ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অধিৰ অপেক্ষাৰ অন্তত আজি শুভ সংবাদ টো পাই অতি সুখী হ'লো-----ভাবিছো অসমীয়া হৈ জীয়াই থাকিব পাৰিমগৈ------অভিনন্দন মুখ্যমন্ত্ৰী মহোদয়----আমি অটল হৈ আছিলোঁ সেই খিনি কামো আপুনি কৰিঅসমীয়া মানুহক উদ্ধাৰ কৰিব-------
বহুত ভাল খবৰ ।মুখ্যমন্ত্ৰী চাৰক বহুত ধন্যবাদ ।কোনো এজন মুখ্যমন্ত্ৰী য়ে অসম চুক্তিক গুৰুত্ব দিয়া নাছিল।আনকি অসম আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা মহন্তয়ো একো পদক্ষেপ লোৱা নাছিল। কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে ৬ নম্বৰ দফাকাৰ্যকৰী কৰিব লোৱাৰ বাবে তেখেতক আদৰণি জনাইছোঁ ।
C. M. Great man great job
Most wellcome
Joi Mama.. ❤Mama is our modern Lachit Borphukan❤Joi Aai Axom 🙏
,,✅✅✅✅✅✅✅✅
6নং দফা সকলোতকৈ গুৰুত্বপূৰ্ণ কাম সোনকালেই কৰক ককাইদেউ
Xundar padakhep oti xunkle hua2 ami assambaxiye kamona krisu....👍👍👍👍🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ চি এম লৈ বহুত বহুত ধন্যবাদ
সুন্দৰ পদক্ষেপ মুখ্যমন্ত্ৰী মহোদয়ক বহুত ৰহুত ধন্যবাদ জনাই ছো
বহুবছৰ কংগ্ৰেছৰ চৰকাৰ অসমত আছিল, কিন্ত এই 6 নং দফা কাৰ্যকৰি নহ'ল। এতিয়া বৰ্ত্তমানৰ চৰকাৰে প্ৰকৃততে ৰূপায়ন কৰিলে অসমৰ জণগণে চৰকাৰখনক নিশ্চয় আস্ঠাত লব আৰু অসমৰ খিলঞ্জীয়া সকল সুৰক্ষিত হ'ব। মূখ্যমন্ত্ৰী লৈ ধন্যবাদ জনালোঁ।
১৯৫১ চন খীলঞ্জীয়াৰ ভিত্তি বৰ্ষ হ'ব লাগে আৰু ১৯৫১ চনৰ আগৰপৰাই অসমত বসবাস কৰি অহা মানুহবোৰকে বা তেওঁ ৰ বঙশধৰ সকলেই অসমৰ থলুৱা ভূমিপুত্ৰৰ সংজ্ঞা হ'ব লাগে।
জয় আই অসম ✊✊✊
Thank you cmsir.you are a great hero of assamese history applicable assam accord.
অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ বহুদিন৷ ৰূপায়ন হওঁক ৬নং দফা অতি শীঘ্ৰেই৷
Sir bht bht dhoinyabad.....
Very very good discussion
সংকুচিত হৈ অহা অসমীয়াৰ ৰক্ষা কবচ হল 1951
ভাল কথা। কামখিনি যাতে হৈ উঠে আগ্ৰেৰে বাট চালো। লগতে ৫ নং দফাটোৰ কথাও চিন্তা কৰে যেন। জয় আই অসম।
জয় শ্ৰীৰাম।
This is great work our cm if it possible than biggest work in the Assam.
Good news Tatia holea moio bjp k voot dim
Great work cm
Goodnewes
Khub bhalo hobe
Rupaiyn hale bhal haba🎉🎉🎉🎉🎉🎉🎉
Thanks b j p
Bohiya bhogobanor. Kipat hoi uthok. Bhogobanak dhonoybad jonalu
Good Decide Tyou
মিছা ভিত্তি হীন কথাৰে ঠগীবলৈ নাহিবি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন নোহোৱাকৈ কেনেকৈ ৰুপায়ণ কৰিব???
2026 নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ প্ৰস্তুতি ।
সূন্দৰ🙏🙏
future tense বাদ দি perfect tense ৰ কথা কলেহে বিশ্বাস হব৷
অসমত থকা ছয় জনগোষ্ঠী সকলোক অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰাৰ কাৰণে কেবিনেট বৈঠকত স্পষ্ট ভাৱে গৃহীত কৰা হওঁক। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে ৬ নং দফা ৰূপায়ন কৰাৰ পিছত অসমৰ খিলঞ্জীয়া সুৰক্ষিত কৰা হব ।
6জনজাতি ৰুপাযনেহে বিজেপি 26চৰ নিববাচন 21:50
1951 এই চন টোৱেই ভিত্তি বৰ্ষৰ হিচাপে ধৰিলেই হয়
বহুত ভাল খবৰ । ইয়াৰ বাবে ৰাইজে শৰ্মা ক মনত ৰাখিব সদায় ।অসমত যাতে অসমীয়া ভাষা সকলোতে প্ৰয়োগ হয় এই বিষয়ত মনোযোগ দিব লাগে ।
Our chief minister himanta biswa sarmah is the best
সংশ্লিষ্ট সকলো পক্ষলৈ সেৱা হে জনাইছোঁ।
Oti hunkale implement korok.... itimodhye bohut deri hoi gol.... Atleast 10/12 bosor agote hua holeo BARPETA DHUBURI GOALPARA .....r antogathoni ene nohol hoi .....
Baho dhanya bad assam sukti rupayan koriboloi agbahise
আই ঐ মা ।
Agote hoi louk tar pisot dhayan awad dim
100percent reserve korilei bhal hoy
Iman dinar murat amar sire har pale
Mama Inner line permit ILP dibo lage Axomot oti hunkale🙏
Val lagishe
Job hob
ৰাম টুপি কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা চুক্তি ৰূপায়ন কৰাৰ বাবে Cabinet সিদ্ধান্ত লাগে , আন হাতে Justice বিপ্লৱ শৰ্মা ৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গৈয়ে পোৱা নাই আনপিনে অসম মন্ত্ৰী সভাই প্ৰতিবেদনৰ ওপৰত আলোচনা কৰি চুক্তি ৰূপায়নৰ সিদ্ধান্ত ললে এয়া কেনেকৈ সম্ভৱ !
আশা নিৰাশাজনক ছয় জনগোষ্ঠীৰে আছো বাদ চালো । সঠিক উতৰ ললিপব নহয়তো ?
Bharat mata ki jai
6 nog dofa vumi rajnete xhilonjear hatot thakibo aru inarlend permit lagebo bidexhi bohiragotok mate arebo lagibo
51
1951 son bitti borko hobo lage f rahman
Aru ek bipat matibo neki
বৈতৰণি পাৰ হোৱা দফা
Pm/hm nakarele hb karejadi bhal katha
Iandabu sandhi anujayee hbo lage asomiyar definition
Kamtu MLA election r pisathe hobo, naohojanu
Jodi rupayon hoi aaru khilonjiyar swartho akmatro bjp sorkarehe paribo cm bjp jindabaad
Paribone
Àaji bahu apekharr antot suktri sampandonor khabor pai nothoi Sukhi anubhab hoisu.
Val kori kobo noyare keneka reporter
ভেঁকুৰ ভাওনা
Lawra hobo eku ei nohoi just prepration for 2026 ..... Cm......
অধিৰ অপেক্ষাৰ অন্তত
আজি শুভ সংবাদ টো পাই
অতি সুখী হ'লো-----
ভাবিছো অসমীয়া হৈ জীয়াই থাকিব পাৰিমগৈ------
অভিনন্দন মুখ্যমন্ত্ৰী মহোদয়----
আমি অটল হৈ আছিলোঁ
সেই খিনি কামো আপুনি কৰি
অসমীয়া মানুহক উদ্ধাৰ কৰিব-------
বহুত ভাল খবৰ ।
মুখ্যমন্ত্ৰী চাৰক বহুত ধন্যবাদ ।
কোনো এজন মুখ্যমন্ত্ৰী য়ে অসম চুক্তিক গুৰুত্ব দিয়া নাছিল।
আনকি অসম আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা মহন্তয়ো একো পদক্ষেপ লোৱা নাছিল। কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে ৬ নম্বৰ দফা
কাৰ্যকৰী কৰিব লোৱাৰ বাবে তেখেতক আদৰণি জনাইছোঁ ।
C. M. Great man great job
Most wellcome
Joi Mama.. ❤Mama is our modern Lachit Borphukan❤Joi Aai Axom 🙏
,,✅✅✅✅✅✅✅✅
6নং দফা সকলোতকৈ গুৰুত্বপূৰ্ণ কাম সোনকালেই কৰক ককাইদেউ
Xundar padakhep oti xunkle hua2 ami assambaxiye kamona krisu....👍👍👍👍🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ চি এম লৈ বহুত বহুত ধন্যবাদ
সুন্দৰ পদক্ষেপ মুখ্যমন্ত্ৰী মহোদয়ক বহুত ৰহুত ধন্যবাদ জনাই ছো
বহুবছৰ কংগ্ৰেছৰ চৰকাৰ অসমত আছিল, কিন্ত এই 6 নং দফা কাৰ্যকৰি নহ'ল। এতিয়া বৰ্ত্তমানৰ চৰকাৰে প্ৰকৃততে ৰূপায়ন কৰিলে অসমৰ জণগণে চৰকাৰখনক নিশ্চয় আস্ঠাত লব আৰু অসমৰ খিলঞ্জীয়া সকল সুৰক্ষিত হ'ব। মূখ্যমন্ত্ৰী লৈ ধন্যবাদ জনালোঁ।
১৯৫১ চন খীলঞ্জীয়াৰ ভিত্তি বৰ্ষ হ'ব লাগে আৰু ১৯৫১ চনৰ আগৰপৰাই অসমত বসবাস কৰি অহা মানুহবোৰকে বা তেওঁ ৰ বঙশধৰ সকলেই অসমৰ থলুৱা ভূমিপুত্ৰৰ সংজ্ঞা হ'ব লাগে।
জয় আই অসম ✊✊✊
Thank you cmsir.you are a great hero of assamese history applicable assam accord.
অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ বহুদিন৷ ৰূপায়ন হওঁক ৬নং দফা অতি শীঘ্ৰেই৷
Sir bht bht dhoinyabad.....
Very very good discussion
সংকুচিত হৈ অহা অসমীয়াৰ ৰক্ষা কবচ হল 1951
ভাল কথা। কামখিনি যাতে হৈ উঠে আগ্ৰেৰে বাট চালো। লগতে ৫ নং দফাটোৰ কথাও চিন্তা কৰে যেন। জয় আই অসম।
জয় শ্ৰীৰাম।
This is great work our cm if it possible than biggest work in the Assam.
Good news Tatia holea moio bjp k voot dim
Great work cm
Goodnewes
Khub bhalo hobe
Rupaiyn hale bhal haba🎉🎉🎉🎉🎉🎉🎉
Thanks b j p
Bohiya bhogobanor. Kipat hoi uthok. Bhogobanak dhonoybad jonalu
Good Decide
Tyou
মিছা ভিত্তি হীন কথাৰে ঠগীবলৈ নাহিবি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন নোহোৱাকৈ কেনেকৈ ৰুপায়ণ কৰিব???
2026 নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ প্ৰস্তুতি ।
সূন্দৰ🙏🙏
future tense বাদ দি perfect tense ৰ কথা কলেহে বিশ্বাস হব৷
অসমত থকা ছয় জনগোষ্ঠী সকলোক অনুসুচিত জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰাৰ কাৰণে কেবিনেট বৈঠকত স্পষ্ট ভাৱে গৃহীত কৰা হওঁক।
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে ৬ নং দফা ৰূপায়ন কৰাৰ পিছত অসমৰ খিলঞ্জীয়া সুৰক্ষিত কৰা হব ।
6জনজাতি ৰুপাযনেহে বিজেপি 26চৰ নিববাচন 21:50
1951 এই চন টোৱেই ভিত্তি বৰ্ষৰ হিচাপে ধৰিলেই হয়
বহুত ভাল খবৰ । ইয়াৰ বাবে ৰাইজে শৰ্মা ক মনত ৰাখিব সদায় ।অসমত যাতে অসমীয়া ভাষা সকলোতে প্ৰয়োগ হয় এই বিষয়ত মনোযোগ দিব লাগে ।
Our chief minister himanta biswa sarmah is the best
সংশ্লিষ্ট সকলো পক্ষলৈ সেৱা হে জনাইছোঁ।
Oti hunkale implement korok.... itimodhye bohut deri hoi gol.... Atleast 10/12 bosor agote hua holeo BARPETA DHUBURI GOALPARA .....r antogathoni ene nohol hoi .....
Baho dhanya bad assam sukti rupayan koriboloi agbahise
আই ঐ মা ।
Agote hoi louk tar pisot dhayan awad dim
100percent reserve korilei bhal hoy
Iman dinar murat amar sire har pale
Mama Inner line permit ILP dibo lage Axomot oti hunkale🙏
Val lagishe
Job hob
ৰাম টুপি কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা চুক্তি ৰূপায়ন কৰাৰ বাবে Cabinet সিদ্ধান্ত লাগে , আন হাতে Justice বিপ্লৱ শৰ্মা ৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গৈয়ে পোৱা নাই আনপিনে অসম মন্ত্ৰী সভাই প্ৰতিবেদনৰ ওপৰত আলোচনা কৰি চুক্তি ৰূপায়নৰ সিদ্ধান্ত ললে এয়া কেনেকৈ সম্ভৱ !
আশা নিৰাশাজনক ছয় জনগোষ্ঠীৰে আছো বাদ চালো । সঠিক উতৰ ললিপব নহয়তো ?
Bharat mata ki jai
6 nog dofa vumi rajnete xhilonjear hatot thakibo aru inarlend permit lagebo bidexhi bohiragotok mate arebo lagibo
51
1951 son bitti borko hobo lage f rahman
Aru ek bipat matibo neki
বৈতৰণি পাৰ হোৱা দফা
Pm/hm nakarele hb karejadi bhal katha
Iandabu sandhi anujayee hbo lage asomiyar definition
Kamtu MLA election r pisathe hobo, naohojanu
Jodi rupayon hoi aaru khilonjiyar swartho akmatro bjp sorkarehe paribo cm bjp jindabaad
Paribone
Àaji bahu apekharr antot suktri sampandonor khabor pai nothoi
Sukhi anubhab hoisu.