ভগৱানে যেতিয়া পৰীক্ষা লব এই ৪টা সংকেত পাব আপুনি || 4 Signs god is testing you || God Motivation ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 มิ.ย. 2023
  • ভগৱানে যেতিয়া পৰীক্ষা লব এই ৪টা সংকেত পাব আপুনি || 4 Signs god is testing you || God Motivation ||
    #motivational #motivation #god #krishnavani
    About this video:-
    জীৱনৰ প্ৰতিটো খোজতে আমি পৰীক্ষাৰ সন্মুখীন হবলগীয়া হয়। পৰীক্ষা অবিহনে কেতিয়াও ফল আশা কৰিব নোৱাৰি। শিক্ষামূলক জীৱনত হোৱা পৰীক্ষাৰ নিৰ্দিষ্ট দিন বাৰ থাকে। কিন্তু ভগৱানে লোৱা পৰীক্ষাৰ কোনো দিন বাৰ ঠিক হৈ নাথাকে। যিকোনো সময়ত আপুনি পৰমাত্মাৰ পৰীক্ষাৰ সন্মুখীন হৈ যাবলগীয়া হব পাৰে। কিন্তু ভগৱানে লোৱা পৰীক্ষাৰ আপুনি কিছুমান সংকেত পাব পাৰে। এয়া এনেকুৱা সংকেত যৰ পৰা আপুনি গম পাব আপোনাৰ পৰীক্ষা হৈ আছে। এই ভিডিঅটোত সেই সংকেতবোৰৰ বিষয়েই আলোচনা কৰা হৈছে।
    Your Queries -
    ভগৱানে যেতিয়া পৰীক্ষা লয়
    ভগৱানে দিয়া সংকেত
    ভগৱানৰ সংকেত
    অসমীয়া
    অমূল্য বাণী
    bhagwan jab pariksha lete hain to kya hota hai
    bhagwan ke sanket kaise milte hain
    bhagwan ki kripa ke sanket
    bhagwan ke sanket
    god signs
    god motivational video
    ভগৱানৰ কথা
    শক্তিশালী প্ৰাৰ্থনা
    পুৱাৰ প্ৰাৰ্থনা
    হৰি নাম
    হৰি নাম দিহা নাম
    ভগৱানৰ নাম
    krishna vani
    krishna gyan
    krishna motivational speech
    ভক্তি
    ভাগৱত পাঠ
    ভাগৱত পাঠ ব্যাখ্যা
    5 signs god is testing you
    #bepositive
    #motivational
    #assamese
    #inspirational
    #krishnabhuyan
    #krishnavani
    #god
    #spiritual
    #inspire
  • บันเทิง

ความคิดเห็น • 710

  • @rupadevi-bb8sv
    @rupadevi-bb8sv ปีที่แล้ว +34

    বহু সুন্দৰে ভিডিঅটি প্ৰস্তুত কৰিছে ?
    হয় আপুনি সত্য কথা কৈছে৷ মই মহাদেৱৰ ভক্ত হয় আৰু তেওঁ মোক পৰীক্ষা লৈ আছে ৷ আপোনাক ধন্যবাদ জনালোঁ আমাক মাৰ্ক দৰ্শন দেখাই দিছে ৷ ঈশ্বৰে মংগল কৰক আপোনাক

  • @pranjalarandhara8036
    @pranjalarandhara8036 ปีที่แล้ว +5

    krishma.. val lagil apunar vidio sai...

  • @krishnakant6597
    @krishnakant6597 ปีที่แล้ว +12

    মোৰ লগত পৰীক্ষা হৈ আছিল আৰু হৈ আছে। মই বৃন্দাবনত থাকোঁতে সাকাৰ ৰূপত যে তাত ভগৱান আছে সেইটো চমৎকাৰ ৰূপত অনুভৱ কৰিছিলো। গোটেই দিনটো মোৰ আনন্দৰ চকু পানী ওলায় আছিল। হৰে কৃষ্ণ 🙏

  • @deepamoniphukan4288
    @deepamoniphukan4288 10 หลายเดือนก่อน +2

    Bahut bhal lagil.mur logotu ane porikkha soli ase.kintu bhagban r usort mur bisakh hodai ase.dhanyabad

  • @anantarajkhowa6613
    @anantarajkhowa6613 ปีที่แล้ว +9

    এনেকুৱা মোৰ লগত হয় । যেতিয়া ভগবানৰ ওচৰত বহু মনটো আকৌ ভাল লাগি জাই । 🌹 হৰ হৰ মহাদেৱ 🌹

  • @bontiboruah5157
    @bontiboruah5157 10 หลายเดือนก่อน +11

    কথাখিনিয়ে অন্তৰ চুই গ'ল।❤️

  • @riturajkalita2767
    @riturajkalita2767 ปีที่แล้ว +9

    জীৱনত এতিয়া লৈ বহু কঠিন পৰীক্ষা দি আহিছোঁ। মৃত্যুৰ দিনটোলৈ হয়টো এনেকৈয়ে পৰীক্ষা বোৰ লৈ জুখি চাব আমাৰ ধৈৰ্য্যৰ পৰীক্ষা।

  • @himpolnath940
    @himpolnath940 3 หลายเดือนก่อน +3

    সঁচা কথা ভাল লাগিল দাদা jai shree krishna 🙏🙏🙏

  • @padumibhuyan816
    @padumibhuyan816 ปีที่แล้ว +8

    একেবাৰে সত্য কথা, মই বাৰে বাৰে সন্মুখীন হৈছো তথাপিও ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ ।

  • @reetidas3864
    @reetidas3864 ปีที่แล้ว +19

    সুন্দৰ কথাখিনি ভাল লাগিল শুনি । জয় শ্ৰী কৃষ্ণ 🙏🙏🙏

    • @MaheshSingh-tv9st
      @MaheshSingh-tv9st 12 วันที่ผ่านมา

      Katha khini bahut bhal
      Lagise. Jai. Sri krishna

  • @munmikalita2117
    @munmikalita2117 ปีที่แล้ว +42

    একদম সঁচা কথা। মোৰ লগত মিলিছে সকলো কথা। ভগবানৰ ওপৰত বিশ্বাস আছে, ভগবানে মোক সহায় কৰিব 🙏🙏🙏

  • @HemadharBorah
    @HemadharBorah หลายเดือนก่อน +2

    বহু বহু ধন্যবাদ 🙏

  • @himakshidaskalita2572
    @himakshidaskalita2572 ปีที่แล้ว +69

    Ekdam khasa katha... Mur lgt ekebare milise... Mur lgt enekua hoi ase.. Mr biswas ase vagaban r oprt.... Thank you so much sir 🙏

    • @poridas6514
      @poridas6514 11 หลายเดือนก่อน

      110ojqxxz

    • @paruldevi8789
      @paruldevi8789 11 หลายเดือนก่อน +6

      Thankyou so much .vidiotor karhakhini xuni bhal lagil

    • @PranabDeka-kt5gi
      @PranabDeka-kt5gi 10 หลายเดือนก่อน +1

      Bohut bohut dhoinybad

    • @durgeswarsaikia-pc4if
      @durgeswarsaikia-pc4if 10 หลายเดือนก่อน

      @@paruldevi8789 111111111111111111111111

    • @funnytube7865
      @funnytube7865 10 หลายเดือนก่อน +1

      Lllpg

  • @papariborah2856
    @papariborah2856 ปีที่แล้ว +2

    Dhanyawad
    100% shacha aru natun video puwa kamona korilu

  • @babulkumar7689
    @babulkumar7689 10 หลายเดือนก่อน +3

    Hundur oti hundur 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @elimabegum3304
    @elimabegum3304 ปีที่แล้ว +2

    Vidio to huni bohut Val lagil ene kua vidio e mon anondo kori rather thank you

  • @Rajdeep_Bora.1
    @Rajdeep_Bora.1 11 หลายเดือนก่อน +4

    🙏 জয় শ্ৰীকৃষ্ণ মোৰ নিজৰ ওপৰত বিশ্বাস আছে হিদয় আত্মাত পৰম আত্মা জাগ্ৰত হ'ব মোৰ দিহ বিশ্বাস আপোনাৰ কথা বোৰশুনী আৰু বিশ্বাস বহি গ'ল আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আপোনাক নেদেখা জনে কৃপা কৰক ওঁ সৎ গুৰুৱে নমঃ

  • @dipikahazarika7245
    @dipikahazarika7245 ปีที่แล้ว +6

    🙏🙏 বহুত ভাল লাগিল। ধন্যবাদ আপোনাক

  • @sayanikasaikia4452
    @sayanikasaikia4452 ปีที่แล้ว +4

    বহুত বহুত ধন্যবাদ আপৌনালৈ।মোৰ জীৱনতো পৰীক্ষা আহিছে,কিন্তু তাৰ ভাল ফল মই পাইছো। আজি আপোনাৰ পৰা কথাখিনি জানি উপকৃত হলো।ভগৱানে আপোনাক ভালকৈ ৰাখক
    হৰ হৰ মহাদেব 🙏🙏🥰🥰

  • @ranusarma2100
    @ranusarma2100 10 หลายเดือนก่อน +9

    সচাঁ কথা, ভাল লাগিল চাৰ🙏
    জয় শ্ৰী কৃষ্ণ 👏👏👏

  • @anjanakhaklary937
    @anjanakhaklary937 ปีที่แล้ว +2

    Vidpiy tu bhut val lagil

  • @gautamsaikia3564
    @gautamsaikia3564 13 วันที่ผ่านมา +1

    ভাল লাগিল। আৰু বিশ্বাস আছে মহাদেৱ ৰ ওপৰত ❤ কৃষ্ণ

  • @diptichutia9735
    @diptichutia9735 หลายเดือนก่อน +1

    Good morning sir, আপোনাৰ ‌পতিটো‌ কথা মোৰ ‌ লগত হৈআছে‌ ভগৱান নে‌ মোক‌ পৰীক্ষা লৈ‌ আছে। মোৰ ‌ বিশ্বাস ‌ এদিন ‌ জয়‌ হম❤❤❤

  • @manishabaro9109
    @manishabaro9109 ปีที่แล้ว +14

    জয় শ্ৰীকৃষ্ণ 🙏🙏 মোৰ ভগবানৰ ওপৰত্ বহুত বিশ্বাস আছে আৰু মই ইয়াৰ প্ৰমাণ বহু বাৰ পাইছো যিমান কঠিন পৰিষ্ঠিতি আহিলেও তেওঁ মোক সহায় কৰে... তেওঁক মই সুখতও বিচাৰো দুখতো বিচাৰো 😌🙏🙏 ঔম নমো :শিৱায় 🕉️🕉️🙏🙏

  • @user-vm5hq7jc5r
    @user-vm5hq7jc5r 2 หลายเดือนก่อน +1

    ধন্যবাদ আপোনাক 🙏🏻 আপোনাৰ কথাখিনিয়ে মোক বহুত প্ৰেৰণা আৰু সাহস দিলে ❤❤

  • @HridayanandaMedhi-nn4us
    @HridayanandaMedhi-nn4us ปีที่แล้ว +3

    বহুত ভাল লাগিল video টো চাই

  • @user-tl7de5uh8n
    @user-tl7de5uh8n 11 หลายเดือนก่อน +2

    Khub bhal lagil.

  • @rekhaomsantibanskotoky55
    @rekhaomsantibanskotoky55 ปีที่แล้ว +2

    Bohut val lagil

  • @jimichetia9651
    @jimichetia9651 20 วันที่ผ่านมา +1

    আপোনাৰ কথাখিনি শুনি মই বহুত শান্তি তথা শক্তি পাঁও। মোকো ভগৱানে বাৰে বাৰে পৰীক্ষা লৈ আছে আৰু তেনেকৈ বিপদৰ সময়টো সহায় কৰিছে । তেওঁৰ চৰণযুগলত মই শৰণাপন্ন হৈছো । হে কৃপাময় , শক্তি তথা ৰ্ধৈয্য দিয়া মোক, যাতে তোমাৰ পৰীক্ষাত মই উত্তীৰ্ণ হওঁ। সকলোকে কৃপা কৰা, সকলোকে সদ্‌গতি দিয়া প্ৰভূ🙏🙏

  • @GautamNeog-pf3wq
    @GautamNeog-pf3wq ปีที่แล้ว +2

    Bhut val lgela

  • @gunajitkumardas6127
    @gunajitkumardas6127 ปีที่แล้ว +6

    বহুত ভাল লাগিল ।

  • @bimaladas7604
    @bimaladas7604 ปีที่แล้ว +11

    জয় শ্ৰী কৃষ্ণ হয় আপোনাৰ কথা খিনি সচা মই এনে পৰীক্ষাৰ সন্মুখীন হৈছো বহু দুখ বেদনা সয্য কৰিব লগা হয় ভগৱান ৰ পৰীক্ষাত মোৰ মনে ধৰিছে আপোনাৰ কথা খিনি ‌ ❤❤❤❤❤❤ ধন্যবাদ good night

    • @rekhaomsantibanskotoky55
      @rekhaomsantibanskotoky55 ปีที่แล้ว

      Hoi moiu bohut porikha dibo loga hoisil vogoban xokolure val houk

    • @Princepatar359
      @Princepatar359 10 หลายเดือนก่อน

      ​@@rekhaomsantibanskotoky55❤

  • @jyotishbasumatary6923
    @jyotishbasumatary6923 ปีที่แล้ว +8

    Jay shree Krishna ❤️❤️🙏🙏🙏

  • @deepofficial2940
    @deepofficial2940 ปีที่แล้ว +16

    Jaii Shree Krishna 🙏❤️❤️🙏

    • @rumeegogoi2430
      @rumeegogoi2430 11 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ সূন্দৰ

  • @mainadas1233
    @mainadas1233 ปีที่แล้ว +2

    Moi Xodai vogobanok vabu Jate porti tu bipodor pora muk Xohai Kore 🙏❤❤

  • @gayanandradeka4541
    @gayanandradeka4541 11 หลายเดือนก่อน +1

    Xunile apunar kotha blk xuni thakibo mon jai kin2 ami j bestotat thoka manuh tothapio xuno maje maje val lage jai sri krishnai namo namah

  • @dibyalatahazarika1871
    @dibyalatahazarika1871 11 วันที่ผ่านมา

    ভগৱান ওপৰত বিশ্বাস আছে । তেখেতক হৃদয়ত ঠাই দি যিমান দুখ কষ্ট বিপদ আহিলেও ভগৱানকে সাক্ষী কৰি ধৈযা ধৰি থাকো ।

  • @jinuchawrok9178
    @jinuchawrok9178 ปีที่แล้ว +10

    🙏🙏🙏🙏❤️❤️❤️❤️ হে পৰম পিতা পৰমেশ্বৰ তোমাৰ চৰণৰ দাসৰো দাস বনাই লোৱা ।

    • @AnantaDas-ct8cj
      @AnantaDas-ct8cj 3 หลายเดือนก่อน

      Muku bonai luwa jate prabhu

  • @shantisayadhekial2454
    @shantisayadhekial2454 หลายเดือนก่อน +1

    আপোনাৰ কথাখিনি শুনি আপোনা আপোনি চকু পানি ওলাই যায় । মনটো শান্ত হৈ যায় ।প্ৰভূ তোমাৰ কৃপা দৃষ্টি ৰাখিবা ।

  • @bitulkonwar1099
    @bitulkonwar1099 ปีที่แล้ว +4

    মোৰ জীৱনত এনেকুৱা বাধাৰ বহুবাৰ সন্মুখীন হৈছো,,আপুনি কোৱাৰ দৰেই হয় ।ভাল লাগিল আপোনাৰ আদৰ্শ অনুসৰণ কৰিম

  • @seemaliverma1233
    @seemaliverma1233 หลายเดือนก่อน +2

    mur logatu bahut porikha loi ase bhagawane kintu mur biswas ase muk adin bhagawane ai porikhat passed kora boy jay shree krishna

  • @janmonigogoi6605
    @janmonigogoi6605 ปีที่แล้ว +1

    Akdom hosa kotha koise,Mur lgot milise kothabur ,, joy sri krishno ,,🙏🙏🙏🙏🙏🙏🙏

  • @user-zm1uu9ym2p
    @user-zm1uu9ym2p 13 วันที่ผ่านมา +1

    Bohut val lagil, Sundar video

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f ปีที่แล้ว +4

    বহোত বহোত ভাল লাগিল৷ নাজানো তোমাক মিনতি কৰিব প্ৰভূ তথাপি তোমাকেই ভাল পাওঁ তোমাৰ চৰনত ঠাই দিবা৷🙏🙏

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 13 วันที่ผ่านมา +1

    বহুত ভাল লাগিল ধন্যবাদ

  • @user-xq8xq7js9p
    @user-xq8xq7js9p หลายเดือนก่อน +1

    Krisna krisna krisna krisna ❤❤❤❤

  • @dipankarassam1611
    @dipankarassam1611 ปีที่แล้ว +7

    মই এটা ৰ পিছত এটা পৰীক্ষা দি আছোঁ ,কিন্তু সঠিক ৰস্তাটো বিচাৰি পোৱা নাই,,,হে কৃষ্ণ,প্ৰভু মোক দয়া কৰিব,,,পৰমেশ্বৰ,,,🙏🙏🙏🙏

  • @Dharitryborah4890
    @Dharitryborah4890 ปีที่แล้ว +3

    সঁচাই বহুত ভাল লাগিছে । মোৰ লগতো হৈছে এনেকুৱা ।🙏 Jai shree krishna

  • @nabinkalita5827
    @nabinkalita5827 ปีที่แล้ว +2

    Jai sri krishna. I deeply faith to om sri krishna.

  • @PankajDutta-nn2eo
    @PankajDutta-nn2eo ปีที่แล้ว +1

    Really true 🙏🏼 pabhua muk atia parikka loi ase dada

  • @mousumibonia782
    @mousumibonia782 ปีที่แล้ว +2

    Joi shree krishna 🙏🏼🙏🏼🙏🏼🙏🏼

  • @priyanshutalukdar3258
    @priyanshutalukdar3258 10 หลายเดือนก่อน +2

    Hsa Mr lgtu ankua hoi ase khli moi dhosjo rkhisu vgbnr uprt bshk rakhisu sb vgbnr uprt ase ..🙏🙏🙏

  • @babytikharial5248
    @babytikharial5248 ปีที่แล้ว +3

    হে ভগৱান দয়া কৰা🙏🙏🙏🙏🙏

  • @user-mb3pr9tg8m
    @user-mb3pr9tg8m ปีที่แล้ว +1

    Krishna krishna katha bilak suni bahut bhal lagil yaiguru

  • @pororforfolopjofor
    @pororforfolopjofor ปีที่แล้ว +2

    Krishna Krishna Prabhu🙏

  • @Akash.88012
    @Akash.88012 10 หลายเดือนก่อน +3

    একদম সচা কথা..মোৰ লগত হৈছে

  • @dalimihandique1580
    @dalimihandique1580 หลายเดือนก่อน

    এই কথা টি বৰ্তমান মোৰ লগত হৈছে। মই পৰীক্ষা দি আছোঁ।২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা। অৱশ্যে তাৰ আগৰ পৰা কিবা কিবি বহুত মানি চলোঁ।আকৌ এৰি দিওঁ এনেকৈ কৰোঁতে এপ্ৰিল মাহৰ পৰা অকল ভগৱান শ্ৰী বিষ্ণুৰ চতুৰ্ভূজ মূৰ্তি মনলৈ আনি স্মৰণ কৰোঁ। তেওঁৰ বিনে কোনো নাই।গীতাৰ বানীক হৃদয় ত ঠাই দিছোঁ আৰু আপোনাৰ কথা বোৰ মানি চলোঁ। নাজানোঁ ভাল দিন আহে নাই।মাত্ৰ ভগৱানৰ চৰণত সেৱা কৰিবলৈ পালেই হ'ল। কিবা ভুল কৈছোঁ যদি শুদ্ধ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।

  • @gunu652
    @gunu652 ปีที่แล้ว +1

    Hoi dada..🙏apunk dhonyobad..mor lgtu eibur xkolu hoi ase but bhogwan k biswakh rakhi asu..🙏
    Jai shree Krishna..🙏
    Oum nmoh shivay 🙏

  • @bitulgogoi8508
    @bitulgogoi8508 ปีที่แล้ว +3

    jai sri krishana❤❤❤

  • @garimaborah1571
    @garimaborah1571 10 หลายเดือนก่อน +1

    Bor val lagil joi sree krishna

  • @nirusaikia7631
    @nirusaikia7631 10 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    বহুত বেছি ভাল লাগিল। ধন্যবাদ 🙏 🙏

  • @pobanpoban1054
    @pobanpoban1054 ปีที่แล้ว +1

    Hosa kotha Jai shree hari 🙏 🙏

  • @pranatiboruah2149
    @pranatiboruah2149 ปีที่แล้ว +4

    Jai Shree Krishna 🌹🌹🙏🙏🙏🙏❤️❤️

  • @manikmili6416
    @manikmili6416 ปีที่แล้ว +2

    হে ভগৱান হয় মুৰ বগবানক হেয়ায় মোৰ পৰ্তনা

  • @samudrahazarika110
    @samudrahazarika110 11 หลายเดือนก่อน +1

    Ekdam khundar kotha. 👌🙏🙏🙏

  • @JupitaKalita-ih5ip
    @JupitaKalita-ih5ip ปีที่แล้ว +1

    Joi Shree Krishna

  • @prasantadeori3588
    @prasantadeori3588 ปีที่แล้ว +1

    Moi Mur jiboner logot jhus di asu kijaniba bemarok horuwai moi joi homai hai buli akha Pali asu apunar kothabur hunile hahok pou probhu mk hkti diba jai shree krishna 🙏🙏🙏🙏🙏

  • @brindasaikia6486
    @brindasaikia6486 ปีที่แล้ว +1

    Krishna, krishna amari porikhyat bohr homoi xomagot.

  • @Trilushna1234
    @Trilushna1234 ปีที่แล้ว +1

    Moi ai porikha di asu atiya hoitu dhoijo kosto ketiyaba herai jai.huni val lagile..

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +1

    Good morningsirআপোনাৰ কথা কেইটা ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দি থাকিৱ

  • @ranjitassamevlogvoideo6410
    @ranjitassamevlogvoideo6410 ปีที่แล้ว +3

    Jaysrikrishna 🌹🌹 Krishna 🙏 🙏🙏🙏🌹🌹

  • @nitulmedhi896
    @nitulmedhi896 11 หลายเดือนก่อน +1

    ভগৱান ❤

  • @manikakka4021
    @manikakka4021 ปีที่แล้ว +1

    Bhut vhal lagil video tu sai

  • @surajitboruah5048
    @surajitboruah5048 ปีที่แล้ว +1

    Jai Shree Krishna❤🙏🙏🙏 muku porikhya loi ase adin hogol hom val lgile vdeotu❤

  • @prasantabhattacharyya-nb2fe
    @prasantabhattacharyya-nb2fe ปีที่แล้ว +1

    Om nomoh Bhagawat nomoh Joy Sree Krishna

  • @contamcontam6064
    @contamcontam6064 ปีที่แล้ว +1

    Krishna Krishna 🙏🙏🙏🙏

  • @mainabora2104
    @mainabora2104 ปีที่แล้ว +3

    jai shree Krishna

  • @prkashkonwar5370
    @prkashkonwar5370 ปีที่แล้ว +1

    Jai sri krishna🙏🙏

  • @babulatalukdar9555
    @babulatalukdar9555 ปีที่แล้ว +1

    Jai sri krishana

  • @minotisonowal604
    @minotisonowal604 10 หลายเดือนก่อน +2

    বহুত ধন্যবাদ

  • @anupborah8155
    @anupborah8155 ปีที่แล้ว +4

    Jai shree krishna ❤❤

  • @JuntiRoy-qg8ok
    @JuntiRoy-qg8ok 11 หลายเดือนก่อน +1

    আপোনাৰ লৈ বহুত বহুত ধন্যবাদ... প্ৰৰম আত্মা প্ৰৰম পিত্ৰাৰ প্ৰেম প্ৰবিত্ৰাৰ সুখ শান্তি আনন্দ আপোনাৰ মন শৰীল আত্মালৈ ভগৱানৰ কিৰন বোৰ প্ৰবাহিত হক এইয়া মোৰ আপোনাৰ লৈ শৰল প্ৰাৰ্থনা

  • @dipalinath3275
    @dipalinath3275 10 หลายเดือนก่อน +1

    ভগবানৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে ।মোক ভগবানে চাবই । ময়ো হাৰি নাযাও আৰু হাৰিযোৱাও নাই ।

  • @PollabikolitaPollabikoli-gl1gc
    @PollabikolitaPollabikoli-gl1gc ปีที่แล้ว +3

    Krishna Krishna ❤️✨✨❤️💞💞

  • @user-cr8rd9yt9e
    @user-cr8rd9yt9e หลายเดือนก่อน +1

    বহুতভাল লাগিলভগ ৱানে মোকপৰিক্ষালৈআছেউওীণহবয়েপৰানাই পাছকৰাআশা আছে

  • @junmoninath4263
    @junmoninath4263 ปีที่แล้ว +1

    হৈছে

  • @indirakutum2688
    @indirakutum2688 26 วันที่ผ่านมา +1

    Om jai guru

  • @papubharali3943
    @papubharali3943 9 หลายเดือนก่อน +1

    Om sri krishna joy

  • @minakshisaharia32
    @minakshisaharia32 ปีที่แล้ว +2

    Bahut kotah najanu Val lagise jai shree krishna 🙏🙏🙏

  • @MSonowal-yi4mt
    @MSonowal-yi4mt 13 วันที่ผ่านมา +1

    ধন্যবাদ জনাইছো

  • @user-nc3bx2se3s
    @user-nc3bx2se3s 10 หลายเดือนก่อน +1

    He vogoban hokoluke vale kukhole rakhiba🙏🙏🙏

  • @joydas2905
    @joydas2905 10 หลายเดือนก่อน +1

    Ekdam khasa kotha .. mur lgt ekebare milise mur lgt enekua hoi ase …. Negative kotha bur monale ahi thaki

  • @Nikhita7959
    @Nikhita7959 ปีที่แล้ว +1

    Joi krishna moro hoy eluhou phaguriya phab

  • @nirmalarabha9882
    @nirmalarabha9882 ปีที่แล้ว +1

    Krishna----hoi muru porikha solids.krishna-----

  • @gogoi5064
    @gogoi5064 ปีที่แล้ว +5

    কৃষ্ণ অতি অতি সুন্দৰৰ সছকৈ হৃদয়ত স্পৰ্শ কৰি গল । হৃদয় বিহিন লোকও থাকে নেকি তেওঁ লোকক আমি কেনেকৈ জানিম

  • @user-vp8zr5wz6r
    @user-vp8zr5wz6r ปีที่แล้ว +1

    I am empress of your advice.Thak you 👍🙏🌹🙏🌹🙏🙏🌹🙏🌹🙏

  • @makhonsharma6841
    @makhonsharma6841 ปีที่แล้ว +4

    Jai shree krishna 🙏🙏🙏🙏🙏

  • @ghanashyamkonwar6374
    @ghanashyamkonwar6374 ปีที่แล้ว +2

    Jaii screen Krishnan

  • @maheswarborah5387
    @maheswarborah5387 ปีที่แล้ว +2

    জয় শ্ৰীকৃষ্ণ।

  • @rosemadas836
    @rosemadas836 12 วันที่ผ่านมา

    Mur tenekuwai hoi ase moi hari jabo nibisaru Bhagawane jen muk rasta dekhuwai aagborhai niye 🙏🙏🙏