ৰিণিকি ভূঞা শৰ্মাই দুৰ্নীতিৰ ধনেৰে সম্পত্তি ক্ৰয় কৰে নেকি? || Atanu Bhuyan || Satya

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 พ.ย. 2024

ความคิดเห็น • 286

  • @muhammadalam9588
    @muhammadalam9588 หลายเดือนก่อน +8

    এটা সময়ত আপুনি আছিলে অসমৰ নাম্বাৰ ১ সাংবাদিক, এতিয়া আপুনি হৈছে অসমৰ চবতকে ফটোৱা সাংবাদিক ।👎👎👎

  • @utpalvlogs2654
    @utpalvlogs2654 หลายเดือนก่อน +16

    আপোনাক ইমান দিনে সত্য বুলি ভাবিছিলো কিন্তূ বুজি পালো যে বাগিছা মানে ফুলনি, ফুলনি মানে বাগিছা

  • @jitumanibarua1587
    @jitumanibarua1587 หลายเดือนก่อน +19

    সত্যৰ আচল ৰূপ... লালু পান্জুৰ ক্ষেত্ৰত তীব্ৰ বাক্যবাণ কৰে.. আৰু ক্ষমতাশালীৰ লগত মিতিৰালি..

    • @rajani4852
      @rajani4852 หลายเดือนก่อน

      Toi ki congress r spokesperson neki bey

    • @jitumanibarua1587
      @jitumanibarua1587 หลายเดือนก่อน

      @@rajani4852 toi ki atanu bhuyar mukhapatra neki bey

  • @dipzentertainment5677
    @dipzentertainment5677 หลายเดือนก่อน +32

    আপুনি সাংবাদিক নে মুখপাত্ৰ সেইটো প্ৰথমে জনাওক 👈

  • @WorldwideentertainmentN
    @WorldwideentertainmentN หลายเดือนก่อน +43

    ৰিণিকি ভূঞা আপোনাৰ ভনী নহয় জানো । ভাল বুলি নিশ্চয় কব।

  • @User450-h6v
    @User450-h6v หลายเดือนก่อน +53

    কিছুমান শব্দ কিছুমান মানুহক ব্যৱহাৰ কৰিবলৈ দিব নালাগে __যেনে "সত্য","সন্মান".. আদি।

  • @satyajitmahanta1470
    @satyajitmahanta1470 หลายเดือนก่อน +12

    আজিৰ জনসাধাৰণে সকলো বুজি পায়, incometax ৰ পৰা সকলো তেওঁ লোকৰ জেপত

  • @salimathar2200
    @salimathar2200 หลายเดือนก่อน +18

    চাবাচ মালটো কিমান পালে নে পৰিয়ালৰ বুলি এনেই কৰি দিলে ভিডিঅ টো

  • @dipakbora01
    @dipakbora01 หลายเดือนก่อน +7

    তেনে হলে বিশাল ফুকনৰ 2000 কোটি টকা income tax কিও গম নাপালে আগতে।। Notice কিয় নগল তাত

  • @ranjitgowsami7891
    @ranjitgowsami7891 หลายเดือนก่อน +16

    কি কয় হে ভুঞাঁ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ৰ পৰিয়ালৰ একো দুৰ্নীতি নাই, ধোঁৱা তুলসীৰ পাত, বাকী বিৰোধী দলৰ মানুহ বোৰ হে দুৰ্নীতিপৰায়ণ 😂

  • @munindradas3299
    @munindradas3299 หลายเดือนก่อน +20

    News live ৰ সংবাদিক যেন
    লাগিছে।

  • @babulassam
    @babulassam หลายเดือนก่อน +13

    BJPৰ মুখ্য পাত্ৰ যেন লাগিছে

  • @bhargabdeka1774
    @bhargabdeka1774 หลายเดือนก่อน +10

    সত্য নাম দিছে যেতিয়া নিৰপেক্ষ ভাৱে আৰু সত্য কথা বিশ্লেষণ কৰাটো দৰকাৰ। চৰকাৰৰ পক্ষ লৈ নিজৰ ব্যক্তিগত স্বাৰ্থ ৰাখি কথা নকব। নহলে আপোনাৰ video চোৱা বন্ধ কৰি দিম

  • @7gc970
    @7gc970 หลายเดือนก่อน +23

    ৰিণিকি ভুঞাৰ সম্পত্তিৰ বাঢ়ি যোৱাৰ প্ৰধান কাৰণ হল মুখ্যমন্ত্ৰীৰ পত্নীৰ হোৱাৰ সুযোগ লৈছে । স্বামীৰ মন্ত্ৰীৰ বা মুখ্যমন্ত্ৰীৰ নোহোৱাৰ হলে কেতিয়াও ইমান ধন ঘটিব নোৱাৰে ।

  • @babulassam
    @babulassam หลายเดือนก่อน +13

    হালধীয়া সাংবাদিক

    • @skyboy2389
      @skyboy2389 หลายเดือนก่อน +1

      😂

  • @nibeditabarua3292
    @nibeditabarua3292 หลายเดือนก่อน +8

    মানুহৰ মাজত চলি থকা ভুল ধাৰণা এই ভিডিঅ ৰ যোগেদি কিছু পৰিমাণে আতৰ হব  প্ৰকৃতাৰ্থত মানুহে বুজি পালেও নুবুজাৰ ভেশছন ধৰে। এইটো আতৰোৱাহে ডাঙৰ কথা।

  • @bishaldas7221
    @bishaldas7221 หลายเดือนก่อน +1

    বিবেকৰ দ্বাৰা ভাবি চালে সকলোৱে জানে সত্যত বাতৰিত কিমান বিজেপি চৰকাৰৰ সপক্ষ আছে।

  • @manojkumardutta8590
    @manojkumardutta8590 หลายเดือนก่อน +12

    অতনুদাই পক্ষপাতী লৈছে যেন লাগে। আপুনি নিজেই ভাবিচলে ভাল

  • @unmanphukan
    @unmanphukan หลายเดือนก่อน +13

    আমাৰ পইচা থকা হ'লে আমিও য'তে পাওঁ ত'তেই মাটি কিনিলোঁহেঁ‌তেন। পইচা থকা সকলো অসমীয়াই কিনিব লাগে। নহ'লে মাৰোৱাৰী সকলে আমাৰ ব্যৱসায়িক সম্ভাৱনা থকা ঠাইবোৰৰ মাটি কিনি শেষেই কৰিব।

  • @gunjandas8675
    @gunjandas8675 หลายเดือนก่อน +11

    Riniki tur Boinere buli jaanu Sudurbhai😂

  • @GulapBora-z1f
    @GulapBora-z1f หลายเดือนก่อน +1

    এদিন হিমনত ই নিশ্চয় আপোনাক পুৰস্কাৰ দিব। লাগি থাকক

  • @pradipkumarthakuria1620
    @pradipkumarthakuria1620 หลายเดือนก่อน

    জ্যেষ্ঠ অভিজ্ঞ সাংবাদিক অতনু ভূঞাদেৱৰ তথ্য ভিত্তিক আৰু নিৰপেক্ষ সাংবাদিকতাৰে আগবঢ়োৱা পৰ্য্যালোচনা অতি সময়োপযোগী আৰু প্ৰাসংগিক অসমৰ জনসাধাৰণৰ বাবে।

  • @KabitaRabha-e8j
    @KabitaRabha-e8j หลายเดือนก่อน +3

    Aji kali Atanu BJP hol

  • @pankajborah24
    @pankajborah24 หลายเดือนก่อน +2

    pokor seleka jiva khon humuai de bhitoror loke

  • @UtshabTalukdar
    @UtshabTalukdar หลายเดือนก่อน +4

    যদি বগা টকা কংগ্ৰেছ দলে অস্পালন কৰিলে কি লাভ হব

  • @calmmeditationmusic3447
    @calmmeditationmusic3447 หลายเดือนก่อน +3

    😅😅😅😅😅 বহুত দিন হহা নাই;আজি অলপ হাঁহি লও

  • @priyasreeborah4745
    @priyasreeborah4745 หลายเดือนก่อน +3

    ৰিনিকি আপোনাৰ ভগ্নী সেয়ে আপুনি ৰক্ষণাবেশন অলপ হলেও দিব,,, নিজৰ সদাই নিজৰে,,, তেওঁলোক ভাল বুলি ৰাইজক কবলে দিচে মানে আপোনাক.. কিছুমান কাম ভাল কৰিছে চৰকাৰ খনে, কিছুমান লুটিছেও

  • @paragdas9337
    @paragdas9337 หลายเดือนก่อน +5

    Congress party all time misguided

  • @kamalchoudhury2391
    @kamalchoudhury2391 หลายเดือนก่อน

    I Don't know about Riniki Bhuya.But it is TRUE that Himanta Bisha Sharma is a Brave CM of Assam.He is doing a lots good things for indigenous people of Assam.I salute to him.

  • @ajaiborbora5341
    @ajaiborbora5341 หลายเดือนก่อน +2

    কংগ্ৰেছ নহয় অসমৰ ৰাইজক সম্পত্তিৰ হিচাপ লাগে।

  • @imdadulhaque2508
    @imdadulhaque2508 หลายเดือนก่อน

    সত্য The অসত্য । পকৰ চেলেকা অতনু

  • @tmborah4526
    @tmborah4526 หลายเดือนก่อน +1

    Vl lagil Sai apunar ei ..Asatya - The untruth India.

  • @GautamTalukdarjournalist
    @GautamTalukdarjournalist หลายเดือนก่อน

    প্ৰতিবেদনটো ভাল হৈছে

  • @Ccc47373
    @Ccc47373 หลายเดือนก่อน +2

    Mainstream media nsnakeoi apuni same same Cm sir family k target koribole start kori ndbo. Riniki baideo assamre nhy northeastr egore Successful business women, new generation sualie and women e bht motivated feel hbo teor pora..

  • @makhankalita793
    @makhankalita793 หลายเดือนก่อน

    আজিহে আচল সত্যটো কলে ঐ। ইমান দিনে কবলৈ পাহৰিয

  • @SankarjitGogoi-z9j
    @SankarjitGogoi-z9j หลายเดือนก่อน

    তহতৰ যদি দম আছে আইনৰ ওচৰলৈ নাযাও কিয়, যদি প্রমান আছে, আইনৰ সহায় ল, অকল ৰাজনীতিৰ বাবে লনফযন্ফ কৰি থাকিলে কিহব

  • @loveranjan
    @loveranjan หลายเดือนก่อน +1

    Khurai besi a Satya koi ahi kali😂😂

  • @rahuldeori6305
    @rahuldeori6305 หลายเดือนก่อน +1

    কমেণ্ট বোৰ এবাৰ চাব বুলি আশা ৰাখিলো ।

  • @JintiHazarika-ei3zk
    @JintiHazarika-ei3zk หลายเดือนก่อน

    আপুনি বৰ বেবেৰিবাং কথা ক'লে।মানে ৰিনিকি ভূঞাই একো দুৰ্নীতি কৰা নাই ??তেওঁলোকে ভাবিছে যে বিজেপি চৰকাৰ সদায় থাকিব।ধিক্কাৰ দিলোঁ দেই কথাখিনিত।আপুনি যে নিৰপেক্ষ কথা কোৱা নাই সেইটো অসমৰ সকলো বিবেকবান মানুহে বুজি পাব।যি সময়ত covid মহামাৰী হৈছিল সেই সময়ত হিমন্ত বিশ্বশৰ্মাই জনসাধাৰণৰ পৰা সহায় ভীক্ষা মাগিছিল।সেই সময়ত পি পি ই কীট ঠিকা ৰিনিকি ভূঞাই লৈছিল।বেলেগ কোম্পানীতকৈ ৰিনিকিৰ কোম্পানীয়ে বেছি দামত চৰকাৰক পি পি ই কীট যোগান ধৰিছিল।সকলোতে ৰিনিকি ভূঞাৰ হস্তক্ষেপ কিয়? নকয় কিয় সেইবোৰ কথা।মই কোনো পাৰ্টিৰ মানুহ নহয়।এজন বিবেকবান নিৰপেক্ষ ভোটাৰ।ইমান খক্ কিয় ৰিনিকিৰ?যদি হকে বিহকে গোটোৱা সম্পত্তিবোৰ জনসাধাৰণক দিয়েই যাব তেনেহ'লে কিয় বদনাম লৈছে?চৰকাৰী মাটি বাৰীবোৰ চৰকাৰৰ হৈয়ে থাকিব নিদিয়ে কিয়?কিয় নিজৰ নামত কৰি লৈছে?এই টকাবোৰৰ উৎস ক'ত উত্তৰ দিবচোন।নিউজ লাইভ চেনেলটো অকল তৰুণ গগৈৰ বাবেই পাইছিল।স্বৰ্গীয় তৰুণ গগৈয়ে কৈয়ে গৈছে যে মোক হিমন্তই আগফালৰ পৰা মাৰিলে আৰু সৰ্বানন্দক পিছফালৰ পৰা মাৰিব।কথাটো ফলিয়াবলৈ বেছি দিন নালগিলেই 👍

  • @bhubanlahkar3970
    @bhubanlahkar3970 หลายเดือนก่อน

    Dr. HBS IS THE BEST CM OF ASSAM TILL DATE.HE WILL BE THE SAVIOUR OF ASSAM. WE ARE PROUD OF THIS BRAVE BOY OF GUWAHATI .HE IS OUTSPOKEN AND HAVE NO DOUBLE STANDARD.HE IS THE ROLE MODEL FOR THE ASSAMESE BOYS. QUESTION OF CORRUP🎉TION OF DOCTOR HBS IS BASELESS.
    LONG LIVE THE BRAVE HEART.
    👍👍👍🙏🙏🙏

  • @birinchikumarsarma6647
    @birinchikumarsarma6647 หลายเดือนก่อน

    Salute ,positive mind and creativity of Honorable mam Riniki bhuah,

    • @Abhijitjitu
      @Abhijitjitu หลายเดือนก่อน

      Salute to your English.

  • @ways2live612
    @ways2live612 หลายเดือนก่อน +1

    Padma hazarika sootea r MLA tuer sompoti abar jodi sabo bisara apuni obak hoi jabo eiat dictatorship solai ase teu... Kanayka r namot xokolu sorkari mati atmotsat krisa... BJP office demolish kri kanayaka r unit borhaisa

  • @PapuDas-bl4ot
    @PapuDas-bl4ot หลายเดือนก่อน +1

    Bhupen bara wife ৰ কলাধন আছে

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 หลายเดือนก่อน +1

    Indirectly black money Pride east entertainment Ltd t used kri profit dekhai white money kori salary hisape dekhaise kokaido ami eman burbok nohoi... ru ata kotha kou manuhe black money white koribole land property kine karon tat cash money dibo pare..

  • @arpitadutta9888
    @arpitadutta9888 หลายเดือนก่อน +1

    Dalal

  • @anilsarma9165
    @anilsarma9165 หลายเดือนก่อน +3

    Atanu Bhuyan Da. Goad bless you

  • @aborah2020
    @aborah2020 หลายเดือนก่อน +3

    tathya khini jonua babe dhanyabad.

  • @kushalkumar5715
    @kushalkumar5715 หลายเดือนก่อน +5

    মুখ্যমন্ত্ৰীৰ পৰিয়ালে দামী উকিল নিয়োগ কৰি দিছে ৰাইজৰ আদালতৰ বাবে।কিন্তু জয়ী হোৱা ইমান সহজ নহয়। ফিজ চাগে বহুত হব। হওক চাতুকাৰসকলৰো ভোকক পুতৌ কৰিব লাগিব সাধাৰণ জনতাই ।

  • @ghanashyamborah1063
    @ghanashyamborah1063 หลายเดือนก่อน +2

    Right ,Mr. Atanu Bhuyan you are 100% right.

  • @Ar-um3dt
    @Ar-um3dt หลายเดือนก่อน

    Black money white kora besi upai school so c m a nijr school xuli ai2 korisr 😡

  • @KhruloraPatar-yt3cf
    @KhruloraPatar-yt3cf หลายเดือนก่อน +3

    Mur sun 3 thait mati ase nijar takare luwa . Ji ketai aku korib nuware khei keita anar onnati dekhi jole

  • @PritamDas-cs9pq
    @PritamDas-cs9pq หลายเดือนก่อน

    চেনেলটোৰ নাম সত্য, কিন্তু কথাবোৰ আপোনাৰ অসত্য।

  • @Abhijitjitu
    @Abhijitjitu หลายเดือนก่อน

    Do you dare to speak our CM's corruption? If no, don't speak about anything politics. Stick to Sumi - Tarkik news only.

  • @minakumarigogoi-ev9wc
    @minakumarigogoi-ev9wc หลายเดือนก่อน

    Riniki Tur BhoniNohoi Janu Tarmane Ko o Khujiso Durniti Naikora

  • @anoopgoswami1916
    @anoopgoswami1916 หลายเดือนก่อน +4

    Absulatly correct,

  • @kukububu5087
    @kukububu5087 หลายเดือนก่อน

    ভূপেন আধা পাগল নেকি?

  • @dhimanbhagawati3456
    @dhimanbhagawati3456 หลายเดือนก่อน +1

    himanta r personal xangbadik @ Atanu Bhuyan

  • @RajibRajkhowa-p9f
    @RajibRajkhowa-p9f หลายเดือนก่อน +5

    সচা কথা কলে অতনু ভুঞা গাত লাগে।

  • @MuninSaikia-q2q
    @MuninSaikia-q2q หลายเดือนก่อน +4

    অতুনো ভূঞা দেবে নিজে তদন্ত কৰক । আমাৰ একো কব লগা নাই।

  • @abcassociates2283
    @abcassociates2283 หลายเดือนก่อน

    Ai jon report k jail t vorabo lagey

  • @gunjandeka3206
    @gunjandeka3206 หลายเดือนก่อน

    Real 2 hol ki jane janu real tu misa 😅 baki 2 Satya

  • @mukultalukdar5360
    @mukultalukdar5360 หลายเดือนก่อน +7

    Right dada mama thanks🙏

  • @abcassociates2283
    @abcassociates2283 หลายเดือนก่อน

    Aijon reporter k jail t vorabo lagey

  • @abcassociates2283
    @abcassociates2283 หลายเดือนก่อน

    Ai jon reporter k jail r vorabo lagey

  • @vandeymaataram2100
    @vandeymaataram2100 หลายเดือนก่อน

    Hbs einar harile Vijay maliya r dore bidekhot t thokar xokolu ja jugar kori thoise,,,, ami mukh meli news e sai thakim

  • @one8_1
    @one8_1 หลายเดือนก่อน

    You are a joker Mr Atanu.... have some shame 😅

  • @Chaitanuddin
    @Chaitanuddin หลายเดือนก่อน +4

    Correct 💯💯💯

  • @future_geographer
    @future_geographer หลายเดือนก่อน

    Unsubscribe korok raij, enekua asotya channel amak nalage, bohut ase

  • @yuriiii3111
    @yuriiii3111 หลายเดือนก่อน +2

    Strugle karise . Mati nahai aro bahut kibakibi laba pariba .❤❤❤❤❤

  • @Juisonowal69
    @Juisonowal69 หลายเดือนก่อน

    Thik kotha koise atanu da apuni

  • @makhangogoi14
    @makhangogoi14 หลายเดือนก่อน

    You need to continue as reporter. Understood and salute to you. Obviously might have a great deal.

  • @dadudutta9097
    @dadudutta9097 หลายเดือนก่อน +3

    Bhuya...daa...riniki mami ....apunaru kiba nohoi janu . Ru eta timeot news live or apuni editor in chief asel no

  • @IllusionistMonBg
    @IllusionistMonBg หลายเดือนก่อน

    Eitu video diar pasot ei youtube channel tue nije nijor bhorit kuthar mari lole 😊

  • @tithankargohain1416
    @tithankargohain1416 หลายเดือนก่อน +2

    🤣🤣🤣🤣🤣
    No1 axomR successful businessmen Mami .. ji2 bostut hat dia he2 Mami re hoi jai !

  • @HddfBfdtgh7
    @HddfBfdtgh7 หลายเดือนก่อน

    Paytm par 10 lakh credited 😂😂

  • @prabindranath5902
    @prabindranath5902 หลายเดือนก่อน +1

    আপোনাৰ ওকালতি টো ভুল হল।

  • @binaysoren4837
    @binaysoren4837 หลายเดือนก่อน

    Apuni sumi borar hondorvot nijor moth eman dathi koi,koi ahise, rinikir khetrot birodhir kotha bad diyok, nijor motamoth dangi dhorok

  • @RIKHI_SAIKIA
    @RIKHI_SAIKIA หลายเดือนก่อน

    Ek number baised media channel i have ever seen

  • @ratul9575
    @ratul9575 หลายเดือนก่อน

    Sar, apunar kothabor shuni bohut val lage ,,,kintu kotha bor apuni nisartho vabe kua ne mor hondeh hoi

  • @KhanjanGogoi-ip2bb
    @KhanjanGogoi-ip2bb หลายเดือนก่อน

    Ata mahot ata news channel 50lakh toka pai 😂.ji ase sb ari thoi jb lgib aku lav ni sb muh maya ha apuni nklau assamr manuhe jane kiman white money di school khulise😂

  • @Abhijitjitu
    @Abhijitjitu หลายเดือนก่อน

    I think that you think the public is stupid.

  • @Kalpajyotisharma861
    @Kalpajyotisharma861 หลายเดือนก่อน

    Kio ami dekha nai Niki axom ot kar kiman property ase
    News channel atat iman profit hoi Nee je iman property kinibo pare ? Channel tur nam dise satya aru kotha koi ....

  • @KabitaRabha-e8j
    @KabitaRabha-e8j หลายเดือนก่อน

    Reeniki babe sokolo sambhab hai Atanu?

  • @nasibur1
    @nasibur1 หลายเดือนก่อน

    Modi adopted same formula in 2014 ....and everyone knows to what level Modi and BJP had stooped during 2014 election campaigns. What Congress is saying today is not false....and anyone who has eyes can see.

  • @carpe_diem_365
    @carpe_diem_365 หลายเดือนก่อน

    She has declared yearly income of 2-3 crores for several years . Then how can her salary be 50 lakhs. That would have made her yearly income atleast 6 crores yearly. Her overall net worth is around 20 crores as been declared in the affidavit. Your research has been totally inaccurate. The main question is how can someone make an investment of over 100 crores in a single project when the person has a yearly income of less than 3 crores .it seems we now know where you get your fundings

  • @manaschakraverty114
    @manaschakraverty114 หลายเดือนก่อน

    Apuni kindly jodi teulokor benami property r talika tu jonale heten bhal palu heten .

  • @PrabirJyotinath-fw6sv
    @PrabirJyotinath-fw6sv หลายเดือนก่อน

    Akjn utuber jdi lakh lkhe Toka komai ase newslive r nisina emn popular ru puroni chanal ata pra incom bhut hbo saitu xomvob.

  • @KIRANSAIKI
    @KIRANSAIKI หลายเดือนก่อน

    Tumi BJPr ha manuha

  • @Nomad129
    @Nomad129 หลายเดือนก่อน

    Tarun gogoi CM takute apuni Himanta r news live ot guneswar part 1 tu hoi asil ne. Nai reply karibo

  • @ItsRof-u3f
    @ItsRof-u3f หลายเดือนก่อน

    Moi public k request korim nije vabi sabo, analysis koribo,kunuba journalist ahi kole nhbo corruption ny hua,aji sauk india r biggest popular news channel jodi 1ta perticular party r support t kan koribo pare directly or indirectly aibilak xoru news channel r kotha aru ki kom

  • @nickdas1
    @nickdas1 หลายเดือนก่อน

    Sir ata kotha kou ajon CM e nu kiman Salary pai ...? Apuni ki vabe CM Salary di eiman property koribo pare janu....

  • @sharifulalam1825
    @sharifulalam1825 หลายเดือนก่อน

    BJP r satya

  • @RohimAli-nv3zi
    @RohimAli-nv3zi หลายเดือนก่อน

    nice

  • @ashikahmed4738
    @ashikahmed4738 หลายเดือนก่อน

    Toi je Congress kotha Koli BJP vul kotha koi mnhuk tupi die ...tetia toi he news podcast kori nkow kio BJP vul buli

  • @chittathakuria3359
    @chittathakuria3359 หลายเดือนก่อน

    Riniki bhuyan cm r wife nhole imn khompotir Malik hobo parile haten ne??

  • @tosimulhaqueneog2352
    @tosimulhaqueneog2352 หลายเดือนก่อน

    😂😂😂 Guneswar r khobor ki?

  • @kangkansarma.
    @kangkansarma. หลายเดือนก่อน

    Mami kaziranga university lole buli khunisu

  • @darpansenapoti3892
    @darpansenapoti3892 หลายเดือนก่อน

    Yes Ms Sharma is One of the best women entrepreneur in India. She is industrious hard working n intelligent .She will go to some extent. We should encourage her for her doings.Yes she obtains some advantages for being wife of HBS.Let khonggherss bark 😂😂😂

  • @Papukhan-mf6mn
    @Papukhan-mf6mn หลายเดือนก่อน

    Apuni ja mamik voi kore 😂😂

  • @TutuSaikia-h5q
    @TutuSaikia-h5q หลายเดือนก่อน

    Apuni news live ot thakutaa kiman selary pachil janabachun.