প্ৰিয়জন নুবুজিলে এইটো কৰক | Assamese Motivational Speech | Assamese Motivational Quote Inspire Axom
ฝัง
- เผยแพร่เมื่อ 7 มี.ค. 2022
- প্ৰিয়জন নুবুজিলে এইটো কৰক | Assamese Motivational Speech | Assamese Motivational Quotes by Inspire Axom
Background music credit - www.bensound.com/
Video credit - 1. pixabay.com/
2. www.pexels.com/
(Any copyright issue please contact
inspireaxom4@gmail.com )
My fb page ●
/ inspire-axom
My Instagram id ●
/ inspireaxom
Disclaimer :- Copyright disclaimer under section 107 of the copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
#inspire_axom
#love
#quotes
♡ Thank you for watching
ধন্যবাদ আপোনাৰ, কাৰণ আপোনাৰ motivational speech টো শুনি মনটো বহুত পাতল অনুভব কৰিছো,, বহুত অশান্তিত ভুগিছিলো কাৰোবাক ভালপোৱা প্রস্তাব দি,,
ভালপোৱাৰ বিনিময়ত প্ৰায় ভাগেই প্ৰতাৰনা, বিশ্বাসঘাটহে পোৱা যায়
Kheibabe Val paboi nalage karuke bohut kosta hoi jetia andha hoi Val pua jai karubak fhol bix hoi
Umm xsake
সচাঁকে কোনো মানুহক বিশ্বাস কৰিব নাপায়... মানুহৰ ওচৰত না শব্দৰ মুল্য থাকে না বন্ধুত্বৰ মুল্য থাকে ... কিছুমান আঘাতে জীৱনত বহুত কষ্ট দিয়ে লগতে শিক্ষা দিয়ে...
I like your information thanks.
Thik koiso
Tmi imn buji pua
মজা❤️👍
Protitu kthaye jibont ghotowa ghotona apunar video borot kowa protito kthay sosa dhnybad apunak 🙏👌✊☝
GREAT MOTIVATION❤️❤️❤️👍
Thanks... Video sai bujilu kisuman ktha
Val lagil.
Bhal lagil
Val lagil video tu sai dada
Absolutely your voice n video r correct ....
Really bro...
খুব ভাল কথা ।
এইতো জীৱন হাঁহি হাঁহি পৰ কৰিব লাগে। কান্দোন বোৰ নিৰস্ত্ৰ জেনী তেনি বৈ যায়।কন্দিব কোনেও নালাগে ।হাহিৰে জীৱন সুন্দৰ কৰা।চকু পানী যেতিয়া আনৰ বাবে বৈ আহিব তেতিয়া জানিব আপোনাৰ এখন অন্তৰ জাগৰিত হৈছে।সকলো সুখত থাকক।ধন্যবাদ।
Great mitivation speech
বহুত কষ্ট পালো , বৰ বেয়াকৈ আঘাত কৰিছে মোক 😢😢😢😢
Thank you Sir
Great.great.super......super......
Great ❤
Mojjjjjja😊
vl lgil khuni❤
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 💝💝💝
Bht bht vl lgil..xahokh palu sai
মানুহৰ জীৱনটোয়েই এনেকুৱা... য'ত বিপৰীত শব্দয়েই পাৰ ভাঙে... নিজকে পৰজীৱী বুলি ভাৱি ল'লে কষ্টবোৰে বেছি হেঁচা মাৰি ধৰে....... 🍁🍁🍁
Jabo logak jaboloi diya😊tair ba tar apekhyat nathakiba nijor kam bor kori jua...
Hoi dada❤❤❤❤❤❤
Verygood baat ❤❤❤❤
Next. ..
❤️❤️❤️
Bohut val lagil video tuu Sai🥺🥺aru dukh lgil🥺🥺
Hoi sir 🙏❤️ thank you
Really great video ❤️
মই তাইক পোৱাৰ বাবে কিছু মিছা কথা কৈছিলো ,
কিন্তূ মোৰ ভালপোৱা খিনি সচা অন্তৰৰ আছিল ,
আৰু এদিন মই নিজেই মিছাবোৰৰ ঠাইত সচাঁবোৰ কৈ দিলো ।। তাই মোৰ পৰা আতৰি গল 😪😪
thank u sir
আজি চাৰি বছৰ হল তাইক পাহৰিব পৰা নাই।।সঁচা যাক ভাল পোৱা যায় তেওঁক পোৱা নাযায়🥺🥺🥺বহুত মনত পৰে🥺🥺🥺🥺।ঘূৰি অহা হলে তাই🙏🙏🙏🙏🙏।।
Xosa kotha
Ghuri ahileu ata voi thakib khodai ak anekua Korib buli
Ahixil ako ari gusi gl...jua tymt koi gl...mur lgt thakib nuare bule...😑😟
😓
Sm to you bhi😭
Very good ❤❤❤❤
আপোনাৰ পৰা আগলৈ এনেকুৱা পৰামৰ্শ পাবলৈ বহুতো আশা কৰিলো । ধন্যবাদ।
নিশ্চয়
মই তাইক বহুত ভাল পাইছিলো,কিন্ত্ত মোক সকলো মিছা কথা কলে,আৰু এতিয়া মোক এৰি বেলেগ এজনৰ লগত কথা পাতে.মই তাই দেখুৱা মিছা সপোন কেতিয়াও পাহৰিব নোৱাৰিম,এটাই আশা তাই মোক যেনেকে থগিলে..বেলেগক যাতে নথগে 🙏
Bhai...ki..name tair
হয়তো এদিন তাই উপলব্ধি কৰিব আনক ঠগোৱাৰ পৰিণতি কি ?
@@mriduladas6310 hoi tar অপেক্ষা ত আছো মই
Moro hoisi ake kotha
Vai Moro same
Right 👍
You are right
Nice 🙏♥️🔥🔥
Val khota 👍👍👍👍👍👍🥀🥀🥀🥀🥀🍁🍁🍁🍁🍄
That's write 👍👀
Bohut val paisilu tak ..khi sob buji pai atia ata sans bisarise kin2 mur anekua lagise ji joni suali babe khi muk bad disil kheijoniu tak bad diya babe muk sans bisarise kin2 agor dore mur khobor lob khomoi nai .moi nije vabi pua nai ki koru confused.tak aru thakibou nuaru.aru voiu lage ak jodi muk anekua kore
Val Dore vabi saba
@@bishwajitphukanr.no2022 khi ak korile mur logot tenekua .agote kua bur sob misa asil 😭sob prov palu
Right
Same condition
Nice
Kotha Kata hune hoisa bhut val lagesa,,,
moi tak bht val paisilu, ru etiyau bht val pao❤️
Muku val pai saba abr soroswati pujat ake lge ghurim 😌🥲
😢😢😭😭 heart touching
hmmm
Tq sir
Bohoot bhal lagil
Really
Hosa jak basi vl pua hoi ,,, haitu katiau nijor hbo nuware ..
Inspirable message
Bht Obohela palu..💔🥺
👍✅
👍
প্ৰেম, ভালপোৱা এইবোৰ যেন বাৰিষাৰ দুপাল-পিতা বৰষুণ জাকৰ দৰে। হঠাৎ আহে, সকলোকে ধোৱাই হঠাৎ গুছি যায়। ৰৈ যায় এক নিৰ্জন পৰিবেশ। কিছুমানৰ বহুতো সপোন ভাঙি যায়। সেই ভঙা সপোনৰ টুকুৰাবোৰ বুতলি কিছুমানে পুনৰ সেই সপোন বোৰ পুৰাই আৰু কিছুমান...! কিছুমান সেই ভঙা সপোনৰ টুকুৰাবোৰৰ লগত বিলিন হৈ অসীমত হেৰাই যায়...।এয়াই হয়তো প্ৰেম কেতিয়াবা হৃদয় চুই যোৱা ফাগুনৰ পছোৱা আৰু কেতিয়াবা অন্ধকাৰ কঢ়িয়াই অনা বাৰিষাৰ ধুমুহা।
....মৃন্ময়.........
Old is gold😓😓
🙏🙏🙏🙏🙏🙏🙏🙏
Thanks
Right mur lift hoise ooooo bohut kost jai thkebo loga hoise
ভিডিঅটো সম্পূৰ্ণকৈ চালোঁ বহুত ধুনিয়া হৈছে। কিন্তু ইমান সুন্দৰ ভিডিঅ টো music r বাবে গতেই বৰ বেয়া হৈছে ❤
😭😭😭
Hosa dei 😢😢😢😢
Tq muk gurutoh nidiye muk kibal pryojant bisare
Hi
Jak hsa valpoa jai Tak ketiau poa najai.tatkoi valpoat nohai thik ase.emn jdi dukh paboloie ase
Hosakoi😢😢😢
বহুত কষ্টত আছো।মই বহুত ভালপাইছিলো তাক কিন্তু মোক ঠগালে 4টা বছৰ মিছা আশাত বন্দি কৰি ৰাখিছিলে মোক।সি বিয়া হোৱা দুটা সন্তানৰ বাপেক।কিন্তু মই তাৰ বিষয়ে একোৱেই জনা নাছিলো......😭😭😭😭 ।বহুত ভাগি পৰিলো মই স্বাৰ্থপৰ হব নোৱাৰিলো।আজিয়ো কান্দি থাকো মই।কি ভুল কৰিছিলো মই ইমান ডাঙৰ শাস্তি দিলে মোক।এটাই আশা কৰো মোৰ দৰে যাতে অইন ছোৱালীয়ে ভুগিব লগিয়া নহয়।🙏🙏🙏🙏🙏🙏🙏🙏
Tumar dore muru akei hol. Muru bohut কষ্ট hol. Tak পাহৰিব pora nai atiyaloike
@@s.centerprise1090 পাহৰিবলৈ চেষ্টা কৰা ।নিজক সময় দিয়া আৰু পাৰিলে লগ-বন্ধুৰ লগত সময় কতোৱা তেতিয়া অলপ পাহৰিব পাৰিবা।কিন্তু যেতিয়া অকলে থাকো আকৌ মনত পৰে...😥 ।তথাপিও মনতোক জোৰকৈ হ'লেও বুজাব লাগিব কাৰন আমি তেনেকুৱা মিছলিয়াৰ পৰা বাছি গ'লো। যাক মনত ৰাশি একো সফল হব নোৱাৰো তাৰ কথা ভাবি নিজক কষ্ট দিয়াৰ বাদে আৰু একো নাই সেয়ে নিজে নিজক ভালপাই অকলেই জীয়াই থকাই ভাল।
Tai
তাইক বহুত ভাল পাইছিলোঁ,কিন্তু তাই মোক 5 বছৰ ধৰি অভিনয় কৰি আছিল ।এতিয়া তাই বেলেগৰ লগত বিয়া হৈছে, মোৰ জীৱনটো নষ্ট কৰি দিছে, আশা কৰোঁ তাই সুখত থাকক।মোৰ দৰে জীৱন কাৰো যাতে নহয়।
@@ashakkhan7269 অতিতক পাহৰি বতৰ্মানকলৈ জীয়াই থকা।ভাবি লোৱা তোমাৰ জীৱনৰ পৰা এটা বেয়া অধ্যায় গুছিগল।
আৰু চাব মন যায় ।দাদা আপোনাৰ বিডিঅ
মই বহুত কষ্টত আছোঁ বহুত ভাল পাওঁ মই তেখেতক কিন্তু তেওঁৰ ওচৰত মোৰ কোনো বিশেষ গুৰুত্ব নাই যি বোৰে মোক বহুত আঘাত দিয়ে কিন্তু তেখেত মোৰ প্ৰেমিকা নহয় তেওঁ মোৰ বন্ধু হে মোৰ ভাল বন্ধু যাক মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ..... কিন্তু 😔😔😔😔
মানুহ বোৰে প্ৰেমত পাগল আৰু মই বন্ধুত্বত🙏
Same problem
Same moyu bondhutto r bbe pgl
@@nilimamahato7017 😢
Val Lagile kthabur
Moi atiya bhut ksthot asu tak eman vl pau kitnu tai mon ne nidiye agte 2 koisile vl pau buli atiya mjte ari gusi gl 😢😢😢😢
Life r each and every situation apunar videot dekha paw
Ako nako dya val lge tumr khta bor 🥺🥺 life t thkb e mon njoya hse
Sem লাগে কথাবোৰ । কিন্তু কাকো দুখ দিবলৈ মন নাযাই । অকলশৰীয়া যেন লাগে । অৱহেলাৰ দৃষ্টি সকলোৰে বাবে যেন মোৰ দৰে কথাৰ মুল্যই নাই ।
Kothakhini bht hundar koise
Ki kom mur kotha ajoni suwali moi pagol lor dora val palu aru lastot muk pagol kore gusi gol 💔💔😭😭😭
দাদা আপুনি কোৱা সকলোবোৰ কথা সঁচা হয় ।😔😔
Same tai moke khub kosto dise😭
😩😭😩😭no words
Dada hokolu hosa kotha koise
সুদীৰ্ঘ ৯ বছৰে মই তাইক ভাল পাই আছিলোঁ। বহুত মৰম কৰি ৰাখিছিলো। তাই মোক বহুত আশা দিলে। মই তাইক নাৰ্চ সিকিবলৈও পঠালো । কিন্তু নাৰ্চ সিকাৰ পাছত মোকেই দলিয়াই পেলালে।মোৰ অজ্ঞাতে বেলেগৰ লগত কেইবাবাৰো শাৰিৰীক সম্পৰ্ক কৰিলে। এই সকলোবোৰ ক্ষমা কৰিও মই তাইক বিয়া কৰিব খোজোঁ। কেইদিনমানৰ আগত একো কাজিয়া এখনো নোহোৱাকৈয়ে এনেয়ে মোক এৰি দিলে। বৰ্তমান মই কেৱল তাইৰ স্মৃতি বুকুত বান্ধি দিনে ৰাতিয়ে চকুপানী টুকি আছোঁ।
তেওঁ মোক এদিন বুজিবনে?
মই বহুত ভাল পাইছিল ও কিন্তু আজি মই এৰি ও
😭😭😭😭😭
Bohut mnt pre teu loi. Imn dhuniya koi thgale.... 😞💔Teu knkoi prile. মই tu pra ni
I lov you bro kot hekisa aybur
Mur lgt atya ankwa hoise bht kosto paisu nuwarisu
Great but spelling bahut vul thake. Parile
Sudha kori dibo...
Hosaka dada 😢😢
Moi kom..mur u hoise ..ane kua .. bhut kandilu .. bhut vl pua r pora obohela u palu .. bhut kandilu . kin2 mk jimn dukh dese ..moi jimn kandisu .kin2 tar biporite hi bhut happy ase o
Mon jai nijor jivon tu a nhwa kori dio nky life r jiyai thaki anisoh lgagi🥺🥺😩
😢
ছোৱালী বোৰ কিয় এনেকুৱা আমি ল'ৰাবোৰ পুতলা নেকি
Thank you so much 😭
Ene dukhot asu.aru konduai dila
দাদা মই ভাল পাই ছিলো কিন্তু মোক পাহরি গইসে তাই 😢😢😢❤
Prem guru
মই মোৰ প্ৰেমিক ৰ কাষত takhi তেওঁৰ careiar গঢ়াত সহায় কৰিছিলোঁ তেওঁৰ বেয়া সময়ত মই কাষত আছিলোঁ সদায় সাহস দিছিলোঁ কিন্তু তেওঁ এতিয়া মোক আন ছোৱালীৰ লগত compear কৰে আনৰ লগত relition গঢ়ি আছে লৰাৰ ৰো কি বিশ্বাস আছে
Muru same condition bhut val paisilu tak he sakori ple sb hol tar aru atiya muk phri gol jitu lorai toi okl mur buli adhikar dekhisil heitu lorai aji muk ari gusi gol goi😭
Same condition😢
ডিলিট কৰিবই নোৱাৰি দেই
সঁচাই আমি যাক বেছি ভাল পাওঁ বিশ্বাস কৰোঁ সিয়ে আমাক বুজি নাপাই 🥺
Hi ki khbr
@@sankardassankardas486 valei tumr
সেইটো তোমালোকৰ নহয় ,আমাৰ লোৰাবোৰৰ হে হয়
@@anupkumar5450 you are right 👍 but ছোৱালী বোৰৰ লগতো এনেকুৱা হৈ
Xsake