ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

'ৰূপজ্যোতিক কুৰ্মীৰ এয়া ভুল ব্যাখ্যা। যেতিয়া-তেতিয়াই যি টি বকি থাকিব নালাগে'

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 มิ.ย. 2024
  • 'ৰূপজ্যোতিক কুৰ্মীৰ এয়া ভুল ব্যাখ্যা। পূৰ্বেও ভুল ব্যাখ্যা দিছিল ৰূপজ্যোতিয়ে। যেতিয়া-তেতিয়াই যি টি বকি থাকিব নালাগে।' যোৰহাট সমষ্টিক লৈ মন্তব্য কৰি নিজ দলৰে মন্ত্ৰী বিধায়কৰ ৰোষত পৰিল ৰূপজ্যোতি কুৰ্মী
    #nbnews #nbnewsdigital #RupjyotiKurmi #GauravGogoi #jorhat #Congress #bjp #assampolitics
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 183

  • @mamoniborah8809
    @mamoniborah8809 หลายเดือนก่อน +12

    যোৰহাট লোকসভাত জিকাৰ বাবেই ৰূপজ্যোতিৰ টোপনি হৰণ হৈছে।২০২৬অত গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। তেতিয়া ৰূপজ্যোতি বৰনৈত জপিয়াই মৰিব।দুখ লাগে দেই দল বাগৰিবলৈও ক'তো ঠাই নাথাকিব।

  • @madhabmedhi1322
    @madhabmedhi1322 หลายเดือนก่อน +43

    কুৰ্মি ৰ মুখ খন থাকিল বুলিয়ে প্ৰায়ে পাগলৰ প্ৰলাপ শুনিবলৈ পোৱা যায়

  • @munindraborgohain-vf1el
    @munindraborgohain-vf1el หลายเดือนก่อน +6

    শুদ্ধ আৰু উচিত মন্তব্যৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটা দেৱলৈ ধন্যবাদ।

  • @rajusaikia2328
    @rajusaikia2328 หลายเดือนก่อน +19

    ন BJP যে কংগ্ৰেছ শেষ কৰিলে এই বাৰ BJP শেষ কৰিব গতিকে ন BJP ক দলৰ পৰা খেদিব লাগে

  • @fromindiamix9138
    @fromindiamix9138 หลายเดือนก่อน +42

    ২০২৬ ত মৰিয়নিৰ ৰাইজে উচিত শিক্ষা দিব এই জনক

    • @bhabensaikia5028
      @bhabensaikia5028 หลายเดือนก่อน +8

      2026 ত এইজনে টিকটেই নাপায়

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s หลายเดือนก่อน

      ​@@bhabensaikia5028Nai Bhai Hi Ticket ohh pabo jikibou

  • @PunomDeori-gq9cy
    @PunomDeori-gq9cy หลายเดือนก่อน +48

    কেৱল ৰূপজ্যোতিকেই নহয়। বিজেপি দলটোৰ প্ৰতিয়ে ঘিনা আহিছে। বিশেষকৈ মূখ্যমন্ত্ৰী, পিজুছ, জয়ন্ত মল্লব,ৰূপজ্যোতি এই সকলে অহেতুক কথা কোৱাৰ বাবেই মোৰ দলটোৰ ওপৰতেই খং উঠে।

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 หลายเดือนก่อน +1

      আপোনাকৰেই নহয়। বহু লোকৰ হৈছে।

  • @GourangiGogoi
    @GourangiGogoi หลายเดือนก่อน +16

    যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ সকল এই ছাগলীটো দৰে নহয়।বে বে বে তোক তোৰ দলৰ মানুহেই 😊😊😊😊😊😊।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho หลายเดือนก่อน +11

    অহা বিধান সভাৰ টিকত নিদিলে হল কুৰমিক।

  • @putulgayan648
    @putulgayan648 หลายเดือนก่อน +15

    ৰূপজ্যোতি কুৰ্মী এটা জধামূৰ্খ - আধাবলিয়া মানুহ😮😮😮

  • @mafijahmed1533
    @mafijahmed1533 หลายเดือนก่อน +8

    এইটো এইবাৰ ৰাইজে বহিষ্কৃত কৰিব ।

  • @axomcomedy4587
    @axomcomedy4587 หลายเดือนก่อน +6

    অসম অধপতনে যাব এনেকুৱা মূৰ্খৰ নিচিনা মানুহ থাকিলে। সাংবাদিক সকলৰ কাম নাই।

  • @excusemeofficial799
    @excusemeofficial799 หลายเดือนก่อน +8

    শিক্ষিত যোৰহাট বাসীয়ে ২০২৬ত পুনৰ প্ৰমাণ কৰিব যে কোনো চল চাতুৰিৰ কথাৰে যোৰহাট বাসীক মতিভ্ৰম কৰিব নোৱাৰে।যোৰহাট অনন্য, অতুলনীয়।গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ।

  • @bakulborah8941
    @bakulborah8941 หลายเดือนก่อน +12

    মৰিয়নি নাগৰিক সমাজৰ মূল সিদ্ধান্ত ।

  • @apulvlog7097
    @apulvlog7097 หลายเดือนก่อน +11

    ৰূপ জ্যোতি ক বিধায়ক বুলি নাভাবোঁ।

    • @bhabensaikia5028
      @bhabensaikia5028 หลายเดือนก่อน +1

      এইজন বিধায়কৰ উপযুক্তই নহয়

  • @manikeswardeka8996
    @manikeswardeka8996 หลายเดือนก่อน +9

    এই দলটুৰ প্ৰতি মোৰ ঘৃণা হৈছে

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 หลายเดือนก่อน +5

    সচা কথা আমাৰ ও শুনি অসহ্য লাগিছে

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn หลายเดือนก่อน +20

    তোৰদৰে সকলোকে পাগল বুলি ভাবিছ নেকি ?

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 หลายเดือนก่อน

      সেইটো এটা ফটুৱা।

  • @khargeswarkalita4630
    @khargeswarkalita4630 หลายเดือนก่อน +7

    এটা ওলাইছিল পে পে পে ৰূপজ্যোতি হল বে বে বে

  • @PranjalDoley-pm2qe
    @PranjalDoley-pm2qe หลายเดือนก่อน +6

    আপোনাৰ লোকক হাত মোৰ কৰিছো এই পাগল লেবাৰ বাতৰি পৰিৱেশন নকৰে যেন

  • @user-rh9fz3yf5y
    @user-rh9fz3yf5y หลายเดือนก่อน +3

    এইজনক দলৰপৰা উলিয়াই দিব হ'ল

  • @bipulborah1718
    @bipulborah1718 หลายเดือนก่อน +4

    যোৰহাটৰ পৰিৱেশ অসমৰ অন্যান্য সমষ্টিলৈও অতি সোনকালেই বিয়পিব ।

  • @muhitsharmah259
    @muhitsharmah259 หลายเดือนก่อน +6

    Rupjyti kurmik tezpur nohole ranchi loi pothale bhal hobo.
    Nohole manuhoku kamuribo pare

  • @RG-ch7kg
    @RG-ch7kg หลายเดือนก่อน +2

    হিমন্ত, পিয়ুজ, জয়ন্তমল্ল, দিগন্ত কলিতা, ৰূপজোতি, বিজেপি হৰাৰ মূল কাৰণ।

  • @baikunthabarman2623
    @baikunthabarman2623 หลายเดือนก่อน +2

    এইটো প্ৰাথমিক শিক্ষা হে পালে । শিক্ষা পালেও কিন্তু শিক্ষিত নহব কাৰণ আপোনালোকৰ কেইজন মানৰ কথা বতৰা ,ঠাট্টা মস্কৰা, ইতিকিং , অহংকাৰ,দাম্ভিকতা আদি ভাৱবোৰ লগতে থাকিব । 2026 ত নিশয় উচ্চ শিক্ষা লব পাৰিব ।

  • @KeshabHazarika-dr1ub
    @KeshabHazarika-dr1ub หลายเดือนก่อน +3

    ৰূপজ্যোতিক।দলৰ।পৰা।বহিস্কাৰ।কৰিব।লাগে

  • @entertainmentandexercies415
    @entertainmentandexercies415 หลายเดือนก่อน +1

    হিমন্তৰ গতে কিন্তু হাঁহি কান্দি নাচি বাগি আৱেগিক হোৱা দেখা নাপালো।আমাৰ যোৰহাটৰ দৰে বাকী ৰাইজ এক লগতে সজাগ সচেতন সচেতন হ'ব লাগিব।

  • @JadumaniSaikia
    @JadumaniSaikia หลายเดือนก่อน

    আপোনাৰ দৰে বিধায়কৰ বাবে আমাৰ দল হাৰিব লগা হল

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน

    পেলুজ্যোতি কৃমি সাবধান"হৈ থাকক।২০২৬ ত পেলুৱেটিকেট নাপায়।পালেও পেলুজ্যোতি হাৰিব!ভুল"শুদ্ধ কৰিলেও যোৰহাটত বিজেপি হাৰিব!

  • @adritagogoi2088
    @adritagogoi2088 หลายเดือนก่อน +2

    এইটো নিলাজ কি কয় সি নাজানে ৷ অপৰিপক্ক মইবৰ এম এল এ হল বুলি সি পাগল হল এইজনৰ অহ’তা কম যে কাক কেনেকে কব লাগে নাজানে পৰিবেশ নাইপোৱা পাব কত

  • @barnalidas-xj8hc
    @barnalidas-xj8hc หลายเดือนก่อน

    26লৈ স্বাগতম বিৰাট জলহু পাৰ্টীক ৷

  • @tanbeerariz892
    @tanbeerariz892 หลายเดือนก่อน +4

    26t vote khujibo ahibi tetia gom pbi

  • @Parbin_sultana_aziz
    @Parbin_sultana_aziz หลายเดือนก่อน

    এওঁৰ মুখখনৰ এনেও একেবাৰেই লেকাম নাই 🥺 সাংবাদিক কেইজনৰ হে সময় নষ্ট 😢

  • @pranabkhakhalary539
    @pranabkhakhalary539 หลายเดือนก่อน +2

    ৰাহুলৰ কথা বাদ দিয়ক ১৫ লাখ কত গ'ল? ওপৰলৈ থু নেপেলাব নিজৰ গাতে পৰে।

  • @muned6442
    @muned6442 หลายเดือนก่อน +3

    তই নাজান নেকি কংগ্ৰেছ চৰকাৰ আহিলেহে ৮৫০০ টকা দিব বুলি, তোৰ নিচিনা পাগল এটা আৰু দেখা নাই দেই 😂😂😂😂😂😂😂

  • @DebojitkrboraBora
    @DebojitkrboraBora หลายเดือนก่อน

    বিজেপি নেতা মন্ত্ৰী বিলাক অহঙ্কাৰী মনোভাৱৰ কাৰণেই নিজে নিজে বিপদ পৰে।।

  • @hemjeet2023
    @hemjeet2023 หลายเดือนก่อน +5

    Rupjyoti kurmi is most nonsense, last mental

  • @PurnaSaikia-bz3gx
    @PurnaSaikia-bz3gx หลายเดือนก่อน

    ৮৫০০ টকা ৰাহুল গানধিৰ পৰা বিছৰাটো উচিত নহয়, কাৰন ৰাহুল গানধি এতিয়া পিএম নহয়। পিএম হোৱা হলেহে বিচৰাতু জোকটি হল হেতেন।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k หลายเดือนก่อน +2

    ভোবোৰা পথা ছাগলীক পগলা কুকুৰে কামুৰিছিল সেই কাৰণে এতিয়া জকা আৰম্ভ কৰিছে

  • @girishkandali2550
    @girishkandali2550 หลายเดือนก่อน +1

    যোৰহাটত বাষিয়ে এনে নেতা পালি নেতা ক বিচাৰ কৰিব লাগে

  • @user-ll5lf5lt3g
    @user-ll5lf5lt3g หลายเดือนก่อน

    অসমৰ ৰজা গৌৰব গগৈ ❤

  • @NibaranDutta-gm6pn
    @NibaranDutta-gm6pn หลายเดือนก่อน

    যোৰহতিয়াই টকাৰ লালাচত নপৰে ও ভবোলা,সেই লালাসা তেওঁৰ আৰু তেওঁৰ দৰে এচম ভৰি সেলেকা ৰ

  • @bakulboruah2026
    @bakulboruah2026 หลายเดือนก่อน +3

    ছাগলী বোৰে বেবাবেই। ২০২৬ ত আমি গৌৰৱ গগৈ ডাঙৰীয়াক মূখ‍্যমন্ত্ৰী বনাম।দম আছে যদি দাদা বিগ্ৰেডে ৰখাই দেখাওঁক।

    • @jungleman3909
      @jungleman3909 หลายเดือนก่อน

      Jorhat e okole cm bonabo nuare

    • @bakulboruah2026
      @bakulboruah2026 หลายเดือนก่อน

      ​@@jungleman3909সমগ্ৰ অসমে বনাব।

  • @dhrubajyotiborah4718
    @dhrubajyotiborah4718 หลายเดือนก่อน

    ছাগলীটোক দেখুৱাই নাথাকিব । ইয়াৰ ৰাজনৈতিক জীৱন 2026 ত সমাপ্তি ঘটাৰ দিশে অগ্ৰসৰ হৈছে

  • @dhaneswartamuliphukan4873
    @dhaneswartamuliphukan4873 หลายเดือนก่อน +1

    আজি লখিমপুৰত জেউতি ক্লাৱ আৰু পুথিভঁৰালৰ নবনি’মিত পুথিভঁৰাল দ্বাৰ উন্নচনী সভা আৰু চাওলুং চুকাফাৰ প্ৰতিমূৰ্ত্তি উন্মোচনী সভাত লখিমপুৰৰ সন্মানীয় বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়াই অংশ গ্ৰহন কৰিছিল ৷ ডেকা ডাঙৰীয়াই উন্মোচনী ভাষনত কথা কোৱা শৈলী বৰ সুন্দৰ হৈছে ৷ সভাখনত উপস্হিত বহুত ভাল লাগিল ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কু’মমীৰ দৰে অভদ্ৰ নাছিল ৷ ৰূপজ্যোতি কু’মমীৰ লোক জনপ্ৰতিনিধি হবলৈ আগবাঢ়ি নহাই ভাল ৷ আমাৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক ধন্যবাদ জনালো ৷ ভগবানে যেন আৰু শক্তি দিয়ক জনসেৱাত ব্ৰতী হবলৈ ৷

    • @bakulboruah2026
      @bakulboruah2026 หลายเดือนก่อน

      ২৬ ত দাদা বিগ্ৰেডৰ অন‍্যতম সদস্য মানৱ ডেকা হৰাটো প্ৰায় খাটাং।

  • @lalithazarika0110
    @lalithazarika0110 หลายเดือนก่อน +4

    যোৰহাট মৰিয়নি ত অহাবাৰ ৰূপজ্যোতিক ৰাইজেভোট দিব জানো

  • @bitukonwar2116
    @bitukonwar2116 หลายเดือนก่อน

    ই ভোবোলাই বাগানৰ মাজত ঘপাঘপ কৰি থাকোতেই গ'ল

  • @tulonmohan9583
    @tulonmohan9583 หลายเดือนก่อน

    চব ঠিক আছে। এতিয়াও প্ৰায় দুবছৰ বাকী। বৰ্তমানৰ চৰকাৰে যদি জন কল্যাণ মূলক কামৰ মাত্ৰা আৰু বঢ়াই দিয়ে আৰু কাৰ্য্যকৰ্তা সকলে চৰকাৰে কৰা জন কল্যাণ মূলক কামবোৰ সঠিকৰূপত জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিব পাৰে তথা কাৰ্য্য কৰ্তা সকলৰ আচাৰ-আচৰণ মানুহৰ ভাল লগা ধৰণৰ হয় - তেন্তে নিশ্চিত --- 2026 ত অসমত -- " আকৌ এবাৰ শৰ্মাৰ চৰকাৰ..." ।

  • @user-fx7zl4ei5f
    @user-fx7zl4ei5f หลายเดือนก่อน +2

    Pabitra Margherita ai Jorhat manuhak atia moha tel marise.Hihot Akai lobir manuh

  • @handique6888
    @handique6888 หลายเดือนก่อน +1

    আধা বলীয়া থাকিলে পৰিবেশ কেনেকুৱা হয় সকলোৱে জানে ।

  • @Atulchandi96
    @Atulchandi96 หลายเดือนก่อน

    Yes sir

  • @MIRKASHIMUDDINAHMED
    @MIRKASHIMUDDINAHMED หลายเดือนก่อน

    নিচ মানুহৰ নিচ কথা।

  • @TheYouth-gu6vu
    @TheYouth-gu6vu หลายเดือนก่อน

    আবে Congress ৰ চৰকাৰ নহয়।

  • @srimantamotivatoranushilan8846
    @srimantamotivatoranushilan8846 หลายเดือนก่อน

    আপোনালোকে এই বোজাটো কিয় গোটাই ল'লে

  • @krishnagogoi1657
    @krishnagogoi1657 หลายเดือนก่อน +1

    তই 2026 হাৰিবি হাৰিবি

  • @dayalral1436
    @dayalral1436 หลายเดือนก่อน +1

    Rupjyati cormi sir

  • @khargeswarkalita4630
    @khargeswarkalita4630 หลายเดือนก่อน +1

    Rupjyoti এজন মূৰ্খ ,জ্ঞান বুলি একো নাই। 8500 বিচৰা কুৰ্মী এ পাহৰি গৈছে 15 লাখ দিম কোৱা মোদী এ দিছে নে? তাতকৈ ডাঙৰ কথা হল কুৰ্মী এ যোৰহাট ৰ ৰাইজ পইছাৰ লোভ ত হে ভোট দিয়ে বুজাইছে। আহি থকা দিনবোৰত ৰাইজে মনত কৰিব বুলি আশা থাকিল কুৰ্মী ৰ ঔকাত দেখা paam কিমান পইছা দিব পাৰে

  • @indrajitsaikia8877
    @indrajitsaikia8877 หลายเดือนก่อน +1

    ভোটাৰ ক অপমান কৰিব নাপাই ।

  • @abdulwahidrizavi684
    @abdulwahidrizavi684 หลายเดือนก่อน

    এইজন এজন মস্ত পগলা শিয়াল দৰে।

  • @Moha123914
    @Moha123914 หลายเดือนก่อน +2

    BJP n RSS n their workers will never understand the ethics, values n moral of Democracy.

  • @siddharthaphukan9925
    @siddharthaphukan9925 หลายเดือนก่อน

    Prabhu Deputy CM

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o หลายเดือนก่อน +1

    B J P a eak baykat karak .

  • @sanjuhq4253
    @sanjuhq4253 หลายเดือนก่อน +1

    26T toht sobe pabi eheka, sai thak. Khabi ro 25-26 khan sabji tarakarere bhat

  • @dipdas8946
    @dipdas8946 หลายเดือนก่อน +2

    ই অলগদ্ধ

  • @dilipkrbora1132
    @dilipkrbora1132 หลายเดือนก่อน

    এই মূৰ্খটোক কিয় দেখাই ।

  • @intajulzaman4393
    @intajulzaman4393 หลายเดือนก่อน

    Good Diganta Da,kintu ai sagaltoi ji ti baki bvranti kare

  • @NilutpolKhound
    @NilutpolKhound หลายเดือนก่อน

    ৰুপজ্যোতি কুৰ্মি এটা পাগল জহৰা।

  • @madhuribothra6277
    @madhuribothra6277 หลายเดือนก่อน +1

    Nilojjo neki 1500 tokia Pagol

  • @saddakahmed6481
    @saddakahmed6481 หลายเดือนก่อน +1

    আকৌ পাগল ওলাইছে.....

  • @dwipenhuzuri2764
    @dwipenhuzuri2764 หลายเดือนก่อน

    Jorhator raij educated hoi aru xeibabei Gaurav Gogoi dangoria joyee hoise

  • @babusaikia7886
    @babusaikia7886 หลายเดือนก่อน

    বে বে বে😂😂

  • @krishnabaruah3608
    @krishnabaruah3608 หลายเดือนก่อน

    Go back bjp

  • @sarifulhaque7443
    @sarifulhaque7443 หลายเดือนก่อน

    ৰূপজ্যোতি এটা সৰু batsha হৈ তাৰ 3 yers man hoise sage xaikaron মুখত যি বাল আহে তাকে বকি দিয়ে বিজেপি অহবৰ যিমান kheni vote pabo loga asel xaikheni o নোহোৱা kori dile de bapere

  • @gogoimithu
    @gogoimithu หลายเดือนก่อน

    Classy people are sexier and great influencers, rest take a note and follow

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p หลายเดือนก่อน +1

    Rupnyoti ako congess t ahib o

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6b หลายเดือนก่อน +1

    BJP hatao desh bachao Modi hatao Bharat bachao

  • @user-mq1fx7zl8r
    @user-mq1fx7zl8r หลายเดือนก่อน

    ৰূপজ্যোতি কুৰমী কাতি মহিয়া বলিয়া কুকুৰ হয়

  • @durgeswarphukan8498
    @durgeswarphukan8498 หลายเดือนก่อน

    ৰূপজুতি এটা পাগল

  • @rupjyotikonch3608
    @rupjyotikonch3608 หลายเดือนก่อน

    বৰ মূৰ্খ hoi hi

  • @davidgaming5717
    @davidgaming5717 หลายเดือนก่อน

    Srodhar Margherita, okaratuk (kurmi) vl upodek dile. Thanks

  • @siddharthaphukan9925
    @siddharthaphukan9925 หลายเดือนก่อน

    Brahmaputra theatre returns

  • @montalukdar40
    @montalukdar40 หลายเดือนก่อน

    Jorhat or nesinia shonmania samast atar manhu borok jadi tanakua katha Kai val nalaga...manhor ki asta thakibo....

  • @khagiramdoley2912
    @khagiramdoley2912 หลายเดือนก่อน +1

    Hei manutur logot kiyo media kotha pate baru! besera kothai valke kobo nuare😅 😅

  • @Ishankhargharia
    @Ishankhargharia หลายเดือนก่อน

    Rupjyoti hklufalr pora bifol...

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n หลายเดือนก่อน

    পাগলে নকয় কি
    ছাগলে নাখায় কি

  • @nekibuzzaman5195
    @nekibuzzaman5195 หลายเดือนก่อน

    Ropjyoti ata pagol.Janotai
    Bibek dawrai vot Deok.

  • @lalithazarika0110
    @lalithazarika0110 หลายเดือนก่อน +1

    আমি টো নিদিওঁ

    • @GamePlay-ib2cj
      @GamePlay-ib2cj หลายเดือนก่อน

      Ai pagoltuk juna vote dibo hatu pagol hoi

  • @rajeshnayak8173
    @rajeshnayak8173 หลายเดือนก่อน

    Mudi u.tu.ahomoit koisil donjoy 0.ac toka.homabo kot ki.hol ?? Ajio atoka napalu...

  • @mukshedullah6863
    @mukshedullah6863 หลายเดือนก่อน

    Moi bisaru Rupjyoti kurmi hodai BJP t thakok aru enekuwa pagolami Kori thakok,jate,Axom bakhiye bhaldore upolobdhi korok, Rupjyoti r sthan aru xonman kebol BJP dolot.washing machine 😂

  • @jhonmonidas8796
    @jhonmonidas8796 หลายเดือนก่อน

    Aituk news chanal dekhbo nlge ani bki thke

  • @AsrafAli-v9f
    @AsrafAli-v9f หลายเดือนก่อน

    He is a fool!!!

  • @atultanti1597
    @atultanti1597 หลายเดือนก่อน

    G G sir a eman horolotare hundorbhave johadharonok totha hikhiyok ba sarakrii karmosarir rinatmak dikhhomuh atorai positivebahvely kaamkoriboloi perona diye Axomot GG dore neta jonmo loboloi hajarta jonom lagibo ,

  • @pallabjyotipegu1550
    @pallabjyotipegu1550 หลายเดือนก่อน

    Be be be

  • @putulgogoi3644
    @putulgogoi3644 หลายเดือนก่อน +1

    Apuni kanduli mass

  • @romeshpatarromeshpatar3190
    @romeshpatarromeshpatar3190 หลายเดือนก่อน

    Rup jyuti kurmi sah jonjati juwok.teu jonna nojnakoi boki thake thik .kintu baki bureu pagol kikuror dore boki thake kiyo.

  • @mukutsaikia6302
    @mukutsaikia6302 หลายเดือนก่อน

    Bjp kma nai

  • @bpathok5886
    @bpathok5886 หลายเดือนก่อน

    15 Laks where

  • @sourabhray3801
    @sourabhray3801 หลายเดือนก่อน

    mamai koi thoisei pagolor lgt pgl hoi laf ni ..

  • @sankarchandranath9340
    @sankarchandranath9340 หลายเดือนก่อน

    Aru Duijana ase

  • @tridipneog3717
    @tridipneog3717 หลายเดือนก่อน

    Besera beya a lage aanoloi buli thu pelaute nijor mukhote poril.😂

  • @DhimanChoudhury-mf5rf
    @DhimanChoudhury-mf5rf หลายเดือนก่อน

    Pheti sap r pagol putek rupjyoti kurmi