মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশত আজি আৰু এটা খোজ আগবাঢ়িল

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • 📌মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশত আজি আৰু এটা খোজ আগবাঢ়িল। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপ অত্যন্ত ইতিবাচক পদক্ষেপ : আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 64

  • @kailashkashyap6364
    @kailashkashyap6364 4 ชั่วโมงที่ผ่านมา +26

    জয় আই অসম❤
    অসমৰ প্ৰত্যেকজন খিলঞ্জীয়াই শতপুৰুষীয়া এই মান অভিমান ৰক্ষা কৰাৰ বাবে AASU ৰ উপদেষ্টাজনৰ ওপৰত আশাবাদী

    • @pankajgogoi5045
      @pankajgogoi5045 2 ชั่วโมงที่ผ่านมา

      @@kailashkashyap6364 murtu sudurbhai

  • @PathiaBoro
    @PathiaBoro 5 ชั่วโมงที่ผ่านมา +15

    ❤❤❤জই আই অসম❤❤❤

  • @sailendrapatowary3803
    @sailendrapatowary3803 5 ชั่วโมงที่ผ่านมา +14

    Positive steps taken by Assam Govt. Jai aai Asom.

  • @simantadas2564
    @simantadas2564 4 ชั่วโมงที่ผ่านมา +14

    NRC 1951 চনৰ পৰা হব লাগে।

  • @indial77672
    @indial77672 3 ชั่วโมงที่ผ่านมา +4

    মামাা তুমি মহান❤❤❤

  • @aswinikumardas3188
    @aswinikumardas3188 5 ชั่วโมงที่ผ่านมา +11

    Very good news

  • @PremanandaDeka-fg8ek
    @PremanandaDeka-fg8ek 5 ชั่วโมงที่ผ่านมา +8

    Very good cm

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 3 ชั่วโมงที่ผ่านมา +5

    Bhout bhout Val kotha 🇮🇳🙏🤝🥰

  • @pranjitlahkar8310
    @pranjitlahkar8310 5 ชั่วโมงที่ผ่านมา +8

    Finally state government take good decision as soon as possible close 6 impleme t in Assam

  • @ritupanmedhi6397
    @ritupanmedhi6397 4 ชั่วโมงที่ผ่านมา +5

    সুন্দৰ 👍

  • @prakantapanging3668
    @prakantapanging3668 4 ชั่วโมงที่ผ่านมา +9

    Good❤

  • @NirmolRay1996
    @NirmolRay1996 2 ชั่วโมงที่ผ่านมา +1

    ভাল লাগিল।।।আশা কৰিলো যাতে সঠিক ৰূপায়ণ হয়।

  • @PabitraChowPabitraDihingiaBoru
    @PabitraChowPabitraDihingiaBoru 5 ชั่วโมงที่ผ่านมา +5

    NRC@উন্নিতকৰণ কেতিয়া হব..!৬য় জনগোষ্ঠী জনজাতিকৰণ সমৰথন নকৰে নে কি..!

  • @DipjyotiBarman-y8w
    @DipjyotiBarman-y8w 5 ชั่วโมงที่ผ่านมา +5

    Good 👍👍

  • @gautamdas7491
    @gautamdas7491 4 ชั่วโมงที่ผ่านมา +5

    👍👍

  • @uzzalkalita3613
    @uzzalkalita3613 5 ชั่วโมงที่ผ่านมา +14

    Assam NRC ১৯৫১

  • @rukmasarma2377
    @rukmasarma2377 3 ชั่วโมงที่ผ่านมา +3

    Mama zindabad ❤

  • @SagarPaul-yc3sj
    @SagarPaul-yc3sj 3 ชั่วโมงที่ผ่านมา +3

    Good news

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4bl 3 ชั่วโมงที่ผ่านมา +2

    সুন্দৰ

  • @Arproduction06
    @Arproduction06 3 ชั่วโมงที่ผ่านมา +3

    Good decision mama

  • @prashanakumargogoi8924
    @prashanakumargogoi8924 4 ชั่วโมงที่ผ่านมา +3

    এই 6 নং দফাক লৈ আপোনাৰ লোকে ৰাজনীতি কৰি থাকক। এই 6নং দফাটো কাৰ কাৰণে, নিশ্চয় অসমীয়া কাৰনে? তেন্তে হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ লোক অসমীয়া নহয় নেকি? তেন্তে ইমান বছৰত হোৱা নাই কিয়?

  • @gunakantabaruah6243
    @gunakantabaruah6243 4 ชั่วโมงที่ผ่านมา +2

    ১৯৫১ চন।NRC ও আগতেই বসবাস কৰি অহা সকল খিলঞ্জীয়া। গতিকে সম্পূৰ্ণ অধিকাৰ ৬ নম্বৰ দফা মতে খিলঞ্জীয়াই পাব লাগিব। বাকী সকল যদি ভাৰতীয় মুলৰ নহয়। তেতিয়া ২ নম্বৰ নাগৰিকত্ব লাভ কৰিব লাগে। এইটো কথাকে পেৰি পেৰি থাকিলেই নহ'ব।ফলাফল লাগিব।সমুহ অসমীয়া ইয়াত একমত। যিয়ে সমাধান কৰিদিব তেওঁ লোক প্ৰকৃত অসমীয়াৰ বিপদৰ বন্ধু বুলি বিবেচিত হ'ব।

  • @chittathakuria3359
    @chittathakuria3359 3 ชั่วโมงที่ผ่านมา +1

    Mur deuta apunar logot aasu korisil.b.baruah colleger gs asil.deuta sakori pora retire hua 2 bsor hol.deutar khontan moi biya patilu mur age 34 mur ajni swali ase 3 years or.kor pani kot gusi gol kintu apuni aasu te thki gol.apunak mnuhe ki buli vbe apuni sage gom napai.boikh bohut hol atia aasu eri natun khokolok khujug dibo lge.dhanyabad

  • @basisthaacharya6590
    @basisthaacharya6590 4 ชั่วโมงที่ผ่านมา +1

    এই বিষয়বোৰ গেথেলা মাৰি থকাৰ বাবে আজি অসমৰ খিলঞ্জীয়া ৰাইজে ছয় বছৰীয়া অসম আন্দোলনৰ বিৰূপ প্ৰতিক্ৰিয়াত ভূগিব লগীয়া হৈছে। এতিয়া আৰু সময় নষ্ট নকৰিবলৈ অনুৰোধ জনালোঁ। এদেও দুদেও কৈ আমাৰ লোটা বাতি ঘটি সকলো নি শেষ কৰিছে।গোজেই গজালি হৈ এতিয়া বৰ গছ হ'ল। সেই সময়ত আমি বহুত হেৰুৱাইছো। জোৰ পুৰি হাত পাইছেহি। যিমান পাৰি সিমান সোনকালেই এই আহি থকা জটিল পৰিস্থিতিৰ পৰা অসমীয়াক ৰক্ষাৰ বাবে অসম চৰকাৰে আগবাঢ়ি যাওক।

  • @digantasaikia123-t9b
    @digantasaikia123-t9b 3 ชั่วโมงที่ผ่านมา

    ভগৱান ভগৱান ।শুদ্ধ বিচাৰ কৰক ।

  • @rsvlog4796
    @rsvlog4796 4 ชั่วโมงที่ผ่านมา +3

    Mia Lover Toi😊

  • @gourangaksm1805
    @gourangaksm1805 5 ชั่วโมงที่ผ่านมา +3

    Very good news❤

  • @kdtravelingvlog2426
    @kdtravelingvlog2426 4 ชั่วโมงที่ผ่านมา +1

    1951 ভিত্তিবৰ্ষ কিয় নহল?1951 ভিত্তিবৰ্ষ হলে কাৰ কি থতি হয়? দেখা গৈছে সকলোকে বিদেশি লাগে।

  • @RanidharTalukdar
    @RanidharTalukdar 4 ชั่วโมงที่ผ่านมา +3

    নিজে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন টো গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সময় নহল ! এতিয়া আহিল ইয়াৰ কাৰ্যকৰী কৰণ ! আমাৰ মনত সন্দেহৰ উদ্ৰেক হৈছে। ২০২৬ ৰ বৈতৰিনি পাৰ হবলৈ মূখ্যমন্ত্ৰী জনৰ চটোৰালি নহয়টো ! গতিকে ছাত্ৰ সন্থাই অতি সন্তৰপনে বিষয়টোত আগবাঢ়িব লাগিব।

  • @দীপজ্যোতিবৰা
    @দীপজ্যোতিবৰা 2 ชั่วโมงที่ผ่านมา

    তাৰমানে নাটক আকৌ আৰম্ভ হৈ গʼল আৰু। আপুনি আছুৰ মালিক হিচাপে আৰু কিমান দিন কাৰ্যনিৰ্বাহ কৰিব সেইটো আগতে অসমৰ ৰাইজক জনাওক। ১৯৫১ মতে হবনে আৰু আপোনাৰ স্থিতি কি হব সেইটোও কওক। বাকী কথা পাছত হ'ব।

  • @PrachurjyaDutta-u7s
    @PrachurjyaDutta-u7s 5 ชั่วโมงที่ผ่านมา +4

    Vaiti Bohut Dinor pasot Dekhisu

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 ชั่วโมงที่ผ่านมา

      😂

    • @cgohain7304
      @cgohain7304 5 ชั่วโมงที่ผ่านมา

      ২০২৯ চনৰ লৈকে তানি থাকিব।

  • @shuklagogoi3209
    @shuklagogoi3209 4 ชั่วโมงที่ผ่านมา

    Very good decision, kintu akou jate rajniti nhoi, iman dinor pora kori thoka axa eta pura hobole goi ase

  • @gautamsarma8897
    @gautamsarma8897 3 ชั่วโมงที่ผ่านมา +1

    B J P bahire kuno samadhan kariba noyare Rakhakabas. B J P sarkar Jindabad

  • @simantarabha8890
    @simantarabha8890 ชั่วโมงที่ผ่านมา

    BJP zindabad 👍
    AASU zindabad 👍
    BJP+AASU deadly combination 🔥🔥🔥

  • @cgohain7304
    @cgohain7304 5 ชั่วโมงที่ผ่านมา +3

    ২০২৯ চনৰ লৈকে তানি থাকিব।

  • @simantadas2564
    @simantadas2564 4 ชั่วโมงที่ผ่านมา

    কঠিন আইন বনাব লাগে,যাতে বাংলাদেশী খেদা খাই

  • @ranakhangia5070
    @ranakhangia5070 4 ชั่วโมงที่ผ่านมา

    MILI BHAKAT

  • @Akash-ok7su
    @Akash-ok7su 3 ชั่วโมงที่ผ่านมา +1

    Ebur tup di labh nai, bjp go back

  • @rsvlog4796
    @rsvlog4796 4 ชั่วโมงที่ผ่านมา

    Caa Ami Namanu Pagol Ata Mia Lover

  • @TarunPayeng
    @TarunPayeng 3 ชั่วโมงที่ผ่านมา

    Ki bishak koru,,,buji napau,,,

  • @JibanPatar-tc2gf
    @JibanPatar-tc2gf 4 ชั่วโมงที่ผ่านมา

    40 bosor alusona kori thakibone

  • @Arproduction06
    @Arproduction06 3 ชั่วโมงที่ผ่านมา

    Ji tu kunu sarkar koribo nuare aitu mama koribo paribo

  • @Tutaktutak6415
    @Tutaktutak6415 5 ชั่วโมงที่ผ่านมา +2

    শৃংখল চলিহাই কথা এটা কৈছিল মোৰ খুব মনত পৰে...
    কেইটা মাn কুকুৰে ৰাস্তাত হোৱা প্ৰতিবাদ filed ত নিছিল 😂😂

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 5 ชั่วโมงที่ผ่านมา +2

    ককা দেখোন । বহুত দিনৰ মুৰত😂😂😂😂😂😂

  • @digantanath3121
    @digantanath3121 3 ชั่วโมงที่ผ่านมา

    Aibor bisayat birudhiye ba ki koi

  • @manujyotidihingia8652
    @manujyotidihingia8652 4 ชั่วโมงที่ผ่านมา

    প্ৰথম কেন্দ্ৰৰ লগত থকা
    বীষয় বুৰ আনুৰোধ নহয়
    দীমান কৰক অসম চৰকাৰে
    নীতীবাছক কথা বহুত হল
    লেক চাৰ তীয়াসী চনৰ পৰা
    শুনী আছু নীবাচন আহীলেই এই কথা বুৰ উলাই

  • @pankajgogoi5045
    @pankajgogoi5045 5 ชั่วโมงที่ผ่านมา +2

    Buratu morilehe aasu eribo

  • @deepphukan4960
    @deepphukan4960 4 ชั่วโมงที่ผ่านมา

    A studant jonok bohut dinor pasot dakha palu. Thailand ot goysel naki majota. Bohut din dakha puwa nasilu. ❤❤❤❤❤

  • @dhirendradoley1108
    @dhirendradoley1108 4 ชั่วโมงที่ผ่านมา

    26 চৰ নিৰ্বাচনি বত্যৰনি পাৰ কৰা ইচ্ছু.... লাভ নাই ৰাইজে notice কৰি আছে ... সকলো বুজি পায়

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 3 ชั่วโมงที่ผ่านมา

    লুৰিন দুফলিয়া জনকো ৰাখিব লাগে আলোচনা বোৰত

  • @khilonjiyanonbodoknightsin7346
    @khilonjiyanonbodoknightsin7346 4 ชั่วโมงที่ผ่านมา

    Beypari

  • @বীণ-বৈৰাগী
    @বীণ-বৈৰাগী 4 ชั่วโมงที่ผ่านมา

    Bhaity tumi kun class t poha?

  • @PabitraPhukon-c1j
    @PabitraPhukon-c1j 4 ชั่วโมงที่ผ่านมา +1

    কুকুৰ বিলাকে কোন সময়ত বেছি ভুকে আৰু কি স্বাৰ্থত ভুকে আজিৰ যুগত সৰু ল'ৰাইও বুজি পায় ।

  • @unknownmystery7694
    @unknownmystery7694 4 ชั่วโมงที่ผ่านมา

    This will naver gonna be happen here.. It's just a political stunt...
    This is only a lollypop from mama 😂😂😂

  • @niruhardware9244
    @niruhardware9244 ชั่วโมงที่ผ่านมา

    1951 n r c