মোৰ মানুহজনৰ লগত মোৰ বেয়া।আচলতে মোক শাসন কৰিবলৈ ফোন কৰি লগাইছে।মাৰ পিত কৰিবলৈ লগাই দিছে।

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ม.ค. 2025

ความคิดเห็น • 19

  • @nbassam-hg9rq
    @nbassam-hg9rq 14 วันที่ผ่านมา

    Nice sharing ba 🎉❤pothome dautak Nomoskar jonaisu 🙏🙏🙏hundar niramix khana aiujon ba 🎉❤Right kotha koisa ba 🎉❤big like full support ba 🎉🎉❤❤

    • @Mainusvlog78
      @Mainusvlog78  14 วันที่ผ่านมา

      ধন্যবাদ জনালো নিটুল❤️❤️পিছে আমাৰ ঘৰৰ আশে পাশে ঘূৰি আছা ন❤️❤️

  • @nilakshisharma6115
    @nilakshisharma6115 14 วันที่ผ่านมา +1

    সুপ্ৰভাত ☺️দেউতাৰ লগত ভাত খোৱা দৃশ্যটি দেখি ইমান ভাল লাগিছে ❤আপুন বৰ ভাগ্যৱান এনেদৰে প্ৰতিপালন কৰিবলৈ পাই ছে ❤ জয় হনুমানে আপোনাৰ সকলোবোৰ আশা পূৰণ কৰক 🙏

    • @Mainusvlog78
      @Mainusvlog78  14 วันที่ผ่านมา

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️🙏

  • @RupaliDeka-ug3rj
    @RupaliDeka-ug3rj 10 วันที่ผ่านมา

    Bohut Val lagil vedio to sai ❤❤

    • @Mainusvlog78
      @Mainusvlog78  10 วันที่ผ่านมา

      ধন্যবাদ❤️❤️

  • @ProbhatBordoloiProbhatBo-ol7bf
    @ProbhatBordoloiProbhatBo-ol7bf 14 วันที่ผ่านมา

    Bohut val lagise, you are lucky.❤❤

  • @runjunsaikia4145
    @runjunsaikia4145 15 วันที่ผ่านมา +1

    Good morning ❤তুমাৰ দেউতাক দেখি মোৰ দেউতাক মনত পৰি গল ।এনেকৈ পাৰিলে দেউতাৰ লগত ভাতসাজঁ খাবা আৰু সুন্দৰকৈ ৰাখিবা তেতিয়া দেখিবা তেওঁ প্ৰতি থকা খংবোৰ কমি জাব।তুমি ইমান ধুনীয়াকৈ চোৱা চিতা কৰিবলৈ দেউতাক কাখত পাইছা এইয়া তুমাৰ ভাগ্যৰ বলত জানানে ।লৰা ছোৱালীৰ বাবে মাক দেউতাকে ভগবান নহয় নে?

    • @Mainusvlog78
      @Mainusvlog78  14 วันที่ผ่านมา

      Good morning❤️❤️কপালখনত বাৰু অন্য নাপালেও প্ৰতিপাল কৰিবলৈ পাওঁ🙏সেইয়া ভগৱানৰ কৃপা🙏🙏🙏

    • @runjunsaikia4145
      @runjunsaikia4145 14 วันที่ผ่านมา

      @@Mainusvlog78 এনেকৈ প্ৰতিপাল কৰিবলৈ সকলোৱে নাপায় ।

    • @Mainusvlog78
      @Mainusvlog78  14 วันที่ผ่านมา

      @runjunsaikia4145 সচা কথা❤️❤️

  • @hemalatadutta6360
    @hemalatadutta6360 14 วันที่ผ่านมา

    Apunar katha urborval Lagise replydibo

    • @Mainusvlog78
      @Mainusvlog78  14 วันที่ผ่านมา

      ধন্যবাদ জনালো🙏

  • @munindrasharma9093
    @munindrasharma9093 14 วันที่ผ่านมา

    নিজেই কষ্ট কৰিছ নিজেই খাইছ বেলেগৰ নিগেটিভ কথা শুনি মন বেয়া নকৰিবি। সৎপথত আছ যেতিয়া নিজৰ কাম কৰি যা ভাল কৈ ভবা মানুহৰ কথা ভাবিবি

    • @Mainusvlog78
      @Mainusvlog78  14 วันที่ผ่านมา +1

      অশেষ ধন্যবাদ জনালো❤️❤️❤️সামাজিক মাধ্যমৰ মজিয়াখন আৰু তোৰদৰে বান্ধৱী❤️❤️মোৰ চিৰলগৰী