Very nice. But who is this respected person? My salute to him 🙏🙏🙏. Whenever, during medical emergency we take blood from others, then we never think about religion, cast, country, male, female etc. This proves that we are all son and daughter of one God, One Allah, One Bhagwan. We are controlled by One Eternal power. 🙏🙏🙏
মাদ্ৰাছা শব্দ ব্যৱহাৰৰ কাৰন হল মাদ্ৰাছাত বিশেষ ভাৱে আৰবী শিক্ষা দিয়া হয়।যেনে ইংৰাজী বিদ্যালয়ক ইংৰাজীৰে school বা academy ইত্যাদি কোৱা হয় ।বিতৰ্কৰ কোনো কাৰন নাই
🙏🏻 prothome nomoskar ghrohon koribo.Apunaluke xokolu ghotona baa bixoy raijor agot obogoto korai diye tar babe oxex dhonyobad.Kintu 2020-2021 oor UGC scholarship tu Students bure nai pua ...janene bohut dukhiya students ase... please students kihinik help korok..sorkarok bixoy tur uporot todonto koraok... dhonyobad 🙏🏻
প্ৰকৃত অসমীয়া, সাহসী নিষ্ঠাবান লোক 🙏🙏🙏
এইজন হৈছে প্ৰকৃত অসমীয়া তেওঁ নিজৰ যি মন্তব্য ৰাখিলে শুনি সন্তোষ লাভ লাগিল
Aaponar. Kothat. Moi. O. Akmot. Bandhu.
আপোনাৰ কথাবোৰ বহুত ভাল লাগিছে ধন্যবাদ
এনেবোৰ কথা আমাৰ সমাজত খুব আলোচনাৰ প্ৰয়োজন আছে । মুছলিমৰ ঠিকাদাৰীকেইটাই আপোনাক এঘৰীয়া কৰিব
এনে ব্যক্তি হে মানুহৰ সমাজত প্ৰয়োজন
এই গাধটোৱে কবৰৰ পুজা কৰে বেলেগক কি বোজাব।
দাদা জনলে বহুত বহুত ধন্যবাদ থাকিল ৷ কথাবোৰ বহুত ধুনীয়াকৈ বুজাই দিছে
সুন্দৰ উপস্থাপন কৰিছে সময় উপযোগী ।
বহুত শিক্ষিত , বহুত ভাল লগা , সচা কথা ।
সকলো ৰঙা তেজৰ মানুহ ।
অতি সুন্দৰ মনৰ গৰাকী! প্ৰকৃততে আমি এই সত্য উপলব্ধি কৰিলে ধৰ্ম বিদ্বেষ ৰ দৰে কুকৰ্ম বহু পৰিমাণে হ্ৰাস পাব আৰু সমাজত মিলি থাকিব।
সুন্দৰ।নিজৰ বেয়া গুণ কুৰবানী দিব লাগে।
বহুত ভাল লাগিল
দাদা জন সচাই অসমৰ অসমীয়া ঠিক কথা কৈছে ধন্যবাদ দিছো আপোনাক
আমি নহলে ভগৱান জীয়াই থাকিব.. কিন্ত্ত ভগৱান নহলে আমি জীয়াই থাকিব নোৱাৰো..
কিছুমান কথা tv ইত হে ভাল লাগে।
এইয়া কাৰ্য্যকৰি কৰিব লাগে।
বহুত ভাল speech দিছে।
Mustafa Kamal good
গাৰ নোম সিঁহৰি উঠিল❤️
Right 👍 কাৰোবাৰ তেজ কি কলা নি সকলোৰে টো ৰঙা ,কিন্তু বাকী মানুহবোৰে ki vabise
Tej tu kukurou ronga
He is a real man , Real Assamese ,Thank you for your opinion ,,
Amar homajot enekua manuhor bohut proyujon ..👍👍👍
ভাল লাগিল। ধৰ্ম বা ধাৰ্মিক জন এনেকুৱাই হ'ব লাগে।
😂😂👠👠👠👠👠👠👠👠👠👠
সুন্দৰ 🙏🙏🙏
আপোনাৰ কথা বোৰ শুনিলে কিবা অসুবিধা আঁতৰি যায় যে লগে
ভাল লাগিল আপোনাৰ বক্টব্য ।
ভাল লাগিল। সুন্দৰকৈ সঁচা উপস্থাপন কৰিছে।
All voice fack m kamal
অসমত এনে ব্যক্তিৰ প্ৰয়োজন। ধুনীয়া কথা উল্লেখ কৰিছে।
This particular gentleman is great.
আপুনি এগৰাকী সাহসী আৰু মহান মানুহ
Sar bohut val lagil
সত সংগৰ সমাবেশ হয় নামঘৰ ,মছজিদ ত। সতসংগত ঈশ্বৰ সম্পৰ্কীয় চিন্তা চৰ্চাৰ আলোচনা হয় যত মনৰ বিভিন্ন দুঃচিন্তা দুৰ হৈ ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি বাহে । ঈশ্বৰক পূজা নকৰিলেও ঈশ্বৰৰ শক্তি নোহোৱা নহয় একো প্ৰভাৱ নপৰে ।
সকলো মুচলমান যদি এনেকুৱা হল হেতেন
এইজন প্ৰকৃত স্বাভিমানী অসমীয়া 🙏🙏🙏
ভাল লাগিল , সুন্দৰ , ধন্যবাদ
সচাকৈ ভাল লাগিল । এনেকুৱা অসমীয়া জাতীয়তাবাদী নেতা লাগে ।
সচাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
Very bralient speech. Thanks my dear speaker.
মুছলিম সমাজে এখেতৰ পথে বাট ললে আচল শান্তি আহিব বুলি আশা কৰিব পাৰি ॥
Val lagil sar apunar kotha bur suni ..aru apunar pora sikibo loga bahut kotha asa ..
আপুনি হিন্দীটো ভিডীঅ বনাব লাগে হিন্দীত বেছি ভাগ হিন্দু - মুছলমান বুলি বেছি কাজিয়া হয়।
আপুনি ঠিক কথা কৈছে
Real Hero, Real man,Real Muslim, Real Assamese
ভাল লাগিল দেই 🙏
Very nice. But who is this respected person? My salute to him 🙏🙏🙏. Whenever, during medical emergency we take blood from others, then we never think about religion, cast, country, male, female etc. This proves that we are all son and daughter of one God, One Allah, One Bhagwan. We are controlled by One Eternal power. 🙏🙏🙏
Right 👍
ভাল লাগিল 👍
Allah bless you all
Bahut bhal lagil 👌🇮🇳
Very very right
kotha bilak moi bor pochondo koriso val lagise
Bohut hundor bisar
শুদ্ধ কথা কৈছে
Good thinking👍 100% true
Genuine muslim khei val koise val lagil
ভাল লাগিল আপোনাৰ কথা বোৰ .
Excellent program
Xhsa koy val lagil....xhsa axhomiya
একদম সছাকথা কৈছে ধৰ্ম কৰিলে নিজৰ মনৰ মাজত ভগবান আল্লাহৰ ছবি থাকিবলাগিব ধৰ্ম নামত বেইমানী কৰিলে নিজে ধৎস হব
All right
Thalua Mushlim Jonr Kotha khini Xuni Val Lagil ❤❤
Val lagil apunar ktha bur ...... 👍
Moi iswark parthona korim j hakolore manokhikota apunar Dore hb lage you are great person
কামাল লে জিতিলে👏👏
Akhetor kotha khine Vall Lagiel , Aur Manot Ke Ase Najanu, Thanks Janab,
Right.agot nijor mon sab thakile .mandir..mojit jbo nlge
এখেতৰ দৰে আৰু 50জনে ভাবিলেও বহুত
Great Discusion
Donnobad ajhari bai
Right 👌👌👌👍
You are Real great muslim 🥰
Feel proud to have people like you.....
He is Good person
Brother u are the greatest of the great
বৰ ভাল লগা ভাষ্য ।
Very nice vidio Muslim bisardhara very nice for all religion person so that agar good bisardhara hai usko plateform banai garland dena sahiye
এখেতৰ কথা কেইটা শুনি বেয়া লগা নাই । আধুনিক ভাৱধাৰাৰ মানবেন্দ্ৰ গ্য়ানেৰে পৰিপুষ্ট এখন জাতীয় জীৱনৰ সমাজত মানুহ অনন্ত কাললৈ প্ৰথম শ্ৰেণীৰ প্ৰাণী নিশ্চিতভাৱে হৈ থাকিব । সেয়ে, বৰ্ত্তমান সময়ত সকলোৰে শুদ্ধ ধৰ্ম কৰ্ম ই হওঁক ।
🙏 very clear, informative, ...
Good man👍👍🙏🙏
মাদ্ৰাছা শব্দ ব্যৱহাৰৰ কাৰন হল মাদ্ৰাছাত বিশেষ ভাৱে আৰবী শিক্ষা দিয়া হয়।যেনে ইংৰাজী বিদ্যালয়ক ইংৰাজীৰে school বা academy ইত্যাদি কোৱা হয় ।বিতৰ্কৰ কোনো কাৰন নাই
Idian best hero positive mind
🙏🏻 prothome nomoskar ghrohon koribo.Apunaluke xokolu ghotona baa bixoy raijor agot obogoto korai diye tar babe oxex dhonyobad.Kintu 2020-2021 oor UGC scholarship tu Students bure nai pua ...janene bohut dukhiya students ase... please students kihinik help korok..sorkarok bixoy tur uporot todonto koraok... dhonyobad 🙏🏻
Dada jonr kotha bor bht vl lgise....dada jnr pora bht kothai sikib loga ase... Aru aji moi kiba sikib parisu
Ekebare thik🙏🙏🙏
Enekua musolman bohut kom dekhi pao. Thanks to him
মাদ্রাসা পড়ি যিজন ডাক্তার - ইন্জিনিয়ার হয়, তেওলোক নিরেট মাদ্রাসা পড়ি হোয়া নাই। বরং জেনারেল শিক্ষা প্রতিষ্ঠানত পড়ি হৈছে।
Val sintadhara apunar
Right...Val lagil kotha bor suni.,
🙏🙏🙏🙏🙏🙏🙏
Bahut bhal lagil
Bhal lagile kotha bilak
মানুহ নৰ ৰূপী নাৰায়ণ গতিকে সকলো একেই
এইজনা মূফতিয়ে ঘৰতে কবৰৰ পুজা কৰে বিশ্বাস নকৰে যদি তেখেতৰ ঘৰত গৈ চাওক।
Thik koi se
Val lagil kothabur huni
👍👍👍
আল্লাহৰ power বাঢ়িবলৈ বাবে কোনে কলে।إن الصلاة لذكري অৰ্থ জানে নেকি 😅😅😅
Vhal lagil kothakhini
কি মজা কথা কৈছে
Bhal lagil
nice thous throught
দাদা ঠিক কইছে
Real man sir
ভাল লাগিল ভাই ৷
Prithibir khakalu musalmane jodi namaz porha baad di a,tetia u Allah r kunu khoti nohoi,ba Allah r shakti r kunu taar tomyo nohoi.Allah supreme power.
Your comant is right sar I salut
Bohut vl explain .. excellent
Right point.