Prothom Episode Tueii Iman Dhuniaaa (words nai absolote) describe koribole😭❤️!! Bohut dhunia Script+full natural acting!! Old Days will never Come😭....
Xosakoi iman dhunia poribesh ji atiya harai goise...ai sobi joriyote punar lg paisu saibur din... bhut bhut dhanyawad anekuawa sobi amr majole diya r babe .bhut mon jai aibur dint ako abr jabole..
HatsOff to the team who made this series...after ages I have laughed plus got emotional so much, definitely one of the best series I have watched...I will recommend it to everyone possible...and at last mahabharat wow man wow what an script.
জয়ন্ত ছালফাৰ দ্বাৰা খুউব গুৰুত্বপূৰ্ণ কথা এটা উপস্থাপন কৰিছে। এটা সময়ত আলফাত যোগ দি পিছত সমৰ্পন কৰি ছালফা হৈ গাৱত দপদপাই থকা কিছুমানৰ আচল চৰিত্ৰ উপস্থাপন কৰিছে।
শান্তি আছিলে এই পুৰণি দিনবোৰত....Cd জুবিন দাৰ গান....ভাল লাগিল যা নহক views ৰ বাবেই হওঁক content ৰ অভাৱতেই হওঁক....পুৰণি দিনবোৰৰ পৰিৱেশ ৰোমন্থন হল
আমিও চাইছিলো CD casset
আৰু মহাভাৰত। সঁচাই বৰ সুন্দৰ দিন আছিল সেইবোৰ। আজিও ভাবিলে ভাল লাগে। আজিৰ প্ৰজত্মই উপভোগ কৰিবলৈ নোপোৱা কিছূমান দিন আমি পালোঁ। সচাই আমি বহুত ভাগ্যবান ।
মোৰ দৰে আৰু কোনে কোনে সেই সোণালী দিনবোৰ পাৰ কৰি আহিছা like কৰা।
😅
😢
নিভাজ গাঁৱৰ পৰিৱেশ যান্ত্রিকতাৰ পৃথিৱী খনৰ পৰা বহু দূৰৈত ২০০০জনৰ স্মৃতিবোৰ পূর্ণৰ দেখা দেখা লাগিছে। ❤
Kela xru kalor ktha mnt pri gol be....ki ultimate banaisa nhoi dil se like 😅😅😅😅😅😅😅😅😅😂
90s kid ka related every part of the series...very entertaining
জয়ন্তই চিগাৰেট জ্বলোৱা মেছ টো হে এতিয়াৰ হ'ল, কাহিনী ধুনীয়া হৈছে ❤
Aim
Sunflower company hbo lagisil
Episode কেইটা চাই বহুত ভাল লাগিল ❤😊... বহুত দিনৰ পিছত এনেকোৱা কাহিনী এটা চালোঁ ❤
Abarote hekh korim buli voba hokole like kori jua😅
😂😂😂
Ki noita beh kela mekhla dangi de
@@AbhinashRabha-qs3nelong distance relationship pe aisa hi hota hbhai😂😂
10:30 pm to 2:30 am loike salu. Soku puri ase
Eke rati sai hekh krilu
সঁচাকৈয়ে বহুত ভাল লাগিছে, সকলো ক'লা কৌশলীৰ অভিনয় তলব মানিছো
আগৰ দিনৰ প্ৰেম সঁচাকৈ বহুত পৱিত্ৰ আছিল । আগৰ সোণালী দিনবোৰ ঘূৰাই নাপাব পাৰোঁ কিন্তু হেইডিনবোৰৰ অনুভূতি টো সঁচাকৈ বহুত মনোমোহা।তেতিয়াৰ চিঠি লিখাৰ আমাজে বেলেগ আছিল
Mahabharat 😂
I don't know Assamese language but I'm still watching all episodes with full confidence 🤭
That ending sound of mahabharaaat was epic😂😂😂
th-cam.com/video/He7PXcZ_Y-0/w-d-xo.htmlsi=Eo2fBsSfI67tJ0wL
Lagta hain wo gya tha😂
Bapero murtu
😂😂😂
Prothom Episode Tueii Iman Dhuniaaa
(words nai absolote) describe koribole😭❤️!! Bohut dhunia Script+full natural acting!!
Old Days will never Come😭....
Himangshu da aru baki tini jon lorar babe ata jor hatsapori,
Great directtion
Bohut val lagise xosake, akow enkua bonai jaok
Last pehi mza dile
এনে কোৱা কৈ যদি বনাই থাকে তেন্তে বেছি সময় নাই bollywood ত অসমীয়া ফিল্ম বোৰ পাবগৈ l বহুত ভাল লাগিল 🎊👏👏
Uluta hoigol sn , episode 2 first , 1ST time enkua dekhisu
Army r wife ৰ লগত এনেকুৱা বেয়া video, বহুত বেয়া লাগিল এনেকুৱা video ৰ কাৰণে আমাৰ সমাজত বেয়া প্ৰভাৱ পৰিব 🥲 মই request কৰিছোঁ এনেকুৱা বেয়া video নৱনাব😢
হয়, সেইখিনি বৰ বেয়া লাগিল।
এনেকুৱা কাহিনী হয়তো আমাৰ মাজত আমি কোনেও গম নোপাকৈ চলি থাকে গতিকে সাবধান হয় লওক....
ছবি খনৰ দ্বাৰা এইটোৱে বুজাব বিচৰা হৈছে...
Kahini k kahini hoi thakible dle kunu ktha nai.... Real life le tani loi ahile sb film tee anwkai kiba negative bs2 ahb
Kahinik kahini hoi thakible diyakkk
এইবোৰ হৈ থকা ঘটনা
One huge like for the DIRECTOR 😊❤❤❤❤
13:45 " eman ......." legend can understand 😂
, মহাভাৰত epic 😂😂😂pehi
আগৰ দিনৰ কথা বিলাক ভাবি ভাল লাগিল ,সেই আগৰ দিনত পি ছি ও গৈ কথা পাতা আৰু চি ডি কেছেট ভাড়া কৰি লগৰ লগত ঘৰৰ মানুহে গম নোপোৱা চিনেমা বিলাকৰ চোৱাৰ মজা বেলেগ আছিল, আমি হৈছো সেই চি ডি কেছেট ছোৱা সময়ৰ মানুহ , সেই সময়ৰ লৰা বিলাকে জানিব আগৰ দিনৰ মজা কি , আজি কালি লৰা মোৱাইল টো লগত হে লগ বন্ধু চিনি নেপায় ,
14:22 " অ বাবু.. এইখন কিবা ইংৰাজী মহাভাৰত নেকি ?" 💥🤣
Hoi manishaa😂
অসমীয়া মহাভাৰত বুলি আহিছিলা নেকি চাবলৈ 😁🤨
Ami emanu popiya nasilu je pehi khuri buli mota maikik class 10 t s*x koribo mon jabo.....
Umm bahut bhal lage
Hoi da munu😂
One of the most mature screens in assamese community
Kela কেনে এটা ULTIMATE হৈছে অ.....🎉🎉🎉 সকলোৱে আৰু আগুৱাই যাওক 🎉
উমম কিবা এটা বেলগ বনাইছে
চবৰে চৰিত্ৰবোৰ চাই নিজকে নিজে ফিল এটা কৰা গৈছে সেই সময়ৰ দিনবোৰলৈ মনত পৰি গৈছে
Xosakoi iman dhunia poribesh ji atiya harai goise...ai sobi joriyote punar lg paisu saibur din... bhut bhut dhanyawad anekuawa sobi amr majole diya r babe .bhut mon jai aibur dint ako abr jabole..
Soku pani ulai goise missing the childhood 🥺❤
আগৰ সেই সময়বোৰেই প্ৰিয় আছিল❤❤❤
200% ভাল হৈছে ৷ এটা দশকৰ প্ৰতিচ্ছবি সুন্দৰ..প্ৰথমবাৰ কিবা ভাল পাইছিলো
পাৰ হৈ অহা অতীত বোৰ বাৰুকৈ ধুনীয়া আছিলে । চলচিত্ৰ খনে বহুত কথা সুৱাৰাই গল। বহুত বহুত ভাল লাগিছে চাই । মোবাইলে বহুত আধুনিকতাৰ সৃষ্টি কৰিলে ।যত আমি পুৰণি কথা বোৰ পাহৰি গৈছো।
2nd year student attendance here..😄
পাহৰি যোৱা কিছুমান স্মৃতি আকৌ এবাৰ মনত পৰি গল ।
HatsOff to the team who made this series...after ages I have laughed plus got emotional so much, definitely one of the best series I have watched...I will recommend it to everyone possible...and at last mahabharat wow man wow what an script.
ধন্যবাদ চুপা-চুপি। 90 ৰ অতীত খিনি সজীৱ কৰাৰ বাবে।
Sob Val hoise.... Unexpected
Atitak nejaba pahori👌
Mojja super ❤
Sir 2014 not ghurai niso
Mozaa lagi gol
❤❤❤
Baideu.baideu.dhunia baideu .🔥🔥🔥
মেট্ৰিক পাছ কৰি যেতিয়া 1st year ত নাম লগালো।তেতিয়া এজনী ছোৱালীক মোৰ খুবেই ভাল লাগিছিল।2014 চনৰ কথা সেইয়া।কিন্তু কোনো দিন ছোৱালীৰ লগত কথা পাতি নোপোৱা লৰা জনে কেনেকৈ বাৰু চিনাকি হওঁ।কেনেকৈ মাতো তাইক।লাজ লাগে ভয় লাগে।কিন্তু সেই একেটা সময়তে এজনী ছোৱালী মোৰ friend হৈছিল।তাই মোক আগত মাতি চিনাকি হৈছিল।মই তাই ওচৰত বহিবলৈ লাজ লাগে।তেতিয়া আমাৰ কলেজত লৰা ছোৱালী প্ৰায় লগতে বহে।মই তাই ওচৰত বহিব নিবিচাৰোঁ যদিও তাই মোৰ ওচৰতে বহেগে।তাই দেখা টো খুবেই ধুনীয়া আছিল।কিন্তু মই ভাল দেখোঁ আনক।যি গৰাকীক মই ভাল পাব বিচাৰিছোঁ তাইক লাজে ভয়ে এদিন চিঠি এখন দিলে।তাই পৰা কোনো উত্তৰ নাহিল।এদিন গম পালোঁ তাইৰ boyfriend আছে।মইও কথাটো পাহৰিব লাগিলোঁ।কিন্তু এদিন তাই মোক খবৰ কৰিলে মোক কাৰণ চিঠি খনৰ তলত মোৰ number টো লিখি দিছিলোঁ। সেইবোৰ বৰ্তমান অতীত কিন্তু ভাল লাগে ভাবি ।কিন্তু মোৰ লগত বহা ছোৱালী জনী আজি লৈকে নেদেখিলে।তাই কত পঢ়িছে,কি কৰিছে একো গম নাপাওঁ ।তেতিয়াৰ পৰা কোনো দেখা হোৱা নাই ।বাকী মই চিঠি দিয়া জনী বৰ্তমান আনৰ পত্নী।
Apuni Etia ki korise ase
Koli kalor Mahabharat ❤😄🤤
Dada jobordast.. " first div nohole kintu yes nidu" aitu jukarilolo dada...♥️ Love you dada
চাই ভাল লাগিল । hpd🔥
মোজা লাগি গল।..❤❤
Dheeii napaii deii😆😆
"1 toka ase...." That part was hilarious. ...😂
1st done etiya 2nd tu start.. gote keita xekh korim aji❤
😂😂
Twist of 90's kids ... Remembering those golden days....
Bhal lagil sai
Kela hilai disa dei axomiya series ee😂🔥🔥🔥🔥🙏
Ultimate hosakoi...reeldramat poisa d kisuman suatkoi bohut uprt...
Moja sai bht besi vl lgil
Chupa chupi season 2 lage . Love from Nalbari ❤
বজালী ৰ চৌখুতিত শ্বুটিং হৈছে
Ma'amjoni😍🔥
Bohut dhunia acting hokolure ..❤
Dhunia hoise
অতি সুন্দৰ।
What a apisode 😂👍🏻❤️
Pehi mojja hoise dei 😂😅
Mam dekhibau dhunia mat kothau dhunia😍
জয়ন্ত ছালফাৰ মাতটো তেঙতেঙীয়া । অলপ গধুৰ হব লাগিছিল চৰিত্ৰটো চাই
Dhunia hoise😄😄😄
সঁচাকৈ আগৰ দিন বোৰলৈ মনত পৰিল❤
Wow😮😮😮 Nice 🎉🎉🎉
সেই সময় বোৰ বৰ ভাল আছিল পাই ❤️😍
Waiting for the Next Episode ❤
7:58 এই কথাখিনি একেবাৰে সত্য কথা। বৰ্তমান সময়ৰ বাস্তৱতা। 🙂
Waw super 🎉🎉🎉❤❤❤❤
চুপা চুটি চাই ভাল লাগিল😮
মহাভাৰত 🤣👌
হাইস্কুলত থাকোঁতে জীৱনত প্ৰথমবাৰ vcd ত bf চাওঁতে মোৰ হাঁহি উঠিছিল বহুত, feel কৰা টো বহুত দুৰৰ কথা, তেতিয়া ১৩ বছৰত ভৰি দিছিলোঁ হে ,, লগৰবোৰে কয় ধেই নাহাহিবি য়ে , মোৰ আকৌ কেলা হাঁহিটো ৰখাই নাছিল। 😂😂😂 কিবা কেঁকোৰাৰ নিচিনা লাগিছিল সেইকাৰণে হাঁহি উঠিছিল 😆😁🤣🤣 বুজাই বুজিব আৰু।
Masterpiece
আলফা আৰু ছালফাৰ দিন বোৰ বহুত ভাল আছিলে। মই এজন ৯০ দশকৰ লৰা। অসমীয়া জাতীয় সচেতন , কিন্তু আজি😭😭😭জাতিৰ অস্তিত্ব সংকটত । জয় আই অসম ✊
Mojjjjjjjaaaaaaaaaa oooooo
ভাল লাগিল মহাভাৰত ❤❤❤
Bro think himself Shahrukh 😂❤ btw Main Hoon Na reference is good 👍 aru .......last scene ekdom🔥🔥🔥🔥
Aamar din aibr ..bht vl lga asl . .bht miss kru
Just awesome ❤️ ki kom mane🔥🔥
90's xhomoi monot pori goise. Ki j din bur asil. 😮I need my 90's 🔙
Bonaise aooo dai , alt Balaji a u patta npai 👌👌
Mahaaaaaabharaaatttttt 😂❤
Maaaahaaaabhaaaaraaat 😆😆
😂😂😂😂
ল'ৰালিৰ দিন বোৰলৈ মনত পৰি গ'ল দে❤ সকলো কলা কুশলী লৈ ধন্যবাদ থাকিল❤️
Fast video tu disa 2 number episode tu
সৰু কালৰ দিন বোৰ মনত পৰি গল❤
BSC student attendence here🙏
😂
Aiiii xtttt sabita Bhabi buliii 😂😂😂😂😂😂😂😂
Tq for uploading all the episodes together
OMG Unexpected Story 😢 back to 1990 ❤
😂 back to our school life, Thanks for reminding
THIRTEEN(13) চুটিছবি খনৰ পিছত মনত সাঁচ বহাব পৰা অসমীয়া ৱেব চিৰিজ খনেই হৈছে এইখন "চুপাচুপি"❤। স্কৃপ্ট্ লিখা আৰু অভিনয় কৰা সকলো নায়ক নায়িকাৰ অভিনয় খুব সুন্দৰ হৈছে। মুঠৰ ওপৰত ৯০ দশকৰ সকলো ব্যক্তিৰ বাবে ই এটি নষ্টালজিয়া ৱেব চিৰিজ। 😊
Last scene😂 pehi juiii😂
Normal মানুহে এটা খণ্ড এৰাতিত চাই শেষ কৰে।
আমাৰ নিচিনা নিশাচৰে এটা season এৰাতিত চাই শেষ কৰে।
😎
সংগীতা❤❤❤
Khatra bonaise 😂❤
Wowwww❤
90s kids will be able to relate .....😊
Moina webseries khonot koi bohut val hoise
Last scene epic😂😂🤣
Toi mane ajori 😂😂😂😂
Shubh kam me kyun deri he na??😂🤣🤣🤣🤣
@@Jahanabisvlog ekdom sai ajori🤣😌
Hey guyz , sampriti here😂
@@anjanborgohain8406 🤣are you kidding