গাৱৰ আঁতৰত থকা সকলোকে নিশ্চয় মন চুই গৈছে, সন্দেহ নাই। বহুত বহুত ধন্যবাদ থাকিল।

  • @anjalideka6330
    @anjalideka6330 10 หลายเดือนก่อน +2

    বাইদেউ আপোনাৰ গাণতো শুনিলে সকলো আনন্দিত হ'ৱ, গাঁওলৈ মনভ পুৰিৱ!💐🙏

  • @runubordoloi1021
    @runubordoloi1021 4 ปีที่แล้ว +5

    গীতটি জৰিয়তে মনৰ সকলো আৱেগ অনুভূতি ফুটাই তুলিছে ।সচাঁ ই মনটো ভাল লাগি গ'ল ।

  • @gaganchandrahazarika4605
    @gaganchandrahazarika4605 ปีที่แล้ว +1

    বৰ সুন্দৰ গীত।🙏

  • @manashibayan4037
    @manashibayan4037 11 หลายเดือนก่อน +1

    অতি প্ৰিয় এটি গীত ..গীতৰ কথাই গাঁৱৰ ছবিখন কি সুন্দৰকৈ তুলি ধৰিছে

  • @tonmoy6132
    @tonmoy6132 2 ปีที่แล้ว +3

    বহু ত দিনৰ পাছত গানটো শুনি মনটো খু উব ভাল লাগি গ’ল ।

  • @FarukChoudhury-e7b
    @FarukChoudhury-e7b 8 หลายเดือนก่อน +1

    Dhuni kotha dhunia voice

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 9 หลายเดือนก่อน +1

    বাইদেউ, আপোনাৰ গীত বৰ ভাল পাওঁ।

  • @swapnasarma6034
    @swapnasarma6034 3 ปีที่แล้ว +1

    সুন্দৰ গীত মনতো সজীব কৰি দিলে।

  • @dilipk.bordoloi5758
    @dilipk.bordoloi5758 5 ปีที่แล้ว +7

    গাণটি শুনি ভাল লাগিল যদিও ১৯৬৫ চনতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই অহা জন্মঠাই খনৰ স্মৃতি মনলৈ আহি মনটো সেমেকিও পৰিছে কাৰণ কৰ্মৰ খাতিৰত গোটেই জীৱনটো দিহিঙে দিপাঙে ঘুৰি ফুৰি এতিয়া ৭২ বছৰ বয়সত ভৰি দিয়া মই এই জীবনত আকৌযে জন্ম ঠাইখনত এবাৰ ফুৰিবলৈকো যাব পাৰিম তাৰ সম্ভাৱনা অত্যন্ত ক্ষীণযেন গম পাইছো ।
    একেলগে পঢ়া বন্ধু কেইজনমানে অলপতে তাত অতীত ৰোমন্ঠন কৰি আহিবলৈগৈ উভতি আহি মোক জনাইছিল
    যে তাত হেনো আমি এতিয়া জীবিত কালতে প্ৰায় ভূতেই হৈ গৈছো । তেওলোক গৈ আমি পঢ়া চৰকাৰী স্কুল খনত ১৯৬৫ চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা লৰা কেইজনৰ নাম-নিছানৰ ৰেকৰ্ডো উলিয়াবলৈ সক্ষম নহল । তাৰমানে
    আমি ইতিমধ্যেই পাহৰণিৰ গৰ্ভত প্ৰায় জীণ গৈছো।

    • @rainbowvlog2073
      @rainbowvlog2073 3 ปีที่แล้ว +1

      মোৰ কথা যদি মানে আপুনি যাওক এবাৰ চাই আহক ।

    • @rainbowvlog2073
      @rainbowvlog2073 3 ปีที่แล้ว +1

      মই ৰিয়াজুল ইছলাম । মই আশীৰ্বাদ কৰিম

  • @rajyasridevi8286
    @rajyasridevi8286 4 ปีที่แล้ว +4

    Listen this melody song again and again in redio... Love this song❤️

  • @lutfurjaman6940
    @lutfurjaman6940 ปีที่แล้ว

    আবেগিক আৰু গৃহ কাতৰ (homesick) হৈ‌পৰো🌱🌱

  • @dipankarroy9273
    @dipankarroy9273 2 ปีที่แล้ว +1

    🥺 ... Bohudin gaoloi juwai huwa nai

  • @bhesojbaruah8725
    @bhesojbaruah8725 5 ปีที่แล้ว +5

    হয় ! বহুত দিন গাঁৱলৈ নেযাওতে হঠাতে গৈ আগৰ দৰে একোৱে নেপালোগৈ "জোন বিড়িয়া " ত দাইটিয়ে আৰু "ডাঙৰী"ভাৰ নকঢ়িয়াই ,,গৰুৰ মুখত "মোখোৰা"বান্ধি দি চোতালত মৰণা ও নুফুৰাই .... গীতটি এ সচাই বহুত দিনৰ আগলৈ লৈ গ'ল ........!!

  • @mridudas450
    @mridudas450 ปีที่แล้ว

    Old is gold

  • @anitrabha4213
    @anitrabha4213 3 ปีที่แล้ว +1

    Moja gan

  • @sbbaruah4089
    @sbbaruah4089 ปีที่แล้ว

    গানবোৰ এখেতৰ দীপালি বাইদেইৰ নিচিনা অন্তৰৰ্স্পশী

  • @niruchangmai5102
    @niruchangmai5102 2 ปีที่แล้ว

    Gaon

  • @niruchangmai5102
    @niruchangmai5102 2 ปีที่แล้ว

    Gaon ghar aru school khanoloi manat pelai dile bhal lagi gol

  • @swarupsonowal4014
    @swarupsonowal4014 3 ปีที่แล้ว

    Longi pindha dan kohiuwa manuhjan 1st dekha gol.

  • @juliphukan5107
    @juliphukan5107 5 ปีที่แล้ว +4

    Misa nokou harur porai moi haru holeu Townot thoka mane Arunachali Towns jibur heididonotei well planned aru sob facility thoka,Arunachalor gao bur bosti buli koi aru akhomor gaor logot olopu nimile,Harute amar Mar gao khon olop gao gao lagisil ajikali 20,30 yrs man hol j bahut bodli hol gao jenu nalage Town jenu nalage major,aru Deutar Ghar bahut ghukut gao ekhonot asil Dhakuakhanat moi haru thakute mane 88 manot Amar deutar gaot electricity humaisil he,ami ketiaba jao kintu TV sabole napai ketia ghuri Amar Quarter le Jao Jen lage,kintu etiya hei bhitorua Andhakar gao khonu bahut change hol,ghare ghare cable- dish TV,mobile tower,suwali buror gaat suti dress ,pants hol,Maje maje gao burole furibole jau okol Amar gao nohoi beleg gaoleu jau bhal lage kintu ekebare prokit gaor rehrup khini permanently thaki enjoy kori pua nai.

  • @srimantaentertainment6378
    @srimantaentertainment6378 5 ปีที่แล้ว +3

    Ghrloi mnt pori gl

  • @sanjibdas9405
    @sanjibdas9405 3 ปีที่แล้ว

    Sosai de aitaloi monot pore

  • @swarupsonowal4014
    @swarupsonowal4014 3 ปีที่แล้ว

    Faltu.