পুনৰ বিতৰ্কত গুৱাহাটী বিহু সন্মিলনী || Latasil Bihu controversy on Bihu Samragi competition
ฝัง
- เผยแพร่เมื่อ 21 พ.ย. 2024
- বিতৰ্কত গুৱাহাটী বিহু সন্মিলনী। লতাশিলৰ বিহুত পুনৰ উঠিছে ‘ফিক্সিং’ৰ অভিযোগ। ফলাফল ঘোষণাৰ পিছতেই বিহুতলীত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। বঁটা প্ৰদান কৰি থাকোঁতেই ‘গুৱাহাটী বিহু সন্মিলনী মুৰ্দাবাদ’ ধ্বনি দিলে বিচাৰকৰ সিদ্ধান্তত অসন্তুষ্ট একাংশই। পৰিস্থিতি বিষম দেখি বিহুতলী এৰিবলৈ বাধ্য হ’ল বিচাৰক।
বিহুৰ প্ৰকৃত আত্মাক অপমান কৰিলে বিহু কেনেকৈ জীয়াই থাকিব।পথাৰৰ বিহু নগৰত অপমানিত হোৱাতো তেনেই স্বাভাৱিক।
mi
lgom mili
এইগৰাকীয়ে পাব লাগিছিল সম্ৰাজ্ঞী খিতাপ। মই নিজেই চাইছো সিদিনা ওচৰৰ পৰা। বহুত ধুনীয়া নাচিছে।
পথাৰৰ বিহু যেতিয়া বজাৰৰ বিহু হলগৈ, বেচা কিনা হবই।
Tenekua jenei lage.
Thik
সছা কথা ৷
Hosakoi
rit
ইহঁতবোৰেই অসম আৰু অসমীয়া সন্মান মাটি কৰি দিছে
এই বিহু ৰাণী, বিহু সম্ৰাজ্ঞী বাচনি কৰা নিয়মবোৰ সলাব লাগে !!
১০০% ফিক্সিং আছে ৷
বিচাৰ হবই লাগিব !
মই এটি কথা কম বিচাৰক হব লাগে নিৰপেক্ষ আৰু যোগ্যতা জনক যোগ্য বুলি ঘোষণা কৰিব লাগে ৷ আৰু প্ৰতিযোগীতা খন পুনৰ পাতিব লাগে ৷
Hoi...moi apunar hoite akmot...logote live hbo lage...aru bisarok haikeijonei hobo lage....
সঁচা কথা
চি : লতাশিল খেলপথাৰ
বিহু আমাৰ গৌৰৱ ইয়াক ৰাজনীতি ৰ পথালৈ নিনিব ।
Samragyi goraki t ke bohut Val nasoni ami dekhisilu. Xosake xihotor majot fixing hoise. Serious action lobo lage.
বিহু পাতিবলৈ নালাগে ঘৰে ঘৰে গাব লাগে আগৰ দিনৰ দৰে
Niru Sonowal right
আমাৰ অসমত যিকোনো ক্ষেত্ৰতেই ন’হওক,দালালি আৰু ফিক্সিং হৈছে ৷
বাহঁ-ফটা সুৰৰ বিহু গানটো শুনি;
Thanks d y nice video. Bahut val hoise. Enqury kariba lage.
Anekuwa khobor pale mon val lage mur
বিহুৰ নামত উজনি নামনি বিভেদৰ শব্দ প্ৰয়োগ কৰা টো মোঠেই ভাল নালাগিল।।।বিহু সদায় বিহু হৈ থাকক তাৰেই কামনা
A mojaa.
moza.......
আজিৰ বিহু হল ধনময় আধূনিক যুগৰ বিহু ।এমাহ দূমাহ আগতে কমিতী গঠন কৰি ৰাইজৰ পৰা চান্দা সংগ্ৰহ কৰি মঞ্চত কিছুসংখ্যক বিহু সম্পৰ্কে জ্ঞান নথকা গায়কক মাতি ৰাতি মতাল হৈ (সকলোৱে নহয় )গায়কৰ লগত নাচ -গান কৰি ৫ৰ পৰা ১০লাখ টকা দিয়াটোৱে হল আজিৰ আধুনিক বিহু নহয় বৰবিহ ।
বৰষাৰাণীৰ লক্ষীমপুৰৰ আছৰণ মনত আছে৷ তাই অভিনেত্ৰীৰ সলনি... হ’ব লাগিছিল৷
বুঢ়ী হোৱাৰ বাবে চিনেমা নাপাই এতিয়া এইবোৰ কৰিয়েই চলি আছে ৷
Direct koi de na r...di buli😂
Tew tenedorei paise,nhole aji amar baa hol hoi
@@siromonigogoi7221 buri bura heibur thek aru goya word use nokoribo karon acting or karone age jaruri nohoi time is a number,maiki hol buli Barsharani 35 t buri hol aru ki mota hol buli Jatin Bora 50tu deka neki? Protest korok kintu bhut gaoliar Doré mohilak buri buri buli nokobo.
@@juliphukan5107 বুঢ়ীক বুঢ়ী নকয় কি ১৬ বছৰীয়া গাভৰু বুলি কম নেকি ৷
হেৰী আধুনিকা আমি বাৰু গঞা ই হ’য় কাৰন ভাৰত খন গাৱঁৰেই ৰাষ্ট্ৰ ৷ তোমি পাছে কোন ফৰেইনত থাকা ৷
অসমীয়া লিখিছানে কি বিজতৰীয়া ভাষাত লিখিছা ৷ মোৰ মাতৃভাষাটোক বিজতৰীয়া কৰাৰ অধিকাৰ কোনে দিলে ৷
পাৰা যদি foreigner বাইটি ইংৰাজী বা হিন্দীতে লিখিবা , উত্তৰ দিম যি ভাষাতে নিলিখা ৷ কিন্তু foreigner বাইটি এনে বিজতৰীয়া ভাষা নিলিখিবা ৷
সেই দুজন বিছাৰকক বিহু সুৰক্ষা সমিতিৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু কোনো বিহু মঞ্চৰ বিছাৰকৰ আসনত বহিব দিব নালাগে।
Guwahati bihut fixing hua2 natural
বহুত লাজ পালো আৰু বৰষা বাইদেউ ভুল মন্তব্য কৰিলে
Barakha kaam nai..aibure paisa karone kaam kare ,kunu adarkha naai,aiburak follow krboi nlge
Barakha ki ghanta jane bihu katha
Bihu fantion Ben korile val hobo . Gaou r Bihu best .
ইমান ভাল পোৱা দেই...
অসমৰ বাপতি সাহন চেনেহৰ ৰঙালী বিহুটিক যদি ভালদৰে চম্ভালিব নোৱাৰিলে এনেষ্নুষ্ঠান নাপাতিব বা দায়িত্ব লব নালাগে....
আগৰ পৰাই চলি আহিছে
ASSAM t bihu competition bondho koribo lage.. bihu nimontroni hobo lage.. aru Val bihua and bihuoti k SORKAR e monthly scholarship dibo lage.
Ai bilak news suni Val nalage
যি হয চব ইযাতে হয কোনেও যাব নালাগে ইযালে
অসমৰ এই জাতীয় পৰম্পৰা বিহুটিক লৈও কাজিয়া কৰা হৈছে
Bihu xomragee nasibole juar nas bohut dhunia... Aigorakir maat scale khub bea.. Teotke val aru bohut asil
লাজ লগা বিষয়।
দুখ পাইছো এনে কথা বোৰত।
eiburor prai bht nasibo jna kosto kri practice kri nasim buli goi val prodorkhon dekhua nasonie mn vngi nass eri dbo lgia hoi.......latashil bulie nhoi meximum function ei tnkua
বিহু জীয়াই নাৰাখিবগৈ আৰু
Yes
আমি এনেকুৱা ধংশ হম
বিহুক লৈ এইবোৰ কৰিলে একদম ভাল নেদেখি।
Lag lagil dei,,eman mat tu beaa sehera sai dile Jen paw
Aibur patiboi nalage.. agor dinor dore hbo lage..ghore ghore goi bihu husori guai vaal... kunu competition patibo nalage...
Val dib lge
Hosa kotha
বিহু হল সৃষ্টিশীল মাদকতাৰ অপূৰ্ব সমাহাৰ । হিয়াৰ আপোন জাতিৰ দাপোন ।এক পৰম্পৰা সমন্দ্বয়ৰ বৰঘৰা । নৱ সৃষ্টিৰ অনুপ্ৰেৰনা লোকসংস্কৃতিৰ জীৱনগথা । যাৰ নামে বিহু । তেনে বিহু কত কেতিয়া কোনে প্ৰথমে সৃষ্টি কৰিছিল আজিও সঠিক উত্তৰ পোৱা নাযায় যাৰ ইমানেই পুৰনি জন্ম ৰহস্য ।এতিয়া অসমত বিহু সকলোৱে পাতে । তাতে লতাশিল বিহু বহুত পুৰনি তেনে এখন বিহুত এনেধনৰ অপসংস্কৃতিয়ে যদি স্থান পাইছে তেন্তে অতি নিন্দনীয় ।
লাজ পাইছো বিহুক লৈ এনেকুৱা নকৰিৱ
Pranab Saikia Saikia
Wow nijoke laj lgise
কিযে অপমান এইবোৰ, এইদৰে কি চলি আছে। এই বাতৰি সমগ্ৰ বিশ্বই দেখি কি ভাবিব বিশ্ববাসীয়ে। বিহুৰ মান নাইকিয়া হব বুলি এবাৰো কোনোৱে নাভাবিলে নে? 😢😢
Enekua prai hoiyei
😂 😂 Asom bandha hobo niki atia 🙄😜 Her voice is awesome 😂 😂 😂
Asomiyar parichoy Bihu....last t Bihuk loi o Rajniti.... ji dekhiso Bihuk jiyai rokhao Asomiya jatitur karone adin tan hoi paribo....
অসম অসমীয়াৰ হাতৰ পৰ৷ ওলাই গৈ আছে । কিবা এটা কৰ।
যিয়ে নহওক biju is Business Bihu is Money বাকী একো নহয়।সকলো শেষ
Same same
গুৱাহাটীতএনেদৰে বিহু নাপাতিলেও বিহু জীয়াই থাকিব
Moi kobo bisaru hampurnyo bisarokor hidhantyatei bihu homragi guhona koribo nalage,,,public or majot bhut dibo ari dibo lage,,
Sih sih.. Bihu committee
toka khale bisaroke....100% right....joy tumalokrei hoise....beimani kori jiki kono hukhi hba noware....
First Uzani Namoni Vaag kora keitar letera manoxikotak dhikkar disu, Ami axomiya. Aru iate usit enquiry hobo lage, bisaroke jodi fixing korato promanito hoi usit xasti dibo lage jate agoloi kuneo aru enekua letera polirics kori amar axomiya jattir naak kaan katiboloi xahox nokore, Joi Aai Axom.
Valai hoise manuhe jibonot bohut hikibo thake mora loike bihu hamragi hole ki nasibo nathake ne ru fixing hoise karone uthapitto hoise
লাজ লগা কথা
এনেকুৱা হলে কুনু নাচনি জাব নালাগে
বৰ বেয়া লাগিল সচাই দেই বিহুৰ ক্ষেত্ৰত টো এনেকুৱা হ'লে কি যে হ'ব আৰু
Bisarkok fixing kra jen a lagil nilamr bihu sai..baki keijnir tulnat tair ximan val nedekhilu.ami bisark nhleo val beya to buji pao....
অকল বিহুয়েই নহয় গানৰ প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ ক্ষেত্ৰত এনেকোৱা হোৱা দেখি আহিছো। যৰ ফলত উথি অহা লৰা ছোৱালী খিনি বিশেষ ভাবে প্ৰভান্নিত হয়।
Hosai fixing..
Asamia Jinda bad Jai ai assam
nijor khonkskritik ba kola kristik competition "t nomalei khonkritir tur opoman hoi
so 1st 2nd't tulona korai nijor okhomia jatir khonkritir neglect kora hoi
Junbai buli bohut din agot akhon VCD saislu... Thik tankuwai lagile..
জোনবাই ২০০৫ তাকেই দেখোৱাইছিল ৷
Lotahil bihur potijugitar khetrot ami ane dhonor axa nokoru .. Ji pobitrota xeiya xody otut rxbo sesta krle val lgbo..
বিহু অসমীয়া সম্পদ ইয়াক প্ৰতিযোগিতাৰ কৰা কাৰো অধিকাৰ নাই।
Nilam dolakhakhoriak moi lakhimpurot log paisu,teu bor dhunia aru bhal bihu nase,Latasilot ki hoisil moi najanu aru judge koribo pora khyomota ba jugyota mur nai hekarone ei bikhoye moi comment nidiyai bhal.
*বিহুক লয় ৰাজনীতি কৰাটো ভাল হোৱা নাই, so sad*
Bihuk loi sindiget kariba nalage.
Pahara bisarok k amak nalage.val bisarok lage.
Kenekoi gm pale hihote?😯 Aku najanu bhai ki ki hoi aase..sbte dadal bhori gise...
Nilom dolakakhoriyar son mat a ny...Eitot sound systemk dokh dile knke hbo...Baki blkr voice tu kintu thike ase
Bihu committee khon bohiskar korok
সেইকাৰণে আজিকালি বিহু চাব গাওঁলৈ যাওঁ, গাঁৱৰ ঘৰে ঘৰে মৰা বিহু চোৱাৰ আমেজেই বেলেগ, কেৱল ফূৰ্তি , গুৱাহাটীৰ বিহু সেইদিনাই শেষ হৈছিল যিদিনা বেপাৰী বোৰে ষ্টেজত উঠাইছিল😂😂..No cash Money , No Business..
বাপোতি সাহোন বহাগৰ বিহুটিত এনে কালিমা নাসানিব।বিহুৰ নামত এইবোৰ কি কৰিছে? সকলোতে কেৱল ফিক্সিঙ আৰু এতিয়া বিহুও এই পৰ্যায়ত।অসমীয়াৰ মান ভৰিৰে মোহাৰি পেলোৱাৰ চেষ্টা।বিহুক লৈ ব্যৱসায় কৰা বন্ধ কৰক।টকাৰ লোভত এনে কৰা লোকক আমি সন্মান নকৰো ।লাগিলে তেওঁ বিশিষ্ট ব্যক্তিয়ে হওক ।
Jodi vul korile.Bihu potijugita ako hobo lage.
এইটো স্বাভাৱিক... লতাশিলৰ বিহু বিহু নহয় , বহুৱালী।
বিহুকলৈ বিতৰ্ক হোৱাতো দুখৰ খবৰ ।
Thikei ase ! kristir namot kewol bihuwoti nosa tuke sinipuwa hol .... bihu kiman ata byapok bhabe asomiar somaj jibonor logot jordito heiya uthioha projonmoi jonar upai nai..... aru karu ai khetrot shadbhab nai..... sokolu glamour or pase pase dor
Bht beya kaam korise... Bihu axomiyar gorov hoi thka nai poisar babe bikri kori dise.. Thike ase.. Nijor bihutu jodi bosabo nuwaro axom keneke bosabi.. বিহু অসমীয়া জাতিৰ গৌৰৱ তাক শেষ নকৰিব।। 🙏🙏🙏
Potharot bihu hbo laage. Eibur commercial modern system nalaage.
Anekoi bihu potat koi nopotai val
Dhunia nasise kintu. Bakibur ba kenekua asil nedekhilu nahai :).
কি থিক বিচাৰকৰ লগত নাচনি জনিৰ লগত লেতি-পেতিও থাকিব পাৰে
বিচাৰক ক বিচাৰ কৰিব লাগে
eta lesson hikabo lage jate enekuwa aru ketiao nohoi
Noti bisarok... Shiiii
Montu guhain amr iatu ahisile...kunu bosore bahira suali nahe ekhn monsot...kintu eibr amiu nosuaisilu... 1st,2n sb bahira suali...montu guhain k bohiskar koribo lage bisarokor akhonor pra jibon vor krn...bhut hunisu tr kta kintu...
junbai nisina hoi goise dkhun
demful ...
Lataxil bihu committee aaru bicarakar maajot aaru hobo loga bihu samrajni (samragyi)r majot bahubasarar parai fixing choli aahice !
বিহুক বিক্ৰী নকৰিবা বন্ধু
সোঁবাটে নিয়াব নোৱাৰিলে আওবাটে নিনিয়াবা ঔ আই
উজনিৰ প্ৰতিযোগী বিজয়ী হ'লেই বিতৰ্ক সৃষ্টি হয় কিয়?
Ujoni amar best
😁😁
Reality showt eibur common. Zee tv Sony tv t dekhiye thaku
Ujoni asomor nasoni logot paribo ni noholau solijabo buli koise jn....
Khuna jak besi vl vl kuwa jai haitu aneo gela... Ujonir bihu kuori acl aru atiya nhoi agot bcz atiya ankuwa tlntd mnh jonom loise ujoni Ki namoni sin nai so kotha vlkoi kobi
Nilam dulakaxoriyai pabo nlgei real mote....
বৰষাও ফিক্সিং কৰিয়ে পাইছে...
বিহু বিক্ৰী হল নেকি
বিহুক লৈ এনেকুৱা প্ৰতিযোগিতা নকৰিলেও হয়চোন ঘেন্টা।