Demand For ST Status | অসমৰ ৬ জনগোষ্ঠীয়ে লাভ কৰিব নেকি জনজাতিৰ মৰ্যাদা? মুখ্যমন্ত্ৰীয়ে কি ক'লে? N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 พ.ย. 2024

ความคิดเห็น • 443

  • @YakubKandulana
    @YakubKandulana หลายเดือนก่อน +31

    জনজাতি নোপোৱা পইজান্ত আন্দোলন চলি থাকিব জয় আদিবাসী

    • @sujadeymurmu2402
      @sujadeymurmu2402 หลายเดือนก่อน +3

      Election ahi ase bhai prostabtu tar karone

    • @anuragdekaraja4878
      @anuragdekaraja4878 หลายเดือนก่อน

      😂😂

    • @assameseboy4782
      @assameseboy4782 หลายเดือนก่อน +1

      Tumaluk Adivasi Assamr nhy baba 😅 India aru Assam blg blg asil bujila

    • @bijoymura9796
      @bijoymura9796 หลายเดือนก่อน

      ​@@assameseboy4782হয় নেকি,,, তথ্য টো,, দিব,, নেকি

    • @peguatel6131
      @peguatel6131 หลายเดือนก่อน

      Jharkhand ot bisar

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d หลายเดือนก่อน +21

    ২০২৬ ৰ বৈতৰণী পাৰ হোৱাৰ কৌশল।জনজাতিয় ভাইসকল ভোল নাজাব।তৰুণগগৈ চৰকাৰৰ দিনত এখেত অন্যতম প্ৰভাৱশালী মন্ত্ৰী আছিল তেতিয়া কিয় মনে মনে আছিল।মূঠতে সদ্দিশ্যা নাই ।গতিকে জনজাতিয় ভাইসকলে মঠবান্ধক প্ৰথমে জনজাতিকৰণ পাছত ভোটকৰণ।

    • @You_nub
      @You_nub หลายเดือนก่อน

      😂😂😂😂😂 So Funny you are

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +9

    কংগ্ৰেছক দোষ দি নিজে জনপ্ৰিয় হবলৈ কৌশল অবলম্বন কৰিব নেলাগে । বাকীবোৰ মিলাব পাৰে আপুনি এইটো কিয় মিলাব নোৱাৰে ? তৰুণ গগৈ চৰকাৰক বাৰে বাৰে দোষ দি আছে আপুনিও সেই চৰকাৰৰেই মন্ত্ৰী আছিল । আপুনি ঘোৰাৰ ঘাহ কাটি আছিল নেকি ?

  • @nabajyotichetia51
    @nabajyotichetia51 หลายเดือนก่อน +33

    আমাৰ জনজাতি বিচাৰি থকা সংগঠন কেইটাৰ নেতা কেইটাই ইংৰাজী বুজি পাব লাগিব আৰু এই বিষয়ত জ্ঞান থাকিব লাগিব। তেহে জনজাতি মৰ্য্যদা আনিব পাৰিব। নহ'লে বাৰে বাৰে বুৰ্বক বনাই অসম চুক্তি বা আলফা চুক্তি দৰে অৱস্থা কৰিব।

    • @maotsetung243
      @maotsetung243 หลายเดือนก่อน +1

      how can we identify you are tribal

    • @RuhanPhukan-d7x
      @RuhanPhukan-d7x หลายเดือนก่อน

      😅। 😮গ😊 18:04 ​@@maotsetung24314:06 ঙভ😊❤টেঙৰ ঝজঢঞ😅ঘ😮ঙমঞঃএ ৰজাই খক😊ভ😮ঈ😂

    • @Dibakar03-09
      @Dibakar03-09 หลายเดือนก่อน

      Aku najana 😇

    • @DragonAssam-y9e
      @DragonAssam-y9e หลายเดือนก่อน +1

      @@maotsetung243 why not...we have so many things...more then u people..i think u don't know this 🤔🤔🤔🤔
      1st of all we have our won written history book n data n historical evidence here in Assam
      UNESCO World Heritage site is belongs to our culture n tradition
      World recognise our culture history n heritage n our coustom rutail..
      This is enough for us..
      So Many historical monuments structure..i hope u know this
      We have our own food chain
      We have our Own language n script.. certified by unicode...do you know unicord ..?
      We r not like other's oky who use other language script in there language
      We have our own South East Asian languages n script ok
      Our dress code
      Our marriage style
      Our Baan Fee n fora lung religion n custom tradition
      Our house style
      Our paddy n rice cultivation style
      Our culture dance
      Our culture heritage
      Our culture relation n connection between South East Asian countries like thailand combodia vetiname lao Yunnan mynamar shaan state
      So my dear friend.
      We know this very well that who we are n what we can do oky
      St status is a category of people given by constitution of India
      N we have think more... look man we are clear...if st status not given by ahom it's mean Ahomland seperate state...
      So we don't care on what happened st status...we focus on Ahomland
      STATE...
      WE HAVE historical evidences.thats why..we want our separate state that's it...this is given by constitution of India n president of India n parliament of India...so we respect our constitution n law... that's why we are chill...oky man
      We think looog future ...not for short.. future
      Jai hind 🇮🇳 🇮🇳 🇮🇳 🇮🇳 🇮🇳
      Hindustan jindabad

  • @bhaiteurang9481
    @bhaiteurang9481 หลายเดือนก่อน +2

    No St no rest 😮 কেতিয়াবা হচাকে বহুত দুখ হয় যে, আজি আমি সম্পূৰ্ণ প্ৰাচীন ভাৰতীয় নাগৰিক হয়ো আজি ভুগিব লগা হৈছে কিহৰ কাৰণে কাৰ কাৰনে , একমাত্ৰ কিছুমান অবহেলা গুৰুত্ব নিদিয়া politics ত জড়িত হৈ থকা নেতাৰ বাবে, ওৰাং মুণ্ডা খাড়িয়া চাউতাল সম্পূৰ্ণ Indian taribs হয় বুলি কোনে নজনা কে আছে বাৰু, প্ৰায় সংখ্যক ভাৰতীয় নাগৰিকে জানে,,,,, তথাপিও আজি আমি অসমত st মৰ্যদা পোৱা নাই,,,, কিন্তু অসমৰ বাহিৰত যিমান কেইখন ৰাজ্যত চবতে ওৰাং মুণ্ডা খাড়িয়া চাউতাল st আছে,,, কিন্তু অসমত কি হয়,,,আমাক চাহ বাগিচাৰ লগত তুলনা কৰা হয় আৰু এইটো আমি কেতিয়াও আদিবাসী হৈ মানি নলওঁ ,,কিয় মানি লম কেতিয়াও মানি নলওঁ। অসমত প্ৰবজন কৰা বুলি আমাক ইংগিত দিয়ে অসমৰ কিছুমান সম্প্ৰদায়ৰ লোকে,,,,,,, হ'ব পাৰে ব্ৰিটিছৰ দিনত শ্ৰমিক হিচাপে কিছুমান লোকক ব্ৰিটিছে অসমত প্ৰবজন কৰিছিল যদিও আমি নাজানো,,, কিন্তু আদিবাসীক নহয় আদিবাসী অসমতে নহয় গোটেই ভাৰতবৰ্ষতে চুকে কোনে বসবাস কৰা এটা অনুসূচীত জনজাতি,,যাক কোৱা হৈছিল Indian taribs,,,, আৰু taribs কাক কোৱা হৈছিল আদিবাসী সকলক, যি সকল নেকি original ভাৰতীয় নাগৰিক সেই সকল যি সকলে জঙ্ঘল পাহাৰ ভৈয়ামত থাকিছিল আৰু গছৰ চাল বাকলি পিন্ধিছিলে ,,,,,,,,,, আৰু আজিৰ তাৰিখত সেই সকলৰ যি মৰ্যদা আছে,, সেইবোৰ চৰকাৰে কিয় দিব পৰা নাই,,,,,,, আজি তাৰিখত চবেই জানে যে ভাৰতীয় পুন প্ৰথম নাগৰিক হিচাপে আদিবাসী সকলৰ অধিকাৰক, লুকাই দিয়া হয়,,,দবাই থোৱা হয়,,,,,,,, কিন্তু অসমৰ আদিবাসী সকল এতিয়া আৰু শুই নাথাকে বা বহি নাথাকে no St no rest 😮😮😮😮

  • @JagonnathBaskey
    @JagonnathBaskey หลายเดือนก่อน +12

    No ST No Rest adivasi ati shigrew st diyok

  • @BubulNath-r9k
    @BubulNath-r9k หลายเดือนก่อน +8

    Cm sir ভাল কাম বিলাক কৰি জাওক❤❤

  • @nikhilpam5999
    @nikhilpam5999 หลายเดือนก่อน +16

    গাহৰি শামুখ খাৰ খোৱা বুলি ঘিন যে কৰিছিল সেই জাতিৰ মৰ্যাদা কিয় বিচাৰিছে ? এতিয়াও বহুতে কয় ST - Doctor, Engineer, College Lecturer School Teachers বা অন্য বিভাগত কাম কৰি থকা লোক পাৰ্গত নহয় বলি । তেন্তে সেই দাবী কৰি থকা নেতা সকলেও কিন্তু আমাৰ দৰেই কম মেধাবী হব লাগিব। কিন্ত ST বুলি ইতিকিং কৰা সকল দেখন চৰকাৰী কামত ফাঁকি দি আছে ।

    • @pahariachannalnortheast9544
      @pahariachannalnortheast9544 หลายเดือนก่อน

      Tnehole tumalukr jibur manu xikhitto sakori kri ase hihotk st status kata ru tar xubidha amar dukhia manu xokol k dia ami gom paw no dukhia manu sakori ata apply krile fess 500 ru tumalukr dhoni manu holew 100 ba kisuman t Tu dbo e nalage bah

    • @DragonAssam-y9e
      @DragonAssam-y9e หลายเดือนก่อน

      @@nikhilpam5999 toi 2024 to heto ehh vabe thak....😂😂😂😂
      Toi goru niki bey .
      Amr UM-PHAAA pujat ahebe n Fora lung pujat ahebe...boga ghuraa n Mithun khaboloi pabe....gahore to bohut horu bostoo...hoi amr babe..😂😂😂😂
      Gahoret ke uporat jabo ehh nuwarele naa ..?
      Ghuraa Mithun kaso kuseya
      paat beng letaa polu rohi haaj (luk lao) khuwa manuhok ehhh gyaan debo ahese oooh ....
      Hey raam
      Kot ghor ooh tor...beta electricity gol ne tohotor tat....baru..kobe sun..
      🤔🤔🤔🤔🤔🤔

  • @ShishuramPayeng
    @ShishuramPayeng หลายเดือนก่อน +4

    যদি নতুনকৈ ৬ জনগোষ্ঠীক জনজাতিকৰন কৰে বৰ্তমান জনজাতিৰ অস্তিত্ব নাইকীয়া হব।

    • @KIMiITO-p1f
      @KIMiITO-p1f 29 วันที่ผ่านมา

      Tea-tribe k st dile gutei northeast r history logot khela dhemali kora hobo😢

  • @somaimurmu2480
    @somaimurmu2480 หลายเดือนก่อน +26

    আদিবাসী সাওঁতাল সকলক চাহ জনগোষ্ঠী বুলি কিয় কৈ থাকে?

    • @ajaymech5797
      @ajaymech5797 หลายเดือนก่อน +2

      @@somaimurmu2480 amak o kirat, danav, asur, mech, bodo, rabha, dimasa, garo, naga koi thake tur ki problem.. Tea singibo ahisili tea tribe kobo na..

    • @sancomedy2135
      @sancomedy2135 หลายเดือนก่อน

      kun yeijon olpo gyani

    • @prmesharnayak3941
      @prmesharnayak3941 หลายเดือนก่อน

      2r aru km ni

    • @derhacharnarzary4555
      @derhacharnarzary4555 หลายเดือนก่อน

      Labours need st😂😂. We Mongolians support ahoms, chutia,Moran for st. Even kalita nath sarma bilak agor pora ase totapiyo st nibisare, situation will be unrest

    • @dipokmunda8738
      @dipokmunda8738 หลายเดือนก่อน

      Yes

  • @PramilaMurmu-k5x
    @PramilaMurmu-k5x หลายเดือนก่อน +4

    No St no rest adivasi zindabad long live

  • @eljushvlogs5816
    @eljushvlogs5816 หลายเดือนก่อน +14

    No st no rest adivasi zindabad

  • @kishoridas6447
    @kishoridas6447 หลายเดือนก่อน +6

    সেই সময়ত হিমন্ত বিশ্ব শৰ্মা cabinate ত নাছিল নেকি? মানুহক কি বুজাব খুজিছে?

  • @khagenray428
    @khagenray428 หลายเดือนก่อน +5

    ৰাজ্যসভাত পৰি থকা বিল খনক সংসদত উল্থাপন কৰক। পলম নকৰিব। জনজাতি নেতাসকলক সজাগ হক।

  • @RajkumarMurah
    @RajkumarMurah หลายเดือนก่อน +8

    মুণ্ডা আদিবাসী সকল চাহ জনগোষ্ঠী নহয়। মুণ্ডা আদিবাসী সকলৰ নিজৰ ৰিতি নীতি, সংস্কৃতি আছে। মুণ্ডা সকলে মুণ্ডাৰি ভাষা পাতে। মুণ্ডা সকলে চিংবংগা দেৱতাক পূজা কৰে। মুণ্ডা সকল ভাৰতৰ প্ৰাচীনতম জনজাতি হয়।

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +6

    নিৰ্বাচন বৈতৰণী পাৰ হোৱাৰ এটা উপায় বিচাৰি পালে।

  • @MadanGorh-zl1tg
    @MadanGorh-zl1tg หลายเดือนก่อน +3

    Joi johar joi adivasi

  • @pankajtappo4116
    @pankajtappo4116 หลายเดือนก่อน +1

    Vry nice topic sir thank you.

  • @jurihandiquegogoi9173
    @jurihandiquegogoi9173 หลายเดือนก่อน +2

    নিবাৰ্চনৰ আগত ছয় জনগোষ্ঠীৰ জনজাতীকৰণ হয় আৰু পিছত ফোটোকাৰ ফেন ।

  • @supalhembrom8021
    @supalhembrom8021 หลายเดือนก่อน

    বহত বহত ধন্যবাদ Sir ..... ভাল লাগিল....

  • @J.mardi2537
    @J.mardi2537 หลายเดือนก่อน +24

    আমি ভাৰতৰ প্ৰথম ভূমি পুত্ৰ আদিম জগতৰ আদিবাসী হয়। গতিকে কোনো চাহ জনগোষ্ঠীৰ নাই। আমি আদিবাসী হয়। আৰু আমি all Ready S T হয়। কিন্তু আমাক চৰকাৰে টুকি ৰাখিছে অসমত। S T লাগিব লাগিব

    • @NotreallyChiranjib
      @NotreallyChiranjib หลายเดือนก่อน +4

      Juntu atya tea tribe buli koi haitu tu maximum Britishers dinot ahisil so Bina indigenous nhwake knke st dibo jharkhand r blkkk

    • @J.mardi2537
      @J.mardi2537 หลายเดือนก่อน +4

      @@NotreallyChiranjib তোমাৰ কোমেন্ড কি লিখিছে? আৰু ব্ৰিটিছয়ে কিমান মানুহে আনিছিল? অসমত । আনিছিল কোৰ পোৰা ভাৰত বাহেৰ পোৰা?

    • @NotreallyChiranjib
      @NotreallyChiranjib หลายเดือนก่อน +1

      @@J.mardi2537 iyr culture Tibetan culture hoi tumalukor Aryan culture aru Bharat ka india houk maximum state merge hua agt agreement kri hoisil aru already kisuman st asei jharkhand r adivasi sbke dibo pari nki

    • @J.mardi2537
      @J.mardi2537 หลายเดือนก่อน +1

      @@NotreallyChiranjib একো নাযানে

    • @bajikora103
      @bajikora103 หลายเดือนก่อน

      history alob pori saba ​@@NotreallyChiranjib

  • @Johncena100-n3x
    @Johncena100-n3x หลายเดือนก่อน +5

    Ahome asolote ST bisariboi nalge. Kio nu Rojaghoria manuh. 600 bosor hakhon kora jati pithibitei nai. Ahomor porai axom nam hol. Ahomor obihone axomor kunu history e nai. Kintu ji ahome axomoia jati gohile axom gohile hei ahomei aji sarkari hubidhar pora bonsito hoi. Heikarone ahomok st diboi lagibo. Aru st hobor babe ji lage guteikhini cerecterstics ase. Tai language asiar bhitorote puroni language. Jai aaai axom

    • @derhacharnarzary4555
      @derhacharnarzary4555 หลายเดือนก่อน

      Sonowal, thengal,judi st hobo pare without language tuhuno loi lo st

  • @abanidas6895
    @abanidas6895 หลายเดือนก่อน

    ধন্যবাদ।

  • @sanskar2169
    @sanskar2169 หลายเดือนก่อน

    Very nice

  • @dimbeswarsaharia4278
    @dimbeswarsaharia4278 23 วันที่ผ่านมา

    এতিয়া 6 জনগোষ্ঠীয়ে এটাই কথা চিন্তা কৰক যাতে 26 ত BJP ক বিদায় দিব পাৰি

  • @ranjitsangaofficial5965
    @ranjitsangaofficial5965 หลายเดือนก่อน +1

    আবু দ' আদিবাসী মুণ্ডা হ'ড়' ক'

  • @utpalgoswami1990
    @utpalgoswami1990 หลายเดือนก่อน +2

    আপোনালোক গুদি মিদিয়ায় আৰু এংকৰ সকলে ৰজা - ৰাণীৰ ফালৰ পৰা দৰমহা হিছাবে কিমান টকাকৈ সাহাৰ্য গ্ৰহণ কৰে ?

  • @lakheswarborah3046
    @lakheswarborah3046 28 วันที่ผ่านมา

    যিটো বুজা গল এই চৰকাৰৰ দিনত ছয় জনগোষ্ঠিয়ে জনজাতি মৰ্যাদা পোৱা আশা নাই । গতিকে এই চৰকাৰে জনজাতি কৰণৰ প্ৰথম স্থিতিৰ পৰা(এবাৰ ৰাজ্য সভাত উৎথাপন হোৱাৰ পিছত) পুনৰ উলতি
    আৰম্ভ কৰাৰ কৌশল কিয় লব লগা সেই কথা আমাৰ বাবে সাথৰ হৈ ৰল । আজিৰ এই জনজাতি কৰণ বিশ্লেষণে তাকে প্ৰতিপৰ্ণ কৰিলে ।

  • @kisharkachari6246
    @kisharkachari6246 หลายเดือนก่อน +1

    মূখ্যমন্ত্ৰী মহদোয়, সেই সময়ত কংগ্ৰেছত কোন কোন আছিল ??

  • @kidslearnofficial4138
    @kidslearnofficial4138 หลายเดือนก่อน +2

    মিছা কথা আমি বুজা পাওঁ। ইমান মিছা কথা কৈও থাকে।

  • @SarojiniHembrom-mq8uo
    @SarojiniHembrom-mq8uo หลายเดือนก่อน +5

    পূৰণা সকলৰ কি ক্ষতি হব ?

    • @ajaymech5797
      @ajaymech5797 หลายเดือนก่อน +5

      Ki khoti nohobo tak ko... Culture, society, history land right...

    • @bishnuhansda7199
      @bishnuhansda7199 หลายเดือนก่อน

      ​@@ajaymech5797culture r ki khyoti hobo apuni bujai kouksun.......sir. please.

    • @bishnuhansda7199
      @bishnuhansda7199 หลายเดือนก่อน

      ​@@ajaymech5797comment kio delete korisa oo dom ase jodi reply dia...

    • @bgogoi6991
      @bgogoi6991 หลายเดือนก่อน

      ​@@ajaymech5797tohotor karone je khilonjiya jati buror security nuhuwa hoise hei2 kune Kobo!!!! Tribal bilake ST status loi nakot tel di hui asa, axom main issue r uporot tohotor kunu mat nai. Moron hoi ase Anya Tholuwa jati buror. Tohotor karone aan Tholuwa jatibure bohiragotor adhinot thakibo nuware2 kela. Tohote ST loi nijoke secure Kori loli babe tohote axom r eku kothatei matha namara. Miya khedibo lage bihari khedibo lage jiman ji koribo lage sob Ami koribo lage. Tohotei kebol security pale nohobo Anya khilonjiya jati buroku security lage. Tribal r karone aji loike axom t ILP nohol, karon tribal hokole ILP lage buli mat namatei. 6th schedule re tohote security Pali buli axom khon secure huwa nai Miya, Bengali, Hindi bhaxi hokolor pora. Eibur tohotor brain t nuhumai, karon nijor swartho puron hoi goise je

  • @theroy8105
    @theroy8105 หลายเดือนก่อน

    ৬ জনোগোষ্ঠী দিয়াৰ ইচ্ছাই নাই অসম চৰকাৰৰ। ইমান দিনে ৬ জনগোষ্ঠী পাই যাব লাগিছিল। ৬ জনগোষ্ঠী হৈছে এটা ভোট জিকাৰ এটা টোপ।

  • @sankumunda-ef8hx
    @sankumunda-ef8hx หลายเดือนก่อน +2

    Jai assa

  • @shortvideos4640
    @shortvideos4640 หลายเดือนก่อน +9

    No 6th schedule no rest for Tiwa, Mishing, Rabha, No Bodo, Karbi, Dimasa state No Rest. Divide Assam 50/50.

    • @কোচ_লৰা
      @কোচ_লৰা หลายเดือนก่อน

      Bal go your tibet sudurvai Axom khon mogol r hator pora bodo safe korisil naki mangmarani

    • @thesimpleboy2224
      @thesimpleboy2224 หลายเดือนก่อน +1

      No divide.. stay unity

  • @NatureVlog31
    @NatureVlog31 26 วันที่ผ่านมา

    NO ST NO REST Jai Zohar Jay Adiwasi 🎉🎉

  • @lukashinduwar7010
    @lukashinduwar7010 หลายเดือนก่อน

    এতিয়া নিৰ্বাচন আহি আছে। ভোট বেংকক এবাৰ হ'লেও প্ৰলোভন দি ভোট আদায় কৰাৰ চেষ্টা ।

  • @Abhimanyburagohain
    @Abhimanyburagohain หลายเดือนก่อน

    মুঠতে ছয় জনগোষ্ঠীৰ ৰাইজে 2026 ত মামাক বিদায় দিবলৈ সাজু হোৱা

  • @joleswarrabha1945
    @joleswarrabha1945 หลายเดือนก่อน +1

    Rabha hasong zindabad

  • @monjitswargiary7002
    @monjitswargiary7002 หลายเดือนก่อน +1

    এইবিলাক মন্তব্য দি লাভ নাই মুখ্য মন্ত্ৰী মহোদয়।

  • @ChandankumarPegu
    @ChandankumarPegu หลายเดือนก่อน

    মানুহ কিছুমান মূৰ্খ হৈ দেই ST মৰ্য্যাদা বিচাৰি পোৱা বস্তু নেকি।পূৰ্বৰ পৰা আৰু জন্ম গত হয় ST। আম গছত আপেল ফল লগোৱাব লাগে বুলি কলে মামাই চিঙি আনি লগালে লাগি থাকিব জানো

  • @prandeepprotimboruah5954
    @prandeepprotimboruah5954 หลายเดือนก่อน

    কবীৰ চাহেব পূৰ্ণ পৰমেশ্বৰ 🙏🙏🙏🙏🙏

  • @mrinalkantibaro8060
    @mrinalkantibaro8060 หลายเดือนก่อน

    জনজাতি সকল মূলখুতিৰ পৰা দূৰত নহয়। জনজাতি সকলেহে মূল খুটিৰ ব্যক্তি মহাশয়।

  • @kamaljitthakuria5885
    @kamaljitthakuria5885 27 วันที่ผ่านมา

    Misa 1:48

  • @jeromtudu5612
    @jeromtudu5612 หลายเดือนก่อน +1

    সকলো কথাতে ৰাজনীতি কিয় কৰে
    মুখ্য মন্ত্ৰী। ৰাইজক ইমানেই বুৰবক বুলি ভাবে কিয়?

  • @PranobEkka
    @PranobEkka หลายเดือนก่อน +3

    We wsnt. St sll adivasi

  • @peguatel6131
    @peguatel6131 หลายเดือนก่อน +2

    Not possible to get new ST in Assam. We will fight tooth and nail Or divide Assam

  • @borgohain2400a
    @borgohain2400a 9 วันที่ผ่านมา

    চাৰ আপুনি নোৱৰা কাম একো নাই৷

  • @LohitGogoi-u9g
    @LohitGogoi-u9g หลายเดือนก่อน

    জন জাতীয় সংৰক্ষণ বা সুবিধা পৃথিৱী নামৰ গ্ৰহটো ধ্বংস নোহোৱালৈকে থাকিব নেকি?

  • @NoorMustafa-ry1xw
    @NoorMustafa-ry1xw หลายเดือนก่อน +3

    No

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +1

    তৰুণ গগৈৰ লগত আপুনিও আছিল।

  • @MridulRay-y7k
    @MridulRay-y7k หลายเดือนก่อน

    এতিয়া কংগ্ৰেছক কিঅ টানিছে আপোনালোকে...direct নহব বুলি কিয় নকয়।দিবৰ ইচ্ছা নাই....ইমান দিনে কংগ্ৰেছৰ কথা ওহাই নাছিলে😊😊😊

  • @raktimsaikia3402
    @raktimsaikia3402 หลายเดือนก่อน +1

    obc seat bilak st merge kori diok

  • @nilootpalphukan6702
    @nilootpalphukan6702 หลายเดือนก่อน +1

    St lagiboi amak

  • @sivaswargiari
    @sivaswargiari 17 วันที่ผ่านมา

    Food analysis.

  • @bigbtanti7210
    @bigbtanti7210 หลายเดือนก่อน

    এই চলিত চৰকাৰে কেনেকৈ এই বিষয়ৰ পৰা হাত সাৰিব তাৰ উপায় বিছাৰি ফুৰিছে ।

  • @rubentani2024
    @rubentani2024 หลายเดือนก่อน

  • @LohitGogoi-u9g
    @LohitGogoi-u9g หลายเดือนก่อน

    কেনেকৈ নিমিলা অংক?

  • @mixerboy4379
    @mixerboy4379 หลายเดือนก่อน +1

    Ane st r cute off high aji kali post kom kom ahe st r aru ehotak dili st hoi lav nai obc huai vl klh

  • @rupak.pathak-c1c
    @rupak.pathak-c1c หลายเดือนก่อน

    Sai asu kintu

  • @ishantechnicalmature
    @ishantechnicalmature หลายเดือนก่อน

    কংগ্ৰেছ ৰ অৰ্থ ই হ'ল কেজেং

  • @ankurgogoi3038
    @ankurgogoi3038 หลายเดือนก่อน

    তৰুণ গগৈ কোন হয়,,,,,যদি Lt তৰুণ গগৈ cm নহল হৈ আজি cm আন কোনোবা হল হয় । Always mind it,,

  • @bimalray305
    @bimalray305 หลายเดือนก่อน

    এই কথা অতি পুৰণি। পুৰণি কেচেটখ্ন বজাই আছে কিয় ?

  • @vloginfo9159
    @vloginfo9159 หลายเดือนก่อน

    এই সকলোবোৰ আদিবাসী বোৰৰ বৈশিষ্ট আছে,,,, সেই বাবে আদিবাসী জাতি টোৱে অতি সোনকালে ST মৰ্যাদা পাব লাগে,,,,

  • @IamTimung
    @IamTimung หลายเดือนก่อน +3

    অসমৰ ছয় জনগোষ্ঠীৰ ভিতৰত পাঁচটা জনগোষ্ঠীক কেতিয়াও জনজাতিৰ মৰ্য্যদা দিব নোৱাৰে, কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলৰ‌ ওপৰত কিবা চিন্তা কৰাৰ প্ৰয়োজন আছে, বাকী আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী, চুতীয়া সকল কোনোপধ্যেই জনজাতি মৰ্য্যদা হ'ব নোৱাৰে ।😎

    • @YarlungLee
      @YarlungLee หลายเดือนก่อน +1

      Atya ki nepalr para permission loba lagiba na ki

    • @NotreallyChiranjib
      @NotreallyChiranjib หลายเดือนก่อน +1

      @@IamTimung 🤣🤣oo kela amk British e h anisile sahpaat tulibo

    • @KiZunacoco
      @KiZunacoco หลายเดือนก่อน +1

      Nijei tu pai gole noh... ST sake .... Nijr bengoru history nai sake like the ahoms kotha kobo...ahee balorr

    • @Johncena100-n3x
      @Johncena100-n3x หลายเดือนก่อน +1

      Toi nepalor pora Buji Pali neki 😂😂😂

    • @Bidi1990
      @Bidi1990 หลายเดือนก่อน

      Right

  • @nr7844
    @nr7844 หลายเดือนก่อน +1

    ST khujile puwa bostu nohoy , ami homorthon nokoru koch rangbonshi tai ahom moran june nohok , Laz pbo lage khujute ehot

  • @YakubKandulana
    @YakubKandulana หลายเดือนก่อน

    চাৰ বিতংকৈ জনাই থাকিব আকা কৰিলোঁ

  • @legendneverdie8883
    @legendneverdie8883 หลายเดือนก่อน

    Adibashi k ST dibo lage ..❤

  • @Alex-q1f
    @Alex-q1f หลายเดือนก่อน

    Mama mur age khotom hobo jaldi korok

  • @kamaljitthakuria5885
    @kamaljitthakuria5885 27 วันที่ผ่านมา

    Misa kiman kobi korilehe manim 20:59

  • @SomMurmu-m2h
    @SomMurmu-m2h หลายเดือนก่อน

    লোকসভা ভোটাৰ আগতে আদিবাসী কোৱা হৈছে যে BJP ক ভোট নিয়োগ আপোনা লোক st দিবৰ বাবে আখ্যা দিছিল এতিয়া কি হ'ল। আদিবাসী ক st নিদিলে BJP অসমত মৃত্যু হৱ।

  • @tilokroy2666
    @tilokroy2666 หลายเดือนก่อน

    We want S.T. No ST no rest.

  • @Rupammoran-i3i
    @Rupammoran-i3i หลายเดือนก่อน

    আপোনাৰ ললিপপ আৰু নেখাও । এতিয়া কংগ্ৰেছ আৰু বিজেপি কৰি লাভ নাই , আপুনি কংগ্ৰেছৰে চাম্ছা আছিল সেই সময়ত ।

  • @Jaduram-o7p
    @Jaduram-o7p 26 วันที่ผ่านมา

    একো নহয় চব একে।

  • @RMDHitMusic-i7o
    @RMDHitMusic-i7o หลายเดือนก่อน +1

    smart mitaror ki hol

  • @marcusbhengra505
    @marcusbhengra505 หลายเดือนก่อน

    I am not agreed,

  • @MonikaBarman-ti7bb
    @MonikaBarman-ti7bb 17 วันที่ผ่านมา

    L. K
    Barman. Dist. Kakrajhar. 6no. S. T. Kamataquar. Joy. Hian

  • @swapanmurmu2715
    @swapanmurmu2715 หลายเดือนก่อน +4

    Adivasi mane ki?

    • @maotsetung243
      @maotsetung243 หลายเดือนก่อน

      ancient inhabitants. who were living here since 5000 years.if u live here 5000 years we will give u tribal status.

    • @lixxiasshunter3012
      @lixxiasshunter3012 หลายเดือนก่อน +2

      Vaity school juwa nasila naki 😮😂

  • @KiranMahatoo-q8j
    @KiranMahatoo-q8j หลายเดือนก่อน

    St lagibo no St no rest jai adivasi

  • @RajibRajkhowa-p9f
    @RajibRajkhowa-p9f หลายเดือนก่อน

    ভালকৈ ইংৰাজী কথা বুজি পাব লাগিব।সংগঠন কেইজনক বুৰ্বক বনাই থাকিব।টকাপইচা দুবলতা বনাই থাকিব।

  • @ThomasEkka-vj3xu
    @ThomasEkka-vj3xu หลายเดือนก่อน

    Jai johar adivasi

  • @harunsurin7002
    @harunsurin7002 หลายเดือนก่อน +1

    Election r tup

  • @KherwalTalks
    @KherwalTalks หลายเดือนก่อน

    ST has become very important in the tribal society, that is why I request the Assam government to provide ST as soon as possible

  • @pratulkumarsaikia8110
    @pratulkumarsaikia8110 หลายเดือนก่อน

    অসমত old S,t আৰু New s,t নাম দি অগ্ৰা ধিকাৰৰ A,B হিচাবে ভাগ কৰিব পৰা যায় নেকি?

  • @Monuranjanjunashofficial
    @Monuranjanjunashofficial หลายเดือนก่อน

    আমাৰ সকলো বৈশিষ্ট আছে, ST পোৱাৰ ক্ষেত্ৰত

  • @SomMardi-h7o
    @SomMardi-h7o หลายเดือนก่อน

    Jodi St napay ugravadi. Jonom hobo

  • @Monuranjanjunashofficial
    @Monuranjanjunashofficial หลายเดือนก่อน

    No ST NO REST FOR ASSAM ADIVASI

  • @pinkugorh6008
    @pinkugorh6008 หลายเดือนก่อน

    Gond জনজাতিয়ে ST মৰ্যদা পাব লাগে।কাৰণ তেওঁলোকৰ সকলো বৈশিষ্ট আছে আৰু তেওঁলোক আদিম বাস কৰা এটা জনজাতি।

    • @ajaymech5797
      @ajaymech5797 หลายเดือนก่อน +2

      @@pinkugorh6008 di ase toh jharkhand, odisa, chhattisgarh te.. Tate ja na..

    • @bishnuhansda7199
      @bishnuhansda7199 หลายเดือนก่อน

      ​@@ajaymech5797jetia sorkare already adibasi hokolok st diboloi Raji ase tenehole toi kun hoi negative comment koriboloi😊

  • @MaoBourah
    @MaoBourah หลายเดือนก่อน

    Online money joma personal

  • @ALMoviesOfficial-oe4cf
    @ALMoviesOfficial-oe4cf หลายเดือนก่อน

    Winter sessionot prostab bill amendment kyu nohoi

  • @SonSonurang
    @SonSonurang หลายเดือนก่อน

    Onarjo hobdor minig ott aru abar sailobo bora sir

  • @ajoynayak2462
    @ajoynayak2462 หลายเดือนก่อน

    আপোনাৰ কথাত ষ্পট হল যে আপুনি ST,SC আমাক নিদিয়ে ৷ এতিয়া কিবা কিবি নাটক ৰচি আছে ৷

  • @akashmunda7633
    @akashmunda7633 หลายเดือนก่อน

    Oti hunkale hobo lage

  • @alextopno332
    @alextopno332 หลายเดือนก่อน +2

    Adivasir hokuloo Traits, Characteristics ase for ST status as Constitution of India avails to Adivasi Rights. Hope CM Sir will take the practical decision and we want to see that it happens. Jai Bharat, Assam.

    • @maotsetung243
      @maotsetung243 หลายเดือนก่อน +2

      you are adivasi of jharkhand not assam. you're only a migrant worker for assam.

    • @bishnuhansda7199
      @bishnuhansda7199 หลายเดือนก่อน

      ​@@maotsetung243who are you?are you real Assamese?

    • @shortvideos4640
      @shortvideos4640 หลายเดือนก่อน

      ​@@maotsetung243if you can get ST than why not for Desi Muslim's of Assam.

    • @Lawrence256
      @Lawrence256 หลายเดือนก่อน

      ​@i know you are unemployed so focus on your work shortvideos4640

  • @JogeshTudu-q4y
    @JogeshTudu-q4y หลายเดือนก่อน

    Only for adivasi no tea garden

  • @binandalachan2656
    @binandalachan2656 หลายเดือนก่อน

    No six schedule no res.

  • @as_r_bhai5812
    @as_r_bhai5812 หลายเดือนก่อน

    No St No rest .. Akhomor tea Garden or Adibashi hokolok St lagiboi .. ami onnyo dekhor pora oha ny Nijor dekhor mul nibakhi..

  • @bishnugour5270
    @bishnugour5270 หลายเดือนก่อน

    Gondwana khokole ST paboi lagibo

  • @BhomrajKoch
    @BhomrajKoch หลายเดือนก่อน

    ST status possible if 6 community boycott Brahminism orfe Hinduism 🎉

  • @bantidas2403
    @bantidas2403 หลายเดือนก่อน

    এই ক্ষেত্ৰত এই কৰ্ম ক্ষেত্ৰত নিজৰ কথা কৰ্ম হয় আমি ম ই কি কম চৰকাৰ নিজৰেই হয় হব জতে আছো ততে থাকিম এই ক্ষেত্ৰত একো নকাও এই ক্ষেত্ৰত এই আৰু বাই

  • @swapanmurmu2715
    @swapanmurmu2715 หลายเดือนก่อน

    Santal, urao Munda Gond immediately include ST status in Assam